Le´go চিএনাট্যখনে বাস্তৱ জীৱনৰ জীয়া কাহিনীক সুন্দৰভাবে উপস্থাপন কৰিছে। সচাকৈ সাম্প্ৰতিক সময়ত আমাৰ সমাজ ব্যৱস্থাত এই ঘটনাবোৰে ঘটি আছে। এই ধাৰাবাহিক চিএ নাট্য খনৰ পৰা আমাৰ জাতিটোৰ প্ৰত্যকজন ব্যক্তিয়ে শিক্ষা লোৱাটো আৱশ্যক হৈ পৰিছে। এই ঘটনাবোৰে এটা পৰিয়ালৰ সৰু সৰু লৰা -ছোৱালীবিলাকক তথা পৰিয়ালৰ প্ৰত্যকজন সদস্যক সমস্যাত পেলাই আহিছে। আশা কৰিছো এই ধাৰাবাহিকখনে আমাৰ সমাজ তথা জাতিটোৰ বাবে সম্পূৰ্নৰূপে সংস্কাৰ আনিব পাৰিব। আৰু লগতে পৰৱৰ্তী খণ্ডৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ।
@gitanjalipatiri4152 жыл бұрын
সুন্দৰ ভাৱে বৰ্তমান সময়ত চলি থকা বাস্তৱ কাহিনী প্ৰতিফলিত কৰিছে এই চিত্ৰনাট্যৰ জৰিয়তে৷ দ্বিতীয়খন্ডলৈ আশাৰে বাট চাই ৰলো,
@siloklutad47372 жыл бұрын
বহুত ভাল এটা কাহিনী৷ বাস্তৱ জীৱনৰ এক জীয়া ছবি প্ৰতিফলিত হৈছে৷ পৰৱৰ্তী খণ্ডলৈ উৎসুকতাৰে বাট চাই ৰলো৷ ইতি হৰেন কপ্তাক
@nurbhai11162 жыл бұрын
মজা লাগিল videoটো❤️🔥🔥👍👍
@mablive51832 жыл бұрын
অতি সূন্দৰ কাহিনীটো৷ বাস্তৱ জীৱনৰ লগত মিলি যোৱাকৈ প্ৰতিফলিত হোৱা দেখা যায়৷ লগতে মিছিং সমাজৰ বাবে অতি জনপ্ৰিয় ধাৰাবাহিক হ’ৱ৷
@sadanandaborah48042 жыл бұрын
ভাষাটো বুজি নাপাওঁ যদিও। কাহিনী ভাল লাগিল। next episode লৈ অপেক্ষা🥰
@djpait15122 жыл бұрын
Subtitle dibo proyakh korim
@goutommuchahary43442 жыл бұрын
@@djpait1512 to GVC .. BN BBC's GB MN. Not much. Mk BN MN Mk
@akamanpanyang45822 жыл бұрын
Hello 👍👍
@sadanandaborah48042 жыл бұрын
@@akamanpanyang4582 hii
@dibangchannel43172 жыл бұрын
অতি সুন্দৰ হৈছে।
@bhaben1112 жыл бұрын
সুন্দৰ ধাৰাবাহিক, চাই ভাল লাগিল।
@nipanpegu43592 жыл бұрын
সচাকৈ ধুনিয়া বাস্তৱ কাহিনী next septa লৈ অপেক্ষা ৰৈ আছো
@barnalimili42472 жыл бұрын
ভাল লাগিল
@RajTaye12315 күн бұрын
Very Nice Story And Consept ❤❤ Exually Present Time Appropriate Video ❤Our Mising society's This process Being Than ❤❤ Always Perfect ❤❤❤ Best of luck 👍 all of team ❤❤
@dipankarmedi46402 жыл бұрын
Next episode excited to see
@bulbulchintey14532 жыл бұрын
বাস্তৱ জীৱনৰ এটা জীয়া কাহিনী wait for next episode LÉGÓ