Kasiyoli Beli | Zubeen Garg | Siddharth(KK) | Prasenjit | Nirmali | Zubeen Garg Music

  Рет қаралды 249,835

Zubeen Garg Music

Zubeen Garg Music

Жыл бұрын

Dharma Shiva Presents 'Kasiyoli Beli' is a song about youth turned to agriculture and take farming as an alternative livelihood option.
Audio Credits:
Lyrics and tune: Diganta Bharati
Music: Palash Surjya Gogoi.
Voice: Zubeen Garg.
Producer: Dharmendra Chetia
Special thanks: Naba Chutia and Raja da
Video Credits:
Production: Dharma-Shiva
Starring: Zubeen Garg, Siddhartha Sharma (KK), Prasenjit Bora, Nirmali S Bora, Mahesh Bora, Dharmendra Chetia, Sneha Saikia
Shooting: Suman Duwara, Bituraj Baruah
Directing: Shantumani Sharma
Supporting actors: Trolukya Baruah, Ankur Thangal
Decorations: Mikon, Poli Gogoi, Riya
Gratitude: Bubul Da, Ranjan Tumoong, Sonapur
Production Controller: Gaurangjit Saikia
Production: Dharmendra Chetia
----------------------------------------------------------------
🔔TURN ON THE BELL ICON on the channel for new alerts! 🔔
Subscribe for more such videos:
KZbin: / @zubeengargmusic4594
Follow ZubeenGargMusic on:
Instagram: / zubeengargmusic
Facebook: / zubeengargmusicofficial
Twitter: / zubeengargmusic

Пікірлер: 1 000
@milannath1961
@milannath1961 Жыл бұрын
🌏🌏মৃত্যু আগ মুহূর্তত যদি কোনোবাই সোধে অন্তিম ইচ্ছা তেনেহলে মোৰ উওৰ হব জুবিন দাৰ গান এটা শেষবাৰৰ বাবে শুনাই দিয়া 🎸🎸জয় জুবিন দাৰ 💗💗
@roufraees8623
@roufraees8623 Жыл бұрын
কথা, সুৰ, সংগীত গোতেইখিনিত বৰ্তমান চলি থকা গীততকৈ বেলেগ এটা সোৱাদ পালো। বৰ ভাল লাগিল। বিশেষকৈ পলাশ সূৰ্য্য গগৈৰ সংগীতত আপ্লুত হলো। তাতেই আকৌ জুবিন দাৰ কন্ঠ। সৰ্বাংগসুন্দৰ।
@sikmikkashyap686
@sikmikkashyap686 Жыл бұрын
গাঁৱলীয়া পৰিবেশত আপোনালোক💚...আৰু আপোনাৰ কন্ঠত গীতটি...মন চুই গ'ল🥀✨...
@prosanjitboro607
@prosanjitboro607 Жыл бұрын
Hosa koye sui goise ❤
@ilovemyindia6714
@ilovemyindia6714 Жыл бұрын
Nice ! My favourate singer,
@____axomsamiran____7494
@____axomsamiran____7494 Жыл бұрын
জুবিন দাই আমাৰ আবেগ, আমাৰ অসমীয়াৰ গৌৰব,আমাৰ অস্তিত্ব 😌❤ না জুবিন দাৰ নিচিনা কোনোবা আছে না জুবিন দাৰ নিচিনা কোনোবা হব পাৰিব 🤘🏻🔥 ____________🤍 জয় জুবিন দা 🤍________________
@tpmultimedia
@tpmultimedia Жыл бұрын
গাঁৱলীয়া পৰিৱেশ 😍❤️❤️লগতে জুবিন দাৰ কন্ঠ 💚💚কে.কে দা ❤️❤️প্ৰসেনজিৎ দা 💚💚নিৰ্মালি বাৰ অভিনয়❤️সঁচাই অন্তৰ চুই গ'ল❤️❤️
@manikbaruah8933
@manikbaruah8933 Жыл бұрын
"কাঁচিয়লি বেলি" অতি সুন্দৰ হৈছে জুবিন দা ❤️ চহা গাঁৱলীয়া জীৱনৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে।জয় জুবিন দা ❤️❤️❤️।
@manpritpritam6613
@manpritpritam6613 Жыл бұрын
আপোনাৰ সৃষ্টিলৈ অধীৰ ব্যগ্ৰভাবে ৰৈ থাকো দাদা, আপুনি এনেকৈ জ্যোতিষ্মান নক্ষত্ৰ হৈ ৰওক অনাদি কাললৈ😘😘😘😘 জয় জুবিন দা💟❤
@siddharthkakati1901
@siddharthkakati1901 Жыл бұрын
দাদাৰ কণ্ঠ একেই আছে এতিয়াও, ভাল লাগিল 💕
@thereupload6372
@thereupload6372 Жыл бұрын
মোৰ ভগৱান........জয় জুবিন দা ❤️ Love from কলিয়াবৰ।❤️
@Rupam_ZG_Kakati1845
@Rupam_ZG_Kakati1845 Жыл бұрын
ধুনীয়া হৈছে গানটো । জুবিন দাৰ এই গানটোত গাওঁলীয়া পৰিৱেশটো সুন্দৰ ভাৱে ফুটি উঠিছে। সেউজীয়া বিনন্দীয়া পৰিৱেশ ।
@user-jq6bs9xp1r
@user-jq6bs9xp1r Жыл бұрын
গাৱঁলীয়া সৰলতা মৰম💕 সেউজীয়া💕 জীয়া মন জীয়া প্ৰান💕 উফ কি যে এই শুৱলা গান বুকুৰ দা কণ্ঠত🙏
@nabajyotiZG
@nabajyotiZG Жыл бұрын
মাজতে আপোনাৰ উচ্চাৰণ/মাত/সুৰ সলনি হৈছিল। কিন্তু এইটো গানত আকৌ সেই শুৱলা/সুৰীয়া কণ্ঠটো ঘূৰি আহিছে🥺। ভাল লাগিল গানটো ❤️
@ncreations320
@ncreations320 Жыл бұрын
তুলনাবিহীন প্ৰভুদেৱ❤🙏 জয় জুবিন দা💖
@palashmedhiofficial4841
@palashmedhiofficial4841 Жыл бұрын
Diganta Bharati Sir + Zubeen Daa Masterpiece....❤❤❤❤❤❤
@nibashdutta6599
@nibashdutta6599 Жыл бұрын
গানৰ কথাত গম পোৱা যায় , মানুহৰ ব্যক্তিত্ব জুবিন দা জিন্দাবাদ
@gopeshjyotydul7447
@gopeshjyotydul7447 Жыл бұрын
এয়া হে আগৰ জুবিন,,, লগত যে দিগন্ত ভাৰতী ❤️
@angshumanbaruah8616
@angshumanbaruah8616 Жыл бұрын
সৃষ্টিশীলতাৰ অপূৰ্ব সমাহাৰ। সাধাৰণতে দেখুৱাই অহা গৰুৰে হালবোৱাৰ পৰিৱৰ্তে অতি অনন্যভাৱে সময়ৰ সৈতে মিলাকৈ ট্ৰেক্টৰ আদি দেখুওৱাটো তাৰেই প্ৰকাশ আৰু লগতে অনুপ্ৰেৰণাও নৱপ্ৰজন্মৰ বাবে। জুবিনদাৰ প্ৰতিটো গানত অনন্য কিবা এটা বিচাৰি পাওঁ, সেইবাবেইটো বিগত প্ৰায় ২৭-৩০ বছৰ শীৰ্ষাৰোহণ কৰি আছে।
@hirakjyotibhuyan2056
@hirakjyotibhuyan2056 Жыл бұрын
মাত টো শুনিলেই হৃদয় সাত পৰি যায় 🙏🙏🙏love you zubeen Da🥰🥰
@jagotsaikia6422
@jagotsaikia6422 Жыл бұрын
❣️কাচিয়লি বেলি পোহৰ বিচাৰি যাও ❣️ জুবিন দা❣️
@operamusical3451
@operamusical3451 Жыл бұрын
আপুনি মোৰ জীৱন , উশাহ আৰু কলিজা হয় জুবিন দা। 💜💚💙
@zubeenonemanarmy8663
@zubeenonemanarmy8663 Жыл бұрын
গানৰ পথাৰত শষ্য সিচি নাভাগৰা মানুহজনেই জুবিন দা😍😍
@theas02mn13
@theas02mn13 Жыл бұрын
সুন্দৰ গৱলিয়া পৰিবেশ , ধুনীয়া লাগিল । জুবিন দা অসমীয়া ৰ আৱেগ । জুবিন দা আপোনাক কূহলে ৰাখক ভগবানে সেয়াএ ভাহবানৰ ওচৰত মোৰ পৰ্থানা ।
@Varioustopics2024
@Varioustopics2024 Жыл бұрын
Zubeen Dada tumi mor All time SuperMan,All time SuperHero,All time Bhogowan...Tumi Mor Param Atma aru moi tumar Ajibon Bhakta🚩🚩🚩😘😘😘🙏🙏🙏
@user-wd5rq3yw4b
@user-wd5rq3yw4b Жыл бұрын
অৱশেষত legand ৰ আগমন ❤❤❤ বহু দিন বাট চাই আছিলো 😍😍🙏🙏❤❤
@nitsedition6295
@nitsedition6295 Жыл бұрын
জুবিন গাৰ্গ মানে ভগৱান........ love u zubeen da...❤️❤️🙏🙏🙏..
@dipankar467
@dipankar467 Жыл бұрын
অমৃতময়, চিৰসেউজ এই কণ্ঠ শ্ৰৱণ কৰি যুগে যুগে ধন্য হ'ব অসমীয়া ।জয় জুবিন দা❤️❤️🥰😍জয় আই অসম ।
@airhook8563
@airhook8563 Жыл бұрын
Zubeen da legend back with one more time a master piece song ❤️ long live Zubeen da ❤️
@anx57
@anx57 Жыл бұрын
I love this song
@journeylifevlogging1738
@journeylifevlogging1738 Жыл бұрын
😍😍😍💙
@hirokjyotinath2586
@hirokjyotinath2586 11 ай бұрын
​@@journeylifevlogging1738❤
@hirokjyotinath2586
@hirokjyotinath2586 11 ай бұрын
@closetomusic4654
@closetomusic4654 Жыл бұрын
Zubeen dar puroni voice Tu xuna jen feel hol.... 2010 year or voice jen lagil 💖💖💖💖💖
@manjittalukdar21
@manjittalukdar21 Жыл бұрын
সঁচাকৈ জুবিন দাৰ গীতত মায়া আছে। এবাৰ শুনিলে হেপাহে নপলাই বাৰে বাৰে শুনি থাকিবৰ মন যায়। দাদা আপুনি সদায় ভালে কুশলে থাকক তাৰে কামনা কৰো সদায় ভগবানৰ ওচৰত। 🙏🏻🌍♥
@DergaonBuoyAmlan606
@DergaonBuoyAmlan606 Жыл бұрын
চহা গান 😍😍ভাল লাগিছে শুনি, love you zubeen da❤️
@kalyandutta8614
@kalyandutta8614 Жыл бұрын
Bohut dinor murot zubeen dar gaan t agor feel ata palu... You are Absolutely amazing kokaisu👍
@Motivation-jo5ri
@Motivation-jo5ri Жыл бұрын
জুবিন দা সদাই🔥✨💫❤️
@riyan5211
@riyan5211 Жыл бұрын
Ki hundor voice 😚😚😚😚
@zubeenbandanagarg1677
@zubeenbandanagarg1677 Жыл бұрын
ধুনীয়া কন্ঠ হৃদয় চুই গল ককাইদেউ ❤😘😘 গীত টো সুন্দৰ হৈছে ভগৱানে যেন সদায় সুস্থ কৰি ৰাখে মোৰ কলিজা জয় জুবিন দা
@status_editor_7513
@status_editor_7513 Жыл бұрын
First view love from palasbari ❤️❤️ Love u Zubeen da June June Zubeen dak val pai xokolowe Jen ai jon manuhr babe vogobanr osort parthana kore ❤️❤️
@hamenray9182
@hamenray9182 Жыл бұрын
গাঁৱলীয়া পৰিবেশৰ মাজত আপোনালোক আৰু আপোনাৰ কণ্ঠত গীতটি হিদয় চুই গল 💐 ZUBEEN দা 💛 U
@ChocolateBoyYusha
@ChocolateBoyYusha Жыл бұрын
"Next Level " Zubeen Da Jui 🔥🔥
@jagabondhusaikia9828
@jagabondhusaikia9828 Жыл бұрын
Zubeen da🔥👌
@itsok9616
@itsok9616 Жыл бұрын
জুবিন দাৰ কণ্ঠত আৱেগ উথলি উঠে। গীতটোৱে কিবা যেন অতীত সাগৰলৈ লৈ গ'ল...........
@pallabbora4771
@pallabbora4771 Жыл бұрын
Old zubeen daa is back with his legendary master piece voice❤️
@papumonimusiclover9848
@papumonimusiclover9848 Жыл бұрын
আপুনি আমাৰ জীয়াই থকাৰ প্ৰেৰণা দাদা ❤️❤️ Love you Dada 😘❤️ Love From Chennai Boss ❤️
@monicreations07
@monicreations07 Жыл бұрын
First view Zubeen da. Love you Zubeen da 🥰🥰
@emonborah7898
@emonborah7898 Жыл бұрын
Zubeen Garg is Musical genius 💙
@zgpompibhuyan2845
@zgpompibhuyan2845 Жыл бұрын
জয় জুবিন দা আমাৰ ভগৱান জন ❤️🌏🙏
@abinashsarma01
@abinashsarma01 Жыл бұрын
🤘❤️
@kachariloravlogs
@kachariloravlogs Жыл бұрын
Zubeen da apuni 🔥🔥 love you ❤️🥰😍
@rajivthakuria2409
@rajivthakuria2409 Жыл бұрын
Dhunia lagil gaan tu huni. Lv u zubeen daa 💓💓
@missionmedico1155
@missionmedico1155 Жыл бұрын
বহুত ধুনীয়া হৈছে জুবিনদা❤️ love you dada❤️
@papidas8058
@papidas8058 Жыл бұрын
গীতটো বহুত ভাল লাগিছে❤️,,,, গাঁৱলীয়া পৰিৱেশ 💚💫.... প্ৰভুদেৱ আপুনি সদায় এনেকৈয়ে থাকক ❤️😘____ LoVe YoU DaDa ❤️🥀
@rickymoran970
@rickymoran970 Жыл бұрын
Zubeen da is a legend ❤️ heartbeat of Assam ❤️mon jai ❤️and KK da ❤️
@jaydev154
@jaydev154 Жыл бұрын
জুবিন দা'ক দেখা পালেই মনত কিবা শক্তিৰ ভাৱ জাগি উঠে । ❤️
@silpidutta8943
@silpidutta8943 Жыл бұрын
খুব ভাল লাগিল দেই। গানৰ কথা, সুৰ লগতে জুবিন দাৰ কন্ঠ, সকলো মিলি সোণত সুৱগা চৰাইছে ❤️❤️
@gsbmusical3173
@gsbmusical3173 Жыл бұрын
A mojja mojja mojja jui jui 🔥 Joi Zubeen Da ❤️🤟🤟🤟
@mr.champakchungkrang9562
@mr.champakchungkrang9562 Жыл бұрын
My favorite singer zubeen da 😍😘😍😘😍😘😘😍😍😘i love this song from Lakhimpur
@ktmdukerider999
@ktmdukerider999 Жыл бұрын
I fell heaven, when I hearing zubeen garg song's জয় জুবিন দা
@mridulphukon1084
@mridulphukon1084 Жыл бұрын
বহুত দিনৰ পাছত এনে ধৰনৰ এটি গীত উপহাৰ পাই ভাল লাগিল দাদা৷❤️❤️❤️
@abinashdeka1372
@abinashdeka1372 Жыл бұрын
Jai hind Zubin da🤞
@tribalvlog6854
@tribalvlog6854 Жыл бұрын
সুন্দৰ ❤️❤️❤️
@raajtilakdas5272
@raajtilakdas5272 Жыл бұрын
Our old school Zubeen is back.......new song but feels like nostalgic
@rupamlahkar1285
@rupamlahkar1285 Жыл бұрын
This what Zubeen Garg is. Zubeen da amak enekua gan he lage .
@bikashdas5541
@bikashdas5541 Жыл бұрын
Beautiful song Love you zubeen da ❤️
@bhargabschannel7637
@bhargabschannel7637 Жыл бұрын
বহুত ভাল লাগিছে সচাকৈ নতুনৰ নতুনকৈ সজাই তোলা হৈছে ভিড‌ওটিত👌 love you zubeen da & all artists ❤️ 💕
@SUZAL2004
@SUZAL2004 Жыл бұрын
Nijor puroni gaon khonoloi barukoiye monot pelai dile gaan 2ye ❤️❤️❤️
@mintupathak5734
@mintupathak5734 Жыл бұрын
অতুলনীয় জুবিন দা । এই গীতটোৰ মাজত কৰ'বাত যেন ১৫/২০ বছৰ আগৰ জুবিন দাক বিচাৰি পালো । তুলনাবিহীন জুবিন......অদ্বিতীয় জুবিন ।
@disantakalita7248
@disantakalita7248 Жыл бұрын
Tammammm 🔥🔥🔥 Joi Zubeen Da 🔥❤️🔥
@touhidhasan7936
@touhidhasan7936 Жыл бұрын
One more ornament to Assamese music industry by legendary duo Zubeen Da and Diganta ..... 👍👍Do watch like ,share...
@poragchetia720
@poragchetia720 Жыл бұрын
Zubeen Garg + Diganta bharati=❤❤❤
@zgnayan6988
@zgnayan6988 Жыл бұрын
Joy zubeen daa apuni bhagawaan hoi🙏😌🙏😘🌼❤️❤️❤️❤️
@subishalbora3175
@subishalbora3175 Жыл бұрын
😍😍
@studentssolutions3113
@studentssolutions3113 Жыл бұрын
God gifted voice our heart legend is back.... Always fvrt Assamese singer more then others 😘😘
@chintumonideka6539
@chintumonideka6539 Жыл бұрын
উফ ককাইদেউ 🎧🎧 গাওঁলীয়া ঠাইত আপোনাক ভাল লাগিছে ❤️
@PKDaa-pd6uz
@PKDaa-pd6uz Жыл бұрын
হৃদয় চুই গল 💖💖🎉💖
@munmunpathari9078
@munmunpathari9078 Жыл бұрын
Zubeen da legend back with one more time a master's piece song❤️long live Zubeen da
@drksoul3588
@drksoul3588 Жыл бұрын
No one can compare zubeen da with other singers 🤍✨
@kalpapator3652
@kalpapator3652 Жыл бұрын
বহুত বেছি ভাল হৈছে ☘ গাওলিয়া ল`ৰা মই।
@manabshorts
@manabshorts Жыл бұрын
Waaah....ami j oxomiya gaan tut anuvab hol akow abar😌❤️joi aai axom✊joi zubeen da
@BimalDas1238-f2k
@BimalDas1238-f2k Жыл бұрын
Zubeen da 🥰😍
@sridhrubakalita7767
@sridhrubakalita7767 Жыл бұрын
Nice song
@memes3484
@memes3484 Жыл бұрын
জুবিন দা তুমি ফালি দিচা 🔥🔥🤟 জুবিন দা তুমি জুই🔥 ✊🧡জয় জুবিন দা💚✊
@bhaskarsurath5941
@bhaskarsurath5941 Жыл бұрын
Diganta Bharati Sir 🙏🙏🙏 You are Just Wow 😘❤️❤️😘
@pranjitsmarttalk5127
@pranjitsmarttalk5127 Жыл бұрын
Jubeen da 😘💕💕 the legend.our hero is come back with a special song.jai jubeen da 😘💕💕 again love 💕 😘
@sridhrubakalita7767
@sridhrubakalita7767 Жыл бұрын
Love you zubeen dada
@kalyanchangmaicreation4205
@kalyanchangmaicreation4205 Жыл бұрын
বহুত ধুনীয়া হৈছে জুবিন দা ❤❤❤জুবিন দা অনুৰাগীয়ে জুবিন দা কাৰণে লাইক কৰি যোৱা 👇
@nabanitapatar4
@nabanitapatar4 Жыл бұрын
সুৰীয়া কণ্ঠৰে আকৌ এটি সুন্দৰ নতুন সৃষ্টি 💝 বাৰে বাৰে শুনিলেও আমনি নালাগে,, ইমান সুন্দৰ এটি গাঁৱলীয়া পৰিৱেশৰ পৰিৱেশনে হিয়া মন জুৰাই গৈছে চাই থাকিলেও হেপাহেই নপলাই ,,,জয় জুবিন দা 🙏💝 আপুনি সদায় কুশলে থাকক আৰু এনেদৰেই নতুন নতুন ধুনীয়া উপহাৰ আমাৰ মাজত বিলাই যাওক💝💓💓
@mrjibonzubeenrock656
@mrjibonzubeenrock656 Жыл бұрын
My hero 🤟🏻
@rakeshbarman5215
@rakeshbarman5215 Жыл бұрын
Diganta daa+zubeen daa=masterpiece
@parthabharali16
@parthabharali16 Жыл бұрын
Legend is back 💙 Beautiful lyrics 💙 গাঁৱৰ চহা জীৱনৰ ছবি দেখি সঁচাকৈ বহুত ভাল লাগিল।
@mintudas20
@mintudas20 Жыл бұрын
Iman dhuniya ata gaoliya video O song♥🥀.... Dada aneka video song aru lage amak..... Jai zubeen da🤘... love you ❤😘
@abinashdas9088
@abinashdas9088 Жыл бұрын
New, fresh, unique, beautiful, zg♥️
@ranjitdas8009
@ranjitdas8009 Жыл бұрын
Zubeen da love from Barpeta ❤️❤️❤️❤️♥️❤️♥️❤️
@dipakmirivideoAS05
@dipakmirivideoAS05 Жыл бұрын
আগৰ পৰ্দাত চোৱা তাহানি দিনবোৰলৈ মনত পৰি গ'ল তাতে জুবিন দা😍❤💙
@dihingiacreationpresent715
@dihingiacreationpresent715 Жыл бұрын
জয় জুবিন দা❤️❤️❤️❤️😘🥰 আপুনি সদায় সুস্থ হৈ থাকক ❤️❤️❤️ আবেগ জড়িত হৈ থাকে মানুহ জন,❤️❤️
@gaurabjyotideka5069
@gaurabjyotideka5069 Жыл бұрын
❤❤❤
@jintupator7042
@jintupator7042 Жыл бұрын
One more beautiful song added on the list of my favorites. Loved it. Totally loved from heart.😍❤️💚
@pranjalsaikia3185
@pranjalsaikia3185 Жыл бұрын
Mozaa zubeen da😍😍😍😍kk da ..prokhnjit bro🥰
@kaushikzggoldie9688
@kaushikzggoldie9688 Жыл бұрын
Mojja Zubeen Daa... Okoman Hokot Howajen Lagise❤❤
@rameshroy632
@rameshroy632 Жыл бұрын
🤟Joi Zubeen da ✊.. love from West Bengal 😊❣️❣️❣️
@parthapratim99
@parthapratim99 Жыл бұрын
Another masterpiece❤️❤️
@Kaushikeditzshorts
@Kaushikeditzshorts Жыл бұрын
ভিডিও টোত সহজ সৰল গাঁৱলীয়া পৰিৱেশটো 💚দেখিবলৈ পাই মন টো 💚 শান্তি পৰিল।।।। লগতে প্ৰসেনজিত দা thanks ZuBeen da💚 #মোৰবসন্ত #জুবিনপাগলাআমি
@nabajyotirajbongshi9166
@nabajyotirajbongshi9166 Жыл бұрын
অতি সুন্দৰ প্ৰদৰ্শন গাঁৱলীয়া প্ৰাকৃতিক পৰিৱেশত গোটেই কেইজনকে ধুনীয়া লাগিছে। Specialy Zubeen da, Kk da and Prasen da, keep it up
When You Get Ran Over By A Car...
00:15
Jojo Sim
Рет қаралды 33 МЛН
I Can't Believe We Did This...
00:38
Stokes Twins
Рет қаралды 119 МЛН
Happy 4th of July 😂
00:12
Alyssa's Ways
Рет қаралды 63 МЛН
Duronire | Zubeen Garg | Sanskrita | Brindaban Theatre | Zubeen Garg Music
4:02
Janu Janu
5:15
Various Artists - Topic
Рет қаралды 6 МЛН
Pakhuri | Minakshi Kalita | Zubeen Garg | New Hit Assamese Song 2020
4:05
When You Get Ran Over By A Car...
00:15
Jojo Sim
Рет қаралды 33 МЛН