Hoxake bht dhunia gan ata uliala daii bndhU aguwai jua Tumi akha korisu in future anekua hundor hundor gan upohar Pao Jen...what a sweet voice keep it up and one day you will be become one of the famous singer of Assam
@oldisgoldassamessong8782 Жыл бұрын
ধুনীয়া দাদা ❤️❤️ শিৱসাগৰ পৰা মৰম যাচিছো
@sabinchutiachutia8861 Жыл бұрын
ধুনীয়া হৈছে গীত ভিডিঅ'দা💝💝💝💝
@thanugogoi6119 Жыл бұрын
এই গানটো কেৰেলাৰ পৰা কোনে কোনে সোনিছা লাইক এটা দিবা!গানটো কিন্তু 🔥🔥🔥❤️❤️❤️
@munavaimbm1344 Жыл бұрын
লুইত দা আপোনাৰ গানৰ কথা সুৰত কিবা যাদু আছে সেয়ে মোৰ সকলোতকে প্ৰিয় উফ।ভাল লাগিল বৰুৱা।
@jagannath...deka..65 Жыл бұрын
Mr বৰুৱা সঁচাকৈ সুন্দৰ গীত 💖 আগবাঢ়ি যোৱা,,,
@neelamlan7414 Жыл бұрын
কি সুন্দৰ ক'বলৈ ভাষা নাই লক্ষ্যজিৎ দা🥰👉🏻❤👈🏻। মৰম পঠিয়াইছো টিংখাংৰ পৰা❤ । মাঘৰ বিহুৰ ওৰে ৰাতি বাজিব ভেলাঘৰত🔥🤘🏻
@rafikulislam4460 Жыл бұрын
Donena
@debojitboruah4370 Жыл бұрын
নতুন বছৰৰ নতুন পৰিকল্পনা লৈ এটি নতুন গীতৰ নতুন সোৱাদ পাম বুলি আশা ৰাখিলোঁ ককাই ।আৰু আগবাঢ়ি যোৱা তুমি ।সদাই আছো তোমাৰ লগত আমি সংগীত জগতৰ সাৰথি হৈ।Love from Sivasagar ❤️😇🤝