কি কাৰণত পতন হ'ল শ্বেখ হাছিনাৰ? শ্বেখ হাছিনাৰ পতনৰ ১০টা কাৰণ ।

  Рет қаралды 76,759

DY365

DY365

Күн бұрын

কি কাৰণত পতন হ'ল শ্বেখ হাছিনাৰ? শ্বেখ হাছিনাৰ পতনৰ ১০টা কাৰণ ।
#sheikhhasina #bangladesh #dy365
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 68
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
শ্বেইক হাচিনাৰ শাসনৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ শাসনৰ কিছু মিল আছে।
@prankrishnavlogs9890
@prankrishnavlogs9890 Ай бұрын
100%
@umeshdoley9132
@umeshdoley9132 Ай бұрын
আমাৰ ইয়াৰ লগত অলপ মিলিছে হাচিনাৰ লগত।
@anowarhussainkhan5731
@anowarhussainkhan5731 Ай бұрын
মই বাংলা দেশৰ নিউজ শুনিছোঁ গোটেই খিনি সত্য কথা।
@HabibUllah-yp9rd
@HabibUllah-yp9rd Ай бұрын
Very good analysis....
@dupitorakhaklari
@dupitorakhaklari Ай бұрын
১০০%
@munmuncreation123
@munmuncreation123 Ай бұрын
আমাৰ দেশ আৰু ৰাজ্য খনতো একেই চলি আছে দেখোন।
@mrmedul808
@mrmedul808 20 күн бұрын
তোমরা কোন দেশি বাঙালি আমি তো বুঝিনা তোমাদের কথা, ❤️🥰🇧🇩
@safiqulislam1159
@safiqulislam1159 Ай бұрын
Accurate statement
@madhurjyamahanta
@madhurjyamahanta 27 күн бұрын
সুন্দৰ বিশ্লেষণ, অহংকাৰ আৰু একনায়কত্ববাদেই হাছিনাৰ পতনৰ মূল কাৰণ । জনতাৰ ভোটেৰে জয়ী হৈ জনতাক যদি শোষণ কৰে, তেতিয়া জনতাই ক্ষমা নকৰে ।
@mdrashelkhan5539
@mdrashelkhan5539 22 күн бұрын
রাইট ভাই বাংলাদেশ থেকে বলছি।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
বিজেপিৰো একে হবলৈ গৈ আছে।
@parthapratimsaikia4585
@parthapratimsaikia4585 Ай бұрын
😂😂😂😂 akol bjp ne baki bilak hantit thakibo n 😂
@user-xu8kz4ys4q
@user-xu8kz4ys4q Ай бұрын
এশ গৰু মাৰিলে বাঘৰ ও মৰন হয় ।
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox Ай бұрын
নৰেন্দ্ৰ মোদী আৰু হিমন্ত শৰ্মা মহোদয়ে কামবোৰ একেধৰণে কৰিবলৈ আৰম্ভ কৰিছে বুলি ৰাইজে ক'বলৈ ধৰিছে,ই অশনি সংকেত। সকলোৱে সমানে সমান সা-সুবিধা লাভ কৰিব লাগে।ই কল্যাণকামী ৰাষ্ট্ৰৰ বৈশিষ্ট্য।
@lalithazarika0110
@lalithazarika0110 Ай бұрын
ক্ষমতালোভী আছিল।একনায়ত্ববাদৰ ফলাফল।
@nivagogoi9859
@nivagogoi9859 28 күн бұрын
সংৰক্ষণ উঠাই লৈ জনগণক শ্ৰেষ্ঠ বুলি বুলি মানিব লাগিছিল । নিজকে শ্ৰেষ্ঠ বুলি ভবাৰ বাবেই এনে হল । লগতে সামৰিক বিৰোধীৰ বাবেই ।
@zecky3054
@zecky3054 Ай бұрын
তাই একাই একশ ভাবিছিল নেকি
@nagenboro9154
@nagenboro9154 29 күн бұрын
💯 PC right
@user-vo7ei8ki5v
@user-vo7ei8ki5v Ай бұрын
বাংলাদেশৰ মৌলবাদী আমেৰিকাৰ ষড়যন্ত্ৰৰ বলি হৈ এই অৱস্থা হ'ল
@NirmolRay1996
@NirmolRay1996 Ай бұрын
হাচিনাৰ দোষ আছিল হয়।কিন্ত সেইবুলি বাংলাদেশৰ নাগৰিকে বাংলাদেশৰ সম্পত্তি ধ্বংস কৰা আৰু হিন্দুক অত্যাচাৰ কৰাটো বাংলাদেশৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ দোষ।।।প্ৰতিবাদ,আন্দোলন শান্তিপূৰ্ণ কৰিব পাৰে।।গতিকে হাচিনা চৰকাৰৰ ভূলৰ বাবে আজি হয়টো বাংলাদেশৰ লগত ভাৰতৰ বেয়া সম্পৰ্ক হব।এতিয়া চীন আমেৰিকাই ভৱিষ্যতে ভাৰতৰ লগত যুদ্ধ কৰাৰ বাবে বা়ংলাদেশক আহিলা হিচাপে ব্যৱহাৰ কৰিব।।
@indiamylove4833
@indiamylove4833 Ай бұрын
Lindu lindu kori aso....dexor musolmanor upaorot hua akromonor xomoit tohote enjoy koro
@pradipkalita3161
@pradipkalita3161 Ай бұрын
Hindu muslim sabare oparat atyasar haise ,kintu kisumane hindur kathatu highlight karise Rajneetir karane​@@indiamylove4833
@author150
@author150 29 күн бұрын
​@@indiamylove4833তহতক নো কোনে আক্ৰমন কৰিব পাৰে তহতৰ নিচিনা শান্তিৰপূৰ্ণ লোক কত আছে হিন্দুস্থানত হিন্দু সংখ্যাগৰিষ্ঠ নহলেও আমাৰ বাংলাদেশৰ হিন্দু নিচিনা অবস্থা হল হয় তহতৰ এতিয়া Owaisi কত গল
@commenti5459
@commenti5459 Ай бұрын
নিজকে অতিমানৱ বুলি ভাবিছিল নেকি
@RabinaBegum-hl8cz
@RabinaBegum-hl8cz Ай бұрын
Bharat sarkar aru bangla sarkaror majot okono parthokyo nai😢😢😢
@MWorld134
@MWorld134 Ай бұрын
Sheikh Hasinar Dore hobo adin Modi aru Himanto (Amar Kangsa Mamar) 👍
@debangamoran7459
@debangamoran7459 Ай бұрын
Mama u hob adin anekua
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
শ্বেখ হাছিনা আৰু মোদী বা হিমন্তৰ চৰকাৰে একে ধৰণে কাম কৰি আছে। অচিৰেই তেনে দিন আহি আছে ভাৰত তথা অসমত।
@jwngmajwngchardaimary3018
@jwngmajwngchardaimary3018 Ай бұрын
100/ same to india govt
@arfanalisikdar8083
@arfanalisikdar8083 Ай бұрын
হাচিনাৰ আইনা ঘৰ বা গোপন কাৰাগাৰৰ বিষয়ে প্ৰচাৰ কৰিৱ ।
@user-br7wf5gw9x
@user-br7wf5gw9x Ай бұрын
Same for india
@MonuranjanPhukan-c2e
@MonuranjanPhukan-c2e 29 күн бұрын
অসম তথা ভাৰতৰ দৰে একেই ।
@indianjourney5049
@indianjourney5049 Ай бұрын
Axomt ki hb future dekhaok...news
@samadg5388
@samadg5388 Ай бұрын
God
@indianjourney5049
@indianjourney5049 Ай бұрын
Best news chnnel hosa gur endharot mithhaa❤❤❤axomot ki hoi eibor hoine? article 19 expression
@gunakantabaruah6243
@gunakantabaruah6243 Ай бұрын
কাৰন কোনে বনালে ক'ব লাগে। এনেয়ে কেনেকৈ কৈছে?মই যদি কও এতিয়াৰ ৰাজাকাৰেই ৰাজপাটত ক'লে কি মতামত দিব ?অনয় দেশৰ ৰাজনৈতিক অৱস্থাক ইমান দাথিকব পৰা কেনেকৈ?উওৰ কি ? ইত্যাদি প্ৰশ্নৰ অৱতাৰনা থকা বাতৰিক বিভ্ৰান্তিকৰ বোলা যায়।
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox Ай бұрын
বহুতেই ভাৰতৰো একেই অৱস্থা হ'ব পাৰে বুলি ক'বলৈ লৈছে,ই কিন্তু শুভ লক্ষণ নহয়।
@AbdulBasit-kz2sq
@AbdulBasit-kz2sq Ай бұрын
Assam me ho
@niroddeka8957
@niroddeka8957 27 күн бұрын
ইয়াৰ এটাও নহয়, এনেই ৰাইজক বুৰ্বক নবনাব
@pranabbezbaruah6126
@pranabbezbaruah6126 Ай бұрын
ছাত্ৰ আন্দোলন মিছা কথা
@abdullatifamibharaterassam493
@abdullatifamibharaterassam493 Ай бұрын
Modir akei nity
@nortest3343
@nortest3343 Ай бұрын
Mudi jir ketia hoi janu ai obostha.👌
@AbdulBasit-kz2sq
@AbdulBasit-kz2sq Ай бұрын
Assam me hoga aise
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
যুব চাত্র হত্যা ১০০ নহয় ১০০০ ৰ অধীক
@HuntuSagar03
@HuntuSagar03 Ай бұрын
Sab Planing asil Jen Anubhav hoy
@ranjankeot3875
@ranjankeot3875 Ай бұрын
Kinu kam... amartuba ki hoine raize.... nd assam............
@mrmedul808
@mrmedul808 20 күн бұрын
আচ্ছা এই বাংলা ভাষার রাজ্যের নাম কি 😷
@jwngmajwngchardaimary3018
@jwngmajwngchardaimary3018 Ай бұрын
😢
@user-vp7cm1cm6t
@user-vp7cm1cm6t Ай бұрын
Awami league or muslim ba hindu members burok bule goru piton di aase besibhagei muslim morise... aaru etia Indiat eitu hindu muslimor kajiar rup di aase.. wah ki politics....
@user-vp7cm1cm6t
@user-vp7cm1cm6t Ай бұрын
Hunisu teur sakor etar bule 450 crore or homppoti aase...
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp Ай бұрын
ইয়াৰ আৰত আৰু কিবা আছে নেকি ভাৰতলৈ হিন্দু আৰু লগতে মুছলিম সকলোকে খেদি পঠিওৱাৰ বিৱসথা।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
Sheikh Hasina Bangladeshi Modi Sarkar bhal bondhu Modi Sarkar hai Bharat Teri Bangla dekho samarthan kare Modi hatao dekh batao
@KushalNath-e4t
@KushalNath-e4t Ай бұрын
Misa kotha
@anowarhussain8418
@anowarhussain8418 29 күн бұрын
কি মিছা।
@sanjibhazarika6498
@sanjibhazarika6498 Ай бұрын
Shekh hasina r poton r karon jani aami ki bl korim. kela.
@user-jd3cm1qm6t
@user-jd3cm1qm6t Ай бұрын
Kheda khuar jugyo tenekua neta. Ji jonotar hoi navabe
@RuprazKhilonzia
@RuprazKhilonzia Ай бұрын
Hikha usit pale burhiye
@Saiful_islam_ahmed
@Saiful_islam_ahmed Ай бұрын
Voice clear huwa nai 😮😮😮😮
@KushalNath-e4t
@KushalNath-e4t Ай бұрын
Beya hol buli bra penty loi khelibo lage neki
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
শুঙি চাই ভাল পাই লৈ আনিলে বোধহয়
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 16 МЛН
❌Разве такое возможно? #story
01:00
Кэри Найс
Рет қаралды 7 МЛН
escape in roblox in real life
00:13
Kan Andrey
Рет қаралды 20 МЛН