KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
।। এখন উন্নতি হোৱা ঘৰৰ কেইটামান লক্ষণ।।প্ৰথম খণ্ড।। অসমীয়া বাস্তুশাস্ত্ৰ।।
17:14
দক্ষিণ দিশৰ এটা ডাঙৰ প্ৰতিকাৰ।।দক্ষিণ দিশৰ সমস্ত বাস্তুদোষৰ মাজত ৰক্ষা কৰিব পৰা উপায়।।Vastu Assam।।
7:49
Incredibox Sprunki vs Inside Out 2 - Which team will win? #shorts #animation
00:30
Smart Sigma Kid #funny #sigma
00:33
Кто круче, как думаешь?
00:44
When u fight over the armrest
00:41
এখন ঘৰ ধ্বংস কৰিব পৰা চাৰিটা ভয়ংকৰ বাস্তুদোষ।।Vastu Assam।।
Рет қаралды 332,613
Facebook
Twitter
Жүктеу
1
Жазылу 356 М.
Vastu Assam
Күн бұрын
Пікірлер: 684
@brojenkrgogoi5795
3 жыл бұрын
অতি মৰ্মান্তিক কিন্তু কঠোৰ বাস্তৱ।ক'লে শুনিবলৈ টান ,ৰূপায়িত কৰিবলৈ গুৰুৰ কৃপা আৰু আপোনাৰ দৰে দধিচিৰ ত্যাগৰ প্ৰয়োজন।
@chabinkalita560
3 жыл бұрын
Sir kontu dikhat out tank thakile bhal.... Janabo buli asha karilo
@mamubarman9231
3 жыл бұрын
@@chabinkalita560 is the
@ananyaboruah6843
3 жыл бұрын
@@chabinkalita560 @@@@@@
@bharatidasmedhi9286
3 жыл бұрын
🤔
@aikankalita6733
3 жыл бұрын
Val lagil
@ArtAkufleetofficial7
3 жыл бұрын
ছাৰ আপোনাৰ কথাখিনি সম্পুন শুদ্ধ আমি নিজে ভূক্তভুগি নিশ্চয় ভাল দিন আহিব ।আপুনি আমাৰ বাবে ভগৱান হিচাপে আহিছে ।
@rekhaborah9066
2 жыл бұрын
হয় মহাশয় 🙏 আপুনি কোৱা প্ৰত্যেক টো কথা চিৰন্তন সত্য। আজি আপোনাৰ ভিডিঅ'টো পায় গম পায়ছো। মোৰ ঘৰত এনেকুৱা বাস্তুদোষ আছে। নিশ্চয় আতৰাম।আপোনালৈ আশীৰ্বাদ থাকিল প্ৰভু 🙏।
@meghalidas8572
2 жыл бұрын
আপুনি যিখিনি বাস্তু দোষ ৰ কথা কৈছে, সেই গোটেই খিনি এ আমাৰ ঘৰত হৈ আছে, কথা খিনি জানিব পাৰি বহুত সুখী দাদা। আপোনালৈ বহুত বহুত ধন্যবাদ।।।
@gupikantahazarika2113
Жыл бұрын
কথা খিনি জানি ভাল লাগিল ,পানিৰ উৎস ক'ত আৰু লেতিন কোন দিশত থাকিব লাগে মহাশয় জনালে সুখি হম।🙏🙏 আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।
@kalpanasenguptabaruah5180
Жыл бұрын
Ekdom thik kotha koise. Dhannyabaad jonalo 🙏🏻 Kalpana sangupta Baruah. Dibrugarh
@dabegame1223
2 жыл бұрын
suprobhat, sir,, apunar poramokho khini pai, bohut bohut dhonybad, aji jibontu mukti pam jen onubhob hoise, aru 10bosoror agote apunak pab lagisil, apunar kotha sokolu sudho, moi atiya buji paisu ....apunar dirghayu kamona korilu..... May God bless you...
@lizabora4043
2 жыл бұрын
Thank you sir.Aapunar kotha bur hosa hoi.hokolu bur aamar logot milise.bohut nojona kotha hikibo Parisu.
@dimbeswarpegu9421
3 жыл бұрын
ছাৰ সঁচাকৈ আপোনাৰ ভিডিঅ খিনি ছাই বহুতো ভাল লাগে। আপোনাৰ যিমানবোৰ কথা কৈছে আখৰে আখৰে মিলি গৈছে। জনাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ।
@kalpanasenguptabaruah5180
3 жыл бұрын
আপুনি ভালে থাকক সদায়। কল্পনা সেনগুপ্তা বৰুৱা। ডিব্ৰুগড়, অসম 🙏🏿
@pujamusicsongs7903
3 жыл бұрын
আপোনাৰ ভিদিঅ ভাল লাগে আৰু মই বহুত ভাল ফল পাইছো বহুত ধন্যবাদ
@julibora3603
2 жыл бұрын
Thank you sir
@karabideka6594
2 жыл бұрын
আপোনাৰ কথা খিনিৰ বহুত উপকৃত হলো। ধন্যবাদ।
@ilikenature3916
3 жыл бұрын
Dhanyabad Dh Deb Apuner Cenel Saao Bahukhini Upkrit Haisu Long Live
@animesshsharan
3 жыл бұрын
Bor gurutapurna kotha 4 ta jonala. Hokoluwe bor upokrito hobo. Dhonyobaad 🙏
@lakshmidas2520
2 жыл бұрын
বহুত ভাল লাগিল আপোনাৰ উপদেশ আপোনাক অশেষ ধন্যবাদ জনালো
@Nirupam-vo5tu
Жыл бұрын
Dhanyabad aponak khula upodex agborai diarbabe.
@isheswardeori7404
2 жыл бұрын
Sir.apunar.kathabor.bhal.lagil....thanks
@netraprasadsaikia3193
3 жыл бұрын
বহুত বহুত ধন্যবাদ চাৰ 👏👏
@nipansaikia7911
3 жыл бұрын
100%মোৰ লগত হৈ আছে ছাৰ ,,আপোনাক বহুত বহুত ধন্যবাদ
@mahendrakalita7611
2 жыл бұрын
আপোনাক মণ্টব্য বোৰ বহুত মূল্যবান ।
@Deepjyotiffgamer
2 жыл бұрын
একদম সত্য কথা কৈছে ।।বহুত ভুগিছো কিন্তু ।।।।।
@sandhyapatowary9329
3 жыл бұрын
সুন্দৰ কথা ...জানি ভাল লাগিল......
@mokshodadevi1132
3 жыл бұрын
Thank u sir. Bahut lagatiyal katha ata janilo.
@rhythmsagaraofficial3591
3 жыл бұрын
আপোনাৰ ভিডিও টো চাই অনুভৱ কৰিছো , কি দোষত ভুগী আছোঁ । এশ শতাংশ শুদ্ধ কথা কৈছে আপুনি । বহুত বহুত ধন্যবাদ ।
@pradipgogoi195
3 жыл бұрын
সুন্দৰ লাগিল লগতে নজনা জ্ঞান লাভ হৈছে।
@gitikanath3157
3 жыл бұрын
Thx dada bhut vl ktha sikilo aonar pra.
@gitaligoswami5042
3 жыл бұрын
Hosa koisa apunak bohut2 dhoinobad
@somethingwithpompee8513
3 жыл бұрын
বহুত ভাল কথা ক'লে ছাৰ, ধন্যবাদ 🙏
@RuhilaSaikia
4 ай бұрын
চাৰ আপোনাৰ ভিডিঅ'টো শুনি বহুত ভাল লাগিল।
@beautihazarika614
2 жыл бұрын
Sir ভাল লাগিল আপোনাৰ কথা কেইটা শুনি আমি চেষ্টা কৰিম ৷
@apurbakalita3998
3 жыл бұрын
Bohut bohut bohut Dhynabad
@nijudowarah4123
3 жыл бұрын
ধন্যবাদ থাকিল আপোনাৰ লৈ ছাৰ ।
@Moyuriboramoyuri_xi_2oe
Жыл бұрын
Bohut val lagil thank you sir
@ranjitagoswami2023
3 жыл бұрын
Sir your remadi is vy important moi bohut flow koru and gd result pai su thank you sir
@trishnaboraphukon182
3 жыл бұрын
Yes moi sur kora video buru saisu
@ramensarma8263
3 жыл бұрын
Yes 100 %
@manashiborgohaindas4156
3 жыл бұрын
Good information..... thank you dada ❤🙏
@nirupamasaharia794
3 жыл бұрын
Bahut bhal lagile sir🙏🙏
@munukonbhi4932
2 жыл бұрын
ধন্যবাদ থাকিল চাৰ, আপোনালৈ
@nabanath7668
3 жыл бұрын
Thank you dada.bohut vl kotha koise dada.
@niruhazarika689
2 жыл бұрын
apunar kotha t bahut voi khaisu.
@namitasarma2271
3 жыл бұрын
বহুত বহুত ধন্যবাদ ছাৰ।
@tiludevi3225
8 ай бұрын
অশেষ ধন্যবাদ
@minuhazarika2375
2 жыл бұрын
ধন্যবাদ চাৰ আপোনাৰ মন্তব্য বহুত ভাল লাগিল। আপুনি কোৱা চাৰিটা বাস্তৱ দোষৰ। তিনিটা আমাৰ ঘৰটে। আছে আমি। বহুত কষ্ট ত ভূগি আছো
@isheswardeori7404
2 жыл бұрын
Sir.apunar.kathabor.suni.bhal...lagil
@harakantatamuli1053
2 жыл бұрын
Many many thanks to you for this vedio .
@geetatamuliphukan2652
3 жыл бұрын
Bohut Dhanyavad
@jintumonihazarika3631
3 жыл бұрын
Bahut gurutwapurna katha sakuluwe mani samoy thakute nijok , aanoku abagot karaoke. Dhanyavaad.
@nilimabaruah137
3 жыл бұрын
Bohut sundar hoisa
@novagamings9499
3 жыл бұрын
একদম সঁচা কথা। 👍👍
@kuldeepkalita6853
3 жыл бұрын
সুন্দৰ কথা কলে। ধন্যবাদ। ভগবানে সহায় কৰিলে নিশ্চয় আপোনাক লগ কৰিম। অলপ পৰামৰ্শ বিচাৰিম।
@ramensarma8263
2 жыл бұрын
100% Right
@kalpanasenguptabaruah5180
3 жыл бұрын
ভাল লাগিল 🙏🏿। ধন্যবাদ
@pakhilaray6815
3 жыл бұрын
Dhanyobad sir.amio bhugi asu.
@mondakinisonowal9191
3 жыл бұрын
Thank you. Voiye lage. Kot ba dukh lagi ase.!
@joydoley9973
2 жыл бұрын
ভাল লাগিল ছাৰ আপোনাৰ পৰামৰ্শৰ মোৰ বিষেশ প্ৰয়োজন
@PallabitaHazarika-d6h
3 ай бұрын
SO GOOD ...👍 NEWS .. SIR...🤗🙏
@abhijitchetia4619
Жыл бұрын
Vl lgy dei apunr kothabur biswakhi
@newtonboro3576
Жыл бұрын
Very good asam vastu
@sumbaruah322
3 жыл бұрын
কথাখিনী বৰ ভাল লাগিল
@matugogoi7012
2 жыл бұрын
Bohut bohut Val lagil dada 👍👍
@ranaboruah430
3 жыл бұрын
Waiting Sir .
@jamunakhanikar4123
3 жыл бұрын
ধন্যবাদ ছাৰ 🙏🙏🙏
@DipshikhaSaikia-er4yd
Жыл бұрын
Akdom xosha kotha koi se sir 🙏🙏🙏❤️❤️❤️
@arunagogoi2596
2 жыл бұрын
ভাল লাগিল
@RubiDevi-n7t
3 ай бұрын
Bahut bahut dhanyabad🙏
@julisonowalrecipe1433
3 жыл бұрын
Nomoshker sir vhal lagil
@rohondhadumiaawcmcsapekhat8627
3 жыл бұрын
Sir right Kotha koisay
@ajitgogoi4420
2 жыл бұрын
Aapunar kotha Manu sir Val kotha koise aamar ghror lgot mili goise kintu hai unnti video dokhint Val buli koisil
@kdetipsinfo
2 жыл бұрын
Bht vl lagil
@gitamoni8369
2 жыл бұрын
Sir thanks very nice video 🙏🙏🙏
@MoromiDas-ox2ux
5 ай бұрын
Good information dada thank you
@botgaming8205
3 жыл бұрын
Thanks for you
@sikhsbordoloi9852
2 жыл бұрын
আপোনী কোরাবোৰ সকলো মুল্যরান।পতিকাৰ সনদৰভত ময়ো একমত।বহুকেইটা মূল্যবান উপদেশ পালো,,,দিয়াৰ বাবে বহু বহু ধন্যবাদ ।আপোনাৰ Videu সদাই চাই থাকিম,,,
@kalaynigogoi145
2 жыл бұрын
মুল্যবান ,বৰ সাৰুৱা কথা 🙏🙏ছাৰ।
@digantaborah6970
3 жыл бұрын
বহু সুন্দৰ কথা জনালে।ধন্যবাদ।
@bidyasagarmultimedia5286
3 жыл бұрын
Thanks for information
@rambahadurrairai1711
2 жыл бұрын
Good idea good coment
@pranjalsarma4481
3 жыл бұрын
Thank you so much Dada God bless you
@bijoydeka652
4 ай бұрын
সুন্দৰ শুভেচ্ছা থাকিল বন্ধু 🙏
@munmoniduttasaikia5390
2 жыл бұрын
অতি গুৰুত্বপূৰ্ণ বিষয়।যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিছো। ধন্যবাদ ।
@pranabkrgogoi5246
3 жыл бұрын
বহুত সুন্দৰ কথা কেইটা ক'লে
@botgaming8205
3 жыл бұрын
Video tu val lagil sai
@chaodaniel5919
2 жыл бұрын
Good for your valuable feedback
@runjunsarma9067
3 жыл бұрын
Bhut vl lgil sir...
@nirurajkhowakonch4324
5 ай бұрын
কোন দিশত শৌচাগাৰ হব লাগে। সেইটো জনালে বেছি উপকৃত হয়
@prasenjitpaulpaul1835
3 жыл бұрын
Thank you
@pranabbarman9255
5 ай бұрын
,🙏🙏🙏 great sir 🙏
@dipsikhasanapoti970
2 жыл бұрын
Sir dukh khini jani bht val lagil ..atia ghr akhn bonale Kt keneke Ki bostu thakibo lge ata video hompurnoke bonabosun
@monuranjanphukan5223
2 жыл бұрын
উত্তম ,চিৰ সত্য বছান ।
@_.fayeeqaa._
Жыл бұрын
Well said
@jeetassamvlog5955
3 жыл бұрын
Thanks 💚
@sewalihazarika5513
3 жыл бұрын
🙏🙏🙏
@paragjyotirajkhowa5241
3 жыл бұрын
সত্য কথা
@nitiskitchen4659
Жыл бұрын
বৰ সুন্দৰ পৰামৰ্শ
@ritasaikia2416
3 жыл бұрын
Thanku Thanku
@monidipakonwar1778
2 жыл бұрын
Thanks
@pratimadas6518
Жыл бұрын
সম্পূণ শুদ্ধ কথা 🙏🙏🙏
@kabitachoudhury3242
2 жыл бұрын
Sir ,gari uporot vastu Shastra tips diboloi anurud jonalu
@maheswardoley4092
3 жыл бұрын
Thanks dada
@jibonjyotidutta622
3 жыл бұрын
আপোনাৰ কথাখিনি মোৰ লগত মিলিছে কাৰণ আগতে ভুলহৈ যোৱা বাবে এতিয়া ভোগ কৰিব লগা হৈছে এতিয়া শুদ্ধ কৰিছো যদিও তৰ ফলাফল পাবলৈ সময় লাগিব 🙏🙏
@girlsdiys248
3 жыл бұрын
Ya
@khireswargogoi4858
3 жыл бұрын
মই ভুগি আছো, আমাৰ ঘৰৰ লেটিন বাথৰুম পৰা আদি কৰি প্ৰতিটো বস্তুৱেই দক্ষিণ পশ্চিম ফালে আছে, কোনো কথা বতৰা নোহোৱা কৈ সৰু সৰু কথাতে কাজিয়াৰ সূত্ৰপাত হয়।
@namonibasumatary2758
2 жыл бұрын
In TV in 3D
@gouriprovadas9420
2 жыл бұрын
God blezss you
@rinkumonisaikia7976
3 жыл бұрын
Val lagil sir
17:14
।। এখন উন্নতি হোৱা ঘৰৰ কেইটামান লক্ষণ।।প্ৰথম খণ্ড।। অসমীয়া বাস্তুশাস্ত্ৰ।।
Vastu Assam
Рет қаралды 485 М.
7:49
দক্ষিণ দিশৰ এটা ডাঙৰ প্ৰতিকাৰ।।দক্ষিণ দিশৰ সমস্ত বাস্তুদোষৰ মাজত ৰক্ষা কৰিব পৰা উপায়।।Vastu Assam।।
Vastu Assam
Рет қаралды 89 М.
00:30
Incredibox Sprunki vs Inside Out 2 - Which team will win? #shorts #animation
AnythingAlexia
Рет қаралды 22 МЛН
00:33
Smart Sigma Kid #funny #sigma
CRAZY GREAPA
Рет қаралды 6 МЛН
00:44
Кто круче, как думаешь?
МЯТНАЯ ФАНТА
Рет қаралды 6 МЛН
00:41
When u fight over the armrest
Adam W
Рет қаралды 33 МЛН
16:19
পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??গেটখন দক্ষিণ পূব ত আছে
PUHOR Live 8
Рет қаралды 64 М.
11:50
কি ভুলে ঘৰলৈ পইচা অহাত বাধা দিয়ে ? আচৰিত কৰিব পৰা কেইটামান ভুল !! Vastu Assam।।
Vastu Assam
Рет қаралды 105 М.
19:08
ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ ১১টা সহজ উপায় | বাস্তু শাস্ত্ৰৰ আটাইতকৈ জৰুৰী নিয়ম | Vastu Tips Assamese
Motivator Niranjan
Рет қаралды 208 М.
10:15
মহিলাৰ এইকেইটা অভ্যাসে এখন ঘৰ বৰবাদ কৰি দিয়ে || Assamese Vastu || Best Motivational Video ||
Be positive
Рет қаралды 207 М.
16:39
কেতিয়া এখন ঘৰত পূজাৰ ফল নধৰে ?কেতিয়া পূজাৰ ফল পোৱাত আপুনি ব্যৰ্থ হয় ? Vastu Assam। Dhurrjyoti Baruah
Vastu Assam
Рет қаралды 103 М.
10:51
আপোনাৰ আঙুলিৰ এই ৰেখাৰ মাজতেই লুকাই আছে আপোনাৰ ভাগ্য | Assamese Astrology | Motivational Video ||
Be positive
Рет қаралды 312 М.
10:19
নিমখৰ ৬ টা চমকপ্ৰদ প্ৰয়োগ।।অসমীয়া বাস্তুশাস্ত্ৰ।।Vastu Assam
Vastu Assam
Рет қаралды 163 М.
30:26
বাস্তু-শাস্ত্ৰ অনুসৰি ঘৰখনৰ কোন দিশত কি ৰাখিলে উন্নতি হয়? ‘বুলনি’ত বাস্তু-শাস্ত্ৰবিদ ড০ মেনকা মহন্ত
NB News
Рет қаралды 61 М.
15:29
আপোনাৰ শত্ৰুক ধ্বংস কৰাৰ মহাউপায় !! Assamese Astrology ll Astro Sankar
Astro Sankar
Рет қаралды 345 М.
15:56
হনুমান চালীসাৰ আচৰিত ফলাফল ।। Vastu Assam ।।Benefits of Hanuman Chalisa in Assamese ।।
Vastu Assam
Рет қаралды 117 М.
00:30
Incredibox Sprunki vs Inside Out 2 - Which team will win? #shorts #animation
AnythingAlexia
Рет қаралды 22 МЛН