Рет қаралды 96,101
L TYPE HOUSE DESIGN IN ASSAM / L TYPE HOUSE DESIGN AND COST / Mistri guruji
About this video- নমস্কাৰ বন্ধু সকল স্বাগতম জনাইছো মোৰ আন এটা video লৈ। বন্ধু সকল এই টো videoত L type house design ৰ বিষয়ত হ'ব মানে ঘৰ খনৰ Door, window কেনেকুৱা Designৰ আছে আৰু Room Size কিমান আছে লগতে ঘৰ খনৰ total cost কিমান হ'ব সম্পূৰ্ণ Details দিয়া হৈছে। তথাপিও আপোনালোকৰ কিবা প্ৰশ্ন বা সুধিব লগিয়া কথা থাকে মোক Comment sectionত জনাব মই আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।
My social media links
Instagram- mistriguruji
Facebook- profile.php?...
#mistriguruji #Ltypehouse #cost #assamese #mistriguruji