কলি যুগৰ চৰিত্ৰ কি কি || ভাগৱত পাঠ ও ব্যাখ্যা||bhagwat path byakha || riju pathak

  Рет қаралды 216,295

ভক্তিৰ  সাগৰ Bhaktir Sagor

ভক্তিৰ সাগৰ Bhaktir Sagor

Күн бұрын

Пікірлер: 398
@dhireswarray8159
@dhireswarray8159 5 ай бұрын
Ram Ram Krishna Krishna Krishna probhu joy shree krishnay govindo Hore murari hay natho narayono nomo nomo nomo dhyono dhyono dhyono probhu aponer aadhyatmik gyanor pora bohut upokrit hoicho dhyono dhyono probhu 🙏🙏🙏
@BrojenChetia-i8n
@BrojenChetia-i8n 6 күн бұрын
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ উপস্থাপন , হে প্ৰভূ আপোনাক কেতিয়াবা দশন পাম নে ?
@munindragogoi2586
@munindragogoi2586 3 ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথালৈ
@BipulHazarika-vd5ze
@BipulHazarika-vd5ze 2 ай бұрын
,😮
@anantadas724
@anantadas724 14 күн бұрын
Krishna bap samostow Krishna. 👏👏🙏🙏🙏.Prabhu issawaror jonar kotha xone thakibòar Mon jai .🙏 🙏 🙏
@rimjimhazarika4904
@rimjimhazarika4904 3 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাৰ চৰণত শত কৌতি প্ৰণাম । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@birenbarmon-nz3gf
@birenbarmon-nz3gf Ай бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ
@MaxPro-cr8vm
@MaxPro-cr8vm 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 । আপোনাৰ মধুৰ বাণীয়ে আমাৰ জীৱন ধন্য কৰিছে । কৃষ্ণ...........
@PrabinNath-h9l
@PrabinNath-h9l 22 күн бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤Sahashra koti pranam Gurudev
@pradipbaruah6632
@pradipbaruah6632 3 ай бұрын
Krishna bap apunar Krishna Katha khuni thakib mon jaye Krishna
@khagenbhuyan6727
@khagenbhuyan6727 Ай бұрын
Krishna,🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bharatikalita898
@bharatikalita898 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ🙏🙏
@Eva-vq9td
@Eva-vq9td 5 ай бұрын
Provujona apunar pora bohut nojona kotha janiba parisu sea apunar soronot sewa jonalu.probhue apunak Jen vale rakhe take prathana korisu.
@bhobanikantaborsaikia5206
@bhobanikantaborsaikia5206 4 ай бұрын
Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.
@SabitaKataki
@SabitaKataki 4 ай бұрын
বহুত শিক্ষা দিলে
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏🌻🌷🌺 পুৱাৰ সেৱা নিবেদিছু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ 🙏🌻🌾🌺🌷🪷
@sanjitpathak9961
@sanjitpathak9961 3 ай бұрын
Prabhu apunr saran khnr dhuli soday dii thakibo ru apunr saranr dhuli dbo buli kmna krilu..krishno...
@Manjuranibarman-81
@Manjuranibarman-81 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সোৱা জনালোঁ 🙏🙏🙏🙏🙏
@PurabiDevi-qw3ou
@PurabiDevi-qw3ou 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত শত কৌতি প্ৰণাম প্ৰভু কৃষ্ণ প্ৰভু কৃষ্ণ‌
@ShantumoniDutta-rp4sm
@ShantumoniDutta-rp4sm 3 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🎉🎊🎊 🙏🙏
@kusumkalita828
@kusumkalita828 2 ай бұрын
🎉Gurujona provu xey graha Koriba pravu ata prasna xuk e porikhitak koy aru xut tew naimixarannat rixi xakolok kale ai beexoy koboniki provu vul koisu jodi khama koribo
@sabitrimedhi6564
@sabitrimedhi6564 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 ঈশ্বৰপিতা শ্ৰীচৰণত সভকতিৰে সেৱা নিৱেদন কৰিলোঁ মাধৱ ৰাম
@barnalidas6262
@barnalidas6262 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো 🙏🙏🙏🙏
@nizaraborah7391
@nizaraborah7391 2 ай бұрын
Krisna krisna🎉🎉🎉🙏🏻🙏🏻🙏🏻
@bashantadas1542
@bashantadas1542 3 ай бұрын
Rishna krishna baap jana jai jai jai krishna bhagaban tomar saranat coti coti pranm
@kalpanasaikia4588
@kalpanasaikia4588 4 ай бұрын
ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম 👏👏
@birajdas8481
@birajdas8481 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ । বাপ জনৰ কণ্ঠত মহা ভাগৱতৰ অমৃত কথা শুনি অতি আনন্দ অনুভৱ কৰিছোঁ ।
@kulagogoi4775
@kulagogoi4775 4 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু
@junumech7558
@junumech7558 Ай бұрын
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ ‌, 🪔👏👏👏 কৃষ্ণ প্ৰভু জনা সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@pranitaorang7065
@pranitaorang7065 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ শ্ৰীচৰনত সেৱা জনালো🙏🦚🙏🙏🙏🙏🙏🙏❤️❤️
@manjulabora8219
@manjulabora8219 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ ভক্তি ভৰা সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ ❤❤❤❤
@NilimadasDas-j5f
@NilimadasDas-j5f 4 ай бұрын
"Bhagaban path" anusthanto Sai suni bor val lagil..❤
@karunakantadas6223
@karunakantadas6223 3 ай бұрын
Hari Krishna Hari Ram Ram Ram
@NabinKachari
@NabinKachari 3 ай бұрын
Krishna krishna provu bapjona apuner hundor bhagawat byakhyai ai adhomok porom Kritatha korile. ❤❤
@kapilroy1430
@kapilroy1430 2 ай бұрын
, . . , . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 55:45 yyy . . . {Jojjj+
@promodborah3768
@promodborah3768 4 ай бұрын
কৃষ্ণৰ কৃষ্ণৰ বাপ পভু জনা আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি সচাকৈয়ে ভাল লাগিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আই মাতৃৰ প্ৰতি সেৱা নিবেদন কৰিলোঁ ভগৱানে হকলোকে কূশল কামনা কৰি‌লো ধন্যবাদ থাকিল এইদৰেই পেয়ণা দিয়ে জেন‌ এইয়া নিবেদন ❤❤❤❤❤
@prafullakonwar4169
@prafullakonwar4169 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ভাগৱত কথা শুনি মোৰ মনটোক খুৱ শান্তি পাও্ মোৰ এটাই অনুৰোধ ভাগৱত প্ৰথম অধ্যায় পৰা শেষৰ অধ্যায় লৈকে কেনেকৈ শুনিব পাৰিম
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 5 ай бұрын
Krishna Krishna Krishna PARBHOU BAP PARNAM,,❤🎉❤
@BhupenchandraBora
@BhupenchandraBora 4 ай бұрын
Krishna.. Krishna..bap ..apunar..bhagawat..bakhya..sunile..apunar..kasate..thakibar..mon..jai.
@MinikaDas-on1yx
@MinikaDas-on1yx 4 ай бұрын
Krishna probhu narayon🙏🙏🙏🙏🙏🙏🙏🙏🙏
@mrinalmedhi8346
@mrinalmedhi8346 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, প্ৰভূ আপোনাৰ মুখপদ্মে ভাগৱত অমৃত পান কৰি, বিশেষকৈ আপোনাৰ সান্নিধ্য লাভ কৰি জীৱন ধন্য হৈছোঁ।🙏🙏🙏
@utjalrajbongshi5621
@utjalrajbongshi5621 2 ай бұрын
কৃষ্ণ বাপ🙏, আপোনাক শত কোটি প্ৰণাম জনাইছো 🙏🙏। আৰম্ভণি ৰ পৰা অন্তলৈকে আপোনাৰ শ্ৰী মুখৰ পৰা কৃষ্ণ কথা শুনি সঁচাকৈ এ মনত বহুত ভাল লাগিছে।প্ৰতিটো কথা ইমান ধুনীয়াকৈ বুজি পায়। সদৌ শেষত প্ৰভু ভগৱন্তই আপোনাক সদায় ভালে ৰাখক। তাৰে প্ৰাৰ্থনা কৰিলোঁ কৃষ্ণ🙏🙏🙏
@MintyKalita-qs4fi
@MintyKalita-qs4fi Ай бұрын
He Krishna bap Aponar Krishna kotha xuni bohut vl lagil
@jibanbarman4631
@jibanbarman4631 2 ай бұрын
🙏🌼🇮🇳🌿🏹🌺🔱🕉️ নম সুন্দৰ কথা জয় শ্ৰী ৰাধে কৃষ্ণ জয় 🙏🔱🕉️🌺🏹🌿🇮🇳🌼🙏
@AnubalaSaikia
@AnubalaSaikia 2 ай бұрын
Krishna Krishna bap jana,,,🙏🏻🙏🏻🙏🏻
@numolisaikia4826
@numolisaikia4826 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনাৰ শ্ৰীমুখে কৃষ্ণ কঠাশুনি আমি ধণ্য হলোঁ কৃষ্ণ বাপজনাৰ চৰনত‌‌‌ শতকুতি প্ৰনাম জনালোঁ।
@dipurajkonwar869
@dipurajkonwar869 4 ай бұрын
Ram Krishna ram Krishna 🙏💜🙏💙🙏💚🙏
@basantidas1486
@basantidas1486 5 ай бұрын
কৃষ্ণ বাপ আপোনাৰ পাঠ আৰু ব্যাখ্যা শুনি বহুত শান্তি পাও।
@sumitradeka3599
@sumitradeka3599 3 ай бұрын
জয় শ্ৰীকৃষ্ণ 🙏🙏🙏🙏🙏🙏 জয় শ্ৰীকৃৃষ্ণ 🙏🙏🙏🙏🙏🙏 জয় শ্ৰীকৃষ্ণ 🙏🙏🙏🙏🙏🙏 জয় শ্ৰীকৃষ্ণ 🙏🙏🙏🙏🙏🙏
@ritusaikia6980
@ritusaikia6980 3 ай бұрын
হৰি ৰাম হৰি ৰাম
@TarunKoch-w4q
@TarunKoch-w4q 3 ай бұрын
T❤jay guru shree shree Narayana. Bohut bohut dhainiyawad probhaw ❤❤❤❤❤❤
@BhaskarJyotiBorah-pb5id
@BhaskarJyotiBorah-pb5id 4 ай бұрын
কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!
@bhargavsaharia1957
@bhargavsaharia1957 3 ай бұрын
Krishna provu pronam ❤❤
@gapaldas451
@gapaldas451 3 ай бұрын
Dandabad Prabhu Krishna Krishna
@ProbalKhataniar
@ProbalKhataniar 4 ай бұрын
অতি মনস্তাত্বিক সুন্দৰ ব্যাখ্যা🙏🙏
@KhagenDas-cm1rf
@KhagenDas-cm1rf 3 ай бұрын
Krishna bap vl lage apunar baikhay
@tulikabarua2838
@tulikabarua2838 5 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু, সেৱা জনালো 🙏🙏🙏
@minakshideka1470
@minakshideka1470 3 ай бұрын
Krishna krishna ram ram
@KaliramBoro-cc8xz
@KaliramBoro-cc8xz 3 ай бұрын
Bhaktar Sagar pravu ji kayse khuddah pranam pravu
@anushkaborthakur8033
@anushkaborthakur8033 2 ай бұрын
Krishno krishno 🙏
@Soniya-j2e
@Soniya-j2e 3 ай бұрын
Krishna bap Ishor , khewa janalo🙏
@SumiBaishya-g6q
@SumiBaishya-g6q 2 ай бұрын
Krishna pronam probhu❤❤
@JitumoniKuli-pu7fz
@JitumoniKuli-pu7fz 2 ай бұрын
Krishna bap apunar bagobatpat huni bhal lagil Krishna Krishna
@LakhimiGohain
@LakhimiGohain 3 ай бұрын
Krishna Krishna Ram Ram 🙏🙏🙏🙏
@nitumedhi5956
@nitumedhi5956 Ай бұрын
krishna,prabhu bhal laagise suni
@DipKumer-ld5sx
@DipKumer-ld5sx Ай бұрын
ইমান সুন্দৰ ব্যাথা শুনি হেপাহ নপলাই হে ঈশ্বৰ স্বৰুপ বাপ জনা সেবা গ্রহণ করির কৃষ্ণ কৃষ্ণ কৃষ্ণ মাধব মাধব মাধব
@kumudchandradeka1234
@kumudchandradeka1234 4 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@puberundas8986
@puberundas8986 3 ай бұрын
ৰাম ৰাম 🙏🙏
@mileswarbhuyan7110
@mileswarbhuyan7110 4 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ জনাক প্ৰণাম জনাইছোঁ ঈশ্বৰে আপোনাক দিয়া ঘোৰ কৰক
@hariprasadbiswas803
@hariprasadbiswas803 Ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভুদেও। সত্য কথা ভগৱন্তই বহু ৰূপ দি জগতত পঠাইছে তেওঁলোকৰ ও মঙ্গল কামনা কৰিলো। মোৰ সেৱা নীবেদিলোঁ ভকতৰ সংগ লৈ জাতে জিবন নিৰ্বাহ কৰিব পাৰোঁ
@mahendradas6626
@mahendradas6626 5 ай бұрын
শত সহস্ৰ কোটি প্ৰণাম হে বৈকুণ্ঠৰ পৰম অমৃত ৰস পৰিবাহী এই বাপ প্ৰভু জনালৈ
@saraswatikalita7301
@saraswatikalita7301 5 ай бұрын
Bar sundar bakhya bap sawa janalu kripa karibo😊😊
@munmikachari6189
@munmikachari6189 4 ай бұрын
Krishna krishna provu hewa n8bedon korilu❤❤❤❤
@vibalikaborkakati8438
@vibalikaborkakati8438 4 ай бұрын
❤😊❤😊❤😊❤
@BontiGogoi-gm4wg
@BontiGogoi-gm4wg 5 ай бұрын
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@gopinathtalukdar6013
@gopinathtalukdar6013 4 ай бұрын
প্ৰভু অধমৰ আন্তৰিক সেৱা গ্ৰহণ কৰে জেন তাৰেই কামনাৰে প্ৰভু আপোনাৰ এই ভাগৱত পাঠৰ পৰা পোৱা পবিত্ৰ দেশ সেৱাৰ অন্ধক চক্ষু দান দিয়া বৃদ্ধ পিতৃ মাতৃৰৰ সুশ্ৰসাৰ বাবে দিয়া এই পৰম সম্পদৰ অতুলনীয় অৱদানৰ বাবে আন্তৰিক সেৱা জনালো আপোনাৰ এই পৰম সম্পদ বৃদ্ধ সকলক সুশ্ৰুসাৰ কৰাৰ দিয়া পবিত্ৰ সম্পদেৰ হাজাৰ হাজাৰ বৃদ্ধ পিতৃ মাতৃৰৰ বুকুত পৰম তৃপ্তি দিব বুলি ভাবো ভগৱানে আপোনাক দিৰ্ঘ জিবি কৰাৰ কামনাৰে 🙏
@BVlogs461
@BVlogs461 4 ай бұрын
কৄষ্ণ কৄষ্ণ কৄষ্ণ কৄষ্ণ কৄষ্ণ প্ৰভু কোটি কোটি প্ৰণাম জনালোঁ প্ৰভু সেয়া হে জনালোঁ ধন্যবাদ
@shibosaloi8549
@shibosaloi8549 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম ৰাম ৰাম ৰাম, দয়াৰ সাগৰ, কৃপাৰ সাগৰ, কৰুণাৰ সাগৰ, কলপতৰু , যোগেশ্বৰ সিদ্ধেশ্বৰ।প্রভূ অভাগিয়ে চৰণত প্রনিপাত জানালো।
@HiteshDas-g7q
@HiteshDas-g7q 2 ай бұрын
Radhe Krishna Radhe Krishna Radhe Krishna
@KritanjaliDevi-m7g
@KritanjaliDevi-m7g 5 ай бұрын
বৰ সুন্দৰ ব্যাখ্যা। বাপ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ।
@PritilekhaChoudhury
@PritilekhaChoudhury 4 ай бұрын
কৃষ্ণ
@NirmalNath-s2g
@NirmalNath-s2g 3 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ লাগিছে। কৃষ্ণ
@RenuBora-bc6lz
@RenuBora-bc6lz 5 ай бұрын
কৃষ্ণ প্ৰভু 🙏🙏❤🌺🌹🪔🪔
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 5 ай бұрын
কৃষ্ণ বাপ প্ৰভু আজিৰ ভাগৱত ব্যাখ্যাই আমি পৰীক্ষিত ৰূপী নৰদেহা জীৱ মুক্তিৰ পথ সঠিক সিদ্ধান্ত ডাঙি ধৰি বুজাই দিছে।কৃষ্ণ 🙏🙏🙏
@sunilkrdasdo2897
@sunilkrdasdo2897 4 ай бұрын
Krisna,krisna,
@barnalidas7784
@barnalidas7784 4 ай бұрын
Krishna Ram Krishna Ram Krishna Ram Krishna Ram
@mamonidas1659
@mamonidas1659 5 ай бұрын
Krishna Krishna Krishna Krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@NiberitaVlog071
@NiberitaVlog071 4 ай бұрын
কৃষ্ণ কৃষ্ণ
@sumisaikia8492
@sumisaikia8492 Ай бұрын
আত্মা তৃপ্ত হৈ গল প্ৰভু ঈশ্বৰ🙏 নেদেখা জনক বহুত বহুত প্ৰণাম জনালোঁ 🙏🙏🙏 এই পুণ্য প্ৰভু বাখ্যা শুনিব পোৱাৰ বাবে ❤️❤️
@AnantaGowala-b1i
@AnantaGowala-b1i 3 ай бұрын
Krishna Krishna krishna krishna krishna krishna krishna 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@joyprakashtamuli4627
@joyprakashtamuli4627 5 ай бұрын
তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায়,,,,, যি মতে সেৱাত ৰহিবো কৰুণা কৰিতে হৰি জুৱাই।।
@pallabikagohain5720
@pallabikagohain5720 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🙏🙏🙏🙏
@manashipathak1810
@manashipathak1810 4 ай бұрын
বা°হীটো নবজালে নহয় নে
@pallabikagohain5720
@pallabikagohain5720 4 ай бұрын
@@manashipathak1810 কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ
@BijoyPawandasBijoyPawandas
@BijoyPawandasBijoyPawandas 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🌻 জয় শ্ৰী কৃষ্ণ 🙏 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏 সেৱা নিবেদিছু সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অধমে আপোনাৰ শ্ৰী চৰনত 🙏 আপোনাৰ বহুমূলীয়া মহা ভাগৱত কথা শুনি ধন্য হলো 🙏 কৃপা কৰিব যাতে আমি অবিৰতভাৱে মহা ভাগৱত কথা শুনি হৃদয়ংগম কৰিব পাৰু। কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 জয় শ্ৰী কৃষ্ণ 🙏 জয় কৃষ্ণ শংকৰ মাধৱ দুজনা গুৰু 🙏🌾🌻🌺🌷🪷
@hirumaniofficial9637
@hirumaniofficial9637 Ай бұрын
Krishna krishna....
@tuluhazarika8515
@tuluhazarika8515 18 күн бұрын
Krishna Gurudev Apunar Saranath Pranam Janisu
@jayashreegohain883
@jayashreegohain883 3 ай бұрын
কৃষ্ণ🙏 কৃষ্ণ🙏 কৃষ্ণ🙏
@BAPUJIHS-u7z
@BAPUJIHS-u7z 3 ай бұрын
Krishna krishna krishna krishna ❤❤❤❤
@hemontaborah-mn2zf
@hemontaborah-mn2zf 6 күн бұрын
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম।
@paramaborah9964
@paramaborah9964 4 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 5 ай бұрын
কৃষ্ণ বাপ প্ৰভু আজি ইমান আবেগিক ব্যাখ্যা কৰিছে নিশ্বয় জীৱই নিজৰ সিদ্ধান্ত ধনাত্মক ৰূপত গ্ৰহন কৰিব।কৃষ্ণ ওঁ হৰি ওঁ ৰাম।কৃষ্ণ 🙏🙏🙏
@Kaustav_jyoti_Rabha
@Kaustav_jyoti_Rabha 4 ай бұрын
কৃষ্ণ বাপ সুন্দৰ বাস্তৱ কাহিনী আমিবোৰক জানিবলৈ সিদ্ধান্ত বিশ্লেষন কৰি কৈছে।বাপ কথাই মোৰ জীৱনৰ মোক মোৰ লৰাই কেচুৱাদৰে মোক লালন পালন কৰি হঠাৎ হাৰ্ট এতেক হৈ বৈকুণ্ঠগামী হৈছে।কৃষ্ণ বাপ দুৰৰ পৰাই শতকৌটি প্ৰনাম জনাইছো 🙏🙏🙏
@nabingogoi3999
@nabingogoi3999 4 ай бұрын
কৃষ্ণ বাপ ৷ আপোনাৰ চৰণত শতকোটি সেৱা ধৰিছো ৷🙏🙏🙏
@RAJANIKANTARABHA-t1c
@RAJANIKANTARABHA-t1c 4 ай бұрын
Krishna Krishna Krishna Krishna
@Tulikaartacademy912
@Tulikaartacademy912 4 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ চৰন কমলত আমাৰ ভক্তি ভৰা সেৱা নিবেদিছো। প্ৰভূ‌ আমাৰে সন্তানে আমাক অবহেলা‌ কৰে। আমি সৰুতে সিহঁতৰ বেমাৰ আজাৰত কত উজাগৰে। ডাঙৰ দীঘল কৰি এটি কাৰোবাৰ কৰি দিলো। থাকিবলৈ এটি ঘৰ সজাই দিলো।বিয়া‌ কৰাই দিলো। এতিয়া মোৰ বেমাৰ হ'ল ।মোক চিকিৎসা নকৰে ।মোতকৈ সহুৰ সাহু হে পিতৃ মাতৃ হ'ল। আমাৰ ফালে পিঠি দিলে। এই হৈছে আজি সঙসাৰৰ নিয়ম।
@rijumedhi3426
@rijumedhi3426 3 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏🙏
@JintuDutta-w8q
@JintuDutta-w8q 4 ай бұрын
Krishna Krishna Krishna 😊
How Much Tape To Stop A Lamborghini?
00:15
MrBeast
Рет қаралды 201 МЛН