লেট্ৰিনৰ ভিতৰত থকা পৰিয়ালটিৰ এটা আপডেট। ঘৰখনৰ বাবে কি কি কৰা হৈছে চাওঁকচোন।

  Рет қаралды 185,670

Homoy

Homoy

Күн бұрын

Пікірлер: 2 200
@ankurbora7825
@ankurbora7825 4 ай бұрын
গাড়ী কিনা,লেট্ৰিন বনোৱা সেই ভিডিঅ' বোৰতকৈ, সঁচাকৈয়ে এনেকোৱা ভিডিঅ'বোৰহে ভাইৰেল হ'ব লাগে। আপোনাক ভগৱানে সদায় ভালে ৰাখক ❤
@lakhidherpayeng9193
@lakhidherpayeng9193 4 ай бұрын
❤প্ৰম মাজুলী সদায় ❤️
@taherali4929
@taherali4929 4 ай бұрын
Right 👍
@banjitakalita914
@banjitakalita914 4 ай бұрын
Akdom sosa kotha koisa ❤
@bontiborchetia3584
@bontiborchetia3584 4 ай бұрын
ভগৱানৰ অন্য এক ৰূপ "সময়"…কোনেও বেছি কৈছো বুলি কমেন্ট নকৰিব।আঙুলিত স্বত:ফূৰ্ত ভাৱে টাইপ হৈছে।
@ChandrikaMaa-qz1vr
@ChandrikaMaa-qz1vr 4 ай бұрын
Right axomr main KZbin hol aijon jai ai axom
@joyprakashpawe108
@joyprakashpawe108 4 ай бұрын
সময় গগৈ মানসিকতা যিমান ওপৰলৈ উঠিছে তাৰ বিপৰীতে অসমৰ মানুহৰ মানসিকতা ইমান তললৈ নামিছে যে কোনোবাই হগা-মুতা,দেশ-বিদেশ ফুৰা ভিডিঅ' বনাই যিমান subscribers,views পাই সময় গগৈয়ে ইমান মহান কাম কৰি সিহঁতৰ লগত ফেৰ মাৰিব পৰা নাই। দুৰ্ভাগ্য!!
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@kankanabora9202
@kankanabora9202 3 ай бұрын
Ekdm soxa ktha koise .ami sbe jdi ekhetok suport kru tetia hole somajt dukhia doridro nhowa hbo .
@mridugoswami7705
@mridugoswami7705 4 ай бұрын
Bohut bhal Kam korisa May God bless you.
@Desifarmer74
@Desifarmer74 3 ай бұрын
ভগবানৰ ৰুপত সময় দা .... ❤❤
@anjumoniborah1614
@anjumoniborah1614 4 ай бұрын
মানূহে মানুহৰ বাবে এই গীতটো সফল ৰূপ দিলা তুমি মহান
@pranabpegu3088
@pranabpegu3088 3 ай бұрын
eneke hridoybhan manuh bohut kom puwa jai.❤
@kailashbharali5604
@kailashbharali5604 3 ай бұрын
Beautful brother youare very2 greatful person .
@pareshtaid75
@pareshtaid75 4 ай бұрын
আমাৰ ৰাইজৰ সঁচা hero আপুনি। আমি সদায় দাদা আপোনাৰ লগত আছোঁ। বেলেগ youtuber কৈ আপুনি বেলেগ love from dhemaji ❤❤❤❤❤❤❤
@RajuPegu-lq5ij
@RajuPegu-lq5ij 3 ай бұрын
God bless you my brother
@Ranu-r9z
@Ranu-r9z 4 ай бұрын
তুমি মহান ভাইটি ৷তোমাৰ মা আৰু দেউতা বহুত ভাগ্যবান ৷কাৰণ তোমাক জন্ম দিলে ৷
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@chayanikapegu4774
@chayanikapegu4774 4 ай бұрын
আপুনি মহান দাদা আনৰ মুখৰ পৰা হাঁহি বিৰিঙাব পৰা এজন মহান ব্যক্তি।
@anamikachaliha4189
@anamikachaliha4189 4 ай бұрын
তুমি বহুত মহান কাম কৰি আছা সময়। সচাই তুমি মানুহৰ বাবে ভগৱান ❤❤❤
@LOKO-POKO-23
@LOKO-POKO-23 4 ай бұрын
কোনোবা ব্যৱসায়ী যদি ভিদিও বোৰ চাই লগতে কমেন্ত বোৰ ও পহে তেন্তে মোৰ ফালৰ পৰা এটা অনুৰোধ আপোনালোকলৈ 🙏🙏 দাদা যিহেতু কোনো স্বাৰ্থ নোহোৱাকৈ ইমান সহায় কৰি আছে সকলোকে আপোনালোকেও দাদা কিবা বস্ত আনিলে বেছি দাম দৰ নকৰিব । 🙏 আৰু লগতে সকলোলৈকে অশেষ ধন্যবাদ যোনে যোনে দাদাক এই ক্ষেত্ৰত সহায় সহযোগীতা কৰে।❤️🙏 ধন্যবাদ ৰাতুল দা ❤️🙏
@priyomdhuliaentertainment8050
@priyomdhuliaentertainment8050 4 ай бұрын
Thik koisa TMI 🙂
@durlovsaikia25
@durlovsaikia25 4 ай бұрын
আপুনি আনৰ মংগল কৰাৰ দৰে ভগৱানে আপোনাৰো মংগল কৰক ।❤️❤️
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@pxaikia3094
@pxaikia3094 4 ай бұрын
Kuna kuna homoy daa k vll pua like kora❤
@Jayantadimpi94
@Jayantadimpi94 4 ай бұрын
Tuk ke like krim xomoi AC Tut like krim
@pxaikia3094
@pxaikia3094 4 ай бұрын
@@Jayantadimpi94 tur mon ni nokoribi
@Nosto08
@Nosto08 4 ай бұрын
Homoy dak vl napa manhu ni 😡😡😡😡😡june homoy dak beya pai khi manhu nohoi bhai
@krishnokachari7913
@krishnokachari7913 4 ай бұрын
​@@Jayantadimpi94Um.. Right....Kela Beleg kunubai Coment korat Like korile ki Ghenta dal hbo....( Homoy r video bilakt like Comment koribo Lage....
@ofiicial860Mondeep
@ofiicial860Mondeep 4 ай бұрын
Tumr bahire moi Kar video t u like comment nokoru dada you my heart ❤️❤️
@Ankurgam
@Ankurgam 4 ай бұрын
আপোনালৈ আন্তৰিক ধন্য বাদ জ্ঞাপন কৰিছো প্ৰকৃততে সঁচাই আপোনী দুখীয়াৰ বন্ধু। মাজুলী জিলাৰ ৫নং ৱাৰ্ডৰ বিধায়কৰ গৃহ ৱাৰ্ড/গাঁৱত এনে কাৰ্যৰ সহায় সহযোগিতা কৰাৰ বাবত মোৰ ফালৰপৰা আপোনালৈ খুটি খুটি প্ৰণাম।
@hemantadasnjan1263
@hemantadasnjan1263 4 ай бұрын
সুন্দৰ, সেইবাবে নগাজান ৰাইজে তোমাক অসম মানৱ দৰদী সন্মান যোগ্য । আৰু সুন্দৰ কাম কৰি চোৱা
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
এইবোৰ ভিডিঅহে দিব লাগে ।মানুহে মানুহৰ বাবে সময় ।পুনৰ বহুত বহুত ধন্যবাদ ।
@rekhasaikia7336
@rekhasaikia7336 4 ай бұрын
বিদেশ দেখুৱাই টকা উপাৰ্জন কৰা ইউটোবাৰতকৈ তুমি বহুত ওপৰত সময় ।বহুত আশীৰ্বাদ থাকিল ৱ❤❤
@SurajitMoran-l3b
@SurajitMoran-l3b 4 ай бұрын
তুমি ভগৱান সময় দা।তুমি অসমৰে ভগৱান নহয় তুমি গোটেই পৃথিৱীৰ ভগৱান। তোমাক শতকোটি প্ৰণাম🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤❤❤❤❤❤
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@RashmiKonwar
@RashmiKonwar 4 ай бұрын
তোমাৰ কামবোৰেই পৃথক 💞💞💞।।। গছ পুলি ৰুৱা কথাটো বহুত ভাল লাগিল।।।ধন্যবাদ ৰাতুল 💞🙏
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@JYOTISHMili-sh6od
@JYOTISHMili-sh6od 4 ай бұрын
কি কম দাদা ভাষা নাই কি বুলি বুজাম তোমাক শব্দ নাই তুমি এজন মহান ব্যক্তি কবলৈ গলে তুমি নেদেখা জনৰ সেই শ্ৰী কৃষ্ণা আগীয়া লৈ বিশ্বকৰ্মা ৰূপত আহি আমাক এই মহান কাম বোৰ কুৰি থকা জেন লাগিছে যি হক দাদা আৰু আগলৈ ভাল কাম কুৰি যোৱা এদিন তোমাৰ স্মিতে হয় ৰৱ আমাৰ বাবে !
@PrachiNew
@PrachiNew 4 ай бұрын
আনৰ মুখত হাঁহি বিৰিঙাব পৰা মহান ব্যক্তিজনে হৈছে সময়। তুমি সদায় যেন উজ্জল ভোটাতৰাটিৰ দৰে জিলিকি থাকা।
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@dhankumarsatnami9482
@dhankumarsatnami9482 4 ай бұрын
God bless you
@karabikarabi606
@karabikarabi606 4 ай бұрын
Government e direct tumalukok help koribo Lage karon prokit manuh tumaluke he bisari pua eman dine tu government or asonir pora kiman durot asil ei xokol manuh God bless you my son
@guddiray9452
@guddiray9452 4 ай бұрын
Right
@rajibart2897
@rajibart2897 4 ай бұрын
right
@hemantakumarborooah1104
@hemantakumarborooah1104 4 ай бұрын
তোমাৰ লগতে তোমাৰ সহকৰ্মী সকলো শুভাকাংক্ষীকে অশেষ ধন্যবাদ জনালোঁ ৷ ভগৱানে সদায় তোমাক মঙ্গল কৰক ৷
@gayatriborgohain8748
@gayatriborgohain8748 4 ай бұрын
শতকোটি প্ৰণাম সময় আৰু ৰাতুল দা লৈ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ThamashDoley
@ThamashDoley 4 ай бұрын
Bohut bhal lagil video to hai.anekai agbari jaok aru Kune Kune homoy dar video Sai ata like kora ❤
@HD4u27
@HD4u27 4 ай бұрын
কলি যুগৰ আপুনিয়েই ভগৱান দাদা❤ আপোনাৰ মঙ্গল হওঁক, সদাই যাতে ভাল কাম কৰি যাওঁক, ভগৱানে যাতে ভালে ৰাখে সদাই। আপোনাক দেখি আমাৰ ৰো কাৰোবাক সহায় কৰিব মন যায়।কিন্তু বৰ্তমান সহায় কৰিব পৰা ক্ষমতা নাই । বৰ্তমান মই এজন ছাত্ৰ হে।💯
@Nabochotubai
@Nabochotubai 4 ай бұрын
সঁচাই আপোনাৰ ধৰে আৰু কেইজন মান মানুহ থাকিলে কোনো ভুখত নমৰিব Selut আপোনাৰ লৈ 👌❤
@pompisaikiaboruah8638
@pompisaikiaboruah8638 4 ай бұрын
ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখক সময়দা ❤
@RidipMiliOfficial501
@RidipMiliOfficial501 3 ай бұрын
Hunkale homoy gogoi Dak 1Million koridiyo aru logote channel tu Kune Kune say ase Subscribe kori jaok guess Mur palor pora request takil❤❤❤
@ashrafali2800
@ashrafali2800 3 ай бұрын
Rstul dada mojaa
@baishyapinki
@baishyapinki 4 ай бұрын
তেওঁলোকে যিটো প্ৰাপ্তিৰ হাঁহি মাৰিছে, সেইয়াই আশীৰ্বাদ দাদা। বেলেগৰ মুখত হাঁহি বিৰিঙোৱাৰ সুযোগকন সকলোৰে নাথাকে।আপুনি বহুত lucky..।
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@মিৰিলৰা
@মিৰিলৰা 4 ай бұрын
ধন্যবাদ ৰাতুল দা সময় দা সদায় মোৰ ভাবে প্ৰিয় ।❤🎉
@deepaborah9974
@deepaborah9974 4 ай бұрын
তুমি মহান🙏🙏
@aishwaryal.sharmathakur8656
@aishwaryal.sharmathakur8656 3 ай бұрын
লক্ষ্মণ দাস লৈ ও বহুত বহুত ধন্যবাদ
@gunakantamoran6562
@gunakantamoran6562 4 ай бұрын
আপুনি মহান দাদা ❤ ভগৱানে আপোনাক মঙ্গল কৰক🙏
@gitaboro3833
@gitaboro3833 4 ай бұрын
drive.google.com/file/d/1UYfL07r5f9WnxADXwBxfuby7HujNKkBX/view?usp=drivesdk
@ProsantaTaye123
@ProsantaTaye123 4 ай бұрын
আপোনাৰ মহানুভৱতা সঁচাই মানিব লাগিব আপোনাক ভগৱানে সদায় ভালে কুশলে ৰাখক । অসমৰ মোৰ ভাল লগা দুগৰাকী ব্যক্তি আছে এজন সময় গগৈ আৰু আনজন Mr বিতুপন ডেকা
@munuofficial2450
@munuofficial2450 4 ай бұрын
বৰ্তমান অসমৰ একমাত্ৰ KZbinr যাক সকলোৱে ভাল পায় সেয়াই হৈছে সময় দা🙏🙏
@Yogafitnesshealth
@Yogafitnesshealth 4 ай бұрын
আপোনাক দীৰ্ঘায়ূ কামনা কৰিলো।🙏ধন্যবাদ
@hirakjyotibharali4117
@hirakjyotibharali4117 4 ай бұрын
আপোনাৰ কাৰণে কবলৈ একো নাই আপুনি মানুহৰ ৰূপত ভগৱান হৈ জুবিন দাৰ পাছত আপুনি এই আশা কিছু মান মানুহৰ কাৰণে ভগৱানে খদাই আপোনাক ভালে ৰাখিব ❤❤❤
@hargabindarabha4585
@hargabindarabha4585 4 ай бұрын
Bjp চৰকাৰ দিনত এনেকুৱা দেখাতু বহুত বেয়া কথা ধুনিক ধুনি কৰিছে দুখীয়াক দুখীয়া কৰিছে। বিজিপ চৰকাৰ একু কাম নাই কেলা
@Hiren_kai_youtuber
@Hiren_kai_youtuber 3 ай бұрын
কোনে কোনে like kora nai kora❤
@chandanujha8587
@chandanujha8587 4 ай бұрын
ভগৱানক প্রাথনা কৰিছোঁ কুশলে থাকা তুমি।
@Rekhasvlog1515
@Rekhasvlog1515 4 ай бұрын
সময়‍ ভাইটি সচাকৈ তুমি এজন ভগৱান 🙏 তোমাৰ ভবিষ্যত উজ্বল কামনা কৰো 🙏God bless you 🙏
@HimanKrDas-jb4gs
@HimanKrDas-jb4gs 4 ай бұрын
RESPECT FOR HOMOY DA❤
@bimangogoi4455
@bimangogoi4455 4 ай бұрын
শান্তিৰ নোবেল বঁটা পোৱাতো আপুনি যোগ্য অনাগত দিনত আপুনি পোৱাতো আমি বিচাৰোঁ 🌍🧭🙏
@pubaligogoiofficial4412
@pubaligogoiofficial4412 4 ай бұрын
Hodai homoi r lgt vogoban ase ....vogobane ketiya u apunak nere ...ankoi aguwai jok hodai ❤
@bindassboy9993
@bindassboy9993 4 ай бұрын
Mujjang
@kabitamoran6158
@kabitamoran6158 4 ай бұрын
বহুত ভাল লাগিল সময় ।তুমি এই কলি যুগত মানৱৰূপী ভগৱান হৈ জন্ম ললা ।তোমালোকলৈ বহুত বহুত ধন্যবাদ। ভগবানে সকলোকে কুশলে ৰাখক ।
@Tinkugogoi555
@Tinkugogoi555 3 ай бұрын
ভাল কাম কৰিছে । মিছা কলে কি হব আমাৰ কোনেও যিমান টকা থাকিলেও কৰিব নোৱাৰে । (By stock market trader)
@gamusa-1
@gamusa-1 4 ай бұрын
সুন্দৰ অপূর্ব আৰু অতুলনীয় বুলিহে কম আপোনাক। নেদেখাজনে আপোনাক আশীর্বাদ কৰিব
@montukalita4098
@montukalita4098 4 ай бұрын
Dada Tumi bahut vhl kam kori asa bahut vhl de Tumi ane koi xodai kori juwa god ❤
@animaborthakur7503
@animaborthakur7503 4 ай бұрын
খুব ভাল লাগিল, ভগৱানে আপোনাক কুশলে ৰাখক ।
@mahantasumu6442
@mahantasumu6442 4 ай бұрын
বহুত ভাল কাম কৰিছে সমই দা এনেকৈ কাম কুৰি আগৱাই যাওঁক তাৰে কামনা কৰিলোঁ আপোনাক।
@DijumoniDas-mt3ux
@DijumoniDas-mt3ux 4 ай бұрын
Homoi da apunar life ot ji vabisil xetu vogobane success🏆💪 hoi jen ❤ moi xodai vogoban or, oo shrot parthona korim, aru apunar life tu je success hoi ❤
@DeepGogoi-j8h
@DeepGogoi-j8h 2 ай бұрын
First time saisiluu...oh my God 😢😢😢
@mujibursamidrohman9330
@mujibursamidrohman9330 3 ай бұрын
মহান ব্যক্তি আৰু সমাজ সেৱক ♥️
@rakhichutia2915
@rakhichutia2915 4 ай бұрын
আপুনি সঁচাকৈ ভগৱান স্বৰূপ হয়,,,বহুত বেছি ভাল লাগে আপোনাৰ video বোৰ চাই,,এনেকৈ আগবাঢ়ি যাওঁক সদায় 🙏
@AkashDepbohra4407
@AkashDepbohra4407 4 ай бұрын
ভাল লাগিছে আপুনি সকলোকে সহায় কৰাৰ বাবে আপোনাক ভগৱানে ভালে ৰাখক ❤❤❤❤
@ProdipPegu-kh3of
@ProdipPegu-kh3of 4 ай бұрын
Dukiyak ohai koratu bogobane apunako ohaiy koribo.
@RakeshDoley-ni4kn
@RakeshDoley-ni4kn 3 ай бұрын
Iam proud of you bro❤❤❤❤❤❤❤ very nice video
@dharmasonowal7493
@dharmasonowal7493 4 ай бұрын
I love সময় দা
@PronobNirmaliArmy942
@PronobNirmaliArmy942 4 ай бұрын
❤❤❤ , Kashmir or pra morom jasilu
@himantamili9901
@himantamili9901 4 ай бұрын
আপোনালোক আছে বাবে আজি পৃথিৱীকন জীয়ায় আছে । 🙏🙏🙏
@abhijitrabha5715
@abhijitrabha5715 3 ай бұрын
Bohut2 bhal lagil .Good Blass you ❤😂😊
@KapoTaid
@KapoTaid 3 ай бұрын
Subscribe koridilu dada❤❤❤❤❤❤
@Realfoolscopy-9
@Realfoolscopy-9 4 ай бұрын
জয় আই অসম সময় দা ❤❤
@mirzateddyprank3573
@mirzateddyprank3573 4 ай бұрын
Bahi tumi bohut val kam Kori asa moi tumak fbt sai asilu you tube subscribe kora ase akha koru anekoi ag bahri jowa❤❤❤❤❤
@NizaraGoldAssamTea
@NizaraGoldAssamTea 3 ай бұрын
Very good video and information,,val kaam kari asa Tumi, salute, from Rangia
@NizaraGoldAssamTea
@NizaraGoldAssamTea 3 ай бұрын
Great, proud of Assam
@Mising.Gamer1
@Mising.Gamer1 4 ай бұрын
3:58 4:01 Bohut sundar podokep *Tumi mohaan somoy da
@Jugaldas-sn3do
@Jugaldas-sn3do 3 ай бұрын
Aibilak he youtuber buli koi... ❤❤❤❤
@Monikapegu-ei6fy
@Monikapegu-ei6fy 4 ай бұрын
Xomoi eti utsorgar naaam...xodai xomoi xoi thakok tare kamonare...... politics it najaba ...enekoi ye agbari juwa.....bogobane xodai kripa rakhibo ...........🎉
@allthebest6611
@allthebest6611 4 ай бұрын
সময় ❤ ৷ কেইটামান ফেচাঁ চকুৱাত You tuberত কৈ সময় তোমাৰ কৰ্ম সচাই আদৰণিয় ৷ ভগৱানে মংগল কৰক ৷
@Prince-nitom-Doley
@Prince-nitom-Doley 4 ай бұрын
Homoi daa love you❤❤❤(love from majuli ❤)
@bloggeroum
@bloggeroum 3 ай бұрын
অসমৰ বেছিভাগ ইউটিউবাৰেই ব্যয়বহুল গাড়ী, বাইক, আৰু নিজৰ বাবে বিল্ডিং নিৰ্মাণ কৰে আৰু ইউটিউবৰ জৰিয়তে দৰ্শকক ভিডিঅ' দেখুৱায়। এনে গৌৰৱৰ ভিডিঅ' মোৰ ভাল নালাগে। Homoy is Gold all over Assam.🌹🌹🌷🌷👏🙏🙋
@gitimasonowal7002
@gitimasonowal7002 4 ай бұрын
তুমি কৰা কামবোৰে আৰ্তজনৰ মুখত হাঁহি বিৰিঙাইছে। ধন্যবাদ সময়, তুমি আৰু আগুৱাই যোৱা,।।
@PankajDas-bl1wq
@PankajDas-bl1wq 4 ай бұрын
সময় তোমাৰ বিষয় কি কম' বন্ধু মানুহতো বহু আছে ' কিন্তু মানুহ হয় থিয় দিয়া মানুহৰ দুখৰ সময়ত বহু কম আছে' মোৰ দিষ্টিত তুমি মানুহ❤সময়' তোমাৰ বিষয় মই বেছি নাজানো তুমি কিমান দুৰ যাৱা মই সেয়া নাজানো' কিন্তু জীমান বাট যাৱা প্ৰতিতো বাটত তোমি আৰু তোমাৰ সময়ক ইশ্বৰে শক্তি দিয়ে জেন ' হনুমান জিৰ উছৰত মোৰ প্ৰাৰ্থনা' সময় গগৈ এটি মাথো নাম নহয় ' চাৰৰ্থ হিন পৃথিৱীত বিনা চাৰৰ্থত থিয় হোৱা ইশ্বৰৰ বৰদান ' মন যায়
@UmakantaChintey
@UmakantaChintey 4 ай бұрын
গেন্টা দলে ফোপোলা স্বৰূপটো দেখুৱা বাবে আপোনাক কিবা প্ৰব্লেম কৰিব পাৰে।যাতে সেয়া নহওঁক। আমি আপোনাৰ লগত আছোঁ।
@monojdas-qq5wx
@monojdas-qq5wx 3 ай бұрын
Love from, baksa, dada ❤,love u dada
@anilsaikia6953
@anilsaikia6953 4 ай бұрын
তোমাৰ প্ৰায়বোৰ video তে এগৰাকী নাৰীৰ কন্ঠ শুনা পাওঁ কিন্তু দেখা নাপাওঁ কিয় জানিব পাৰিমনে ? বাকী কুশল মঙ্গল হওঁক, আগুৱাই যোৱা ।
@malobikabora7814
@malobikabora7814 3 ай бұрын
আপুনি খুউব ভাল কাম কৰি আছে দাদা।আপোনাক শতসহস্ৰবাৰ চেলুট।আনৰ মুখত অকণমান হ'লেও হাঁহি বিৰিঙাব পৰাটোতকেৈ মহান কাম কি হ'ব পাৰে?
@Ujhgko
@Ujhgko 4 ай бұрын
সময় দাদাৰ বাবে চবেই Like Kori Dibo 🙏 সময় দাদা আপুনি সকলোৰে বাবে এজন ভগৱান ❤
@GoutamPegu-o3b
@GoutamPegu-o3b 4 ай бұрын
সময় জিন্দাবাদ
@Rokcybhai-v7i
@Rokcybhai-v7i 4 ай бұрын
জুবিন গাৰ্গ আৰু অন্যান্য ইউটিউবাৰ বোৰেও যদি এনেকুৱা পদক্ষেপ ললে হেঁতেন।
@poriraniburagohain1073
@poriraniburagohain1073 3 ай бұрын
দাদাই বস্তুবোৰ কিনিব গলে দোকানী সকলে বিনামূলীয়াকৈ দিলে হয়টো দাদা আৰু বহুত সহায় হ'ব। দাদাই কৈছে বাজেট মিলা কাৰণে বিচনাখন ল'ব পৰা নাই সেইটো দোকানী জনৰ কাৰণে কিন্তু লাজৰ কথা কিনো এটকা পইচা কাৰণে লাগি থাকে নাজানো আৰু দেই।। পাৰিলে দাদা ক সহায় কৰিব চেষ্টা কৰক সকলোৱে 😌
@BadalMunda-vn1vx
@BadalMunda-vn1vx 4 ай бұрын
जय श्री मान नारायण 💐💐💐💐💐🙏🙏🙏🙏🙏 समय भैया आपको मेरा तरफ से कोटि-कोटि धन्यवाद 🥰🥰❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@userjayamili
@userjayamili 4 ай бұрын
সময় দা , আপোনাৰ ঘৰ খন এবাৰ দেখুৱাব চুন। আপুনি মহান , মোৰ যে কবলৈ ভাষা নাই। আপুনি মোৰ প্ৰিয় ইউটিউবৰ ।
@bikramtaye8984
@bikramtaye8984 3 ай бұрын
Love from majuli ❤🎉
@Dhurbajyotikalita88
@Dhurbajyotikalita88 3 ай бұрын
সহায় কৰিছে ভাল কথা । কিন্তু মানুহ সকলৰ মুখ খন নেদেখুৱা হলেও হল হেতেন । আত্মসন্মান সকলোৰে থাকে । দুটামান views আৰু নিজক মহান দেখাবলৈ কাৰণে কিমান আৰু তললৈ যাব ?
@anjudadhora7839
@anjudadhora7839 3 ай бұрын
Apunak bhut bhut dhainyabad
@sandhyadevi9094
@sandhyadevi9094 3 ай бұрын
সময়ৰ কামবোৰ শলাগিবলগীয়া৷আজি দুটা গছ পুলি ৰুই পৰিবেশ সচেতনতাও ৰাইজক সজাগ কৰিলে ৷
@Yunmi-rv1yz
@Yunmi-rv1yz 4 ай бұрын
God comes ...... YOU ARE GOD GOD GIVES YOU. HEALTHY LIFE and. Long life.
@bimansaikia4305
@bimansaikia4305 4 ай бұрын
ভাইতি পাৰিলে খুটাৰ গুৰি বোৰত প্ৰায় এফুট প্লাষ্টিকৰ পাইপ ফালি এলুমিনিয়াম তাৰে বান্ধি দিবাহো। কাৰণ খুটাৰ গুৰিৰ প্ৰায় মাটিৰ এবেগেত মানহে তিনি বছৰ মানৰ পাছত পচে ।
@artinfelicity1111
@artinfelicity1111 4 ай бұрын
আপোনাৰ লগত সদায় লাগি থকা দাদা দুজনক এদিন ভালকৈ চিনাকি কৰাই দিব ।। আপোনাৰ লগত তেওঁ লোকক প্ৰায়ে দেখি থাকো ।।। আপুনি ভালে থাকক❤️
@Jayantimanab_kalita1233
@Jayantimanab_kalita1233 4 ай бұрын
Dada apuni jog jog জীয়াই থকক আৰু চৰকাৰে যেন অলপ লাজ পাই আপোনাৰ video চাই আমাৰ অসমত চৰকাৰ দুখীয়া নহয় কিন্তু চৰকাৰক ধনী কৰি ৰখা জনসাধাৰণ বোৰ পথৰ ভিখাৰী হৈ পৰি আছে তেওঁ লোকৰ ভোট হে লাগে আৰু জনতা বোৰ ৰাস্তাত পৰি আছে নে শৌচালত পৰি সেয়া সাবলে নাই 😢
@ramchandraofficials
@ramchandraofficials 3 ай бұрын
The Great man of Assam ❤🙏
@Doleyjoynash
@Doleyjoynash 3 ай бұрын
Okoluwe Sai dibo aru mrom diba🎉❤
@youngstersteam2972
@youngstersteam2972 4 ай бұрын
Really you are real Hero ❤❤
@Assamesecelebritiesfan
@Assamesecelebritiesfan 4 ай бұрын
ধন্যবাদ ৰাতুল দা ❤❤❤❤❤
@manavsvlogs240
@manavsvlogs240 3 ай бұрын
Bht KZbinr dexisu kintu Aapuna nisinakoi Aanok xohai kora youtuber dekha nai...Kobole bhaxa nai Mur....Xundor kam kori ase aapuni ajon KZbinr hoi .. KZbin or real Hero asolote Aapuni he hoi.... Vogowane Aapunak xodai mongal korok tare kamona korilu....🙏🙏 ❤❤❤❤❤
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 45 МЛН
Win This Dodgeball Game or DIE…
00:36
Alan Chikin Chow
Рет қаралды 37 МЛН
Incredible: Teacher builds airplane to teach kids behavior! #shorts
00:32
Fabiosa Stories
Рет қаралды 11 МЛН
Notun Ghor Bonai Hoi Gol | Manuhe Manuhor Babe ep 20
7:53
Help Me Celebrate! 😍🙏
00:35
Alan Chikin Chow
Рет қаралды 45 МЛН