Kajoli | Official Music Video | Zubeen Garg | Rekibul | Palash Gogoi | MJ Production | 2022

  Рет қаралды 5,100,921

M.J. Production

M.J. Production

Күн бұрын

Пікірлер: 1 500
@mj.production700
@mj.production700 2 жыл бұрын
Thank you everyone for all the love. Hope you guys will continue the love for us in future. Stay tuned for our upcoming songs.❤️
@tanishtresseatingchannel2865
@tanishtresseatingchannel2865 2 жыл бұрын
🙂
@tanishtresseatingchannel2865
@tanishtresseatingchannel2865 2 жыл бұрын
🙏 🤗
@krishnamoniboruah7281
@krishnamoniboruah7281 2 жыл бұрын
❣️
@parismitabora7260
@parismitabora7260 2 жыл бұрын
@@tanishtresseatingchannel2865 i
@jayantahatimuria9838
@jayantahatimuria9838 2 жыл бұрын
@@tanishtresseatingchannel2865 a3##$$$$
@surajitkhatowal8087
@surajitkhatowal8087 2 жыл бұрын
জুবিন দা আপুনি এটা জীৱন ।যাৰ ছাঁত বহুজনে ভাগি যোৱা হৃদয় লৈ গীতবোৰত শান্তনালভি জী উঠে ।। সকলো সুন্দৰভাৱে চলো গীতটোয়ে স্মৃতি বোৰ ৰোমন্হন কৰি বুকুত মোকেই নহয় বহুজনক সেমেকাই চকুলোৰে নিভুতকোণত চুই গৈছে‌ বাঃ কি অনুপম ।জুবিন দাক অসমৰ যি যি ডাঙৰ বঁটা দিবলৈ আছে দিয়া উচিত লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ।
@juhinborah2630
@juhinborah2630 2 жыл бұрын
মধ্যবিত্ত জীৱনৰ অসফল প্ৰেম কাহিনী, অন্তুৰ চুই গ'ল। ❤️
@durlavmshry1312
@durlavmshry1312 Жыл бұрын
হাইৰে হাই বালৰ এই মানৱ জীৱন 🙂
@nayanjyotisaharia7420
@nayanjyotisaharia7420 Жыл бұрын
Thikei Koisa Bandhu ekdam right
@alfakilludelta8312
@alfakilludelta8312 Жыл бұрын
Best cmnt
@nibhakalita
@nibhakalita Жыл бұрын
Xasakeee
@anastudio620
@anastudio620 Жыл бұрын
😭😭😢😢😥😥
@StudioAnuvab
@StudioAnuvab 2 жыл бұрын
বাহ.... কি শব্দ...! কি সুৰ.....! কি গায়কী...!! জুবিনদা সদায় সুস্থ থাকক। আচলতে এনে গানতে অতীজৰ জুবিনদাক বিচাৰি পাওঁ।
@KamalzG-s8u
@KamalzG-s8u Жыл бұрын
❤❤❤
@lokeshhk4757
@lokeshhk4757 Жыл бұрын
I am from Karnataka and do not understand Assamese. I recently visited Assam and my taxi driver had this caller tune. On my first call itself, I fell in love with this tune. I searched KZbin and found this melodious gem. This song has stolen my heart...
@jupitasaikia8282
@jupitasaikia8282 Жыл бұрын
Not all people are same mentality, zubeen da our proud , thanks for your lovely comments about zubeen Garg da and Assam 😊
@palashsaikia427
@palashsaikia427 Жыл бұрын
❤️❤️❤️
@helloworld2054
@helloworld2054 Жыл бұрын
Racist
@Kutumvillagefood
@Kutumvillagefood Жыл бұрын
Welcome to Assam once more do visit 💚 we love south indian brother and sister 💚
@nzrulislam4345
@nzrulislam4345 Жыл бұрын
That is zubeen da bro😄❤️
@hello90s76
@hello90s76 Жыл бұрын
বহুত আহিব বহুত যাব কিন্তু ! জুবিন দা সদায় আমাৰ সকলোৰে বাবে প্রিয় হৈ থাকিব❤️❤️🙏👌
@dipankarbaruah8059
@dipankarbaruah8059 2 жыл бұрын
আপোনাক বেয়া বুলি কওঁ কেনেকৈ।। জীৱনৰ জটিল সময় বোৰত আপোনাৰ মাত শুনি a শান্তি লাভ কৰি আহিছোঁ❤️‍🩹🥺👑🙏
@pikachupikachu8581
@pikachupikachu8581 Жыл бұрын
Same to you 🌚
@rakeshhazarika4604
@rakeshhazarika4604 10 ай бұрын
Same
@Manujkumar69.
@Manujkumar69. 2 жыл бұрын
এক প্ৰক্ষীয় প্ৰেমৰ একৰ সুন্দৰ অভিনয় বহুত দুখ লাগে যেতিয়া কাৰোবাক মনৰ ভিতৰতে ভাল পাই থকা যায় আৰু কথা বোৰ খুলি আগতে তাই বা সি আনৰ হৈ যায় মনৰ কথা মনতে থাকে যায়😔মোৰ ক্ষেত্ৰত হৈছে , 😔😔😔😔😓 this is one side love 😓😓😓😓 so thank you so much This song all family gift for you heart touching a beautiful song beautiful song.❤️❤️
@rikirajdeka9846
@rikirajdeka9846 2 жыл бұрын
Right 😭
@dhrubajyotiborah8559
@dhrubajyotiborah8559 2 жыл бұрын
Same muru tumr dora same condition
@bidyutdas5074
@bidyutdas5074 2 жыл бұрын
Kthatu enekeua keu vabi sabo pari lrajne mnte val pable lua agtei tai an karubar hoi thakibo pare mne prane. 😍🥰
@bijusonar9419
@bijusonar9419 2 жыл бұрын
Same yr mur logo2 hoise.. Kom kom koi thaki gol aji ti oin karubar hol goi
@dhrubajyotiborah8559
@dhrubajyotiborah8559 2 жыл бұрын
@@bijusonar9419 same oo
@tilokcharukia8144
@tilokcharukia8144 2 жыл бұрын
গাওঁৰ পটভূমিত সচাঁ প্ৰেমৰ অনুভৱৰ সুন্দৰ প্ৰকাশ video টোৰ যোগেদি,ভাল লাগিল কাহিনী-অভিনয়,,বিশেষকৈ সৰলতাৰে ভৰা গাওঁৰ যুৱকজনৰ অসহায় বেদনাহীক্ত শেষৰ চাৱনিটো,,জুবিনদা সচাঁই অনুপম,কি কম ভাষাহীন
@chandansaikia5060
@chandansaikia5060 2 жыл бұрын
কি সুন্দৰ কন্ঠ জুবিনদাৰ!!! গলি গলি শেষ হৈ যাম যেন..
@bidyutsaikia9206
@bidyutsaikia9206 Жыл бұрын
অসফল প্ৰেমীক হৈ জীয়াই থাকিবলৈ আপোনাৰ গানে যথেষ্ট ❣️
@hridayofficial635
@hridayofficial635 Жыл бұрын
Joi Zubeen Da
@as02pov6
@as02pov6 Жыл бұрын
Deha 🥺
@kritibass1060
@kritibass1060 11 ай бұрын
Jaii zubeen da
@Saikiaworld89
@Saikiaworld89 2 ай бұрын
Love is not life
@RobiBhuyan-sn7yg
@RobiBhuyan-sn7yg Ай бұрын
@@hridayofficial635 †ggv4f6
@borshasaikia2264
@borshasaikia2264 2 жыл бұрын
উফফ,❤️ কি গান,কি সুৰ বৰষুণৰ বতৰ নবেম্বৰ ‌মাহৰএই মাজ ৰাতি প্ৰিয় জনৰ কথা ভাবি এই গান শুনা উফফ,, বেলেগ আমেষ❤️ কি মাত অঅঅ,, জুবিন দা, হৃদয় চুই যায়
@chittaranjan2024
@chittaranjan2024 2 жыл бұрын
"যেন বাঁহীৰ সুৰহে" জুবিনদাৰ কন্ঠ ❤
@nurarmaan2173
@nurarmaan2173 2 жыл бұрын
Khundor Gaan khundor ovinoire Gaan tu onotor sui goise khundor kaam korise MJ Production dhunia Zubeen Garg old version❤❤❤
@tutumoni1958
@tutumoni1958 2 жыл бұрын
সঁচাকৈ ককাই আপোনাৰ যে সকলো গান ইমান অৰ্থপূর্ণ কি ক'ম ইমান যে গভীৰ আৰু অতুলনীয় কণ্ঠ আপোনাৰ ....... কিনো সৃষ্টি কৰিলে নেদেখা জনে❤
@richachetryhere4006
@richachetryhere4006 2 жыл бұрын
Hokolue gaan tut morom dibo buli axa thakil 😇🥰
@melophile30
@melophile30 2 жыл бұрын
Loved it ❤️
@monjai2327
@monjai2327 2 жыл бұрын
Lots of love Baa...So beautiful to watch with a perfect song 🙏 Bolin da'r ending 2 Mon Sui gol !!
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
😍😍
@jayantaboruah3069
@jayantaboruah3069 2 жыл бұрын
Hosakoiye bohut vaal lagil gaanor kotha hur aaru ovinoy khubei hundor hoise..Zubeen da Rock👍👍
@unsmart926
@unsmart926 2 жыл бұрын
বাইদেউ আপুনি হে বিয়া হৈ গল, 💔 💚💚💚 বহুত ভাল লাগিছে
@jimpydutta8631
@jimpydutta8631 2 жыл бұрын
কি ধুনীয়া!! ক'বলৈ ভাষা নাই। আকৌ এবাৰ জুবিনদাৰ কণ্ঠই হৃদয় চুই গ'ল। ❤️
@Abhijitdas-ew1pt
@Abhijitdas-ew1pt Жыл бұрын
জুবিন দা আপোনাৰ কন্ঠ শুনিলেই হৃদয় চুই যাই❤❤ সচাঁ ই বহুত ভাল পাওঁ আপোনাক❤❤
@bhaskarjyotigogoi7957
@bhaskarjyotigogoi7957 2 жыл бұрын
Combination of Bidurbhai + Beharbari.. তাতে আকৌ জুবিন দাৰ কণ্ঠ।। একদম অপূৰ্ব ❤️❤️❤️
@XubarnaMoran
@XubarnaMoran 2 жыл бұрын
ভগৱান ককাইৰ এবাৰ ভৰিখন চুৱ পালেও চাগে... মই সুখী ❤🙂🛐
@ridipneog1285
@ridipneog1285 2 жыл бұрын
জয় জুবিন দা। গানটো ইমানে গভীৰ , শুনিলে শুনি থাকিবৰ মন যায়।
@OitijyoAxom
@OitijyoAxom 2 жыл бұрын
গানটো দিনত ১০ বাৰ শুনু । কথাখিনি হৃদয় চুই যোৱা মন পৰশা জুবিনদা❤️
@ddhemali2.040
@ddhemali2.040 Жыл бұрын
গানটোৰ শেষত কাজলী তোমাৰ... চকুৰে সেই দৃশ্যটোৱে হৃদয় চুই গ'ল 🥺🥲
@Abhijitdas-ew1pt
@Abhijitdas-ew1pt Жыл бұрын
নিশ্চয় 😢
@lipikaranigogoi6865
@lipikaranigogoi6865 2 жыл бұрын
"মনক বুজাই কিদৰে থওঁ ,তুমি নুবুজিবা"❤️❤️❤️❤️
@vikashneog8906
@vikashneog8906 Жыл бұрын
সচাঁ প্ৰেমবোৰ সদায় যুগমীয়া হৈ ৰওক! ইমান আবেগিক গানটি ! জুবিন দাৰ কথা নকলেও হব! মই কিন্তুু সচা প্ৰেমৰ অপেক্ষাত হে আছো ! ❤️🙂
@ashifahmed7601
@ashifahmed7601 2 жыл бұрын
বৰ ভাল লাগিল শুনি আৰু নালাগিবনো কিয় জুবিন দায়ে গাইছে যেতিয়া ❤️ অভিনয় ও খুব সুন্দৰ হৈছে ❤️মন চুই গ'ল ❤️🤘
@nabajyotinath-tl9vy
@nabajyotinath-tl9vy 2 күн бұрын
ইমানেই সুন্দৰ হৈছে , কবলৈ ভাষা নাই। জুবিন দাদাক ভগৱানে দীৰ্ঘায়ু কৰক। অভিনয় ইমান সুন্দৰ, দৃশ্যগ্ৰহণো অতি সুন্দৰ, কিমানবাৰযে শুনিছো কিমানবাৰযে চাইছো হিচাপ নাই। কলিজাৰ কোনোবা এটা কোণত বিষাই যায়। জুবিনদাদাৰ চৰণযুগলত শতকোটি প্ৰণাম জনালোঁ।
@dhantipatar1621
@dhantipatar1621 2 жыл бұрын
একো ভাষা নাই জুবিনদা বিষয়ে কবলৈ। তেওঁৰ প্ৰতিতো গানেই হৃদয় চুই যাই
@zillmahanta3550
@zillmahanta3550 Жыл бұрын
‘Monok bujai kidore thou, tumi nubujiba' - how he sang that part.... Really zubeen da you are something different. 🙏
@parthainspiration
@parthainspiration 2 жыл бұрын
গানটো মোৰ জীৱনৰ লগত যথেষ্ট মিল আছে। ভাল লাগিল 👌👌🥺💝
@aarya123
@aarya123 Жыл бұрын
I am a maharashtrian who randomly heard this song on wynk and I literally fell in love with this song..I don't understand a single word but yet the music and voice is damn good!! This song is so melodious.❤️
@Trump_Tesla_Live24
@Trump_Tesla_Live24 Жыл бұрын
mala pan awarte..yeh song khup sangla watte
@ojaantrikjajabor2399
@ojaantrikjajabor2399 2 жыл бұрын
Zubeen da always gives a different emotions to his songs ❤️love u Demigod❤️
@sittakalita6131
@sittakalita6131 Жыл бұрын
সকলো টকাৰ খেল ....এনে অনুভৱ টো মোৰো হৈছিল ভাল লগা অনুভৱ। কল্পনাৰ জগতত উতি ভাঁহি ও ভাল লাগে ....
@sabanayasmin2327
@sabanayasmin2327 2 жыл бұрын
Gaan tu mon sui gol 😌bohut vl lagil❤️
@rimikalita4306
@rimikalita4306 2 жыл бұрын
ভাষা নাই, বুকুত লগা গান❤️ হৃদয়ৰ গান
@akashdeepkalita6455
@akashdeepkalita6455 2 жыл бұрын
Finally roi roi plu ge gaan tu❤❤...zubeen dar kotha ki kom ru kobole bhakha nai...hundor hoise❤❤
@sanjayguwala6847
@sanjayguwala6847 2 жыл бұрын
❤🙏😍
@udaysarmahlifestyle5461
@udaysarmahlifestyle5461 2 жыл бұрын
এই গান টো যিমান শুনিলেও শুনিব মন গৈ থাকে । Beautiful song and video zubeen Da
@nilaymandal3914
@nilaymandal3914 2 жыл бұрын
Hundor 🎧😌🎧
@sahidulalamkhan6368
@sahidulalamkhan6368 2 жыл бұрын
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
@kabitathakurya5212
@kabitathakurya5212 2 жыл бұрын
জুবিন দাক ভাল পোৱা সকলে ৰাইক কৰক সচাই জুবিন দাৰ গান সমুহ বহুত ধুনীয়া লাগে মই নাজানো জুবিন দাৰ গান ইমান কিয় ভাল পাওঁ
@joydeori8026
@joydeori8026 2 жыл бұрын
Zubeen da your voice is amazing it can brings relaxation to everyone life's those were suffering from different phases you are heartbeat of Assamese people dada wishing you a happy and healthy life ahead so that we can get to hear more melodious songs from your voice in future dada ❣️❣️❣️
@sapanpator4732
@sapanpator4732 2 жыл бұрын
@Kaushikeditzshorts
@Kaushikeditzshorts 2 жыл бұрын
#জুবিনপাগলাআমি জুবিন দাক যোনে যোনে ভাল পোৱা ❣️❣️❣️ video song to তেন্তে Share কৰিবাচোন 🙏🙏🙏 জয় জুবিন দা
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@gaurabdutta7479
@gaurabdutta7479 2 жыл бұрын
শব্দ, সুৰ, কণ্ঠ, সংগীত, ছবি, অভিনয় সকলো অনন্য। এখন সুন্দৰ পূৰ্ণাংগ কথাছবি
@bikramfitness7976
@bikramfitness7976 2 жыл бұрын
Val lgil sai👌
@pagalwalabetanumber1...274
@pagalwalabetanumber1...274 2 жыл бұрын
গানৰ কথা নকওঁ য়ে শুনিলেই শুনি থাকিব মন যায়।অভিনয় মজা হৈছে।বলীন জুই
@him_kishan_das01
@him_kishan_das01 2 жыл бұрын
Bohu dinor murot zubeen daar eti mon sui juwa geet
@singerrimlysharmabora7
@singerrimlysharmabora7 2 жыл бұрын
Apuni tumar xubaxh lagi lagi tu try koribo pare
@debasish1553
@debasish1553 2 жыл бұрын
exactly same to you bro...moi o bohut din miss kori asilu
@rishabmorom6374
@rishabmorom6374 2 жыл бұрын
@@singerrimlysharmabora7 ki gaan
@Ojanto226
@Ojanto226 Жыл бұрын
Lyricist jone bhal bonaise- rekibul
@দিব্য12346
@দিব্য12346 Жыл бұрын
হৃদয়ৰ কুঁৱলি ফালি বুলিও এটা আছে।
@trimegh
@trimegh 2 жыл бұрын
সঁচাকৈ হৃদয় চুই গৈছে ❤️❤️
@diiimpul3044
@diiimpul3044 2 жыл бұрын
গীতটো এবাৰ শুনিলে শুনি থাকিবৰ মন যায় গীতটো আগবঢ়োৱাৰ বাবে বহুত বহুত ধন্যবাদ 🥰🥰
@teach5433
@teach5433 2 жыл бұрын
জুবিন দাৰ সকলো গীত এ হৃদয় চুই যায় ❤️🌼
@abhisarma6476
@abhisarma6476 2 жыл бұрын
সুন্দৰ অভিনয় আৰু সুন্দৰ গান ❤️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@DEBAJIT.PATHAK
@DEBAJIT.PATHAK 26 күн бұрын
মন পথাৰৰ আলিয়েদিতোমাৰে অহা যোৱা, খোজে খোজে সৰি পৰে এমুঠি ভালপোৱা । শব্দবোৰ যে চুই যোৱা ❤ সেই শব্দত জুবিন দাই আকৌ প্ৰাণঢালি কণ্ঠ নিগৰাই সকলোকে মুগ্ধ কৰি পেলায় ।।❤ আমাৰ মৰমৰ জুবিন দা ।।।।
@jitendeuri441
@jitendeuri441 2 жыл бұрын
Singing with melodious voice.....legend......
@apurbastatus6877
@apurbastatus6877 2 жыл бұрын
সৰুৰ পৰা জুবিন দাৰ গান শুনি শুনি আজি এইখিনি পালোঁ । আৰু ভগৱানৰ ওচৰত এটাই প্ৰাথনা কৰো যেন জুবিন দা সদায় ভালে থাকে আৰু ভাল ভাল কাম কৰি যায় তাৰে কামনা কৰিলো ।♥️💚🤞🏻😘 ✊জয় আই অসম ✊ Love you forever forever forever forever forever......Zubeen Da ♥️💚🥰😘🤞🏻
@nasrinkhanam489
@nasrinkhanam489 2 жыл бұрын
Bohut val lagise gaan2.zubeen da best singer.MJ production pora aru val gaan xunibo Pam buli axa korilu 🤩🤩🤩🤩
@mj.production700
@mj.production700 2 жыл бұрын
নিশ্চয় পাব । আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় এনেকৈ পাম বুলি আশাবাদী আমি ।
@dipikagogoi6764
@dipikagogoi6764 2 жыл бұрын
Wow ki hundor geet ,,,, bhut bhut val lagil,,,,hridoy porokhi gol❤️❤️❤️❤️❤️Zubeen da aru hundor hundor geet rosi jua ,,,
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
উপস্থাপন সুন্দৰ 🔥
@smarttrick7008
@smarttrick7008 2 жыл бұрын
সুমধুৰ সুৰ,সংগীতে এটি অপূৰ্ব গানৰ উপহাৰ দিলে জুবিন দা আপুনি♥️
@-pojaaghar6190
@-pojaaghar6190 2 жыл бұрын
এইটো superhit, লিখি থোৱা।
@arunv8061
@arunv8061 Жыл бұрын
বহুদিনৰ মূৰত জুবিন দাৰ কণ্ঠত এটি ধুনীয়া গীত শুনিলোঁ ❤❤❤
@Jintu555
@Jintu555 2 жыл бұрын
Dhunia hoise 💕💕
@SillverMountainFilms
@SillverMountainFilms Жыл бұрын
Bohut dhunia gaan. Hats off to the makers. Gaat lage suniley plus bor dhunia videography 👍👍.
@ramac2477
@ramac2477 2 жыл бұрын
বলীন ভাইৰ কাৰণে গানটো চালো, বহুত ভাল লাগিল গানটো plus বলীন ভাইৰ acting,,,
@jupitaradeka3873
@jupitaradeka3873 Жыл бұрын
Iman dhuniya ❤
@bipuldas3195
@bipuldas3195 Жыл бұрын
হৃদয় চুই যোৱা গীত ❤️❤️👉👍
@anupgogoi5314
@anupgogoi5314 2 жыл бұрын
Hundor git....hundor video....Zubin da r jenekoi agor gaan bur hunile huni thakibo mon jai thik tenekua a hur hoise❤️❤️
@dhrubavlogs893
@dhrubavlogs893 2 жыл бұрын
Zubeen da always best singer🤞❤️😘জুবিন দা গানৰ ভগৱান❤️🥰🔥
@trinayansankarsarma9387
@trinayansankarsarma9387 2 жыл бұрын
Ufff ki gaise Dadai , Bhale thakok Zubeen Da apuni
@ankuranmudoi1309
@ankuranmudoi1309 Жыл бұрын
কবলৈ বহুত কথা আছিলে কিন্তু জুবিন দা কথা কলে শেষ নহব কাৰণে কবলৈ টান হৈছে 💕🤭। যি কি নহওঁক জুবিন দা এই গান টোৰ হৃদয় চুই গল 💗😚
@barbiepunnag2524
@barbiepunnag2524 11 ай бұрын
জুবিনৰ গানৰ কথা কিনো ক'ম...সদায়েই অনন্য ! গানৰ কথা, সুৰ, অভিনেতা দুগৰাকীৰ সুন্দৰ অভিনয়,এই গোটেইবোৰ মিলি গীতটোত সোণত সুৱগা চৰাইছে... অন্তৰ চুই গ'ল।
@TOP5-c2g6n
@TOP5-c2g6n 2 жыл бұрын
Bolin Bora ..has a great future ahead. His acting is superb .
@joyzubeenda4756
@joyzubeenda4756 Жыл бұрын
Nice song Val lagil bohut ....... My love zubeen da and king 👑👑💖
@ashimgogoi6205
@ashimgogoi6205 2 жыл бұрын
I❤️ Zubeen da, amezing song ,video, গাওঁ সমাজৰ এটা, মিঠা এটি গান।
@paporiphukan7543
@paporiphukan7543 2 жыл бұрын
Emn dhunia gan..... Heart touching❤
@habibgoldie3758
@habibgoldie3758 2 жыл бұрын
Wow... what a voice!!!! what a lyrics...... love it.....
@rahulkalita9949
@rahulkalita9949 2 жыл бұрын
Hayeeee 😍😍zubben da mon kahri Nile apuni ❤ Thanks M.J Production for this giving song 🎵
@Se-Mima
@Se-Mima Жыл бұрын
অসমীয়া গান মানেই জুবিন দা বহুত ভাল পাও ইমানেই কম প্ৰিয় মানুহজনক কুশলে ৰাখক ভগৱানে❤️❤️🤗
@dibakar6907
@dibakar6907 2 жыл бұрын
Ki kom zubeen daa.....bohut val lagise ...❤️❤️❤️❤️❤️....story , acting, xokoluburei val lagise... ❤️❤️❤️
@pranabjyotikonwar4565
@pranabjyotikonwar4565 2 жыл бұрын
অহ জুবিন দা সঁচাকৈ কিন্তু কলিজা মন চুই গল,,,তোমাৰ আসন সেইবাবেই সুকীয়া
@okfinedone539
@okfinedone539 2 жыл бұрын
Oh zubeen da.. Gaon r scene. Eman dhunia story. Eman dhunia acting... Bohut dhunia hoise
@Kaushik632
@Kaushik632 2 жыл бұрын
হৃদয় স্পৰ্শ কৰি যোৱা গীত টি......🖤🖤
@manojMardi-g9x
@manojMardi-g9x 3 ай бұрын
জীৱনৰ বহু কথাই মনত পেলাইছে,, স্মৃতিৰ ❤❤❤❤jai zubeen da
@wazirmahammad8399
@wazirmahammad8399 2 жыл бұрын
Borhiya 🌹
@jitulthakuria5021
@jitulthakuria5021 2 жыл бұрын
সুন্দৰ লাগিচে গানটি জুবিন দা আৰু ভাল লগা গান ৰাইজক উপহাৰ দিব বুলি আশা ৰাখিলে। শেষত দাদালে 😍😍😍
@ridipraj25
@ridipraj25 2 жыл бұрын
Masterpiece 😍😍😍Zubeen da🔥🔥
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@sammisinghsuperstar
@sammisinghsuperstar 5 ай бұрын
Beautiful Compostion, and Heart touching video.
@samir-k3d6f
@samir-k3d6f 2 жыл бұрын
Concept, Acting, lyrics Perfect...💫
@nipusaikia5047
@nipusaikia5047 2 жыл бұрын
Hridoyot lgi jai gan Tu ❤❤❤
@indrajitrabha2283
@indrajitrabha2283 2 жыл бұрын
ইমান গভীৰ গান বাৰে বাৰে চালে ও আমনি নকৰে, 😍😍❣️❣️❣️❣️💞💞💞💓💓❤️❤️শেষ ৰ পৰ্যায়ত বহুত দুখ লাগে,,, ধন্যবাদ সকলোকে 🙏🙏🙏🙏❤️💓❣️
@somiulhaque6036
@somiulhaque6036 2 жыл бұрын
Dhuniya lagila sai Zubeen or geet ti 🥰🥰
@buzztinder6908
@buzztinder6908 2 жыл бұрын
Ooo bhaiii sahab 🔥🔥🔥🔥🔥🔥🔥💙
@rubulentertainment1484
@rubulentertainment1484 2 жыл бұрын
Emn dhunia lyrics tate aru zubeen dai gaise uff ❤🔥🔥
@jaibakhanam6702
@jaibakhanam6702 2 жыл бұрын
The whole song is just perfect 💜 vocals, voice , acting, everything is PERFECT 💜✨🖤✨
@bimalgogoi5583
@bimalgogoi5583 2 жыл бұрын
Very nice song juben da
@rubulchoudhury8604
@rubulchoudhury8604 2 жыл бұрын
Nice name ,Say don't mind .
@jintuhazarika8567
@jintuhazarika8567 2 жыл бұрын
Awesome Zubeen da🥀💗
@parvishraja7344
@parvishraja7344 2 жыл бұрын
Finally the wait is over Mon sui jua eti geet
@ankitamahanta8074
@ankitamahanta8074 2 жыл бұрын
Xundar gan 1ta bohut dinar pisot khub dhunia lagil. Mon sui jua gan,.. love you zubeen da
@pintughosh1166
@pintughosh1166 2 жыл бұрын
সচাকে হৃদয় ছুঁই গল গানটি জুবিন দা ❤️❤️
@udiptadeka6245
@udiptadeka6245 2 ай бұрын
পুৰণি কালৰ স্মৃতি মনত পৰি কান্দি উঠিলো।।।
@bikashsaikiaa
@bikashsaikiaa 2 жыл бұрын
Wow...it's very beautiful....soulful voice of ZG 😍 ....Thanks to the whole team for this song....Bolin Bora and Richa Chetry...both are awesome. They are doing great. Lots of love. ❤️
@lalitchetri1400
@lalitchetri1400 2 жыл бұрын
Bor dhuniya hoise! tate Zubeen dar gan ❤️
@chinmy3979
@chinmy3979 2 жыл бұрын
✨হৃদয় চুই যায় কি কম ভাষা নাই✨❤️✨❤️✨KING ØF ASSAM✨
Сюрприз для Златы на день рождения
00:10
Victoria Portfolio
Рет қаралды 2,4 МЛН
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 79 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 262 #shorts
00:20
Сюрприз для Златы на день рождения
00:10
Victoria Portfolio
Рет қаралды 2,4 МЛН