No video

খাঁটি-২০২৩ Vol-2 | Khati-2023 | New Bihu Song-2023 | New Bihu-2023 | Bihunam | Anupom Bitupon Bihu

  Рет қаралды 1,499,370

Anupom Bitupon

Anupom Bitupon

Жыл бұрын

অনুপম বিতোপনৰ নিবেদন
খাঁটি-২০২৩ Vol-2
কণ্ঠ-ৰাহুল গগৈ , অভিজিৎ মৰম বৰুৱা , ৰূপ ৰূপম , নিতুল দাডৰা, লক্ষী চন্দ্ৰ দাস , পূৰ্ব গগৈ
ঢোল-দ্বীপ গগৈ, ধীৰাজ গগৈ
তাল,গগণা-পিটি বৰা
বাঁহী-কৈলাস ৰাভা
বীণ-গৌতম শইকীয়া
মেল'ডি ডিজাইন-ভদ্ৰকান্ত দাস
শব্দ গ্ৰহণ-ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ-জিন্তু বৰদলৈ
ভিডিঅ' গ্ৰাফী- তিলক ৰঞ্জন, বিতোপন বৰগোহাঁই
ভিডিঅ সম্পাদনা-তিলক ৰঞ্জন
কভাৰ ডিজাইন- প্ৰণৱ জ্যোতি গগৈ
বিশেষ কৃতজ্ঞতা-মানস শইকীয়া, ভিন্টু দেউৰী, লাচিত বৰুৱা, জানমণি ফুকন, জোনটি কলিতা, যুগস্মিতা কলিতা, চেৰেকাপাৰ সুৰুযমুখী বিহু হুঁচৰি দল, জাঁজী পৰীয়া বিহুদল ।
Other platforms ....
open.spotify.com/track/7HdfNr...
www.saavn.com/s/song/assamese...
open.wynk.in/GulKpw1Imwb?~des...
#Anupombitupon #Khati #New_Bihu-2023 #Khati_Vol-2
#Anupambitupon_Bihu #New_Bihu_Song-2023
#New_Assamese_Song-2023
New_Assamese_Bihu

Пікірлер: 1 400
@mbcreation6960
@mbcreation6960 Жыл бұрын
বিহুগীতবোৰ এনেকুৱা হ'লে শুনি থাকিবলৈ মন যায়।সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ।
@bhaswatisaikia135
@bhaswatisaikia135 Жыл бұрын
গীতটি শুনি থাকিবৰ মন যোৱা হৈছে ।মোলৈ গোৱালপাৰা ৰ পৰা লিংক টো পঠাইছে । আপোনালোক সকলো লৈকে আন্তৰিক অভিনন্দন জনালোঁ ।
@gitimonihazarika9328
@gitimonihazarika9328 11 ай бұрын
Q1
@rishikeshsonowal2301
@rishikeshsonowal2301 3 ай бұрын
​@@bhaswatisaikia135Tujh 5:54
@papuborthakur5424
@papuborthakur5424 Жыл бұрын
এতিয়ালৈকে শুনা বিহুগীত সমূহৰ ভিতৰত অন্যতম সুন্দৰ আৰু শ্ৰেষ্ঠ বিহুগীত, সকলোৰে কণ্ঠ অতুলনীয়, সকলোলৈকে অভিনন্দন যাছিলো 🌺🌺👏👏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@papumach7576
@papumach7576 Жыл бұрын
My
@pallabhazarika7142
@pallabhazarika7142 Жыл бұрын
বৈদ্যুতিক বাদ্য যন্ত্ৰৰ দিনত এনেধৰণৰ থলুৱা বাদ্য যন্ত্ৰৰ সজোৱা বিহু গীত এটা শুনিব পাই ভাল লাগিল। আবতৰিয়া বিহু লাগি গৈছে গাত।👍❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@pallabhazarika7142
@pallabhazarika7142 Жыл бұрын
ধন্যবাদৰ আচল পাত্ৰ আপোনালোকহে, এনে এক সুন্দৰ প্ৰচেষ্টাৰ বাবে। ধন্যবাদ 👍🙏
@ranjitdutta1880
@ranjitdutta1880 Жыл бұрын
অতি সুন্দৰ ❤বিহু অসমীয়া ৰ পৰিচয় হিচাপে অসমীয়াৰ মনত এনেদৰে সদায় সজীৱ হৈ থাকক💖🍃
@runutrajbongshi2138
@runutrajbongshi2138 Жыл бұрын
Runut,rajbongshi
@parishitdewri5600
@parishitdewri5600 Жыл бұрын
কি সুন্দৰ,,,,,এইয়া প্ৰকৃত অসমীয়া সংস্কৃতি। হাজাৰবাৰ শুনিলেও আমনি নলগা সুৰ , শব্দ,আৰু কণ্ঠ।ইয়াতকৈ ভাল উপহাৰ দিয়ক।ভাল লাগিল👍👍👍👍👍👍
@NitulDadhara
@NitulDadhara Жыл бұрын
We Are Khati ❤
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
💚
@hemaphukan1338
@hemaphukan1338 2 ай бұрын
Ai gaan kaita husorit gabo pari na
@jiniphukon1420
@jiniphukon1420 6 ай бұрын
Aitu jugot j aitu hunibole palu, nijoke axomia axomia lagi gol. Aaguai jaouk, aagoloiu hunibole pam buli aakha rakhilu.❤
@MontusSpecial
@MontusSpecial Жыл бұрын
সুন্দৰ বিহু দেই ❤️😍 ৰাহুল, পূৰ্ব , লক্ষী , অভিজিত , ৰূপমসহিতে সকলো লৈকে শুভ কামনা জনালোঁ ❤️😍
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@mintugogoi4135
@mintugogoi4135 Жыл бұрын
বৰ ধুনীয়া লাগিল♥️ বিহুৰ প্ৰকৃত সোৱাদ ✨ কণ্ঠ বাদ্যৰ অপূৰ্ব সংমিশ্ৰণ 💞
@debagogoi6168
@debagogoi6168 Жыл бұрын
অতি সুন্দৰ.....💥💥 সকলোলৈকে শুভেচ্ছা থাকিল। অভিজিত ৰ ষ্টেটাচ আপডেত লৈ অপেক্ষা কৰি আছিলো।।।ভাল লাগিল সকলোখিনি।।।❤️❤️❤️❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@debagogoi6168
@debagogoi6168 Жыл бұрын
আৰু এনেধৰণৰ গান পাম বুলি আশা কৰিছোঁ।।
@fulgogoi2011
@fulgogoi2011 Жыл бұрын
বহুত ধুনীয়া হৈছে
@skkalitavlogs7462
@skkalitavlogs7462 Жыл бұрын
কবলৈ ভাষা নাই ।। গোটেই কেইজনৰ কণ্ঠ 🔥 ।। ঢোল কথা নকওঁ আৰু 🔥 ।। মুঠতে headphone ত full sound দি হে শুনিছোঁ ।। @Anupom-Bitupon দা ❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@leenadeka4803
@leenadeka4803 Жыл бұрын
Rupom , Nitul, Bitupon, Piti... bohute besi vhal lagil ❤️❤️❤️❤️❤️
@Jitumoniborah1
@Jitumoniborah1 Жыл бұрын
সুন্দৰ হৈছে দেই ৷ লগতে ঢোলৰ ভাল জাৰন পৰিছে । সকলোৱে আৰু আগবাঢ়ি যাওক পুনৰ অলেখ শুভকামনা ৷
@purobeegogoi1343
@purobeegogoi1343 Жыл бұрын
শুনি থাকিলেও আমনি নলগা বিহু। বিহু এনেকুৱা হব লাগে। আটাইকেইজনলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@paporisaikiaofficial
@paporisaikiaofficial Жыл бұрын
Birat dhunia lagil..huni thakutai dholr mate muk nosuai dise..tate sinaki mukh..Bohut bohut huvesya..agoloiw anekua bihu hunibo pam buli akha thakil ❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@nituhazarika1848
@nituhazarika1848 Жыл бұрын
সুন্দৰ হৈছে । শুভেচ্ছা থাকিল🥰 আগলৈ এনে সুন্দৰ গীত আগবঢোৱাৰ প্ৰয়াস কৰে যেন❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@hirokjyotibhuyan2937
@hirokjyotibhuyan2937 Жыл бұрын
খাটি মানে একদম খাটি আৰু💚 পূৰ্ব দা,ৰাহুল দা,ধীৰাজ কে ধৰি সকললৈ শুভেচ্ছা থাকিল🥰💚
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@deepshikhagogoi7408
@deepshikhagogoi7408 Жыл бұрын
বৰ সুন্দৰ হৈছে।এনেও বিহু গান শুনিলে নাচো নাচো লাগে।এইবাৰ মাঘবিহুৰ বাবে এটি সুন্দৰ বিহুগীত।আগন্তুক নৱবৰ্ষ আৰু মাঘ বিহুৰ মৰম আৰু শুভেচ্ছা হিমাচল প্ৰদেশৰ পৰা🤗❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@gitashreetamuli3656
@gitashreetamuli3656 Жыл бұрын
কি যে মধুসনা কণ্ঠ😌💗💗 সকলোলৈকে আন্তৰিক শুভকামনা জনালোঁ...... আগন্তুক দিনতো এনে মৌ-সনা ঐতিহাসিক গীত পাম বুলি আশা কৰিলো 😇
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@namitaojah5510
@namitaojah5510 Жыл бұрын
সুন্দৰ বিহুগীত,
@lizaranigogoi2400
@lizaranigogoi2400 Жыл бұрын
অপেক্ষাৰ অন্ত পৰিল😌😌❤❤❤
@pranjalsaikiaR16
@pranjalsaikiaR16 Жыл бұрын
এয়াহে বিহু ❤️❤️ আমাৰ বিহু ❤️❤️❤️ অসমীয়াৰ প্ৰাণস্পন্দন বিহু ❤️❤️❤️❤️ খাঁটি দললৈ আমাৰ কৃতজ্ঞতা যাচিলোঁ । আপোনাসৱ আমাৰ গৌৰৱ । 🙏🙏🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@archanabora1752
@archanabora1752 Жыл бұрын
খুব সুন্দৰ, এনেকুৱা বিহু শুনিলে শুনিয়ে থাকিব মন যায়,😍😍😍😍😍😍😍
@gauravsaikia6626
@gauravsaikia6626 Жыл бұрын
প্ৰকৃত বিহুৰ মাদকতা ❤। ভাল লাগিল ❤আটাইকেইজনৰে মাত বৰ ধুনীয়া ❤নিতুল ❤ লক্ষী ❤ৰূপ ৰূপম❤
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@user-ed1be3ke2b
@user-ed1be3ke2b Жыл бұрын
তৃতীয় বাৰৰ বাবে আকৌ শুনিলোঁ ।। "খাটি" ত প্ৰকৃত বিহু গানৰ মাদকতা বিচাৰি পাইছোঁ ।। কাকজান মহাবিদ্যালয়ৰ মজিয়া কঁপাই তোলাৰ পৰা এতিয়ালৈকে তোমালোকৰ প্ৰয়াস অনন্য। মাথোঁ আগবাঢ়া,সদায়েই অনুৰাগী হৈ ৰ'ম❤
@itzrupjyoti6222
@itzrupjyoti6222 Жыл бұрын
Kimn son r kotha bru ??
@debajaniflute
@debajaniflute Жыл бұрын
কি ধুনীয়া হৈছে !❤️❤️❤️
@sivasagarboy3313
@sivasagarboy3313 Жыл бұрын
নৱবৰ্ষ লগতে মাঘ বিহুৰ আগতীয়াকৈ ধুনীয়া এটি বিহু গান উপহাৰ দিয়া বাবে বহুত ভাল লাগিল❤️❤️
@jatuboruaha3330
@jatuboruaha3330 Жыл бұрын
সঁচাকৈয়ে কেচামাটিৰ খাতি বিহু, হৃদয় চুই গৈছে,,,,
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@rupamuncommon
@rupamuncommon Жыл бұрын
क्या शानदार वीडियो है असम में एक बहुत ही खूबसूरत गाना है वास्तव में मुझे आप पर बहुत गर्व है
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@anilgogoi524
@anilgogoi524 Жыл бұрын
অতি সুন্দৰ। সকলোৰে সুললিত কণ্ঠ আৰু ঢোল তালৰ সমন্বয়ত ৰঙালী বিহুৰ মাদকতা সুন্দৰ ৰূপত প্ৰতিভাত হৈছে।শুনি আপ্লুত হলোঁ। ভৱিষ্যতে আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।( ড° অনিল চন্দ্ৰ গগৈ।)
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏🙏ধন্যবাদ
@chinmoy415
@chinmoy415 Жыл бұрын
অতি সুন্দৰ বহুত ভাল লাগিল শুনি শিৱসাগৰৰ নামটিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম জনাইছোঁ ?❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@kallyansaikia8005
@kallyansaikia8005 Жыл бұрын
😍
@chinmoy415
@chinmoy415 Жыл бұрын
@@kallyansaikia8005 ki khobor kallyan moi chinmoy 😉😁
@kallyansaikia8005
@kallyansaikia8005 Жыл бұрын
Sini paisu bbe rply ata di disu 😁
@RajpolMusical
@RajpolMusical Жыл бұрын
Rahul Da, Purba da, Nitul da, Lakhi da, rupam da, Abhijit da apunaluk hdai 🔥 💓💓
@MountainGaming2506
@MountainGaming2506 Жыл бұрын
❣️
@pabitragogoi9004
@pabitragogoi9004 Жыл бұрын
বহুত ধুনীয়া খাতি বিহু ৷ সকলোলৈকে অশেষ ধন্যবাদ থাকিল❤️🙏
@krishnamonibhuyan3422
@krishnamonibhuyan3422 Жыл бұрын
জুই জুই। এইবাৰ বিহুত বাজিব বাৰুকৈ 😍🥳
@Paradise_events2345
@Paradise_events2345 Жыл бұрын
এনেকুৱা সচা বন্ধু , ককাই ভাইৰ গোট থাকিলে , সদায় জিলিকিব প্ৰতিজন।।মৰম, একতা অটুট থাকক,
@jintucreationandvlog85
@jintucreationandvlog85 Жыл бұрын
আমাৰ ককাই সকললৈ মোৰ পৰা বহুত শুভেচ্ছা জনালোঁ ❤️❤️❤️❤️ নিতুল ৰাহুল অভি অনু বিতু দা সকলোলৈকে
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@dipaliboruah2490
@dipaliboruah2490 Жыл бұрын
Bhal lagil
@tinkusonowal2986
@tinkusonowal2986 Жыл бұрын
বহু দিনৰ মূৰত কেঁচা মাটিৰ গুণ থকা গান‌ শুনিবলৈ পায় মনটো ভাল লাগিল ❤️❤️🙏 অনাগত দিনত আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ,, আগুৱাই যোৱা বন্ধু সকল ❤️❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@pinkuojah6903
@pinkuojah6903 Жыл бұрын
👉Ke hundar bujabola Honda ni ❤️💝👈
@Bhaskarjyoti_Ray
@Bhaskarjyoti_Ray Жыл бұрын
bohu opekhar murot .......ufffff😍😍😍😍
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@pronitaphukon2936
@pronitaphukon2936 Жыл бұрын
Bihu Bihu loga geet..Val lagise .aaru agoloiu hunibo pam buli aakhare
@paporibora9399
@paporibora9399 Жыл бұрын
বহুত ধুনীয়া হৈছে,এইয়াহে বিহু গানৰ মাদকতা🤘💓
@showyourtalent2428
@showyourtalent2428 Жыл бұрын
Rupom, Abhijit agbarhi jaa aru bohut... huvessya hodai ase...logote team tur hokoluloike bohut huvessya jonalu 🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@digantabaruah5243
@digantabaruah5243 Жыл бұрын
সছায় অতি হৃদয়স্পৰ্শী সুন্দৰ বিহু গীত ।
@mbappre6533
@mbappre6533 Жыл бұрын
It's breathtaking!! while 3rd Bihu song comes. "Hunor kolosi rongpurot jilike" draw whole image of that time of Ahom kingdom.
@munmiborah4380
@munmiborah4380 Жыл бұрын
অতি সুন্দৰ ❤️❤️ শিৱসাগৰিয়ান হিচাপে গৌৰৱবোধ কৰিছো আৰু লগতে সকলোলৈকে নতুন বছৰৰ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 🥰🥰
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ। ধন্যবাদ। happy new year
@munmiborah4380
@munmiborah4380 Жыл бұрын
Thank you so much and same to you
@priyakhibordoloi6832
@priyakhibordoloi6832 Жыл бұрын
কি ধুনীয়া 😍 সঁচাই মন নাচি উঠিল ❤️🔥 গোটেই কেইজনৰ সুন্দৰ উপস্থাপন ❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@khanikarprachurjya1137
@khanikarprachurjya1137 Жыл бұрын
এনেকোৱা কেচাঁ মাটিৰ গুন থকা বিহু শুনিলে শুনি থাকিবলৈ মন যায়।।।। কি যে অনুপম।।।।।
@junubora2136
@junubora2136 Жыл бұрын
Bohut dhunia lagil ❤❤❤❤
@ankurjyotiofficial2365
@ankurjyotiofficial2365 Жыл бұрын
ৰূপম দা আৰু অনুপম বিতুপন দা সকলো লৈকে আন্তৰিক শুভেচ্ছা জনাইছো 🙏🙏 আৰু আগবাঢ়ি জোৱা বহুত ভাল লাগিল শুনি 🙏❤
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@lakhinandanlld9175
@lakhinandanlld9175 Жыл бұрын
বহুত দিনৰ মূৰত এনেকুৱা এটা ধুনীয়া বিহু গীত শুনিলো , শুভেচ্ছা থাকিল ❤️❤️
@kukibaruwati2313
@kukibaruwati2313 11 ай бұрын
ডেকা সমোলৈ আন্তৰিক অভিনন্দন। সংস্কৃতি আৰু বুৰঞ্জী জীয়াই ৰখাৰ বাবে।
@mayonkpranjaldas1209
@mayonkpranjaldas1209 Жыл бұрын
Ajjoii🥰 mojja
@krishnashreebharalua669
@krishnashreebharalua669 Жыл бұрын
Rup Rupam da jui
@srisuprabhatsaikia6522
@srisuprabhatsaikia6522 Жыл бұрын
ককাই হত ,সঁচাই খুব সুন্দৰ এটা প্ৰকৃত খাটি অসমীয়া বিহুৰ সোৱাদ দিলা।। Viewers & modern হোৱাৰ ৰ আশাত এইবোৰ বিহু প্ৰায় লুপ্ত হোৱাৰ পথত।। সঁচাই গৌৰম্বিত হৈছোঁ তোমালোকৰ সৃষ্টিত।।মোৰ বিশ্বাস,সকলোৱে গীত টো আদৰি লবই।।। আশা কৰোঁ আৰু এনকুৱা ভাল ভাল গান ভৱিষ্যতেও শুনিবলৈ পাম।। শেষত সকলুলৈকে মোৰ হিয়াভৰা শুভেচ্ছা থাকিল ককাইদেউ হত 💖 আৰু আগন্তুক নৱবৰ্ষ আৰু মাঘ বিহুৰ উলগ জাচিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏🙏
@jasbirmamonichannel431
@jasbirmamonichannel431 Жыл бұрын
বৰ ধুনীয়া লাগিল চাই আৰু শুনি ❤️💗
@stringsujit6766
@stringsujit6766 Жыл бұрын
Khub hundor hoise anupam . Imaan hundor uposthapon agoloi aru pai thakim buli akha rakhilu . Nababarkhar Hubhessa thakil hokolule
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@nilkamalbhuyan9507
@nilkamalbhuyan9507 Жыл бұрын
কিমান যে ভাল লাগে, এই সকল বিহুৱাই আমাৰ আপোন বিহুটিক ইমান সুন্দৰকৈ সজাই পৰাই উপহাৰ দিছে, মন ভৰি পৰিল
@hirokjyotibora1998
@hirokjyotibora1998 Жыл бұрын
ইয়াতকৈ ধুনীয়া নতুন বছৰ আৰু মাঘ বিহুৰ উপহাৰ আন একো হবই নোৱাৰে
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@JikuJubin
@JikuJubin Жыл бұрын
Ufff eman val lagise huni hepah poluwa oo 🔥🥰❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@baruahbhaskar109
@baruahbhaskar109 6 ай бұрын
বিহু বিপথে যোৱাৰ পৰা ঘুৰি আহিছে যেন লাগিছে। ২০২৪ চনৰ শ্ৰেষ্ঠতম বিহু গীত শুনিলোঁ। সকলোটিলৈ বিহুৰ আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু উতৰোত্তৰ কামনা কৰিলোঁ ।
@NumalKhongiadigital
@NumalKhongiadigital 7 ай бұрын
বিহু নাম বোৰ এনেকৈ সযতনে সংৰক্ষণ কৰি নিভাজ বিহু বাদ্যৰ দ্বাৰা ৰখা প্ৰতিজন অসমীয়াৰ দায়িত্ব,,, বহুত সুন্দৰ হৈছে, শুনিলে শুনি থাকিবৰ মন
@anjanasaikia829
@anjanasaikia829 Жыл бұрын
বহুত সুন্দৰ হৈছে| 10বাৰৰ তকৈ বেছি শুনিলো|❤
@northeastrhinosridersclubp780
@northeastrhinosridersclubp780 Жыл бұрын
Moiu 🙏
@fluteprasantagogoi6528
@fluteprasantagogoi6528 Жыл бұрын
এয়াহে আমাৰ অসমীয়া খাটি বিহু গীতৰ ৰূপত পৰিছে,,, বৰ ভাল লাগিল শুনি থাকিলেও আমনি নলগা,,,, আগলৈও এনেকৈয়ে ধুনীয়া গীত শুনিব পাম বুলি আশা থাকিলে, সকলোলৈ শুভেচ্ছা থাকিল বহুত,
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@user-ey9xk8hr3k
@user-ey9xk8hr3k Жыл бұрын
❤❤❤❤❤❤
@jaysreemech6284
@jaysreemech6284 Жыл бұрын
এয়াহে বিহু ❤️
@anupriyagogoi2837
@anupriyagogoi2837 Жыл бұрын
Val lagel huni rupam da aru nitul da❤️
@pahariburagohain6316
@pahariburagohain6316 Жыл бұрын
ইমান ধুনীয়া ❤️
@himantabailung6767
@himantabailung6767 Жыл бұрын
গানৰ সোৱাদ একদম খাটি ❤️ সকলোকে এনেকৈ দেখি ভাল লাগিল । কম´কতা সকলোলৈকে ধন্যৱাদ " খাটি" ৰ সোৱাদ দিয়া বাবে🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@BAHumenBoruah
@BAHumenBoruah Жыл бұрын
মুগ্ধ হ'লো পৰিৱেশনত। গা উঠি অহা বিহু। বিহুনামত বুৰঞ্জীৰ বৰ্ণনা দেখি ভাল পালো। আচলতে বিহু নামত অকল প্ৰেম আৰু বিৰহেই নহয়, বিভিন্ন সময়ৰ সমাজ একোখনকো বিহু নামে প্ৰতিফলিত কৰে। কামটোত জড়িত সকলোলৈকে শুভকামনা জনাইছো। সময় আৰু সমাজৰ আভাস দিয়া বিহু নামবোৰ প্ৰাণৱন্ত কৰি ৰাখক।
@jpcreations9252
@jpcreations9252 Жыл бұрын
এক বুজাব নোৱাৰা ফূর্তি সোমাই আছে গীতটিত ❤❤ধন্যবাদ অনুপম/বিতুপন ককাই❤🙏
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@bhaskargogoi5921
@bhaskargogoi5921 Жыл бұрын
দিনে ৰাতিয়ে একেৰাহে শুনি থাকিব পৰাকৈ ধুনীয়া ❤️
@boraxomsubhrajitbailung1289
@boraxomsubhrajitbailung1289 Жыл бұрын
মৰম আৰু আশীৰ্বাদ সদায় আছে আগলৈও থাকিব ❤️ বিহু প্ৰতকৃত সোৱাদ এইয়া😊পকা বিহু বুলি কয় যে ইয়াকে কয় 😊
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@mayurpankhisaikia7484
@mayurpankhisaikia7484 Жыл бұрын
Huni thakile huni thakibor mn jai bohut vl hoise bihutu ❤️❤️❤️❤️👍👍👍🙏
@navajitboruah802
@navajitboruah802 Жыл бұрын
Bohut dhunia hoise,,, bihu bihu lagi goise.. aguai jua tumaluk..❤️
@parishmitaborah3966
@parishmitaborah3966 Жыл бұрын
এইবিলাক হে বিহুগীত শুনি শুনি আমনি নালাগে, খুবেই সুন্দৰ হৈছে দাদা 👌💚😊
@realindianfacts7076
@realindianfacts7076 Жыл бұрын
কেঁচা মাটিৰ গোন্ধ থকা এটি মনোৰম বিহু বহুত দিনৰ পিছত শুনিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এনে প্ৰচেষ্টা যাতে আগলৈও অব্যাহত ৰাখে তাৰে কামনা কৰিলো।
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@rubigogoi9132
@rubigogoi9132 Жыл бұрын
আমাৰ অসমৰ কেচাসোণ এইকিজন বহুত ভাল লাগিল । ই্্ৰৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ তোমালোকক ভাইটিসকল
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@mintugogoi9770
@mintugogoi9770 Жыл бұрын
aaiiijoooi bihu bihu lgise gat 🔥🔥🔥🔥💓💓💓
@lakhyahiragohain2011
@lakhyahiragohain2011 Жыл бұрын
এইয়া হে বিহু ,, আমাৰ মান। বহুত ভাল লাগিল 🥰🥰
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@pranjalgogoi4602
@pranjalgogoi4602 Жыл бұрын
বহুত বহুত ধুনিয়া হৈছে ,,, বিহু হলে এনেকুৱা হব লাগে ❤️❤️❤️
@dharanisaikia382
@dharanisaikia382 Жыл бұрын
আমাৰ দাদাসকল জুই। ইমান ধুনীয়া গাইছে বহুত ভাল লাগিল ❤️💥🥵
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@Nibir_swapnam_saikia
@Nibir_swapnam_saikia Жыл бұрын
Bahhhhhh❤😊
@prantrishnabaruah9237
@prantrishnabaruah9237 Жыл бұрын
বহুত ধুনীয়া লাগিল শুনি।❣️ মাঘ বিহুলৈ বৰ ধুনীয়া উপহাৰ ✨💞
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@dnmusicandvideo8490
@dnmusicandvideo8490 Жыл бұрын
সুন্দৰ❣️❣️বহুত দিনৰ পাছত মাটিৰ গোন্ধ থকা খাঁটি বিহুগীত এটি শুনিলো🥰🥰এইবাৰ মাঘ বিহু আৰু ইংৰাজী নৱবৰ্ষত হিলাব লাগিব🔥🔥
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@prankuldutta1636
@prankuldutta1636 Жыл бұрын
Hosakoi khati akhomiya bihu... Eidhoronor bihu geet raijok upohar dear babe dhonyobaad...
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@swapnaliborgohain7019
@swapnaliborgohain7019 Жыл бұрын
Bohut dinor pasot eti hundor bihu geet hunibo palu.. 👍👍
@ponkhiphukonmusical1335
@ponkhiphukonmusical1335 Жыл бұрын
মোৰ ফালৰ পৰা সকলোলে আগতীয়াকৈ মাঘৰ বিহু আৰু নৱ বষৰ শুভেচ্ছা যাচিলো❤❤ মই এগৰাকী বিহু বলীয়া ছোৱালী বিহু গান শুনিলে ৰব নোৱাৰো💞💞 কোনে কোনে গীতটি শুনি ভাল পালে লাইক আৰু কমেন্ট কৰিব দাদা সকলৰ বাবে। ধন্যবাদ দাদা সকল ইমান ধুনীয়া গীতটি অসম বাসী ৰাইজক উপহাৰ দিয়া বাবে💞💞💞
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ ধন্যবাদ
@pujasaikiafojilove6132
@pujasaikiafojilove6132 Жыл бұрын
সুন্দৰ আমাৰ গৌৰৱ শিৱসাগৰ ঐতিহাসিক জয়সাগৰ 💓💓💓💓💓
@BoishnobPranBorah
@BoishnobPranBorah Жыл бұрын
Trending t Jaboi kokaihot Sinta Nkoriba😊❤️🔥🙏
@murulidhari150
@murulidhari150 Жыл бұрын
অতি সুন্দৰ
@vloggerswapnil1222
@vloggerswapnil1222 Жыл бұрын
কি কম ইমান ভাল লাগিছে মৰমৰ ককাই দেউ হত / একেবাৰে মনতো জানমনি জুনবাই দিনলৈ লৈ গৈলা 😍🤗❤❤আবতৰীয়াত ৰঙালি বিহু গাত লাগি গল /এইবাৰ মাঘ বিহুত গীততি DJত লগাই ককাল ভাঙি নাছিম পুৰা ।🤗
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@prabhathazarika7048
@prabhathazarika7048 Жыл бұрын
Nice song 🔥🔥🔥🔥
@pubaliboruah3342
@pubaliboruah3342 Жыл бұрын
বৰ ধুনীয়া 💚
@dollyborgohain6302
@dollyborgohain6302 Жыл бұрын
Hundor hoisae hokolurae...bahut dinor pasot Bihu gan anekuwa..dhoronor huni hosai bahut bahut vl lagil ...Aagoloiu anekoi gaan hunibo paam buli aakha thakil ..
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@medhibabu8992
@medhibabu8992 Жыл бұрын
Heart touching:Jai aai axom❤
@khatiaxomiapranjalrajkhowa9172
@khatiaxomiapranjalrajkhowa9172 Жыл бұрын
বহুত ধুনীয়া হৈছে 👍 সকলোৱে ভাল গাইছে আৰু ভাল বজাইছে 👍 সঁচা অৰ্থত এইটো এটা সুন্দৰ বিহুগীত হৈছে ❤️❤️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@priyankagogoi5945
@priyankagogoi5945 Жыл бұрын
Bohut dhunia hoise..... Fali dse🔥🔥🔥🔥🔥🔥
@rashmibora2489
@rashmibora2489 Жыл бұрын
প্রকিত বিহুৰ মাদকতা প্রান পাই উথিছে,, গান টু শুনি এপাক নাছিএ দিলো আৰু
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@rupjyoti483
@rupjyoti483 Жыл бұрын
🙏বহুত বহুত ধন্যবাদ “এই অন্যতম হিয়াৰ আমঠু” বিহু গীতটিৰ বাবে….আগুৱাই যাওক….শুভেচ্ছা থাকিল আপোনালোকলৈ😊💐সচাঁয়ে বহুত ভাল লাগিল………
@dibakorgogoi7158
@dibakorgogoi7158 Жыл бұрын
Bihu boliya ami axomiya ❤️😀
@modhugogoi7966
@modhugogoi7966 Жыл бұрын
Rupam, abhijit dui jonole huveshaa jonalu.. Ru aguai jua💐
@dipjyotihazarika2001
@dipjyotihazarika2001 Жыл бұрын
A.... Moja.... Oti xundor... Ane aru Upohar di thakiboloi anirudh thakil...
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@nirmalisonowal1487
@nirmalisonowal1487 Жыл бұрын
Hundor
ОБЯЗАТЕЛЬНО СОВЕРШАЙТЕ ДОБРО!❤❤❤
00:45
Sigma girl and soap bubbles by Secret Vlog
00:37
Secret Vlog
Рет қаралды 15 МЛН
Son ❤️ #shorts by Leisi Show
00:41
Leisi Show
Рет қаралды 9 МЛН