Рет қаралды 23,958
📌 বিয়াখন পাতিম বুলি কইনা চাবলৈ গৈছিল বিক্ৰম ছাৰ
📌 কইনাও পছন্দ হৈছিল শিক্ষক বিক্ৰম ৰয়ৰ
📌 পিছে ছাৰৰ মন গাখীৰ খোৱা নহয়, টেকেলী ভঙাতহে আছিল
📌 পাৰ্ছনেল কথা পাতিম বুলি ফোন নম্বৰটো লৈছিল ছাৰে
📌 তাৰ পিছতে যুৱতীৰ সৈতে চলিছিল হিয়া-দিয়া নিয়া
📌 হ’বলগীয়া শহুৰৰ ঘৰলৈ চলিছিল সঘন অহা-যোৱা
📌 তাৰ মাজতে শিক্ষক বিক্ৰমে ঘটালে বিষম ঘটনা…
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews