Krishna Polai Jai || Pran Deep || Assamese Song || pran deep new songs 2025

  Рет қаралды 111

Assamese music channel

Assamese music channel

Күн бұрын

শাৰদীয় ৰাস মহোৎসৱৰ শুভেচ্ছাৰে "কৃষ্ণ পলাই যায় যশোদা খেদয়"
(শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসৰ দধিমথনৰ গীত, সত্ৰীয়া ওজাপালিৰ পৰা উদ্ধৃত)
কন্ঠ : প্ৰাণ দ্বীপ হাজৰীকা
সংগীত : শ্যামল ভূঞা,অংকুৰ জ্যোতি বৰা
শব্দ সংমিশ্ৰণ: শংকৰ জ্যোতি বৰুৱা
বাঁহী: প্ৰসন্ন বৰুৱা
খোল/তাল : সমুদ্ৰ হাজৰিকা
তবলা/ঢোলক : অসীম গায়ন
সহযোগী কন্ঠ : দেৱাশীষ শইকীয়া,
ৰক্তিম ৰঞ্জন নাথ
Lyrics :
অ' এৰে...
কৃষ্ণ পলাই যায় যশোদা খেদয়
মুকলি মাঠাৰ চুলি হৰা
আ...
পাছে পাছে যশোদা পুত্ৰক নেন্ত খেদি....
এ' ৰে..
ভয়ে যেন পলান্ত মাৱক লাগ নিদি
কৃষ্ণ পলাই যায় যশোদা খেদয়
মুকলি মাঠাৰ চুলি হৰা
আ..
যোগি যাক নাপান্ত নিৰ্মল মনে সদা
হেন মাধৱক খেদি ফুৰন্ত যশোদা
কৃষ্ণ পলাই যায় যশোদা খেদয়
মুকলি মাঠাৰ চুলি হৰা
শ্ৰোণীভৰে শিথিল কৰিলে তান গতি
শুলকিল খোঁপা খসি শৰিৰ মালতি
শ্ৰোণীভৰে শিথিল কৰিলে তান গতি
শুলকিল খোঁপা খসি শৰিৰ মালতি
আ...
পলাইবে নপাৰি যেন কৃষ্ণ আছা ৰই
কপতে কান্দন্ত দুয়ো হাতে আখি মুই
কৃষ্ণ পলাই যায় যশোদা খেদয়
মুকলি মাঠাৰ চুলি হৰা
মুকলি মাঠাৰ চুলি হৰা ||

Пікірлер
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
Каха и дочка
00:28
К-Media
Рет қаралды 3,2 МЛН
Wall Rebound Challenge 🙈😱
00:34
Celine Dept
Рет қаралды 22 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 72 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41