Рет қаралды 829,018
AUDIO CREDITS
★ Vocal - Harshad Tamuli
★ Music - Bhaskar Opswel
★ Composition - Chinmoy Bora
★ Lyrics - Chinmoy Bora & Raj Ballav
★ Translator - Prayashi Baruah
★ Mix-master - Nibir X
★ Guitars - Tiku Boro
★ Flute - Lakhinandan Lahan & Anjan Medhi
★ Violin - Manjil Kumar Gogoi
★ Distribution partner - Regional Music Centre (RMC)
VIDEO CREDITS
★ Artwork & Storyboard - Pranjit Konwar
★ Animation and Lyrical- Akash P Nath
★ Calligraphy - Mrinanga Das
SPECIAL THANKS
Ankur Deka , Bijit Pratim Deka , nilutpal bora
LYRICS
কদমৰে তলত বাজে মুৰুলী
ৰাধা যায় ককালতে লৈ কলচি
পদুমী খোজে লৈ লাজৰ ওৰণি
বাজি উঠিছে সুৰৰে ৰাগিণী
প্ৰীতিৰে ভৰা আলসুৱা মিঠা
অনুৰণন তোমাৰ এই জোনাকী নিশা
ৰিমঝিম বৰষা টোপালে কয় কথা
নূপুৰৰ মাততে সৰে মুকুতা
তাতে কলচি লৈ যায় ৰাধা পানী তুলিব
কদমৰ ডালতে বহি কানাই চাই জুমি ৰয়
তমসাৰে নিশা এটি জোনাকী
সাৱটি ডাৱৰক অভিমানী
তৰাৰে ধেমালি,
সৰে ফুল শেৱালি
বুটলি বুটলি গুঠে মালাধাৰি
ভাৱনাৰ আৰতে আলসুৱা মনে
ধিয়াই তোমাক প্ৰতি ক্ষণ
ভাৱনাৰ আৰতে আলসুৱা মনে
ধিয়াই তোমাক প্ৰতি ক্ষণ
প্ৰীতিৰে ভৰা আলসুৱা মিঠা
অনুৰণন তোমাৰ এই জোনাকী নিশা
ৰিমঝিম বৰষা টোপালে কয় কথা
নূপুৰৰ মাততে সৰে মুকুতা
তাতে কলচি লৈ যায় ৰাধা পানী তুলিব
কদমৰ ডালতে বহি কানাই চাই জুমি ৰয়
#kolosi
#harshadtamuli
#bhaskaropswel