Рет қаралды 57,026
#NewsLive #HimantaBiswaSarma #AssamNews
প্ৰতিদিনে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জনসভাত বৃদ্ধি পাইছে সমাবেত লোকৰ উৎসাহ। কোনোবাই ঢোলে-দগৰে বেণ্ডপাৰ্টী লৈ আদৰিছে মন্ত্ৰী শৰ্মাক। আন কোনোবাই ধূপ-ধূনা, শৰাই লৈ কৰিছে অপেক্ষা। লখিমপুৰৰ পহুমৰাৰ পৰা লালুকলৈ ২০ কিলোমিটাৰজোৰা পথত দেখিবলৈ পোৱা গল এনে বৰ্ণিল দৃশ্য। জনসমুদ্ৰৰ মাজত মন চুই যোৱা বহু মুহূৰ্ত। দুভৰি নথকা দিব্যাংগও ৰাজপথত অপেক্ষাৰত ডঃ শৰ্মালৈ। হেঁপাহ এখন গামোচা দিয়াৰ। চাইকেল ৰেলীত ডঃ শৰ্মাক গামোচা দিবলৈ আহিল হাতত লাখুঁতি লৈ অশীতিপৰ বৃদ্ধ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/