কংগ্ৰেছ সঁচাকৈয়ে অসম আৰু অসমীয়া বিৰোধী নেকি?

  Рет қаралды 2,140

NKTV PLUS

NKTV PLUS

Күн бұрын

কংগ্ৰেছ সঁচাকৈয়ে অসম আৰু অসমীয়া বিৰোধী নেকি?
ছেমি কনডাক্টৰকলৈ প্ৰিয়াংক খাৰ্গেৰ মন্তব্যই অক্সিজেন যোগাইছে শাসক পক্ষক
ছেমি কনডাক্টৰ প্ৰসংগত পুনৰ মুখ খুলিছে গৌৰৱ গগৈয়ে
প্ৰিয়াংক খাৰ্গেৰ মন্তব্যৰ বিপৰীতে গৌৰৱৰ প্ৰশ্ন বিজেপিলৈ

Пікірлер: 20
@dumahusoroniya6691
@dumahusoroniya6691 3 сағат бұрын
কংগ্ৰেছৰ কামহে হল বিৰোধিতা কৰাৰ অভিযোগ কৰাৰ বাহিৰে কি কাম আছে গৌৰৱ আলী আকবৰ হ'ল বাংলাদেশ মিয়াৰ চিন্তা কৰা সাংসদ হয়
@7gc970
@7gc970 2 сағат бұрын
কংগেছ দল হল খিলঞ্জীয়াৰ অসমীয়াৰ বিৰোধীৰ দল । অসমত বিদেশীক থাকিব সুবিধাৰ কৰি দিছিল অসম আন্দোলন কৰি ৮৫৫ জনক গোলিয়াই শ্বহীদ কৰিলে ১৯৫১চনৰ নাগৰিকত্ব থাইত ১৯৭১ চনৰ নাগৰিকত্ব কৰিলে । কংগেছ দলে অসমত অসমীয়াৰ কাৰণে কি ভাল কৰিলে । কংগেছ দল হল জাতিৰ দ্ৰোহী দল চৰকাৰীৰ মাটিৰ বেই দখল কৰিব দি বিদেশীক থাকিব সুবিধাৰ কৰি দিছিল ।
@RameshRabha-l7o
@RameshRabha-l7o 3 сағат бұрын
Congraeh miya dol BJP jinda bad
@basantadeka2433
@basantadeka2433 2 сағат бұрын
কংগ্ৰেছ সচাঁকৈ অসমীয়া বিৰোধী |
@rameshpayang7871
@rameshpayang7871 3 сағат бұрын
Congress miya dal, Maiki mass, Kam nai 😂 sukur Ali 😂😂😂to
@RekhaManiMedhi
@RekhaManiMedhi 2 сағат бұрын
কংগ্ৰেছ দলে মিয়া ইণ্ডিষ্টি হোৱাটো হে বিচাৰি সে
@kumudbaruah2001
@kumudbaruah2001 2 сағат бұрын
তৰুণ গগৈৰ পুত্র গৌৰব গগৈ এজন কংগ্রেসী দগাবাজ। এইজন অসম আৰু খিলনজীয়া অসমীয়াৰ হিতৈষী কোনো প্রকাৰে হব নোৱাৰে। তেও বিজেপিক বিৰোধিতা কৰিবলৈ গৈ খিলনজীয়া অসমীয়াক বিৰোধিতা কৰা দেখা গ'ল। এই জনৰ পৰা অসমীয়াই ভাল কিবা এটা আশা নকৰাই শ্ৰেয়। ৰাইজ ৰাহুল প্ৰিয়ংকা ছোনিয়াৰ পদলেহন কাৰী, তোষামোদ কাৰি, পৰিয়ালৰ বাদী ব্যক্তি ৰ পৰা যিমান পাৰি আতৰত থকাই ভাল।
@prasantahazarika-hz4rl
@prasantahazarika-hz4rl 2 сағат бұрын
কৰ্নাতকৰ মন্ত্ৰী এজনৰ কথাক ইমান গুৰুত্ব দি থকাৰ কাৰণ কি? অসমৰ বেলেগ সমষ্যা একো নাই নেকি? সাশক দলৰ ৰাজনীতি ৰাইজে বুজি পায়।
@TimeisRight-b3k
@TimeisRight-b3k Сағат бұрын
গৌৰৱ গগৈ দেৱেক শিক্ষিত ভোটাৰে জিকাই পঠিওৱা হয়তো। অসম তথা ভাৰতৰ বহ সংখক ছাত্ৰ ছাত্ৰী আমেৰিকা, ইংলেণ্ড, ৰাছিয়া আদিতো পঢ়িবলৈ যায়। সেয়েহে ভাৰত ,অসম চৰকাৰে তাতেই ইয়াত নকৰি তাতেই কৰিব লাগে বুলিহে ক'ব খুজিছে নিশ্চয়। বা: কংগ্ৰেছ বা:
@Dipankar-hn4md
@Dipankar-hn4md 2 сағат бұрын
Apuni Assam devloped subject matter aku knowledge nai apuni congress all in all ji koi take koi apuni
@GCNath-ed7im
@GCNath-ed7im 2 сағат бұрын
হয় এ। কংগ্ৰেছ অসম আৰু অসমীয়াৰ বিৰোধি,সেইটো স্বাধীনতাৰ দিনৰে পৰাই,,কংগ্ৰেছৰ দিনত কিমান টা ইণ্ডাষ্ট্ৰি বন্ধ কৰিলে হিছাব। আছে নে
@quithmarak8324
@quithmarak8324 3 сағат бұрын
Congressor somoioto beton boanasil gakoshgole
@BharatigayonGayon
@BharatigayonGayon 3 сағат бұрын
নহয়
@DBorah-m94
@DBorah-m94 3 сағат бұрын
1962 sonot china jetia tezpuror loike xumai aahisil tetiea Jawaharlal nehrue axom aru northeast khonok eri disil, aru Rajib gandhi jetiea axomoloi aahisil tetia Brahmaputrar uporore ferryt ahute Bhumuraguri brizekhon bonuar kotha koute tekhete koisil je moi ki kandhot dangi ani dim neki buli koisil. Tenehole tewluke kiman sinta kore axomo ba northeastor karone.
@lachitbanowary3354
@lachitbanowary3354 2 сағат бұрын
Ehot axom birodhi hoi.
@babulmazumder8775
@babulmazumder8775 2 сағат бұрын
Aitu manuhor news kio dekhuae
@arjundas3446
@arjundas3446 Сағат бұрын
তহতে 15 বছৰত কাগছ কলৰ কাৰণে কি কৰিলি। ক
@Tinagogoi-f8s
@Tinagogoi-f8s 2 сағат бұрын
Cnl ??? 🤣🤣🤣
哈莉奎因怎么变骷髅了#小丑 #shorts
00:19
好人小丑
Рет қаралды 54 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 46 МЛН
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 70 МЛН
🚨 প্ৰিয়াংক v/s হিমন্ত! || Satya
6:00
Satya - The Truth India
Рет қаралды 723
ফাল্তু মানুহ // Assamese New Video 2024
8:53
Deep Jyoti Deka. Bhanga Tv
Рет қаралды 11 М.
哈莉奎因怎么变骷髅了#小丑 #shorts
00:19
好人小丑
Рет қаралды 54 МЛН