কৃষ্ণ লম্ভা ছোৱালী জনীৰ ঘৰত আহিলো/সেইদিনাৰ ৰাসৰ সম্পূৰ্ণ দৃশ্য চাওঁক।কি হৈছিল/সচা মিছা সকলো গম পাব😯

  Рет қаралды 586,308

Papu & Puja Vlogs

Papu & Puja Vlogs

Күн бұрын

Don’t upload Facebook
Facebook kot video tu upload nokoribo

Пікірлер: 1 100
@bornaliborah1237
@bornaliborah1237 9 ай бұрын
কৃষ্ণ প্রভু 🥺🙏 দূৰৰ পৰাই সেৱা জনাইছো। সকলোকে কুশলে ৰাখিবা 🙏❤🛐
@pravachutia931
@pravachutia931 9 ай бұрын
আগৰ জন্মত ভাল কাম কৰি আহিছে ,সেই কাৰণেই ভগবান গাত লম্ভিছে ,সকলোৱে ভাগ্যত নিলিখে ।কৃষ্ণ কৃষ্ণ ।
@bandanaboro740
@bandanaboro740 9 ай бұрын
Mesah kutha pagla Pathak loi jab lage carrent short mathati dib lage vandobi vilaki dekhai ase 😡🤬😡 2mi kuah kotha to sope mesah🫡🫡🥰🥰🥰🥰🤭🤭🤭🤭
@rishi3824
@rishi3824 9 ай бұрын
Baideu hokolure antorot bhogoban thakei. Aapunar gaatu aase
@lakhimiboro688
@lakhimiboro688 9 ай бұрын
এইবোৰ সচাঁ নহয় । মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে । মীৰাবাঈ কৃষ্ণৰ বহুত উচ্চ কৌতিৰ ভক্ত তথা প্ৰেমিকা আছিল , কিন্তু তেওঁ ভগৱান নহয়। আজিকালি কলিযুগত ভগৱানৰ নামত যিকোনো প্ৰকাৰৰ অপপ্ৰচাৰ হ'ব পাৰে। কিছুমানে অকণমান পইচাৰ কাৰনে এনেদৰে কৰে ! কৃষ্ণই সকলোৰে মঙ্গল কৰক🙏🏻
@lakhimiboro688
@lakhimiboro688 9 ай бұрын
বেয়া নাপাব দে মই কাকো বেয়া পোৱাৰ উদ্দেশ্যেৰে কোৱা নাই। ছোৱালীজনী বহুত ধুনীয়াকৈ কৃষ্ণ লীলা অভিনয় কৰিছে ৰাসত । উজ্বল ভৱিষ্যত কামনা কৰিলো।অভিনয় কৰাৰ আগত দিনটো উপবাসে থকাৰ কাৰনে মূৰ ঘূৰোৱা স্বাভাৱিক। ছোৱালীজনীক ভগৱানৰ ঠাইত ভক্ত বুলি ক'লে সঠিক হ'ব । কাৰণ মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে। ভক্ত প্ৰহ্লাদ কৃষ্ণৰ বহুত ডাঙৰ উচ্চ কৌতিৰ ভক্ত আছিল , তেওঁক ৰক্ষা কৰিবলৈয়ে কৃষ্ণই নৰসিংহ অৱতাৰ লৈছিল । কিন্তু প্ৰহ্লাদ ভগৱান হৈ যোৱা নাছিল।
@jintunath5012
@jintunath5012 9 ай бұрын
2জন মমায়কৰ কি সুন্দৰ কথা ... আচলতে আমি পাপি কাৰণে আমাৰ মাজত সেই বেয়া কমেন্ত বোৰ স্থান পায় ... সঁচাই আজি শ্ৰী কৃষ্ণৰ সাক্ষাৎ ৰূপ দেখা পালোঁ ....ভগবান কৃষ্ণই ছোৱালী জনিক উদ্ধাৰ কৰে যেন ....অতি মন মোহিত দৃশ্য... সত সত প্ৰমাণ তোমাক ...
@user-xo6sw4cl5j
@user-xo6sw4cl5j 9 ай бұрын
vabei vokti thike koise apuni 🙏
@randombySana
@randombySana 9 ай бұрын
Doesn’t matter if it’s true or not. I felt utterly blissful after watching the last clip. How the cow followed her, played with her, as if it felt some sort comfort within her❤
@PranjitDeka-x8q
@PranjitDeka-x8q 9 ай бұрын
অন্ত পৰা সুধৰ মনেৰে প্ৰনাম জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤
@KripacharjaDekaraja
@KripacharjaDekaraja 9 ай бұрын
Onto khon vall bahiyot kiman bea🤣
@jyotidadhara5959
@jyotidadhara5959 9 ай бұрын
ভগৱানে ছোৱালী জনীক অতি সোনকালেই আৰু গ্য কৰক তাৰেই কামনা কৰিলো
@AsthaBoruah-drawing
@AsthaBoruah-drawing 9 ай бұрын
youtube.com/@SumiBoruah-us8tf?si=Uf08istLmJpp6nEH
@Ham_hai_Sanatan
@Ham_hai_Sanatan 9 ай бұрын
মহাভাৰতত কৃষ্ণৰ অভিনয় কৰা ব্যক্তিগৰাকীয়ে গোটে মহাভাৰত খন আৰম্ভনিৰ পৰা শেষলৈ ইমান সুন্দৰকৈ অভিনয় কৰিছিল যে সকলো দৰ্শকেই তেওঁকে কৃষ্ণ ৰূপে মানি লৈছিল ইমান সময় কৃষ্ণৰ characterত থকা চত্বেও তেঁওৰ গাত কিয় কৃষ্ণই লম্ভা নাই😂
@dhritysarmah9762
@dhritysarmah9762 9 ай бұрын
Sob fotuami. Eiburor gaat lombha nai. Ei suli kota nokota eigal bisar korar gaat krishna lombhar kothai nai
@KabitaGoswami-y1u
@KabitaGoswami-y1u 9 ай бұрын
হে প্ৰভূ পোহৰ শক্তি আৰু আশীৰ্বাদ দিয়া
@adityadutta4153
@adityadutta4153 9 ай бұрын
পঢ়িলে comments টো শেষলৈ পঢ়িব আধা পঢ়ি reply যাতে নিদিয়ে কোনো। প্ৰথম কথা তাইৰ এইকেইদিন শ্ৰীকৃষ্ণৰ নৃত্য বহুদিন ধৰি শিকি আছে বাবে সেই বিষটো অথাৎ শ্ৰীকৃষ্ণৰ ওপৰত তাই সোমাই পৰিছে বাবে এনে হৈছে। ইয়াত কোনো ভগৱান শ্ৰীকৃষ্ণ লম্ভা নাই। Physiology problem.. হয় এনে। সেই জুবিন হোৱা ল'ৰাটো মনত পেলাক জুবিনৰ ওপৰত ইমানেই প্ৰেম আৰু ভক্তি জাগি উঠিছিল সি নিজেই জুবিনৰ দৰে হ'বলৈ চেষ্টা কৰিল আৰু হ'ল। ঠিক একেই কথা। ওকতাইৰ মমাইকে কোৱা কথাষাৰ উত্তৰ দিওঁ মই। বৈজ্ঞানিক যুগত ভগৱান নাই যদি মানুহে কিয় মানে পূজা অৰ্চনা কৰে বুলি কৈছে ন। ভগৱান মানে হৈছে এটি পবিত্ৰ নাম তেওঁ কোন আমি দেখা নাই আজি লৈকে কিন্তু বিশ্বাস কৰি তেওঁক পবিত্ৰ বুলি ভাবি সকলোতকৈ উচচ ভাবি ভক্তি কৰো আমাৰ মন পবিত্ৰ হয়, অহংকাৰী ভাবধাৰা দূৰ হয়, কোনো কৰ্ম কৰিবলৈ মনত শক্তি পাওঁ, সান্তনা পাওঁ। আৰু সেই ভগৱান শ্ৰীকৃষ্ণ হব পাৰে আল্লা হব পাৰে, পিতৃ-মাতৃ হব পাৰে, শিক্ষা গুৰু হব পাৰে। এইখিনিতে আৰু এটা কথা কও। আমি কৃষ্ণ আৰু ৰামক ভক্তি কৰো কিন্তু শ্ৰীলংকাত অসুৰ ৰাৱণক ভক্তি কৰে। সিহঁতে অসুৰক কৰে অধপতনলে যোৱা নাইটো। কাৰণ সিহঁতেও মনত পবিত্ৰ ভাৱ ধাৰা লৈ এ তেওঁক ভক্তি কৰে। ভগৱানৰ against ত কোৱা দৰে হ'ল গতিকে মই নাস্তিক নহয় কিন্তু😊 মই ভক্তি কৰো আৰু সেইবাবেহে। আৰু জীৱিত ভগৱানক যদি ভক্তি কৰিব আপুনি বিচাৰে আছে নিজৰ পিতৃ-মাতৃক কৰক। কৃষ্ণ🙏
@mrinalibordoloi5600
@mrinalibordoloi5600 9 ай бұрын
Moja dise val lagil.
@ldshub4338
@ldshub4338 9 ай бұрын
Absolutely right. I agree.
@dhontiburagohain3826
@dhontiburagohain3826 9 ай бұрын
Taik bhagwat geeta r bikhoye hudhibo lge
@rituparnabhardwaj760
@rituparnabhardwaj760 9 ай бұрын
✅️👍
@Changemylife-ge4ix
@Changemylife-ge4ix 9 ай бұрын
❤mojja lagil parhi comment to
@Ludo_gamer.
@Ludo_gamer. 9 ай бұрын
অন্তৰৰ পৰা প্ৰণাম জনাইছো কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@lohitdas4603
@lohitdas4603 9 ай бұрын
হে ভগৱান আপোনা চৰণত প্ৰণাম জনাইছো! আগন্তুক দিনবোৰ ভালে কুশলেই পাৰ হয় যেন আমাৰ
@KunjomoniBaruah-vj3ij
@KunjomoniBaruah-vj3ij 9 ай бұрын
অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ
@RajumoniSaikia-xn3qd
@RajumoniSaikia-xn3qd 9 ай бұрын
তেওঁ সছাকৈঅণতৰ।খনশূধ্। কাৰণ পবিত্ৰ মনৰ মানুহৰগাতহেভগৱানেজিৰাই। কৃষ্ণই
@NikitaKalita-v4e
@NikitaKalita-v4e 9 ай бұрын
কৃষ্ণৰ কাষত কেৱল গৰু য়ে নাহে সকলো জীৱ-জন্তু, পশু-পক্ষী আহে আৰু যদি সঁচাকৈ কৃষ্ণ তেওঁৰ গাত আছে তেন্তে এবাৰ বাঁহী বজাবলৈ দিয়ক সঁচা মিছা সকলো গম পোৱা যাব
@Gitalifood
@Gitalifood 9 ай бұрын
Hatot kol loi goru matile amar usrtu ahibo goru
@NikitaKalita-v4e
@NikitaKalita-v4e 9 ай бұрын
Right
@situlkumarnath5752
@situlkumarnath5752 9 ай бұрын
Ohh matra 1bar bahi bojai diyok
@__crazy__dristi__76
@__crazy__dristi__76 9 ай бұрын
He provu tumar xoronot duror porai xewa jonaisu🙏🙏🙏 Swami,Kanya xoho amar khudro ghor xongsar kukhole rakha Jen 🦚🙏
@krishnamonibaruah5284
@krishnamonibaruah5284 9 ай бұрын
কথাষাৰ জনা দিনৰ পৰাই,অকল সেইটোকে মনলৈ আহি আছে,কেনেকৈ কি হ'ল!কলি যুগত ভগৱান আহিছে,,,,কোটি কোটি প্ৰণাম জনাইছোঁ,,,,কিন্তু সেই সৰু ছোৱালীজনীয়ে পানীৰ বাহিৰে একো খোৱা নাই বুলি ক'লতহে বেয়া লাগিছে,,,,ভগৱানক মই হৃদয়ৰ পৰা মানো,,,,সঁচা কবলৈ গ'লে,এই video টো চোৱাৰ পাছৰ পৰাই ছোৱালীজনীয়ে লোৱা, শ্ৰীকৃষ্ণৰ মুখখন বাৰে প্ৰতি মোৰ সন্মুখলৈ আহি আছে,যেন ভগৱানে মোক ওচৰৰ পৰাই চাই আছে,মোৰ ওচৰত তেওঁ ৰৈ আছে,তেনেকুৱা উপলব্ধি হৈছে,,,,আৰু এটা অনুৰোধ,,,, ভগৱান প্ৰতিছব্বি যদি তেওঁৰ গাত দেখিছে,,,,তেওঁ যদি ভগৱান শ্ৰকৃষ্ণৰ দৰে "মাখন" খাব বিচাৰে,,,,তেন্তে ভক্ত প্ৰাণ ৰাইজে বা ঘৰৰ মানুহে মাখনৰ ব্যৱস্থা কৰি দিব!🙏 কোটি কোটি কোটি প্ৰণামো তোমাক প্ৰভু!🙏 সংসাৰৰ সকলো দুখ কষ্ট আঁতৰাই দিয়া,সকলোকে উদ্ধাৰ কৰা প্ৰভু!🙏🥺
@dharmeswarsaikia176
@dharmeswarsaikia176 9 ай бұрын
এইবোৰ চব ফাল্টু, ফকটীয়া , মই বিশ্বাস নকৰো
@ratulbora1436
@ratulbora1436 9 ай бұрын
Bhagoban krishna duror porai hewa jonaisu 🙏🙏🙏hokolubur kushole rakhok🙏🙏
@Bhitalinarahvlog
@Bhitalinarahvlog 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 মই বিশ্বাস কৰো সুখ-দুখ সকলোবোৰ ক্ষেত্ৰ ট ❤ প্ৰমাণ মোৰ জীৱনৰ লগত আছে ❤ মোৰ ঘৰত যদি "ভাগবত "পাঠ নপহা হলে মই আজিলৈকে ছাগৈ পৃথিৱী খন দেখা নাপালোঁহেঁতেন। সকলোৰে কুশল মংগল কৰিবা প্ৰভু 🙏🙏🙏
@bijubharali8484
@bijubharali8484 9 ай бұрын
মানুহৰ ছাঁ আমিও গচকি নাযাও। কিন্তু আমাৰ গাত ভগৱান এনেকৈ লম্ভা নাই।জীৱ মাত্ৰেই সকলোৰে গাত ভগৱান থাকে। ভগৱান বিশ্বাস নকৰা মানুহ কোনো নাই।
@alakadeka9358
@alakadeka9358 9 ай бұрын
আপোনালোকে চিন্তা নকৰিব কৃষ্ণই যি কৰিব ভালেই কৰিব ভগৱান কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক
@deepjyotihandique9915
@deepjyotihandique9915 9 ай бұрын
ছোৱালী জনীক ডা: দেখাওক । পাছত ও নহলে য়াৰ effet থাকি যাব। মানসিক চাপত পৰিলে এনেকুৱা হয়।
@rimjimranganoi222
@rimjimranganoi222 9 ай бұрын
Amar maar gatu horu Aai lombisil maak jur kori doctor usrt loi goisilu doctor usrt loi goi maar besi a hoisil kotha kobo nwara hoisil vgbanor akhirbadt Puja parthona kora past pora vl hol moi bishak koru aibur Karn moi nije dekhisu
@sanjaykoushik9839
@sanjaykoushik9839 9 ай бұрын
Nonsense
@rimjimranganoi222
@rimjimranganoi222 9 ай бұрын
@@sanjaykoushik9839 any apuni kak kole
@jimiborah1171
@jimiborah1171 9 ай бұрын
vogowanok bohut bissakh koru jodiu 1st bissakh kribole tan paisilu ru bohut dinoloi thkibo buli kuat.kin2 ei video2 sai gar num hiyori gol.🙏🙏krishna kishna.
@abhijit7219
@abhijit7219 9 ай бұрын
Kirsna🙏🙏🙏
@Barsha._55
@Barsha._55 9 ай бұрын
Manuhr comments bur dekhi moiu vabislu suwali joni r kiba bemar hoise kintu etia gom palu krishna 😔🙏 khoma koriba provu
@purabichetia4900
@purabichetia4900 9 ай бұрын
​@@Barsha._55❤o❤😊
@Barsha._55
@Barsha._55 9 ай бұрын
@@purabichetia4900 ☺️❤️
@AsthaBoruah-drawing
@AsthaBoruah-drawing 9 ай бұрын
youtube.com/@SumiBoruah-us8tf?si=Uf08istLmJpp6nEH
@mitalinath6601
@mitalinath6601 9 ай бұрын
ইশ্বৰক বহুত বেছি বিশ্বাস কৰো তেওঁৰ মহিমা তেওঁৰ বিচাৰ সকলো নটশিৰে মানো কিন্তু মানুহৰ গাত ইশ্বৰ সোমাব সেইটো বিশ্বাস নকৰো, সৰু ছোৱালীজনী অভিনয় কৰোতে মন মগজু সকলোতে কৃষ্ণৰ ছবিখন আঁকি লৈছে আৰু mekup dress আদি কৰাৰ পিছত গাটো ওজন হৈ নাচি উঠি বহুত বেছি ভাগৰুৱা হৈ ঢলি পৰিছিল তাই, লগতে light music আদিও থাকিল,আৰু এতিয়া ঘৰৰ মানুহ বিলাকে তিল টোকে তাল টো কৰি ছোৱালীজনীৰ বিপদ ঘটাব যেন হে লাগিছে,কাৰণ তাই যদি সঁচাকৈ এইকেইদিন একো নোখোৱাকৈ আছে তাইৰ মনৰ পৰা সেই virus to উলিয়াবলৈ টান হব , কাৰণ দৈহিক মানসিক ভাৱে তাই দুৰ্বল হৈ গৈ আছে ,কাৰণ মোৰ নিজৰ ক্ষেত্ৰতো কেতিয়াবা একেৰাহে বহুত সময় যদি বেছি sound system থকা ঠাইত থাকি আহো পিছত এনেই সেই sound to শুনি থকা যেন লাগি থাকে, টোপনি ক্ষতি কৰি নাগাৰা নাম চালেও কিছুমান মানুহে পিছ দিনা এনেই কাণত তাল নাগাৰা বাজি থকা যেন অনুভব কৰে গতিকে....
@janmonidhrubavlog4032
@janmonidhrubavlog4032 9 ай бұрын
Right
@neoxinpillo01
@neoxinpillo01 9 ай бұрын
Right 💯
@dipanjalideka6940
@dipanjalideka6940 9 ай бұрын
Love from morigaon ❤❤ pabu da aru Puja baale bhut bhut morm ❤
@MrDebDas
@MrDebDas 9 ай бұрын
Krishna 🙏 provu
@funusenapoti9220
@funusenapoti9220 9 ай бұрын
🙏🙏🙏 প্ৰভু ভগৱন্তই সকলোকে সু-মতি দিয়ক।
@kaustavff9496
@kaustavff9496 9 ай бұрын
ফটোৱামীৰো এটা সীমা থকা উচিত এইবোৰ চব অভিনয় ছোৱালী জনীৰ, লগতে ঘৰৰ মানুহবোৰৰ
@mahikantadas1733
@mahikantadas1733 9 ай бұрын
ভক্তি মাৰ্গৰ বিষয়ে জ্ঞান নথকা সকলে যি মন্তব্য কৰি আছে তাৰ ফল ভোগ কৰিব এদিন অচিৰেই । যি জনে ইশ্বৰ বিশ্বাস কৰে তেৰা সৱলৈ অনুৰোধ ",..... পাপীৰ কথাত নিদিবা কান " বুলি গুৰু জনাই কীৰ্তনত লিখি গৈছে । হে কৃষ্ণ হে কৃষ্ণ হে কষ্ণ সকলোকে কৃপা কৰক । -- মহী কান্ত দাস । উ: মৰল গাওঁ । বিশ্বনাথ চাৰিআলি ।
@purnimathengal5672
@purnimathengal5672 9 ай бұрын
মোৰো বিশ্বাস হোৱা নাছিল, তথাপিও তাইৰ হাঁহি, নৃত্য সকলোবোৰ চকুত ভাঁহি আছিল। আশীৰ্বাদ কৰিব প্ৰভু🙏🏼। কৃষ্ণ❤।
@stayalive1240
@stayalive1240 9 ай бұрын
ইশ্বৰ নথকা হ'লে আমি আজি এইখন পৃথিৱীত নাথাকোৱেই। ইশ্বৰৰ ওপৰত অগাধ বিশ্বাস আছে
@lalitabora4044
@lalitabora4044 9 ай бұрын
Krishna , Krishna 🙏🙏
@deoripriyanka7900
@deoripriyanka7900 9 ай бұрын
Krishna Prabhu 🙏🙏🙏 tumak hewa jonaisu hodai tumar kripa rakhiba🌼🌼🌼
@Nirmali__das_
@Nirmali__das_ 9 ай бұрын
Jay shree krishna 🙏💟
@sunitadoley6455
@sunitadoley6455 9 ай бұрын
Krishna ...Amr Ghorr hokoluke vhle kuhole rakibo... Aru Hokoluke ❤
@meghaleedas
@meghaleedas 9 ай бұрын
অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ🙏🙏🙏
@user-qj2ur6ld5l
@user-qj2ur6ld5l 9 ай бұрын
🙏🙏🙏🙏krishan xokoloke xukhi kri rakhiba..... ❤❤❤
@jugashmitadutta
@jugashmitadutta 9 ай бұрын
মইও ভগৱান শ্ৰীকৃষ্ণক বহুত বিশ্বাস কৰো। আৰু এই কথাটো মোৰো বিশ্বাস হৈছে আৰু মোৰ তেওঁক লগ কৰি আশীৰ্বাদ ল'বলৈ বহুত মন গৈছে। কাৰণ মোৰ H.S.L.C. পৰীক্ষা আহি আছে। কিজানি তেওঁৰ আৰ্শীবাদত ভালে হয় পৰীক্ষাটো। মই শ্ৰীকৃষ্ণ ভক্ত হয়। গতিকে তেওঁৰ কথা মই সকলো বিশ্বাস কৰো বা কৰিম। জয় কৃষ্ণ।
@29_254
@29_254 9 ай бұрын
কৃষ্ণ কৃষ্ণ জাই শ্ৰী কৃষ্ণ 💘🥀💘🥀🦚💖💗💗
@bigdaddy2873
@bigdaddy2873 9 ай бұрын
প্ৰণাম জনাইছোঁ সুদ্ধ অন্তৰে শক্তি দিয়ক প্ৰভু।
@manashipriya8120
@manashipriya8120 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 প্ৰভু
@janmonimalakar3909
@janmonimalakar3909 9 ай бұрын
কৃষ্ণ কৃষ্ণ দূৰৰ পৰাই সেৱা জনালোঁ 🙏🥺❤
@assamr6576
@assamr6576 9 ай бұрын
কৃষ্ণ প্রভূ 🙏🙏 ঘৰখন কোশলে ৰাখিবা 🙏🙏
@aamarjibonbhumika8075
@aamarjibonbhumika8075 9 ай бұрын
হে কৃষ্ণ প্ৰভু মোৰ দুখ বোৰ কাঢ়ি নিয়ক 🙏🙏🙏
@UpendraBarman-ko3vi
@UpendraBarman-ko3vi 9 ай бұрын
Hare hare Krishna jijon goru a ai voyna sikhaysil hai guru jon hotgoti pronam koriso ai prithibir hokolu jib jontuk jate mongol kamona kore... Krishna Krishna hare hare love from assam...❤❤❤❤
@jitenboruah5979
@jitenboruah5979 9 ай бұрын
কৃষ্ণ প্ৰভূ মোৰ ঘৰ খন সুখৰ হবলৈ আশীবাদ কৰক আৰু লৰা দুটাক চৰকাৰী সংস্থাপন পাবলৈ আশীবাদ কৰক 🙏🙏🙏
@KripacharjaDekaraja
@KripacharjaDekaraja 9 ай бұрын
KZbin sakori dibo sorkari opekkha kori thak
@mihiramsaikia8049
@mihiramsaikia8049 9 ай бұрын
অন্তৰৰ পৰা প্রনাম জনাইছো কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rupalighurachowa
@rupalighurachowa 9 ай бұрын
হে পভু হিন্দই গহণ কৰিছোঁ পভু তুমি ঘৰৰ সকলোকে আখিবাদ কৰা
@JyotismanHazarika-
@JyotismanHazarika- 9 ай бұрын
Eman moja kae likhisae 🤣🤣
@khati_gyan
@khati_gyan 9 ай бұрын
বানান বোৰ শুদ্ধ কৰা😂
@VLOGWITHJURI
@VLOGWITHJURI 9 ай бұрын
He krisna mor jate monor axa xopun puron hoi
@dipsikhadas262
@dipsikhadas262 9 ай бұрын
কৃষ্ণ ভগৱান আপুনি ও ভালেই থাকক আৰু আমাৰ সকলোকে ভালেই ৰাখক 🙏
@kinkuboruah75
@kinkuboruah75 9 ай бұрын
Krishno...tau Jan hokolura mongol hok..vl korok tara kamona korilu
@ruprekhachangmai6378
@ruprekhachangmai6378 9 ай бұрын
Radhe radhe 🥺❤️ Jai shree Krishna ❤❤
@Akangkhya4.2
@Akangkhya4.2 9 ай бұрын
মোৰ আইতাক ৩৬ বছৰ আগতে গংগা দেবীয়ে গ্ৰহণ কৰিছিল ,৭ দিন পাছত মৃত শৰীৰটো ৰাইজক দেখাই পাছত তেওঁৰ আয়ুশ/ জীৱন দান কৰিছে , এতিয়াও গংগা মা গাত ঠিটি লৈ আছে। এই বালিকা গৰাকীৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব মোৰ বিশ্বাস। নাৰায়ণ থাকিবৈ তেওঁৰ শৰীৰত❤❤
@pompideka9998
@pompideka9998 9 ай бұрын
Jai shri Krishna ❤🌼🙏 om Bakhudebii nomoh 🙏❤🌼 ., hey Bakhudeb pita vonti jonik khuncale aaruigo kori Diok., vonti joni akou agor xualijni hoi tare prathona krilu 🙏🙏🙏 / video cii ktabur khuni vl lagil -Papu Da and Puja Ba❤👌❤👌❤ Love from Morigaown ❤💖🌼
@Rimpicha
@Rimpicha 9 ай бұрын
Krishna pravu..❤muk raksha kriba
@hiru968
@hiru968 9 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু সবাৰো মঙ্গল কৰক🙏🙏
@Tridisha_senapoti
@Tridisha_senapoti 9 ай бұрын
Krishna provu..🙏❤🙏
@BijoyDas-pr7oo
@BijoyDas-pr7oo 9 ай бұрын
হে প্ৰভু ভগৱান মোৰ চকুযো ভাল কৰি দিয়া হে মোৰ কৰুণাময় আপোনাৰ চৰনত কাবৌ কৰি কৈছো নাৰায়ন মোক আশীবাদ কৰা যাতে মোৰ মা আৰু মোৰ সংগী জনী সদায় কুশলে থাকক মোৰ ইশ্বৰ
@monuranjan5311
@monuranjan5311 9 ай бұрын
জ য় শ্ৰী কৃষ্ণৰ আপোনাৰ মহিমা অপাৰ কৃষ্ণ প্ৰভু ❤❤❤
@junumech7558
@junumech7558 9 ай бұрын
কৃষ্ণ কৃষ্ণ আই চৰণ ভক্তি ভৰা‌ সেৱা নিবেদিলে প্ৰাভু ঈশ্বৰ কৃষ্ণ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@rishidas9431
@rishidas9431 9 ай бұрын
Krishno vogoban din dokha beya soli asa mur soku Mali saba ru krishno krishno 🥺🙏🙏🙏❤️ video ta hauwa jonisu🙏
@pabitraborah6290
@pabitraborah6290 9 ай бұрын
কৃষ্ণ প্ৰভু🙏❤️
@Mamonibaruah-n7o
@Mamonibaruah-n7o 9 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম দুৰৰ পৰাই মোৰ সেৱা ভাগি জনাছো
@gourigogoi7hc
@gourigogoi7hc 9 ай бұрын
Krishna Krishna hokolue jen mongal kore prabhu🙏😊
@BokolBordoloi
@BokolBordoloi 9 ай бұрын
Papu da এই ঘটনাটো মোৰ লগতো ঘটি গৈছে সেই কাৰণে মই বিশ্বাস কৰিছো‌ । ভগবানক এটাই কৈ যে ছোৱালী জনীক ভালে ৰাসক 🙏🙏🙏
@anupomabharali6928
@anupomabharali6928 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সকলোকে মঙ্গল কৰক
@minudas7981
@minudas7981 9 ай бұрын
হৰি ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম গোৱিন্দ গোৱিন্দ ৰাম
@popigogoigogoi2164
@popigogoigogoi2164 9 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু akhibad কৰিবা 🙏🙏🙏
@RanuDas-rp7ct
@RanuDas-rp7ct 9 ай бұрын
Krishna Krishna bashudevay namaha video t Dekhi parvu pard tlat koti koti pranam parnam parnam parvu jagatk Santi diya Jen kirpa may.
@deeppritamkashyap1706
@deeppritamkashyap1706 9 ай бұрын
গীতায়ে কৈয়ে বিশ্বাসেই মিলয় হৰি..... ❤🙏
@surjitkamaldas5599
@surjitkamaldas5599 9 ай бұрын
Biswaxe miloyo hori mohapurux xonkardev gurujonar likhoni bapjona.... Moi jiman dur gom paisu.....
@user-er4ht2bu7k
@user-er4ht2bu7k 9 ай бұрын
Krishna 🙏🙏
@karobikalita5591
@karobikalita5591 9 ай бұрын
Jai shree Krishna 🙏
@user-dt5fp7rz5t
@user-dt5fp7rz5t 9 ай бұрын
Ontoror pora pronam jonaisu krisna krisna i love you my krisna❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@dheerajsfunnyvidio7424
@dheerajsfunnyvidio7424 9 ай бұрын
কৃষ্ণ প্ৰভু ঘৰৰ সকলোকে কুশলে ৰাখা।।🙏🙏🙏
@user-lc5wl4df9e
@user-lc5wl4df9e 9 ай бұрын
Jay sri krishna jay sri krishna jay sri krishna om nama baghbote bashu debaio nama
@sumborah8951
@sumborah8951 9 ай бұрын
সেই প্ৰভু মনৰ আশা পূৰণ কৰি দিবা 🙏🏻❤️❤️
@KankanaSaikia-om7xw
@KankanaSaikia-om7xw 9 ай бұрын
কৃষ্ণ প্ৰভু সকলোৰে মংগল কৰিবা ,,, কিবা ভূল কৰিছো যদি ক্ষমা কৰিবা ।🙏
@user-lv9fs2io3e
@user-lv9fs2io3e 9 ай бұрын
Krishna Krishna apuni jate ghoror logote hokoluke vale rakhe provu 🙏🙏🙏🙏🙏🙏🙏🙏🙏
@gautamgrider8295
@gautamgrider8295 9 ай бұрын
কৃষ্ণ কৃষ্ণ🙏❤️❤️ সকলো দুখ দূৰ হয় যেন আশীৰ্বাদ কৰিবা।। ❤️❤️❤️
@munkisaha1571
@munkisaha1571 9 ай бұрын
Dukh dur koriba krishna
@RashmiDeka-fu1lp
@RashmiDeka-fu1lp 9 ай бұрын
​@@munkisaha15711:52 😅n.... N no. C
@RashmiDeka-fu1lp
@RashmiDeka-fu1lp 9 ай бұрын
​@@munkisaha15711:52 😅n.... N no. C
@RashmiDeka-fu1lp
@RashmiDeka-fu1lp 9 ай бұрын
​@@munkisaha15711:52 😅n.... N no. C
@RashmiDeka-fu1lp
@RashmiDeka-fu1lp 9 ай бұрын
​@@munkisaha15711:52 😅n.... N no. C
@manashjyotigogoi3506
@manashjyotigogoi3506 9 ай бұрын
Hai pravu mur manuh jnk husaitho ru dirghayu kri rakhib.krisno pravu.
@lakhimaideurilakhimaideuri1096
@lakhimaideurilakhimaideuri1096 9 ай бұрын
কৃষ্ণ লোৱালীজনী আগৰ জন্মত কিবা সেই কাৰণে ভগৱানে দেখা দিছে ।হে কৃষ্ণ আমি সচা কৃষ্ণ বুলি ভাবিছো আৰু যাব নোৱাৰিলেও সেৱা কৰিছো সে ভগৱান আমাকো আশীৰ্বাদ কৰা যেন ভালে থাকো তাৰে প্ৰাথনা কৰিলো ।
@user-mk3iz6rj7k
@user-mk3iz6rj7k 9 ай бұрын
Jai shree krishna ♥️🥰
@JeonDeori______
@JeonDeori______ 9 ай бұрын
এয়া সত্য যে তাইৰ গাত ভগৱানৰ চায়াঁ পৰিছে। আমাৰ ঘৰৰ ওচৰটো বা এজনীৰ এনেকুৱা হৈছিল আৰু এতিয়াও আছে। ইহঁতক জোথা বস্তু নিদিব খাবলৈ, যতে ততে খাব নিদিব, ঘৰটো সকলোতকৈ আগতে ভাত বাঢ়ি দিব, বহুতো নিয়ম মানি চলিব লাগিব নহলে তাইৰ গা বেয়া হ'ব বেমাৰ হ'ব মেডিকেলত ভাল ও নহয়। আমাৰ দেউৰীসকলৰ মাজত এয়া সকলোৱে জানে,বহাগৰ বিচুত আমাৰ দেগড় (নামঘৰত) গলেই গম পাব। বেমাৰ আজাৰ হ'লে জাৰি দিয়ে ভগৱানৰ নাম লৈ দিয়ে আৰু ভাল হৈ যায়। আমাৰ বা জনীৰ তাত বহুতো মানুহ হয় সুদূৰ অৰুণাচলৰ পৰাও আহে। এইক কেতিয়াও বেয়াকৈ নকব।এইক ঘৰতে পূবে এটা সৰুকৈ হ'লেও নামঘৰ বনাই দিয়ক। তাই সদায় উঠি গা ধুই নিজেই শলিতা ধুপ ধুনা জ্বলাব। এনেকুৱা খ্ৰীষ্টান ছোৱালী এজনীও সিহতৰ যিচু ভগৱানৰ ছা পৰিছিল। তায়ো বহুত বেমাৰ ঠিক কৰি আছে। ভালকৈ মানিলে বহুত ভাল তাইৰ কাৰনে নহলে নিজৰ শৰীৰ বেমাৰ আজাৰে দেখা দিয়ে। সেয়ে ঘৰৰ মানুহবোৰে তাইক ভালকৈ ভগৱানক পূজা অৰ্চনা কৰিব দিয়ক। তেতিয়া তাইৰ কাৰনেও ভাল আমাৰ কাৰনেও ভাল।। 🙏জয় কুন্দিমামা 🙏
@jaanmonidevi2326
@jaanmonidevi2326 9 ай бұрын
Kundimama kun
@purabilaskar5794
@purabilaskar5794 9 ай бұрын
কৃষ্ণ প্ৰভু মোৰ ঘৰ খন সুখৰ হবলৈ আশীৰ্বাদ কৰক আৰু দাদা আৰু মোক চৰকাৰী চাকৰি পাবলে আশীৰ্বাদ কৰিব প্ৰভু 🙏🙏🙏
@minaramsaikia3737
@minaramsaikia3737 9 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰো
@KripacharjaDekaraja
@KripacharjaDekaraja 9 ай бұрын
Phothomote ki nokorisili nki
@rashmiborah9138
@rashmiborah9138 9 ай бұрын
বিশ্বাস হোৱা নাই যদিও ..........❤Krishnaa.
@moondihingia1041
@moondihingia1041 9 ай бұрын
কৃষ্ণ প্ৰভু দুৰৰ পৰাই তোমাক সেৱা জনাইছোঁ প্ৰভু 🙏🏼কৃপা কৰিবা তুমি প্ৰভু
@bhagiojah3545
@bhagiojah3545 9 ай бұрын
শত কোটি প্ৰণাম জনাইছোঁ প্ৰভূ বিমুখ নকৰে যেন কৃষ্ণ গোসাই জগতৰ কল্যাণ কৰে যেন কৃষ্ণ গোসাই
@pranatiboruah2149
@pranatiboruah2149 9 ай бұрын
Jai Shree Krishna 🌹🌹🙏🙏🌹🌹
@rimjimdas8333
@rimjimdas8333 9 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ইয়াৰ পৰাই সেৱা জনাইছোঁ কৃষ্ণ
@mancibarman7582
@mancibarman7582 8 ай бұрын
Krishno Krishno Kroshno ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@tutunonikonwar45
@tutunonikonwar45 9 ай бұрын
আপোনালৈ কোটি কোটি প্ৰণাম জনালোঁ
@mitalisaikia
@mitalisaikia 9 ай бұрын
কৃষ্ণ প্ৰভু 🙏
@chetiaabhinab29
@chetiaabhinab29 9 ай бұрын
Jai Shree Krishna ❤️
@rupahidaimary9909
@rupahidaimary9909 9 ай бұрын
He Krishna bhogoban akhirbad koriba amr family hokolu ke ❤ agor pra a bohut bisakh koru atiaw koru
@toralibora261
@toralibora261 9 ай бұрын
কৃষ্ণ প্ৰভু 🙏
@ankitaphukan-kg9hk
@ankitaphukan-kg9hk 9 ай бұрын
অন্তৰৰ পৰা প্ৰণাম জনাইছোঁ প্ৰভু । সকলোকে কুশলে ৰাখিব 🥹🙏
@plabitaboruah9078
@plabitaboruah9078 9 ай бұрын
কৃষ্ণ কৃষ্ণ ❤
@majanichannel2351
@majanichannel2351 9 ай бұрын
দুৰৰ পৰাই সেৱা জনাইছো প্ৰভু।
@porishmitadas688
@porishmitadas688 9 ай бұрын
কৃষ্ণ 🙏♥️
@JunBasumatary-se1oz
@JunBasumatary-se1oz 9 ай бұрын
যয় শুী কৃষ্ণ আপোনাৰ লীলা অপৰামপাৰ‌ আপোনাৰ মহিমা কোনেও ধৰিব নোৱাৰে জয় শুী কৃষ্ণ আপোনাক কোটি কোটি সেৱা কৰিলো 🌺🌺🌺🌺🌺👏👏👏👏👏
@bbsgaming5156
@bbsgaming5156 9 ай бұрын
❤কৃষ্ণ সকলোতে আছে❤ ৰাধে ৰাধে❤
@NakulGogoi-nd3zq
@NakulGogoi-nd3zq 9 ай бұрын
হে প্ৰভু আপোনাৰ শ্ৰী চৰনত শৰণ লৈছো কৃষ্ণ কৃষ্ণ কৃষ্ণ ?
My daughter is creative when it comes to eating food #funny #comedy #cute #baby#smart girl
00:17
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 7 МЛН
АЗАРТНИК 4 |СЕЗОН 3 Серия
30:50
Inter Production
Рет қаралды 910 М.
নলবাৰী ৰাস - Nalbari Rakh 2022
8:03
Dimpu's Vlogs
Рет қаралды 486 М.
My daughter is creative when it comes to eating food #funny #comedy #cute #baby#smart girl
00:17