কৰিশ্মা নাথে নাগাৰা নাম বিকৃত কৰিছে নেকি? Karishma Nath

  Рет қаралды 220,886

JSS Unscrripted

JSS Unscrripted

Күн бұрын

Пікірлер: 287
@poripikusonowal930
@poripikusonowal930 5 ай бұрын
Val lagil bht,suwali jonir kotha bur bor moromiyal..jenekoi kosto korisa tenekoi aru besi aguwai juwa vonti..Tinsukiyar pora bohut besi morom tumaluk dui joniloi ❤❤
@padmadhartalukdar8047
@padmadhartalukdar8047 5 ай бұрын
হৰি নামৰ বিকৃত ৰূপ দিছে কৰিশমা নাথে।
@sayathakuria2354
@sayathakuria2354 5 ай бұрын
😮
@anjugogoi6536
@anjugogoi6536 5 ай бұрын
বিকৃত কৰিছে । কাৰন আগতে কি সুন্দৰ ' শুনিলে শুনি থাকিব মন যায় ' এই কিন্তু বিকৃত কৰিলে।
@SangitaDevi-ff2tq
@SangitaDevi-ff2tq 5 ай бұрын
নাম গোৱা বেয়া নহয় কিন্তু নামটো বিকৃত কৰাৰ অধিকাৰ নাই ৷ কৰিশ্মা নাথৰ শিকোৱা গুৰুজনে নিশ্চয় নাগৰা নাম বিকৃত কৰি গাব শিকোৱা নাই ৷
@satyabatibhorali4653
@satyabatibhorali4653 5 ай бұрын
Right
@tileswaryein1295
@tileswaryein1295 5 ай бұрын
কথা কোৱাটো এটা কলা ।কৰিশ্মাৰ গাত এই কলাৰে পৰিস্পুট লক্ষ্যণে হয়তু বহূতকে আকৰ্ষিত কৰিছে। জীৱণ বাটত খাল-বাম থকাটো স্বাভাৱিক । কিন্তু এই খাল-বাম অতিক্ৰম কৰিব পাৰিলেই উচ্চ শিখৰত স্থান পোৱাটো অনিবাৰ্য । গতিকে আগবাঢ়ি যোৱা, সুন্দৰ নাম গোৱা, মানুহৰ মৰম বুটলি লোৱা । ঈশ্বৰে আৰ্শীবাদ কৰিব। তেতিয়াহে সংসাৰ তৰিব । কৰিশ্মা ভক্তি ভৰা মৰমেৰে আজিলৈ শুভৰাত্ৰী ।❤❤🙏🙏। From S v r .
@VivoMobile-u5y
@VivoMobile-u5y Ай бұрын
Krishna long live
@user-lg8ob3lx7o
@user-lg8ob3lx7o 5 ай бұрын
Ma Deuta.k hukhi korisa.... Vogowan taate hontusto hoise. Ei simplicity khini loi e Hodai aagbarhi juwa..... Sending prayers on your way❤🧿
@jitendrarabha4660
@jitendrarabha4660 5 ай бұрын
ধন্যবাদ কৰিশ্মা,তুমি আগবাঢ়ি যোৱা
@labonyakumar3149
@labonyakumar3149 5 ай бұрын
সৰু কালৰ কথাৰ পৰা ফালৰি কাটি গ'ল দেই
@DebojitBorah-we5lw
@DebojitBorah-we5lw 3 ай бұрын
এইগৰাকীৰ বিকৃত কৰা আমাৰ সংস্কৃতিক দেখিলেই খংহে উঠে।
@TilashorBorah
@TilashorBorah 2 ай бұрын
Toi ki gabi nki
@BbBb-f4f
@BbBb-f4f 5 ай бұрын
karishma moii bohut besi val pau❤
@pallabmahanta3431
@pallabmahanta3431 5 ай бұрын
কথাখিনিত কৰিস্মাৰ নম্ৰতা প্ৰকাশ পাইছে ৷ ভাল লাগিল ৷ ভবিষ্যত উন্নতি কামনা কৰিলোঁ ৷
@Upasvlog-i3f
@Upasvlog-i3f 5 ай бұрын
মৰম লগা হৈছে আজি কৰিশ্মাক । ইমান সহজ সৰল কৈ কৈছে কথা বোৰ । ❤❤
@pritirekhakalita8062
@pritirekhakalita8062 5 ай бұрын
I liked the words❤... people say many things without knowing the truth..
@RashmiSharmaThakur
@RashmiSharmaThakur 5 ай бұрын
দুয়ো গৰাকীলৈ বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল ❤❤❤❤❤ আৰু আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো 🎉🎉
@unknowngamer1223
@unknowngamer1223 5 ай бұрын
God bless you .Go ahead Karishma
@minatidevi7122
@minatidevi7122 4 ай бұрын
পে পে সচাকৈ মাত তু শুনিব নোৱাৰি, কাম নাই সাক্ষাৎ লবলৈ পৃথিৱীত মানুহ নাই নেকি?
@prodipbhowmik6613
@prodipbhowmik6613 5 ай бұрын
ধৰ্মৰ নামত কলঙ্ক এইটো
@pranitarajbongshi1468
@pranitarajbongshi1468 5 ай бұрын
কব দিলে সৰু কালৰ কথা পাগলি বেলেগহে বকিব ধৰিলে সুধাজনীয়েও গম পোৱা নাই কি প্ৰশ্ন কৰিছিল
@DibojoyteBora
@DibojoyteBora 5 ай бұрын
Sonkar davtka baci goru hola
@LohitDihingia-l5b
@LohitDihingia-l5b Ай бұрын
কথা ৱিলাক নোহোৱা নহয়, হলেও সাংস্কৃতিক অনুষ্ঠান চমভলা তুও মূখৰ কথা নহয়.....? 🎉🎉🎉🎉🎉
@craftykagozvlog
@craftykagozvlog 2 ай бұрын
উজনি অসমৰ প্ৰায়বোৰ মানুহে নাগাৰা নাম, ওজাপালি এই বিষয়ে ভালদৰে নাজানে। ইয়াত দিহানাম, ভাওনাৰ প্ৰতিহে জনপ্ৰিয়তা বেছি। ইয়াত অমুকটো ভাল তমুকটো বেয়া এইবোৰ কোৱা উচিত নহয়। প্ৰত্যেকৰে সুকীয়া সোৱাদ আছে, কিন্তু এটা কথা মানিব লাগিব কৰিষ্মা নাথ ভাইৰেল হোৱাৰ পিছতহে উজনি অসমৰ বহুতে নাগাৰা নামৰ লগত পৰিচয় হ'ল।
@chandrapravachetia4710
@chandrapravachetia4710 5 ай бұрын
বহুত ভাল লাগিল আৰুআগুৱাই যোৱা কৰিশ্মমা। ভগবান সহায় হওক।
@dimbeswarkonwar7659
@dimbeswarkonwar7659 5 ай бұрын
কাৰিশ্মা নাথক যিয়ে যি নকওক মই কিন্তু নাগাৰা নাম তেওঁ গোৱাৰ পৰাহে ভালকৈ জনিলো।
@renulongchot7547
@renulongchot7547 5 ай бұрын
কন্ঠ টোৰ কাৰনে একো চিন্তা কৰিব নালাগে। ভাল কৈ গাই আগলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিবা ❤️👍👌
@banalatadas1824
@banalatadas1824 5 ай бұрын
তাই ইমান বেহুচ নে গামোচা খন ভৰিৰে থেলি দি গমেই নাপায় তাই চোন নাম গালে নাগাৰা নাম গাই থাকিলে বিহু মঞ্চত পিয়ঙকা ভৰালীয়ে বিহু গীত গাই থকা যেন লাগে আৰু এটা কথা মানুহ বেছি হ'ব এই কালিৰ যুগ মানুহে বেয়াতো হে ভাল দৰে জানে আৰু সৰলতা মানুহে নিবিচাৰে ।
@koilashdas4128
@koilashdas4128 5 ай бұрын
তই এটা অসমৰ জলন্ত সমস্যা তই এটা কলংক অসমৰ চেৰাবলীয়া জনী ধৰ্মৰ নামত কলংক অসমৰ জলন্ত সমস্যাৰ উদাহৰণ এটা
@DipaliGogoi-xn4gv
@DipaliGogoi-xn4gv 2 ай бұрын
Dipaligogoi♥️♥️♥️♥️♥️♥️👌🌺👌🌺💕💓❤️😂😂🌺❤️
@anamikagogoi8106
@anamikagogoi8106 5 ай бұрын
Vaal lagil video tu sai , bohut khula antoror❤
@monjit_gobin
@monjit_gobin 4 ай бұрын
Lots of love from Golaghat ❤..hope your all dreams come true 💙
@PallabiBonia-dq7bi
@PallabiBonia-dq7bi 5 ай бұрын
সুধিলে সৰু কাল টোৰ কথা কিন্তু ওলাল বেলেগ হে কিবা 😂😂
@PrafullaKarmakar-l6u
@PrafullaKarmakar-l6u 3 ай бұрын
কৰিশ্মা নাথ, আপুনি লোৱা সিদ্ধান্তটো বৰ বেয়া সিদ্ধান্ত আৰু পিছলৈ এম চি হোৱাৰ পিছত আকৌ যি নাম ভাল লাগে। কিছুমান অনুষ্ঠান আদিত অংশ লয়। সেইটো ভাল নহয়। মা, কিন্তু অনুগ্ৰহ কৰি অপেক্ষা কৰক আৰু যিমান পাৰে কামটো কৰক, ভাল কথা নহয়। ভাল কাম কৰক, ভালকৈ জীয়াই থাকক আৰু সুখেৰে জীয়াই থাকক, কিন্তু আপুনি লোৱা সিদ্ধান্তটো বহুত ভুল আৰু আপোনাৰ কথা শুনি আমি বহুত খং অনুভৱ কৰিছো।
@binapanideka3847
@binapanideka3847 5 ай бұрын
বহুত ভাল লাগিছে। ভগৱানে তোমাক সহায় কৰিব। তুমি আগুৱাই যোৱা।
@dhanjitdeka6623
@dhanjitdeka6623 5 ай бұрын
First comment himashri baa
@BhadreswarDas-i8u
@BhadreswarDas-i8u 2 ай бұрын
পাছ ৫ বছৰ বয়সত বহুত জ্ঞান অৰ্জন কৰিছিলা 🙏 বৰ্তমান অতিতৰ কথা মনত আহে , লগতে ৰাজনীতি কৰা মন্ত্ৰী বা ৰাইজৰ প্ৰতিনিধি ৰ ওচৰত গৈ আলোক ঢিত্ৰ ল'লে তেখেত ডাঙৰ মানুহ হৱ নোৱাৰে , লগতে বয়স্ত মানুহে কেতিয়াবা নিজৰ সন্তান বুলি ঢিধা ঢিধি কৈ কৱ পাৰে, সন্তানে নিজৰ পিতা বুলি ভাবি নম্ৰ ভাষাৰে কলে ভাল লাগিব , তুমাৰ নাগাৰা নাম কেনেকৈ পৰিবেশষন কৰা মোৰ কব লগা নাই মোৰ জ্ঞান ও নাই নাগাৰা নামৰ বিষয়ে , নিজৰ ভূল বোৰ সুধৰাই আগুৱাই যোৱা ধন্যবাদ
@nishakalita5722
@nishakalita5722 5 ай бұрын
Val lagil sai video to❤😊
@PranabjyotiMahanta-ys3pw
@PranabjyotiMahanta-ys3pw 5 ай бұрын
Mojja lagil video2 saii ❤️❤️❤️❤️
@Ritusarma826
@Ritusarma826 5 ай бұрын
Enei apunar video sao val lage kiaumn faltu manuhk kio mate jiye amar সংস্কৃতি বিকৃতি কৰিছে
@ChampaThakuria-dm1wo
@ChampaThakuria-dm1wo 2 ай бұрын
Thanku krimsha ❤🎉
@miradutta4263
@miradutta4263 4 ай бұрын
আগলৈ আগবাঢ়ি যোৱাৰ কামনাৰে
@nirudevideka4375
@nirudevideka4375 5 ай бұрын
তুমি পাঠিকা হিচাপে মেখেলা চাদৰ জোৰ পিন্ধি যাব নোৱাৰিলা নেকি
@diptisaikia2999
@diptisaikia2999 2 ай бұрын
pathika hol buli ki tai mekhela sador re pindhi thakibo niki
@tileswaryein1295
@tileswaryein1295 5 ай бұрын
মাজে মাজে নাম এফাকি গোৱাব লাগে। তেতিয়া বেছি আকৰ্ষিত হয়। গোট নাইট।❤️❤️🙏🙏।
@debajitofficial6858
@debajitofficial6858 5 ай бұрын
বহুত বেছি ভাল লাগিল video tu sai baidew ❤❤❤
@MonuramKhaklary
@MonuramKhaklary 3 ай бұрын
একো নহয় ডেকা মাত ঘুৰিছে । ডেকা হলে মাতটো দাঙৰ হবয়ে 😅😅😅
@LakhyajyotiHazarika-yi1ln
@LakhyajyotiHazarika-yi1ln 3 ай бұрын
Bhut bhut thanks..
@anjumaassameserecepie
@anjumaassameserecepie 5 ай бұрын
Very nice video sharing Dear ❤
@allassamesemixture4296
@allassamesemixture4296 5 ай бұрын
এই বুঢ়ী আইক দেখিলেই খং উঠে ।।।।।
@HarHarkamalDas
@HarHarkamalDas 5 ай бұрын
বহুত ভাল লাগে ❤
@PranabDas-bg9qs
@PranabDas-bg9qs 5 ай бұрын
Biya Pati low pise
@Nidhi-1252
@Nidhi-1252 5 ай бұрын
​@@PranabDas-bg9qs🤣🤣🤣🤣
@ChayanikaDeka-n1w
@ChayanikaDeka-n1w 5 ай бұрын
Please next jiu🥺❤️
@AnupZg-io2pc
@AnupZg-io2pc 5 ай бұрын
Xohoj Xorol Nomro suwali kunu attitude Khong rag nai.. .. eijonik Akou kneke manuhe troll dibo pare .. mane Teuluke uluta tuk val pai .. jitu val he2 beya pai.. jitu beya he2 val pai ..
@AnupZg-io2pc
@AnupZg-io2pc 5 ай бұрын
Love you karishma.. 😘 my crush 😍
@upakulparashar8628
@upakulparashar8628 5 ай бұрын
Next actress Munmi kalitak lafe❤
@rinadekabarman
@rinadekabarman 5 ай бұрын
Videotu sai val lagil. Karishma tumi tumar tallentot viral noida. Xokolue tumak sini pai.Kintu amar xomajot anekua kisuman manuh ase nijei eku koribo nuare belege korile jole aru nanan dhoronor bodnan ulai.tumi xeibur kotha neusi tumi tumi dangram kora aru aguai jua bhagawane tumar mingol koribo aru raijor anar axurwad tumar logot thakibo. God bless you. ❤❤❤❤❤
@AnjuMoniDeka-jd7wk
@AnjuMoniDeka-jd7wk 5 ай бұрын
প্ৰতিভা কিন্তু আছে। আছে আনন্দ দিব পৰা ক্ষমতা
@dipalisarmah7528
@dipalisarmah7528 5 ай бұрын
ভাল লাগিল ❤
@rumigogoibasumatary6561
@rumigogoibasumatary6561 5 ай бұрын
Vl lagil sai
@SatyaSaikia-xg8rn
@SatyaSaikia-xg8rn Ай бұрын
হিমা বাযন মীণাক্ষী ভাগ্যা চি দেরি ইমান ধুনিযাকৈ গায়
@pradipboruah5406
@pradipboruah5406 2 ай бұрын
মৰিগাৱৰ হিমা বায়নক মাটা এদিন ,হিমা বায়নৰ কথাবোৰ জানিবৰ মন গৈইচে
@zmfoodvlogs3510
@zmfoodvlogs3510 5 ай бұрын
ভাল লাগিল দেই
@AnupZg-io2pc
@AnupZg-io2pc 5 ай бұрын
Karishma Nath 😍❤
@kingcobragaming7689
@kingcobragaming7689 5 ай бұрын
বহুত ভাল লাগিল ক্ৰিয়া তু মই ভালে থাকা ।
@arisa.Lifestyle2954
@arisa.Lifestyle2954 4 ай бұрын
Korishma nathok Mur kintu kotha bur val lage voice tu o val lage..😊
@KunjaNath-mh2ny
@KunjaNath-mh2ny 5 ай бұрын
Karishma baa bohut dhuniea
@sayanikasayanikabora4174
@sayanikasayanikabora4174 5 ай бұрын
Next jiuuuk matiba ba🥰😊
@ArupRoy-lb8pf
@ArupRoy-lb8pf 5 ай бұрын
Himashri tumak bor val lage video bilak sai thako
@183mob_imran2
@183mob_imran2 5 ай бұрын
Karishmar okol hahi tuai dhuneia nohoi, tair antar khan u dhuneia.. God bless you
@ChakrbhyuanBhyuan
@ChakrbhyuanBhyuan 5 ай бұрын
Karishma nath k vl lge 💝
@chandanabasumatary8851
@chandanabasumatary8851 5 ай бұрын
What a coincidence😅,moi aji vbisilu karishma ba ahibo a. kotha tu dekhun vaba mote xosa a hl
@sanjibjyotimalakar3116
@sanjibjyotimalakar3116 5 ай бұрын
সুন্দৰ উপস্হাপন🎉
@SumanEditz-0000
@SumanEditz-0000 5 ай бұрын
Homoy daa k matok ❤❤❤ sonkale
@ramendeka4131
@ramendeka4131 5 ай бұрын
Himshre ba aponak bahut val lage
@sigmarule-dm4ij
@sigmarule-dm4ij 4 ай бұрын
Tai cute❤
@ankurimabaishya1113
@ankurimabaishya1113 5 ай бұрын
Next jiuu 😭❤️
@Ranju-t7j
@Ranju-t7j 5 ай бұрын
Bohut bhal korisa karishma Nathok mati ajoni sualir jetia uunoti hoi manuh bure bohut hinxa kore
@Dipuldeka-v6c
@Dipuldeka-v6c Ай бұрын
Karishma r heart tu দুৰ্বল সেই কাৰনে নাম বোৰ তানিব নোৱাৰে
@shehnazbegum9907
@shehnazbegum9907 5 ай бұрын
Tair voice tu Val Lage mur ❤
@bantidevchoudhury8775
@bantidevchoudhury8775 5 ай бұрын
Val lgil❤
@RamjanAli-he5cl
@RamjanAli-he5cl 5 ай бұрын
@VulanathSarmah
@VulanathSarmah 2 ай бұрын
ভাল লাগিছে আমি মৌবাইলত চাই থাকো
@mausumibarman659
@mausumibarman659 5 ай бұрын
আজিকালি অভিনেত্ৰী জেৰিফা ৱাহিদৰ একো খবৰ নোপোৱা হলো
@arabindamalakar1269
@arabindamalakar1269 5 ай бұрын
তুমি নিজে একো কৰা নাই। ভগৱানে সকলোকে চলাই নিয়ে। সকলোৰে সুবিধা অসুবিধাৰ ওপৰত
@Sagarikasarms
@Sagarikasarms 5 ай бұрын
Nagara naam high scale r hoi aru tai ane high note t gabo noware xei babe bekhura hoi jai.main kotha hol tai naam bikrito korise aito maniboi lagibo. So aikhon jagatot thakibo bisarile khuddha rupot gaboloi try korile vaal pam.Agoraki axomia sowali hisape xeito ane koat koi nije bujile hol.
@monichoudhury59
@monichoudhury59 5 ай бұрын
সকলোৰে ভাল লগা বেয়ালগাক গুৰুত্ত দিলে চলিব নোৱাৰিব আৰ্মিবোৰে কিকৰে আসুবিধা হলে কিনো প্ৰশ্ন
@deepanjaligoswami9712
@deepanjaligoswami9712 5 ай бұрын
এই জনীক।কিয় মাতিছে ।পাতিহাঁহৰ দৰে মাত যি হে গাই চাবই নোৱাৰি ।
@GitikaBaruah
@GitikaBaruah 5 ай бұрын
তোমাক কোনে চাব যাব কৈছে। নাজাবা
@nitulmixer2584
@nitulmixer2584 5 ай бұрын
Good
@DekaDikshita
@DekaDikshita 5 ай бұрын
O baa Kavya shree baa aniba sun
@swapnaskitchenlifevlog7798
@swapnaskitchenlifevlog7798 5 ай бұрын
Val lagil ❤
@mpdremixchannel3954
@mpdremixchannel3954 5 ай бұрын
Bohut dhunia agil vdo ২sai
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 2 ай бұрын
এই জনীক প্ৰমোচন কৰিব নালাগে
@SadanandaDas-vc7dw
@SadanandaDas-vc7dw 5 ай бұрын
Oo baa kavya shree baa.k matbo sun aibar please🙏❤️
@mainasuku8513
@mainasuku8513 5 ай бұрын
তেওঁৰ লগতে তেওঁৰ উত্তৰ বিলাকো উল্তা-পুল্তা। সৰু কালৰ কথাৰ পৰা জপিয়াই বৰ্তমানত আহি গ'ল।😂🤡
@AmarNath-wd9rm
@AmarNath-wd9rm 5 ай бұрын
মানে মানে শব্দটো বেছি কৈ থাকা
@LohitDas-t7q
@LohitDas-t7q 4 ай бұрын
Manash Jyoti borah r video lage😢
@FulanDas-td8cq
@FulanDas-td8cq 2 ай бұрын
পে পে কাৰণে চিনি পায় কৰিশ্মা ক
@AbhiGogoi123
@AbhiGogoi123 5 ай бұрын
Urmila bou r video lga baa
@PinkuNeogAllAssamFamous
@PinkuNeogAllAssamFamous 5 ай бұрын
মোক এবাৰ ধ্বংস কৰিলা দেই কৰিশ্মা 😂
@bijuboruah8713
@bijuboruah8713 5 ай бұрын
Nagara nam eai kiba kiba gowa jen lage... Saru kalor khotha sod hhilot kiba kole
@T.S_936
@T.S_936 5 ай бұрын
আমৰ কথা সুধিলে জামৰ কথা কয় 🙂 xoru kalor kotha xudhote kiba he kole sun 😂
@anamikaboro4149
@anamikaboro4149 5 ай бұрын
Love from goreswr ba
@rajdeepsvlogs0000
@rajdeepsvlogs0000 5 ай бұрын
Karishma nath ❤ nice
@gouridaimary4940
@gouridaimary4940 5 ай бұрын
🙏❤️❤️❤️
@AnupZg-io2pc
@AnupZg-io2pc 5 ай бұрын
Cute loga mat tuk val nalage kuwa tar vitor khone letera hoi tar manokhikota tue val nohoi ... mor kiyo val lage mat tu 🙄.. 😍 akhomor gourob nalbarir lower assamor gourab amar nijor ghoror suwalir dore tai .. jiman ji holeu kiba kori dekhuwaise amak monuronjon dise .. fota sira kapur pindhi ordho ulongo dance kori dekhua nai.. reel bonai kiba kibi baki fotuwa nibbi buror dore
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН