Kot Mur Maa - Zubeen Garg | Prastuti Porasor | Ajoy | Papori | Abahan Theatre

  Рет қаралды 9,748,012

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

Пікірлер: 2 900
@CDSPRODUCTION123
@CDSPRODUCTION123 7 ай бұрын
জুবিন দা আপুনি কি বস্তু,,মাক ইমান ধুনিয়াকৈ বৰ্ণনা কৰিছে,,আপুনি যে আপোনাৰ নহয় আপুনি আমাৰ 😢,আপোনাক কেনেকৈ ইমান আপোন কৰিছোঁ নিজকে প্ৰশ্ন কৰিলে একো বিচাৰি নাপাওঁ,,মা কি বস্তু কেনেকৈ বৰ্ণনা কৰিব লাগে আপুনি বহুত ভালকৈ জানে,,দাদা love you 😘😘
@MrHakunamata
@MrHakunamata 5 ай бұрын
Maa kunu bastu nohoi...!!
@CDSPRODUCTION123
@CDSPRODUCTION123 5 ай бұрын
@@MrHakunamata apunar thinking beleg hoise dada moi beleg meaning rakhiso heito word t
@bishnuupadhyay5335
@bishnuupadhyay5335 2 жыл бұрын
Wow...English mix টো খুউৱ ভাল লাগিল৷জুবিন দা তোমাৰ সুৰত সঁচাকৈ যাদু আছে৷কেইবা বাৰ শুনিও মন নভৰে৷
@Dante-464-y7b
@Dante-464-y7b 4 ай бұрын
This song is copied from Hollywood song 5 hundred miles
@minakshigogoi3703
@minakshigogoi3703 2 ай бұрын
Ppp​@@Dante-464-y7b
@adityaborah781
@adityaborah781 Жыл бұрын
মাৰ নিচিনা আৰু অন্য কোনো হব নোৱাৰে।😍কোনেও কেতিয়াও মাক দুখ নিদিবা মনত ।
@sangitadutta508
@sangitadutta508 4 жыл бұрын
মা যোৱা 25 তা বছৰ হল। মই 35 বছৰিয়া হলো কিন্তু এতিয়াও লাগে যত মই মাক এৰি থৈ আহিছিলোঁ সিমান জনীয়ে হৈ আছোঁ এতিয়াও। গান তো শুনিলে মোৰ সুধিব মন যায় কত মোৰ মা তুমি
@gitulnath7858
@gitulnath7858 Жыл бұрын
Sme 2 u..mur o ma nii
@NayanRay-zv7po
@NayanRay-zv7po Жыл бұрын
P
@NayanRay-zv7po
@NayanRay-zv7po Жыл бұрын
P
@NayanRay-zv7po
@NayanRay-zv7po Жыл бұрын
Pppp
@GokulSil
@GokulSil 10 ай бұрын
❤❤❤😮😂 ❤ CT​@@NayanRay-zv7po
@ganeshkakoti5305
@ganeshkakoti5305 4 жыл бұрын
মা তুমি অনন্যা ৷ তোমাৰ কাৰণেই দেখিলো এই সুন্দৰ পৃথিৱী খন . I love forever . তুমিয়েই মোৰ ভগৱান .
@abhisekkalita6047
@abhisekkalita6047 2 жыл бұрын
😄😂😅
@popidevi2440
@popidevi2440 Жыл бұрын
🎉
@Gautom185
@Gautom185 2 жыл бұрын
মা তোৰলৈ বহুত মনত পৰে❤এতিয়া ঘৰ খনত একেবাৰে থাকি ভাল নালাগে। I really miss you maa.. It's not easy to survive maaa...
@ভাৰ্গৱনাৰায়ণহাজৰিকা
@ভাৰ্গৱনাৰায়ণহাজৰিকা 6 жыл бұрын
এইয়াই প্ৰস্তুতী বা।অভিনয় অকল্পনীয়।গানটোও অত্যন্ত সুন্দৰ।জুবিন গাৰ্গ আৰু পাপৰি বাৰ কণ্ঠত প্ৰাণ পাই উঠিছে।
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
Thanks
@kulentalukdar9987
@kulentalukdar9987 6 жыл бұрын
ভাৰ্গৱ নাৰায়ণ হাজৰিকা
@laharjyotinath2959
@laharjyotinath2959 6 жыл бұрын
oo gaan2 valei hoise..kin2 Ajiy phukone music sur korise.."jab koi baat bigad jaye jab koi muskil pad jaye"
@ভাৰ্গৱনাৰায়ণহাজৰিকা
@ভাৰ্গৱনাৰায়ণহাজৰিকা 6 жыл бұрын
Lahar jyoti nath, hoi gan 2r xur tu jab koi baat..... r lgt eke, kin2 xei gaan 2 u 100 miles gan tr hindi remake, gotike ei gan 2r xur sur kora buli kobo nuwari. Tate likhiw dse gotai kotha khini, mnuhe adori loise, bhal lage bohuut
@laharjyotinath2959
@laharjyotinath2959 6 жыл бұрын
anekoi xi manuh k tupi pindhai ase..tar sob ganei tenekwa hoi.
@enamulchowdhury84
@enamulchowdhury84 5 жыл бұрын
কত মোৰ মা👌 মা তুমি অন্যন্যা।। মা. . মা. . মা।।
@mirachaturbedi9697
@mirachaturbedi9697 3 жыл бұрын
হৃদয়ের অন্তস্তলে ভরে নিলাম ।অসাধারণ সুন্দর একটি গান ।জুবিন তোমার কন্ঠ আরো ছড়িয়ে পরুক ।
@prakashphotography9793
@prakashphotography9793 3 жыл бұрын
মা,আইতা ,মাতৃ , জন্মদাতৃ, মাতা,Mother,Mummy, আমা,.... কতো ভাষাত কিমান নাম 😊 মাৰ নাম এটা আখৰৰ ' মা ' ৰ নাম কিন্তু মাৰ মৰম চেনেহ গোটেই বছৰ লিখিলেও শেষ নহয় 🥺🥺 সঁচাকৈয়ে মাৰ দৰে কোনো নাই এই পৃথিৱীত 🥰💓 আৰু মা তো বহুত আছে এই পৃথিৱীত কিন্তু আমাৰ জুবিন দা অকলে আছে এই পৃথিৱীত 💕❤️' 💎' হীৰা মুকুতাতকৈ মূল্যবান ❤️💎 Thank You জুবিন দা আপোনাৰ কণ্ঠত এই গীতটি শুনি 💓মনটো সুখী হৈ যায় ❤️💕💕💝😘
@pallabigogoi4239
@pallabigogoi4239 6 жыл бұрын
নদীৰ সমান ব'ব কোন?মাৰ সমান হ'ব কোন।মা তুমি অনন্যা,জনম জনমলে জীয়াই থাকা তুমি মা।মই মৰিলেও তুমি যাতে সদায় জীয়াই থাকা।
@dcbora6408
@dcbora6408 6 жыл бұрын
Pallabi Gogoi NeeLBoRA
@coffeeday9439
@coffeeday9439 6 жыл бұрын
I miss u momm
@birthdaycake111
@birthdaycake111 6 жыл бұрын
Pallabi Gogoi really great job
@gunajitgunajit9832
@gunajitgunajit9832 6 жыл бұрын
Weite
@mainulislam7028
@mainulislam7028 6 жыл бұрын
I love you Mom
@newtonahmed6226
@newtonahmed6226 4 жыл бұрын
মৃত্যুৰ কাৰনে বহুত ৰাস্তা অাছে কিন্তু জনম লোৱাৰ কাৰনে কেৱল মা...❤❤
@anuptani5060
@anuptani5060 4 жыл бұрын
Bohut dhuniya ktha kotha koise apuni hridoy sui gol❤️❤️
@azizul.g2198
@azizul.g2198 4 жыл бұрын
Right.sir
@gitadeka1520
@gitadeka1520 3 жыл бұрын
❤❤❤❤❤
@RashidulIslam-pv6oh
@RashidulIslam-pv6oh 3 жыл бұрын
@@azizul.g2198 qqqq1q111
@minturabha6855
@minturabha6855 3 жыл бұрын
Ca😇😴😴😴
@unmilon2401
@unmilon2401 Жыл бұрын
মা'ৰ বাবে ১টা লাইক 😍
@papudas5209
@papudas5209 Ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊
@chitikaray
@chitikaray Ай бұрын
Ma নহৰে ভাল নাৰাগে 😂😂😂😂😂😂
@gunjansgaming8913
@gunjansgaming8913 5 жыл бұрын
Hello everyone, I am from Indonesia and I have been listening to Zubeen Garg's songs since long. The people of Assam are proud to get a artist like Zubeen Garg. He's a living legend and I really like his songs. Salute to this man
@indirabarmanvlog9575
@indirabarmanvlog9575 4 жыл бұрын
You are great
@milikhakhlari5778
@milikhakhlari5778 3 жыл бұрын
He is a living legend
@prabalhazarika3088
@prabalhazarika3088 3 жыл бұрын
Thnqqq Brothrr love u from Assam
@tapankalita3399
@tapankalita3399 3 жыл бұрын
P
@Dhananjay_Ray_Adhikary
@Dhananjay_Ray_Adhikary 3 жыл бұрын
Thank you We always feel proud for him he is our legend.
@marulidharrabha8339
@marulidharrabha8339 3 жыл бұрын
যাৰ মা নাই তাইহে বুজে মা কি বস্তু, যাৰ মা নাই তাইহে জানে মাক হেৰুৱাই পেলোৱাৰ কষ্ট কিমান।😭❤️❤️
@rosebhuyanchowdhury4967
@rosebhuyanchowdhury4967 Жыл бұрын
Same Here...Always miss you Mom & Dad....😭😭
@marulidharrabha8339
@marulidharrabha8339 Жыл бұрын
@@rosebhuyanchowdhury4967 ধন্যবাদ Bro.🙏🥀
@PoreshSaikia-u7m
@PoreshSaikia-u7m Жыл бұрын
Bgjvmçlxldcm😭😿🎉🎉🎉❤️💗❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💜💜💜💜💜💜💜💜💜💜💜💜💜💜👌💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜
@PoreshSaikia-u7m
@PoreshSaikia-u7m Жыл бұрын
Jjf Vnvbvbxnvnxnxnfnnhhfjcjcmdjgxnbxnxnhgcgfbhhfnxmcncnghfjfjfmfncmtlffkchljgmvnmvvfbvbvbnbbjgfcvhjlkv
@Himanta.the_king
@Himanta.the_king 9 ай бұрын
😭😭😭😭
@sirajuddinahmed1013
@sirajuddinahmed1013 6 ай бұрын
মালৈ খুউব মনত পৰি কান্দি গলো? সকলো মালৈকে শ্ৰদ্ধা ও মৰম নিবেদিছো আৰু জুবিন দা লৈ ও মৰম জনালো।
@BimalMoran-x4
@BimalMoran-x4 Ай бұрын
মা-দেউতা সমান আপোন কোনো নাই। আৰু ILove you maa.💞💞♥️♥️
@digantabhatta6459
@digantabhatta6459 4 жыл бұрын
মোৰ মা নাই, যেতিয়া মা লৈ মনত পৰে, এই গিত টি শুনিলে মাক কাষত পোৱা য়েন অনুভৱ হয়। মা মা--------
@jyotistune3545
@jyotistune3545 3 жыл бұрын
Mro
@Dhananjay_Ray_Adhikary
@Dhananjay_Ray_Adhikary 3 жыл бұрын
Same
@damodorray9692
@damodorray9692 3 жыл бұрын
💕💕💕💕💗💗💗❣️❣️miss u
@lakshyajitbaruah6690
@lakshyajitbaruah6690 2 жыл бұрын
Same
@lakshyajitbaruah6690
@lakshyajitbaruah6690 2 жыл бұрын
Moru
@hemantasaikia235
@hemantasaikia235 5 жыл бұрын
মা এটা আখৰ নহয় মোৰ সফলতাৰ আৰতঁ থকা এজনী মানুহ
@pubglovar773
@pubglovar773 4 жыл бұрын
Rait
@rashmihazarika5974
@rashmihazarika5974 2 жыл бұрын
@@pubglovar773 qqq
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip Жыл бұрын
জুনিয় বা মুনিয় একো নাই । জুবিন সদাই জুবিন সৈ থাকিব । তাৰ ঠাই কোনেও লৱ নোবাৰে কৈ থলো।জয় আই অসম
@binuddeka7799
@binuddeka7799 6 жыл бұрын
হৃদয় চুই গৈছে জুবিন দা আপোনাৰ কণ্ঠৰ এই গীতটোৱে 😘😘 বহুত বহুত ভাল লাগিল ।
@rahulsangudas7398
@rahulsangudas7398 6 жыл бұрын
সুন্দৰ পৰিবেশন...গাণটোত এটা কাহিনী লুকাই আছে..মাতৃ জীয়ৰীৰ স্নেহ য'ত লুকাই আছে
@hiteshbaishya2273
@hiteshbaishya2273 6 жыл бұрын
My faverat songs
@ajgorali9959
@ajgorali9959 6 жыл бұрын
Rahul Sangu Das yes
@digantakalita9820
@digantakalita9820 6 жыл бұрын
মোৰ ভাল লাগিছে গানতো জুবিনদাক বহুত ভাল পাও
@bitupanbania7737
@bitupanbania7737 6 жыл бұрын
nicc
@daywithmetinadutta4482
@daywithmetinadutta4482 6 жыл бұрын
আজি প্ৰথম শুনিলো, বহুত ভাল লাগিল ।
@M.Amin123-n5y
@M.Amin123-n5y Жыл бұрын
মা থাকোঁতে প্ৰিয় আছিল গানটো।মাক হেৰুওৱাৰ পাছত গানটো শুনিলেই চকুদুটা চকুপানীৰে চলচলীয়া হৈ পৰে।😢😢
@user-nj8kq2dk6p
@user-nj8kq2dk6p Жыл бұрын
😢😢😢😢😢
@pahladnath7926
@pahladnath7926 3 жыл бұрын
জব কই বাট বিগৰ জায়ে,,,,,, হিন্দী গীতৰ লগত সুৰৰ মিল আছে।
@Dakubhai1212
@Dakubhai1212 Ай бұрын
Ai gaan tu bahut bhakhat ase
@jyotirmoy22
@jyotirmoy22 2 күн бұрын
Nai bandhu Kuman Sanu e he sur krise, Jubeen Garg e remix krise only origin song to.
@jyotirmoy22
@jyotirmoy22 2 күн бұрын
Check the link
@punyagogoi5313
@punyagogoi5313 2 жыл бұрын
মোৰ মা দেউতা নাই মোৰ বৰ মনত পৰে. মই এতিয়া অকলশৰীয়া . এই গীত টো শুনিলে কাষৰত আছে যেন লাগে মা দেউতা.😭😭😭😭❤❤❤❤❤🙏🙏🙏
@himasridas4941
@himasridas4941 2 жыл бұрын
😭😭 বেয়া লাগিল
@moustakimalam6226
@moustakimalam6226 2 жыл бұрын
Bhut bya lgil
@rajudas1453
@rajudas1453 2 жыл бұрын
@@moustakimalam6226 aaaaaaaaaaa Aa aaAàaaààaaaaaAàaaaaaaaaaaa00p
@birusondas7215
@birusondas7215 2 жыл бұрын
,
@DanishBhaim1
@DanishBhaim1 2 жыл бұрын
Bhaiya lagir
@royalvloger2679
@royalvloger2679 5 жыл бұрын
2019 ত কোনে কোনে চাইছা এটাকৈ লাইক দিবা। Love You Zubeen da 💝 💝 💝 💝 💝
@bogendoley3758
@bogendoley3758 4 жыл бұрын
💓
@himjyotidas2193
@himjyotidas2193 6 жыл бұрын
Zubeen Da ru papori Ba SPEECHLESS 🙊🙊🙊
@tasminjahan6079
@tasminjahan6079 4 жыл бұрын
অসমীয়া চলচ্চিত্ৰ জগতৰ আটাইতকৈ আবেগিক গান।মই কান্দি কান্দি পাগল হৈ যাও।ইমান সুন্দৰ উপস্থাপন।এনেকুৱা লাগে যেন মই আৰু মোৰমাইনা জনীসেই একান্ত মুহূৰ্তত।
@aranyaofficial7082
@aranyaofficial7082 Жыл бұрын
Another rendition of Five Hundred Miles in Assamese...... Awesome rendition.... A song about a mother's love....♥️♥️♥️♥️
@joystnadeblaskar5892
@joystnadeblaskar5892 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤
@AnikaRajkhuwa
@AnikaRajkhuwa 9 ай бұрын
​@joy❤,. Wo TV 😅stnadeblaskar5892
@mulabhaigaming8329
@mulabhaigaming8329 6 жыл бұрын
জুবিন দাৰ এটা এটা শব্দৰ গান বোৰ হৃদয়ত চুই যায় love you zubeen da❤
@geetashreehazarika9127
@geetashreehazarika9127 6 жыл бұрын
Sabin Boro hlw
@zeetkashyap
@zeetkashyap 6 жыл бұрын
heart touchng song .
@pratikshahaloi432
@pratikshahaloi432 6 жыл бұрын
nic jubeen da
@sharmilarajbongshi8839
@sharmilarajbongshi8839 6 жыл бұрын
বহুত ভাল হৈছে জুবিন দা সুণিলে সুণি থাকিবৰ মন যায়
@tonmoydeka7319
@tonmoydeka7319 4 жыл бұрын
Zubeen aru beleg co singer jonoku thanks kua
@priyankeebordoloi6676
@priyankeebordoloi6676 3 жыл бұрын
Five hundred miles...! Good to hear Zubeen's version of this western classic song!
@Speed_bhai
@Speed_bhai 2 жыл бұрын
Yup 🌸
@careforu6532
@careforu6532 2 жыл бұрын
Coming from Bullet train 👀
@Speed_bhai
@Speed_bhai 2 жыл бұрын
@@careforu6532 me too
@Speed_bhai
@Speed_bhai 2 жыл бұрын
@@careforu6532 R.I.P. Tengarine 😔
@jitumonichirang4293
@jitumonichirang4293 6 жыл бұрын
সচাকৈ বহু ভাল গান শুনিলে শুনি থাকিবলৈ মন যায় Zubin da
@ProDeepMusics
@ProDeepMusics 4 жыл бұрын
সৰু থাকোঁতে মা এ ৰাস্তা পাৰ হওঁতে হাত ধৰি পাৰ কৰাইছিল! এতিয়া মোৰ সময় মই মাৰ হাত ধৰি ৰাস্তা পাৰ কৰাম! মাৰ কাষত থিয় হলে কিয় জানো নিষ্ঠব্ধ হৈ যাও❤️❤️
@sani07446
@sani07446 2 жыл бұрын
মোর মা দেউতা আছে তথাপিও মই এই বোর গান হুনি চকু পানি ওলাই আহে 😭😭😭 মৃত্যু কারণে বহুত রাস্তা আছে জন্মর কারণে অকল মা দেউতা । Love you mom❤️ dad .
@ankitaliajadas675
@ankitaliajadas675 6 жыл бұрын
জুবিন দা 😌❤❤..blg r ako nkou apuni muhan..bhut bhut val pau apunak aru apunar gan bilak😑😑
@tapantumung5777
@tapantumung5777 6 жыл бұрын
Ankitaliaja Das zdbmrvnh
@dilnurali3925
@dilnurali3925 6 жыл бұрын
Ankitaliaja Das yes
@tanzilsaikia6358
@tanzilsaikia6358 5 жыл бұрын
I’m pp
@সবিনৰায়
@সবিনৰায় 6 жыл бұрын
প্ৰস্তুতি পৰাশৰৰ অভিনয়বোৰ সঁচাকৈ অতুলনীয়
@tankebaishya1354
@tankebaishya1354 6 жыл бұрын
,,,
@bikashkalita2635
@bikashkalita2635 6 жыл бұрын
Imn dhunia lagisa theatar khan
@user-cc1ot4zp9c
@user-cc1ot4zp9c Жыл бұрын
মা তোমালৈ আজি বৰকৈ মনত পৰিছে তোমাৰ কোলাত আজি জিৰণি লৱলৈ বৰ মন গৈছে ও মা
@btexplorer
@btexplorer 5 жыл бұрын
Zubeen da..u are a real rockstar of your mother... Happy Mother's Day 💓💓 💓
@phulmonisaikia5904
@phulmonisaikia5904 Жыл бұрын
এই গীতটোৰ অৰ্থ যদি বৃদ্ধাশ্ৰমলৈ মাক দেউতাকক দলিয়াই দিয়া সকলে বুজিলে হেঁতেন তেতিয়া হ'লে হয়তো বৃদ্ধাশ্ৰম বোৰৰ সৃষ্টি নহ'ল হেঁতেন।
@PranabKakati-wk3kq
@PranabKakati-wk3kq 6 ай бұрын
Um ❤
@dildarrazzak1977
@dildarrazzak1977 6 жыл бұрын
এনেধৰনৰ গান সদাই শুনিবলৈ মন যায়
@sangitabarman5943
@sangitabarman5943 5 жыл бұрын
পৃথিৱীত 'মা' ৰ সমান আছে কোন ???
@mizanurrahman435
@mizanurrahman435 3 жыл бұрын
q
@proloysankar
@proloysankar 6 жыл бұрын
It made me cry ... I can't even live for a second without my mother. This song is dedicated to my lovely sweet ma
@RajeshRoy-o8d
@RajeshRoy-o8d Жыл бұрын
Original maa song iman dhuniya lage kobloi mat nai maa song love you
@subhrajyotgogoigaming5295
@subhrajyotgogoigaming5295 5 жыл бұрын
মোৰ মা নাই। এই গানটো সুনিলে মোৰ মা লৈ বহুত মনত পৰে। সচাকে মাৰ সমান কোনো নাই এই পৃথিবীতে
@pubglovar773
@pubglovar773 4 жыл бұрын
Anakoi kiyo kowa
@romizulislam578
@romizulislam578 4 жыл бұрын
Gitamoni ake goti tomar aru mor. Bor manat pore ma loi gaantu khunile. Khei karone nukhunuye ketiyaba
@NasirUddin-sj7fr
@NasirUddin-sj7fr 4 жыл бұрын
Same condition
@birbolchoudhary9056
@birbolchoudhary9056 3 жыл бұрын
Moro
@Dhananjay_Ray_Adhikary
@Dhananjay_Ray_Adhikary 3 жыл бұрын
Same bohut monot pore maa'le
@সবিনৰায়
@সবিনৰায় 6 жыл бұрын
সুন্দৰ গান যিমান দিন জুবিন আছে সীমানদিন অসমীয়া গীতৰ শুবাস আছে ৷ জয় জুবিন দা
@hillojyotiroy3536
@hillojyotiroy3536 6 жыл бұрын
Thik kotha. Zubin dar gan hunile dehar pora vagor gusi jai
@najiaakhtar6981
@najiaakhtar6981 6 жыл бұрын
Hillo Jyoti Roy right
@dhananjoyhazarika7482
@dhananjoyhazarika7482 6 жыл бұрын
Sweet lagese
@ritudeka3184
@ritudeka3184 6 жыл бұрын
Jaya
@ritudeka3184
@ritudeka3184 6 жыл бұрын
Nice song
@krishnasarma5764
@krishnasarma5764 6 жыл бұрын
I had lost my maa.. Hearing this song I really miss my maa.. This is a great heart touching song sang by my favorite singer zubeen garg
@ritukonwar9373
@ritukonwar9373 4 жыл бұрын
একে । ময়ো মা ক হেৰুৱাৰ এবছৰ হল। এই গান টো শুণিলে মালৈ মনত পৰে ।
@bidyutadhikary425
@bidyutadhikary425 4 жыл бұрын
Agree with you
@mohendrakalita7004
@mohendrakalita7004 2 жыл бұрын
@@ritukonwar9373 e
@gitakotoky733
@gitakotoky733 2 жыл бұрын
Nice.
@Rythemicmelodies710
@Rythemicmelodies710 Жыл бұрын
I m an orphan.....but this song numbs me internally & miss my parents....I grew up in a great struggle...
@goodboy6605
@goodboy6605 Жыл бұрын
May God shower his blessings upon you and protect you and give you all the love and happiness you deserve.
@rizuahmed1122
@rizuahmed1122 Жыл бұрын
May God bless you ❤
@blackpantherproduction9745
@blackpantherproduction9745 Жыл бұрын
We love you brother jai hind
@thaneswariteron4037
@thaneswariteron4037 Жыл бұрын
It's okay don't worry
@youtubeshorts5672
@youtubeshorts5672 Жыл бұрын
Stay Strong brother ❤
@pujadebnath6715
@pujadebnath6715 Жыл бұрын
মা ক'ত গলা মা 😭😭😭😭 I miss you so much maa plzzz come back for me maa
@assamrhino3107
@assamrhino3107 6 жыл бұрын
Nice story, sweet singers , nice actress.I have never seen before. Song is truly extremely so awesome. Jubin is my favorite singer আ অলংকাৰ কাপোৰ কানি নহ'লে যিদৰে ছোৱালী এজনীক শুৱনি কৰিবলৈ কষ্টকৰ হয়, ঠিক সেইদৰে জূবীন নহ'লে ও অসম শোৱনি কৰিবলৈ অসমৰ কষ্টকৰ হয়।
@gautamzgrabha4054
@gautamzgrabha4054 2 жыл бұрын
I love ❤️you ❤️Ma. সকলোৰে মা বিলাক কুশলে থাকক।
@nislam2397
@nislam2397 4 жыл бұрын
অদ্বিত্বীয় গান+অভিনয়+সকলো....... 👍👍👍👍👍
@priyambadaroy6930
@priyambadaroy6930 6 жыл бұрын
Love u Zubeen daa...really u r great....n dr Prastuti baa...great ur acting...heart touching....i listen this song minimum 5/6 times a day...👍👍👍
@deephazarika887
@deephazarika887 Жыл бұрын
মা দেউতা বুলি কলে সচাকৈ বুজাব নোবাৰা এটা ভাষা সকলোবে মাক দেউতাকক শান্তি সুখত ৰাখক
@ratulnath7333
@ratulnath7333 6 жыл бұрын
Zubeen da bahut bahut bhal lagise Hiya sui goise. Aku anekua natun gaan sunibaloi pam buli akha rakhiso. THANK YOU👍👍👍👍💐💐💐👌👌👌
@dhaneshrirajbangshi8898
@dhaneshrirajbangshi8898 4 жыл бұрын
2020চনত কোনে কোনে এই গানটো শুনি আছে like কৰক এটা❤️
@ranjitmadahi8414
@ranjitmadahi8414 4 жыл бұрын
Q
@eyachinyaara4091
@eyachinyaara4091 4 жыл бұрын
Me
@bitusonowal6417
@bitusonowal6417 6 жыл бұрын
hxake gantuey heart trux krile aru bhtttt vl lagil😘😘
@jgabhijitxxx485
@jgabhijitxxx485 6 жыл бұрын
Zubeen da kio eman ধুনিয়া গান gua মৰি যাম মই
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
Thanks
@grassrootentertainmentghat3376
@grassrootentertainmentghat3376 2 ай бұрын
Aitu gaan nohoi zubeen da aitu amar emotion jitu moi vasat bujhabo nowarim..as a Bengali always thank you legend amar❤❤❤
@gaudasvlogs6412
@gaudasvlogs6412 4 жыл бұрын
My favourite song hoy aito. Jay Zubeen da. 2020 to xuni asu aru xoday xuni thakim . Zubeen dak val poa xokole like koribo please.
@ranubegumchoudhury4505
@ranubegumchoudhury4505 6 жыл бұрын
আটাইতকৈ পৃথিবীত মৰমৰ মাত হৈছে মা মা,
@silentsoul5278
@silentsoul5278 4 жыл бұрын
I had lost my maa in 2018. When I listen this song I really miss my maa😞
@monalisabora3520
@monalisabora3520 2 жыл бұрын
HOW U LOSS YOUR AI
@bikassarma8737
@bikassarma8737 7 ай бұрын
Love you MAA❤❤❤❤❤❤
@usharanirabha8158
@usharanirabha8158 Жыл бұрын
Happy mother's day 🥳😭🤱💚👏
@pinkikalita8846
@pinkikalita8846 8 ай бұрын
মা তুমি আমাৰ কাৰণে ভগৱান তোমাৰ বাবে দেখা পালোঁ এই পৃথিৱী মা তুমি অনন্যা ❤❤❤love you forever maa 👌👌👌👌👌❤❤❤❤❤❤❤❤
@natashabaruah8660
@natashabaruah8660 6 жыл бұрын
Dey have give reference to 100 miles..so we cant claim it as copy... Heart touching...love you zubeen da 😍
@UAAzhar
@UAAzhar 3 жыл бұрын
আজিও মোৰ প্ৰিয় গাণ❤️❤️
@manashozah5675
@manashozah5675 6 жыл бұрын
bhut dhonia gantu,,moi ai gantu xodai xunu...
@mithrangkho
@mithrangkho 6 жыл бұрын
Copy korise hindi song jab koi baat bigad jaye
@hemchandratalukdar8717
@hemchandratalukdar8717 3 жыл бұрын
সচাকৈ ভাষাৰে বুজাব নোৱাৰা এটি অতুলনীয় গীত।
@bikashdutta5490
@bikashdutta5490 5 жыл бұрын
Zubeen da lv u.. Lyricist jonok pronam jonaisu. Oti xundor likhise.. Lv u all entire team of ma 100 miles
@bhanismitabaishya4166
@bhanismitabaishya4166 6 жыл бұрын
Mr ma ni. .zubin da jetiya ya aebur song xunu n. Moi xasai pagol hy jao. So nice song zubin da. .u r best
@hirakjyotidas18
@hirakjyotidas18 6 жыл бұрын
Bhanismita Baishya dhipgxbn @$54/!99ghjiydssryjvxip
@dcbora6408
@dcbora6408 6 жыл бұрын
Bhanismita Baishya NeeLBoRA
@abhijitgoswami1101
@abhijitgoswami1101 6 жыл бұрын
Same
@abdulrejjak1225
@abdulrejjak1225 Жыл бұрын
Love you so much my legend Zubben daaa❤😢
@hafijkhan7299
@hafijkhan7299 4 жыл бұрын
Mother has no words really 😘😘😘😘🙏🙏
@deepkumarray3353
@deepkumarray3353 2 жыл бұрын
I love you maa 💕💕💕💕😘😘😘😘😘 thank you so much...naice song good job Bro 👍
@nibeditadevi3431
@nibeditadevi3431 3 жыл бұрын
Respected Jubin garg ur singing and song is so sweet and heart touching.May u long live.
@nila6422
@nila6422 6 жыл бұрын
'মা' মোৰ অতি মৰমৰ , পৃথিৱীত ' মা' ৰ সমান কোনো হব নোৱাৰে
@rajubharadwaj231
@rajubharadwaj231 6 жыл бұрын
আইৰ স্হান সকলোতকৈ সুকীয়া 😍
@nila6422
@nila6422 6 жыл бұрын
+raju bharadwaj right 😊
@rajubharadwaj231
@rajubharadwaj231 6 жыл бұрын
+Partha Neog 😊💆
@labajitkalita2036
@labajitkalita2036 6 жыл бұрын
Define ma in your own language????
@debajitsaikia7
@debajitsaikia7 6 жыл бұрын
100% Right
@SauravDJyoti
@SauravDJyoti 6 жыл бұрын
জয় জবিন দা 💓❤❤
@RanjanBorah-p4o
@RanjanBorah-p4o 2 ай бұрын
I Love u Maa 💓 💗 💛 ❤❤
@angelikaparisiddqui7819
@angelikaparisiddqui7819 3 жыл бұрын
I love this ......background song tu bohut heart touching hoi and the English conversation....so good bohut bhal lagil gaaannn tu khuni .......❤
@bhaskardeka3284
@bhaskardeka3284 6 жыл бұрын
গানটো শুনি থাকিলে বাৰে বাৰে শুনি থাকিব মন যায় আৰু গানটো বাৰে বাৰে মনত পৰিয়েই থাকে।
@jintudasjintudas2541
@jintudasjintudas2541 6 жыл бұрын
মোৰো তেনেকুৱা হৈছে
@hirakjyotidas18
@hirakjyotidas18 6 жыл бұрын
Bhaskar Deka
@pompybora5988
@pompybora5988 6 жыл бұрын
Bhaskar Deka nice
@bhaskardeka3284
@bhaskardeka3284 6 жыл бұрын
Pompy Bora um
@animachoudhury5192
@animachoudhury5192 6 жыл бұрын
Very nice
@prasantomedhi6058
@prasantomedhi6058 3 жыл бұрын
Everytime listening to this song.... Love it always 😍😍😍
@farukali9846
@farukali9846 3 жыл бұрын
If I LISTEN ABOUT MOTHER & FATHER ,I FEEL LIKE CRYING I DON'T GET BORED, IF I LISTEN HUNDRED TIMES.
@amarrabha3650
@amarrabha3650 6 жыл бұрын
hoshake bohut bohut bohut val lagy mor Zubeen da...theater khon shabo lagibo ...
@srajbongshi________4573
@srajbongshi________4573 2 жыл бұрын
Maa miss you 🥺😒
@sumanjyoti2070
@sumanjyoti2070 6 жыл бұрын
Hundred miles away form home. Aitu hoi gaan tur original nd aitu ktha description t likhi o disy nd jab koi baat gaan tu o hundred miles gaanr prai luwa hoisy. . So beya kiba kuwa agt plz vlkoi description tu sai lbo.. thnk u
@ajomrabbani7251
@ajomrabbani7251 6 жыл бұрын
bro channel 2 subacribe kri dba ...help me to grow up
@kingsmengaming2476
@kingsmengaming2476 6 жыл бұрын
Right
@trilochanmedhi4136
@trilochanmedhi4136 6 жыл бұрын
suman jyoti I know you are one of the top most music scholar from India but don't try to give him a Grammy award for his cheating creation...
@trilochanmedhi4136
@trilochanmedhi4136 6 жыл бұрын
suman jyoti jab koi baat bigar jaaye bonanaote teoloke 100 miles song's maker r pora permission loisil...... Kintu ajoy phukone loise neki? Tar oukat ase neki ata international artist r pora permission loboloi... Ajoy ata xur sor kora govait chor...
@sumanjyoti2070
@sumanjyoti2070 6 жыл бұрын
Permission loisy ne nai moi najanu aru moi kako Grammy award dibo juwa nai. . Aitu gaan jab koi bat gaan tur pra nhoi 100 miles gaanr pra loisy moi just heitu koisu. Nd heitu teuluky vlkoi likhi o disy..
@kenny-robba-starr
@kenny-robba-starr 3 жыл бұрын
My heart is melting here maa I'm nothing without you maa
@alicemaria2301
@alicemaria2301 3 жыл бұрын
Mothers are PRICELESS gift to us.
@hassanahmedmazarbhuiya5355
@hassanahmedmazarbhuiya5355 2 жыл бұрын
My heart is melting here maa I,m nothing without you maa. I love you juben Garg.
@renukadevi9682
@renukadevi9682 Жыл бұрын
Love you Maa☺👏🏻💐🙏🙏🙏🍫🍫🎂. I'm sorry Maa🙏🙏🙏🙏. Great Zubeen Dada❤❤
@robinkvlogs5178
@robinkvlogs5178 2 жыл бұрын
জুবিন দাৰ প্ৰতিতো গানেই মোৰ প্ৰিয় ছ শুনি বহুত বহুত বেছি ভাল লাগে
@ImranHussain-zm5ln
@ImranHussain-zm5ln Жыл бұрын
মাৰ কাৰণে নো‌ কি লিখিম no word
@KikumoniBora
@KikumoniBora Ай бұрын
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@cutypiebbygroups3034
@cutypiebbygroups3034 6 жыл бұрын
nice sng zubeen daa..bht vl lgl xuni.
@dcbora6408
@dcbora6408 6 жыл бұрын
cutypie bby groups NeeLBoRA
@sumkiagarwal5217
@sumkiagarwal5217 3 жыл бұрын
Its not a song its a heaven.
@user-nj8kq2dk6p
@user-nj8kq2dk6p 2 жыл бұрын
🥰🥰🥰🥰
@___aj___babu_nath6061
@___aj___babu_nath6061 Жыл бұрын
Zubeen da ❤❤❤❤❤❤
@mridusmitasharma1791
@mridusmitasharma1791 7 ай бұрын
মা হৈ মাক হেৰুৱাৰ দুঃখ অনুভব কৰিছোঁ।যেতিয়াই এইটো গান শুনো তেতিয়াই হুক এটা উজাই আহে😢
@jayedaakhtara7535
@jayedaakhtara7535 4 жыл бұрын
This is best song ever I have heard ❤️
@rupaschannel5856
@rupaschannel5856 6 жыл бұрын
good song.. favorite one😘😘😘 love zubeen forever
@priyankushsarma4361
@priyankushsarma4361 6 жыл бұрын
love songs Ds
@agamonibhuyan2
@agamonibhuyan2 3 жыл бұрын
A living legend Zubeen Garg
@kochpradipnarayan4524
@kochpradipnarayan4524 4 жыл бұрын
অন্তৰত চুই যোৱা গান।আকৌ আশা কৰোঁ।বহুত বহুত
@debikaborpujari6748
@debikaborpujari6748 3 жыл бұрын
Beautiful rendition of western classic & jab koi baat bigar jaye.....
@nayanboruah3816
@nayanboruah3816 6 жыл бұрын
Beautiful song ❤❤❤❤❤ ZUBEEN DA VOICE😘❤😘❤😘
@ACMULTIMEDIA
@ACMULTIMEDIA 6 жыл бұрын
Thanks
O Deuta By Zubeen Garg | Lyrical Video | Chiranjeeb Theatre
6:47
AC MULTIMEDIA
Рет қаралды 8 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 32 МЛН
[BEFORE vs AFTER] Incredibox Sprunki - Freaky Song
00:15
Horror Skunx 2
Рет қаралды 20 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 32 МЛН