No video

কইনা বিদাই দিয়া মূহুৰ্ত বিয়া নাম গাই জুমন বৰাই কান্দি গ'ল/সাংবাদিকো কান্দিল শুঁনি চাওঁক

  Рет қаралды 395,160

Rishu duliajan

Rishu duliajan

Ай бұрын

Пікірлер: 361
@jyotidutta3118
@jyotidutta3118 5 күн бұрын
Biya namor Eman dhuniya kantha aru aguyai jua
@sumitradeb8538
@sumitradeb8538 Ай бұрын
বহুত ধুনীয়া তোমাৰ কন্ঠ বহুত দুখ লাগে হয়তু তোমাৰ কন্ঠ তে কিবা আছে ❤
@dharmeswaribora4706
@dharmeswaribora4706 Ай бұрын
ভাইটি তোমাৰ বিয়া নাম শুনি অতীতলৈ মনত পৰিল৷তুমি আগুৱাই যোৱা
@janphukan3375
@janphukan3375 26 күн бұрын
😢😢
@user-yy7lr2xf1z
@user-yy7lr2xf1z 12 күн бұрын
Bianam Honi. Val lgil.
@BhupensharmaSharma
@BhupensharmaSharma Ай бұрын
বিয়াৰ নাম শুনিলে মোৰ চকুৰ পানি ওলাই যায় ! জুমন তোমাক ধন্যবাদ ।
@RinaDowarah-qs9mt
@RinaDowarah-qs9mt 25 күн бұрын
W
@BIPULGOGOI
@BIPULGOGOI 8 күн бұрын
ছোৱালীজনী কম নহয় দেই ❤❤❤❤
@user-ly8fl7yo9v
@user-ly8fl7yo9v 24 күн бұрын
এচাম অসমীয়া মানুহে এনেকৈ আমাৰ লোক সম্পদ বোৰ ধৰিৰাখিবলৈ যত্ন নকৰে, লাজপায়, পশ্চিমীয়া সংস্কৃতিক হে বেছি গুৰুত্ব দিয়ে। জুমনলৈ অশেষ ধন্যবাদ।
@alpanalaskar9553
@alpanalaskar9553 18 күн бұрын
🎉 🎉🎉🎉🎉🎉
@user-mv1uw4pv7e
@user-mv1uw4pv7e Ай бұрын
সঁচাকৈ খুব সুন্দৰ গাইছে হিয়াভাঙি চকু পানী ওলায় আহিছে
@arnabdeka8815
@arnabdeka8815 12 күн бұрын
বাইদেউক❤❤ উলিয়ায় দিয়া মূহুৰ্তটো মনত কৰা মন নাছিল,নোৱাৰিলো😢😢।
@user-se5yz7zc6o
@user-se5yz7zc6o 12 күн бұрын
I love zumon 😢😢😢 bhal lagil Sai but kandi golu.super very nice aguai juwa God bless you ❤❤❤
@pompibhuyanboruah
@pompibhuyanboruah 24 күн бұрын
অন্তৰ চুই গৈছে ❤️ তুমি আগুৱাই যোৱা।
@injudhanyabadbaideuxundorr7655
@injudhanyabadbaideuxundorr7655 Ай бұрын
জুমন তোমাৰ বিয়ানামৰ মিঠা সুৰ,এক আৰু অন্যতম,,অন্তৰ চুই গৈছে,, আগবাঢ়ি যোৱা ❤
@rumasaikia6719
@rumasaikia6719 14 күн бұрын
বৰ ধুনীয়া লাগে তুমাৰ কন্ঠ
@rubisarma7511
@rubisarma7511 Ай бұрын
বিয়াৰ দিনটো মনত পৰি গল 😢 সঁচাই বহুত বেছি দুখ লাগিছিল দৰা আহি থকা বুলি শুনি আৰু বিদায় মূহুৰ্তত, এতিয়াও চকু পানী ওলায় 😢
@KunjalataDuttabora
@KunjalataDuttabora Ай бұрын
🎉ttyyr
@bagadbilla452
@bagadbilla452 Ай бұрын
সুন্দৰ জুমন। তুমি ভাল গাইছে।
@sabitadevi5995
@sabitadevi5995 25 күн бұрын
বিয়া নাম শুনি শুনি আপ্লুত হৈ পৰিলো। বহুত ভাল লাগিল
@praptichoudhury3239
@praptichoudhury3239 28 күн бұрын
ইমান ধুনীয়া কন্ঠ নিগৰাইছে। আবেগিক হৈ পৰিলোঁ।
@aaaa-ik7xs
@aaaa-ik7xs Ай бұрын
Bohut sundor hoise.God bless you. Jumon.
@AbalaKalita-gk1wj
@AbalaKalita-gk1wj Ай бұрын
Oo
@AnamikaKumari-p4t
@AnamikaKumari-p4t 28 күн бұрын
Hosai eman dhunia kontho❤😊
@amiyagogoi9707
@amiyagogoi9707 Ай бұрын
জুমন বহুত ধুনীয়া বিয়া নাম গাইছ। সদায় গাই থাকিবো 👌👍❤
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Ай бұрын
বহুত ভাল লাগিল মই শুনি এতিয়া ৰাতি 1 বাজি 30 মিনিট গৈছে মই কান্দি কান্দি শুনি আছোঁ
@girinasharma4442
@girinasharma4442 7 күн бұрын
সুন্দৰ কণ্ঠত ধুনীয়া বিয়ানাম। উজনি অসমৰ বিয়া নামৰ সুৰেই বেলেগ। বৰ ভাল লাগিল বিয়ানাম শুনি।
@pranjalassam3634
@pranjalassam3634 2 күн бұрын
বহুত ভাল লাগিছে আপোনাক বহুত শুভেচ্ছা জনালোঁ,,,,,
@dipakgogoi4266
@dipakgogoi4266 25 күн бұрын
Dy365 baideuo gorakiloiuo Mur hubhokana hodai thakibo
@PrahladRajkonwar
@PrahladRajkonwar 3 күн бұрын
জুমন তোমাৰ বিয়াৰ নাম শুনি মোৰ হৃদয় মাজত চোই গ'ল আৰু হিয়া খন ভাগি গ'ল আৰু তুমি সদায় এই দৰে গাই যোৱা , তোমাৰ বাবে সদায় মৰম থাকিব,
@anupamagohaindas5002
@anupamagohaindas5002 23 күн бұрын
এই বোৰ বিয়া নাম নবৈ দশকত শুনিছিলো আৰু গাইছিলো ❤ বৰ দুখ লাগিল শুনি ❤
@sewalideka9967
@sewalideka9967 22 күн бұрын
বহুত ভাল লাগিল‌ ঘৰৰ থকা গীতটো শুনি 😢😢😢ললো
@bontidutta2385
@bontidutta2385 8 күн бұрын
আমাৰ ছোৱালীৰ বিয়াৰ বিদায় বেলা মনত পৰি চকুপানী ওলাই গৈছে তোমাৰ বিয়া নাম শুনি ।
@pradipgogoi3182
@pradipgogoi3182 27 күн бұрын
অতি সুন্দৰ জুমন তোমাৰ বিয়ানাম শুনি বহুতো ভাল লাগিল আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্ 🙏🙏🙏।
@user-uz3bf1to1p
@user-uz3bf1to1p 5 күн бұрын
Bhal lagil huni bohut.
@meghalisenapati6498
@meghalisenapati6498 Ай бұрын
আজিকালি বিয়া নাম গাবলৈ লগতে শুরনিবলৈ কাৰোৱে সময় নাই। আচলতে শুরভ বিবাহত ৰাম-সীতা, ৰাধাকৃষ্ণ, শিৱ পাব'তীক মুলক নাম গাব লাগে। ইয়াৰ তাৎপয অনস্বীকার্য। ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।
@champachetia9242
@champachetia9242 14 күн бұрын
Val lagil dei
@riturajtopojugentopo4181
@riturajtopojugentopo4181 28 күн бұрын
জুমন ভাই বহুত সুন্দৰ তোমাৰ কন্ঠ । তোমালৈ আন্তৰিক মৰম ও অভিনন্দন থাকিল ভগৱানে তোমাক সহায় কৰক আগুৱাই নিয়ক ।❤ 💐😍
@DipanjaliBordoloi-oe7gh
@DipanjaliBordoloi-oe7gh Ай бұрын
খুব সুন্দৰ।এনেকুৱা বিয়া নাম শুনিলে চকু পানী ওলাই ।
@JayantaChangmai-bs3py
@JayantaChangmai-bs3py Ай бұрын
মজা,নেৰিবা আমাৰ লোক সংস্কৃতি
@kismatkour436
@kismatkour436 Ай бұрын
বহুত বহুত ভাল লাগিল ❤❤❤
@dhirensaikia1311
@dhirensaikia1311 6 күн бұрын
Xuni val lagil xasakoi .tumi aguwai juwa ye kamona karilu.god bless you jumon.
@user-gq4sz6bz2v
@user-gq4sz6bz2v 2 күн бұрын
বহুত ধুনীয়া লাগিলে দেই
@user-qt2xn7eu6k
@user-qt2xn7eu6k 2 күн бұрын
Bhut dhuniya hoise very nice agbahi jua. Jumon
@tarunchandranath
@tarunchandranath Ай бұрын
বুকুৰ।।ভিতৰত।।কৰ,বাত।।কপিউথিছে❤
@pankajdeori3280
@pankajdeori3280 4 күн бұрын
Aag bahi juwa jumon bhaite❤❤❤😂😂😂😂😂😂😂😂😂
@milankalita1517
@milankalita1517 23 күн бұрын
দীপালী বৰঠাকুৰৰ গীততুলৈ মনত পৰিল,সোণৰ খাৰু নালাগে মোক, আজিও তোমাৰ গীত টো মুঠতে বহুত ধুনীয়া লাগিছে।
@user-vq6se5pn5v
@user-vq6se5pn5v 6 күн бұрын
Love from jorhat❤❤
@parinitasonowal8276
@parinitasonowal8276 23 күн бұрын
Bohut dhuneya gaisa,,
@abdulmaliksaikia603
@abdulmaliksaikia603 6 күн бұрын
Bor hundor kontho.God bless you.
@bipuldeka9232
@bipuldeka9232 Ай бұрын
Bohut val gaisa
@user-ib7ow4nv2m
@user-ib7ow4nv2m Ай бұрын
Bohut val lagil mur sokupani olai goise karon aru dumah pasot mur suwlir niy
@floraphilemainu5070
@floraphilemainu5070 3 күн бұрын
ভাল লাগিল দেই ব্লগ টো 🎉
@user-ys6iu6vr1g
@user-ys6iu6vr1g 29 күн бұрын
বহুত বহুত ভাল লাগিছে
@mamonidevi617
@mamonidevi617 Ай бұрын
Bohut dhunia gaicha
@LolitGogoi-jw2wq
@LolitGogoi-jw2wq 12 күн бұрын
কানিলো দেই ৷
@user-gk9bz5sq2w
@user-gk9bz5sq2w 11 күн бұрын
জুমনৰ বিয়া নাম ভাল লাগিল
@dipankalitachoudhury9327
@dipankalitachoudhury9327 Ай бұрын
Bahut sundar Natun padakhyep Aguai jua bhaiti
@Rihangaming.66
@Rihangaming.66 Ай бұрын
ভাল লাগিছে শুনি আগুৱাই যোৱা।
@JitumoniBegum-wm3mf
@JitumoniBegum-wm3mf Ай бұрын
Bht moja dada
@archananath3587
@archananath3587 Ай бұрын
বহুত ভাল লাগিল ৷আগবাঢ়ি যোৱা ৷তোমাক কেনেকৈ যোগাযোগ কৰিব পাৰিম জনালে বহুত ভাল পাম ৷
@monibora3907
@monibora3907 Ай бұрын
বহুত ভাল লাগিল😂😂
@user-ie6dx5zb5i
@user-ie6dx5zb5i Ай бұрын
Very Beautiful . . ❤ ❤ ❤ ❤ ❤.
@bontibordoloi416
@bontibordoloi416 Ай бұрын
Bahut 2 bhal lagil aru bahut kandilou dai.....
@MaramiHaloi-cu4pk
@MaramiHaloi-cu4pk 29 күн бұрын
Eman duniya tumar xur dada❤
@tapanbaruah1006
@tapanbaruah1006 29 күн бұрын
Rishu Duliajan you are the best girl that you deliver the actual program of the season.I congratulate to you.
@daijikeot9844
@daijikeot9844 7 күн бұрын
Xuni hepah napalai khub xundor kontho zumoon..bht vl lagil ..duxo lagil😢tumi agowai jowa❤
@gayadeka8093
@gayadeka8093 Ай бұрын
বিয়াৰ গীত শুনি চকুৰ পানী ওলাই গল
@LakhimaiBorah-yn6zd
@LakhimaiBorah-yn6zd 14 күн бұрын
বহুত দুখ লাগে অ'।।তোমাৰ কণ্ঠ ত বিয়া নাম শুনি😢😢😢😢
@subaladas7733
@subaladas7733 Ай бұрын
Nice very nice
@girishchandrasharma5023
@girishchandrasharma5023 Ай бұрын
অপূৰ্ব
@kalpanadas4409
@kalpanadas4409 Ай бұрын
জুমন তোমাৰ বিয়া নামে সছাকে বৰ আবেগিক কৰি পেলাই আৰু চকু পানী ওলাই আহে 😂😂তুমাক বহু বহু ধন্যবাদ
@NabanitaSonowal-qq4sh
@NabanitaSonowal-qq4sh 10 күн бұрын
Hosakoi bohut dhuniya kontho tumar
@RajibGogoi-jf5db
@RajibGogoi-jf5db Ай бұрын
Mur val lage bia nam. god bless you jumon
@saratbhai8593
@saratbhai8593 11 күн бұрын
Excellent Jumon.
@montukonwar5436
@montukonwar5436 28 күн бұрын
ইমান সুন্দৰ কণ্ঠ চকু পানী ওলাই যায় Jumon great 👍👍
@puspadhardeka5665
@puspadhardeka5665 29 күн бұрын
🎉❤❤ Bahut excitement.
@bhoirabborgohain7717
@bhoirabborgohain7717 3 күн бұрын
Nice ❤❤❤
@simantasarania2385
@simantasarania2385 2 күн бұрын
Bohut bahut xuvesa thakil tumaloi ❤😢
@DhanSaikia-zb7hd
@DhanSaikia-zb7hd 24 күн бұрын
Bahut dhuniya lagise jumon da God bless you
@user-vf5mw9xj1w
@user-vf5mw9xj1w Ай бұрын
Bohut bohut val lagile 👌
@barnalideka2007
@barnalideka2007 10 күн бұрын
Nice dada❤❤❤❤❤
@aparajitaphukan1371
@aparajitaphukan1371 Ай бұрын
Bor xundor gaisa Jumon , bohut kandilu , xuni thokar mojote olop xomoy off koribo loga hosisil Kandi Kandi, God bless Jumon.
@ranujpegu765
@ranujpegu765 Ай бұрын
Bahut bahut bhal lagil
@nirajmoniborah2593
@nirajmoniborah2593 13 күн бұрын
দুঃখ লাগি যায়।দুচকুৰ নিজৰা বৈ আহে। যি নিজৰ ভনী বা বাইদেউ ক উলিয়াই দিছে বুজি পাব,কিমান যন্ত্ৰণা আহে সেই সময়ত।
@prativatalukdar2520
@prativatalukdar2520 Ай бұрын
খুব সুন্দৰ আগুৱাই যোৱা
@dekaloravlog
@dekaloravlog 29 күн бұрын
তুমি আগুৱাই যোৱাত সকলোৰে আশীৰ্বাদ আছে চেষ্টা কৰি যোৱা এদিন সফল হবা🎉🎉🎉🎉🎉
@jitenlahkar4485
@jitenlahkar4485 10 күн бұрын
কৃষ্ণ। অতি সূন্দৰ। প্ৰভুৱে কৃপা কৰক।
@anjumabaishya1808
@anjumabaishya1808 29 күн бұрын
বৰ ভাল লাগিছে ৷
@BishalDasart
@BishalDasart Ай бұрын
Xuni bht Val lagil vaiti. Aguwai jowa
@BibhaDeka-eo2qf
@BibhaDeka-eo2qf 27 күн бұрын
সুন্দৰ ❤️ শুনি বহুত বহুত ভাল লাগিছে 🎉
@bijukumarpegu4361
@bijukumarpegu4361 18 күн бұрын
আচলতে যাৰ ঘৰত কন্যা সন্তান বা ভন্টি নাথাকে তেখেত সকলে অলপ কম অনুভব কৰিব পাৰে কিন্তু মই সঁচাকৈ কিছু হলেই দুখ সেয়ে কন্দিবলৈ বাধ্য হওঁ।
@swapnakonwar7268
@swapnakonwar7268 Ай бұрын
Bahut bhal lagil juman
@mridulsharma9798
@mridulsharma9798 11 күн бұрын
Bohut val lagile
@dimbeswargohain2867
@dimbeswargohain2867 Ай бұрын
মনতে পৰিছে সঁচাকৈ, চকু সেমেকা!
@manomatidas5326
@manomatidas5326 26 күн бұрын
বহুত বহুত ভাল লাগিল আজি কালি বহুত বিয়াত বিয়া নাম শূনা নাজায়
@NIRUPOMAKONWER
@NIRUPOMAKONWER Ай бұрын
Bhal Lagil Jumon
@ebulali8473
@ebulali8473 24 күн бұрын
Nice song❤
@BeautyGogoi-ll9iw
@BeautyGogoi-ll9iw 19 күн бұрын
Bohut bohut val lagile huni ❤❤
@user-gr7go2uq3c
@user-gr7go2uq3c 9 күн бұрын
Emn dhuniya voice hosakoi val lgise aru sokupni ulai goise dai 😢
@puspadhardeka5665
@puspadhardeka5665 29 күн бұрын
❤❤❤ very very excellent 👍👍👍
@GojenSaikia-hm7fv
@GojenSaikia-hm7fv 6 күн бұрын
Love you❤❤❤❤❤❤❤❤❤
@ManjuDevi-md6eq
@ManjuDevi-md6eq 29 күн бұрын
Bohut bhal lagil
@user-ko7kr3bo3t
@user-ko7kr3bo3t Ай бұрын
Bhout hundor lagise de
@ManikBora-my9oz
@ManikBora-my9oz 29 күн бұрын
Jumon God Bless You.
@MinuDeka-jd4ju
@MinuDeka-jd4ju Ай бұрын
Nice 👍
@nabajyotibhuyan5919
@nabajyotibhuyan5919 2 күн бұрын
সমাজৰ পৰা হেৰাই যাব ধৰা আপুৰুগীয়া সম্পদ সমূহ।
IQ Level: 10000
00:10
Younes Zarou
Рет қаралды 13 МЛН
ТЫ С ДРУГОМ В ДЕТСТВЕ😂#shorts
01:00
BATEK_OFFICIAL
Рет қаралды 10 МЛН