Kar Agomon | Shankuraj Konwar | Pankaj Saikia | Rintu Saikia Shyamal Bhuyan (Official Video)

  Рет қаралды 1,636,613

Lotus World Creation

Lotus World Creation

Күн бұрын

Пікірлер: 1 400
@lotusworldcreation
@lotusworldcreation 10 ай бұрын
My sincere thanks to our viewers and subscribers for love and blessings. Specially those who shared and gave comment and advice for future improvements. However, there are some spelling mistakes left in Assamese lyrical part inadvertently, for which I am extremely sorry . Hope you will excuse as . In behalf of Lotus World Creation, I request you please like, comment and share our song. Also subscribe our channel. Pankaj Saikia
@Rahuldas-dn1jn
@Rahuldas-dn1jn 9 ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤😢
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you 😊
@kaushalkulkarni3720
@kaushalkulkarni3720 8 ай бұрын
Bro can you please write down all the lyrics in Assamese language? Although I don't understand this language, KZbin has launched a new option 'translate in English' by tapping on which we can translate comments which are written in any script or language directly to English. This will help me understand the meaning of this beautifully sounding song.
@lotusworldcreation
@lotusworldcreation 8 ай бұрын
কাৰ আগমন কাৰ আগমন, নিঃশব্দ গোপন। সপোনত ভুমুকি মাৰি, সোধে মোক । তুমি কোন, তুমি কোন। তুমি আছা ক'ত, নিলগত নে, কাষত । দিবানে হৃদয় খুলি!! জানো সোন জানো সোন। টোপা টোপে সৰিছে মূকুতা বৰষুণ, শুনিছানে সুৰ তুমি জোন তুমি জোন । নাযাবা আঁতৰি ৰাতি দোভাগ থাকাচোন কাষতে থাকা। আছে পাতিবলে বহুতো কথা জনাবানে এবাৰ মোক তুমি কোন ! কাৰ আগমন, নিঃশব্দ গোপন। সপোনত ভুমুকি মাৰি, সোধে মোক । তুমি কোন, তুমি কোন। জনাবানে তুমি কোন !
@kaushalkulkarni3720
@kaushalkulkarni3720 8 ай бұрын
​@@lotusworldcreation thanks a lot bro 🙏🏻🙏🏻
@Zeeshan-tz1dk
@Zeeshan-tz1dk 9 ай бұрын
ঠিকনা নজনা কাৰোবাক কাষত যেন অনুভৱ কৰিছো , প্ৰিয়তমাই নিলগৰ পৰা বেলি ৰেঙুণি সময়চোৱা লৈ অপেক্ষা কৰিব কৈ আছে যেন ❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@babul_assam2624
@babul_assam2624 9 ай бұрын
গভীৰ নিশা, একান্ত মনে একাত্ম হৈ শুনিলে ভাগৰ নেলাগে। সুৰ, মিউজিক , কথা সকলো খুব ধুনীয়া।
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@bibratanupalmoran9710
@bibratanupalmoran9710 10 ай бұрын
কাৰ আগমন নিঃশব্দ গোপন। সপোনত ভুমুকি মাৰি। সুধে মোক তুমি কোন তুমি কোন....❤️ এনেকৈয়ে এদিন ফাগুনৰ নৰা গছকি মোৰ জীৱনলৈ কাৰোবাৰ আগমন হৈছিল। তাইৰ প্ৰেমৰ হতভম্বত মই নিজক হেৰুৱাইছিলো। এদিন তাই মোৰ পৰা আঁতৰি গল মই ধুকি নোপোৱাকৈ । হয়টো কৰবা অসীমলে .... আজি এই গানটোৱে আকৌ এবাৰ সেই দিন উভতাই আনিছে।
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you 😊
@ruhitraag3935
@ruhitraag3935 8 ай бұрын
Beya lage ooo
@BiplobGogoi-yf4sp
@BiplobGogoi-yf4sp 7 ай бұрын
একেই অনুভব মোৰো বাকী নকলেও হব
@dipankargohain1994
@dipankargohain1994 9 ай бұрын
আচৰিত লাগে কেতিয়াবা এইবোৰ গানে যেন লৈ যাব পাৰে সেই শতিকালৈ যত আছিল গানবোৰৰ একো একোটা অৰ্থ যাৰ আছিল নিজস্ব একোটা ৰূপ হেৰাই যাব ধৰা শব্দ আৰু সুৰবোৰ ঘূৰাই অনাৰ বাবে ধন্যবাদ জনাইছোঁ গীতিকাৰ গৰাকীক💓
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you so much
@tridibdutta596
@tridibdutta596 8 ай бұрын
Really wonder.This is the best of the best.Lyrics my God.speechless
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
@@tridibdutta596 thank you 😊
@Dennis-mh9jr
@Dennis-mh9jr Ай бұрын
সঁচাকৈ সুৰ আৰু শব্দ‌ই লৈ গৈছে এখন অজান দেশলৈ.....য'ত থাকিব কেৱল এনে গীতৰ সুৰ ....প্ৰেমৰ ফল্গুধাৰা........👍👌👌
@bidyutkumar7101
@bidyutkumar7101 2 ай бұрын
Amar axomiya manuh bur akdm fokotiya... Aibur gaan val npai sage aikarone like nai.... Reels bnuwa gaan t kimn like pai jai jot gaan'r aku meaning nai.... Special thnks to Shankuraj for giving such a wonderful lyrics...
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
❤Thank you
@JiturajRabha-pq5zr
@JiturajRabha-pq5zr 21 күн бұрын
Bandar kya jaane adrak ki shuruaat
@godzilla32957
@godzilla32957 17 күн бұрын
​apuni bohu xhundar lyrics likhe. Agolio jen anekua xhundar gaan likhi jaai💓@@pankajsaikia6215
@mycinema-n2y
@mycinema-n2y 3 күн бұрын
by the way voice Shankuraj but lyrics Pankaj
@hmed345
@hmed345 8 ай бұрын
নাজাবা আতৰি ৰাতি দোভাগ থাকাচোন কাষতে থাকা.. আছে পাতিবলে বহুতো কথা.. জনাবানে এবাৰ মোক তুমি কোন... ..these lines💝💝
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
Thank you ❤
@EduScienceSchooly
@EduScienceSchooly 5 ай бұрын
Really.... These lines are....... 💚💚💚
@UncommonYTuber
@UncommonYTuber 10 ай бұрын
প্ৰেমত আকৌ এবাৰ পৰিব মন নাই কিন্তু দাদাই আকৌ প্ৰেমত পৰিবলৈ বাধ্য কৰিছে। ❤ ইমান ধুনীয়া গান কিয় গাই বাৰু! 🌝
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you
@rashmirekhabhuyan2394
@rashmirekhabhuyan2394 8 ай бұрын
❤❤❤
@BiplobGogoi-yf4sp
@BiplobGogoi-yf4sp 6 ай бұрын
প্ৰেম!!!! জীৱনৰ উপভোগ কৰিবলৈ বহুত আছে কিন্তু এই প্ৰেম বিষয় টো বাছি নলবা
@dipukonwar9083
@dipukonwar9083 18 күн бұрын
❤❤❤
@bishnudas8684
@bishnudas8684 4 күн бұрын
Soch mat🌟 💪 kar de🌟 💪 pyaar karega toh dil khud hi bolega✨✨
@nabanitachakravorty8525
@nabanitachakravorty8525 8 ай бұрын
মৰুভূমিত এজাক বৰষুণে সকলো জীপাল কৰি যোৱাৰ দৰেই জীৱনত সকলো শেষ হৈ যোৱাৰ পাছতো আমাৰ জীৱনলৈ এজাক সপোন লৈ আহে প্ৰিয়জনে ...যাক আমি প্ৰতি খোজত হেৰুৱাই দিয়া ভয় কৰো তেওঁলোকৰ বাবেই গীতটি...সাহস হৈ থাকক আপোন মানুহবোৰ💚💚💚
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
Thank you ❤
@BiplobGogoi-yf4sp
@BiplobGogoi-yf4sp 6 ай бұрын
আৰু যেতিয়া হেই বিশেষ জনে আপোনাক মাজ বাটত এৰি যায় তেতিয়া
@nabanitachakravorty8525
@nabanitachakravorty8525 6 ай бұрын
@@BiplobGogoi-yf4sp ভুল মানুহৰ লগত প্ৰেম হ'লে তেনেকুৱা হয় ....ভালপোৱা দুয়োপক্ষৰ পৰা সমান হ'ব লাগে
@BiplobGogoi-yf4sp
@BiplobGogoi-yf4sp 6 ай бұрын
@@nabanitachakravorty8525 কিন্তু প্ৰেম টো কৰা নাযায় হৈ যায় হেইয়া ভুল মানুহ হওঁক ... যেতিয়া আপোন জনৰ ওচৰত নিজক প্ৰমাণ কৰিব লগা হয় তাতোকৈ ডাঙৰ দুখ একো নাই
@putin7765
@putin7765 10 ай бұрын
College days nostalgias, late night studies, Engineering, Friends, love life, breakup, unemployment, life struggle .........all feelings combined in a single song ...so much love to Sanku da and team❤❤🥲
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you 😊
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
Thanks❤️
@akhtarhussaintalukdar3868
@akhtarhussaintalukdar3868 8 ай бұрын
এই গীতটিৰ কথা, সুৰ, কন্ঠ কিমান বেছি মোৰ হৃদয়ত আঁচোৰ মাৰি গৈছে মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম; মাথোঁ বাৰে বাৰে গীতটি নীৰৱে অকলে উপভোগ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকুৰাজ কোঁৱৰ ককাইলৈ এনেকুৱা গীত উপহাৰ দিয়াৰ বাবে।❤❤💚👍🙏
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you 😊
@parthaprotimbora2881
@parthaprotimbora2881 10 ай бұрын
Shankuraj + Pankaj Saikia + Rintu Saikia.....a deadly combination in the assamese music industry.....এনেকুৱা গানৰ নিচাত পৰিলে এৰি অহা কঠিন ....এনেকুৱা ভাল ভাল গান পোৱাৰ অপেক্ষাৰে....❤❤❤
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you so much ❤
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
Thank you so much ❤
@BudheswarSonowal-u2q
@BudheswarSonowal-u2q 9 ай бұрын
​@@rintusaikiamusicalQQhh
@prashantshrestha-lq1fv
@prashantshrestha-lq1fv 3 ай бұрын
Speechless songs 😍 no words to define m greatest fan of sankhuraj
@munu4749
@munu4749 10 ай бұрын
শব্দ,সুৰ আৰু কণ্ঠই মোক কন্দুৱাই দিছে😞 কিমানবাৰ যে শুনিলোঁ হিচাপ নাই
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you
@Bháskar_barman605
@Bháskar_barman605 7 ай бұрын
তুমি কোন তুমি মোৰ সেই উধগামী সুৰুজৰ কিৰণ ।। তুমি কোন তুমি মোৰ এন্ধাৰ ৰাতিৰ জোনাকী পোহৰ ।। তুমি কোন তুমি মোৰ সুকান মৰুভূমিৰ এতি জলস্ৰোত ।।
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
❤❤❤ Thank you
@Bháskar_barman605
@Bháskar_barman605 5 ай бұрын
Welcome ❤
@horengogoi5477
@horengogoi5477 10 ай бұрын
কিযে অপৰূপ শব্দ গাঠনি ,কথা সূৰ সংগীত অপূৰ্ব।
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
ধন্যবাদ ❤
@arunkumardas1820
@arunkumardas1820 7 ай бұрын
কিমান বাৰ শুনিলো হিচাপ কৰা নাই.......... তথাপিও মনতো ভৰি অহা নাই। শুনিয়ে থাকিবৰ মন।
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
Thank you so much ❤
@NOGArtDrawing
@NOGArtDrawing 27 күн бұрын
Hoy reee sala kiman je xunilu teu mon vora nai😅
@queenpori2053
@queenpori2053 10 ай бұрын
উফ ❤ইমান‌ সুৱলা একান্ত মনে শুনিলে হিয়া বিষায়। ❤❤বাকি এতিয়া কাৰ আগমণ শব্দটি শুনিলে ফাগুনলৈ সুৱৰাম। ❤
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you 😊
@krishnasaikia7667
@krishnasaikia7667 10 ай бұрын
কথা, সুৰ, সঙ্গীত সকলো সুন্দৰ হৈছে। শংকুৰাজৰ কন্ঠটো কবই নালাগে
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ thank you
@mrbairagi3666
@mrbairagi3666 10 ай бұрын
Dear listeners ❤ you have great taste in music 🙌
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@ujjwalbarman733
@ujjwalbarman733 8 ай бұрын
Thanks a lot
@simanta.Talukder1233
@simanta.Talukder1233 10 ай бұрын
বহুত ভাল লাগিল গানটো শুনি। গান টো শুনি থাকোঁতে কিছু সময়ত মই আবেগিক হৈ পৰিছিলো। এনেকুৱা লাগিছিল যে প্ৰেমৰ এজাক মধুৰ বতাহে মোৰ মন চুই গৈছিল । শংকুৰাজ দা তোমাক অশেষ ধন্যবাদ যে ইমান ধুনীয়া এটি গীত ৰাইজৰ বাবে আকবৰাই দিয়াৰ বাবে। আশা কৰোঁ অনাগত দিনটো এনেকুৱা ধুনীয়া ধুনীয়া গান বনাই যোৱা । শেষত তোমালৈ মোৰ হিয়া ভৰা মৰম আৰু গানটোৰ বাবে অলেখ শুভ কামনা জ্ঞাপন কৰিলো।❤❤
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@krishnakantakuli116
@krishnakantakuli116 10 ай бұрын
নাযাবা আঁতৰি ৰাতি দুবাক থকাচোন কাকতে থাকা আছে পাতিবলে বহুটো কথা জনাবনে এবাৰ মোক তুমি কোন? ❤️
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you 😊
@dhanamonisonowal6133
@dhanamonisonowal6133 5 күн бұрын
মনৰ মাজত এনে এক অনুভতিৰ সন্সাৰ কৰে বুজাব নোৱাৰো। বিৰহী মনে হাহাকাৰ কৰি তুলে। মন ভৰি যায়❤
@ABHINAB13
@ABHINAB13 10 ай бұрын
"নাজাবা আঁতৰি ৰাতি দোভাগ থাকাচোন কাষতে থাকা। আছে পাতিবলে বহুতো কথা" Ki dhunia line likise Pankaj! Best wishes thakile soborle...bohut hundor geet ti!
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you so much 😊
@ankurgoswami6279
@ankurgoswami6279 8 ай бұрын
কি কম....ইমান ধুনীয়া লাগিল শব্দবোৰ..প্ৰতিটো সুৰৰ মাজত নিজক যেন বিলীন কৰি দিম.....কিছু মূহুৰ্তৰ বাবে নিজক এৰি দিলো অতীতৰ মাজলৈ...এই অনুভৱখিনিক শ্ব্দৰে প্ৰকাশ কৰাটো এটিয়া কঠিন হৈ পৰিছে.... শব্দ আৰু সুৰৰ সৈতে কি যে খেলা শংকুদা.........❤️❤️❤️❤️❤️❤️
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you 😊
@randeepsaikia2554
@randeepsaikia2554 5 ай бұрын
অতি সুন্দৰ গীত❤❤। সদায়ে শুনো। পংকজ দাই বৰ সুন্দৰ গীত লিখিছে❤
@hannajorhat
@hannajorhat 10 ай бұрын
সুৰ, কথা , কণ্ঠ, সঙ্গীত সকলো সুন্দৰ হৈছে । শুভেচ্ছা থাকিল।
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
ধন্যবাদ 🙏
@tribenineog9709
@tribenineog9709 9 ай бұрын
এনেকুৱা গানৰ অপেক্ষাত থাকো❤❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@axomultron5252
@axomultron5252 9 ай бұрын
Soku mudi feel kora....ktya ganor mjot bilin hoi jaba gomokei npba 😴❤️❤️❤️❤️...sooo beautiful song ❤️❤️❤️
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you
@himangshudeka1738
@himangshudeka1738 10 ай бұрын
"নাজাবা আঁতৰি ৰাতি দোভাগ , থাকাচোন কাষতে থাকা। আছে পাতিবলে বহুতো কথা জনাবানে এবাৰ মোক তুমি কোন। কাৰ আগমণ, নিঃশব্দ গোপন। "❤❤ These line really touch my heart ❤❤. And obviously always fan of Shankuraj da specially for his heavy voice. And pankaj da's lyrics just 🔥 🔥 and all the team music , composer etc are really doing very very good job . Keep growing all ❤❤❤❤❤
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@sanjibsaikia7563
@sanjibsaikia7563 8 ай бұрын
হৃদয়ৰ এচুকত সোমাই থকা নিৰ্মল শব্দবোৰ…❤ Peace
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
Thank you 😊
@rituraj1135N
@rituraj1135N 6 ай бұрын
কি সুন্দৰ আৰু মধুৰ গীত...... এই গীতটিৰ পোৰা team tur লৈ শুভেচ্ছা আৰু অভিনন্দন....শংকু দা যাদু......❣️✨🎶
@pankajsaikia6215
@pankajsaikia6215 6 ай бұрын
❤ Thank you
@AjnasP-kv7fk
@AjnasP-kv7fk 2 ай бұрын
কি সুন্দৰ শব্দ গাঠনি ।। উফ্ অপৰূপ কি সুন্দৰকৈ কথা সুৰ ।।। ৰাতিপোৱাৰ পৰাঢ 1000 বাৰ মান হুনিলোঁ আমনি নালাগে দেখুন।।।❤❤❤❤ love from Benglore আগলৈ আৰু এনেকুৱা গানৰ আশা ৰাখিলো।।।
@pankajsaikia6215
@pankajsaikia6215 2 ай бұрын
Thank you ❤
@farhanahmed7673
@farhanahmed7673 5 ай бұрын
কিছুমান গান সম্পদ ।তাৰ ভিতৰত এই গান তো যোগ হল। চিৰকাল এটি সজীৱ গীত দিয়াৰ বাবে এই গীত তোৰ লগত প্ৰত্যুক জন ব্যক্তিক আন্তৰিক ধন্যবাদ।❤❤❤❤❤❤❤❤❤❤❤
@pankajsaikia6215
@pankajsaikia6215 5 ай бұрын
Thank you ☺️
@fatima_001
@fatima_001 Ай бұрын
Imaaaannn dhuniyaaaaa 😭
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you ❤
@jyotishmandeka3898
@jyotishmandeka3898 6 ай бұрын
Release huar porai xuni asu ... Kin2 aji coment likhisu ... Gan tur kunu udaharan nai .. rain + headphone + dark room + alone + feelings = ki Kom aru vakha naii
@pankajsaikia6215
@pankajsaikia6215 6 ай бұрын
❤ Thank you so much
@MinuBaruah-v6h
@MinuBaruah-v6h 8 ай бұрын
Ai gaan tua muk Ananda disa 👍😌❤
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you
@tapansarmahazarika497
@tapansarmahazarika497 10 ай бұрын
বহুত ভাল হৈছে। আৰু আশা কৰিলো।👌
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@AbinashJyotiGoutom
@AbinashJyotiGoutom Ай бұрын
কি কন্ঠ , কি সুৰ 💗। সুন্দৰ হৈছে দাদা 🙂
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you ❤
@dmaitreyee
@dmaitreyee 10 ай бұрын
Excellent team work!! Pankaj da’s lyrics and Shankuraj’s voice - what a gift to Assamese music! 🙏🙏
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@EduScienceSchooly
@EduScienceSchooly 5 ай бұрын
Awesome lyrics, awesome song, beautiful composing.... Really heart touching. কিবা এক প্ৰশান্তি.....
@pankajsaikia6215
@pankajsaikia6215 5 ай бұрын
❤ Thank you so much
@MonikaBorgohain-uv7zx
@MonikaBorgohain-uv7zx 9 ай бұрын
সঁচাই আমনি অলপো নালাগে,huniye থাকিবৰ মন ❤❤বহুত ধুনীয়া গীত ❤😊
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@parthaprotimhazarika7203
@parthaprotimhazarika7203 2 ай бұрын
ভাষা নাই । ইমানেই ধুনীয়া লাগিছে
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you ❤
@mistideka634
@mistideka634 9 ай бұрын
Xakolo xobdor khela😢...bastob jibont morom vlpoa sob aibor dhuli... jibor ketiya amar hator muthir pora xoroki jai ami gomke napao💔
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you so much
@tridibdutta596
@tridibdutta596 8 ай бұрын
ভাল লিখিছে। খুব সাৱলীল প্ৰকাশভংগী। আগুৱাই যাওক।
@mistideka634
@mistideka634 8 ай бұрын
@@tridibdutta596 🙂
@mistideka634
@mistideka634 8 ай бұрын
@@pankajsaikia6215 😇
@nabajitkumar3286
@nabajitkumar3286 7 ай бұрын
Hator muthir pora xoroki joa mrm vl poa bore khodai kasto di konduai gusi jai 🙂
@Gautizone
@Gautizone 8 ай бұрын
Lyrics and vocal uufffff❤❤
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you 😊
@Sukanya24680
@Sukanya24680 8 ай бұрын
কি কন্ঠ,কি সুৰ ।অতি সুন্দৰ
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you
@pagl976
@pagl976 Ай бұрын
হেৰুৱাই ও যে আকৌ এবাৰ সন্ধান পাইছো কাৰোবাৰ ❤ অনুভৱ কৰাই দিছে ‌দাদা ❤
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
😊Thank you
@DineshGogoi-e3l
@DineshGogoi-e3l 10 ай бұрын
Oti xundar. Digital character use tu khub bhal hoise. Gsn tu u khub bhal hoise
@lotusworldcreation
@lotusworldcreation 10 ай бұрын
Thanks a lot 😊
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you
@alokborgohain9546
@alokborgohain9546 9 ай бұрын
Mind blowing ❤❤❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
@@alokborgohain9546 Thank you 😊
@debasishborah9216
@debasishborah9216 9 ай бұрын
Ufff ki anuvob!❤ Such a masterpiece 😍
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@baishnabeedevi8695
@baishnabeedevi8695 9 ай бұрын
উফ কি কম , ইমান সুন্দৰ , ❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you 😊
@upashanakalita7675
@upashanakalita7675 8 ай бұрын
sanku daa ru pankaj daa bhut bsi dhanyobad ankua ata gaan upohar diyar babe..Dintut kimn bar xuna hoi ketiyaba hisap a nthke..xokolu xomoi ot vl lge ketiyaba hukh t ru ketiyaba bhut bsi dukhot...Uff Bujabo nuwaru kimn bsi vl pau gaan bur gaan or xobdo bur..Duyujonk abr log puwar hepah ase njnu pam ne nii jar hatot ru konthot emn jadu ase❤❤❤
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you so much. Surely we will 😊
@udiptasaikia8445
@udiptasaikia8445 9 ай бұрын
Ufffff... I want to fall in love deeply, madly, passionately after listening to this song.Kudos to the entire team for such a masterpiece.
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@pankajcreation893
@pankajcreation893 10 ай бұрын
অতি সুন্দৰ ❤🎉 সুভেচছা জনালোঁ
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ thank you
@DhritiKalita2001
@DhritiKalita2001 6 ай бұрын
Xunile xuni thakibo mon juwa eti gaan❤❤
@pankajsaikia6215
@pankajsaikia6215 6 ай бұрын
Thank you so much ❤
@dhritimayuriborah9888
@dhritimayuriborah9888 Ай бұрын
বৰ সুন্দৰ ❤❤❤ শব্দৰ অভাৱ হৈছে প্ৰকাশ কৰিবলৈ মোৰ ❤❤❤
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you 😊
@PremaTamuli
@PremaTamuli 10 ай бұрын
কথা সুৰ সংগীত বহুত সুন্দৰ হৈছে ❤❤❤ আমি অপেক্ষাত আছো আৰু এনে গীতৰ 😍😍
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ thank you
@PremaTamuli
@PremaTamuli 10 ай бұрын
Background vocals বহুত সুন্দৰ হৈছে ❤❤​@@pankajsaikia6215
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
ধন্যবাদ 🙏
@platinum2249
@platinum2249 8 ай бұрын
Antoro pora sui goise gaan2r proti 2 xobdoi ....❤ Bujaboloi vaxa nai 😭❣️✨
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
Thank you ❤
@Shyamontika-z8d
@Shyamontika-z8d 8 ай бұрын
তুমি কোন!!❤🌷
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
Thank you ❤
@dipankardeka9531
@dipankardeka9531 5 ай бұрын
শব্দ- কণ্ঠ - লিখনি একেবাৰে মিলি গৈছে ❤
@pankajsaikia6215
@pankajsaikia6215 5 ай бұрын
Thank you ❤
@Faithfull20m
@Faithfull20m 6 ай бұрын
কি কম আৰু মনতো সন্তুষ্টি কৰিছে গানটি❤
@pankajsaikia6215
@pankajsaikia6215 6 ай бұрын
Thank you 😊
@kakaleekrishna5981
@kakaleekrishna5981 6 ай бұрын
শব্দ , সুৰ , কণ্ঠই প্ৰাণ পাই উঠিছে । ইমান ধুনীয়া , শুনি থাকিব মন যায় । মনপৰশা ❤ ইমান অনুভৱী কথাবোৰ । অনুভৱবোৰেও প্ৰাণ পাই উঠিছে। হেঁপাহ পলুৱাই শুনিছো
@pankajsaikia6215
@pankajsaikia6215 6 ай бұрын
Thank you so much ❤😊
@__w4r.m4chin3__
@__w4r.m4chin3__ 10 ай бұрын
0:09 ai tune tu parthona jen lgil❤... Btw gan tu bohut vl lgil❤ you never disappoints us❤❤Shanku da alwz 🔥❤
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@__w4r.m4chin3__
@__w4r.m4chin3__ 10 ай бұрын
​@@pankajsaikia6215 keep going ❤
@sabinayesmin2562
@sabinayesmin2562 5 ай бұрын
বাৰে বাৰে শুনি থাকোঁ, আমনি নাপাওঁ....! কিহৰ যাদু, শব্দৰ, সুৰৰ নে কণ্ঠৰ বুজি নাপাওঁ...❤😊
@pankajsaikia6215
@pankajsaikia6215 5 ай бұрын
😊 Thank you so much ❤
@rahulsaikia6994
@rahulsaikia6994 9 ай бұрын
অনুভৱ বোৰ 🌺❤️
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@Prijastt
@Prijastt 9 ай бұрын
উফ্... শব্দৰ সমাহাৰ Really A Masterpiece ❣❣
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@pranjalyein-xm9ws
@pranjalyein-xm9ws 9 ай бұрын
CAAr agomon nihobdo gupon 🫂
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@parthasarathidas1473
@parthasarathidas1473 8 ай бұрын
Op😂
@Metrqchoe
@Metrqchoe 7 ай бұрын
😂
@nik3072
@nik3072 6 ай бұрын
😂😂
@secretboss5717
@secretboss5717 6 ай бұрын
😶‍🌫️💀
@chandanborah4220
@chandanborah4220 8 ай бұрын
Tumaloi boroxar pisot next masterpiece... thanks for recreating my young memories.
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you 😊
@dipukdas666
@dipukdas666 10 ай бұрын
Excellent, congratulations to the entire team. Bohut bhal lagil
@NishitaBhuyan-l2p
@NishitaBhuyan-l2p 21 күн бұрын
Uffssss 😌💕
@pankajsaikia6215
@pankajsaikia6215 20 күн бұрын
Thank you ❤
@sewalisaikia7352
@sewalisaikia7352 4 ай бұрын
তুমি আছা ক'ত...... নিলগত নে কাষত.... দিবানে হৃদয় খুলি.... তুমি সোন তুমি সোন.....🌚💗
@pankajsaikia6215
@pankajsaikia6215 4 ай бұрын
Thank you ❤
@nashibroy7540
@nashibroy7540 8 ай бұрын
Thank you dada such a beautiful song ❤️❤️
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you
@swastikkoushik4845
@swastikkoushik4845 9 ай бұрын
প্ৰতিটো শব্দই চুই গৈছে অন্তৰ আত্মা
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@PobitraDoley-vf4ge
@PobitraDoley-vf4ge 17 күн бұрын
কল্পনবিহীন।।।। ❤
@pankajsaikia6215
@pankajsaikia6215 15 күн бұрын
Thank you 😊
@sangitasaikia2927
@sangitasaikia2927 7 ай бұрын
কি যে হৃদয়স্পৰ্শী গীত...❤❤❤❤❤❤❤❤
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
Thank you ❤
@djcoaching6795
@djcoaching6795 9 ай бұрын
বেলেগ একো কব মন নাই যিসকলে প্ৰেম ত হাৰিছে তেওঁ আপোনাৰ সংগীত ত কিবা পায় কেতিয়াবা চকুলো নিগৰে। আচৰিত ভাবে সৃষ্টি গৈ আছে আপুনি বহুত মৰম । মোৰ ভগ্ন হৃদয় খন এই শব্দ বোৰ ত পাও
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤😊
@kaushikbangshiary1129
@kaushikbangshiary1129 10 ай бұрын
Lyrics, Music, Insturments that are used, voice , sob jui🌹🌹🌹🌹🌹🌹🌹
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ Thank you so much
@MaheshnathMaheshBabu
@MaheshnathMaheshBabu 2 ай бұрын
শব্দ কন্ঠ সুৰ ইমান সুমধুৰ দুখ ভাগৰ সকলো পাহৰি যাওঁ।
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you ❤
@dhanjyotimazumdar8433
@dhanjyotimazumdar8433 10 ай бұрын
Dhuniya ❤❤❤❤ lyrics 👍🏻👍🏻👌🏻👌🏻👌🏻
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you so much ❤
@manojbarman4
@manojbarman4 8 ай бұрын
Ur the most underrated Talent in this world...My heartiest Congratulations to you... Keep Working
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you
@jireality.6377
@jireality.6377 9 ай бұрын
কোনো চিঞৰ বাখৰ নোহোৱা সুন্দৰ গীত ।
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you
@abinashchowdhury5055
@abinashchowdhury5055 7 ай бұрын
শব্দই যেতিয়া হৃদয় স্পৰ্শ কৰে, কঁপাই তোলে নিৰস মনকো। কি অনুভূতি❤
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
Thank you 😊
@sonalidas316
@sonalidas316 9 ай бұрын
Beautiful Beautiful just beautiful ❤❤❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you so much 😊
@iamtheone4736
@iamtheone4736 9 ай бұрын
Ufff kolija tu thanda pori gol❤️❤️
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@ajoygogoi7415
@ajoygogoi7415 10 ай бұрын
মন জুৰোৱা
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@himanshuthevoice
@himanshuthevoice 10 ай бұрын
So Romantic ❣️ Thanks to the Whole team
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ thank you
@prasantabaruah8002
@prasantabaruah8002 10 ай бұрын
Oti sundor!
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@nilanjana12347
@nilanjana12347 9 ай бұрын
খুউব ধুনীয়া অনুভৱী গান হাজাৰ বাৰ শুনিব পাৰি ❤
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you so much 😊
@sharatgogoi869
@sharatgogoi869 4 ай бұрын
Uff❤😌 voice koboi nalage vl lagile song tu kobole vakha ni Mur hiya sui goise love from golaghat
@pankajsaikia6215
@pankajsaikia6215 4 ай бұрын
❤ Thank you
@PranjyotiDas-vl2bn
@PranjyotiDas-vl2bn 4 ай бұрын
মই একো শব্দ বিচাৰি পোৱা নাই... মই মোৰ অনুভৱ কেনেকৈ আখৰৰ সহায়ত বৰ্ননা কৰিম ইমান এ সুন্দৰ ....❤❤
@pankajsaikia6215
@pankajsaikia6215 4 ай бұрын
❤ Thank you
@simantasaloi4989
@simantasaloi4989 9 ай бұрын
ধুনীয়া লাগিছে
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
Thank you ❤
@simon56.
@simon56. 7 ай бұрын
কি সুন্দৰ লেখা। ভাগি পৰা এটা মন জিপাল হৈ উঠিব খোজে।
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
❤ Thank you
@bhaskargoswami6009
@bhaskargoswami6009 5 ай бұрын
আশাবোৰ যেন আশা হৈয়ে ৰৈ গল 😢।কোনোবা এঠাইত আকৌ যেন লগ পাই স্তম্ভিত হৈ ৰৈ যাম ।নাজানো কি হব ,কি কম ...............
@pankajsaikia6215
@pankajsaikia6215 5 ай бұрын
Thank you
@RelianceSunshine
@RelianceSunshine Ай бұрын
Xundor gid shankurj da🎉🎉❤❤❤❤😊😊
@pankajsaikia6215
@pankajsaikia6215 Ай бұрын
Thank you ❤
@PorismitaBorah
@PorismitaBorah 9 ай бұрын
Uffff 🥺❤️‍🩹 Ki kom ru 😌🫠
@pankajsaikia6215
@pankajsaikia6215 9 ай бұрын
❤ Thank you 😊
@himadeka8962
@himadeka8962 29 күн бұрын
Gaan huni Mur enekua feel hoi jen eman dhunia gaan ata huni huni crore views Ani dim...!!!
@pankajsaikia6215
@pankajsaikia6215 20 күн бұрын
Thank you ❤
@jagatmahish007
@jagatmahish007 10 ай бұрын
সংগীত, সুৰ , কথা , গায়ন অত্যন্ত সুন্দৰ ❤ lost of love Shyamal bro 😍
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
Thank you ❤
@rintusaikiamusical
@rintusaikiamusical 10 ай бұрын
ধন্যবাদ 🙏
@JinamoniBorah-dx6hq
@JinamoniBorah-dx6hq 8 ай бұрын
❤❤❤❤❤mur hidoyt thoka jona gaantu bohut hunisa aru muku hunaisa ❤❤❤❤❤ emn hundor gaan ata upohar diya krna thanks a lot ❤
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
😊 Thank you so much. Best wishes from our team. ❤
@nayanjyotirajkhowa4015
@nayanjyotirajkhowa4015 10 ай бұрын
এনে ধৰণৰ গান আৰু দিব বুলি আশা থাকিল ,,❤ বহুত ধুনীয়া গান 🥰🤟❤️
@pankajsaikia6215
@pankajsaikia6215 10 ай бұрын
❤ thank you
@bhaskarborah7799
@bhaskarborah7799 8 ай бұрын
Maturity next level,love you Sankhuraj
@pankajsaikia6215
@pankajsaikia6215 8 ай бұрын
❤ Thank you
@mantubarman9735
@mantubarman9735 7 ай бұрын
মোৰ শুকান ধৰাত যেন এজাক শীতল বৰষুনৰ আগমন। ❤❤ শব্দৰ ধুমুহা প্ৰত্যেকটু গানত
@pankajsaikia6215
@pankajsaikia6215 7 ай бұрын
Thank you 😊
@umiborah2381
@umiborah2381 4 ай бұрын
Ati sundor ❤❤❤I love it ❤❤
@pankajsaikia6215
@pankajsaikia6215 4 ай бұрын
Thank you 😊
Tumaloi Barasha | Shankuraj Konwar |  Pankaj Saikia | Manash Jyoti Borah (Bubu)
5:51
Lotus World Creation
Рет қаралды 4,7 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 31 МЛН
How Many Balloons To Make A Store Fly?
00:22
MrBeast
Рет қаралды 193 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 31 МЛН