KANAIRO KOMOLO MUKHO - Borgeet

  Рет қаралды 62,708

Riju moni Goswami

Riju moni Goswami

Күн бұрын

Пікірлер: 85
@PrabhatGogoi-o7b
@PrabhatGogoi-o7b 4 ай бұрын
সুললিত কণ্ঠ আৰু সুৰ আলোড়ন সৃষ্টি কাৰিণী কৃষ্ণ কৃষ্ণ.. আইগৰাকী
@rijumonigoswami691
@rijumonigoswami691 4 ай бұрын
অশেষ ধন্যবাদ 🙏
@addaboys2834
@addaboys2834 2 жыл бұрын
গুৰু দুজনাৰ এই সৃষ্টি সমূহ এনেকৈয়ে জীয়াই ৰাখিব । ভাল লাগিল শুনি...আগুৱাই যাওঁক🙏🙏🙏
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
অশেষ ধন্যবাদ 🙏
@l.p.production3223
@l.p.production3223 3 жыл бұрын
গুৰুজনাৰ অমৃত কথা আৰু সুৰৰ অনুপম সৰগীয় অনুভূতিৰে মন-প্ৰাণ ধুৱাই নিলে...! আপোনাৰ সুৱদি কন্ঠ আৰু গায়কীয়ে আলোড়িত কৰিলে হৃদয়...। অপূৰ্ব....মনোহৰা...!! গীতৰ -সুৰৰ অলংকাৰ স্বৰূপ আপোনাৰ মুগ্ধকৰ কণ্ঠৰ ৰাগী। সংগীতে সুৱগা চৰালে গীতৰ সুৰত...। ভাৰতীয় ৰাগ সংগীতলৈ অনুপম উপহাৰ আগবঢ়ালে আপুনি। আপোনাৰ কষ্ট-পৰিশ্ৰম সাৰ্থক হ'ল...। আপোনাৰ লগতে আপোনাৰ এই সুন্দৰ সফল কৰ্মত সহযোগ কৰা সকলো সহযোগী শিল্পী-কলা কুশলীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনাৰ পৰা আৰু বহু আশা কৰোঁ। আগুৱাই যাওক...জিলিকি থাকক আমাৰ সংগীত জগতত যুগমীয়াকৈ...অন্তৰেৰে কামনা কৰিছোঁ।💐💐💐
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
আন্তৰিক ধন্যবাদ জনাইছো আপোনাক 🙏
@AbdulMalik-zh3oi
@AbdulMalik-zh3oi 3 жыл бұрын
সুন্দৰকৈ বোৱাইছে বৰগীতটিৰ অমিয়া। বৰগীতেৰে আজি আৰম্ভ কৰিলো মোৰ দৈনন্দিন যাত্রা।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
ভাল লাগিল জানি , ধন্যবাদ জনালো , 🙏
@kanakeswargoswami3070
@kanakeswargoswami3070 3 жыл бұрын
ৰিজু ! প্ৰতিতো গানেই সুমধূৰ । বৰগীতটোও যঠেষ্ট সুন্দৰ হৈছে । সদৌ অসম দেৱদামোদৰ সংঘৰ তৰফৰ পৰা শুভচ্ছা ও ভবিষ্যতে আমাৰ লগত গুৰুজনাৰ সেৱাত ব্ৰতী হৈ কাম কৰি যোৱাৰ প্ৰয়াস কৰিবলৈ অনুৰোধ থাকিল । কনকেশ্বৰ গোস্বামী , প্ৰধান সম্পাদক , সদৌ অসম দেৱদামোদৰ সংঘ , গোঁসাইবাৰী , গৃহ নং ৩১ , বেলতলা , গুৱাহাটী-২৮ ।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
নিশ্চয়, অশেষ ধন্যবাদ জনাইছো 🙏
@swapnagoswami6985
@swapnagoswami6985 3 жыл бұрын
Gurujanar apurba srishti amrit soman surere nigara jen lagise. Dhanyabad Rijumoni.👏
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
বহুত ধন্যবাদ 💕
@rupmahanta8652
@rupmahanta8652 3 жыл бұрын
মহন্ত ছাৰ,,,, খোল বহুত ধুনীয়া বজাইছে 🙏
@ankitaankita5561
@ankitaankita5561 Жыл бұрын
বৰ সুন্দৰ হৈছে । আৰম্ভনিতে গুৰুজনাক স্মৰণ কৰা বাবে আৰু ভাল লাগিল । কিছুৱে গুৰুজনাক স্মৰণ নকৰাকৈ গায় বৰ বেয়া লগে ।
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ 🙏🙏
@pratibhadevi7875
@pratibhadevi7875 3 жыл бұрын
অতি সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠিছে বৰ গীতটিয়ে সচাকৈয়ে ।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ
@arupagomacharyya9471
@arupagomacharyya9471 3 жыл бұрын
সুন্দৰ অতি সুন্দৰ ভক্তিৰ অৰ্ঘপূৰ্ণ বৰগীতটিৰ কণ্ঠস্বৰ ,,
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ 🙏
@rupambhuyan5
@rupambhuyan5 Ай бұрын
সুন্দৰ কণ্ঠ। এবাৰেই শুনিচিলো ইমানেই ভাল লাগিল লগে লগে callertune দি দিলোঁ।
@rijumonigoswami691
@rijumonigoswami691 Ай бұрын
বহুত বহুত ধন্যবাদ 😊🙏
@rupambhuyan5
@rupambhuyan5 Ай бұрын
@@rijumonigoswami691 স্বাগতম বাইদেউ🙏
@dibyajyotibordoloi1868
@dibyajyotibordoloi1868 3 жыл бұрын
অতি সুন্দৰ বাইদেউ । বৰ ধুনীয়া লাগিল শুনি । আপোনাৰ কন্ঠ বৰ সুমধুৰ । খোলবাদ্য তথা সংগীত অতি উচ্চ মানৰ হৈছে
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ জনাইছো 🙏
@binodborah9542
@binodborah9542 4 ай бұрын
অতি সুন্দৰ , ভাল লাগিল ৷
@rijumonigoswami691
@rijumonigoswami691 4 ай бұрын
অশেষ ধন্যবাদ 🙏
@b.b.creationentertainment89
@b.b.creationentertainment89 3 жыл бұрын
বহু উচ্চমানৰ সংগীত সংযোজনাৰে এটি সুললিত কন্ঠৰ বৰগীত পৰিবেশন কৰিছে , শুনিলেই শুনি থাকিবলৈ মন গৈছে , মন ভৰি গ'ল ..... আপোনাৰ কন্ঠৰ বৰগীত প্ৰায়ে শুনো ।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ 🙏
@bhaniojahh5277
@bhaniojahh5277 3 жыл бұрын
শুনি বহুত ভাল লাগিল বাইদেউ
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
ধন্যবাদ 🙏
@khagenkonwar3719
@khagenkonwar3719 Жыл бұрын
Dhunia baidew 🙏
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ 🙏
@mukulchetia5609
@mukulchetia5609 3 жыл бұрын
সুন্দৰ কণ্ঠ ভাল লাগিল।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ আপোনাক 🙏
@rajanideka4339
@rajanideka4339 3 жыл бұрын
Really it's a very nice one of the songs of Borgeet.I have never heard before..ur sweet voice makes it so nice to listening the song.
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you so much 🙏
@subodhigogoi1160
@subodhigogoi1160 2 жыл бұрын
কৃষ্ণ প্ৰভুৱে কৃপা কৃৰক🙏🙏
@assamcultureltune8443
@assamcultureltune8443 Жыл бұрын
সুন্দৰ লাগিল🥰🔔👍
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ 🙏
@JitumoniGohain
@JitumoniGohain 8 ай бұрын
Bor valo lagil baa❤❤❤❤
@binodsaikia7556
@binodsaikia7556 Жыл бұрын
সুন্দৰ পৰিবেশন বাইদেউ
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ 🙏
@Majonifamilyvlog
@Majonifamilyvlog 11 ай бұрын
Favourite borgeet forever❤
@rijumonigoswami691
@rijumonigoswami691 11 ай бұрын
Thank you 🙏
@arunjyotisaikia7953
@arunjyotisaikia7953 2 жыл бұрын
Krishna 🙏🙏🙏
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
🙏🙏
@jnanendramahanta5603
@jnanendramahanta5603 2 жыл бұрын
Oti xundar.
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
অশেষ ধন্যবাদ জনালোঁ 🙏
@Majonifamilyvlog
@Majonifamilyvlog 11 ай бұрын
Kanai ro❤
@rijumonigoswami691
@rijumonigoswami691 11 ай бұрын
🙏🙏
@NomitaMili-fi5xn
@NomitaMili-fi5xn 4 ай бұрын
Kanayo komlo muk 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rijumonigoswami691
@rijumonigoswami691 4 ай бұрын
🙏🏻🙏🏻
@deepakgogoiofficial7542
@deepakgogoiofficial7542 3 жыл бұрын
বৰ ভাল লাগিল
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ
@RimlimBhuyan
@RimlimBhuyan 2 жыл бұрын
আপোনাৰ কণ্ঠৰ সকলো বৰগীত কেইটায়ে মোক কিমান আনন্দ দিয়ে, সেইয়া হয়টো মই ভাষাৰে বুজাব নোৱাৰিম । ৰাগৰ পৰা তাল , ইমান সুন্দৰকৈ composition কৰিছে। আপোনাৰ যদি অনুমতি দিয়ে, মই এই বৰগীতত সত্ৰীয়াৰ এটা পৰিবেশন কৰিব খুজিম। আপোনাৰ কণ্ঠ আৰু এই track ৰ লগত জৰিত সকলোকে সম্পূৰ্ণ credit দিয়া হব বুলি মই প্ৰতিশ্ৰুতি দিলোঁ ।
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
ভাল পোৱা বুলি জানি সুখী হ'লো, নিশ্চয় কৰিব পাৰিব, প্ৰচাৰ আৰু প্ৰসাৰ হ'লে আৰু নতুন প্ৰজন্মই আকোৱালি ল'লে মই আনন্দিত হ'ম , ধন্যবাদ জনাইছো
@ratneswarsarma3264
@ratneswarsarma3264 3 жыл бұрын
Bor bhal lagil Baideu🙏🏼
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ 🙏
@gitaranigogoi4167
@gitaranigogoi4167 3 жыл бұрын
Excellent
@bijumonichetia5024
@bijumonichetia5024 3 жыл бұрын
Bohut hundor
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you
@munmibora5183
@munmibora5183 3 жыл бұрын
বাইদেউ শাৰংগ পাণি বৰগীত টি এবাৰ গাই দিবছোন
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
নিশ্চয় চেষ্টা কৰিম, ধন্যবাদ
@shivaamkalakendra4197
@shivaamkalakendra4197 Жыл бұрын
very nice
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
Thank you 🙏
@anilchoudhury6965
@anilchoudhury6965 2 жыл бұрын
Bargeetborar kanthai aponak Amar Kari rakhiba
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
অশেষ ধন্যবাদ 🙏🙏
@manoharbharali8878
@manoharbharali8878 2 жыл бұрын
Beru.sweet.bargeet..i.gbecomeleaser.good.
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
🙏
@bijumonichetia5024
@bijumonichetia5024 3 жыл бұрын
Hundor
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
ধন্যবাদ
@Parthapartha-cj7iv
@Parthapartha-cj7iv 9 ай бұрын
nice
@rijumonigoswami691
@rijumonigoswami691 9 ай бұрын
Thank you 🙏
@hiranmaysarkar861
@hiranmaysarkar861 3 жыл бұрын
Very Nice
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you
@rupmahanta8652
@rupmahanta8652 3 жыл бұрын
ৰাগ আৰু তাল কি হয় উল্লেখ কৰিলে আৰু ভাল লাগিব বাইদেউ
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
হয় , কৰা হোৱা নাই , নিশ্চয় কৰিম , ধন্যবাদ জনাইছো আপোনাক 🙏
@ajantasarmah7019
@ajantasarmah7019 Жыл бұрын
Raag taal ki hobo baru
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
ৰাগ ধনশ্ৰী , তাল একতাল
@ajantasarmah7019
@ajantasarmah7019 Жыл бұрын
@@rijumonigoswami691 ধন্যবাদ বাইদেউ
@JurimoniHazarika-p3i
@JurimoniHazarika-p3i 20 күн бұрын
Rag likhible napahribsun
@rijumonigoswami691
@rijumonigoswami691 20 күн бұрын
ৰাগ আৰু তাল Description section ত দিয়া আছে 😊
@malabikasarma8230
@malabikasarma8230 3 жыл бұрын
Excellent
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you
UTHO RE UTHO BAPU - Borgeet
10:04
Riju moni Goswami
Рет қаралды 529 М.
Kanairo Komolo Mukho || Nrityabhinaya || Rimlim Bhuyan
7:53
Rimlim Bhuyan
Рет қаралды 37 М.
How many people are in the changing room? #devil #lilith #funny #shorts
00:39
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 665 М.
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 13 МЛН
RE RE BIRINDABONO - Borgeet
8:33
Riju moni Goswami
Рет қаралды 23 М.
SARANGAPANI - Borgeet  , by - Riju moni Goswami
7:48
Riju moni Goswami
Рет қаралды 5 М.
RE XOYI GOPALO - Borgeet
6:36
Riju moni Goswami
Рет қаралды 46 М.
Udhaba Bondhu - Borgeet
7:10
Riju moni Goswami
Рет қаралды 30 М.
KAALA KANU - Borgeet
7:07
Riju moni Goswami
Рет қаралды 25 М.
Re Mono Xevahu - Borgeet
7:20
Riju moni Goswami
Рет қаралды 14 М.
How many people are in the changing room? #devil #lilith #funny #shorts
00:39