KOLIJAR EFAL || MOUSAM GOGOI || KAMALIKA KASHYAP || DEHA OI 2024

  Рет қаралды 417,753

KOUMODI [KC]

KOUMODI [KC]

Күн бұрын

Пікірлер: 176
@hemantahazarika9715
@hemantahazarika9715 11 ай бұрын
সুখৰ খবৰ অসমবাসী ৰাইজ, ভিতালী বা আমাৰ মাজলৈ আকৌ আহিছে কমলিকাৰ ৰূপেৰে ,❤❤❤❤❤❤❤❤
@dirosyhira5971
@dirosyhira5971 10 ай бұрын
আপোনাৰ কণ্ঠ আপোনাৰ গানৰ শব্দত সঁচাকৈ যাদু আছে ৷ হয়টো আজিৰ কিছুমান মিউজিক পশ্চিমৰ শব্দৰ মিশ্ৰণৰ বাবে পাহৰিব পাৰে এনেবোৰ গান কিন্তু আছল বিহু বিহু লগাই এনেবোৰ গানেহে ৷ শুভেচ্ছা থাকিল আকৌ সেই দিনবোৰৰ দৰে গানবোৰ পাম বুলি ❤
@dpcreation3d
@dpcreation3d 11 ай бұрын
কলিজা টুকুৰা জনী তুমি আৰু বহু দুৰ আগুৱাই যোৱা,মৰম তোমালৈ সোন জনী ,জিলিকি থাকা সদায় তুমি জনী ❤️🥹 যিদৰে ভিতালী বাইদেউ গান শুনিলেই তেওঁ লৈ মনত পৰে আজি তোমাৰ কণ্ঠ শুনি তেওঁ লৈ বৰকৈ মনত পৰি গ'ল 🥹🫂❤️ God bless you my dear lots of love 💕😘
@axomiyaprotiva4180
@axomiyaprotiva4180 10 ай бұрын
এইদৰে বিহু নাম পৰিবেশন কৰিলে বাৰে বাৰে শুনি থাকিবলৈ মন যায় অ । প্ৰিয় শিল্পী জনলৈ বহুত বহুত শুভেচ্ছা লগতে কমলীকা মাজনীলৈ ও বহুত বহুত মৰম আৰু শুভেচ্ছা । আগুৱাই যোৱা সংগীত জগতখনলৈ।
@Hellohirak
@Hellohirak 10 ай бұрын
ইমান সুন্দৰ বিহুগীত ❤️❤️ মৌচম দাদা আৰু কমলিকা কাশ্যপৰ কণ্ঠই মন চুই গ'ল 😍😍 শ্ৰদ্ধাৰ ভিতালী বাক পুনৰ এবাৰ ঘূৰাই পোৱা যেন লাগিল। 🥀
@jeetbaruah2964
@jeetbaruah2964 11 ай бұрын
ভিটালী বা দৰে হৈছে একেবাৰে । বহুত ভাল হৈছে ।
@MonNilim-xm7fq
@MonNilim-xm7fq 11 ай бұрын
ককাইদেউ বৰ ধুনীয়া হৈছে দেই গীতটো আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ❤❤❤❤🥰👌👍
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
সচাকৈ ভিতালী বাইদেউলৈ মনত পৰে, তেওঁৰ বিহু গীত বা নাচ চাবলৈ বৰকৈ মন যায় মোৰো,,, এনে গীত শুনিলে মোৰ মন টো হে কৰবালৈ উৰা মাৰে আৰু তেতিয়াই মনত পৰে তাহানিৰ সেই কলেজ ৰ গৰাকী লৈ মনতে পৰে,
@pranabjyotisarma8282
@pranabjyotisarma8282 11 ай бұрын
বৰ ধুনীয়া হৈছে 😍 ভিতালি বা লৈ মনত পৰি গ'ল 😢
@miranshvlogs922
@miranshvlogs922 11 ай бұрын
বহুত ধুনীয়া লাগিছে 👌👌👌👌❤❤❤ সদায় এনেকুৱা গান আনিব লাগে
@BasantaTamuly-ht9bz
@BasantaTamuly-ht9bz 11 ай бұрын
ধুনীয়া হৈছে।আৰু আগবাঢ়ি যোৱা ।
@mydreamssk9330
@mydreamssk9330 10 ай бұрын
কমলিকা ৰূপেৰে ভিতালি বা আমাৰ মাজলৈ পুনৰ উভতি আহিল। so proud of you dear কমলিকা। lots of loves ❤❤❤❤❤❤
@madiniranjankonwar5675
@madiniranjankonwar5675 11 ай бұрын
অতি সুন্দৰ হৈছে।আগলৈ ইয়াত কৈ সুন্দৰ বিহু গীতৰ আশা কৰিলোঁ
@Riyanultimate
@Riyanultimate 9 ай бұрын
আগৰ দিনবোৰ আকৌ ঘূৰি আহিব যেন লাগিছে ❤
@ujjwalgogoi4620
@ujjwalgogoi4620 11 ай бұрын
অতি সুন্দৰ হৈছে।❤
@user75677
@user75677 11 ай бұрын
মৌচম দা বুলি কলে কবই নালাগে আৰু ❤ বহু দিনৰ পিছত এটি এটি গীত দিয়ে যদিও কবলৈ ভাষা নাই ৷ পুৰণিৰ গীতবোৰ উপহাৰ দিয়ে ৷👌
@DipakKalita-xs7zz
@DipakKalita-xs7zz 7 ай бұрын
কমলীকা ধুনীয়া আহলৈ আগবাঢি যোৱা
@ankurvlogs4532
@ankurvlogs4532 11 ай бұрын
Comment ata nkri nuwarilu. Vitali ba loi Mont Pori gol. Bhut dhuniya hoise aru aag bahi juwa ❤❤🤗🤗
@niranjannath9669
@niranjannath9669 11 ай бұрын
Sweet voice. ...👌 Go ahead Kamalika....💕❤️💕❤️
@minakshidas899
@minakshidas899 10 ай бұрын
Vitali ba.. Shacakae apunar kantha jenekuwa same to kamolika.... ❤❤❤god 🙏bless👪 you maena.
@mukutlukhurakhon1411
@mukutlukhurakhon1411 11 ай бұрын
সচা কৈ বিহু টো শুনি বৰ মজা পালোঁ এনে বিহু ৰ শুনিবলৈ ভালোলাগে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিল ভৱিষ্যতে ও এনে বিহু গীত শুনিবলৈ পালে মনতে খুব ভাল পালোহেঁতেন,
@binitachoudhury5646
@binitachoudhury5646 11 ай бұрын
বহুত ভাল লাগিছে। মৰম আৰু আশীৰ্বাদ থাকিল।
@sumeswargogoi6303
@sumeswargogoi6303 11 ай бұрын
কিমান ভাল পাওঁ বুজাবলৈ ভাষা নাই গগৈ দা গান শুনি
@DulalBaruah-x3o
@DulalBaruah-x3o 11 ай бұрын
বৰ,,ভাল,লাগিল,দেই,সছাকে,ভিটালী,বা,লৈ,বৰকৈ,মনত,পরি,গল,,,
@bishwadeepgogoi5436
@bishwadeepgogoi5436 11 ай бұрын
বৰ সুন্দৰ হৈছে দেই ...❤
@minakshibarman3123
@minakshibarman3123 8 ай бұрын
সচা ভিতালি বাদৰে হৈছে বৰ লাগচে❤❤❤
@Surajitgohain-k7t
@Surajitgohain-k7t 11 ай бұрын
Bohut morom tmrloi kamalika❤❤❤❤aguwai jua tmi.
@utpolbora
@utpolbora 11 ай бұрын
মৌচম দাৰ অতীতৰ সুন্দৰ গীত আহি গ'ল আকৌ
@pradippathak41
@pradippathak41 7 ай бұрын
Kamalika nice swinging, with Mausam Gogoi. God bless.
@hirakjyotihazarika2029
@hirakjyotihazarika2029 11 ай бұрын
Vitali baa loi mont pori gol ..... Anyways bohut val lagil outstanding her voice and congratulations Kamalika Kashyap ❤❤❤❤
@supritblocker
@supritblocker 10 ай бұрын
😊❤❤😊❤1❤❤
@Neeldipen
@Neeldipen 10 ай бұрын
Atiyau ase amar majot vitali ba❤❤ Vitali ba ajiu ase amar majot❤❤
@TIPUJANBONUALPS
@TIPUJANBONUALPS 10 ай бұрын
Oti hundor❤❤❤❤
@gogoi__18
@gogoi__18 11 ай бұрын
Eman val bihu ata hunilu 2024 r first t❤✨
@BhaskarBordoloi-eq1wr
@BhaskarBordoloi-eq1wr 9 ай бұрын
Hosai bohut dhunia ❤❤
@dcb751
@dcb751 11 ай бұрын
Upcoming melody queen of Bihu ❤❤
@nituchetia4297
@nituchetia4297 11 ай бұрын
Hundor
@hemantabhuyanbhuyan2499
@hemantabhuyanbhuyan2499 11 ай бұрын
Dhuniya mousam da..
@sazid123
@sazid123 11 ай бұрын
Upcoming Melody queen of Assam❤
@Ratul479
@Ratul479 11 ай бұрын
Dhuniya hoise prio ba joni 😢😢
@pulaknath2531
@pulaknath2531 10 ай бұрын
Dhunia bhal lagil ❤❤❤❤
@pilusworld2632
@pilusworld2632 10 ай бұрын
বৰ ভাল লাগিলে ❤❤❤
@pranabjyotihazarika7145
@pranabjyotihazarika7145 11 ай бұрын
বহুত ভাল লাগিল দেই ❤❤❤
@localentertainment2730
@localentertainment2730 11 ай бұрын
বিহু সদায় এনেকুৱা হব লাগে।।❤❤ বহুত ভাল লাগিল
@sgogoi459
@sgogoi459 11 ай бұрын
আইয '.. বিহু বিহু লাগি গৈছে.. নেৰিবা..। বহুত ভাল হৈছে বিহুগীতটি ❤❤ সুন্দৰ কথা, সুৰ, সুন্দৰ কণ্ঠ..👌👌 ভিতালি বাৰ ছোৱালীৰ কন্ঠ ❤❤👌👌 শুভেচ্ছা থাকিল 💐💐
@ishanikhanikar8753
@ishanikhanikar8753 11 ай бұрын
ধুনীয়া হৈছে🎉
@pinkikachari1317
@pinkikachari1317 11 ай бұрын
সুন্দৰ হৈছে
@JugeswariChutia-w9i
@JugeswariChutia-w9i 11 ай бұрын
Bohut val lagil❤❤
@dipankarchetia8485
@dipankarchetia8485 11 ай бұрын
মন উভতি গৈছে সোণালী দিন বোৰলৈ।
@smitabaishya8122
@smitabaishya8122 11 ай бұрын
Bht Dhunia lagise gaan tu ❤️😍
@pinkimonibora57
@pinkimonibora57 11 ай бұрын
Mousom da kot asla emn din. Aji kmn homoi pxt ja ata gan hunibo paisu 🥺❤
@ShrutiChangmai
@ShrutiChangmai 11 ай бұрын
ভিতালীক ঘুৰাই পোৱা যেন লাগিছে। তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ 🌹
@ANUJKRCHUTIA
@ANUJKRCHUTIA 11 ай бұрын
মোৰ প্ৰিয় গায়ক মৌচম গগৈ আজি লৈকে যিমান গীত লিখিছে , আৰু গাইছিল প্ৰতিটো চুপাৰ হিট হ'য় । সকলোৱেই যে শুনে তাকে অনুৰোধ জনালো ধন্যবাদ।
@alokbaishya7624
@alokbaishya7624 10 ай бұрын
Bahut dhuniya hoise
@juripathak8815
@juripathak8815 11 ай бұрын
সুন্দৰ ❤️
@sameedharabha7379
@sameedharabha7379 11 ай бұрын
ধুনীয়া হৈছে ❤
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 11 ай бұрын
Moja lagil
@ANUJKRCHUTIA
@ANUJKRCHUTIA 11 ай бұрын
এই গীতটো বহুত ভাল হৈছে এবাৰ শুনিলেই শুনি থাকিব মন যাব ।
@RudroBorua-xp2mx
@RudroBorua-xp2mx 10 ай бұрын
Mur oti piyo mousum gogoi daa gaan bur mising oxomiya sb val pau gaijauk aami asu.sb gaan hunu missing u buji pau kobou paru❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ gai jauk gogoi daa❤❤❤❤❤ golaghat merapani
@missjuri7215
@missjuri7215 10 ай бұрын
Bhut vl lgel❤
@UjjwalSarania-qu4qy
@UjjwalSarania-qu4qy 11 ай бұрын
Mousan da komolika kashhyap sundar ❤❤❤❤
@dipenbora3693
@dipenbora3693 11 ай бұрын
Upcoming melody queen kamalika
@sunilchetia8520
@sunilchetia8520 11 ай бұрын
Oti hundor 💚
@dpcreation3d
@dpcreation3d 11 ай бұрын
Morom vonti ❤❤😢
@mukutlukhurakhon1411
@mukutlukhurakhon1411 8 ай бұрын
দেহা তই মোৰ কলিজা খালি ঐ, নহয়নো কি,, সচা কথা টো কইদে ঐ দেহা,,,,, তই হে মোৰ জীউটো হৈ,,,,
@delifcsurvey
@delifcsurvey 11 ай бұрын
nice dada n sis ....happy..love u
@prabanborah5243
@prabanborah5243 10 ай бұрын
❤❤❤❤❤dhunia
@putumaibora9829
@putumaibora9829 8 ай бұрын
উমাল বুকুত পালোঁ উমাল বাগিচাৰ চাৰিওফালে কুটিল ৰঙীল পখিলা আলাসতে লাহে লাহে পুনৰ বাৰে বাৰে ৰেনু লৈ সোমাই থাকোঁ ওলাই আহিছোঁ হেৰুৱাই ৰৎ চাওঁ বুলি জীৱনৰ বসন্ত শেতেলীয়া ৰহণ সানি ৰূপালী চাদৰেৰে দিয়া হি ঢাকি বোৱতী নদীৰ ঢৌয়ে ঢৌয়ে জোনৰ সতে যাও খেলি সহস্ৰ ঘুমটিৰ সূৰুয ম ই সপোন কুঁৱৰী হৈ দৃষ্টি ত মোৰ অনেক কথা জানা এয়াই যেন মোৰ আবেলিৰ এবেলা প্ৰিয়া শ্মৃতিৰে চিৰ যোগমিয়া ২০২২২৩২৪ বৰ্ষ প্ৰিয়া চিৰ শ্মৃতি
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
দেহা, ঐ,কলিজা জলি উঠে বৰকৈ, এনেকৈ নকবা ঐ, আমঠু কলা পৰি যায় মোৰ, কলিজা ৰ এফাল মোৰ,
@DinkuBorah-wx1pf
@DinkuBorah-wx1pf 11 ай бұрын
Mousum da tumar voice tur mou hona mat. Bhut val lage. Tumi hodai ane koi aguwai juwa vonti joni logt loi❤❤❤. I love you mousum gogoi da
@bulbulisonowal7692
@bulbulisonowal7692 11 ай бұрын
Bor dhuniwa ❤❤
@BobiBoruah-b9e
@BobiBoruah-b9e 11 ай бұрын
বৰ সুন্দৰ হৈছে গীতটি
@madhab81
@madhab81 11 ай бұрын
Bohut bhal lagise ❤❤❤❤❤❤
@yoyoaxom3910
@yoyoaxom3910 11 ай бұрын
Komolika tumaloi bhut bhut xuvesha jasilu
@dollygogoi7812
@dollygogoi7812 11 ай бұрын
Dhunia hoise bihu gaan to ❤
@BibekaBikash
@BibekaBikash 11 ай бұрын
Very Nice My Friend Kamalika ❤❤❤
@educationrelitive2484
@educationrelitive2484 11 ай бұрын
খুউৱ ধুনীয়া🎉❤❤❤❤❤🎉🎉🎉🎉❤❤❤❤🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@parashmoniborahofficial7126
@parashmoniborahofficial7126 11 ай бұрын
Xub dhuniya ❤️
@abhinassingha701
@abhinassingha701 11 ай бұрын
Bahut dhunia lagse
@AjitBora-v4s
@AjitBora-v4s 11 ай бұрын
Bht bht val lagil gaan to huni
@gogoi12359
@gogoi12359 11 ай бұрын
শিল্পী মৌচম গগৈৰ এইটো নতুন গীত নি।এনেই নতুন গীত বুলি নকৱ,আজি কালি কিছু ইউটিউবাৰ পৰা কোন সঁচা কোন মিছা ধৰিব নোৱাৰি,ভাল হৈছে খুব সুন্দৰ।❤❤❤
@rohittaid8638
@rohittaid8638 11 ай бұрын
Mousam dar gan khubei priyo moja video
@arnavhandique9515
@arnavhandique9515 11 ай бұрын
Outstanding Voice ❤
@nikumoninath7755
@nikumoninath7755 11 ай бұрын
Waiting for Zubeen Da and Komolika's Duet Song. Agor din bur akou ghuri aha jen lagibo 😢❤️
@koumodikc315
@koumodikc315 11 ай бұрын
sure
@navaborthakur528
@navaborthakur528 11 ай бұрын
Maak sai suali❤❤❤❤
@pranabpatar7784
@pranabpatar7784 11 ай бұрын
ভাল লাগিল ❤
@papuborahBorah
@papuborahBorah 11 ай бұрын
Nice❤❤❤❤
@bodhisattachoudhury4538
@bodhisattachoudhury4538 11 ай бұрын
Boriya❤
@sankardas4281
@sankardas4281 11 ай бұрын
2006 -07-08 চনৰ বিহু বিহু লাগিল মজা।
@bijitkoch1182
@bijitkoch1182 11 ай бұрын
Komolika Tumi jui
@lokeswargogoi9800
@lokeswargogoi9800 11 ай бұрын
চকুৰ পানী ওলাই গল।কমলিকা মাতটো শুনি ।ভিতালী বালৈ মনত পৰি গল ।
@surashmotidas2525
@surashmotidas2525 11 ай бұрын
God bleesing komolikakasshyap
@pggaming2122
@pggaming2122 10 ай бұрын
Dhunia
@monowarabegum7355
@monowarabegum7355 11 ай бұрын
Nice.❤❤❤
@DevajitDas-f5e
@DevajitDas-f5e 10 ай бұрын
Sister many many congratulations
@apurbachoudhury5468
@apurbachoudhury5468 11 ай бұрын
বহুত ধুনীয়া
@HatuRangi
@HatuRangi 11 ай бұрын
Ai gitur Actor jonar acting kintu bahut mojja lagill sai
@poreshpanging8215
@poreshpanging8215 11 ай бұрын
Kamalikar ujjol bhobisot kamona korisu, very nice song
@rathinborahthengal4383
@rathinborahthengal4383 10 ай бұрын
ভিতালী বাইদেউ আামাৰ মাজলৈ আকৌ আহিল
@monuranjanmoran121
@monuranjanmoran121 11 ай бұрын
nice songs komolika sis aru mosum daa
@ProfullaHatimuria-hc2ot
@ProfullaHatimuria-hc2ot 11 ай бұрын
🎉god blessed
@assamesesong3794
@assamesesong3794 11 ай бұрын
First comment and views
One day.. 🙌
00:33
Celine Dept
Рет қаралды 75 МЛН
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 50 МЛН
Ligangote Koneng Oi || Mising Song || Mousam Gogoi Musical
5:10