কিহেৰে পুজিমপ্ৰভূ kihere pujim probhu} parthona world healing prayer centre Ranjan chutia Jesus

  Рет қаралды 1,614,064

Ranjan Chutia

Ranjan Chutia

Күн бұрын

#jesus #worldhealingprayercentre #Ranjanchutia #কিহেৰে পুজিমপ্ৰভূ #kiherepujimprobhu
#jesus
তোমাক মই,নাই মোৰ একোৱেই নাই । ---2
1) সন্তোষ হোৱা তুমি,নিজৰ গুণেৰে
মই দীনহীন পাপী প্ৰভূ----।2
2) মোৰ আছে মাথোঁ এখনি হৃদয়
সেই হৃদয়েৰে পূজীম তোমাক----।..2
3) শুচি কৰা তুমি মোৰ হৃদয়
জানিছো প্ৰভূ মই দুৰাচাৰী ।
🙏🙏🙏✝️
#Sunitchutia

Пікірлер: 1 500
@user-sf8uk6js5n
@user-sf8uk6js5n 2 жыл бұрын
গীতমালা:86:হে মোৰ ঈশ্বৰ, তোমাত বিশ্বাস কৰোঁতা দাসক তুমি পৰিত্ৰাণ কৰা।
@momisarma7222
@momisarma7222 2 жыл бұрын
moi je apunar usorolai jaboi pora ni pita ...apunak dudin sapunot dekhilu...Jonai nojonai sadai parthona Koru....apuni arsivad koribo..logote jisu pitaru arsivad bisarisu.amen
@nilakhisonowal5032
@nilakhisonowal5032 2 жыл бұрын
@@momisarma7222 same praise the lord 🙏🙏✝️✝️✝️💕💕💕 Amen
@darshana2144
@darshana2144 2 жыл бұрын
Aapunak gole log pam nai atiya
@nilamonidehingianilamonide526
@nilamonidehingianilamonide526 2 жыл бұрын
jai jisu pita
@nilamonidehingianilamonide526
@nilamonidehingianilamonide526 2 жыл бұрын
mur udhar kora pita jisu
@mousumiassam
@mousumiassam Жыл бұрын
Jisu pita tumi hokolu Jana pita ,amr hoi thoka situation tu tumatke valka ru kuna janibo ,pita udhar kora 🙏pap vul bur maf kora,praise the lord 🙏
@kabitamoran6158
@kabitamoran6158 Жыл бұрын
হে প্ৰভু আমাৰ লৰাটো দুখ পালে ভাল কৰি দিযা প্ৰভু যীচু পিতা🛐🛐🛐❤️❤️❤️✝️✝️✝️আমেন 🙏🙏🙏
@bhaveshmohan6986
@bhaveshmohan6986 Жыл бұрын
Halleluiah praise the lord Thank you Jesus Christ Dhanyawad prabhu yeshu masih aaru Guru pita Guru maa loi koti koti pranam tatha dhanyawad Amenn amen amen
@bikramhd369
@bikramhd369 Жыл бұрын
🙏 হে প্ৰভু যিশু মই আপোনাক বিশ্বাসত লৈছোঁ মোৰ দেউতা অসুস্থ হৈ আছে তেখেত সোনকালে সুস্থ হৈ উঠিব বুলি মোৰ বিশ্বাস আছে প্ৰভু যিশু 🙏
@dipengogoi5681
@dipengogoi5681 9 ай бұрын
হে প্রভু মোৰ মা দেউতাৰ লগতে আমাকো বেয়া পথৰ পৰা সথ পথলে নিয়া যাতে তোমাৰ আশীর্বাদ লও এয়ে তোমাৰ ওচৰত মই প্রাথনা কৰিছো
@sunilsarma3477
@sunilsarma3477 Жыл бұрын
প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেবকো প্ৰশংসা জনাইছো প্ৰভূ যীচু খ্ৰীষ্টৰ মহান বাণী সমূহ শুনি আমিবোৰ উপকৃত হৈছোঁ ধন্যবাদ আমেন হালেলুবা
@pronabsaikia1998
@pronabsaikia1998 4 ай бұрын
Praise the lord he porbhu tumer saraner pora muk dur nokariba❤muk doya kora pita hallelujah Amen 🙏
@kanaklotapayeng7611
@kanaklotapayeng7611 3 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 প্ৰভু যীচু প্ৰাথনা সকলোকে সুস্থ কৰক মোকো কৰক 🙏🙏 আমেন ❤️❤️
@miracleworld3952
@miracleworld3952 Жыл бұрын
He pravu jisu, kripa kora, health vale rakha, happiness dia,hodai logot thaka tumi hahokh hoi.hukhi kora provu.amen🙏
@rajipdohutiadohutia9234
@rajipdohutiadohutia9234 3 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰু দেৱ আৰু গুৰু মা লৈ কুটি কুটি বাৰ 🙏প্ৰনাম জনালো 💖✝️ আমেন
@dittimoniborpatra2745
@dittimoniborpatra2745 9 күн бұрын
হে প্রভু মোৰ আৰু মোৰ পৰিয়াল ৰ সকলো ধাৰ আৰু সমস্যা নাই কিয়া দিয়া।
@karabigogoi5993
@karabigogoi5993 Жыл бұрын
হে প্ৰভু , মোৰ মা বৰ অসুস্থ , তেওঁক ,সুস্থ কৰি তোলা প্ৰভু , মই উপাইবিহীন , ৰক্ষা কৰা ।
@jeshuprabhusong
@jeshuprabhusong 3 ай бұрын
Amen 🙏
@Spanish702
@Spanish702 9 күн бұрын
Jesus tumi Mur babu jhyai Tula prabhu jesus ❤❤❤❤
@fancymech9307
@fancymech9307 Жыл бұрын
হে প্ৰভু যীচু, আমাক বিপদৰ পৰা উদ্ধাৰ কৰা..মাক ৰোগৰ পৰা মুক্ত কৰা.. সকলোবোৰ ৰিপ'ৰ্ট ভাল আহে যেন।
@MukutBailung
@MukutBailung Ай бұрын
হে প্ৰভু যীশু তোমাক বহু বেছি বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏
@bhubanborah8492
@bhubanborah8492 Жыл бұрын
হে যীচু প্ৰভু মোৰ আইক আৰোগ্য কৰি তুলক।আপোনালৈ শতকুটি প্ৰণাম।
@junadutta1250
@junadutta1250 7 ай бұрын
প্রভু তোমাৰ প্ৰাৰ্থনাই মোৰ জীৱন সলনি কৰিলে তোমাক কোটি কোটি ধন্যৱাদ জনাইছো হাল্লেলুৱা ৷
@lokeswargogoi6014
@lokeswargogoi6014 2 жыл бұрын
পিতা তোমাৰ পবিত্ৰ আত্মা আমাৰ মাজত সদায়েই মজুত থাকিব আমিন আমিন আমিন 🙏🙏🙏🙏🙏🙏🙏
@nibeditakhaund9192
@nibeditakhaund9192 Жыл бұрын
probhu Alice r loraa to xusthyoo kori d🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@kabitadas6231
@kabitadas6231 Жыл бұрын
প্রভূ তোমাৰ কৃপা সদায় আমাৰ ওপৰত বনায় ৰাখিবা 🙏🙏
@priyankanath5331
@priyankanath5331 Жыл бұрын
হে প্ৰভু তোমি মোৰ ল'ৰা তোক ভাল কৰি দিয়া....আমেন
@Universe_Boss1
@Universe_Boss1 3 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক প্ৰভু যীচু আমাক সদায় ৰক্ষা কৰি ৰাখিবা
@BubulDutta-r2c
@BubulDutta-r2c 2 ай бұрын
হে যিচু প্ৰভূ মোক অকনমান কৃপা দিয়া
@sonitpurprinters3848
@sonitpurprinters3848 3 жыл бұрын
যীচুতুমি মোৰ পৰম বন্ধু যীচুতুমি জৌৱনৰ পৰম বন্ধু যীচু তুমি মোৰ জীৱনৰ পৰম ৰক্ষক
@Spanish702
@Spanish702 Сағат бұрын
Probhu Daya kora babu jhyai Tula prabhu jesus praise the lord ❤❤❤❤❤❤❤
@himadrigogoi6082
@himadrigogoi6082 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। আৰু গুৰুদেৱলৈও ধন্যবাদ। যিজন গুৰুপিতাৰ পৰা তোমাক চিনি পালো । তেওঁক কোশলে ৰাখিবা । হে ঈশ্বৰ তোমাৰ স্থান সদায় মোৰ হ্নদয়ত,তুমি মহান দয়ালু পিতা তোমাক ধন্যবাদ প্ৰভু ধন্যবাদ ধন্যবাদ,আমেন আমেন আমেন হাল্লেলুইয়া 🙏🙏🙏
@user-km9hc6vs4x
@user-km9hc6vs4x 5 ай бұрын
😊
@Spanish702
@Spanish702 17 сағат бұрын
Probhu babu jhyai Tula jesus christ save my son from danger zone jesus christ 😭😭😭😭🙏🙏🙏
@bishaldeka6060
@bishaldeka6060 2 ай бұрын
হে প্ৰভু যীশু মোৰ মা - দেউতা বহুত দুখত আছে, সিহঁতে ভালদৰে খাব নাপায়, বহুত ভোকত থাকে, আৰু বেমাৰত ভুগি থাকে, ময়ো উপায়হীন হৈ আছোঁ। মাৰ শৰীৰত বিষ বেমাৰ হৈছে তুমি ভাল কৰি দিয়া প্ৰভু.....।
@biswajitchetia7377
@biswajitchetia7377 22 күн бұрын
পৃথিৱীৰ ৰ্সবজনলৈ প্ৰভূ যীচু কৃপা মিলক অ প্ৰভূ যীচু পিতা ধন্যবাদ জনাইছো ঈশ্বৰৰ প্ৰশংসা হওক🙏🙏
@happysonowal1732
@happysonowal1732 Жыл бұрын
Praise the lord মোৰ দেউতাক ৰোগৰ পৰা সুস্থ কৰি তোলক প্ৰভু
@Spanish702
@Spanish702 2 күн бұрын
Probhu Daya kora babu jhyai Tula jesus praise ❤❤❤
@aparajitaborbora1668
@aparajitaborbora1668 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক। তোমাৰ মহিমা সদা- সৰ্ব্বদায় হওঁক। আমেন 🙏
@bipulgogoi247
@bipulgogoi247 5 ай бұрын
প্ৰভু মই বহুত মানসিক অশান্তিত আছো। মোক শান্তি আনি দিয়া। । মোৰ কৰ্মত সুস্থিৰতা আনি দিয়া। prais the lord.
@namigogoi5272
@namigogoi5272 Жыл бұрын
🙏ঈশ্বৰৰ প্ৰশংসাৰ হওক,🙏 আমাৰ সকলোকে ভালে কুশলে ৰাখিবা 🙏প্ৰভু🙏আমেন 🙏
@happysonowal1732
@happysonowal1732 10 ай бұрын
Praise the lord he probhu Mur hontantik rugor pora hustho kori diya.
@Sneha...96
@Sneha...96 Жыл бұрын
Prabhu Jisu 🙏🙏🙏🙏🙏🙏🙏🙏🙏hustha kori rakha probhu amak...Tumr mohima opar...Praise you Jesus 🙏🙏🙏🙏 AMEN
@user-xs2be8mq2g
@user-xs2be8mq2g 22 күн бұрын
Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 🎉🎉🎉 Amen 🎉🎉🎉 Hallelujah 😂😂😂😂 প্ৰভু বহুত দুখত আছো কৃপা কৰক 🎉🎉🎉🎉🎉
@darshanadas1469
@darshanadas1469 3 жыл бұрын
Praise the lord🙏🙏হে প্ৰভু দয়া কৰা।ৰাষ্টা দেখুৱাই দিয়া প্ৰভু।বিপদত পৰা উদ্ধাৰ কৰা।
@junadutta1250
@junadutta1250 Жыл бұрын
হে পৰম পিতা তুমি জগতৰ জীৱিত ঈচচৰ তোমাৰ নাম ললেই আমি পৰিত্রান পাও আমেন আমেন
@narenborah5507
@narenborah5507 2 жыл бұрын
ঈশ্বৰৰ প্রশংসা হওক। হে প্রভু যীশু তুমি আমাকে সকলো বিপদৰ পৰা পৰিত্ৰাণ দিয়া। তোমাৰ চৰণত পৰিছো প্রভু
@birenbora8770
@birenbora8770 2 жыл бұрын
ঈছৰৰপখশাহ
@mbh5329
@mbh5329 Жыл бұрын
Praise the lord 🙏🙏🙏🙏🙏🙏🙏🙏🙏amak ai bipodor pora raikha kora probhu haleluiya amen
@swarnalataboruah8368
@swarnalataboruah8368 Жыл бұрын
হে ভগৱান সদায় আমাক কৃপা কৰিবা🙏🙏🙏🙏🙏
@junadutta1250
@junadutta1250 7 ай бұрын
প্রভু তোমাক বহুত বিশ্বাস কৰো বহুত ভাল পাওঁ ধন্যবাদ প্ৰভুয়ীচু
@mousumisaikia4093
@mousumisaikia4093 3 жыл бұрын
Thank you Lord 🙌 love you Jesus please give me God blessing my too daughter's 🙏 hallelujah hallelujah hallelujah amen
@pronabsaikia1998
@pronabsaikia1998 4 ай бұрын
Porbhu Jesu tumer pobita attma Mur pora niniba hallelujah ❤
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক সেই পিতৃ তোমাৰ চৰনত আমাক সদায় ৰাখিবা গুৰুজনা এই আত্মাৰ প্রাথনা যোগেদি আমাক আশীর্বাদ কৰিবা, আমেন ,আমেন, আমেন ,আমেন ,আমেন, আমেন🙏🛐🛐😔😔😔😔🛐🛐🙏
@Spanish702
@Spanish702 4 күн бұрын
Probhu tumi babu hustor korydiya jesus christ ❤❤❤
@pobitraboruah9266
@pobitraboruah9266 3 жыл бұрын
ঈশ্বৰৰ পসংখা হওঁক । গুৰু জনাৰ লগতে ঘৰৰ সকলো পৰিয়াল টি প্ৰভু ঈশ্বৰে সুস্থ কৰি ৰাখে । আজি মোৰ প্ৰয়োজনীয় আহাৰ মোক দিয়া প্ৰভু । আমেন
@purnimadebnath9203
@purnimadebnath9203 3 жыл бұрын
ঈশ্বৰ প্ৰসংশা হওক তোমাৰ যি ইচ্ছা সিদ্ধি কৰা প্ৰভু যীচু জয় হওক, প্ৰভু তোমাৰ দাস দাসী সকলোকে আশীৰ্বাদ কৰক, গুৰুদেৱক প্ৰভু এ দীৰ্ঘজীৱন দিয়ক।আমেন🙏🙏✝️🙏✝️
@manashjyotisaikia1407
@manashjyotisaikia1407 2 жыл бұрын
0
@prosantagogoi2149
@prosantagogoi2149 2 жыл бұрын
Ry4
@sunilsarma3477
@sunilsarma3477 2 жыл бұрын
প্ৰভূ ঈশ্বৰৰ প্ৰশংসা হওঁক গুৰুদেবকো প্ৰশংসা জনাইছো প্ৰভূ তোমাৰ ওচৰত বহুত পাপ কৰিলো পাপ স্বীকাৰ কৰিছো ক্ষমা।কৰিবা প্ৰভূ
@johndsouza2099
@johndsouza2099 2 жыл бұрын
@@manashjyotisaikia1407 Ppp
@purbashreesaikia7794
@purbashreesaikia7794 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওক ঈশ্বৰৰ গৌৰৱ হওক আছো বাট চাই তোমাক দেখা দিয়া প্রভু
@alakabaruah4991
@alakabaruah4991 3 жыл бұрын
ঈশ্বৰৰ প্ৰশ্্শা হওক 🙏 যিচুৰ সুমধুৰ নামৰ গৌৰৱ হওঁক, ধন্যবাদ জ্ঞাপন কৰিছো প্ৰভু, ভগৱন্তই গুৰু জনা লৈ আশিবাদ কৰক, পৰিত্ৰাণ দিয়ে যেন
@indirasonowal3380
@indirasonowal3380 9 ай бұрын
হে প্ৰভূ মোৰ অশান্তি মনটোক শান্তি দিয়া
@hemaranibaruah294
@hemaranibaruah294 3 жыл бұрын
ইশ্বৰৰ প্ৰসঙ্খা হওঁক ।হে পিতা যীচু তুমি আমাক সকলো বিপদৰ পৰা পৰিত্ৰাণ দিয়া । গুৰুজনালৈ শত কোটি নমস্কাৰ জনাইছো ।আমেন 🙏🙏🙏🙏
@bijaybarla7455
@bijaybarla7455 3 жыл бұрын
Jotin
@babitachetia6832
@babitachetia6832 3 жыл бұрын
মোৰ প্ৰভূ তোমাৰ জয় গান হওঁক,তোমাৰ মহিমা মহত্বতা সকলোৱে বুজক ,আমাৰলৈ সুস্থতা দান কৰক ,সমুদ্ৰলৈ সুস্থতা দান কৰক ,তোমাৰ দয়া আৰু মহিমাৰে সকলো দাস দাসীক কৰুনাৰ পৰা ৰক্ষা কৰক,আমাৰ গুৰুদেৱক দীঘায়ু দান কৰক ,আৰু সদায় সুস্থ কৰি ৰাখক |ঈশ্বৰলৈ কোটি কোটি ধন্যবাদ জনালো | আমেন ......
@arunpachan2968
@arunpachan2968 2 жыл бұрын
Amen
@swapnagogoi
@swapnagogoi Жыл бұрын
praise the lord.Jisu peta❤️✝️🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@singlelife3603
@singlelife3603 3 жыл бұрын
প্ৰভু কৃপা কৰা । 😭😭😭😭😭😭😭🙏🙏🙏
@gargeedoley
@gargeedoley Жыл бұрын
Praise the lord guru pita guru Maa Amen 🙏✝️🙏❤✝️🙏✝️❤🙏🙏🙏
@bedabrat6466
@bedabrat6466 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক। সব্বপ্ৰথমে সৃষ্টিকৰতা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ । হে দয়ালু ঈশ্বৰ তুমি আমাক যিজনাৰ দ্বাৰা আন্ধাৰৰ পৰা পোহৰৰ ৰাস্তা দেখালা হে গুৰুজনাক কোটি কোটি ধন্যবাদ জনাইছোঁ। হে ঈশ্বৰ মই বেদব্ৰত গন্ধীয়া তোমাৰ আগত পাপ স্বীকাৰ কৰিছোঁ, মই বেভীছাৰ ,চুৰ ,পৰচৰৰ্চা পৰনিন্দা, মনে,প্ৰাণে ,শৰীৰৰে ,চকুৰে ,মুৰৰ চুলিতকৈ অধিক পাপ অপৰাধ কৰিলোঁ তোমাৰ আগত। হে দয়ালু ঈশ্বৰ যিচু পিতা হে প্ৰভু মোৰ সকলো পাপ ক্ষমা কৰি দিয়া আৰু তুমি যেন মোক সদায় সত্য পথতত চলাই নিয়া। আমেন।
@MukutBailung
@MukutBailung Ай бұрын
হে প্ৰভু যীশু তোমাক বহুত বিশ্বাস কৰো। তুমি মোক সকলো বেমাৰৰ পৰা পৰিত্ৰাণ কৰা।🙏🙏🙏🙏🙏🙏🙏
@namigogoi5272
@namigogoi5272 Жыл бұрын
হে প্ৰভু 🙏যীচু পিতা🙏 মই বহুত দিনৰ পৰা বেমাৰত ভুগি আছো, মোক তুমি বেমাৰৰ পৰা উদ্ধাৰ কৰা 🙏 আশীৰ্বাদ কৰা 🙏 প্ৰভু আমেন🙏
@hemalatadevi8767
@hemalatadevi8767 Жыл бұрын
Lord bless you ✨ amen
@hopunorporixuntumisuna840
@hopunorporixuntumisuna840 3 жыл бұрын
Parvu jisu 🙏akhirbad diba paper pora mukti diba mur shwami suwalir pitir usar loi jana jodi niniye muk mari ni bo parvu amen 🙏🙏🙏🙏🙏🙏
@purbashreesaikia7794
@purbashreesaikia7794 9 ай бұрын
মোক উদ্ধাৰ কৰা প্রভু যীশু🙏
@bulbuliborah8018
@bulbuliborah8018 2 жыл бұрын
যীচু তুমি আমাক উদ্ধাৰ কৰা ।
@ritarajkumari909
@ritarajkumari909 11 ай бұрын
Jesu Pravu mur vatija laratu Paritran Kora tumar Sarant Coti Coti Parthana amen .
@rajahazarikablock256
@rajahazarikablock256 2 жыл бұрын
প্রভূ যীচুয়ে সকলোকে দয়া কৰক। ✝️✝️
@karabigogoi5993
@karabigogoi5993 Жыл бұрын
হে প্ৰভু ত্ৰাণকৰ্তা, মোৰ বহু দিনৰ পৰা অসুখত ভুগি আছো ,ৰক্ষা কৰক প্ৰভু। কিবা যদি মূল কৰিছো অজানিতে ক্ষেমিব প্ৰভু,আমেন ।
@purnimagohain9779
@purnimagohain9779 2 жыл бұрын
হে প্ৰভু যীশু পৃথিৱীৰ সকলো মানুহকে সুখ শান্তিৰে ৰাখা প্ৰভু । সকলোৰে মনোকামনা পুৰণ কৰা দয়াময় প্ৰভু ।
@100ffofficial
@100ffofficial Жыл бұрын
Provu muk doya kora✝️✝️✝️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🛐❤❤❤
@gitimonibordoloi5108
@gitimonibordoloi5108 Жыл бұрын
🙏🙏 প্ৰণাম প্ৰভূ মোৰ বাইদেউ আৰু সকলো শাৰীৰিক অসুস্থলোকক অতি সোনকালে আৰোগ্য কৰি তোলা এয়ে প্ৰাৰ্থনা । আমেন আমেন ।🙏🙏
@happysonowal1732
@happysonowal1732 Жыл бұрын
Praise the lord he probhu Mur sakorir hokolu homoshya homadhan kori diyok probhu
@pulinsaikia7090
@pulinsaikia7090 Жыл бұрын
Prabhu , kali tumak moi ji besarilu dila tumi kihere pujim moi tumak disu mur hridoy khon dhali. Tumak prabhu
@junadutta1250
@junadutta1250 Жыл бұрын
প্রভুকোটি কোটি ধন্যবাদ তোমাৰ অবিহনে জীৱন অসাৰ
@indiraskitchenandvlogs6570
@indiraskitchenandvlogs6570 3 жыл бұрын
ঈশ্চৰৰ প্ৰশংসা হওঁক। গুৰুজনাৰ সুস্বাঠ্য কামনা কৰিলো। মোৰ ভন্তীজনীৰ আশু আৰোগ্য হবলৈ আশীৰ্বাদ কৰিব প্ৰভু। গুৰুপিতা আৰু গুৰুমালৈ সেৱা জনালো। আমেন।
@pranturai
@pranturai 10 ай бұрын
ভালকথা
@nayanjyotikalita5706
@nayanjyotikalita5706 2 ай бұрын
প্ৰভু মংগল কৰিব। মোৰ কৰ্ম স্হান উন্নত কৰক প্ৰভু। প্ৰভূ আপুনি যি ৰূপতে আছে আপোনাক মনৰ পৰা ধ্যান কৰিছো। আশীৰ্বাদ কৰিব প্ৰভূ। 🙏🙏
@yourfather2157
@yourfather2157 3 жыл бұрын
Muk hunkale bhl kri dia prabhu 🙏 praise the lord ✝️
@happysonowal1732
@happysonowal1732 Жыл бұрын
Praise the lord he probhu apunar arkhibadot pua Mur hontantik rugor pora hustho kori diyok
@kabitamoran6158
@kabitamoran6158 Жыл бұрын
ঈশ্বৰৰ প্ৰসংশাৰ হওক 🛐🛐🛐❤️❤️❤️ঈশ্বৰৰ গৌৰব হওক ✝️✝️✝️আমেন 🙏🙏🙏
@jitulregon4539
@jitulregon4539 6 ай бұрын
প্ৰভূ মই বহুত নানা ধৰণৰ দুখ, চিন্তা হৈ আছে amen
@trishnagogoi5072
@trishnagogoi5072 3 жыл бұрын
Praise the Lord 🙏✝️ Amen 🛐🛐 hallelujah hallelujah
@junadutta1250
@junadutta1250 Жыл бұрын
Thank Jesus tumi sorbbsktiman anadi ananto amen
@gitimonibordoloi5108
@gitimonibordoloi5108 Жыл бұрын
প্ৰভু মোৰ বাইদেউক অতি সোনকালে আৰোগ্য কৰে যেন এয়ে প্ৰভুৰ চৰণত প্ৰাৰ্থনা ।
@dipa.46
@dipa.46 11 ай бұрын
হে প্রভূ, মই (মাধূর্য) আৰু (মনমোহন) এ এইবাৰ মেট্রিক পৰীক্ষা দিবলৈ গৈ আছো। সকলো পৰীক্ষা যেন ভাল হয় তুমি যেন কৃপা কৰা।
@joyantigogoi8756
@joyantigogoi8756 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ✝️🙏 আমেন ✝️ হালেলুইয়া 🙏🙏
@Prachi-ul9yl
@Prachi-ul9yl Жыл бұрын
Hei jisu bhagwan Mur monor kotha huwai Diya Prabhu.......aru hoboyei lagibo Prabhu....Mur bhatu
@Miliysaikia
@Miliysaikia Жыл бұрын
সদায় হৃদয়ত ৰাখিম ❤। মোক ৰক্ষা কৰা প্ৰভু
@PiearnaSonuale
@PiearnaSonuale 9 ай бұрын
Probhu jisu apunak kakuti krisu mur deutak husto kri Tula lgte mur maaku husto kri rakha mur maa deutae mur hklu 🙏🙏
@JSBMCreativeAngel
@JSBMCreativeAngel 2 жыл бұрын
ঈশ্বৰৰ প্ৰসংশা হ‌ওক🙏 ধন্যবাদ জনাইছো প্ৰভু 🙏 আমেন
@anima5318
@anima5318 2 жыл бұрын
Praise the lord guru pita aru guru ma loi dhanyabad
@Miliysaikia
@Miliysaikia Жыл бұрын
হে প্ৰভু , মোক যুজিৱলৈ শক্তি দিয়া ।
@happysonowal1732
@happysonowal1732 Жыл бұрын
Praise the lord he probhu muk rugor pora hustho kori diyok
@b.g_chanelassam8848
@b.g_chanelassam8848 2 жыл бұрын
.... প্ৰভু যিশুৰ প্ৰশংসা হওঁক... পার্থনা 2 শুনিলে গাৰ নোম হিয়ৰি উঠে গুৰুজনা এই মিঠা হুৰে আমাৰ মন মূহি নচে
@b.g_chanelassam8848
@b.g_chanelassam8848 2 жыл бұрын
নিছে
@parthaborgohain4360
@parthaborgohain4360 Жыл бұрын
He prabhu jisu tumi mur horir tu hustha kori diya moi bht paap korisu tumi muk ai papor p0ra mukta kori diya
@ItßRima
@ItßRima Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🏼 প্ৰভু আপোনাৰ চৰণত ধৰি মই মোৰ পাপ ভুল স্বীকাৰ কৰিছো , আপুনি মোৰ পাপ আৰু ভুলৰ বাবে ক্ষমা কৰিব , শুদ্ধ পথত লৈ যাওক প্ৰভু ,,,দয়া কৰিব প্ৰভু ✝️🙏🏼🙏🏼
@kormovlogs3867
@kormovlogs3867 Жыл бұрын
Moi kar kar loi parthona koru apuni bhal dore jane aru aei parthona mur hunibo lagibo apuni hallelujah amen
@rubihazarika992
@rubihazarika992 2 жыл бұрын
ঈশ্বৰ প্ৰশংসা হওঁক । কৰুনা ময় সদায় তোমাৰ কৃপাত ৰাখিবা ।Amen
@bornaligogoi9898
@bornaligogoi9898 Жыл бұрын
📺-
@gogoivlogs980
@gogoivlogs980 7 ай бұрын
দয়া কৰা প্ৰভু🙏🙏🙏 প্ৰভু সদাই আছো তোমাৰ লগত🙏🙏
@mahendrasaikia9637
@mahendrasaikia9637 3 жыл бұрын
Praise the Lord🙏 amen Amen Amen Amen Amen Amen Amen🙏🙏🙏🙏🙏🙏🙏😭😭😭😭😭😭😭😭😭😭
@gaonliyaentertainment5347
@gaonliyaentertainment5347 Жыл бұрын
প্ৰভু মোক বেমাৰৰ পৰা মুক্তি দিয়া যিশুৱা মোৰ শৰী সুস্থ কৰি দিয়া প্ৰভু মই বৰ উপাই বিহীন ✝️🛐 praise the lord ✝️🛐💓
@lakhigogoi5243
@lakhigogoi5243 9 ай бұрын
হে প্রভু সকলোকে সুন্দৰকৈ চলাই নিবা আৰু আশীর্বাদ কৰিবা🛐🛐🛐🛐
@harjisrajkhowa5725
@harjisrajkhowa5725 Жыл бұрын
Praise the lord iswarr prakhankha houk .prthome sristi korta iswaraok dhanyabad disu .amar guru jnaloiu pranam jnisu teur jate isware vele rakhe .he pravu tmi doya kri mk hustho kri dia he pravu jisu
@rupjyotilahon7420
@rupjyotilahon7420 10 ай бұрын
ভগবান বহোত ভাল। হোয় 🦋💕💕🙏🙏🙏🙏🙏🙏। যীশু কৃষ্ণ বোহোত ভাল🙏🙏🙏🙏♥️♥️♥️
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 1 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 35 МЛН
Ranjan Chutia // All gospel songs // whpc //
1:12:13
Ranjan Chutia manik
Рет қаралды 43 М.
Zubeen Garg harinaam songs (জুবিন গাৰ্গ হৰিনাম)
25:41
ভক্তি সুৰভি 365
Рет қаралды 453 М.
#অসমীয়া #খ্ৰীষ্টিয় #গান
13:38
#Mising #Yalo #Channel
Рет қаралды 66 М.
monor kothabur ranjan chutia
48:51
Ranjan Chutia manik
Рет қаралды 46 М.
Parthona- Kihere Pujim Provu || Prayer ||
8:21
Swapnajyoti Music
Рет қаралды 2,9 МЛН
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
Blue Food VS Red Food Emoji Mukbang
00:33
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 35 МЛН