KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
কাইলৈ ১০ জানুৱাৰী, লাখ লাখ মহিলাৰ একাউন্টত সোমাব ধন।
7:04
استقالة الرئيس الكندي و مشاكل مرتقبة للمغاربة
8:14
Every team from the Bracket Buster! Who ya got? 😏
0:53
INSTASAMKA - ЗА ДЕНЬГИ ДА (Премьера клипа, 2023, prod. realmoneyken)
2:40
SLIDE #shortssprintbrasil
0:31
СПОРИМ ТЫ НЕ ЗНАЕШЬ ТРИ ЖИВОТНЫХ НА БУКВУ С #shortsvideo
0:37
কৃষকৰ ধনৰ নামত সৰ্ববৃহৎ কেলেংকাৰী। প্ৰতিখন জিলাৰ ভুৱা হিতাধিকাৰীৰ তালিকা NB NEWSৰ হাতত
Рет қаралды 179,541
Facebook
Twitter
Жүктеу
1
Жазылу 234 М.
NB News
Күн бұрын
Пікірлер
@JintuSaikia-y3t
3 сағат бұрын
ভাল পদক্ষেপ। লগতে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, সভাপতি, সকলে কিমান টকা কৈ ললে অনুসন্ধান কৰক ।
@mainudavi9510
18 сағат бұрын
ৱাৰড মেমবাৰ বোৰক কৰক।আৰু এইসকল লোকেই চৰকাৰী ঘৰ আৰু অন্যান্য আচনি সমূহ পায় বাকী প্রকৃত দুখীয়া খিলনজীয়া মানুহে নাপায়।
@SriArunjyotiDeka
17 сағат бұрын
এইবোৰে টকা খোৱা দলৰ লিডা খেতি নকৰা মানুহে পাই ধন মায়া দিম ধন্যবাদ
@DipanjoliGogoi-e8m
17 сағат бұрын
Hosa kotha
@AxomjyotiBordoloi
15 сағат бұрын
Apuni akdom khosa kotha koise bhut bey lge gaon eman dhukiya mnuh ase kunu napai sob ward member lgt thokq mnuh bur pai
@rajuchinteypainter9504
14 сағат бұрын
সচা কথা
@rajdeeptalukder101
17 сағат бұрын
গাঁওবুৰা মেইন
@bantineog6722
7 сағат бұрын
বহুত ভাল কাম কৰিছে। এনেকুৱা কাম কৰিলেহে মানুহৰ চকু মেল খাব আৰু দুৰ্নীতি বিৰোধী অভিযান অলপ হ'লেও সফল হ'ব। ধন্যবাদ চাৰ,, পৰমপিতাই শক্তি দিয়ক
@dipubora3518
17 сағат бұрын
ইহঁতক ধৰিব লাগে লগতে যি জনে সহায় কৰিছে তাকো ধৰিব লাগে কিন্তু আমাৰ খেতি মাটি থাকিও পোৱা নাই😢
@Surajjamanprodhani
17 сағат бұрын
Dada ami hudhile koi j aibilak fillup hoi goise.amar mati 7 bigha kintu ami ek tokao powa nai aji loike
@JayPegu321
17 сағат бұрын
আটাইতকৈ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ পদকেপ গ্ৰহণ কৰিছে, ভাল লাগিল...
@NurnaharBegom-ks3dw
16 сағат бұрын
G
@DevikaGogoi-f1n
15 сағат бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। শুনি ভাল লাগিল।
@altaphussain2377
17 сағат бұрын
মূখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে ধন্যবাদ
@jugeswarphukan9726
17 сағат бұрын
Akubhal.karanai.nijar.karane.karise.bidai.hunkale.dieak.bjpik.nahale.dekh.jati.mati.hekh
@iuniun9530
17 сағат бұрын
ভাল কাম কৰিছে পিছে এই মন্ত্ৰী , এম এ লে, এম্পি বিলাকে যে ৰাইজৰ টকাবোৰ খাইপেলালে আৰু খাই আছে সেইবোৰক নধৰে কিয় ! লোন লৈ চৰকাৰ চলাব আৰু ৰাইজৰ মাথাত ৰাম টাঙুন দিব কেলা
@SanatanBiswas-jy1yw
17 сағат бұрын
Very good step ---------- সাহসী ও বাস্তৱবাদী কৰি দেখুৱাওক ---- আমি wel come janam.
@TaslimAliBabul
15 сағат бұрын
ইমান ভাল লাগিল ভাষা নাই বুজাবলে 👍👍👍👍
@bindabangthai7735
18 сағат бұрын
চৰকাৰক লোন ল'বলৈ বাধ্য কৰোৱা বোৰক❤ গ্ৰেপ্তাৰ কৰিব পাৰিলে মানি লম।
@topgamer07tg
17 сағат бұрын
Baba kekhor poise deboloi sorkarea loan lowa nai
@GautamRajkhanikar
17 сағат бұрын
ইমান বিলাক মানুহক গ্ৰেপ্তাৰ কৰি কত ৰাখিব ।
@Attitude_Killer_
14 сағат бұрын
Camp bonai thobo
@DhirajRoy-c4s
14 сағат бұрын
8,42,439 ta police 🚨 a nai aamar mamar hatot😂
@tilaksarma7146
12 сағат бұрын
মামীৰ লগত
@thesuntv199
4 сағат бұрын
😂😅 hahaha Crazy Boss @@tilaksarma7146
@taufiqali4080
3 сағат бұрын
😂😂😂@@tilaksarma7146
@SangitaboruahSangitaboruah-j9l
18 сағат бұрын
আচল কৃষকে নাপায় কিন্তু পথাৰলৈ গৈ নোপোৱা লৰাই কৃষৰ আচনিৰ জড়িতে টকা পাই আহিছে। এইবোৰ বিজেপি নেতা পালি নেতা সকলৰ কাৰণে এইবোৰ কেলেংকাৰি হৈছে।
@breatheff11
15 сағат бұрын
সেই দৰে অৰুণোদয় আচনিৰ টকা নাপাবলগীয়া বহুতোলোক পাই আছে সেইসকলককো এই দৰে ব্যবস্থা কৰিব লাগে।
@shiekhamin9
Сағат бұрын
বহুত ভাল খবৰ❤
@Choudhury1474
17 сағат бұрын
এই কাম বোৰ যি বিষয়াই আৰু কাযকতাই কৰি দিছিল তেখেতে সকলোকো গ্ৰেপ্তাৰ কৰিব লাগে
@dipaksarma8458
2 сағат бұрын
খেতি কিন্তু কোনেও নকৰে,কিন্তু কৃষকৰ সন্মান নিধিৰ ধন সকলোৱে লৈছে ৷
@bot.R55
17 сағат бұрын
আৰে ভুৱা হিতাধিকাৰী প্ৰথমতে কোনে আগবঢ়ায় গাও পঞ্চায়তৰ সদস্য বিলাকে নহয়জানো ? গতিকে সেইবিলাকক কি কৰিব ? তেওলোক বেছিভাগ চৰকাৰৰে নহয়জানো ?
@dipankartalukdartalukdar-jj8rl
14 сағат бұрын
সুন্দৰ পদক্ষেপ mama ভাল লাগিল আপোনাৰ কৰ্ম কৰ্তা বিলাক যাতে বাত পৰি নাযায় thank you 🙏🤟🤟🤟💐 🙏🙏🙏
@mainudavi9510
18 сағат бұрын
ভগৱান আছে পৃথিৱীত।এসাজ খাই😅 এসাজ নাখাই ভঙা বেৰৰ জুপুৰি এটাত বাস কৰি আছো গোটৰ পৰা টকা ল ও আৰু সপতাহে2 ধাৰ মাৰো এনেকৈয়ে আমাৰ জীৱন গ'ল।
@ahmtassam9013
41 минут бұрын
বহুত ভাল desigion লৈছে
@amarjyotidas2467
15 сағат бұрын
আমাৰ গাৱঁত আধাতকৈ বেছি মানুহে পি এম কিষানৰ ধন পায় ৷যাৰ খেতিৰ নামত জলকীয়াৰ পুলি এটাও নাই ৷মই নিজেই ৩ টা কৃষ্টিৰ ধন পাইছিলো। 😅
@ytmaxgaming1542
15 сағат бұрын
এই বিলাকক জেইলত থবলৈ হলে গোটেই অসম খনকে জেইল বনাব লাগিব ।
@yeriaeni1133
16 сағат бұрын
কেনেকৈ দুৰ্নীতি মুক্ত চৰকাৰৰ দিনত ইমান হ'বলৈ পালে। সকলোতে একে অৱস্থা ।
@BabuRaj-m2w
14 сағат бұрын
সুন্দৰ পদক্ষেপ,
@DebiramPadun-k7r
25 минут бұрын
Mojja❤❤❤❤❤
@puspadhardowarah1932
17 сағат бұрын
কাৰো হাতত হেণ্ডকাফ নালাগে।এইবোৰ জনতাক তেল দিয়া কথা।এই সকলোবোৰ বিজেপিৰে মানুহ!ৰাইজৰ পৰা tax তুলি এইবোৰ লোকক চহকী কৰিছে।দুখীয়া বোৰ দুখীয়াই হৈ গৈ আছে আৰু আমাৰ দৰে লোকবোৰ ক্ৰমে দৰিদ্ৰ হৈ গৈ আছো। সুবিধা পোৱাবোৰে বিজেপিক ভোট দিয়াটো স্বাভাবিক! আমিবোৰে কিয় দিম?
@shahidulalam9912
17 сағат бұрын
বহুত ভাল হ'ব
@bhadrakantadas6101
16 сағат бұрын
ভুৱা হিতাধিকাৰীবোৰক গাহৰি গৰালত ভৰাই থব লাগে।
@PrabhatDas-ry7yv
17 сағат бұрын
গেপতা কৰি দেখুৱায়ক তেতিয়া ভাল বুলি কম।❤❤❤❤❤
@পাপৰিগগৈ
17 сағат бұрын
মাটি নাই মানে ...! মাটিৰ খাজনা আৰু মাটিৰ জমা বন্দি দিলে হে কৃষকৰ পইছা পায় । কৃষি বিষয়া জনে তন্ন ত্ন্ন কৈ পৰীক্ষা কৰিহে ফৰ্মখন ত চহী কৰে । মণ্ডলে হাত পৰীক্ষা কৰাৰ পাছতহে SDC জনে চহী কৰে । গতিকে মাটি নথকাকে কেনেকৈ অফিচাৰে চহী কৰি পইছা দিলে ? সেই অফিচাৰ কেইজনক ধৰক । চৰকাৰে হিতাধিকাৰি সৃষ্টি কৰিছে, অসমৰ সম্পদ বিক্ৰী কৰিছে, ধাৰৰ বোজা সাধাৰণ জনতাৰ মূৰত মাৰিছে বুলি নেলু ফালি ফালি চিঞৰিব । বস্ত্ত ৰ দাম বাঢ়িছে বুলি ধৰ্ণা দি বাহ বাহ লব । আৰু নিজেই দুখীয়াৰ ভাগৰ কাঢ়ি খাবলৈ ঢাপলি মেলিব । প্ৰকৃত হিতাধিকাৰিক বাদ কৰি নিজেই হিতাধিকাৰী হৈ যাব । এতিয়া পিছে লাজ লাগিবনে নাই !
@rakeshmandal7964
3 сағат бұрын
😂😂😂
@fahmidaashiyan
16 сағат бұрын
আমাৰ মাটি থাকিও আমি পোৱা নাই 😢
@n.lcreation3865
49 минут бұрын
Good step by Assam Gov Thank you Mama
@SabanaMarya
3 сағат бұрын
স্বাগত জানাই আপনাকে
@devigita752
16 сағат бұрын
Mama 👍👍👍Ami kheti koriu poisa napau Dalal bure nkrileu pai vale hoise Good DISICION
@ThirmalRajbongshi
15 сағат бұрын
ভুৱা হিতাধিকাৰি কোনে বনাইছে চৰকাৰৰ মানুহে।যদি মোৰ ভুল হোৱা নাই। গাওঁ সদস্য, সভাপতি নিৰ্বাচিত হোৱাত গাৰ বলত এই বিলাক কাম হৈছে। আচল সেতিয়কে কৃষি লোণ পোৱা নাই। চৰকাৰে প্ৰথমে গাওঁ সদস্য, সভাপতি বিলাকক ধৰক।সাতিখোৱা কেইজনক ধৰিলে কি হ'ব ।
@tukheswargogoi9561
3 сағат бұрын
ভাল কথা।
@balaramkharka4626
16 сағат бұрын
Bahut bhal lagil 😮😮
@ArunBoruah413
14 сағат бұрын
সুন্দৰ
@wilsonpurty7128
Сағат бұрын
আগতে কৃষি বিষয়া সকলক গ্রেপতাৰ কৰক|
@SAHADATLaskar-u3x
4 сағат бұрын
Tnx Assam cm
@Surjanrabha
3 сағат бұрын
👍 good job
@deepjyotiollmixedvideo5628
Сағат бұрын
Good mama👍👍👍
@RajkumarSharma-x7i
Сағат бұрын
Moja lagese
@babulpatir-d8c
15 сағат бұрын
good news ❤❤❤❤
@bantineog6722
6 сағат бұрын
চৰকাৰী বিষয়া বোৰৰ প্ৰতি সচেতন হ'ব লাগে
@sayanvideo3860
3 сағат бұрын
Good Job
@chandraneog6508
2 сағат бұрын
কিহৰ ভিত্তিত এই সকলক চিনাক্ত কৰিছে বাতৰি পৰিৱেশন কৰোঁতে উল্লেখ কৰা হ'লে ভাল হয়। মইয়ো এই সকলক ভিতৰত পৰিছে যেন পাওঁ। মইয়ো দেউতাৰ নামত থকা মাটিৰ তথ্যৰ বাবে পাই আছো ।
@mobarakhussain.kholabandha5882
14 сағат бұрын
অৰুণোদয় ৰ লিষ্ট কেতিয়া ওলাব big breaking
@FarhiajannatFarhia
15 сағат бұрын
Good mama
@ExptCopy2m
15 сағат бұрын
💯 right MORIGAON Boribandha
@RanaSaikia-p1e
12 сағат бұрын
কেলেংকাৰিত জড়িত বহু মন্ত্রী বিধায়ক আছে বিজেপি দলত সেই কেইটাক প্রথম গ্ৰেপ্তাৰ কৰিব লাগে
@ShamolDas-j8r
17 сағат бұрын
Mama bohut vhal lagese
@Dipendaimary-lx5lk
2 сағат бұрын
Hosa kotha gotikay honkhalay koribolagay veri good news thans newse
@jeevanrabha5965
18 сағат бұрын
Bhut val lagibo
@dharmendraray1652
14 сағат бұрын
Good news for assam 👌👌👌👌
@dulalgoodmovment.baruah2876
12 сағат бұрын
ভাল পদক্ষেপ C M sir. গ্ৰেপ্তাৰ কৰক।
@Shahid.yea12
17 сағат бұрын
এই বিলাক ভুৱা হিতাদিকাৰিৰ কাৰনে আমাৰ PM কিষাণ হোৱাই নাই 🥲
@PrabhatDas-ry7yv
17 сағат бұрын
চৰকাৰক ৰোধ ল,বলৈ বাধ্য কৰোৱা বোৰক গ্ৰ্যপ্তাৰ কৰিব পাৰিলে ভাল কম কম ।😅😅😅😅
@lalitchutialalitchutia
12 сағат бұрын
Good good good nice
@ABINASHAk47
16 сағат бұрын
Great 😊
@bipinhazarika915
Сағат бұрын
প্ৰথমে পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলক গেপ্তাৰ কৰক।
@hemantadas6551
12 сағат бұрын
দম আছে যদি কৰি দেখূৱাওক ??? ভোট বেংকৰ খাটিৰত এইবোৰ কৰিছিল ! কিমানজনক জেলত ৰাখে সময়ত দেখিম ! অবৈধ কয়লাখনিত কিমানজন মৰিল ??? মালিক গ্ৰেপ্তাাৰ হল নে ????সেইতো জনাওক ???
@BabaDutta-zl4yd
17 сағат бұрын
Good. 👍
@jahirulislam4311
11 сағат бұрын
অবৈধভাবে কৃষকৰ ধন লাভ কৰা সকলক জেলত ৰাখিবৰ বাবে ঠাই আছেনে।
@AshimPaul-j4i
14 сағат бұрын
Good job ...mama....
@Diganta-fh1bf
17 сағат бұрын
ইমান সময়ে ধৰাই নাই ।
@bhabendoley6151
4 сағат бұрын
প্ৰায় ভাগ মিয়া হব যেন লাগিছে।ইমান পিৰী লাগে মানুহক ,কি যে আচৰিত।চৰকাৰ ও কম নহয়।
@Nearest-wo5co
14 сағат бұрын
জেইলত নধৰিব আৰু জিলাই জিলাই ১০ জেইল বনাই ল'বলৈ অনুৰোধ জনালোঁ
@ramenmojaadas5453
3 сағат бұрын
ভাল খবৰ আমি খেতি কৰি নাপাও মাতি নূহুবা মানুহে হে পাই গাও বুৰহাক ধৰক
@MousumiLalung-p4m
16 сағат бұрын
Bhut val khbr 🎉❤️🩹
@AnjuDutta-bl9yn
15 сағат бұрын
Good newas
@swargojyotigogoi4135
17 сағат бұрын
ভুৱা হিতাধিকাৰী সকলৰ নাম বিলাক কেনেকৈ জানিব পৰা যাব?
@HemontaRajkhuwa
16 сағат бұрын
Hundor pdokhep
@nurulislam560
14 сағат бұрын
চৰকাৰে ৰচনকাৰ্ডৰ এনেকুৱা ভাবে বাচনী কৰিব লাগে ৷
@killerboy88
16 сағат бұрын
মজা।
@surajpaul4923
11 сағат бұрын
Right action
@hodaboys9913
4 сағат бұрын
ইমান মানুহ কত ৰাখিব। জেলত ভৰাই ৰাখিব পাৰিব নে। যিহকে দায়িত্বত আছিল সেই সকলোবোৰ জেলত যাব নে নাই। জনগণতকৈ চৰকাৰি কৰ্মচাৰীক প্ৰথমত জেলত দিব লাগে ।
@Akbarali-rj1je
Сағат бұрын
ঠিকেই আছে নিজৰ নামৰ মেধী পট্টাৰ মাটি থকা সত্ত্বেও পোৱা নাই কিষান আঁচনি
@RahanUddin-mi5jf
13 сағат бұрын
YES💯 👍🤝👌🌹
@ekramulislam9264
51 минут бұрын
অসম আৰক্ষীক অনুৰোধ, প্ৰতিখন ডিষ্টিকৰ গ্ৰাম সেৱক কৃষি বিষয়াক গ্ৰেপ্তাৰ কৰক লগতে অসমৰ প্ৰতিজন গাঁও পঞ্চায়তৰ ৱাটৰ সদস্য আৰু সম্পাদকক গ্ৰেপ্তাৰ কৰক।
@SuntiBaruah-bu3ut
14 сағат бұрын
Oh. Very. Good. Step
@Internationalfunnyvideos1
16 сағат бұрын
Good mama❤❤❤
@Dhanmonichetia-f1e
15 сағат бұрын
Good news sir, Sivasagart bahut ase
@PubaliKosari
17 сағат бұрын
Good step mama❤
@bbmohanbipulmohan7736
8 сағат бұрын
একো নাই " বান্দৰক গছৰ ডাল জোকাৰি হলেও ভয় খোৱাবই লাগিব!" সেই ভূৱা কৃষক সকলক বিচাৰিব গলে ঘৰৰ মানুহেই হবগৈ!
@GupalGupal-i7n
15 сағат бұрын
Good
@AmarDas-dn3oo
17 сағат бұрын
মজা মজা শুদ্ধ
@VijayPrdhan-nr4nk
16 сағат бұрын
Very good step taken by government
@pahichetia8401
12 сағат бұрын
Good decision
@thesuntv199
4 сағат бұрын
বোৱা কৃষক বুল কৰিছে কিন্তু। কৃষক অফিচাৰ বিলাকে কিও বুল কৰিলে। যিহেতু নিজৰ নামত মাটি নাই তকেও পাছ কৰি দিছে। সেই কাৰণে তাকেও গ্ৰেপ্তাৰ কুৰিব লাগে। 😮😮
@deepbaishya8856
11 сағат бұрын
Moja
@Raajguru-q9d
3 сағат бұрын
ভুৱা এইবোৰ বাতৰি। চেটেলাইট চেনেল ত দিয়া নাই নহয়।।। ইহঁতে যি তি গায় থাকে😅
@ArinaMoran
15 сағат бұрын
Moja mama
@dvai9294
16 сағат бұрын
Not only pm kisan...may be.same incident in case of "Mukhya mantri atma nirbhar asom" scheme...also. so we hope....at the same time there will be a good enquiry on "Mukhya mantri atma nirbhar asom" scheme...!!!
@mridulnath6213
18 сағат бұрын
Bhut vl kotha
@ritakalita4078
16 сағат бұрын
Good News
@MrityunjoyDas-u7n
18 сағат бұрын
Very good job Mama
@JayantaRabha-s2c
16 сағат бұрын
Great
7:04
কাইলৈ ১০ জানুৱাৰী, লাখ লাখ মহিলাৰ একাউন্টত সোমাব ধন।
TIME8 News
Рет қаралды 6 М.
8:14
استقالة الرئيس الكندي و مشاكل مرتقبة للمغاربة
Finance Bdarija
Рет қаралды 96 М.
0:53
Every team from the Bracket Buster! Who ya got? 😏
FailArmy Shorts
Рет қаралды 13 МЛН
2:40
INSTASAMKA - ЗА ДЕНЬГИ ДА (Премьера клипа, 2023, prod. realmoneyken)
INSTASAMKA
Рет қаралды 5 МЛН
0:31
SLIDE #shortssprintbrasil
Natan por Aí
Рет қаралды 49 МЛН
0:37
СПОРИМ ТЫ НЕ ЗНАЕШЬ ТРИ ЖИВОТНЫХ НА БУКВУ С #shortsvideo
Katya Klon
Рет қаралды 2,7 МЛН
14:05
Trump announced the end date of the war / Emergency plane landing
NEXTA Live
Рет қаралды 1,3 МЛН
18:53
Puwati Tora - পুৱতি তৰা | 8th January 2025 | Ep No 261
Rang TV
Рет қаралды 91 М.
10:30
হাতত তালিকা লৈ সাজু আৰক্ষীৰ দল। গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজ্যৰ ৮ লাখ ভুৱা হিতাধিকাৰী
NB News
Рет қаралды 184 М.
30:53
Trump's Threat to Trudeau: "Pay Up or Face Takeover!" | By Ankit Avasthi Sir
Ankit Inspires India
Рет қаралды 1,5 МЛН
16:15
أخنوش وبرلمانية من نفس الحزب أمام القضاء .. و3 اشهر موقوفة التنفيذ لرئيس مجلس النواب #أشرف_بلمودن
i3lamtv - إعلام تيفي
Рет қаралды 699 М.
1:59
Молдавия обвиняет РФ в провоцировании гуманитарного кризиса в регионе
Euronews по-русски
Рет қаралды 63 М.
1:40
Выжидательная тактика: Брюссель хранит молчание в связи с военными угрозами Трампа в адрес Гренла…
Euronews по-русски
Рет қаралды 10 М.
40:17
شاعلة💥 بوانو قربل أخنوش وقصف الفسااااد🔥 شاعلة قصف💥 يفضضخ ملفات فساد خانزة 🔥#منيب #أخنوش #وهبي
عبدالكريم إزيلك
Рет қаралды 13 М.
1:03
Десятки тысяч людей эвакуированы из-за лесных пожаров в Калифорнии
Euronews по-русски
Рет қаралды 40 М.
1:39
Финляндия: экипаж Eagle S задержан в в рамках расследования дела Estlink-2
Euronews по-русски
Рет қаралды 34 М.
0:53
Every team from the Bracket Buster! Who ya got? 😏
FailArmy Shorts
Рет қаралды 13 МЛН