ককাক-আইতাকৰ সৈতে গীত গাই সামাজিক মাধ্যমত চৰ্চিত এগৰাকী যুৱতী।

  Рет қаралды 31,551

TIME8 Axom

TIME8 Axom

Күн бұрын

📌দেউতা বুলি মই উচ্ছাৰণ কৰিব নাপালো
📌দেউতা নাই যদিও মোক কোনোদিনে অভাৱত থাকিব দিয়া নাই
📌ককা-আইতাৰ চকুত চকুপানী দেখি মোৰো চকুপানী ওলাল
ককাক-আইতাকৰ সৈতে গীত গাই সামাজিক মাধ্যমত চৰ্চিত এগৰাকী যুৱতী। কাকপথাৰ কাঠবস্তি গাঁৱৰ ধৰিত্ৰী মৰাণৰ সৈতে পৰিয়ালবৰ্গ...

Пікірлер: 74
@pranitakonwar1413
@pranitakonwar1413 Күн бұрын
আগবাঢ়ি যোৱা,ভগবান তোমাৰ সহায় হওঁক
@ProbalKhataniar
@ProbalKhataniar Күн бұрын
ককাক আইতাকৰ উপযুক্ত নাতিনী আগুৱাই যোৱা❤
@user-jl5so9td8s
@user-jl5so9td8s Күн бұрын
6:54 6:57
@BibiPhukan
@BibiPhukan Күн бұрын
বহুত ভাল লাগিল,কুশলে থাকা ।
@kamalkalita338
@kamalkalita338 Күн бұрын
ছোৱালী জেনীৰ কন্ঠ বৰ ভাল তেওঁ আৰু আগুৱাই যাওক তাকে কামনা কৰিলো ভগৱানৰ ওচৰত❤❤❤
@juntibora4126
@juntibora4126 Күн бұрын
আৰু আগুৱাই যোৱা। ভগৱানে নিশ্চয় চকুমেলি চাব।
@user-fe9yi5sp9b
@user-fe9yi5sp9b Күн бұрын
জানমানু সদাই এনেকৈয়ে আগুৱাই যোৱা তাৰে কামনা কৰিলো,,সছাকে আজি কিন্তুু কিবা এটা দূখ লাগি গ'ল আইক আৰু তোমালোকক দেখি ।
@user-og3gf9lh3k
@user-og3gf9lh3k 14 сағат бұрын
সুন্দৰ কণ্ঠ। ককা আইতাৰ লগতে তুমিও সদায় সুখত থকা।
@jantihira9356
@jantihira9356 Күн бұрын
ইমান ধুনীয়া মাত.. ইমান ধুনীয়া সূৰ বিখ্যাত গায়িকা দিপালী বৰঠাকুৰ নিচিনা..সূৰ ..তুমি নতুন প্ৰজন্মৰ এগৰাকী ভাল নাম উজ্জ্বল কৰা গায়িকা এদিন হবাই.. আশীৰ্বাদ থাকিল।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Күн бұрын
এক ব্যতিক্ৰমী আৰু অনন্য প্ৰয়াস। তোমাৰ লগতে ককা আইত আৰু পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো। লোক সঙ্গীতৰ চৰ্চা অব্যাহত ৰাখিবা। ধন্যবাদ সহকাৰে।
@simabegum7322
@simabegum7322 Күн бұрын
বহুত ধুনীয়া কণ্ঠ। আৰু আগোৱাই যোৱা ❤❤ Love from Lakhimpur Narayanpur ❤️🥰
@Aban-zm9re
@Aban-zm9re Күн бұрын
আগুৱাই যোৱা love from nagaon
@youtubetv9392
@youtubetv9392 Күн бұрын
ছোৱালী জনী কন্ঠ বহুত ভাল তাই এদিন অসমৰ জনপ্ৰিয় গায়ক হ'ব গৈ 100%
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Күн бұрын
অতি সুন্দৰ পৰিৱেশন। এক ব্যতিক্ৰমী আৰু প্ৰতিভাসম্পন্ন আৰু অনন্য প্ৰতিভাৰ অধিকাৰী। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। অসমৰ নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ থাকা সদায়। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কৰক তাৰেই আন্তৰিক শুভ কামনাৰে। ❤❤❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Күн бұрын
তুমি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও অসমৰ লোকসংগীতৰ চৰ্চা অব্যাহত ৰখাৰ বাবে তোমাক বহুত বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। তোমাৰ সপোন বোৰে বাস্তৱ জীৱনত সপোনে পোখা মেলক তাকেই আন্তৰিকতাৰে কামনা কৰিলো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা। আগুৱাই যোৱা সদায়।❤❤❤
@Troll-le9hf
@Troll-le9hf Күн бұрын
অতি সুন্দৰ আগুৱাই যোৱা ।
@trishnabaruah
@trishnabaruah 21 сағат бұрын
সুন্দৰ কণ্ঠ আগুৱাই যোৱা শিৱসাগৰৰ পৰা মৰম দিলো
@lovetraveling.....
@lovetraveling..... Күн бұрын
Moja
@pineapple4041
@pineapple4041 Күн бұрын
বৰ সুন্দৰ, আগুৱাই যোৱা ।
@priyabratdas3996
@priyabratdas3996 Күн бұрын
Very wise girl.Regards and hoping bright future.
@monideepadas7281
@monideepadas7281 Күн бұрын
May God bless you . keep it up.
@phuleswargogoi3460
@phuleswargogoi3460 Күн бұрын
বৰ ধুনীয়া কণ্ঠ তোমাৰ আগুৱাই যোৱা।
@sambhuchoudhury4602
@sambhuchoudhury4602 Күн бұрын
God bless you ag barhi joya Maina
@bilahkonwar5865
@bilahkonwar5865 10 сағат бұрын
সুন্দৰ ঈশ্বৰে মঙ্গল কৰক আমাৰ আশীদ থাকিল
@mayachoudhury3570
@mayachoudhury3570 Күн бұрын
সুন্দৰ কন্ঠ মাইনা ❤ তোমাৰ সপোন সপোন বাস্তৱ ত ৰূপান্তৰ হওক 😊❤
@phulakonwar6230
@phulakonwar6230 Күн бұрын
Val lagil
@ritamonimohanboruah8094
@ritamonimohanboruah8094 Күн бұрын
Marjita katha batara bar bhal lagil
@anuragsaikia5189
@anuragsaikia5189 Күн бұрын
Nice voice
@pinkuboruah2245
@pinkuboruah2245 Күн бұрын
Very nice voice,aguwai jua mur ashiwad thakil moiu tumar nisina gan gau val pau ghrr arthik absta bea karne INDIAN ARMY t ahilu,bihut suti gole monsot gan gau,aru moi durvogiya mur maa,deuta,ba,vonti nai aklhriya,sob muk ari aghriya kori nijr nijr jegaloi gusi gol,
@probinnath7674
@probinnath7674 21 сағат бұрын
ভাল লাগিল
@user-bm3gh3qt6i
@user-bm3gh3qt6i Күн бұрын
যোৱা মা আৰু আগুৱাই যোৱা আমাৰ সদাই আশীৰ্বাদ আছে তুমালৈ দেই।
@bakulgogoi3899
@bakulgogoi3899 Күн бұрын
your voice is nice.keep it up.
@budhinsaikia6300
@budhinsaikia6300 Күн бұрын
অতি সুন্দৰ লাগিলে
@bimanborah7504
@bimanborah7504 Күн бұрын
বৰ ভাল হৈছে আগ বাহি জোৱা
@user-vn8wy1ts1i
@user-vn8wy1ts1i Күн бұрын
Very nice
@bipuldeka3364
@bipuldeka3364 Күн бұрын
আগলৈ ভাল হব
@TutuHazarica
@TutuHazarica Күн бұрын
Carry on. God bless you
@back-bancher-gaming5606
@back-bancher-gaming5606 Күн бұрын
Bhut bhal lagil tumer gan 10:54
@MantuTeran
@MantuTeran Күн бұрын
MOINA TUMAR PARIYALTU LOI.. DHANYAVAAD ❤❤❤
@Drcharchitahazarika
@Drcharchitahazarika Күн бұрын
wow emn dhunia mat aguwai jua ba hubhesha thakile ❤
@SureshSaikia-wg9lh
@SureshSaikia-wg9lh Күн бұрын
Hundar aguwai juwa dai
@simantabora8407
@simantabora8407 Күн бұрын
So good live from golaghat uriamghat
@prianshreevlogs5380
@prianshreevlogs5380 18 сағат бұрын
জানমানু মোৰ বৰ মৰম লাগে ।❤❤❤ From nagaon
@gungunvlog4521
@gungunvlog4521 18 сағат бұрын
Emn dhunia lgise ,xuni thakibo mon goise...kio njanu teulukor soku Pani dekhi muru ulai gol....lots of love jaanmanu 👍🫂best wishes to u
@JatinPaw
@JatinPaw Күн бұрын
Very nice voice
@sachinhajong6838
@sachinhajong6838 Күн бұрын
All the best
@Madboy820
@Madboy820 Күн бұрын
Bhut bhal lagil jaanmanu pise mar kotha nokola je.
@hiyaaaaaa_
@hiyaaaaaa_ Күн бұрын
এই মাত এই সুৰ অতিকে আপোন । এই বাটে আগুৱাই যোৱা ---
@AnjumaBegum-o5z
@AnjumaBegum-o5z 22 сағат бұрын
Tumar kotha khini bht mitha❤
@johngogoi253
@johngogoi253 Күн бұрын
God bless u
@user-ux3fs6hv7r
@user-ux3fs6hv7r 13 сағат бұрын
Aru aguai jua tume...Janmanu...
@SusmitaBowlari
@SusmitaBowlari 20 сағат бұрын
Aguai jua mem❤
@tutumonipator2400
@tutumonipator2400 Күн бұрын
❤❤❤
@SatyadanBorah
@SatyadanBorah Күн бұрын
❤❤❤😊
@tanmoydeori8337
@tanmoydeori8337 Күн бұрын
Good ❤
@phuleswargogoi3460
@phuleswargogoi3460 Күн бұрын
তোমাৰ গান শুনিলে মোৰ চকু পানী ওলাই ।
@70nochetiagaongaurisagar47
@70nochetiagaongaurisagar47 Күн бұрын
❤❤Bahal manar garaki kaka seita tumar vagabana siv😢asager
@mayuriphukan6734
@mayuriphukan6734 Сағат бұрын
Gd h 2u
@Himaa_boruah
@Himaa_boruah Күн бұрын
Bohut bohut akhibad thakil toma loi aru ag bahi jouwa tome 😂😂😂😂
@manishakalita8751
@manishakalita8751 15 сағат бұрын
@Tokdir555
@Tokdir555 Күн бұрын
❤❤❤Devine❤❤
@simantabora8407
@simantabora8407 Күн бұрын
So Beautiful madam
@shekharjitray6081
@shekharjitray6081 Күн бұрын
চকু মুদি শুনা । কিমান মিঠা লাগে । Go ahead sister
@DIBYAJYOTISIL-xd8xk
@DIBYAJYOTISIL-xd8xk Күн бұрын
❤❤❤❤❤❤❤😮😮😮😮
@binudkonwar1612
@binudkonwar1612 Күн бұрын
Auto tune nothoka nivas houwala hur...
@dipsikhachetia111
@dipsikhachetia111 Күн бұрын
Sepi sepi gaixe
@achintyaborah7037
@achintyaborah7037 Күн бұрын
তুমি গাই দিয়া ভালদৰে 😂😂। তোমাৰ চাগে মাতো কোনেও শুনিব নোৱাৰিব 😂😂।
@uttamsaikia3514
@uttamsaikia3514 Күн бұрын
​@@achintyaborah7037😂😂😂
@musicsongs5309
@musicsongs5309 Күн бұрын
❤❤❤
@angitarajbongshi6006
@angitarajbongshi6006 Күн бұрын
❤❤❤
@ritathakuria2367
@ritathakuria2367 Күн бұрын
❤❤❤❤
@SunaramPator
@SunaramPator 8 сағат бұрын
❤❤❤
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 51 МЛН
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 35 МЛН
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 5 МЛН
Bipul Chetia Phukan
12:02
Gitimoni Bora
Рет қаралды 16 М.
Beharbari Outpost Today Episode || Ep - 3075 || 19 Sep 2014 ||
17:02
Times Multimedia
Рет қаралды 70 М.
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 51 МЛН