No video

কুচিয়া পালনৰ নতুন তথ্য।

  Рет қаралды 14,392

Moribil মৰিবিল

Moribil মৰিবিল

Күн бұрын

কুচিয়া পালনৰ নতুন তথ্য।

Пікірлер: 57
@gobindboro9543
@gobindboro9543 2 жыл бұрын
আপেক্ষা কৰি আছিলোঁ,কেতিয়া আকৌ কুচিয়া ভিদিঅ চাবলৈ পাম বুলি ।ভাল লাগিল 🖒🖒💚💚
@moribil8156
@moribil8156 2 жыл бұрын
অলপ মৰিছে কুচিয়া। সেই বাবে চিন্তা লাগিছিল। পানী বেছি বেয়া হৈছিল ছাগে। এতিয়া নাই মৰা
@gobindboro9543
@gobindboro9543 2 жыл бұрын
@@moribil8156 খাৰ বেছি হৈ পানী খিনি নষ্ট হোৱাৰ বাবে গেছ হৈ গৈছিল মোৰ বুধেৰে
@bumonihazarika3361
@bumonihazarika3361 2 жыл бұрын
Moja bondhu ✊🤝 keep it up 💪❤️ All the best
@moribil8156
@moribil8156 2 жыл бұрын
ধন্যবাদ ❤🙏
@realhindustan6026
@realhindustan6026 2 жыл бұрын
দাদা মোক পোনা লাগিছিল ? মইও পালন কৰিম বহুত ভাল লাগিছে আপোনাৰ পদ্ধতি। আপোনাৰ কন্টেক নাম্বাৰটো দিব ।
@moribil8156
@moribil8156 2 жыл бұрын
6000514779
@dipendas8846
@dipendas8846 Жыл бұрын
puna lage
@moribil8156
@moribil8156 Жыл бұрын
Puna nai atiya
@sortoffi
@sortoffi Жыл бұрын
Puna lagay dada
@arupbhai88m7
@arupbhai88m7 2 жыл бұрын
দাদা মোৰ কুচিয়া পালন কৰিবলৈ বহুতো মন আছে কিন্তু মই একেবাৰে নাজানো KZbin বহুতো video চাও কিন্তু chaina video দেখো সেইবাবে একো বুজি পোৱা নাছিলো অসমীয়া ভাষাৰ প্ৰথম আপোনাৰ video দেখা পোৱাৰ পাছত বহু ভাল লাগিছে
@moribil8156
@moribil8156 2 жыл бұрын
কুচিয়া পালনৰ বাবে আহাৰ ব্যবস্থা কৰিব লাগে। সৰু মাছ এৰি দিব লাগে টেংকীত। নহলে বা কেঁচু দিব লাগে।
@arupbhai88m7
@arupbhai88m7 2 жыл бұрын
দাদা ধন্যবাদ থাকিল
@moribil8156
@moribil8156 2 жыл бұрын
আৰু কোনোবাই পুহিব বিচাৰিলে ভিডিঅটো শ্বেয়াৰ কৰি দিব। 🙏
@ambisonsapam3504
@ambisonsapam3504 Жыл бұрын
What feed do you give them? Please reply me in English i don't know your language 🙏
@moribil8156
@moribil8156 Жыл бұрын
Small fish, warm.
@ambisonsapam3504
@ambisonsapam3504 Жыл бұрын
@@moribil8156 thank you
@angkuraxom5509
@angkuraxom5509 2 жыл бұрын
Back cemera di video bonaba aro jito basoto dekhowaba bisora khitot focus koriba
@moribil8156
@moribil8156 2 жыл бұрын
হয়। ভাল বাৰু। পিছলৈ নিশ্চয় চেষ্টা কৰিম। ধন্যবাদ 🙏
@priyankaborah7283
@priyankaborah7283 4 ай бұрын
Tank tu poka nohole kihere bonabo lage jonabosun
@moribil8156
@moribil8156 4 ай бұрын
এইবোৰ নকৰিব। লোকচান হব। আহাৰ পোৱা নাযায়।
@abonidutta2860
@abonidutta2860 2 жыл бұрын
Bhal lagise , moi tank bonai rakhisu kin2 puna nuhuar babe agg bahibo pora nai , aru apuni kora eai kom khoeosh or prodhotit puali dibo ne hihote, moi dangor kusiya paisu kin2 puali nidile puhi lav nohobo, apunar advice akha korilu .
@moribil8156
@moribil8156 2 жыл бұрын
আৰম্ভ কৰক চাৰ । দুটা শকত কুচিয়া আৰু এটা ক্ষীণ কুচিয়া আনি পুহি চাব পাৰে অভ্যাসৰ বাবে। আগৰ তথ্য বোৰ চালে অলপ সহায় পাব। ইয়াৰ পিছত ঘৰতে কেনেকে পোনা বনাব সেই বিষয়ে জনাম। বেচি টান কাম নহয়।
@habibullahshekh7540
@habibullahshekh7540 2 жыл бұрын
1-2 mah pise pai jabo lagile jonabo
@TubaParveen-cd2ys
@TubaParveen-cd2ys Жыл бұрын
What would be the (weight) after passing one year of rearing ?????
@moribil8156
@moribil8156 Жыл бұрын
After one year of rearing, it will weigh .700 kg.
@InfinixSmart7hd-ly9up
@InfinixSmart7hd-ly9up 4 ай бұрын
Kusiya Danna gitumas aru Beng punna aru ASE jonam Laha lahe
@sagurkahan3636
@sagurkahan3636 Жыл бұрын
ভাই আমি বাংলাদেশ থেকে বলতেছি আপনার সাথে কথা বলবো একটু।।
@moribil8156
@moribil8156 Жыл бұрын
ঔকে ভাই
@moribil8156
@moribil8156 Жыл бұрын
Ok.
@raktimboruah2348
@raktimboruah2348 2 жыл бұрын
পুনা পাম নেকি ?
@moribil8156
@moribil8156 2 жыл бұрын
পোনা নাই। ভিডিঅ বোৰ চালে নিজেই বনাব পাৰিব চাৰ ।🙏
@dipakblogs9934
@dipakblogs9934 2 жыл бұрын
হোলচেইলত কুচিয়া পাম নেকি।
@moribil8156
@moribil8156 2 жыл бұрын
Naai sir
@dipakblogs9934
@dipakblogs9934 2 жыл бұрын
@@moribil8156 supply link ase neki
@moribil8156
@moribil8156 2 жыл бұрын
এতিয়া চিজন গল। নহলে মই দিব পাৰিলো হয়।
@gyansunar2885
@gyansunar2885 9 ай бұрын
Snake 🐍 aoha chance ase
@putulgayan648
@putulgayan648 Жыл бұрын
আপোনাৰ ম'বাইল নম্বৰটো দিব নেকি - কিছু কথা পাতিলো হয়, মোৰো কুছিয়া পালনৰ ইচ্ছা আছে ।
@moribil8156
@moribil8156 Жыл бұрын
6000514779
@jhvlogtezpur1191
@jhvlogtezpur1191 2 жыл бұрын
Dada pani dbo lage nki mje mje tat
@moribil8156
@moribil8156 2 жыл бұрын
প্ৰথম টেংকী বনাই সকলো দি এক মাহ পানী দি ৰাখিব। তাৰ পিছত পানী সলাই দিব আৰু পোনা এৰি দিব। আহাৰ দি থাকিব লাগিব আৰু পানী কমি গলে পানী দিব লাগিব।
@manikofficialsongcreation5970
@manikofficialsongcreation5970 2 жыл бұрын
More pona lage dada
@moribil8156
@moribil8156 2 жыл бұрын
মোৰ তাত নাই।
@putulgayan648
@putulgayan648 Жыл бұрын
ওচৰৰ বজাৰৰ পৰা কিনি আনি এৰক ।
@HamjaHamja-ul9gb
@HamjaHamja-ul9gb Жыл бұрын
bacca pona ki khay
@huntuboruah526
@huntuboruah526 2 жыл бұрын
ৰ’দ পৰা থাইত থব লাগে নিকি দাদা
@moribil8156
@moribil8156 2 жыл бұрын
ৰদ পৰিব লাগে, কিন্তু ১/২ ঘণ্টা।
@dulumanidaimary4341
@dulumanidaimary4341 2 жыл бұрын
Peparto fati jayneki
@moribil8156
@moribil8156 2 жыл бұрын
নাযায়। দুই বছৰ ব্যৱহাৰ কৰিব পাৰি।
@monteswarneog4156
@monteswarneog4156 2 жыл бұрын
Apunar nambar tu diyok sun
@moribil8156
@moribil8156 2 жыл бұрын
6000514779
@moribil8156
@moribil8156 2 жыл бұрын
ভিডিঅটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব।
@probinsaikia5826
@probinsaikia5826 2 жыл бұрын
Phone📱 dibo
@moribil8156
@moribil8156 2 жыл бұрын
6000514779
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 32 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,7 МЛН
channel information update September
6:12
RnR911NEWS
Рет қаралды 3
BLACK EEL SHIPMENT ORDER 120gEACH
4:57
AquaMarineShortVideos
Рет қаралды 1,3 М.
কুচিয়া টেংকী প্ৰস্তুত @moribil8156
6:54
Moribil মৰিবিল
Рет қаралды 13 М.
Thay nước lươn vào buổi tối
6:06
Phương Thợ Sắt
Рет қаралды 6 М.
Miracle Material for Atmospheric Water Harvesting
6:56
Synergy Files
Рет қаралды 7 М.
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН