Kirtan Path (কীৰ্তন পাঠ - গজেন্দ্ৰ উপাখ্যান) - by Jiban Lahan

  Рет қаралды 755,624

Jibon Lahon

Jibon Lahon

Күн бұрын

Kirtan Path
By Jiban Lahan
Gajendra Upakhyan
Record and mix by Nayan Moni at Studio Make Music, Teok, Jorhat
Flute - Mukut Molia

Пікірлер: 316
@devajanibora497
@devajanibora497 4 жыл бұрын
Krishna krishaa Krishna Provo...mon aatma xudhi hoi jai ...vagabanor mohima xunile...ram Krishna provo
@RumiBasumatary-y8x
@RumiBasumatary-y8x 18 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱা জনালোঁ 🙏
@bantigoswamibora9726
@bantigoswamibora9726 Ай бұрын
কৃষ্ণ প্ৰভু হৰি ৰাম ৰাম🙏🙏🙏
@PompiDevi-pk1mu
@PompiDevi-pk1mu Ай бұрын
কৃষ্ণ কৃষ্ণ
@bimalakakoti1700
@bimalakakoti1700 4 жыл бұрын
শ্ৰদ্ধাৰে প্ৰনাম জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@pradipchbaruah3405
@pradipchbaruah3405 Ай бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনাইছো।
@debajithazarika2906
@debajithazarika2906 2 жыл бұрын
ইমান ধুনীয়া কণ্ঠ আপোনাৰ। আপোনাক সেৱা জনাইছোঁ।
@gitaphukon8487
@gitaphukon8487 4 жыл бұрын
Krishno krishno nomu nomu kreton path 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@maheswarmedhi3916
@maheswarmedhi3916 2 жыл бұрын
জয় জগন্নাথ মহা প্ৰভূ ।শ্ৰবণ কৰি বৰ শান্তি লভিলোঁ ।আগলৈ যাতে আৰু শ্ৰবণ কৰিব পাৰো আশাৰে বাটছাই ৰলো
@pankajkalita9970
@pankajkalita9970 2 жыл бұрын
Bohut dhunia gaise dai jai gurudev 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@উজনিৰজীয়ৰীমইকৰিস্মিতা
@উজনিৰজীয়ৰীমইকৰিস্মিতা Жыл бұрын
জয় গোবিন্দ মাধৱ 🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏❤️
@ashimhazarika2798
@ashimhazarika2798 Жыл бұрын
জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ ৰাম প্ৰভূ চৰণত কুটি কুটি সেৱা জনাছো কৃষ্ণ ।🙏🙏🙏
@mridusmitamazumder4990
@mridusmitamazumder4990 4 жыл бұрын
Jai shree krishna. On nomu bhagwate basudevayaa
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ জয় জগত গূৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ
@gitanjalipathak1375
@gitanjalipathak1375 3 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
@harshita_taid
@harshita_taid 2 жыл бұрын
খুব সুন্দৰ । প্ৰায়েই শুনো । ভক্তিৰে প্ৰণাম জনাইছোঁ🙏🙏🙏
@nirodadevi9274
@nirodadevi9274 Жыл бұрын
@pritomborphukon6056
@pritomborphukon6056 4 жыл бұрын
সচাঁকৈ অতি সুন্দৰ ,প্রায়েই শুনো মই,মন ভৰি যায়
@rupamhazarika2738
@rupamhazarika2738 4 жыл бұрын
কৃষ্ণ
@ganeshkoch561
@ganeshkoch561 2 жыл бұрын
Krishna 🙏🙏🙏 bappp xhewa jonaluuu bapp duroror porai duhateai apunaxobor shoronot xhato kouti pronam jonaluuu bapp krishna 🙏🙏🙏
@suravikalita1793
@suravikalita1793 4 жыл бұрын
Krishna,🙏🙏🙏 montu bor probitra lagi gol ,danyabad . 🙏🙏🙏.
@padmaramdeka1586
@padmaramdeka1586 4 жыл бұрын
বৰ মনোগ্ৰাহী শুৱলা , সুন্দৰ পাঠ । পুনৰ যেন ভগৱন্তই বাপজনৰ কণ্ঠত এনে সুমধুৰ পাঠ শ্ৰৱণ কৰাৰ সৌভাগ্য প্ৰদান কৰে কামনা কৰিলোঁ ।হে বাপজন প্ৰণাম নিবেদিলোঁ ।কৃষ্ণ...
@bestvideos2141
@bestvideos2141 2 жыл бұрын
Very good
@bakulchutia8123
@bakulchutia8123 2 жыл бұрын
Krishna. Bhat bhal lagil.
@jugal111
@jugal111 2 ай бұрын
কৃষ্ণ সহস্ৰনাম বৃতন্ত ভাগ কীৰ্তন পুথিৰ পৰা আপোনাৰ যোগেদি শুনাৰ সুভগ্য হব বুলি আশা কৰোঁ কৃষ্ণ🙏
@dijenborahinsuranceadvisor3646
@dijenborahinsuranceadvisor3646 3 жыл бұрын
জীৱন দা অনুপম। সুমধুৰ। ভক্তিপূৰ্ণ শুভেচ্ছা জনালো।
@mridultamuli991
@mridultamuli991 2 жыл бұрын
কৃষ্ণ সুন্দৰ পাঠ 🙏🙏
@jonalitalukdarjonalitalukd6573
@jonalitalukdarjonalitalukd6573 19 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@hsproduction81
@hsproduction81 4 жыл бұрын
বৰ সুন্দৰ হৈছে প্ৰভু,,,,,,, ভগবন্তই আপোনাক কৃপা কৰক আগলৈকে এনেকৈ সকলোকে শ্ৰৱন কীৰ্ত্তন কৰি অমৃত প্ৰাণ কৰোৱাবলৈ ।।
@sisirranjandas586
@sisirranjandas586 4 жыл бұрын
Very very fine
@sewalihandique9565
@sewalihandique9565 Жыл бұрын
কৃষ্ণ,সেৱা জনালোঁ।
@manjurajkonwar2807
@manjurajkonwar2807 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম । ইমান সুমধুৰ কণ্ঠ শুনি বহুত ভাল পালোঁ ধন্যবাদ ।
@kalpanahazarika7631
@kalpanahazarika7631 3 жыл бұрын
প্ৰভু জনা কৃষ্ণ কৃষ্ণ সেৱা ধৰিছো।বৰ সুমধুৰ।চকুলো নিগৰিছে।
@Dhurvboruah
@Dhurvboruah 2 жыл бұрын
No
@manuranjanchetia6867
@manuranjanchetia6867 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sanghamitachetia3957
@sanghamitachetia3957 3 жыл бұрын
প্রণান 🙏🙏🙏কৃষ্ণ প্রভু 🙏 আপোনাক ভগৱানে আৰু শক্তি দিয়ক।।
@khargeswarkalita3502
@khargeswarkalita3502 3 жыл бұрын
কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।
@kalpanaborah7100
@kalpanaborah7100 2 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম ইমান।সুন্দৰ কণ্ঠ
@munindraborgohain6054
@munindraborgohain6054 2 ай бұрын
Krishna..Krishna. 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@milangogoi2834
@milangogoi2834 3 жыл бұрын
bahut hundar haise bapjana..
@upashanachabukdhara134
@upashanachabukdhara134 5 жыл бұрын
দিৰঘ তোমাক ভাগৱত পাঠ কৰিবলৈ মাতিলে আহি বানে?বাকী তোমাৰ শিৱ গীতা আৰু নাৰায়ণ কৱছ শুনি বহুত বহুত ভাল লাগিছে, আৰু আছনি হাতত লোৱা, ভগৱান তোমাৰ শিৰত আছে আগবাঢ়ি যোৱা, কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
@ridipmaina3827
@ridipmaina3827 3 жыл бұрын
কৃষ্ণ
@Bigbossjhvfuik
@Bigbossjhvfuik Ай бұрын
Wrong massage.... এইগৰাকী দীৰ্ঘ দাদা নহয় 😂😂😂
@jaanhazarika9435
@jaanhazarika9435 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপজন অতি সুন্দৰ হৈছে..
@kalpanarabha4424
@kalpanarabha4424 2 жыл бұрын
Oti oti oti hundor
@dipanjalibaruah3645
@dipanjalibaruah3645 4 жыл бұрын
Val lagil bap 🙏🙏🙏🙏🙏 Krishna Krishna krishna
@bhaskartamuli4818
@bhaskartamuli4818 4 жыл бұрын
Oti hundor bapjon huni bht vl lagil.
@hemantakonwar8359
@hemantakonwar8359 Жыл бұрын
কৃষ্ণ হৰি ৰাম নাৰায়ণ 🌷🙏🙏
@devajanibora497
@devajanibora497 2 жыл бұрын
Ram krshna Ram krishna Ram krishna 🙏🙏🙏
@nichintasaikia7495
@nichintasaikia7495 4 жыл бұрын
আতি সুন্দৰ পৰিবেশন.... কৃষ্ণ
@Assameseshorts23
@Assameseshorts23 2 жыл бұрын
বৰ শুন্দৰ কন্থ বহুত ভাল লাগিচে শুনি ঈশ্চৰে মঙ্গল কৰক
@BishwajitPhukon-xf6sy
@BishwajitPhukon-xf6sy Жыл бұрын
Krishna Krishna Krishna..
@gitalineog6489
@gitalineog6489 2 жыл бұрын
Krishna Prabhu krishna 🙏 pranam Prabhu.
@sanjaykoushik9839
@sanjaykoushik9839 7 ай бұрын
Krishna Krishna Krishna
@arindamsaikia714
@arindamsaikia714 3 жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@rajibbhuyan6490
@rajibbhuyan6490 5 жыл бұрын
সুন্দৰ হৈছে কৃষ্ণ
@nyaayjyotideka7987
@nyaayjyotideka7987 2 жыл бұрын
কৃষ্ণ 🙏 বৰ ধুনীয়া লাগিছে শুনি কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏♥️🙏♥️🙏
@jyotshnaborah8273
@jyotshnaborah8273 Жыл бұрын
হে প্ৰভু দয়া কৰক
@nayanjyotidas9399
@nayanjyotidas9399 Жыл бұрын
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ৰাম ৰাম কৃষ্ণ
@alpanachutia4811
@alpanachutia4811 Жыл бұрын
Krisna.krisna
@nabajyotibora6293
@nabajyotibora6293 3 жыл бұрын
বৰ্তমানে জীৱনৰ বহুত বেয়া দিন চলি আছে..আপোনাৰ সুমধুৰ কণ্ঠত কীৰ্তন ভাগি শুনি মোৰ মনটো বহুত শুদ্ধ হোৱা হেন পাইছো..ইশ্বৰে আপোনাক সুস্থ ৰাখক..সদায় যাতে এভাগীকৈ শুনিব পাৰো
@tribeniborahbhuyan9296
@tribeniborahbhuyan9296 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@lakhimideka4219
@lakhimideka4219 Жыл бұрын
Krishna krishna 🙏🙏🙏
@pradyut_69
@pradyut_69 4 жыл бұрын
😍😍💖💜Apunar Kontho bohut dhuniya lage huni😍😍👌👌👌👌Hidoy sui juwa kontho____#😍❤💕
@উজনিৰজীয়ৰীমইকৰিস্মিতা
@উজনিৰজীয়ৰীমইকৰিস্মিতা Жыл бұрын
কৃষ্ণ 🙏🙏 শুনি বৰ আনন্দিত হলোঁ।
@basantaboruah7006
@basantaboruah7006 5 жыл бұрын
বাপ ,কৃষ্ণ,কৃষ্ণ।
@monibordoloi256
@monibordoloi256 2 жыл бұрын
শুনি থাকিলে শুনি থাকিবৰ মন যাই বৰ সুন্দৰ হৈছে
@মোৰমঞ্চ
@মোৰমঞ্চ 2 жыл бұрын
খুব সুন্দৰ কণ্ঠ , সেৱা নিৱেদিলোঁ 🙏 এই ভাগ কীৰ্তন ঘৰ - গৃহস্থিৰ বাবে অমূল্য ৰত্ন, মন - প্ৰাণত শান্তি অনুভৱ কৰিলোঁ...🙏
@nabanitahazarika3804
@nabanitahazarika3804 4 жыл бұрын
অতি সুমধুৰ কন্ঠ বাপজন
@nobinborah8327
@nobinborah8327 3 жыл бұрын
অতি মনোৰম হৈছে বাপ জনা। 🙏
@nirjurajgogoi319
@nirjurajgogoi319 2 жыл бұрын
বৰ ভাললাগিল ৷
@mukheswarkonwar9754
@mukheswarkonwar9754 5 жыл бұрын
🙏, ভাল হৈছে, লাহনদেৱ "ধ্যান বৰ্ণন" ভাগ কীৰ্তন কৰিবাচোন।
@liliphukon6119
@liliphukon6119 5 жыл бұрын
Val lagil kirtan path
@pranitabordoloi5159
@pranitabordoloi5159 4 жыл бұрын
ভক্তিসিক্ত ,সুন্দৰ কীৰ্তন পাঠ👏👏👏
@dipanjalibaruah3645
@dipanjalibaruah3645 4 жыл бұрын
Ooo
@kiranbaruah7526
@kiranbaruah7526 3 жыл бұрын
অতি মনোৰম । দেহা মন শাঁত পৰি যায় । আপোনাৰ এনেকুৱা ভিদিঅ আৰু পোৱাৰ হাবিয়াস থাকিল ।
@pinkubhuyan2968
@pinkubhuyan2968 4 жыл бұрын
Oti hundor Lahon daw krishna krishna
@munmisaikia2298
@munmisaikia2298 4 жыл бұрын
Thank u ,eman dhuniake hunibole parisu
@jyotshnaborah8273
@jyotshnaborah8273 2 жыл бұрын
হে প্ৰভু সকলো জন বৈষ্ণৱ বৈষ্ণৱীক সুমতী দিয়া
@hiradas1531
@hiradas1531 3 жыл бұрын
Krishna krishna
@nabasmitaamchi2546
@nabasmitaamchi2546 2 жыл бұрын
Krishna 🙏🙏
@ranjanbhuyan8601
@ranjanbhuyan8601 Жыл бұрын
কৃত কৃত কৃত হল মন প্ৰাণ ❤ কৃঞ ❤
@Kaka_Bhai49
@Kaka_Bhai49 3 ай бұрын
ASHIM, ATULONIO BORNONAHIN KIRTON- BHAGOVOT PATH. "BHAGOVONTOR JOY HOUK". ADITU TEUN ANTOTU TEUN.
@SimonBordoloi-oq6qj
@SimonBordoloi-oq6qj 4 ай бұрын
Krishna ❤❤❤
@nilakantasaikia589
@nilakantasaikia589 2 жыл бұрын
অতি সুন্দৰ হৈছে।
@manjudevi5750
@manjudevi5750 2 жыл бұрын
কৃষ্ণ। জয় গুৰু শংকৰ
@nabasmitaamchi2546
@nabasmitaamchi2546 2 жыл бұрын
আপোনাৰ মাত টোহ bht সুন্দৰ মন মূহি গৈছে পৰ্ভো
@dipalibhuyan3008
@dipalibhuyan3008 3 жыл бұрын
Bohut khundor path korise val lagilse xuni .xuni thakibore mon jai aru aguyai jauk vogobane kuxole raxok.
@jyotshnaborah8273
@jyotshnaborah8273 Жыл бұрын
God bless you and family s
@tulonmohan9583
@tulonmohan9583 2 жыл бұрын
আশীৰ্বাদৰ অনুষ্ঠান এটিও প্ৰস্তুত কৰি প্ৰচাৰ কৰিব চোন অনুগ্ৰহ কৰি।
@debajitborah6983
@debajitborah6983 4 ай бұрын
কৃষ্ণ কৃষ্ণ আমি আপোনাৰসবলৈ সেৱা জনাইছো
@jyotshnaborah8273
@jyotshnaborah8273 Жыл бұрын
Krishna
@bantigoswamibora9726
@bantigoswamibora9726 2 жыл бұрын
কৃষ্ণ প্ৰভূ 🙏🙏🙏
@kiranbaruah7526
@kiranbaruah7526 4 жыл бұрын
সুন্দৰ সুন্দৰ । কৃষ্ণ কৃষ্ণ ।
@bikramhd369
@bikramhd369 3 жыл бұрын
Hosakoi বহুত ভাল লাগিল
@shimantaborah793
@shimantaborah793 4 жыл бұрын
Hundor kisna 🙏🙏🙏
@gajenborahborahgajen9801
@gajenborahborahgajen9801 4 жыл бұрын
Kihnabapp Bor Val lagesey uamer gher biswanath chariali
@jituboruah2492
@jituboruah2492 4 жыл бұрын
Duniya lagise ,I love this
@anjanaborah9137
@anjanaborah9137 3 жыл бұрын
🙏মই সদায়ে শুনো বহুত ভাল লাগে🙏🙏
@dulen
@dulen 3 жыл бұрын
শতকোটি প্ৰনাম
@nabaratineog443
@nabaratineog443 Жыл бұрын
কৃষ্ণ, সুন্দৰ হৈছে
@modanhazarika7241
@modanhazarika7241 4 жыл бұрын
Lahan dev bar sundar hoise.
@shrimantaahazarika4044
@shrimantaahazarika4044 2 жыл бұрын
ভাল লাগে শুনি
@kumudinisaikia1979
@kumudinisaikia1979 2 жыл бұрын
কৃষ্ণ🙏🙏🙏
@ajoyphukan5168
@ajoyphukan5168 3 жыл бұрын
🙏🙏কৃষ্ণ কৃষ্ণ
@ankur3360
@ankur3360 2 жыл бұрын
কৃষ্ণ
@sewalisaikia9616
@sewalisaikia9616 4 жыл бұрын
Dhuniya hoisa Krishna
@anjusaikia8829
@anjusaikia8829 2 жыл бұрын
ঘৰখনত আজি অলপ দিনৰ পৰা বহুত বিপদসঙ্কুলে দেখা দিছে, তোমাৰ এই ভাগেই সকলো বিপদৰ সময়ত ৰক্ষা কৰিব পভূ তোমাক শতকুতি প্ৰণাম জনাইছো কৃষ্ণ 🙏🙏🙏
@champahazarika553
@champahazarika553 2 жыл бұрын
Krishna,,krishna pravu hewahe jonaisu.
@karanhazarika4302
@karanhazarika4302 3 жыл бұрын
Lahan Bap, Bahut bhal lagil
@rajusaikia9238
@rajusaikia9238 2 жыл бұрын
বাপজনৰ সুমধুৰ কণ্ঠৰ কীৰ্তন পাঠ শ্ৰৱণ কৰিলো । সুন্দৰ । বাপজনৰ সু-স্বাস্থ্য কামনা কৰিলো ।
@bonditagogoi4706
@bonditagogoi4706 3 жыл бұрын
Dhanyabad sir...huni val lagil..'syamontok horon' odhyai2 path koribosun
@purnimaduwarah4542
@purnimaduwarah4542 2 жыл бұрын
Krishna Krishna bohut val lagile
Bhagawat path _  by Jiban Lahan
22:05
Jibon Lahon
Рет қаралды 878 М.
小丑妹妹插队被妈妈教训!#小丑#路飞#家庭#搞笑
00:12
家庭搞笑日记
Рет қаралды 36 МЛН
iPhone or Chocolate??
00:16
Hungry FAM
Рет қаралды 27 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 20 МЛН
Kirtan Path | কীৰ্তন পাঠ | Jatindra Borah
45:56
মহা ভাগৱত পাঠ # জুবিন গাৰ্গ
40:14
Kirtan Path by Jibon Lahon
9:34
Jibon Lahon
Рет қаралды 1,2 МЛН
ৰংছোৱাল চাংমাই প্ৰাথমিক @জ্যোতিময়Jyotimoy
1:16:49
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Arnab অসম
Рет қаралды 1 МЛН
Kirtan Paath II Naam Aparadh II Jiban Lahon
14:07
Jibon Lahon
Рет қаралды 90 М.
小丑妹妹插队被妈妈教训!#小丑#路飞#家庭#搞笑
00:12
家庭搞笑日记
Рет қаралды 36 МЛН