কিয় ৰাইজৰ আদালতত থিয় হ’বলগা হৈছে আছু নেতৃত্ব? শোণিত কুমাৰ ভূঞাৰ সৈতে LIVE & EXCLUSIVE

  Рет қаралды 3,248

Pratidin Time

Pratidin Time

Күн бұрын

‘সত্য’ নে ‘ষড়যন্ত্র’ : কিয় আছু এৰিলে শংকৰজ্যোতিয়ে?
কিয় ৰাইজৰ আদালতত থিয় হ’বলগা হৈছে আছু নেতৃত্ব?
ৰাইজে দিয়া সন্মানক ‘অসন্মান’ কৰিছে নেকি আছু নেতৃত্বই?
অসমৰ জ্বলন্ত সমস্যাসমূহক লৈ আজিৰ আছু আশা কৰা ধৰণে সৰৱ হয়নে?
মতান্তৰ-মনান্তৰ সকলো উপসৰ্গই গা কৰিছে নেকি আছুৰ মাজত?
অসমৰ সকলো জাতি-জনগোষ্ঠীক একেলগে আগবঢ়াই নিব আছুৱে পাৰিছেনে?
শীৰ্ষ নেতৃত্বই আছুৰ বাবে প্রধান শত্রু নেকি?
তৃণমূল আছু কৰ্মীৰ ভাবাৱেগক নেতৃত্বই উপলব্ধি কৰেনে?
কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে LIVE & EXCLUSIVE
#PratidinTime #Assam #TalkShow #AASU

Пікірлер: 7
@RuprazKhilonzia
@RuprazKhilonzia 2 сағат бұрын
Utpol Shorma Bohut Val Lora.aami bohut aakha koru.Sarjun Hanse Congresletion Bro
@PalHumsafar
@PalHumsafar 7 сағат бұрын
দলৰ কোনো নিজাববীয়াকৈ মূল মন্ত্ৰ নাই । ৰাজনৈতিক দলবোৰে আছুক নচুৱাই থাকে । ছাত্ৰ সমাজ বা অসমৰ প্ৰতি বা অসমৰ জাতীয়, কলা সংস্কৃতিৰ প্ৰতি কোনো দ্বায়িত্ব নাই । ইমান পুৰণি দল এটাৰ নিজাববীয়াকৈ আত্ম নিৰ্ভৰশীল চিন্তা ধাৰা নাই । চৰকাৰে ইচ্চা কৰিলেই আছুৰ প্ৰতিবাদবোৰক নিমিষতেই বন্ধ কৰাই দিয়ে । এটা সময়ত বহুত ভাল লাগিছিল আছুক কিন্ত এতিয়াও অনুভৱ হয় আছু এটা 'সুবিধাবাদী' দল সংগঠন । আছুত আজিলৈ মহিলাক গুৰুত্ব দিয়া প্ৰতিফলিত হোৱা দেখা নাই । মহিলাই নেতৃত্ব লব নোৱাৰেনে কৰিবই দিয়া নাই । সেয়া অকল আছুক কোৱা হোৱা নাই সকলো দল সংগঠনক কৈছো । কি মহিলা বুধি বিচাৰ বিবেচনা কৰিব নোৱাৰে নেকি ? ন্যায়ালয়ৰ বিচাৰপীঠ হব পাৰে, DIG, SO, MAJOR, PILOT etc হব পাৰে এই দল সংগঠনক (বোৰক) নেতৃত্বত দিব পৰা মহিলা আজিলৈ জন্ম হোৱাই নাই নেকি ??? ছাত্ৰ ছাত্ৰীৰ, স্কুল কলেজ, সমাজ, জাতীয়তাবাদে নাই সেই দলবোৰ উদ্দেশ্যবোৰ কি??? সমাজ কল্যাণ নে অন্য কিবা... । কথাখিনি কলো মনত আছিল আৰু অসম খনক ভাল পাওঁ কাৰণে কলো । আমাক দল সংগঠন লাগে । আৰু দল সংগঠনবোৰ অলপ সবল কাৰ্য্যকৰীকৰণ হব লাগে ।
@thedevogramstory7483
@thedevogramstory7483 8 сағат бұрын
Janu aru sob nijar mnuh ani loisa... AASU lobi sola aru samjual aru utpal mili ujjoni leader burok side kri asa.. Amr murkho ujjoni neta bura samsa hoi thakiba... Best of luck... Kam nai
@swaminath7698
@swaminath7698 2 сағат бұрын
আছু আজিৰ তাৰিখত জাতীয় জীৱনৰ মূল সমস্যা ৰ পৰা আতৰি ৰাজনৈতিক দলৰ comand মতে চলে
@sukleswarnath6079
@sukleswarnath6079 10 минут бұрын
উৎপল শৰ্মাহঁতে জানিছিল,পাৰিলেহেতেন আছুক বদনামৰ পৰা ৰক্ষা কৰিবলৈ,কিন্তু শঙ্কৰজ্যোতিক খেদিবলৈকেই এখন নাটক ৰচিত আছুক বলিৰ পঠা সজালে ।
@mcqsassam
@mcqsassam 7 сағат бұрын
Next aasu a ai lora tuk General Secretary de dakhauk tatiya aasu hudha buli kom
@mcqsassam
@mcqsassam 7 сағат бұрын
Sonit o toi Aibur bad da.... Toi janu Taj de piso..... Tut ka ami base aasu korixu .... Aitya aibur futuka fan bujiso
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 55 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 10 МЛН
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 39 МЛН
Quiet Night: Deep Sleep Music with Black Screen - Fall Asleep with Ambient Music
3:05:46
Nastya and balloon challenge
00:23
Nastya
Рет қаралды 55 МЛН