(লগন উকলি গ'ল) Lagan Ukali Gol - Sangeeta Borthakur - ৰাভা সংগীত - বিষ্ণু প্ৰসাদ ৰাভা গীত

  Рет қаралды 2,293,070

Wave Music Assam

Wave Music Assam

Күн бұрын

Пікірлер: 579
@dulmonibhattacharyya4409
@dulmonibhattacharyya4409 Жыл бұрын
লগন উকলি গ'ল তেও যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা। বিষ্ণুপ্ৰসাদ ৰাভা কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ'ল মোৰ কিমান গধূলি পুৱা। মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে। শুনিছানে সেই সুৰ পৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান 'ভালপোৱা ভালপোৱা' ।।
@jillborthakur4054
@jillborthakur4054 Жыл бұрын
সচাইঁ বৰ সুন্দৰ শুনিলেই মন -প্ৰাণ আৱেগৰ অনুভূতিৰে সোঁৱৰাই, বিষ্ণু ৰাভা তোমাক প্ৰণাম 🙏
@jayantanath2011
@jayantanath2011 5 ай бұрын
কি যে এক অতুলনীয়, অসাধাৰণ গান! চিৰ সেউজীয়া , অমৰ গান।
@arindamdutta2158
@arindamdutta2158 3 жыл бұрын
লগন উকলি গ’ল তেও যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা । কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ কিমান গধূলি পুৱা । মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে । শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান ‘ভালপোৱা ভালপোৱা’ ।। ✌
@jugalgogoi6465
@jugalgogoi6465 Жыл бұрын
যিমান শুনিলেও হেঁপাহ নপলায়। কলাগুৰু তুমি অনন্য ❤।
@BhabeshDoley-gq7gn
@BhabeshDoley-gq7gn 6 ай бұрын
স্কুলীয়া জীৱনৰ কথা মনত পৰে, যুগ যুগ ধৰি জীয়াই থাকিব এইবোৰ গান।
@arjundas-bj6rr
@arjundas-bj6rr 4 ай бұрын
আমাৰ ক'লা গুৰু জনাক জনালোঁ আন্তৰিক মৰম তথা শ্ৰদ্ধাঞ্জলি।
@mathswithudoi2680
@mathswithudoi2680 3 жыл бұрын
মই নৱ প্ৰজন্মই কৈছোঁ-মোৰ দেশৰ এই কালজয়ী গীত মোৰ জীৱনৰ আধাৰ,মোৰ জীয়াৰ মন্ত্ৰ,মই হেৰাই যাওঁ জটিল সুৰৰ মূৰ্ছনাত,মই গাই দিব জানো এই গীত মোৰ হৃদয়ৰ অচিন আবেগেৰে,মোৰ হৃদয়ৰ বিশেষ শ্ৰদ্ধাৰে, - উদয় বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়
@achintyaduarah6883
@achintyaduarah6883 3 жыл бұрын
y
@tarunborah7334
@tarunborah7334 3 жыл бұрын
Right
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
বিশ্ববিদ্যালয়ৰ ছাত্র ....... 🌸🙏🍂
@munindradas2382
@munindradas2382 2 жыл бұрын
thankd
@skylark2516
@skylark2516 3 жыл бұрын
বিষ্ণু ৰাভা গীত অতি ভাল পাওঁ। এইটো আটাইতকৈ প্ৰিয় ৰাভা সংগীত। হাজাৰ বাৰ শুনিলেও আমনি নালাগে।
@uttamkumarroy2583
@uttamkumarroy2583 2 жыл бұрын
সংগীতা বৰঠাকুৰ বাইদেউৰ কন্ঠ বৰ সুন্দৰ। গীতটো শুনি মনটো ভাল লাগি গল।
@barnaliroydey2076
@barnaliroydey2076 Жыл бұрын
লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ'ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল
@bonjurybaruah876
@bonjurybaruah876 2 жыл бұрын
প্ৰতি প্ৰজন্মই প্ৰজন্মই যেন কোলাই কোলাই লৈ থাকে চীৰকাল ৷ অমৰ হৈ ৰওক এই গীত ৷ সেৱা জনালোঁ ৷
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
@bastobkalita6328
@bastobkalita6328 Жыл бұрын
এনে গানৰ সৃষ্টি আৰু নহয়। চিৰ সেউজ 💚
@kumkumgogoi8446
@kumkumgogoi8446 2 жыл бұрын
ভাষাৰে বুজাব নোৱাৰি, গীতটো শুনি হোৱা হৃদয়ৰ অনুভূতি
@sabitaray9559
@sabitaray9559 3 ай бұрын
কৌশিক নন্দন বৰুৱাৰ "ৰাধা" খণ্ডটিত উল্লেখ কৰা এই গীতটিৰ এটা অংশ পঢ়ি ইয়াত শুনিব আহিলো ❤ সছাই মন ভৰি গ'ল। ধন্য আমি আমাৰ নৱ প্ৰজন্মক কৌশিক দায়ে পুৰণি আবেগবোৰ ওভতাই আনিছে মোৰ দৰে বহুতক।
@mrinalassamnk.3365
@mrinalassamnk.3365 Жыл бұрын
এয়া হে হৃদয় দুৱাৰত আলোড়ন জগাই তোলাৰ গীত বোৰ,,, অসমীয়া আইৰ পৰশ মাটিৰ গুন্ধ থকা কলি ❤❤❤❤ আজি কালি কি শুনিবা সকলো প্ৰেমৰ গীত,, এয়া সদায় চিৰসেউজ গীত হৈ ৰব 🙏🙏🙏🌹🌹🙏🙏🌹
@chinmoiborah4792
@chinmoiborah4792 29 күн бұрын
সঁচাই মোহনীয় 😢🎉❤
@SrimantaBorah-k5k
@SrimantaBorah-k5k Ай бұрын
ইমান সুনদৰ গান । মন পৰসী গ'ল।
@ankitasvlogs3164
@ankitasvlogs3164 4 жыл бұрын
লগন উকলি গ'ল.... এই গানটো অন্তৰস্পৰ্শী আৰু কালজয়ী অসমীয়া ৰাভা সঙ্গীত। 😀😀😃🙏🙏👏👏
@bravogamerz4836
@bravogamerz4836 6 ай бұрын
অন্তৰ চুই যোৱা গান ।
@anjoliborah6492
@anjoliborah6492 6 ай бұрын
শুনিয়ো আমনি নালাগে কেতিয়াও ❤❤
@gitanjalideka8767
@gitanjalideka8767 2 жыл бұрын
আন স্ংগীত দুই-তিনিটা শুনিলে মূৰ বিষাই যায়;পিছে ৰাভা-সংগীতসমূহ একেৰাহে শুনি ও আমনি নালাগে।ৰাভাদেৱৰ প্ৰতিটো গানত নতুনত্ব পোৱা যায়।🙏
@jayrambaro2516
@jayrambaro2516 2 ай бұрын
❤❤❤❤ well done ❤❤❤❤
@learnhub8361
@learnhub8361 9 ай бұрын
মালবিকা বৰা ❤️
@alimuliassam6405
@alimuliassam6405 3 жыл бұрын
চিৰসেউজ গীত এইবোৰ...শুনি আমনি নালাগে...যাৰ মাজত প্ৰেমৰ অবুজ বন্য সিঁচৰতি হৈ আছে..... বিচৰাৰ বাবে প্ৰয়োজন মাথো ধ্যান তথা আনুষংগিক অনুভূতি♥️♥️♥️তেওঁ যে নহ'ল কোৱা বিষ্ণুৰ কলমত♥️
@bivamonidasdas9127
@bivamonidasdas9127 3 жыл бұрын
Koon
@rehenaparbin3101
@rehenaparbin3101 2 жыл бұрын
Humm
@tirthanathchetia5754
@tirthanathchetia5754 2 жыл бұрын
@@bivamonidasdas9127 àaàaaa
@alimuliassam6405
@alimuliassam6405 2 жыл бұрын
@@birajnirolaupadhyaya5558 kune gali pare apunak 😡
@birajnirolaupadhyaya5558
@birajnirolaupadhyaya5558 2 жыл бұрын
@@alimuliassam6405 Ase faltu lora keita ...mai kintu bindass huni thaku muk bohut val lage
@KanaklataRajbongshi-s7g
@KanaklataRajbongshi-s7g 5 ай бұрын
Mor priyo gan❤❤❤❤❤❤❤❤❤ thank you for giving this song ❤❤❤❤❤❤❤❤❤❤❤❤
@dwijenkalita3853
@dwijenkalita3853 Ай бұрын
এনেকুৱা সৃষ্টি আৰু কেতিয়াও নহয়
@gitanjalipathak1375
@gitanjalipathak1375 6 ай бұрын
অতি সুন্দৰ পৰিবেশন ।
@jonalideka5978
@jonalideka5978 10 ай бұрын
মনৰ একনত সাঁচ বহুৱালে এই গীত টি❤
@AMIRKHAN-hg8jj
@AMIRKHAN-hg8jj 5 ай бұрын
অতি সুন্দৰ গীত ❤❤❤
@prabhakarkakati3200
@prabhakarkakati3200 9 ай бұрын
দিনত এবাৰ শুনিবলৈ মন যায়
@rupamsaikia5350
@rupamsaikia5350 3 жыл бұрын
মন চুই যায় এই সংগীতবোৰে💕💕💕
@BijumaniDeka-v6r
@BijumaniDeka-v6r Жыл бұрын
ইমান ধুনীয়া এই গীতটো যাতে সদায়ৰ বাবে অমৰ হৈ থাকে😢😢
@romen7372
@romen7372 Жыл бұрын
সঁচাকৈয়ে বাস্তৱ জীৱনৰ লগত মিলি যায় এইটো গানে 💚💜😢
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Күн бұрын
World no 1 best song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song.
@dipanjalinath2261
@dipanjalinath2261 2 жыл бұрын
এই সোণালী গীত বোৰ উশাহ লৈ থকা লৈকে শুনি যাম ।
@sauravvlog3722
@sauravvlog3722 7 ай бұрын
মন প্ৰাণ সাত পৰি যোৱা গান 😢❤❤
@user-Niku24.
@user-Niku24. 2 жыл бұрын
নিভাঁজ হৃদয় জিনিব পৰা গীত। বাৰে বাৰে যেন শুনি থাকিম।
@lakhyajitsharma9453
@lakhyajitsharma9453 3 жыл бұрын
এইবোৰ গান আজিৰ প্ৰজন্মই শুনিব লাগে।
@mikluhazarika5280
@mikluhazarika5280 2 жыл бұрын
Yes 🙏🙏👍👍
@lekhanpermey2617
@lekhanpermey2617 2 жыл бұрын
Pp}
@lekhanpermey2617
@lekhanpermey2617 2 жыл бұрын
P
@SUZAL2004
@SUZAL2004 2 жыл бұрын
Hunisu ooo Huni monor jontrona bur bohu porimane komi jua Jen anuvab hoise 😔😔😔😔
@rupabarnamphukan1685
@rupabarnamphukan1685 Жыл бұрын
hodai hunim❤
@samarjitdas9934
@samarjitdas9934 2 жыл бұрын
এইবোৰ গানটো সচাকৈয়ে চিৰযুগমীয়া।শুনিলেই খুব ভাল লাগে
@hiranyabaruah5045
@hiranyabaruah5045 5 жыл бұрын
শুনি থাকিলে শুনি থাকিবৰ মন যায়৷সচাকৈয়ে হৃদয় চুই যায়
@Bidyadhar29
@Bidyadhar29 6 ай бұрын
Excellent song.
@sandhyaboruwa8849
@sandhyaboruwa8849 8 ай бұрын
অপূৰ্ব
@ankurmusicalsdrops9240
@ankurmusicalsdrops9240 3 ай бұрын
এই গীত বোৰ শুনিলে হৃদই যুৰ পৰে
@TechITWorld
@TechITWorld 5 жыл бұрын
লগন উকলি গ’ল তেও যে নহ’ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা । কিমান হেঙুলী ঊষা কিমান জোনালী নিশা মিছাতেই গ’ল মোৰ কিমান গধূলি পুৱা । মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জুৰে । শুনিছানে সেই সুৰ পৰাণত তোলা মোৰ হৃদয়ৰ গোৱা গান ‘ভালপোৱা ভালপোৱা’ ।।
@reemaroyjeetashreet9664
@reemaroyjeetashreet9664 4 жыл бұрын
এৰা..........?
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কলমেৰে নিগৰা কিন্তু Description ত চাওকচোন Lyrics : Ranjan Kumar Bhattacharjya বুলি লেখি থৈছে !! নতুন প্ৰজন্মৰ মাজত এইটো অশুদ্ধ কথা কিয় প্ৰচাৰ কৰা হৈছে ??
@TechITWorld
@TechITWorld 4 жыл бұрын
Description t vul ase. Kintu thumbnail t huddhokoi dise. @waveassam please fix it.
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
তাকেই কৈ আছো , তেনেকুৱা কৰিব নেলাগে , আন দুঠাইতো এনেকুৱা কৰা দেখিবলৈ পোৱা গৈছে একেজনেই .....
@naybizzbijitdas1875
@naybizzbijitdas1875 4 жыл бұрын
পৰাণত তোলা মোৰ
@binodkakati7300
@binodkakati7300 2 жыл бұрын
এই যুগমীয়া গীতটিৰ জৰিয়তে মোৰ অন্যতম প্ৰিয় শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা নিবেদিছোঁ ! সাগৰ তলিৰ মানিক সদৃশ তেখেতৰ এই গীতবোৰ শুনি থাকিলেও আমনি নালাগে !!
@balindeka5803
@balindeka5803 Жыл бұрын
7 😂😂😂😂😂😂😂7 huu 7uu777uuuuuuu7uuuuuuu77uuuuu7! ।।
@ChintuPator-db8tl
@ChintuPator-db8tl Жыл бұрын
Xosai dada
@seemagogoi7503
@seemagogoi7503 10 ай бұрын
X x xx sc sv.cvvsc xc s ​ xwsxabba1@@ChintuPator-db8tl
@himagayan5387
@himagayan5387 Жыл бұрын
চিৰযুগমীয়া গীত। অতি সুন্দৰ ❤
@bidyadhardasvlogsgod5867
@bidyadhardasvlogsgod5867 Жыл бұрын
Most beautiful song, sweet voice,best song, my favorite song, Marvelous, superb, evergreen, world no 1 best song .
@PrathanaChutia
@PrathanaChutia 7 ай бұрын
Mon beya lagile ai git tire mon khat pelay lobo😊❤
@lakhyajitsharma9453
@lakhyajitsharma9453 3 жыл бұрын
কি গান !!!! What a lyrics, music!!!! Salute Bishnu Rabha.
@nitulbarman8832
@nitulbarman8832 2 жыл бұрын
Xuni bhal lagil. Please anakua kalagura bishnu prasad rabhar song bur di thakiba
@koushikbora8798
@koushikbora8798 Жыл бұрын
তেওযে নহ'ল কোৱা 🥀❤️
@alakadevi5347
@alakadevi5347 11 ай бұрын
Kiman dhunia thanks baidew.
@namratadeka5704
@namratadeka5704 2 жыл бұрын
অতুলনীয় এটা গীত ....দেহ মন জুৰাই যোৱা ।
@promodborah3768
@promodborah3768 Жыл бұрын
Bohut val lagil good
@dikurajkonwar547
@dikurajkonwar547 2 жыл бұрын
হৃদয় চুই যোৱা গীত ❤️
@ratulbaishya6330
@ratulbaishya6330 Жыл бұрын
সুন্দৰ গান
@susmitapatar3183
@susmitapatar3183 20 күн бұрын
❤❤❤❤nice
@Bidyadhar29
@Bidyadhar29 6 ай бұрын
Moja oi.
@alakadevi5347
@alakadevi5347 Жыл бұрын
Bahut bhal lagil thanks
@jyotirupasaikia3038
@jyotirupasaikia3038 2 жыл бұрын
Bhut dhuniya geet hunile huni thakibr mn jai
@bhesojbaruah8725
@bhesojbaruah8725 5 жыл бұрын
শব্দময়ী, এনে শব্দমালা আৰু নতুনকৈ সৃষ্টি হোৱা নাই ,কেৱল বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত হে পোৱা যায় এনে মৰ্মস্পৰ্শী শব্দগুচ্ছ, য'ত "হিয়াই ও গীত যোৰে "- অমল প্ৰেমৰ অমৰ সঙ্গীত .... !!
@anthanydsouza8801
@anthanydsouza8801 3 жыл бұрын
❤❤❤❤i
@manjushyam5994
@manjushyam5994 6 ай бұрын
এই কালজয়ী গীতবোৰ চিৰদিনে আমাৰ হৃদয়ত বাজি থাকক🙏🙏🙏
@provlohs4947
@provlohs4947 6 ай бұрын
❤❤
@পিংকুভাইভনীকৌতুকগোষ্ঠী
@পিংকুভাইভনীকৌতুকগোষ্ঠী 3 жыл бұрын
ধুনীয়া ৰাভা সংগীত
@dineshkumarnath3494
@dineshkumarnath3494 6 жыл бұрын
Heart touching song.... Bht val lagil
@AjayDas-gl3lh
@AjayDas-gl3lh 2 жыл бұрын
সত্য , সুন্দৰ, মৰম ভৰি থকা গান ‌। বৰ ভাল লাগে
@Omis_miinii_world
@Omis_miinii_world 6 ай бұрын
এইবিলাক গান শুনি যে ইমান শান্তি পাওঁ❤
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
ৰাভাৰ আভা ... . আভা কেৱল বিচ্চুৰিত্ হয় . ... সূৰ্য্যৰ উত্তাপ অনুভৱ হে কৰিব পাৰি ,সেই তাপ নিজৰ শৰীৰত সানি লব নোৱাৰি ; তাপ বিকিৰণ কৰিব পাৰে কেৱল সূৰ্য্যই ......... !!!!!!!
@jyotipasad198
@jyotipasad198 4 жыл бұрын
সুন্দৰ মধুভাষ
@kusumsharma4537
@kusumsharma4537 8 ай бұрын
Most beautiful song my favourite singer jubin nautiyal ❤❤❤❤❤
@AswiniAswinidas
@AswiniAswinidas Жыл бұрын
আসা কৰো নতুন প্ৰজন্ময় গান বোৰ জিয়াই ৰাখে।❤
@devajitkalita9946
@devajitkalita9946 6 ай бұрын
আপোন পাহৰা হৈ যাও এনে গীত শুনি।❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@assamtonmoy8051
@assamtonmoy8051 4 жыл бұрын
শ্ৰদ্ধাৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিক ক তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদিছো। 🙏🏻
@bjpatowary2780
@bjpatowary2780 2 жыл бұрын
Ki geet asil eibor OMG 🙏🙏🙏❤️❤️❤️
@swapnilkashyap535
@swapnilkashyap535 Жыл бұрын
বহুত ভাল লাগিল
@pranjalnath4136
@pranjalnath4136 4 жыл бұрын
সচাকৈ অন্তৰ আত্মা চুই যায় দে.... গানটোৰ কথা সুৰে....
@Srinayanahazarika2117
@Srinayanahazarika2117 3 жыл бұрын
লগন উকলি গল , তেওঁ যে নহ'ল কোৱা 💖💖💖
@PrathanaChutia
@PrathanaChutia 7 ай бұрын
Mon beya lagile ai git tire mon khat pelay lobo
@smritiborah6778
@smritiborah6778 5 жыл бұрын
গানটো গভীৰতাত ডুবি থাকোতে নিজকে পাহৰি থাকিলো,ইমান অৰ্থপূৰ্ণ ।
@meenadutta9132
@meenadutta9132 3 жыл бұрын
গানটোৰ শব্দৰ গভীতাত,আৱেগময় সুৰৰ মুৰ্চনাত হেৰাই যাঁও নিৰিবিলি সময়বোৰত।বাৰে বাৰে শুনিও হেঁপাহ নপলাই।
@Karanbarmanpercussion
@Karanbarmanpercussion Жыл бұрын
Xundor kontho❤❤❤
@nikumonimahanta7560
@nikumonimahanta7560 4 жыл бұрын
বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিটো গীতেই অন্তৰস্পৰ্শ কৰি যায় ।শুনিলে শুনি থাকিবৰ মন যায়।তাৰ মাজতে এইটো গান
@jadunandanath3913
@jadunandanath3913 2 жыл бұрын
Ei geet ti xunile soday mon bhal lagi thake
@PrathanaChutia
@PrathanaChutia 7 ай бұрын
Mon khanti hoi gol
@shyamalkampuria5858
@shyamalkampuria5858 2 жыл бұрын
তুমি প্ৰাণ ঢালি গাইছা। মই শুনিছোঁ
@rijuborah1933
@rijuborah1933 Жыл бұрын
বৰ সুন্দৰ
@madhabidas6752
@madhabidas6752 7 ай бұрын
This song is best for my compitition on 20 june❤
@weedrocks8293
@weedrocks8293 Жыл бұрын
Pithibi khon hator muthit hol jodiw sei Biseh Radio tuloi bohut monot porise aji...
@brainout7
@brainout7 Жыл бұрын
গন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা কিমান হেঙুলি উশা কিমান জোনালি নিশা মিছাতেই গ'ল মোৰ কিমান গধুলি পুৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মলয়াই কাণে কাণে মনৰ বাতৰি আনে মলয়াই কাণে কাণে মনৰ বাতৰি আনে নিখিলৰ সুৰে সুৰে হিয়ায়ো গান জোৰে শুনিছানে সেই সুৰ প্ৰাণ উতলা মোৰ হৃদয়ৰ গোৱা গান ভালপোৱা ভালপোৱা তেওঁ যে নহ'ল কোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা
@nabadipojah9790
@nabadipojah9790 Жыл бұрын
Ati mon parakha geet..hiya jur pore aibor gaan xunile..
@ratulbhaity7237
@ratulbhaity7237 Жыл бұрын
হৃদয় চুই গৈছে কিন্তু দেই
@smproduction8126
@smproduction8126 3 жыл бұрын
কি যে সুৰীয়া সুমধুৰ সুগন্ধি সঙ্গীতৰ সুৱাসৰ আচ্চনাদ ,যাক শুনিলে মন প্ৰাণ সজ্জিব হৈ উঠে
@parthapratimkalita7898
@parthapratimkalita7898 7 ай бұрын
নতুন প্ৰজন্মক শিকোৱাৰ প্ৰয়োজন...
@BidyadharDas-gg5uu
@BidyadharDas-gg5uu Жыл бұрын
Best song, my favourite song, I love you this song
@chiranjitbaruah2631
@chiranjitbaruah2631 2 жыл бұрын
হৃদয় জুৰুৱা গান
@barashabharadwaj7278
@barashabharadwaj7278 2 жыл бұрын
Logon ugoli gol kintu gan tu atiyau priyo siroheuz
@jahanali3376
@jahanali3376 2 жыл бұрын
অতি সুন্দৰ । আজি 7 বজাৰ পৰা 10 বজালৈ শুনিলোঁ ।
@biswajitbaruah5996
@biswajitbaruah5996 2 жыл бұрын
Rava sangeet soni Thakile monto jor pori jai
@user-xm1dy3mm2r
@user-xm1dy3mm2r 3 жыл бұрын
Bohia lagil geeto
@cmsharma3896
@cmsharma3896 2 жыл бұрын
Xundor
@babludas1705
@babludas1705 6 ай бұрын
Gutei jibon khunileu hepah npolab gan2
Rabha Sangeet //Zubeen Garg//Bishnu Prasad Rabha//Utpal Das Creation
19:23
Utpal Das Production
Рет қаралды 1,8 МЛН
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Chain Game Strong ⛓️
00:21
Anwar Jibawi
Рет қаралды 41 МЛН
Bhupen Hazarika golden collection | 5 song | ভূপেন হাজৰিকাৰ গীত | Assamese song Jukebox
18:12
সংস্কৃতিৰ দিগন্ত Culture's Horizon
Рет қаралды 140 М.
Mor Kavitar Chande
5:39
JOGAJI THAKOR (OFFCIAL)
Рет қаралды 268 М.
নমিতা ভট্টাচাৰ্যৰ তিনিটি গীত ll
11:16
বৰ অসম (Bor Axom)
Рет қаралды 611 М.