Koina || Official video|| Preety Kangkana || Deepjyoti mahanta|| Papori Gogoi|| Neel Akash

  Рет қаралды 8,045,892

Papori Gogoi

Papori Gogoi

Күн бұрын

Пікірлер: 4 100
@Dhoudigitalmedia22
@Dhoudigitalmedia22 2 жыл бұрын
ভয়,শংকা আছে যদিও বুকুত অযুত সাহস আৰু গভীৰ দায়িত্ব লৈ আমাৰ সকলোৰে এটা মৰমৰ সপোন লৈ আগবাঢ়িছো। সপোনটো পূৰ হোৱাত কিমানখিনি সফল হ'ম নাজানো কিন্তু আত্মবিশ্বাসেৰে পাৰ্যমানে চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি নিশ্চয় থাকি গৈছে,আঙুলিয়াই দি আমাক আশীৰ্বাদ কৰে যেন!
@assamesegirlmainusvlog9558
@assamesegirlmainusvlog9558 2 жыл бұрын
Bohut bohut dhuniya hoise Dada😘
@rockstar-bb1hw
@rockstar-bb1hw 2 жыл бұрын
Bhut dhuniya hoise Raja da👍
@nitumanideka8499
@nitumanideka8499 2 жыл бұрын
Khasake bahut basi Val hoise dada
@hemantacreation0272
@hemantacreation0272 2 жыл бұрын
ভাল‌‌ হৈছে দাদা ❤️
@ashisbhuyan1259
@ashisbhuyan1259 2 жыл бұрын
Uffffffff 🥺 literally Raja story.... first sb thik asil vl lgi asil sai asilu bt lastot seriously sui goisey 🥺💕🥰🥰❤️🔥bt I jst loving ❤️🔥
@kakalivlog6998
@kakalivlog6998 2 жыл бұрын
কিছুমানৰ সপোন পূৰ্ণ হৈ আৰু কিছুমানৰ পূৰণ হৈ ও ৰৈ যায় 🥺 সঁচা মৰম সকলোৰে কপালত নাথাকে কিন্তু পোৱা জন সঁচাই বহুত ভাগ্যবান কিন্তু যিজন এ পাই ও হেৰুৱাই তেওঁৰ সমান দূৰভগীয়া কোনো নাই সেয়ে ভগবানৰ ওচৰত মিনতি সকলোৱে যেন নিজৰ মনৰ মানুহ জনক পাই 🥺
@Newmovech
@Newmovech Жыл бұрын
@bhanitathakuria9110
@bhanitathakuria9110 Жыл бұрын
❤❤❤
@Rimpi598
@Rimpi598 11 ай бұрын
Mur video bur o sabo dei
@CCbiypro
@CCbiypro 7 ай бұрын
Hosa kotha ,😭😭💔
@digitalerningtrick2073
@digitalerningtrick2073 6 ай бұрын
❤❤
@AnuragXaikia
@AnuragXaikia 2 жыл бұрын
How beautiful the story, acting , cinematography and obviously the song❤️ Dhuniya... Ending 😔
@purnimadas78
@purnimadas78 2 жыл бұрын
যিসকল লোকে নিজৰ ধুনীয়া চকুৰে কমেন্ট পঢ়ি আছা☺☺ সেই সকল লোকৰ মা দেউতা সদায় সুখী হৈ থাকক ♥️♥️♥️
@pahi2865
@pahi2865 2 жыл бұрын
Tq and same to u 😘😘😘
@dilmayadevi9975
@dilmayadevi9975 2 жыл бұрын
Tq
@bablisonowal3415
@bablisonowal3415 2 жыл бұрын
Thank you n same to you
@Pinky12345-p
@Pinky12345-p Жыл бұрын
Tq and same to you 😊😊❤️
@army_88399
@army_88399 Жыл бұрын
Love you ❤
@palashbhuyan1503
@palashbhuyan1503 Жыл бұрын
কলিজা কঁপাই যোৱা গীতটো❤ নীল দা আৰু পাপৰীয়ে গোৱা আটাইতকৈ প্ৰিয় গীতটো মোৰ❤
@souravnath1374
@souravnath1374 Жыл бұрын
Same
@karunadas6741
@karunadas6741 7 ай бұрын
Moro tamam mojja hoise kandi diso vidio ti sai
@chayanikachoudhury755
@chayanikachoudhury755 2 жыл бұрын
খুব সুন্দৰ হৈছে। শেষৰ খিনিত চকুপানী ৰখাব নোৱাৰিলোঁ। বাস্তৱত কাৰো লগত এনেকুৱা নহওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏
@agzoficial4132
@agzoficial4132 2 жыл бұрын
Hosake
@bjintu42
@bjintu42 2 жыл бұрын
Obviously... 😞😞😞
@chimakalita5438
@chimakalita5438 2 жыл бұрын
GrulyjkkJJkKau0aoagjwpwpw😊😘🏛🏚🕍💍👡📿🎩📿
@chimakalita5438
@chimakalita5438 2 жыл бұрын
Hyruutjptjlhtujwtpafhlzj gkai☺😉😘😙😍🙂😙🤗😙🤗😙😋🤩🤔🤩😋😊😎😉😍😘🤨🙂☺😙😎😍😎😙😍😉😘
@kaushikgogoifamily182
@kaushikgogoifamily182 2 жыл бұрын
A meal
@manshibarman8405
@manshibarman8405 2 жыл бұрын
গানটোৰ শেষত মই শব্দহীন হৈ ৰলো🥺♥️ এনেকুৱা যাতে কাৰো নহয় তাৰে কামনাৰে 😌
@jayasribaishya9447
@jayasribaishya9447 Жыл бұрын
Aji anekua ata ghotona hoi gl dora koina akelge gusi gl
@lovealltimeandenjoy2767
@lovealltimeandenjoy2767 2 жыл бұрын
এনেকুৱা কাহিনী বনাই কিয় দুখ দি দিয়ে ৰে ।... মিলন সমপূৰ্ণ কৰি শেষ কৰিব অ .. দুখ লাগে .. বাস্তব যেন অনুভৱ হৈ পৰে !.. কাহিনী বাৰু .. ❤️❤️❤️ heart touching ...
@bhabeshbarman5565
@bhabeshbarman5565 Жыл бұрын
সংগীত ৰ ওপৰত একো নাজানে খালি চাবলৈ জানো,,, ধুনীয়া হৈছে দে।🎉🎉🎉🎉
@papulibharali6058
@papulibharali6058 2 жыл бұрын
হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰো কি অনুভৱ কৰিছো গান টো শুনি,চাই।কিন্তু কান্দি গ'লো শেষকণত।ইমান সুখৰ মাজতো দুখবোৰে কেনেকৈ আৱৰি ধৰে অ' নোৱাৰি বুকু বিষায় যায় বা।হ'লেও ভালপোৱা মিলন সকলো ভগৱানৰ ওপৰত।বহুত সুন্দৰ গীত এটা আমাক দিলা আৰু আগলৈও দি যোৱা।অশেষ শুভাসা।
@princesaikia4114
@princesaikia4114 2 жыл бұрын
কবলৈ ভাষা নাই । বহুত ভাল হৈছে । বহুত দেৰিকৈ video টো চালোঁ । সঁচা ভালপোৱাৰ এক সুন্দৰ প্ৰদৰ্শন । কিন্তু শেষৰ খিনিয়ে কণ্ডৱাই দিলে । ইস্বৰৰ আগত এটাই প্ৰাৰথনা সঁচা ভালপোৱা জনৰ লগত যাতে কেতিয়াও এনেকুৱা নকৰে । আৰু এটা কথা video টোত নকৈ নোৱাৰি । বন্ধু দুজনৰ বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন । এনে বন্ধু এজনৰ সকলোকে প্ৰয়োজন । আৰু সকলোৰে অভিনয় হৃয়স্পৰ্শী । 😍❤️❤️
@palkisarmah6170
@palkisarmah6170 2 жыл бұрын
বহুত হৃদয়স্পৰ্শ অ। চকুৰ পানী ওলাই গৈছে। মৰম ভালপোৱা সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি যি ভগবানৰ সকলো সৃষ্টি তে প্ৰতিফলন হয়।❤️❤️গানটোৰ প্ৰতিটো শব্দয়ে হৃদয় স্পৰ্শক।
@sangitapait926
@sangitapait926 2 жыл бұрын
♥️♥️♥️♥️
@rituray7947
@rituray7947 11 ай бұрын
Actor professor
@rituray7947
@rituray7947 11 ай бұрын
Hero hero professor
@rituray7947
@rituray7947 11 ай бұрын
Best professor
@rituray7947
@rituray7947 11 ай бұрын
Bank manager
@lakhimibaruah2812
@lakhimibaruah2812 2 жыл бұрын
বহুত সুন্দৰ হৈছে হৃদয় স্পৰ্শ কৰি গল বহুত দুখ লগা শেষৰ খিনি 💖💖
@alltypesjadav3060
@alltypesjadav3060 2 жыл бұрын
ছোৱালী এজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত ঘৰ খনৰ মাক দেউতাকে হে কিমান দুখ প্ৰকাশ কৰে। সচাকৈ ছোৱালী জীৱনটো বহুত কঠিন।
@nkproductin3083
@nkproductin3083 2 жыл бұрын
kzbin.info/www/bejne/h4nToWCgocRjmdk
@pranitadas3604
@pranitadas3604 2 жыл бұрын
Xosai bhut kosto hoi xeikhini xomoi 😔😔
@khagendas8676
@khagendas8676 2 жыл бұрын
Xosai o bohut tan suwali jibontu
@alltypesjadav3060
@alltypesjadav3060 2 жыл бұрын
@@bhumikathakuria6217 😓
@Junalidas-q6z
@Junalidas-q6z 2 ай бұрын
Tumije ajon lora hoi u emantu kotha bujisa❤❤❤ jodi xokoluye tumer dore vabile hoi suwali r jibontu eman kothin nohol hoi😢😢😢
@nilakshicreation2179
@nilakshicreation2179 2 жыл бұрын
সঁচাকৈয়ে অতি সুন্দৰ । আৰম্ভণিৰ পৰাই প্ৰতিটো শব্দই যেন হৃদয় স্পৰ্শ কৰি গ'ল । ❤👍
@ayannahgupta9465
@ayannahgupta9465 2 жыл бұрын
I agree 👍 💯
@hridaymonisutradhar8902
@hridaymonisutradhar8902 2 жыл бұрын
ইমানদিনে সদায় দিনত ২০বাৰতকৈত বেছিকৈ শুনিছিলো । আজি প্ৰথম বাৰ ভিদিওটো চালো। কান্দি দিলো অ' । বাস্তৱত কাৰো লগত এনেকুৱা নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 😔
@dimpidas6624
@dimpidas6624 2 жыл бұрын
Xosakoi bohut dukh lagise 😞
@gitimaadhikary5607
@gitimaadhikary5607 2 жыл бұрын
I>u8]>00
@nivadas8150
@nivadas8150 2 жыл бұрын
Xosake sukur pani ulai gol😔
@shilpamadahi978
@shilpamadahi978 2 жыл бұрын
Olop besi hol ne ki.
@rangmaliray4029
@rangmaliray4029 2 жыл бұрын
Mu
@ললিতথাপা
@ললিতথাপা Жыл бұрын
যিমান চালেও আমনি নালাগে ❤ইমান ধুনীয়া লাগে যে এই গানটো ❤❤❤❤❤
@anamikadeka9468
@anamikadeka9468 2 жыл бұрын
সুন্দৰ গীত, সুন্দৰ সুৰ, গীতটিৰ শেষৰ খনি চাই চকুপানী ওলাই গল.... কোনো swalir জীৱনত এনেকুৱা নহওঁক.... সুন্দৰ হৈছে আৰু আগুৱাই যাওক আপোনাকে 🙏
@Jinkismita45
@Jinkismita45 2 жыл бұрын
Neel Akash is one in a generation. What a voice ❤️
@jyoti_81
@jyoti_81 2 жыл бұрын
লগৰকেইজনীয়ে কৈছিল videoটো বহুত ভাল লাগে,চাবা বুলি || আজি চালো ১০বাৰ মান.. সঁচাকৈ ইমান বেছি ভাল লাগিল.. কান্দি দিলো অ........... বাস্তৱত কাৰো লগতে এনেকুৱা নহওক ||🙏🙏
@digitalerningtrick2073
@digitalerningtrick2073 6 ай бұрын
মইও বাৰে বাৰে চাওঁ আমনি নালাগে
@manashprotimbora6674
@manashprotimbora6674 Жыл бұрын
Actually যাক সঁচাকৈয়ে ভাল পোৱা যায় তেওঁক কেতিয়াও কাষত পোৱা নাযায় ❤️‍🩹🥺
@milonnathmilonnath5732
@milonnathmilonnath5732 Жыл бұрын
😭 mmm
@bhabeshrajbongshi4097
@bhabeshrajbongshi4097 Жыл бұрын
Xosa kotha
@SusmitaVlogs..
@SusmitaVlogs.. 11 ай бұрын
Hoi
@krishnasaikia567
@krishnasaikia567 9 ай бұрын
Nohoi
@mridulvlogs9263
@mridulvlogs9263 2 жыл бұрын
সচাকৈ অতি সুন্দৰ হৈছে😘প্ৰতিটো শব্দ মনত চুই গৈছে গানটো শুনি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭😭😭
@politicalscience6219
@politicalscience6219 2 жыл бұрын
কৈছোঁ নহয় - একদম বুকুৰ ইপাৰ সিপাৰ হৈ গৈছে..... গানৰ কথা, সুৰ আৰু ইয়াৰ পৰিবেশন একদম অবৰ্ণনীয়...সঁচাই বহুত ভাল লাগিল ☺️❤️এই গানটোত কইনাৰ দৰে সাজি কাঁচি reels বনাব মন গৈছে😁☺️
@jyotirmoykalita956
@jyotirmoykalita956 2 жыл бұрын
ইমান ধুনীয়া গীত টোত , শেষৰ খিনি কিয় এনেকুৱা কৰিব লগা হল। সুখে সুখে বিয়া খন হৈ গ'লে ভিডিয় টো যেন বেছি প্ৰাণ প্ৰায় উঠিল।🌸🥺❤️
@priyankaduarah
@priyankaduarah 2 жыл бұрын
Ryt
@nagench.saikia603
@nagench.saikia603 2 жыл бұрын
Maja
@TapanraazMusic
@TapanraazMusic Жыл бұрын
বৰ ধুনীয়া Story Create কৰিছে ,খুবেই ভাল লাগিল,
@উদ্ধৱজান
@উদ্ধৱজান 2 жыл бұрын
সঁচাকৈ এটি মননশীল আৰু আমোদজনক দৃশ্য উপভোগ কৰিলো গানটোৰ জৰিয়তে! বহুতেই ভাল লাগিল!
@aerodynamicstatus5344
@aerodynamicstatus5344 2 жыл бұрын
পাপৰি বা গানটো জিমান ভাল লাগি চিল Video tu বহুত বেছি ভাল লাগিল কিন্তু ending বিয়া খন নহল দুখ অলপ লাগিল🥺 পাপৰি বা 🥰🖤__
@DhruvThakuriaMusic
@DhruvThakuriaMusic 2 жыл бұрын
Bhal hoise concept Deepjyoti ♥️
@pujakalita9008
@pujakalita9008 2 жыл бұрын
গানটো শুনি শুনি হেঁপাহ পলুৱা নাই। ইমান সুন্দৰ হৈছে কি কম ভাষা নাই। আগলৈ আৰু গান কৰি যাওক শুভেচ্ছা জনালোঁ। সুন্দৰ কন্ঠ , সুন্দৰ অভিনয় আৰু সুন্দৰ হওক আগলৈ
@angelinacreations
@angelinacreations 2 жыл бұрын
টিৰাপ,দীপজ্যোতি,প্ৰীতি আৰু টীমৰ প্ৰচেষ্টা,প্ৰয়াস সাৰ্থক হোৱা বুলি কব পাৰি। ভাল হৈছে।গান টি ও সুমধুৰ।শুভ কামনা থাকিল💐
@swadhinchutia___4771
@swadhinchutia___4771 2 жыл бұрын
পাপৰি বা,আপোনাৰ মাততো শুনি থাকিলে শুনি থাকিবৰ মন যায় ,এই গানটো মোৰ অতি প্ৰিয় হয়❣️❣️❣️❣️❣️ Love From Dhemaji (Assam)
@phukonbohni43
@phukonbohni43 2 жыл бұрын
বহু দিনৰ অন্তত তোমাৰ গীতটি আজি চাই খুবেই ভাল লাগিল ❤বা❤ মৰম ভালপোৱাৰ এক বুজাব নোৱাৰা শিহঁৰন ৰ এই গীতটি হৃদয় চুই গৈছে 🥰সদাই আগুৱাই যোৱা😘
@soniyasingh4032
@soniyasingh4032 2 жыл бұрын
My fovert song
@soniyasingh4032
@soniyasingh4032 2 жыл бұрын
Um khosa koi nice song
@barashagogoi2879
@barashagogoi2879 2 жыл бұрын
Mojja baa
@barashagogoi2879
@barashagogoi2879 2 жыл бұрын
Hii
@mousumilifestyle623
@mousumilifestyle623 2 жыл бұрын
O
@devtaidofficial4664
@devtaidofficial4664 2 жыл бұрын
Sahcmein proud our Assamese industry ❤️❤️❤️🙏🙏 supper bohut aage chala Gaya hai industry ❤️❤️🎉🙏👍
@aninditagondhia1452
@aninditagondhia1452 2 жыл бұрын
গানটো ইমানেই ধুনীয়া যে অপেক্ষা কৰি আছিলো ভিডিঅ'টোলৈ শেষত আজি আহি গ'ল। ভাল লাগিল বহুত ধুনীয়া হৈছে👌💓
@axomiyasuwalijyotika3321
@axomiyasuwalijyotika3321 2 жыл бұрын
বহুত ধুনীয়া হৈছে শুভেচ্ছা থাকিল পাপৰি বা❤️
@sidfernspro7348
@sidfernspro7348 2 жыл бұрын
kzbin.info/www/bejne/rX6naouQosassNU
@nilakanta2555
@nilakanta2555 2 жыл бұрын
Such a heart touching and beautiful song. After listening this song missing someone so badly. Love from Manipur❤❤❤
@bhanitathakuria3237
@bhanitathakuria3237 2 жыл бұрын
Tt8tyt8u98yttvgvljjhhhhre
@misspiggyface4951
@misspiggyface4951 2 жыл бұрын
বহু অপেক্ষাৰ অন্তত.. শেষৰলৈকে কান্দি পেলালো । বহুত সুন্দৰ উপস্থাপন ❤️
@raktimboruah2348
@raktimboruah2348 2 жыл бұрын
সুন্দৰ অভিনয় সকলোৰে । বেহাৰবাৰি হৰ ক বহুত দিন পাছত দেখি ভাল লাগিল। বেহাৰবাৰিত আকৌ দেখিম বুলি আশা ৰাখিলোঁ ।
@sushmitadev9471
@sushmitadev9471 2 жыл бұрын
Very much heart touching scene at last.. My god ... Automatically my tears came out and i don't even know after ending this video I saw that yes I m crying... Good luck papori baa and our entire team for this wonderful work... Keep going
@abhijeetdas3197
@abhijeetdas3197 2 жыл бұрын
The dialogs!! God... Literally my tears came out 🌸💟 This song should reach millions of view's 💟
@SurajJyotiTamuli
@SurajJyotiTamuli 2 жыл бұрын
As same
@babuvlog-ku2mn
@babuvlog-ku2mn Жыл бұрын
😊
@souravjyotiborahvlog
@souravjyotiborahvlog 2 жыл бұрын
🥺🥺🥺🥺 bhute besi dhunia …. Ending ufff 🥺🥲 great work team .. 🎉 congrats
@simpydas567
@simpydas567 2 жыл бұрын
ক'বলৈ ভাষা নাই সছাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গান যদিও নিহিত হৈ আছে এটা গভীৰ কাহিনী যিয়ে হৃদয় স্পৰ্শ কৰি যায় ❤️❤️❤️❤️❤️❤️❤️
@Remixassam
@Remixassam 2 жыл бұрын
Ai song mur kolijat lagi goise 😔😔 Xosa koi koi su gan tu mur bohut bhal lagise ❤❤
@digantadoley9657
@digantadoley9657 2 жыл бұрын
বহুত ধৈৰ্য ধৰিলো কিন্তু নোৱাৰিলোঁ আৰু অৱশেষত কান্দিয়েই পেলালোঁ 🥺♥️
@wineesaikia6809
@wineesaikia6809 2 жыл бұрын
মোৰ মৰমৰ বা জনী❤ ইমান যে ধুনীয়া হৈছে.. Lots of love to the entire team
@sunitasonowal7223
@sunitasonowal7223 2 жыл бұрын
finally বহুত দিনৰ অপেক্ষাত গীতটো উপভোগ কৰিব পালো সঁচা কৈ বহুত সুন্দৰ হৈছে,, all act outstanding,,, beautiful song,, last ending কন্দুৱাই দিলা,,, আৰু আগুৱাই যোৱা আগলৈ আৰু ভাল ভাল গীত উপহাৰ দি যাবা,,, বহুত বহুত মৰম আৰু শুভেচ্ছা যাঁচিলো,,, ❤️❤️❤️
@bharatihazarika7106
@bharatihazarika7106 2 жыл бұрын
খুব ভাল লাগিল শুনি। এটা সুন্দৰ হৃদয়স্পৰ্শী গীতৰ ভিডিঅ' চাই খুব ভাল পালোঁ।
@JaanBhaskar
@JaanBhaskar 2 жыл бұрын
Owo bohut dhunia hoise baa
@dimpi4081
@dimpi4081 2 жыл бұрын
Deepjyoti daa bhut Dhunia direction krisa ❤️ bhut vl lgil 🥰
@amshibikash3670
@amshibikash3670 2 жыл бұрын
সঁচাকৈ পাপৰি বা বহুতে ধুনীয়া হৈছে।।।।।। আৰু আপোনাৰ মাত টি সচাঁই বহুত সুৰীয়া।।।।।❤️❤️❤️❤️❤️
@axomsanjayvlogs7813
@axomsanjayvlogs7813 2 жыл бұрын
Oh God! গীতটি শুনিছোঁ যদিওঁ সম্পূৰ্ণ শুনা নাছিলোঁ। আজি সম্পূৰ্ণ শুনিলোঁ আৰু চকু পানীও টুকিলোঁ 😭
@assamesecartoonchannel929
@assamesecartoonchannel929 2 жыл бұрын
Uff . video a saba ne gaan a khuniba . mind-blowing song❤️❤️.papori ba you r great singer 🔥
@karabibaruah5537
@karabibaruah5537 2 жыл бұрын
I am totally obsessed with this song❤️Mur dintut ei gantu minimum 10-15 times xunu... tothapio Jen hepahe nopolai
@Studywithbabu18
@Studywithbabu18 2 жыл бұрын
গানটো relese দিয়াৰ পৰা দিনত এবাৰ নুশুনাকৈ থাকিব নোৱাৰি । কিবা বিশেষ অনুভৱ আছে প্ৰতিটো শব্দতেই । আৰু অভিনয় সুন্দৰ ....10 মিলিয়ন soon .. হবই 😊😍💕
@janardanbarman7688
@janardanbarman7688 2 жыл бұрын
So lovely song Nd video 😍😍😘😘....bohut dhuniya protomote bohut vl lagisil but lastr khini bohut dukh lgil...😔......but preety bak koina hoja te bohut vl lagise.....so so so lovely video 😍😘😘😘
@tanishgogoi1399
@tanishgogoi1399 2 жыл бұрын
উফ বহুত বেছি ভাল হৈছে এটা ভিডিঅ song অত এখন চিনেমা নিচিনা কাহিনী চুই গৈছে । কান্দি কৈছো বহুত বেছি মৰম full team তোৰ loi ❤❤
@manjitkonwar8421
@manjitkonwar8421 2 жыл бұрын
অকৃত্রিম হেপাসেৰে অপেক্ষা কৰি আছিলো, কবলৈ ভাষা নাই ইমান ধুনিয়াকৈ সজাই তুলিছে গীতটো। Thnq n mny congratulate to all team.. Lv frm Dibrugarh ❤❤❤
@kalyanchangmaicreation4205
@kalyanchangmaicreation4205 2 жыл бұрын
বহুত ধুনীয়া হৈছে পাপৰি বা❤ লগতে মোৰ মৰমৰ দাদা সমীৰ শেখৰ দাদা ইমান ধুনীয়াকৈ লিখিছে ❤আৰু দীপজ্যোতি দাদা ভিডিও টো পৰিচালনা কৰিছে লগতে প্ৰিতিকংকনাৰ বাৰ অভিনয় কৰিছে বহুত ধুনীয়া হৈছে আৰু গান টো মোৰ সদায় প্রিয় দিনটো ৫০ বাৰ শুনো বহুত ভাল লাগে গান টো থকা সকলো কলা কৌশলী বহুত বহুত ধন্যবাদ লগতে সমীৰ শেখৰ দাদা লৈ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া বাবে পাপৰি বা সমীৰ দাদা মোৰ সদায় প্রিয় ❤❤❤❤
@nishanahmed8620
@nishanahmed8620 2 жыл бұрын
Laje laje tumale samm ❤❤❤... Emotion🌹🌹
@kamalsarmah1831
@kamalsarmah1831 2 жыл бұрын
শুভেচ্ছা থাকিল বা তোমালৈ। মৰম লগা আৰু ধুনীয়া গানৰ ভিডিঅ টো। my favourite song ❤️❤️❤️
@nasrinbeguam4502
@nasrinbeguam4502 2 жыл бұрын
গানটোৰ বিষয়ে কবলৈ মোৰ ওচৰত শব্দ নোহোৱাৰ দৰে হৈ পৰিছে ।গানটো বহুত বহুত ধুনীয়া হৈছে ❤আশা ৰাখিছো যাতে আপোনাৰ বেলেগ গান অতি সোনকালেই সুনিবলে পাম । i❤u ba❤❤❤❤❤❤❤❤
@paporigogoi7314
@paporigogoi7314 2 жыл бұрын
Thank you so much❤😊❣️
@kidsassam9746
@kidsassam9746 2 жыл бұрын
Papori and Neel daa video2 xosakoi bohut dhuniya hoise❤️ Last finishing bohutei dhuniya lagise 😱
@shivasinghddmofficial6312
@shivasinghddmofficial6312 2 жыл бұрын
Hosai eman Dhuniya hoise video tu last t nijai Soku Pani ahi goise sai video tu sai Rokhabo nuwari❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@srishtistudiomoranhat4455
@srishtistudiomoranhat4455 2 жыл бұрын
সৃষ্টি মজিয়াৰ পৰা বহু বহু মৰম আৰু শুভেচ্ছা থাকিল ❤️
@dimpivlog123
@dimpivlog123 2 жыл бұрын
22 ফেব্ৰুৱাৰী পৰা অপেক্ষা কৰি আজি চাব পাই বহুত সুখী মোৰ বহুত প্ৰিয় গান এইটো❤️ বহুতো ধুনীয়া লাগিলে চাই😘😘 কিন্তু শেষৰ খিনি চাই চকু পানী ওলাই গল 😭
@lizadas203
@lizadas203 2 жыл бұрын
Hoi o
@dimpivlog123
@dimpivlog123 2 жыл бұрын
Umm
@kanakgogoi6151
@kanakgogoi6151 2 жыл бұрын
Um
@janardanbarman7688
@janardanbarman7688 2 жыл бұрын
Thike obosta hoise baa muru soku olaise....😭😭😭😭😭kio enekua Hoi gol...😢😢😢😭😭😭
@janardanbarman7688
@janardanbarman7688 2 жыл бұрын
Soku pani
@madhurjyaboruah9936
@madhurjyaboruah9936 2 жыл бұрын
গানটো আৰু ভিদিও টো একেবাৰে শলাগ ল'ৱ লগীয়া কৈ সুন্দৰ হৈছে। একেবাৰে মন চুই গ'ল। অনাগত দিনত আৰু ভাল ভাল গান আমাক দি থাকিব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকৰ সকলো লৈ বহুত বহুত শুভেচ্ছা জাচিলো।।❤️
@SanGbR-R
@SanGbR-R 2 жыл бұрын
যেতিয়াই গানটি শুনো, ভিডিওটো চাও বহুত বেছিকৈ মিছ কৰোঁ তেওঁক , হাহাকাৰ কৰে হৃদযখনে তেওঁক বিচাৰি...., মোৰ দৰে যেন কোনেও অকালতে নিজৰ আপোন জনক হেৰুৱাব লগা নহয় তাকেই কামনা কৰোঁ।
@tilumonikhanikar4576
@tilumonikhanikar4576 2 жыл бұрын
ইমান দিনৰ অপেক্ষাৰ অন্তত ভিডিঅ'টো পালো,,, বহুত ভাল লাগিল 🥰।।।দেহ মন শিঁহৰি উঠা এক দৃশ্য ❣️😥।।। তোমালোক আৰু আগবাঢ়ি যোৱা 😍।।। বহুত বহুত শুভেচ্ছা থাকিল❤️।।। ভগৱানে তোমালোকক ভালে ৰাখক, লগতে আৰু আগবাঢ়ি যাবলৈ শক্তি দিয়ক🙏💕।।। Love from Majuli 🥰
@priyagogoi1696
@priyagogoi1696 2 жыл бұрын
ভালপোৱা বোৰ হয়তো এনেকুৱা হৈ ৰয় যায় আধৰুৱা ভাৱে 🥺😌 যত নেকি সকলোৱে মানি লয় তেতিয়াই নেকি নিয়তিৰ হাতত হাৰ মানিব লগা হয় 💔🥺 বহু হেপাহ বহু আশা এনেদৰে থাকি ৰয় 😊🥺❤
@bharatiboruah5621
@bharatiboruah5621 2 жыл бұрын
Umm hoi 🙂
@amarjyoti823
@amarjyoti823 2 жыл бұрын
Right 😓😓
@habibarrahman1528
@habibarrahman1528 2 жыл бұрын
Bohut dhuniya hoise ... super song
@binonlymphuid2765
@binonlymphuid2765 Жыл бұрын
Very smooth voice and innocent romance melt my heart❤i repeat100 time.his voice yet charming and that lyrics😘.love from meghalaya😘❤
@paporigogoi7314
@paporigogoi7314 Жыл бұрын
Thank you ❤️
@triptibaruah7902
@triptibaruah7902 2 жыл бұрын
গানটোৰ প্ৰতিটো লাইন প্ৰতিটো শব্দই হৃদয় চুই গ'ল 🥰
@dipankarhiloidari0728
@dipankarhiloidari0728 2 жыл бұрын
Lovely cinematography, fully suits with the song ❤ Ending was perfect ❤❤ Best wishes guys ❤
@rintubora5670
@rintubora5670 2 жыл бұрын
Uff very heart touching the end😌. Amazing choreography.... best wishes to the antre team ❤️ Everyday i Listening this song its gave me a extra feeling 🤗💞
@rubidas3298
@rubidas3298 2 жыл бұрын
Nice Ba
@sanjaynayak9201
@sanjaynayak9201 2 жыл бұрын
Last oor vido sai soku pani rokhabo pora nai o 🥺 . Dil ❤Sy salam bhai ..... God bless you
@pujapathak3808
@pujapathak3808 2 жыл бұрын
❣️ কইনা❣️ চকুপানী উলিয়াই ‌হে‌ এৰিলে। বহুত বেছি ধুনীয়া হৈছে❤️
@feat.samueldavid6537
@feat.samueldavid6537 2 жыл бұрын
I Dont know Assamese But I Watched Full Video Without Skipping 1 secs Forward that says How Good This video Is Love from Kerala ❤🥰 Amazing Job ❤❤❤
@udiptapranmusical
@udiptapranmusical 2 жыл бұрын
Heiiii Deep দা🥺 কিয় মানে সঁচাকৈ বহুত মৰমলগা ভিডিও গানটো বাৰু মিঠা পাপৰি বা নীল আকাশ দা😇😇 বৰ ভাল লাগিল পিছে সচাঁ ক'বলৈ গ'লে শেষত হে চকুপানী ওলাল🥺🥺💕💕💕💫💫
@simadas3629
@simadas3629 2 жыл бұрын
বহুদিনৰ পৰা গানটো শুনি আছিলোঁ কিন্তু আজি গানটো চালু বহুত ভাল লাগিল ❤️❤️ প্ৰীতি বা 😘😘 ❤️❤️❤️❤️
@pinkikalita3436
@pinkikalita3436 2 жыл бұрын
Bhut dhunia song papori baa xuni bhut val lagil aru acting ufff jui emn Val lagil video tu sai❤️❤️Bhut morom papori baa deep Jyoti da💞
@madhusmitadas867
@madhusmitadas867 2 жыл бұрын
হৃদয় চুই যোৱা এটি vedio সচাকৈ বহুত ভাল লাগিল ,
@pabitraboro8504
@pabitraboro8504 2 жыл бұрын
বহু অপেক্ষা কৰাৰ পিছত এই গীতটোৰ ভিডিওটো চাবলৈ পালোঁ
@bidyutikahere
@bidyutikahere 2 жыл бұрын
Karu logot enekuwa nhouk... Last r khini tenekuwa nokorileu val lagil hoi video Tu🥺 Anyways gan Tu khub xundor.. Congratulations to the whole team🥰
@updates6367
@updates6367 2 жыл бұрын
ইমান দিনে গম পাই আছিলোঁ যে "কইনা" নামৰ এটি গীত ওলাইছে। কেইজন মানে কলেওঁ ভাল হৈছে গীত টো। এতিয়া চাই গম পালোঁ কিয় তেনেকে কৈছিল♥️। বহুতেই বেছি ভাল হৈছে। আপোনালোকৰ ভাল হওঁক। আমাক এনেদৰে ভাল ভাল গীত দি যাওক। হতাশ নহব ,এনেবোৰ গীত শুনিবৰ বাবে আমি আছোঁ। শেষত গোটেই কৰ্মী কেইজনৰ শলাগ লৈছোঁ। আৰু acting level 🔥🔥🔥
@paporigogoi7314
@paporigogoi7314 2 жыл бұрын
Thank you so much 🙏🙏🙏🙏
@bhuyanmixture619
@bhuyanmixture619 2 жыл бұрын
সঁচাকৈ বহুত ধুনীয়া লাগে গানটো।। পাপৰি বা thank you...
@lakhyasdiary5762
@lakhyasdiary5762 2 жыл бұрын
😭শেষৰফালে হৃদয় চুই গ’ল❤️
@mairam.g269
@mairam.g269 Жыл бұрын
4:43 uffff iman val lage aii khini mor... Kolija sui jaii❤❤
@bihuwan47
@bihuwan47 2 жыл бұрын
সচাঁকৈ এটি অতি হৃদয়স্পৰ্শ কৰি যোৱা video song । বহুত সুন্দৰ এটি video উপহাৰ দিলে। Neel দা all time favorite singer.
@sabitakeot6214
@sabitakeot6214 2 жыл бұрын
L
@dhuliaabhijeetmusical5398
@dhuliaabhijeetmusical5398 2 жыл бұрын
এটি সুন্দৰ উপহাৰ🥰🥰 ভিডি'অ টি চাই মন সেমেকি উঠিল,গীতটো বৰ প্ৰিয়🥰সকলো কলা/কৌশলীলৈ এগাল মান মৰম🥰
@নাৰীতুমিঅনন্যা
@নাৰীতুমিঅনন্যা 2 жыл бұрын
খুবেই সুন্দৰ৷ অত্যন্ত আগ্ৰহেৰে ৰৈ থকা ভিদি'অটি চাই সচাকৈয়ে আপ্লুত হলোঁ৷
@THUNDERSTORM_Music
@THUNDERSTORM_Music 2 жыл бұрын
মোৰ বন্ধু জনে আজিৰপৰা দুসপ্তাহমান আগতে কৈছিল "ক‌ইনা" নামৰ গান এটা ওলাইছে পাপৰি গগৈ আৰু নীল আকাশৰ । বহুত বেছি ধুনীয়া হৈছে হেনো গান আৰু ভিডিঅ'টো । ম‌ই সেইদিনা কথাটোত ইমান গুৰুত্ব দিয়া নাছিলোঁ , আজি ৰাতিপুৱা তাৰ কথাটো বিচনাত থাকোতেই মনত পৰিল আৰু গানটো চাৰ্চ কৰি ভিডিঅ'টো চালোঁ । চকু দুটিৰ দুটি কোণত যেন আজি ৰাতিপুৱাই চকুপানী বিৰিঙিল ❤️ Love to the entire team
@GogoiDa১৯৯৪
@GogoiDa১৯৯৪ 2 жыл бұрын
বৰ সুন্দৰ হৈছে❤️ দুখ লাগিল 😭😭😭😭
@jibanborha8885
@jibanborha8885 2 жыл бұрын
বহু বহু শুভেচ্ছা থাকিল অতি জনপ্ৰিয় হৈছিল গান তু লগতে video ❤️❤️❤️
@hareshwardas650
@hareshwardas650 2 жыл бұрын
Superb lovely excelent Ausam ❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@big0262
@big0262 2 жыл бұрын
Supporting actor jonor acting tu ultimate hoise. Beharbarir pora tekhetor acting khub bhal pau sai. Krishnok sinti🙏
@ahanafridhazarika7123
@ahanafridhazarika7123 2 жыл бұрын
হৃদয় জুৰ পেলোৱা গীত...😊👌অতি সুন্দৰ Concept♥️
@Miss_nikita_borah123
@Miss_nikita_borah123 2 жыл бұрын
....এটি বহুত ধুনীয়া কাহিনী আৰু গান... সঁচাই অপেক্ষা কৰি আছিলো ....... চকু পানীও ৰব নোৱাৰিলে বাগৰি গল😊
@ashishnayan07
@ashishnayan07 2 жыл бұрын
Bohut dhuniya lagil sai 🥺❤ best wishes for the entire team 😍
@jupitara8969
@jupitara8969 Жыл бұрын
এনেকুৱা কাৰোৰে জীৱনত নহওঁক ভগৱান 🥺🙏
@anupamroy9799
@anupamroy9799 2 жыл бұрын
অপেক্ষাৰ অন্তত ভিডিঅ টো উপভোগ কৰিব পালো ❤️সচাকৈ বহুত ভাল হৈছে শীৰষ গীতৰ story টোbut ending 😌❤️
Hits of Deepshikha Bora 2024 | Deepshikha Bora Playlist
1:42:35
Deepshikha Bora Musical
Рет қаралды 1,3 МЛН
The Lost World: Living Room Edition
0:46
Daniel LaBelle
Рет қаралды 27 МЛН
Почему Катар богатый? #shorts
0:45
Послезавтра
Рет қаралды 2 МЛН
O MURE JAAN || RAKESH REEYAN || GANESH GOGOI || MEGHALI BOROKHA || PRANOY DUTTA
5:34
RAKESH REEYAN MUSICAL🎵
Рет қаралды 30 МЛН
Hits of Deepshikha Bora
1:19:26
Deepshikha Bora Musical
Рет қаралды 3,1 МЛН
The Lost World: Living Room Edition
0:46
Daniel LaBelle
Рет қаралды 27 МЛН