OMG.! মন্তব্য এটি নিদিয়াকৈ থাকিব নোৱাৰিলো, কাৰন ভিডিঅ'টোৱে আজিৰ দিনৰ বিশেষকৈ আমাৰ অসমীয়া সমাজ খনৰ উঠি অহা যুৱক যুৱতী সকলৰ বাবে এখন আইনাৰ দৰে কাম কৰিব । মোৰ বোধেৰে আমাৰ অধ:পতনে যাব খোজা লৰা ছোৱালী বোৰৰ বাবা এক মহৌসুধি হৈছে , দৃশ্যাংশত অংশ গ্ৰহন কৰা সকলো লৈকে শুভেছছা আৰু ধন্যবাদ জনাঁলো It is a vry vry important & moral lession for our young generation, Change your mindset for your future not for your parents....