মহা ভাগৱত ত বিজ্ঞান ভিত্তিক কি কি কথা লিখা আছে? মানু্হ জীয়াই থাকিবলৈ জীৱন যাত্ৰাত কি কি কৰিবলৈ কৈছে যিবিলাক বিজ্ঞান সন্মত হয় সেই কথা বিলাকৰ ভিদিও বনাব পাৰিলে।।।।। ধন্যবাদ।।।।
এই ভকত জনক এটা প্ৰশ্ন কৰিছো।বেদৰ প্ৰথম শ্লোক টো কাৰ নামত আছে,বেদৰ নিৰুপিত জ্ঞান, কৰ্ম, আৰু ভক্তি এই তিনিটা পথ কি ভুল আছিল নে কি।যাৰ যি ইচ্ছা সেই পথেৰে ঈশ্বৰক পোৱা যায়। জ্ঞান, কৰ্ম এই দুটা পথ আপুনি আতৰাই দিব চোন। আপুনি কৰ্ম কাণ্ডৰ পৰা হে এই পন্হালৈ গৈছে। লগতে ভকত শব্দৰ ওপৰ গুৰুত্ব দি বাকী কথা বোৰ কব।
@ABS081915 күн бұрын
কৃষ্ণ, বৈষ্ণৱ সন্তান জন্ম দিবলৈ কি কি উপায় অৱলম্বন কৰিব লাগিব?
@shridharsarkar3 ай бұрын
শ্রাদ্ধ - শ্রদ্ধা: এই দুই শব্দৰ মাহাত্য কি ? আমি মৃত ব্যক্তিৰ শ্রদ্ধা/ শ্ৰাদ্ধ কোনটো অনুষ্ঠান শ্ৰেষ্ট ? কৃষ্ণ কৃষ্ণ কৃষ্ণ :
@NabanitaDas-ig1vz4 ай бұрын
Apunar mane path korar men point tu a hoise ninda kora.. val matha logaise kintu youtube r joriote.. farst nijok sinaki diouk ami অসমীয়া বুলি .. ধৰ্মৰ ভাগ কিয় কৰে | ভাল নালাগে নিন্দা কৰিলে ....
@nirjurajgogoi3194 ай бұрын
@@NabanitaDas-ig1vz নামঘোষাত কৈছে "শাস্ত্ৰ মত এৰি যি কথা কয় সিটো পাষণ্ড নহয় , আছোক কৃষ্ণক পাইছে কদাচিত নুগোচে সঙসাৰ ভয় " । আমাৰ প্ৰায় সঙখ্কলোকেই কয় আজোককাৰ দিনৰ পৰা চলি অহা নিয়ম কেনেকৈ এৰিব । ব্ৰাহ্মণ্য়বাদে এনেধৰনে ছানি ধৰিলে যে ভাগৱতৰ কথাবোৰ মানিবলৈ টান পাই । কীৰ্তন ভাগৱত আদিবোৰ কেৱল সকাম খোৱা গ্ৰন্থ হিচাপেহে বিবেচনা কৰে। সমাজৰ কিছু লোকক যদি সোধা হয় "পিণ্ড কিয় দিয়া হয়" উত্তৰ দিবলৈ অপাৰগ । অথচ ভাগৱত পাঠ কৰিলে উত্তৰ পাব এনেদৰে " পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হোৱে জানা ভজিলে ঈশ্বৰ" । এনেদৰে যদি আমি ভাগৱতৰ কথা বোৰ বিশ্লেষণ কৰিব পাৰোঁ তেনেহলে ধৰ্মৰ নামত সমাজ ধঙ্স কৰিছে বুলি যি মন্তব্য মানুহে কৰি আছে সেই ধৰণৰ কথা কবলৈ এদিন মানুহৰ অভাৱ হ'ব ।
@nirjurajgogoi3194 ай бұрын
@@NabanitaDas-ig1vz আপুনি যদি অসমীয়া, শঙ্কৰদেৱে অসমীয়া ভাষাত লিখা শাস্ত্ৰ ভাগৱত পঢ়ি সেই মতে দৈনন্দিন জীৱনৰ কৰ্মসমূহ নকৰি মুখে মুখে প্ৰচলিত সামাজিক কাম সমূহ কৰি আছে চাগে । মাধৱদেৱে সেয়েহে নামঘোষাত কৈছে " শাস্ত্ৰ মত এৰি যি কথা কহয় সিটো পাষণ্ড নয় আছোক কৃষ্ণক পাইবে কদাচিত নুগোচে সঙসাৰ ভয়" । মটৰ ভেহিকল আইনমতে সকলোৱে বাহন চলালে হেলমেট পিন্ধিব লাগে তাকে নকৰি যদি আমি নিজৰ মতত বিনা হেলমেতত চলাই ফুৰো আইনমতে ফাইন ভৰিব লাগে । থিক তেনেকৈ কীৰ্তন ভাগৱতো একোখন আইনৰ গ্ৰন্থ। যিখন পঢ়ি আৰু সেইমতে জীৱনৰ কৰ্মসমূহ আগবঢ়ায় লৈ যায় তেতিয়া জীৱনটো সুন্দৰ হয় আৰু পৰকালটোও সুন্দৰ হয়। কৃষ্ণ। কিবা ভুল হ'লে ক্ষমা কৰিব।
@pranabgoswami29843 ай бұрын
মই এওঁৰ ব্যাখ্যা নুশুনো। কিন্তু ৰিজু পাঠকৰ পাঠ শুনিব। বহুত জ্ঞান পাব।