Рет қаралды 57,902
⏩"মোদীক মূৰ দোঁৱাই হেণ্ডচেক কৰে ওম বিৰলাই"
⏩"মোক চিধা হৈ হেণ্ডচেক কৰে"
⏩লোকসভাৰ অধ্যক্ষক জোকৰ মুখত চূণ ৰাহুলৰ!
⏩লোকসভাৰ অধ্যক্ষ-নৰেন্দ্ৰ মোদীলৈ ৰাহুলে তীব্ৰ বাক্যবাণ ঠিকেই কৰিলে!
⏩কিন্তু বানপানীৰ দৰে জলন্ত সমস্যাক লৈ নিমাত বিৰোধী দলপতি ৰাহুল গান্ধী!
⏭️বিৰোধী দলপতি হিচাপে সমগ্ৰ দেশৰে বান-খহনীয়া সমস্যা তথ্য সহকাৰে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাটো ৰাহুল গান্ধীৰ দায়িত্ব আৰু কৰ্তব্য নাছিল নে?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now