কুকুৰক কিয় খুৱাব লাগে।কুকুৰে দিয়া শুভ/অশুভ সঙ্কেত।জানি লওক।

  Рет қаралды 14,798

N Kumar Astrologer

N Kumar Astrologer

Күн бұрын

Пікірлер: 91
@kankanboruah6003
@kankanboruah6003 51 минут бұрын
বহুত উপযোগী video diyar babe ধন্যবাদ,,,অনুগ্ৰহ কৰি কাউৰী আৰু মেকুৰী ৰ বিষয়েও জনাব
@nkumarastrologer9287
@nkumarastrologer9287 18 минут бұрын
ধন্যবাদ।নিশ্চয় জনাবলৈ চেষ্টা কৰিম।
@jayashreegohain883
@jayashreegohain883 15 сағат бұрын
আপুনি ইমান সুন্দৰ ভাবে কথাবোৰ বুজাই কোৱাৰ বাবে ধন্যবাদ জনাইছো 🙏 আগলৈও এনে নীতি শিক্ষা মূলক ভিডিও আগবঢ়াব বুলি আশা কৰিছোঁ। নমস্কাৰ জনাইছো 🙏
@nkumarastrologer9287
@nkumarastrologer9287 13 сағат бұрын
সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@DeepamoniDehinghingiashyam
@DeepamoniDehinghingiashyam 13 сағат бұрын
ভাল লাগিল কথাবোৰ জানিব পাৰি । আপোনালৈ অশেষ ধন্যবাদ।
@nkumarastrologer9287
@nkumarastrologer9287 13 сағат бұрын
সুন্দৰ মন্তব্যৰ বাবে ধন্যবাদ।
@mridupabanbora5042
@mridupabanbora5042 Күн бұрын
Bht bht Dhanyabad 🙏❤️
@nitirajkhowa6521
@nitirajkhowa6521 Күн бұрын
আপোনালৈ অশেষ ধন্যবাদ থাকিল চাৰ।❤
@angshumannath7265
@angshumannath7265 9 сағат бұрын
Val kotha kole
@MunmiRay-dh8wi
@MunmiRay-dh8wi 11 сағат бұрын
val lagil❤
@iviborah3882
@iviborah3882 8 сағат бұрын
Thank you sir🙏
@U.K.Borthakur
@U.K.Borthakur 3 күн бұрын
আপোনাক অশেষ ধন্যবাদ। অতি সুন্দৰ ভিডিঅ। ভাল লাগিল।
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু কথা কবলৈ মন থাকিলেও থমকি ৰও।
@MandiraBaruah-c5x
@MandiraBaruah-c5x Күн бұрын
বহুত সুন্দৰ নিদৰ্শন
@pakghorthefoodhub7059
@pakghorthefoodhub7059 2 күн бұрын
Bohut val lagil 🙏🙏
@abhinabwithsikha1322
@abhinabwithsikha1322 Күн бұрын
Val lgil👌🙏
@ExcitedBakedCustard-vd4oi
@ExcitedBakedCustard-vd4oi 3 күн бұрын
Apunar video sai vl lage
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
সুন্দৰ মন্তব্যৰ বাবে অশেষ ধন্যবাদ দিছো।
@AsmitaKakati-l2h
@AsmitaKakati-l2h 3 күн бұрын
Apunar video sai upakrit hoisu🙏
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকক।
@RanjitaKalita-j2f
@RanjitaKalita-j2f 2 күн бұрын
ভাল লাগিল চাৰ
@MousumiozahSaikia
@MousumiozahSaikia Күн бұрын
সঁচা কথা 🙏
@bborabhubanvlogs7588
@bborabhubanvlogs7588 2 күн бұрын
সুন্দৰ কথা কলে আপুনি,, ভাল লাগিল জানি 🙏🙏
@nkumarastrologer9287
@nkumarastrologer9287 2 күн бұрын
ধন্যবাদ দিছো।
@niharikaborgohain6440
@niharikaborgohain6440 2 күн бұрын
ভাল লাগিল
@paruldas450
@paruldas450 Күн бұрын
🙏🙏🙏
@isharehman826
@isharehman826 2 күн бұрын
sir apunar video sai bor bhal lagil agoloi enekua video dibo dhanyabad
@nkumarastrologer9287
@nkumarastrologer9287 2 күн бұрын
ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 2 күн бұрын
ভাল লাগিল ভিডিঅ' টো 🙏🙏
@rukminitalukdar425
@rukminitalukdar425 2 күн бұрын
Thank you so much.
@NamitaKalita-h9l
@NamitaKalita-h9l 2 күн бұрын
ভাল কথা
@eshanikashyap8254
@eshanikashyap8254 10 сағат бұрын
Apunar kotha khini val lagil... ashirwad koribo muru val din ahey jen.sakori eta jen pao.aji kaidin Maan r pora kukur eta praiy ahi gate r usoror ahi bohi thake.moi ji thake dio khabo
@nkumarastrologer9287
@nkumarastrologer9287 9 сағат бұрын
ঈশ্বৰৰ ওপৰত ভৰষা ৰাখি কৰ্ম কৰি যাওক। এদিন ভাল দিন আহিবই।
@NagenBarman-o8f
@NagenBarman-o8f 2 күн бұрын
Thank you
@zimonirayzimoniray3106
@zimonirayzimoniray3106 Күн бұрын
Hosa kotha koise apuni 😊apunar ghor kot bordeuta
@ChampaThakuria-dm1wo
@ChampaThakuria-dm1wo Күн бұрын
Eas 🎉
@Legendarygamer-qg4ks
@Legendarygamer-qg4ks Күн бұрын
Hosa koise apune moi besak koru
@tribenigogoi7273
@tribenigogoi7273 Күн бұрын
দাদা মোৰ ঘৰত পাৰ চৰাই ২০০৮ চনৰ পৰা বাহ লৈ আছে । কিন্তু ইয়াৰ পৰিমান বাঢ়ি গৈ আছে কিন্তু ইহঁতে ঘৰত বৰ লেতেৰা কৰি থাকে । এতিয়া মোৰ প্ৰশ্ন ইহঁতে বাহ ললে ভাল নে। আপুনি জনাব বুলি আশা থাকিল।
@queengaming8545
@queengaming8545 14 сағат бұрын
Sir mur nam Jyotsna Das....mur bhut dhar hoise ki korim upai dibo sun
@nkumarastrologer9287
@nkumarastrologer9287 13 сағат бұрын
মোৰ কিছুমান ভিডিঅ'ত বহু কথা সোমাই থাকে। কথাখিনি বুজিবলৈ চেষ্টা কৰিব। নিশ্চয় উপকৃত হব।
@queengaming8545
@queengaming8545 11 сағат бұрын
@@nkumarastrologer9287 thank you
@dalimidevi-ln7xh
@dalimidevi-ln7xh Күн бұрын
🎉মোৰ ঘৰত কলা কুকুৰ সদায় থাকে কি কৰিম
@Biki-l9r
@Biki-l9r Күн бұрын
ভাল লাগিল video টো ।আমাৰ ঘৰত ও চুবুৰীয়া ৰ এটা পোহনীয়া কুকুৰা টো সদায় আহি ৰখি থাকে,দুৱাৰ মুখত ,,খাবলৈ দিও, Sir ,Mor প্ৰত্যেক টো কাম এবাৰত নহয়,দুই তিনি বাৰ কৰিব লগা হয়।আৰু exam t o Question answer লিখিলে কিবা নহয় কিবা ভুল হব।চেষ্টা কৰিলেও ,নহলে মাজতে ৰৈ যায় লিখিব।কিয় বাৰু ? Name :Manashi Bhuyan, DOB:07 /01/2007। কব চোন অকণমান।
@nkumarastrologer9287
@nkumarastrologer9287 Күн бұрын
নিশ্চয় ৰাহুৰ প্ৰভাৱ পৰি আছে।ৰাহুৰ প্ৰতিকাৰখিনি কৰি চাওক।ৰাহুৱে মনক ভ্ৰমিত কৰে।
@nkumarastrologer9287
@nkumarastrologer9287 Күн бұрын
জন্ম স্থান জনাব।
@Biki-l9r
@Biki-l9r Күн бұрын
@@nkumarastrologer9287 গাওঁ : গোমূৰা,সৰ্থেবাৰী
@Biki-l9r
@Biki-l9r Күн бұрын
@@nkumarastrologer9287 Sir , জনাব চোন ,🙏 Plz.
@AnamikaSakai-ss1ro
@AnamikaSakai-ss1ro 3 күн бұрын
Name,badan,siakia,giban,hapka,bikhaye,kiba,kab,neki
@ExcitedBakedCustard-vd4oi
@ExcitedBakedCustard-vd4oi 3 күн бұрын
Mur bohut bemar hoi thake aku dorobe kam nidiye aru mur court t case soli ase.Husband a beleg suwalir logot live together ase.2 bosor hol.moi jodi Gumed rotno dharon koru sufol pam ne.jonai jen plz mur rashi Kanya..
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
দৰবে কাম কৰা নাই।প্ৰথম কথা আপোনাৰ বেমাৰ ধৰা পৰা নাই।কেতুৰ দশা /অন্তৰদশা কালত এনে সমস্যাই দেখা দিয়ে। সেয়ে আপুনি বুধবাৰে গণেশৰ নামত পূজা এভাগ কৰক। ৰূপৰ অলঙ্কাৰ গাত ৰাখক।
@BabulMil-hp4dy
@BabulMil-hp4dy 3 күн бұрын
Sir ketiyar pora bhal pam
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
মিলি তোমাৰ অসুখটো দীঘলীয়া ধৰণৰ। গতিকে ধৈৰ্য ধৰিব লাগিব।
@jiyaboraBora
@jiyaboraBora 13 сағат бұрын
Bia katia hb Govt job hb ni Mokor Rakhi Name Jyotsna Bora Date of birth 12/06/1998
@RinuBorah-zs2kv
@RinuBorah-zs2kv 2 күн бұрын
Rith
@BibhaDevi-y9k
@BibhaDevi-y9k 2 күн бұрын
Bhale thakok xodai
@himakshihatibaruah68
@himakshihatibaruah68 3 күн бұрын
Dada jodi goru more tetia ki hoi,amar barit belegor goru ahi morisile ru amar barite puti dia hol manuh logai ,sobisesh jonabo buli vabu
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
ঘৰত এভাগ ভাগৱত পাঠ কৰি ভকতৰ আশীৰ্বাদ লব।
@chinterabha4189
@chinterabha4189 3 күн бұрын
ঘৰৰ কুকুৰ হ'লে ভাল হবনে ছাৰ।
@nkumarastrologer9287
@nkumarastrologer9287 3 күн бұрын
ঘৰত কুকুৰক যদি যত্ন সহকাৰে ৰাখে নিজৰ কাৰণে ভাল।
@gitumoni5772
@gitumoni5772 Күн бұрын
Kukur ghort sapile valne jonabosun
@purnaboruah9480
@purnaboruah9480 Күн бұрын
Ghorot kola kumur phohibo lage ne nalage kobo ni?
@nkumarastrologer9287
@nkumarastrologer9287 Күн бұрын
কোনো বাধা নাই।
@purnaboruah9480
@purnaboruah9480 Күн бұрын
@nkumarastrologer9287 dhainyabad sir...moi eta rakhim buli bhabisu mane
@TutumoniNeog-r9s
@TutumoniNeog-r9s Күн бұрын
আমাৰ ঘৰতে কলা কুকুৰ পোহিচো ভাল নে বেয়া জনাবচোন
@utpaltalukdar3805
@utpaltalukdar3805 2 күн бұрын
Mor kukur 2 kola.ki korim moi atiya.
@nkumarastrologer9287
@nkumarastrologer9287 2 күн бұрын
কলা কুকুৰক খুৱাব পাৰিলে শনিৰ অশুভত্ব নাশ হয়।ভালহে। মই কৈছো যদি শনিবাৰে ৰাতি ‌ঘৰৰ বাউণ্ডৰীৰ ভিতৰত হঠাৎ কলা কুকুৰ দেখা দিলে কোনোবাই কুমন্ত্ৰ কৰিব পাৰে।
@RituParna-r3z
@RituParna-r3z 2 күн бұрын
কলা কুকুৰ সদাই আহিলে ভাল নে
@RituParna-r3z
@RituParna-r3z 2 күн бұрын
Pleas reply moi khabolae deu
@RituParna-r3z
@RituParna-r3z 2 күн бұрын
Reply pls
@RituParna-r3z
@RituParna-r3z 2 күн бұрын
Moi apunar Ripley napalu
@nkumarastrologer9287
@nkumarastrologer9287 2 күн бұрын
কলা কুকুৰক খুৱাব পাৰিলে শনিৰ অশুভত্ব নাশ হয়।
@bestest6142
@bestest6142 Күн бұрын
Mur kurkur2 kola a...
@nkumarastrologer9287
@nkumarastrologer9287 19 сағат бұрын
একো অশুভ নহয়। মই কৈছো যদি শনিবাৰে হঠাৎ ৰাতি দেখা পায়।অথচ আপোনাৰ আশে-পাশে দেখাত ক'লা কুকুৰ নাই দিনৰ ভাগত।
@babulborah9448
@babulborah9448 2 күн бұрын
Moi kukur goru sagoli sorai soboke khaboloi diu tothapitu soru sura bemare log nere mur 30 yers jurhator pora
@nkumarastrologer9287
@nkumarastrologer9287 2 күн бұрын
অসুখ কাৰ নহয়। সৰু-সুৰা অসুখ সকলোৰে সময়ে সময়ে হৈ থাকে।যি কৰি আছে ভালেই কৰি আছে।
@bharatisaikia7365
@bharatisaikia7365 Күн бұрын
Thanks 🙏
@ranjusaud6213
@ranjusaud6213 Күн бұрын
Thanks🙏
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 669 М.
Каха и дочка
00:28
К-Media
Рет қаралды 2,2 МЛН
ANGEL NUMBERS AND THEIR HIDDEN MESSAGES|| YOUR DREAM AND ANGELIC REACTIONS|| ASSAMESEPODCAST||
45:30
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 669 М.