Рет қаралды 100
Kangkané Kangkané si:sang mimbír kí:dísok mo:sang agé génamodé ...........
কিমান গাম্ভীৰ্য হ'লে এইগীতবোৰ লিখিব পাৰে । হৃদয় চুই যোৱা অই - নিঃতম । বৰ্তমান মাজে মাজে এইগীতটি সাংস্কৃতিক সন্ধীয়াৰ বিভিন্ন অনুষ্ঠানবোৰত Dev Taid Voice ( দেব টাইদ )ৰ কন্ঠৰ পৰা শুনিবলৈ পাও , তেতিয়া খুব ভাল লাগে ।
#প্ৰথম পূৰ্ণাংগ মিচিং বোলছবি পানৈ - জংকি । পৰিচালক - দিলিপ দলে আৰু নাৰায়ণ শীল । ২০০১ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত বিচাৰকৰ বিশেষ বঁটা পানৈ জংকিয়ে পাবলৈ সক্ষম হৈছিল । আৰম্ভণিৰ পৰা শেষলৈকে চাবচোন , নদীৰ পাৰৰ জংকি - পানৈৰ প্ৰেম গাথা দেখিবলৈ পাব । অভিনেতা কুলধৰ পেগুৰ অভিনয় চাই আমোদ পাব আপোনি ।
Star - Kuladhar Pegu & Tora Doley
#Singer - Kanaklata Doley & Dipak chungkrang
Associate producer - Sayed mukabbir Rahman
#পুৰনি গীতবোৰ পাবৰ বাবে Follow কৰিব !
#Share কৰিবলৈ নাপাহৰিব ।
#mising #dilipdoley #oldsongs #misingfilm #panoijongki #oldisgold #old #mising #videos #oldmisingfilm #ShareThisPost #follow #follower #likeforlikes #like #song #lyrics #lyricsvideo #oldmisingsong #awards