Archana Borthakur Opens Up About Life, Struggles, Relationship || Assamese Podcast || Ep.14

  Рет қаралды 70,423

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

Пікірлер: 146
@niraladevi6940
@niraladevi6940 4 ай бұрын
প্ৰকৃতিৰ নিয়মমতে বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰী দেৱ হৰিৰ সৃষ্টি ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰে বিনাশ আছে। মানুহো ইয়াৰ ব্যতিক্ৰম নহয়। সেয়ে মই ভাবো সৰু বৰ কামৰ মাজেৰে যাৰ যি সম্ভৱ সুন্দৰকৈ সুখেৰে উদ্ যাপন কৰি জীৱনটো জীয়াই নিব লাগে। কৰ্মই ধৰ্ম। তোমালোকৰ সুস্বাদু কথা বতৰাখিনিয়ে জীৱন জীয়াবলৈ সাহস যোগায়।ধন্যবাদ আৰু মই তোমালোকক ভাল পাও। ঈশ্বৰক খাতিছো আমাৰ সন্তান 1:08:31
@parbinsdailyvlog
@parbinsdailyvlog Жыл бұрын
অৰ্চনা বৰঠাকুৰ এগৰাকী বিশাল ব্যক্তিত্বৰ গৰাকী। কি সুন্দৰ মিঠা কথা-বতৰা তেওঁৰ। তেওঁ যেতিয়া সমাজৰ কাৰণে ইমান কাম কৰিও পৰিয়ালৰ লগত হাৰি গৈছে তেনেহ'লে আমিনো কিমানৰ মানুহ😢২০বছৰে নিজৰ ঘৰৰ পদূলিত ভৰি দি পোৱা নাই। যদিও মোৰ ঘৰৰ পৰা মাৰ ঘৰ ছটা পদূলি পাৰ হৈ। মা ঢুকাই গ'ল মই চাব নাপালো😢😢
@gayatrymaladevikhound8801
@gayatrymaladevikhound8801 6 ай бұрын
অৰ্চনা, তোমাৰ কথা মন দি শুনিলোঁ আৰু তোমাক বুজি পালোঁ । জাতত ব্ৰাহ্মণ হৈ যদি ব্ৰহ্ম জ্ঞান আয়ত্ব কৰিব নোৱাৰে তেওঁ প্ৰকৃত ব্ৰাহ্মণ হয় বুলি,নিজে ব্ৰাহ্মণ হৈও মই মানি নলও। তেজৰ সম্পৰ্কত যদি আত্মীয়তা নাথাকে , তেওঁলোক সম্বন্ধীয় হে হয় ,আত্মীয় নহয়। আত্মীয়ৰ মাজত জীৱন জীপাল হয় । এই আত্মীয়তাৰ আগত জাত্যাভিমান এটা তুলুঙা শব্দ।
@shreemayeekakati6831
@shreemayeekakati6831 Жыл бұрын
জীৱনে প্ৰতিনিয়ত আমাক বহুত কিবাকিবি দি থৈছে।দি আছে।হয়তো আমি অনুভৱ নকৰো সেইটো যে যি কিছুমান কথাই আমাক অহৰহ জীপাল কৰি তুলিছে।আৰ্চি বাৰ কথাখিনিয়ে যি এটা জীৱনবোধৰ অধ্যায় আমাক দিছে সেয়া আপুৰুগীয়া।জীৱনটো প্ৰেমময় কৰি ৰাখিবলৈ এয়াই যথেষ্ট চাগে মোৰ বাবে।জীৱনে আমাক এই ধুনীয়া সময়বোৰ উপহাৰ দিছে। ধন্যবাদ আপোনালৈও আৰ্চি বাৰ দৰে ইমান সুন্দৰ ব্যক্তিত্বৰ মানুহগৰাকীৰ লগত আমাক পৰিচয় কৰাই দিয়াৰ বাবে @Pallabi Hazarika ❤
@rinjugogoi5969
@rinjugogoi5969 Жыл бұрын
অৰ্চনা বাইদেউৰ কথাবোৰ আৰু মাতটো খুব মৰম লগা। খুব ভাল লাগিল অনুষ্ঠানটো। জীৱনে মানুহক প্ৰতি নিয়ত বহু কথা শিকাই থৈ যায়। জীৱন মানে অভিজ্ঞতা। জীৱন অনুপম। বাইদেউলৈ শুভেচ্ছা জনালো।
@maineesworld.4227
@maineesworld.4227 Жыл бұрын
সদায়ে হাঁহি থকা ছোৱালীজনীৰ পিছত ইমান দুখভৰা এটি অধ্যায় লুকাই থাকিব পাৰে! 😢 কথা ষ্টুডিঅ'ৰ এই অনুষ্ঠানটিয়ে ,সমাজলৈ বহুতো ইতিবাচক বাৰ্তা আগবঢ়াই দিলে। আৰ্চিৰ প্ৰতি সদায়ে শ্ৰদ্ধাভৰা মৰম আছে…আৰু থাকিব।তেওঁৰ কৰ্ম আৰু চিন্তাই সদায়ে সমাজৰ হকে পোহৰৰ বাট মুকলি কৰে।❤❤
@MoonliGayan
@MoonliGayan Жыл бұрын
জীৱনবোধৰ ওপৰত উওৰ দিয়াটো টান । মৃত্যুৰ সিপাৰৰ কথা কোনেও নাজানো । কি পালো নাপালো হিচাপ কৰি মনৰ ভিতৰখনক কষ্ট দিয়া হব । " দুখৰ আঁৰত আনৰ মুখত হাঁহি বিৰিঙাব পৰাটো সুখ " ।
@bandanamedhi8629
@bandanamedhi8629 Жыл бұрын
জীৱনে ভাল আৰু বেয়া দুয়োটা শিক্ষাই দিছে।কিন্তু তাৰ পৰা জীৱনে এইখিনিয়ে শিকাইছে যে বেয়াখিনি পাহৰি ভালখিনি আদৰি আকৌ নতুনকৈ জীৱনত সাহসেৰে আগবাঢ়ি যোৱা । ❤️ভাল লাগিল আৰ্চি তোমাৰ কথাখিনি ।❤️
@joymatidas5460
@joymatidas5460 Жыл бұрын
ইমান সৰল মনৰ তুমি অৰ্চনা।তুমাৰ কথন শৈলী অতি সুন্দৰ ।এখন উপন্যাসৰ পঠন শুনি থকা যেন অনুভব হল। আগ বাঢ়িযোৱা।ভগবানে তোমাক সহায় কৰক।
@doom8603
@doom8603 Жыл бұрын
বৰ মধুৰ সময় পাৰ কৰিলো অনুষ্ঠানটো চাই৷আজি প্ৰথম চালো , আগলৈও চাম৷ জীৱনে মোক মিঠা তিতা সকলো দিছে৷ কোনো আক্ষেপ নাই ,আগবাঢ়ি আছো ৷সুখী কাৰণ কেতিয়াও পোৱা নোপোৱাৰ হিচাপ নাই কৰা৷❤
@ranjanadas9186
@ranjanadas9186 Жыл бұрын
কথা অনুষ্ঠানটোৰ জৰিয়তে অৰ্চনা বৰঠাকুৰৰ জীৱনৰ কথাখিনি শুনি অন্তৰৰ কোনোবা এটা চুকত বৰ কষ্ট অনুভব কৰিলোঁ । নিজৰ তেজৰ সম্পৰ্কৈয়ো যেন তেখেতক জীৱনৰ অভিজ্ঞতা এটা দি থৈ গ'ল । তেখেত এগৰাকী স্পষ্ট আৰু সুন্দৰ ভাষী নাৰী । লগতে তেখেতে দহৰ কাৰণে কৰা কামবোৰেৰে জীৱনটো আগুৱাই নিয়ক তাৰেই কামনাৰে....
@dipsikhasaharia9192
@dipsikhasaharia9192 Жыл бұрын
মোৰ প্ৰিয় নাৰীৰ ভিতৰত অৰ্চনা বা অন্যতম।বহুত ভাল পাওঁ আপোনাক আপোনাৰ লেখাবোৰ❤️❤️❤️ জীৱনে বহুত দিছে বা। মা দেউতা ,দাদা,ভাইটিৰে ভৰা এখন ঘৰ দিছে।বিয়াৰ পিছত নিজৰ মাৰ দৰে মৰম কৰা শাহু মা এজনী দিছে।নিস্বাৰ্থভাৱে ভাল পোৱা এজন জীবনসংগী দিছে।এটা পৰিয়াল দিছে।বিশেষকৈ মানুহক ভাল পাবলৈ এখন হৃদয় দিছে❤️❤️❤️ অৰ্চনা বা আপোনাক কিয় ইমান ভাল পাওঁ নিজেই নাজানো।আপোনাৰ প্ৰত্যেকতো পোষ্ট পঢ়ো।প্ৰথমবাৰৰ বাবে মই এনেকৈ কমেণ্ট দিছো।
@rashmirekhadas9234
@rashmirekhadas9234 Жыл бұрын
প্ৰথমে মোৰ ফালৰ পৰা পল্লবী বা আৰু মোৰ বৰ প্ৰিয় মানুহ যাক মই আস্থাৰ গছ বুলি কওঁ তেখেতক আজি মাতিলে মই বৰ কৃতজ্ঞ পল্লবী বা🙏 আৰু উওৰটো এনেধৰণৰ যে জীৱনে কি দি বুলি ক'লে এটা বৰ গভীৰ কথা আজিলৈকে জীৱনৰ বহুকেইটা ঘাট পাৰ কৰি।বহুবাৰ ভাঙি থান বান হোৱাৰ পাছত নিজকে নিজেই যোৰা লগাব পৰাকৈ সাহস পাইছো। জীৱন নিজেই এটা ধুনীয়া উপহাৰ মোৰ বাবে আৰু জীৱনে মোক ভাল এখিনি সময় দিছে এখিনি মৰমৰে ভৰুণ মানুহ দিছে মই বৰ সুখী আৰু কৃতজ্ঞ জীৱনৰ ওচৰত। আৰ্চিবাক আকৌ বিছাৰো দেই পূজাৰ পাছত।
@pranitadas9965
@pranitadas9965 Жыл бұрын
অনুষ্ঠানটো চাই খুবেই ভাল লাগিল। জীবন এবাৰে পোৱা যায়, সমাজৰ বা আনৰ হিতৰ কাৰণে কিবা এটা কৰিব পাৰিলে, সচাঁই জীবনটো সফল হোৱা য়েন পাম।
@VlogRekha
@VlogRekha Жыл бұрын
অৰ্চি বা তোমাৰ দেউতা ঢুকুৱা পাছতে তুমি তোমাৰ কিতাপখন প্ৰকাশ কৰিলা আৰু পঢ়ি মই নিজেই খুব সাহস পালোঁ জানা, হেই একে সময়ত মোৰ দেউতাৰ খুব গা বেয়া হৈ আছিল আৰু তোমাৰ লেখাবোৰ পঢ়ি মই সঁচাকৈ বহুত খিনি সাহস পালোঁ লগতে তুমি জনা ই মই পৃথিৱী ত কাকো নুকুৱা কথাবোৰ মাত্ৰ তোমাক কওঁ। ইমান ভাল পোৱা সোমাই আছে তোমাৰ মাজত সদাই ভালে থকা । পল্লভি বা লৈ ধন্যবাদ দেই অৰ্চনা বা ক আমাৰ লগত আকৌ পৰিচয় কৰাই দিয়াৰ বাবে
@LakhiBorah-b7t
@LakhiBorah-b7t Жыл бұрын
অতি মন চুই যোৱা কথা । দুখ লাগিল । ভগৱানে তোমাৰ মঙ্গল কৰক ।
@akanbaishya417
@akanbaishya417 Жыл бұрын
আজি প্ৰথম পাইছো বহুত ভাল লাগিল চাই । আপুনি বহুত ভাল কাম কৰি আছে । আগবাঢ়ি যাওক । ভগবানে সহায় কৰিব।
@taralidutta8231
@taralidutta8231 Жыл бұрын
Hosai kotha bur huni thakile huni thakib mon goise❤🥰🥺
@manjimagogoidas9847
@manjimagogoidas9847 Жыл бұрын
ইমান ভাল অনুষ্ঠান এটা চাবলৈ পালোঁ।ঈশ্বৰ সহায় হওক।
@nibeditabaruah9733
@nibeditabaruah9733 Жыл бұрын
কোমলতা, সৰলতা লগতে ইমান বিশাল অন্তৰৰ গৰাকী মোৰ প্ৰিয় অৰ্চনা বৰঠাকুৰলৈ প্ৰণাম জনাইছোঁ 🙏
@bijupathak1865
@bijupathak1865 Жыл бұрын
বহুত সুন্দৰ মনৰ ছোৱালী বহুত ভাল লাগিল
@d.kalita345
@d.kalita345 Жыл бұрын
প্রিয়বন্ধু র জরিয়তে লগ পাইছিলো অর্চনা বাইদেউক আজি podcast চাই ভাল লাগিল❤❤❤❤
@junmonigohain16
@junmonigohain16 Жыл бұрын
বহুত ভাল লাগিল। সদায় সৱল , স্থিতিত আগবাঢ়ি যোৱা।❤❤❤
@bobykondoli7095
@bobykondoli7095 Жыл бұрын
ইমান সুন্দৰ কথা খিনি শুনি ভাল লাগিল। তেওঁৰ কথা খিনি শুনি চকুপানী বাধা দি ৰাখিব নোৱাৰিলো।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Moi ghyt gole log Korim apunak. Mur Facebook nai knto. Unique and ultimate step. Grand salute to you. All the best wishes to you and your family.
@KaSiYali
@KaSiYali Жыл бұрын
এই মানুহগৰাকী জীৱন্ত ঈশ্বৰ❤অন্তৰৰ পৰা শ্ৰদ্ধা কৰা মানুহ সঁচাই আৰ্চি বা❤
@nabanitaburagohain9341
@nabanitaburagohain9341 Жыл бұрын
আপোনাৰ কথাখিনিয়ে হিয়া চুই গ'ল অৰ্চনা বাইদেউ। জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনিয়ে "জীৱন"। এই জীৱনৰ খতিয়ানখন শেষত মেলি চাই যদি আমি শ্বস্তিত নিশ্বাস এৰিব পাৰোঁ ; জীৱনৰ শেষবিন্দুত ৰৈ অন্ততঃ যদি ভাৱিব পাৰোঁ জীৱনটো অথলে যোৱা নাই দেখোন!একো নকৰাতকৈ কিবা এটা কৰিলোঁ; মানুহৰ বাবে কৰিলোঁ...১০০ জন নহ'লেও নিজক ১০ জন মানুহৰ মনত হ'লেও থৈ যাব পাৰিলোঁ মই ভাৱোঁ সেয়াই জীৱনৰ সাৰ্থকতা ।
@rekhajyotibaruah1861
@rekhajyotibaruah1861 Жыл бұрын
আপুনি বৰ সুন্দৰকৈ কথা কয়।বৰ ভাল লাগিছে।ভালে থাকক।
@SubshriSonowal
@SubshriSonowal 5 ай бұрын
Agi anuthanto bahut vl lagil🎉❤
@tukumonimahanta1776
@tukumonimahanta1776 Жыл бұрын
বাৰ কথাখিনিৰ লগত নিজৰ জীৱনৰ যথেষ্ট সামঞ্জস্য আছে৷খুউব ভাল লাগিল
@manjurisvlog5038
@manjurisvlog5038 Жыл бұрын
সচাঁকৈয়ে বৰ ভাল লাগিল অৰ্চনা বাইদেউৰ কথাবোৰ ।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
Grand salute to you. Go ahead way to your journey. Always be evergreen. All the best wishes to you and your family.❤🎉❤ God bless you ❤❤❤
@nirzarasonowal5443
@nirzarasonowal5443 Жыл бұрын
খুব ভাল লাগিল অনুষ্ঠানটো❤❤
@chayashreedas2394
@chayashreedas2394 Жыл бұрын
জীৱনৰ বাটবোৰ বৰ কণ্টকময় ।জীৱনে ভাল আৰু বেয়া দুয়োটাই শিক্ষা দিয়ে । জীৱনৰ বেয়াবোৰ বা দুখবোৰ ধৈৰ্য্য সহকাৰে সহ্য কৰি জীৱনটো সুন্দৰ কৈ আগুৱাই লৈ যাব লাগে বুলি ভাৱো ।
@kumuddutta7163
@kumuddutta7163 Жыл бұрын
অৰ্চনা তোমাৰ কথাখিনি জানিবলৈ পাই ভাল লাগিল।আগবঢি যোৱা । আমাৰ শুভেচ্ছা সদায় আছে ।
@minaakshipoojariphukoon8817
@minaakshipoojariphukoon8817 Жыл бұрын
I am so touched..my blessings to you Archana..may you achieve all you wish.❤
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
❤❤❤ Heart touching story.God bless you and your family. ❤❤❤
@sgogoi459
@sgogoi459 Жыл бұрын
ধুনীয়া হৈছে দেই। বহুত দিনৰ মূৰত দেখি ভাল লাগিল। সাক্ষাৎকাৰ টো ধুনীয়া হৈছে। শুভেচ্ছা থাকিল.....
@toralisharma2652
@toralisharma2652 Жыл бұрын
Xundor anuvab r goraki tumi 🙏🏼
@bantidutta7191
@bantidutta7191 Жыл бұрын
বাইদেউ ৰ কথা খিনি ইমান ভাল লাগিল
@kusumsharma4537
@kusumsharma4537 Жыл бұрын
Heart touchinh val lagil❤❤❤❤❤
@dipeekachoudhury9055
@dipeekachoudhury9055 Жыл бұрын
Archana baa apuni hodai bhale thakok love you baa ❤️
@kamaladevi5269
@kamaladevi5269 Жыл бұрын
খুৱ সুন্দৰ এটি অনুষ্ঠান শুভেচ্ছা থাকিল !
@ranumonibaruah3182
@ranumonibaruah3182 Жыл бұрын
ইমান সুন্দৰ কথাবোৰ ।
@xyo55
@xyo55 Жыл бұрын
ঈশ্বৰকন্যা আপুনি। আপোনাৰ ভাল কৰ্মৰ বাবেই সকলোৱে আপোনাক যুগে, যুগে মনত ৰাখিব। সদায় ভগৱানে কুশলে ৰাখক আপোনাক ঈশ্বৰপুত্ৰী💕🙏💕
@jbsananyaprithwivi
@jbsananyaprithwivi Жыл бұрын
অত্যন্ত ভাল লাগিল।
@purnimabaruah6461
@purnimabaruah6461 Жыл бұрын
Jibon t ji hol val hol.Ji hoi ase val hoi ase and ji hobo bahut val habo. ❤accept every flow of your life
@dipanjaligogoi8851
@dipanjaligogoi8851 Жыл бұрын
এটা কথাই কম ঈশ্বৰ আপোনাৰ লগত আছে ,সদায় কুশলে থাকক ।
@mausumimahanta3167
@mausumimahanta3167 Жыл бұрын
Bahut val lagile..
@gayatrimahantasvlog5015
@gayatrimahantasvlog5015 Жыл бұрын
Asorit lagil... bounded to cry..
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Жыл бұрын
❤🎉❤So sad news for our society. Heart touching story ❤🎉❤. God bless you and your family. Always be positive and happiness. God bless to you and your family.
@bankaiashura4941
@bankaiashura4941 Жыл бұрын
Very good personality .God bless you
@dipaligayan9053
@dipaligayan9053 Жыл бұрын
অৰ্চনা বাৰ মাতটো শুনিলে শুনি থাকিব মন যায়।
@kshiradabaruah288
@kshiradabaruah288 Жыл бұрын
Interview to sai bht val lagil. Kotha bur hunile Huni thakibo Mon jai.
@niraladevi6940
@niraladevi6940 4 ай бұрын
সকলেও যেন তোমালোকক ভাল পাই
@trishnabora6744
@trishnabora6744 Жыл бұрын
বৰ ভাল লাগিল কথাবোৰ
@9667-j4f
@9667-j4f Жыл бұрын
“প্ৰশান্ত আৰু অনামিকা.. আশীষে ভৰা হওঁক দুয়োৰে আকাশ...”
@dipalibaruah9390
@dipalibaruah9390 Жыл бұрын
Heart touching conversation,val lagil
@porikshitaborah7300
@porikshitaborah7300 Жыл бұрын
Emn dhuniya kotha koise❤ boht vl lgil video2 sai
@tranginiphukon4760
@tranginiphukon4760 Жыл бұрын
খুব ভাল লাগিল অৰ্চনা বাৰ কথাবোৰ শুনি
@rupakjyotidas3063
@rupakjyotidas3063 Жыл бұрын
আপোনাক প্ৰণাম আৰ্চি বা ।
@mompidas3451
@mompidas3451 Жыл бұрын
Archie Baideu k hosakoi a bohut val lage❤ hodai a vale thakok apuni❤
@hohoho7592
@hohoho7592 Жыл бұрын
Bhal lagil interviewtu Sai.
@charminglife5361
@charminglife5361 Жыл бұрын
মোৰ প্ৰিয় মানুহ গৰাকী ❤
@malabaruah6900
@malabaruah6900 Жыл бұрын
Khub val lagil kotha bur
@shayanikakalita4960
@shayanikakalita4960 Жыл бұрын
Archana baa bor priya..fbt xdai tekhetor likhabor phro bor vl lge❤️
@chayashreedas2394
@chayashreedas2394 Жыл бұрын
বৰ ভাল লাগিল ❤️
@babitadas6300
@babitadas6300 Жыл бұрын
ভাল লাগিল❤❤❤❤
@evagoswami8826
@evagoswami8826 Жыл бұрын
Jibon mane hoise eta eta din sundor koi upobhug kora. Bor sundor anusthan bhal lagil.
@monalishaborah6757
@monalishaborah6757 Жыл бұрын
হৃদয় চুই যোৱা আৰ্চিবাৰ কথাবোৰ ৷
@BandanaDeka-m1h
@BandanaDeka-m1h Жыл бұрын
Bohut Val lagil,chokupani ulai gol
@moinadas6181
@moinadas6181 Жыл бұрын
ইমান ভাল লাগিল
@kaverigogoi7726
@kaverigogoi7726 Жыл бұрын
What else do ewe need from life, ifp there's charity,self-control n compassion!!
@ranjuhazarika3695
@ranjuhazarika3695 Жыл бұрын
Apuner interview bur vl lage❤❤❤
@rupashreehazarika4169
@rupashreehazarika4169 Жыл бұрын
অৰ্চনাৰ কথাখিনিয়ে মন মুহিলে...বৰ শুৱলা কথনশৈলী
@gyanadamohan7154
@gyanadamohan7154 Жыл бұрын
ভাল লাগিল।
@smrita7362
@smrita7362 Жыл бұрын
Iman bhal lagil kothakhini..iman mitha ke koi..sokupani uliai dile.
@minakhyeeborgohain564
@minakhyeeborgohain564 Ай бұрын
Bohut bhal lagil kotha but
@MridusmitaBora-t8q
@MridusmitaBora-t8q Жыл бұрын
বহুত বেছি মানুহে চাব ❤❤❤
@ushadas1841
@ushadas1841 Жыл бұрын
ইমান প্ৰতিভা আছে তথাপি ইমান সহজ সৰল,সকলো মহিলা যদি এনেকুৱা হল হয়
@VlogRekha
@VlogRekha Жыл бұрын
প্ৰীয়বন্ধু ৰ লগত সদায় আছে বা আগলৈ থাকিম এনেকৈ আগ বহি যোৱা
@runjunsarma9067
@runjunsarma9067 10 ай бұрын
bhut vl lagil ba..apunak bhut vl pao moi.
@toralisharma2652
@toralisharma2652 Жыл бұрын
Bohut val lagil ❤️❤️❤️
@kanitakalita4320
@kanitakalita4320 Жыл бұрын
Jibane umak akhan sundar prithibi upav0ge karibalaii dise prasnatir uttar
@kanitakalita4320
@kanitakalita4320 Жыл бұрын
Episudtibhut val lagil akhetar manti aru avyas bor mor saite prai ake barta.man kintu mai ako karib para nai 2024r januaryt retier lam uner lagat baru kenekai kanect hm?
@pollymahanta7508
@pollymahanta7508 Жыл бұрын
সুন্দৰ খুব ভাল লাগিল দুয়োকে
@manoveeborpuzari8656
@manoveeborpuzari8656 Жыл бұрын
মোৰ উত্তৰ জীৱনে জীয়াই থকা এটা মাএ জীৱন
@HelloTribeni
@HelloTribeni Жыл бұрын
Bohut besi bhal lagil.mat tu so sweet.
@RijuHazarika-h1e
@RijuHazarika-h1e Жыл бұрын
Bhal lagil
@nirmalinayantora723
@nirmalinayantora723 Жыл бұрын
দুয়ো মৰমৰ।দুয়ো অতি আপোন।ভাষাহীন হৈ পৰিছোঁ।
@jyotshna.b-saikia24
@jyotshna.b-saikia24 Жыл бұрын
Imn bhal lgile❤..Nojona bohut kth janiluu Baaar..
@sistersvloguddeepta-rideep9092
@sistersvloguddeepta-rideep9092 Жыл бұрын
অনুস্থানটি চাই বৰ ভাল লাগিল, নাৰেংগীৰ প্ৰিয়বন্ধু আমাৰো আপোন, আপোনালৈ বহুত শুভেচ্ছা থাকিল
@pranjalilvujubeendadarabha8877
@pranjalilvujubeendadarabha8877 Жыл бұрын
Mam k cni paw aru aji gm plu jibonr story , khub vl lagil strong girl, prerona khokolowe pabo vedio t sale..
@nilimjyotibordoloi4511
@nilimjyotibordoloi4511 Жыл бұрын
Mur jibonor ataitkoi ullekhjugya interview salu aru moiyu eknekuwa eta anusthanor joriyote samajot mur baki thoka jibon tuk ucharga koribo bisaru. Mur interview to Sai bor bhal lagil aru eke dhorone alop sahajog korib parile bhal lagibo.
@flowrinachetia4679
@flowrinachetia4679 Жыл бұрын
Val lagil❤️
@binitasaharia9655
@binitasaharia9655 Жыл бұрын
মোৰ জীৱন গাথাএখেতৰ জীৱনৰ লগত হুবহু মিল আছে ৷হাহী ভাল পোৱা মই জনিয়ে আজি হাহীব নজনা হৈ পৰিলো ৷আনে যোৱা বাটেৰে নোযোৱা বাবে ৷আপোন মানুহৰ বাদে বাহিৰা মানুহৰ লগত মিলি আজিও জীয়াই আছোো সকলো সম্পৰ্ক বুকুৰ মাজত লৈ ৷চকুত নাই ৷
@treeofscience7217
@treeofscience7217 Жыл бұрын
প্ৰিয় নাৰী❤
@bibhabhattacharjee1579
@bibhabhattacharjee1579 Жыл бұрын
jibone sukh dukh dutai dise thothapi manob jibon sundor sai karone punar manob jonom bisaru apunar kothat mou boroxe
@domborugogoi971
@domborugogoi971 Жыл бұрын
Muk jibone manuhok bhal pabole sujug dile ❤❤❤
@pompiburagohain2396
@pompiburagohain2396 Жыл бұрын
জীৱনৰ পৰা আজি তাৰিখৰ লৈকে বহুত সিকিলো । জীৱন এক???
@kaverigogoi7726
@kaverigogoi7726 Жыл бұрын
It's not surprising with the conservative Assamese Brahmins. Probably, they have lack in "Brahmatta",which carries deep rooted Spiritualism.Archana is a bold enough neighbour...but double salute to her friendly husband...Best Wishes!!
@archanahaloikashyap9358
@archanahaloikashyap9358 Жыл бұрын
Val lagile sai baa❤ bikhekkoi mur namu Archana ru Lakkhimi & Crecteru same asorit milise kintu mur lgt
Geetawali Rajkumari ৰ বহু নজনা কথা || Assamese Podcast Geetawali Rajkumari In Kotha Studio
1:05:16
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
ক'লা যাদু আঁতৰাবলৈ মন্ত্ৰ
14:01
কেৱল মন্ত্ৰ - Assamese
Рет қаралды 4,1 М.
Rajib sadiya ৰ আদ্যশ্ৰাদ্ধৰ প্ৰস্তুতি
3:50
Powerful Manifestation Techniques || Magic Water Bottle || Manifest Anything With Water
16:38
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 23 М.
অসমৰ জীয়াৰী আজি লণ্ডনৰ বাসিন্দা
47:44
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 54 М.
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН