কৰ্ম দোষত ভাগ্য চক্ৰ কেনেকৈ ঘূৰে||জগত বণিয়া||Lakhimpur @sashiborah3303

  Рет қаралды 653,020

Sashi Borah আধ্যাত্মিক

Жыл бұрын

#ভাগৱতব্যাখ্যা #জগতবণিয়া#pranjalprotimborah
সেৱকী - হেমধৰ বণিয়া পৰিয়ালবৰ্গ, বেঙেনাআটী, নাৰায়ণপুৰ ।
#lakhimpur
@pranjalprotimborahofficial4339

Пікірлер: 562
@nilakantadoley6342
@nilakantadoley6342 Жыл бұрын
Krishna Krishna এইবাৰহে স্পষ্টকৈ ভাগৱত পাত শুনি মনত সন্তুষ্ট পাইছো । Clear voice and clear concept.
@rhiturajpathak8351
@rhiturajpathak8351 9 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ। ইমান সুন্দৰ ব্যাখ্যা। কৃষ্ণ বাপ এই সেৱা ভাগি গ্ৰহণ কৰিব
@chinugogoi5411
@chinugogoi5411 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ, বাপ সভক্তিৰে সেৱা জনাইছোঁ
@biswajitbaruah3564
@biswajitbaruah3564 Жыл бұрын
Prabhu amak ei gyan pradan karar karane tumK pranam. Gobindra Krishna, om namu bhagawate basudebaya.
@madhujyagogoi9721
@madhujyagogoi9721 Жыл бұрын
Krishna bap pranam
@purnimadas7779
@purnimadas7779 Жыл бұрын
প্রভূ বাপ বহুত ভাল লাগিল শুনি শতসহস্র কোটি সেৱা আপোনা সবাৰো চৰণত জনালো 🙏🙏🙏🙏krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@nandagogoi1845
@nandagogoi1845 9 ай бұрын
কৃষ্ণ । জয় জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ । বাপ জনে সহাভাগৱত কলল্প শাস্ত্ৰ ভাগৱত ভাগিৰ প্ৰকৃত বাখ্যা ক্ৰিদাংস বৰ সুন্দৰ ভাৱে সকলোৱে বুজিব পৰাকৈ বুজাই বাখ্যা কৰাৰ বাবে সেৱা ধৰিলো ।কৃষ্ণ ।
@PallabiMali-gt1jh
@PallabiMali-gt1jh 9 ай бұрын
অমৃত ভাগৱত বাখ্যা শুনিলো আপোনাৰ পৰা 🙏🙏🙏
@karneswarborgohain5327
@karneswarborgohain5327 Жыл бұрын
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম, অমৃতময় ভাগৱত ভগৱন্তৰ লীলাচৰিত শ্ৰৱণ কৰি পৰম উপকৃত হলো , দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট সমস্তজন ভকত বৈষ্ণৱৰ শ্ৰীচৰণত এই অভাজনে সেৱা আগবঢ়োৱা হল , অধিক শ্ৰৱণৰ সুবিধা দিব বুলি আশা ৰাখিলোঁ , ভগৱন্তই সমস্তজনকে অধিক কৃপা কৰক , কৃষ্ণ. ।
@jayantachetia4488
@jayantachetia4488 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি হৰি হৰি ৰাম ৰাম ৰাম সেৱা জনালো আপোনাৰ চৰণপদত ভগৱন্তৰ অমিয়া মধুৰ বাণী শুনোৱা বাবে।
@lukumailekharu1022
@lukumailekharu1022 Жыл бұрын
Joy srikrishna hori.
@NB-wy6nt
@NB-wy6nt 6 ай бұрын
Krishna Krishna 🙏🙏🙏 bhal lagil
@rinadutta6783
@rinadutta6783 5 ай бұрын
কৃষ্ণ কৃষ্ণ
@hemopravatalukdar408
@hemopravatalukdar408 Жыл бұрын
জয় জগত গুৰু শ্ৰীমন্তশঙ্কৰদেব দেৰিকৈ ভাগৱত শুনিলো সমষ্ট বাপ আইও ব্যাখ্যা কৰা প্ৰভু বাপ চৰনত শতকোটি সেৱা জনাইছো 🙏 🙏 🙏 🙏
@bkgogoi8636
@bkgogoi8636 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোপি ভগৱন্ত পুৰুখ আপোনি মহামহন্ত কৃষ্ণ কৃষ্ণ আপোনাৰ শ্ৰীচৰন পঙ্কজত সেৱা ধৰিছো কৃষ আপোনি ধন্য কৃষ্ণ ❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rinachutia3723
@rinachutia3723 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা আগবঢ়ায় ছো প্ৰভু , কৃষ্ণ কৃষ্ণ ।
@aratidas5078
@aratidas5078 10 ай бұрын
Krisna krisna. Bohut val lagil
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু।
@sumitrasaikia8388
@sumitrasaikia8388 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ৷
@monisaloi-fx2tp
@monisaloi-fx2tp 4 ай бұрын
কৃষ্ণ কৃষ্ণ , চৰণত সেৱা নিবেদিলোঁ ।
@mainawbora39
@mainawbora39 Жыл бұрын
কৃষ্ণ কৃষ্ণ আপোনাৰ চৰনত সেৱা জনালো
@achyutsaikiaofficial2370
@achyutsaikiaofficial2370 9 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ বহু ভাল লাগিল🙏🙏❤
@junumech7558
@junumech7558 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ ‌🪔🙏🙏🙏🙏 কৃষ্ণ
@sulakhanahazarika5049
@sulakhanahazarika5049 5 ай бұрын
Krishn provu ❤
@dimbeswari_patar
@dimbeswari_patar 7 ай бұрын
Krishna Krishna. Krishna. Oum. santi. Oum. santi. Oum Santi. 🙏🙏🙏🙏
@brikenrabha88
@brikenrabha88 8 ай бұрын
Jai Shri Krishna
@happyboy4579
@happyboy4579 Жыл бұрын
Really bhut dhunia lagesa huni,👏👏👏
@gunaramdas131
@gunaramdas131 Жыл бұрын
কৃষ্ণ,বাপ শ্ৰদ্ধা ৰে সেৱা জনাইছোঁ!
@rupkantapathori9666
@rupkantapathori9666 Жыл бұрын
মানুহক সেৱা কৰক বাপ ।মানুহেই ভগৱান ।ধন টকা প ইচা সকলো অসাৰ ।পৰজনম কোনেও নেজানে।জীয়াই থাকোতে দহজনক সহায় কৰক ।ভগৱানে নিশ্চয় আশীৰ্বাদ দিব।
@DrDilipChDas
@DrDilipChDas 3 ай бұрын
উত্তম আৰু সুন্দৰ অনুভৱ। কুশলে থাকক।
@akhilgogoi1869
@akhilgogoi1869 Жыл бұрын
Krishna Krishna Krishna bap bhal bhal Krishna.
@geetaranaray9201
@geetaranaray9201 5 ай бұрын
Krishna Krishna 🙏🙏🙏
@Nikhita7959
@Nikhita7959 Жыл бұрын
Thanks bor bhal lagil
@ankitbordoloi9041
@ankitbordoloi9041 8 ай бұрын
Krishna prabhu
@DebajitGogoi-wk2gl
@DebajitGogoi-wk2gl 3 ай бұрын
He bapjon hosakoi aaponi eman. Dhuniya kotha koise.. Hosakoi .. deh sui goise oo Krishna..Krishna pabhujan...🙏🙏
@mrinaldas9007
@mrinaldas9007 9 ай бұрын
Krishna Krishna🙏🙏🙏🙏🙏probhu🙏🙏🙏🙏❤
@pabitradeka8027
@pabitradeka8027 Жыл бұрын
কৃষ্ণ শঙ্কৰ গুৰু মাধৱ মাধৱ ।
@girishbaishya1176
@girishbaishya1176 Жыл бұрын
জয় নমো নারায়ণ।শত কৌটিবার প্রণাম।
@BhanupravaDas-zf8od
@BhanupravaDas-zf8od 4 ай бұрын
Krishan krishan pranam madhab madhab
@nirmalihazarika8855
@nirmalihazarika8855 Жыл бұрын
Hare Krishna , Pranam Prabhu aaponar bhagwat bahut Val lagise
@barnalidas7784
@barnalidas7784 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@jutikadeka6506
@jutikadeka6506 11 ай бұрын
কৃষ্ণ ক ।।।্। কৃষ্ণ আৰু কৃষ্ণ
@brojengogoikrisnakrisna7975
@brojengogoikrisnakrisna7975 Жыл бұрын
Krishna Krishna bap hewa janalu
@PramudPatar-cv1cw
@PramudPatar-cv1cw 4 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏
@RatulBora-y6o
@RatulBora-y6o Күн бұрын
কৃষ্ণ বাপ কৃষ্ণ 🙏🙏❤❤
@dchakrabarty6693
@dchakrabarty6693 Жыл бұрын
Khub vl lagil.jay Radha Krishna
@ripulbaruah1943
@ripulbaruah1943 Жыл бұрын
শুনি ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ🙏
@axomibarasha6741
@axomibarasha6741 7 ай бұрын
কৃষ্ণ প্ৰভু 🌼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️
@polisaikia8058
@polisaikia8058 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@nibeditadas7617
@nibeditadas7617 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু🙏🙏
@Marwari_Traders
@Marwari_Traders Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 কৃপা কৰিবা প্ৰভূ 🙏🙏🙏 ঔম কৃষ্ণায়ঃ বাসুদেৱায় নমঃ
@birenbarmon-nz3gf
@birenbarmon-nz3gf 6 ай бұрын
কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
@jurisaikia8099
@jurisaikia8099 7 ай бұрын
Jai shree Krishna 🙏❤️
@bobynath4148
@bobynath4148 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@technicalthings5530
@technicalthings5530 7 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@minatideka7551
@minatideka7551 11 ай бұрын
কৃষ্ণ কৃষ্ণ ভাগৱতৰ বাখ্যা শুনি সুখী হলো। 🙏🙏🙏
@padmakalita6061
@padmakalita6061 11 ай бұрын
Krishna Krishna pranam jonalu apunar Arun charonat
@Rupa-cv2eu
@Rupa-cv2eu Жыл бұрын
কৃষ্ণ
@rekhaborah7931
@rekhaborah7931 Жыл бұрын
বাপ জনালৈ সেৱা জনাইছোঁ।কৃষ্ণ
@user-ui2bm6fy3b
@user-ui2bm6fy3b 11 ай бұрын
কৃষ্ণ প্ৰভু🙏🙏🙏🙏❤❤❤
@subhashchandraroy1928
@subhashchandraroy1928 Жыл бұрын
Krishna Krishna Joy Guru shankar
@pakghorthefoodhub7059
@pakghorthefoodhub7059 5 ай бұрын
Krishna Krishna 🙏🙏❤❤👍
@padminigogoi9533
@padminigogoi9533 4 ай бұрын
Krisna apuni iman dhuniakoi bujaise val lagil . Digha u kamona korilu .from dibrugarh .
@user-bg2dw8vj2v
@user-bg2dw8vj2v 5 ай бұрын
কৃষ্ণ।
@user-vu9nd2rh8m
@user-vu9nd2rh8m Ай бұрын
moi apunar vagowat path xodai sau bor val lage moi agotkoi bohut poriwartan hoisu
@nirusaikia7631
@nirusaikia7631 7 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 🙏 জয় গুৰু শঙ্কৰ সমস্ত জগতৰ কল্যাণ হওঁক 🙏 🙏
@AssamDevotionalJD1
@AssamDevotionalJD1 11 ай бұрын
কৃষ্ণ বাপঈশ্বৰ, আপোনাৰ চৰণত সেৱা নিবেদিলো । ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@prodipgogoi7520
@prodipgogoi7520 Жыл бұрын
জগত‌ বণিয়া বাপ ঈশ্বৰ আপোনাক সেৱা জনালোঁ। আমি 1975চনৰ পৰা গীতা ভাগৱত ভকত বৈষ্ণৱ সন্মনিতে যত জীৱ জঙগম কীট পতংগম অগ্ নগ জগ তেৰি কায়া। আমাৰ গুৰু আছিল তাহানিৰ মোহন লাল উপাধ্যায় আতা প্ৰভু। আমি আপোনাৰ সকলো বিলাক আধ্যাত্মিক দৰ্শন আৰু প্ৰেম ভক্তি আৰু ভাগৱত তত্ব ৰহস্য প্ৰকূতিৰ মায়া বাস্তৱিক বৈজ্ঞানিক সমলৰে বুজোৱা সকলো বিলাক কথা গম পালো। কিন্তু শব্দ ব্ৰহ্ম শুদ্ধ ভাবে শুনিলে মানিব লাগে। আমি আজি ইমান দিনে গুৰু বাক ৰক্ষাকৰি ভগৱত ভাৱনাৰে জগতৰ লগত মিলিত হৈ জগতৰ সুমঙগৰ কামনাৰে আপোনাসব দৰে গুৰু ভকতৰ পদ ধুলা শিৰত লৈ জীয়াই আছোঁ সৎ শৌচ ক্ষমা দয়া জ্ঞান বিজ্ঞান প্ৰেম ভক্তি থকা মহৎ ভক্ত সকলৰ নাম শুনিছোঁ তেওঁ লোকৰ মানসিকতা নীতি নিৰ্দেশনা আদৰ্শ শিৰত তুলি শঙ্কৰদেৱৰ ধৰ্ম ঐতিহ্য উপদেশ মনন ওপালন কৰি যাব চেষ্টা অব্যাহত ৰাখিছোঁ। ভৱিষ্যতে আপোনাক লগ পোৱা আশাৰে।
@ranudas4561
@ranudas4561 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@ritakalita6066
@ritakalita6066 Жыл бұрын
কৃষ্ণ 🙏
@ashutushdowerah-me8pw
@ashutushdowerah-me8pw Жыл бұрын
Bahut bhal hoichya.
@surujkumarborah7473
@surujkumarborah7473 5 ай бұрын
Krishna কৃষ্ণ কৃষ্ণ ❤🌎🙏❤️
@udaynath1819
@udaynath1819 Жыл бұрын
আপোনাৰ ভাগৱত ব্যাখ্যা যোৱা সপ্তাহ ৰ শ্ৰৱণ কৰি সচাকৈয়ে মুগ্ধ হৈছো। আপুনি যি দৰে বুজাইছে শুনি থাকিলে অন্য কথা ভাবিবৰ অবকাশ নাথাকে। আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো।
@anupray6938
@anupray6938 Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏
@tiludevi3259
@tiludevi3259 Жыл бұрын
Bohut val lagil donyabad krishno 🙏❤️🙏❤️ 🙏❤️
@tutumonidas9451
@tutumonidas9451 10 ай бұрын
Krishno krishno
@kalpananath3301
@kalpananath3301 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ ! ইয়াৰ পৰাই আপোনালৈ কৌটি কৌটি প্ৰণাম জনালোঁ পিতা |
@user-pb4qu1py2f
@user-pb4qu1py2f Ай бұрын
Eman duniyaa ke bape kale , bhagabat path bujai Koya apunar nisna bap sage kam ase, krisna bap...
@user-tu2yv2pn4y
@user-tu2yv2pn4y 8 ай бұрын
Krishno Krishno 🙏🙏🙏
@r.saikia3334
@r.saikia3334 Жыл бұрын
Krishna Krishna pranam 🙏🏻🙏🏻🙏🏻🙏🏻
@bulbuligogoi7889
@bulbuligogoi7889 Жыл бұрын
কৃষ্ণ , কৃষ্ণ 🙏🙏🙏🙏🙏
@madannath4675
@madannath4675 Жыл бұрын
Ppooo😊
@menakaborah2744
@menakaborah2744 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@pulokborah1491
@pulokborah1491 Жыл бұрын
Krishna Krishna Bap
@user-zt4rk4jr3e
@user-zt4rk4jr3e 6 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ
@AmarendraMedhi-fg8sl
@AmarendraMedhi-fg8sl 5 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@jintidas6948
@jintidas6948 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ।ইমান সুন্দৰ ব্যখ্যা শ্ৰৱণ কৰি মনত বহুত সুখি হলো।
@pankajdas2791
@pankajdas2791 11 ай бұрын
ভাল লাগিছে শুনিব প্ৰনাম
@JintuKonwar-xm4cd
@JintuKonwar-xm4cd 8 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰনাম প্ৰভু
@lakhi1269
@lakhi1269 Жыл бұрын
কৃষ্ণ কৃষ্ণ,, অতি উত্তম ভাগৱত কথা শ্ৰৱণ কৰি পৰম সন্তোষ লভিলো,,, কৃষ্ণ শংকৰ গুৰু,, 🙏🙏
@jintudutta278
@jintudutta278 Жыл бұрын
Krishna Krishna bapjana
@jyotikumardewri7688
@jyotikumardewri7688 Жыл бұрын
Krishna krishna bap
@monorampathari6513
@monorampathari6513 Жыл бұрын
Krishna bout val lagil Krishna
@technicalthings5530
@technicalthings5530 Жыл бұрын
বৰ সুন্দৰ ব্যাখা , কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@apurbarajkhowa6116
@apurbarajkhowa6116 Жыл бұрын
​@@technicalthings5530😅😅
@nizarabora4923
@nizarabora4923 Жыл бұрын
বৰ সুন্দৰ লাগিল
@munindragogoi2586
@munindragogoi2586 Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা যাচিলোঁ ভাগৱতৰ পৰম অমৃত কথা লৈ
@PadumNeog-vx4vr
@PadumNeog-vx4vr 2 ай бұрын
Om namu bhagabate bashudebia❤krishna krishna krishna❤❤❤❤bahut bahut dhanyabad ❤bap janar charane kuti kuti pranam🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🎉
@gitanjalikonwar1446
@gitanjalikonwar1446 9 ай бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🏻
@RatulBora-y6o
@RatulBora-y6o Күн бұрын
কৃষ্ণ বাপ কৃষ্ণ 🙏🙏❤❤️ 18:31
@bitumoniborah4401
@bitumoniborah4401 7 ай бұрын
Krishna krishna krishna ❤❤❤❤❤
@padumihaloy5349
@padumihaloy5349 8 ай бұрын
Krishna Krishna ❤❤❤❤❤
@golapisaikia9982
@golapisaikia9982 25 күн бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ প্ৰণাম 🙏🙏👏👏👏👏
@nirjurajgogoi319
@nirjurajgogoi319 Жыл бұрын
বহুত বহুত ভাল লাগিল প্ৰভু ৷
@jyotishmandeka7869
@jyotishmandeka7869 Жыл бұрын
Krisn. Krisn bap. Sewa. Grohin. Korib
@bulbulisarma8578
@bulbulisarma8578 Жыл бұрын
🙏কৃষ্ণ ,বাপজনা লক্ষীমপুৰলে আহিব, শুনিয়ে আনন্দত আত্মহাৰা হৈ আছো🙏
@juntiborah3548
@juntiborah3548 7 ай бұрын
শুনি সন্তোষ পালো , সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@bipinbaishya4930
@bipinbaishya4930 7 ай бұрын
Ppp00ppp00ppppp00ppppp0pppppppppppppp
@promudgayan
@promudgayan 11 ай бұрын
🙏🙏❤️🙏🙏প্ৰনাম বাপইশ্ৱৰ
Inside Out 2: Who is the strongest? Joy vs Envy vs Anger #shorts #animation
00:22
Получилось у Миланы?😂
00:13
ХАБИБ
Рет қаралды 4,1 МЛН
What it feels like cleaning up after a toddler.
00:40
Daniel LaBelle
Рет қаралды 83 МЛН