আলফা স্বাধীনৰ বহাগ বিহু উদযাপনৰ ভিডিঅ' 2024 ||

  Рет қаралды 404,836

Chao Sanjeeb Borgohain

Chao Sanjeeb Borgohain

Күн бұрын

আলফা স্বাধীনৰ বহাগ বিহু উদযাপনৰ ভিডিঅ' ||
আলফা স্বাধীনৰ কেম্পৰ পৰা আহিল বহাগ বিহুৰ বিশেষ ভিডিঅ'
#ulfa ‎@ChaoSanjeebBorgohain #assamesestory #chao_sanjeeb_borgohain #assam #ulfabihu
Facebook page- lm.facebook.co...
যদি আপোনালোকৰ বা আপোনালোকৰ পৰিয়ালৰ বিয়া, জন্মদিন অথবা যিকোনো অনুষ্ঠানত যদি উন্নত মানদণ্ডৰ ফটো, ভিডিঅ'ৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে-
আমাৰ যোগাযোগৰ ঠিকনা --
স্থান- গৌৰীসাগৰ, শিৱসাগৰ {অসম}যোগাযোগৰ নম্বৰ-৯৯৫৭৭৪৯৪৮৭/৮৬৩৮৬০৫০২১
{অসমৰ সকলো ঠাইতে উপলব্ধ}
ৰং বয় বয়
Thanks for Watching

Пікірлер: 863
@nizumonidihingia2708
@nizumonidihingia2708 5 ай бұрын
প্ৰকৃত অসমীয়া জাতিৰ আসমীয়া ত্যাগী যুৱকক প্ৰণাম জনিইছো। 🙏
@ParakhGogoi-fr4to
@ParakhGogoi-fr4to 5 ай бұрын
Avlikhi tome vala tha Ki b 😅😅
@RobinaChetia-y5u
@RobinaChetia-y5u 5 ай бұрын
শুভেচ্ছা থাকিল ...ভগৱানে কুখলে ৰাখক ❤❤আলফা বুলি কলে কাৰ কাৰ মোৰ দৰে আপোন আপোন লাগে like kora ...
@biswajitborgohain2328
@biswajitborgohain2328 5 ай бұрын
Apunalukkukholethakak
@IndrajitSaikia-t6y
@IndrajitSaikia-t6y 5 ай бұрын
I like it
@mamonisaikia1545
@mamonisaikia1545 5 ай бұрын
আপোনা লোক কুশলে থাকক।,,😮
@gobindabora2605
@gobindabora2605 5 ай бұрын
মোৰ সপোন
@gogoida6484
@gogoida6484 5 ай бұрын
Mur ❤❤❤
@PhanibhushanBaruah
@PhanibhushanBaruah 5 ай бұрын
আপোনালোকক ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰিছো।❤ জয় আই অসম 🙏
@papu___0737
@papu___0737 5 ай бұрын
🙏আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল।🙏 জয় আই অসম🙏
@janarddansenapati8904
@janarddansenapati8904 5 ай бұрын
বিপ্লৱী ককাইদেউ / ভাই / ভগ্নী সকল , আপোনাসৱৰ এনেবোৰ উদ্যোগ ক সদায়েই শ্ৰদ্ধা মৰম ও ওলগ জনাই আহিছো , যাম ও । কিন্তু সঠিক সমাজ দেশৰ ৰীতি নীতি ৰে সকলো যেন আগোৱাই যায় , জীয়াই যায় তাৰ কামনা কৰো । সচাই বহু আবেগিক হৈছো , আপোনাসবক এই দৰে অসমীয়া সমাজ সংস্কৃতিৰ ৰীতি নীতি ক জীয়াই থকাৰ প্ৰচেষ্টাত থকা ৰ বাবে । জয় আই অসম ❤❤❤।
@rajeshmili4718
@rajeshmili4718 5 ай бұрын
Jai Aai Ahom
@Mr.borah_-_90x
@Mr.borah_-_90x 5 ай бұрын
Jai aai axom ❤biplob da
@Padamluson__mtb
@Padamluson__mtb 5 ай бұрын
আপোনালোক সকলো লৈ বিহু হিয়া ভৰা শুভেচ্ছা থাকিল ,
@Mr.borah_-_90x
@Mr.borah_-_90x 5 ай бұрын
@@Padamluson__mtb dhoinyobad
@user-hl4ck6lp7d
@user-hl4ck6lp7d 5 ай бұрын
Jai aai asom
@user-my6de4oi3o
@user-my6de4oi3o 5 ай бұрын
যতেই নাথাকা তোমালোকক ভগৱানে ভালে কুশলে ৰাখক । জয় আই অসম।
@khagensaikia3993
@khagensaikia3993 5 ай бұрын
প্ৰতিজন যুজাৰুলৈ ৰঙালী বিহু বহুত বহুত হুভ কামনা জাছিলো জয় আই অসম
@queenmonirajkhwa6064
@queenmonirajkhwa6064 5 ай бұрын
আলফা স্বাধীন সকলো সদস্য সদস্যা লৈ বিহুৰ আন্তৰিক শুভ কামনা থাকিল জয় আই অসম
@priyankaderial9233
@priyankaderial9233 5 ай бұрын
ভাল লাগিল জয় আই অসম বেয়া ও লাগিছে তোমালো কে মা দেউতা পৰা আখিবাদ লব পৰা নাই আমাৰ ফালৰ পৰা বিহু হুভইছা থাকিল নমস্কাৰ অসমীয়া
@jayaborah2926
@jayaborah2926 5 ай бұрын
বিপ্লৱী ককাই আৰু ভাই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।❤️❤️❤️
@nityanandakonwar2775
@nityanandakonwar2775 5 ай бұрын
সচাঁই বৰ সুন্দৰ বিহু নামৰ কথাবোৰ। মন প্ৰাণ চুই গল। দীর্ঘ দিনৰ সংগ্রামৰ আশু সমাধান আমি সকলোৱে কামনা কৰো। সকলোৱে সুস্বাস্থ্য কামনা কৰিলো, ভগৱানে যেন সকলো যুঁজাৰু সৈনিক সকলক সদায় কুশলে ৰাখে। বহাগ বিহুৰ শুভ কামনা ও ওলগ জনালোঁ। জয় আই অসম।
@anuraagbora9658
@anuraagbora9658 5 ай бұрын
আপোনাৰ comment তু ভাল লাগিল...।।
@shilpiphukan8658
@shilpiphukan8658 5 ай бұрын
অতি সুন্দৰ অসমীয়াৰ গৌৰৱ,,, সকলোলৈকে বিহুৰ শুভেচ্ছা জনালো
@munmisra2030
@munmisra2030 5 ай бұрын
অতি সুন্দৰ, আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালো, জয় আই অসম
@किरण2021
@किरण2021 5 ай бұрын
আজি বছৰৰ প্ৰথম দিনটোত পৰেশ ককাইদেউ সহিতে সকলো বিপ্লৱী বন্ধু ভাই ভনী আটাইলৈকে বৈপ্লবিক অভিন্দন লগতে ৰাঙলী বিহুৰ শুভেচ্ছা জনালো... অনাগত দিন বোৰ যাতে ভালকৈ পাৰ হৈ যায়... কন্টকময় পথত যাতে কোনো দিনেই পিচলি নাহে তাৰে কামনাৰে... অসম অসমীয়াৰ মৰম স্নেহ সদায় আপোনাৰ বাবে
@BrojenChetia-i8n
@BrojenChetia-i8n 5 ай бұрын
বিপ্লৱী ভাইহত তোমালোকৰ বিশুচাই আবেগিক হৈগলো।ভগৱানে কোশলে ৰাখক জই আই অসম।
@mukulbhuyan4020
@mukulbhuyan4020 5 ай бұрын
বছৰটো ভালে কুশলে যাওক তাৰ কামনা কৰিলোঁ ।
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 5 ай бұрын
তোমাালোকৰ জীৱন বিলাক ভালে কুশলে পাৰ হ'ক।ভালকৈ থাকিবা।
@ratulmedhi8791
@ratulmedhi8791 5 ай бұрын
❤❤❤
@biswa2369
@biswa2369 5 ай бұрын
মই এই গানটো ভাল দৰে লিখি থম আগলৈ এনেকুৱা বিহুৰ গোৱা মানুহ নাই কিয়া হ'বলৈ আমাৰ অসমত এনে কুৱা বিহুৰ আছিল বুলি কব পাৰিম আমাৰ দিনৰ ল'ৰা ছোৱালী য়ে চিনি নেপাব বিহুৰ কি জয় আই অসম বাসীৰ ৰাইজ জয় আই অসম খেনা বাহিনী লৈয় জয় আই অসম
@khargeswarkalita4630
@khargeswarkalita4630 5 ай бұрын
তোমালোক সদাই ভালে থকা, অসম আৰু অসমীয়াৰ স্বভিমান jiaai ৰখাৰ স্বাৰ্থ ত ওলাই goisa সদাই ভগবানৰ কৃপাত ভালে থকা ❤
@hirakjyotiblock2
@hirakjyotiblock2 5 ай бұрын
জই আই অসম❤❤
@bhabakantadas1361
@bhabakantadas1361 5 ай бұрын
আজি। বহাগৰ।প্ৰথম। দিনৰ। তোমাৰ লোক লৈ।ভগবানৰ।ওচৰত। সেৱা আগবঢ়ায়।বছৰটো।কুশলে।মংগল।ৰাখক। ভগৱানে।জ‌য়।।।আই।।।অসম❤
@devikagogoi2898
@devikagogoi2898 5 ай бұрын
আশীৰ্বাদ সদায় আছে আগুৱাই গৈ জীৱনৰ লক্ষ্যত উপনীত হোৱা তাৰে কামনা কৰিছো।
@deepchetia4709
@deepchetia4709 5 ай бұрын
বিপ্লৱী ককাই ভাই সকললৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ , বছৰটো যাতে সকলোৱে ভালে কুশলে পাৰ হয় । জয় আই অসম ❤❤
@lakhimaideurilakhimaideuri1096
@lakhimaideurilakhimaideuri1096 5 ай бұрын
আলফা শিবিৰলৈ বিহু শুভেচ্ছা থাকিল ।
@sashibaruah8868
@sashibaruah8868 5 ай бұрын
12:47
@sashibaruah8868
@sashibaruah8868 5 ай бұрын
12:55
@sashibaruah8868
@sashibaruah8868 5 ай бұрын
13:41
@DeepjutyGogoi
@DeepjutyGogoi 5 ай бұрын
😅😅​@@sashibaruah8868
@rajumonibaruah8389
@rajumonibaruah8389 5 ай бұрын
জয় আই অসম।জয় আই অসম।জয় আই অসম।অসমৰ উন্নতি হকে কাম কৰি অহা সকলো লৈকে নববৰ্ষ বিহুৰ শুভেচ্ছা আৰু আপোনালোকৰ দীঘায়ু কামনাৰে সেৱা জনালোঁ।জয় আই অসম
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 5 ай бұрын
প্রতিজন স্বাধীনতা যুজাৰুলৈ বাপোতি সাহোন বিহুটিৰ আন্তৰিক শুভকামনা জনালোঁ |জয় আই অসম |❤❤❤
@MoniChutia-ji5pv
@MoniChutia-ji5pv 5 ай бұрын
মৰমৰ ভাই‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌ আৰু ককাই সকল ভালে কোখলে থাকক আমাৰ সুভেচা থাকিল লগতে ৰঙালী বিহু ধুনীয়াকৈ গাইচে
@niradadas3379
@niradadas3379 5 ай бұрын
ইতহাস জৰিত অসমীয়াৰ বিহু ধন্যবাদ জ্ঞাপন কৰিলো।
@dipakborah3098
@dipakborah3098 5 ай бұрын
ধন্য বাদ মোৰ তৰফৰ পৰা, আৰু সকলো সংগ্ৰামী বন্ধু আৰু ৰঙালী বিহু শুভেচ্ছা উলগ জনালোঁ
@mrinalkumarsaikia9351
@mrinalkumarsaikia9351 5 ай бұрын
বহুত ভাল হৈছে, জয় আই অসম।
@hemonta9300
@hemonta9300 5 ай бұрын
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আলপা শিবিৰৰ সকলো সদস্য আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো.
@rekhajyotihazarika
@rekhajyotihazarika 5 ай бұрын
10:01
@shilpasonowal5883
@shilpasonowal5883 5 ай бұрын
শুভেচ্ছা থাকিল ৰঙালী বিহুলৈ জয় আই অসম
@kushalgogoi8311
@kushalgogoi8311 5 ай бұрын
আলফা স্বাধীনলৈ বিহুৰ ক্ষভেচছা জনালো ।
@brothersglobe5706
@brothersglobe5706 5 ай бұрын
জাতীয় চেতনাৰে সমৃদ্ধ প্ৰতিজন মুক্তি সংগ্ৰামৰ সেনালৈ ৰঙালী বিহুৰ হিয়াভৰা আন্তৰিক শুভকামনা যাচিলোঁ,, সৰ্ব্বশক্তিমানৰ আশীৰ্বাদ আপোনালোকৰ প্ৰতি খোজৰ সঙ্গী হওক।❤❤❤
@pratapkalita8894
@pratapkalita8894 5 ай бұрын
আপোনাকৰ বিহু গীতটোৰ প্ৰতিটো শব্দই অন্তৰ্ চুই গৈছে। আশীৰ্বাদ কৰিছো আটাইকে ঈশ্বৰে ভালে কুশলে ৰাখক
@সময়ৰলগতএখোজ
@সময়ৰলগতএখোজ 5 ай бұрын
অসমৰ সমস্যাবোৰৰ লগতে জাতিৰ স্বাৰ্থৰ হকে উচ্ছ দৰবাৰত মাতিবলৈ আমাক সাহস দিয়ক *জয় আই অসম*
@deepdutta-th5ew
@deepdutta-th5ew 5 ай бұрын
Val lagil sai....gar num hiyori gol eman val lagil sai....God bless you hokoluke......❤❤❤❤
@DilipChandraSharma-sz6nn
@DilipChandraSharma-sz6nn 5 ай бұрын
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰাকক্ষণত দেশ বিদেশ হাবি জংঘল সকলো ঠাইৰ পৰাই যেন অসমীয়াৰ স্বাভিমান অব্যাহত ৰখাৰ যি প্ৰচেষ্টা সচাকৈ প্ৰশংসনীয়। ভাই সকল ভগৱান সদায়েই সহায় হৈ থাকক।
@dilipdekacollection6754
@dilipdekacollection6754 5 ай бұрын
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ ৷ সুন্দৰ কণ্ঠ সুৰ কথা। কুশলে ৰাখক আপোনালোকক ৷
@pbarman8727
@pbarman8727 5 ай бұрын
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়াৰ বাপতি সাহোন "ৰঙালী" বিহুৰ লগতে অসমীয়া নববৰ্ষৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনালোঁ.....🥰 "বছৰটো সকলোৰে শুভ হওঁক" তাৰে কামনাৰে...... Jai ai assam
@MoniGogoi-qb2tv
@MoniGogoi-qb2tv 5 ай бұрын
অতি সুন্দৰ হৈছে,, বহুত ভাল লাগিল,,দুখো লাগে
@romensaikia6653
@romensaikia6653 5 ай бұрын
আপোনালোকক ভগৱানে কুশলে ৰাখক সেইকামনাৰে ভগৱানৰ ওচৰত সেৱা জনাইছো
@jurimonigogoi2563
@jurimonigogoi2563 5 ай бұрын
Bihur aantorik khuvessa jonalu.aru bohut bohut morom.jai aai axom.
@majanikalita6025
@majanikalita6025 5 ай бұрын
অসমীয়া নতুন বছৰৰ শুভেচ্ছা যাছিলো লগতে ভগৱানে তেওঁলোকক সু-মতি আৰু সু জ্ঞান দি দেশৰ বাবে ভাল কাম কৰিবলৈ মনত সাহস দিয়ে যেন তাৰে কামনা কৰিলো ।🙏🙏🙏
@manashpratimnath8247
@manashpratimnath8247 5 ай бұрын
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলো ককাইদেউ সকল তোমালোকক । ভগৱানে সদায়েই ভালে কুশলেই ৰাখক তাৰেই কামনা কৰিলো ভগৱানৰ ওচৰত সদায়েই। ।।।
@krishnamoni919
@krishnamoni919 5 ай бұрын
সকলোৱেই ভাল থাকক নেদেখা জনৰ ওচৰত তাৰেই কামনা কৰিলো ❤ জয় আই অসম ❤
@MamaniDas-bq4gv
@MamaniDas-bq4gv 5 ай бұрын
জয় আই অসম, আটাইলৈ বিহুৰ শুভেচ্ছা জনালোঁ। ভগৱানে আটাইকে ভালে ৰাখক
@RajumoniRajumonidas
@RajumoniRajumonidas 5 ай бұрын
সংগ্ৰামী ককাই, ভাই সকললৈ ৰঙালীৰ হিয়া ভৰা ওলগ জনালোঁ । নতুন বছৰৰ প্ৰথম দিনটোতে আপোনালোক সকলোৰে বাবে ভগৱানৰ ওচৰত সু-স্বাস্থ্য কামনা কৰিলো । " জয় আই অসম " । 🙏🪔🙏🎉🎉🎉♥️
@mamoniroyroy850
@mamoniroyroy850 5 ай бұрын
Bohut bohut bohut val lagil hya vora ulog jonalu bosortuloi
@reemadanah9915
@reemadanah9915 5 ай бұрын
অভিলেখ দাৰ সকলো গুণ আছে.....সকলোকে অসমীয়াৰ বাপতিসাহোন বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ....জয় আই অসম
@NayanjyotiKonwar-l5x
@NayanjyotiKonwar-l5x 5 ай бұрын
Hundor hoise rangali bihur huvesa janalu vall koi thakok apunalok joi ai akhom
@gitanjalikalita-xy5hn
@gitanjalikalita-xy5hn 5 ай бұрын
Bohut val lagil. Aapunalokoloi bihur ulg jonalu
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 5 ай бұрын
Very meaningful really no words to express
@pallabsut
@pallabsut 5 ай бұрын
ৰঙালী শুভেচ্ছা থাকিল ৷জয় আই অসম ৷
@DebengogoiDebengogoi-i6x
@DebengogoiDebengogoi-i6x 5 ай бұрын
Hosai bihu jua bohut val lagil.apunalukoloi bihu huveisa jonalu.joi aai asom
@songitadevi1632
@songitadevi1632 5 ай бұрын
বহুত দূখ লাগিছে ।মই বহুত ভালপাওঁ আলফাক।
@user-dh5yl5em7i
@user-dh5yl5em7i 5 ай бұрын
Bohut bhal lagil aru sokulu bagori ahil😢❤❤❤❤❤kukhole rakhok hokoluke joy i akhom
@nogeningti337
@nogeningti337 5 ай бұрын
বছৰটো ভালে কুশলে যাবৰ বাবে ভগৱানৰ ওপৰত প্ৰাথনা জনাই আলফা শিবিৰৰৰ সকলো সদস্যই আৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো 🙏
@arupduttadutta8667
@arupduttadutta8667 5 ай бұрын
Bohut val hoisa ❤❤❤❤❤apunalukola bihu huvessa thakil voice2 bor dhuniya
@boruah5004
@boruah5004 5 ай бұрын
অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জাছিলোঁ ককাইদেউ সকল অপনালোকে সদায় ভালে থাকক ❤❤❤❤
@Rishirajmoran
@Rishirajmoran 5 ай бұрын
বিহু শুভেচ্ছা থাকিল ককাইহত🎉❤ । জয় আই অসম🙏✊
@madhabdas1637
@madhabdas1637 5 ай бұрын
Bihugeet tur khobdo bure barukoiye suise so great song 👌👌👌👌🙏🙏🙏🙏
@inuborah2286
@inuborah2286 5 ай бұрын
Ati sundor dei apunaluk kusole thakok vowanor usorot pathna korisu
@PastutiSonowal
@PastutiSonowal 5 ай бұрын
Bohut val lagil apunalukr bihu sai joi aai asom ❤❤❤
@mitaligogoichutia9855
@mitaligogoichutia9855 5 ай бұрын
কুশলে ৰাখিবলে ভগৱানৰ. ওচৰত. সেৱা জনাইছো জয় আই. অসম
@nitupanboruah5646
@nitupanboruah5646 5 ай бұрын
Ajoy aai axom ragali baputihan moromr bihutuloi ama falorpora hiravora antorik hivesha disu 🙏💝💯💝🙏🙏🙏😊😊
@banikalita3082
@banikalita3082 5 ай бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।আপোনালোক সকলোকে ভগৱানে কুশলে ৰাখক ।
@PapuBora-zj2mv
@PapuBora-zj2mv 5 ай бұрын
জয় আই অসম ৰঙালী বিহুৰ হিয়া ভৰা শুভেছা থাকিল সকলোলৈ জয় আই অসম
@durgeswarphukan8498
@durgeswarphukan8498 5 ай бұрын
J9i Ai Assom
@durgeswarphukan8498
@durgeswarphukan8498 5 ай бұрын
Bohag bihu subhesa
@ellus3497
@ellus3497 5 ай бұрын
Jai Aai Axom ❤ Bihur aantorik khuvessa jonalu
@RupaMahanta-cc1yr
@RupaMahanta-cc1yr 5 ай бұрын
জয় আই অসম
@seemasaikia6257
@seemasaikia6257 5 ай бұрын
Bohut bohut val lagise. Joi ai assom
@mamoniborah8809
@mamoniborah8809 5 ай бұрын
আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। নতুন বছৰে আপোনালোক লৈ সুখ শান্তি কঢ়িয়াই আনক ভগৱানক প্ৰাৰ্থনা জনাইছো।
@thulukkonch6452
@thulukkonch6452 5 ай бұрын
🎉mózza.hokoluloike bihur huveswa jonalu
@bhupenhandique-rv9mb
@bhupenhandique-rv9mb 5 ай бұрын
best ullfa.
@animakalita4594
@animakalita4594 5 ай бұрын
সকলো আলফা দাদা ভাইটি সকললৈ মৰম আৰু শুভেছা জনালো জই আই অসযম
@SurajitDowarah
@SurajitDowarah 5 ай бұрын
Hundar apunaluk kukhale thakok . Jai ai akhom
@prodipdihingia
@prodipdihingia 5 ай бұрын
Very good ulfa zindabad 🎉🎉🎉
@prosantachetia8392
@prosantachetia8392 5 ай бұрын
Bahut dhuniya lagise
@monjuranihandique6664
@monjuranihandique6664 5 ай бұрын
জয় আই অসম বিহুৰ শুভেচ্ছা জনালো
@niruprabhasaikia5680
@niruprabhasaikia5680 5 ай бұрын
আপোনালোকে হাবিৰ মাজত থাকি কেৱল বিদেশীৰ উপস্থিতি অনুভৱ হে কৰিছে। আমি বোৰে বিদেশীৰ খিলখিলনিৰ , দপদপিয়া মাজত জীয়াই আছো। দেশৰ পৰা দেশত থাকি বিদেশীৰ খেলার হাত উজান দিয়ক। তেতিয়াহে জননীৰ পুত্ৰ হিচাবে নিজকে পৰিচয় দিব পাৰিব। আপোনালোকৰ মংগল হোক।
@soneswarGogoi-ns6st
@soneswarGogoi-ns6st 5 ай бұрын
Be great and be success your restless freedom movement
@tufazelkhan7896
@tufazelkhan7896 5 ай бұрын
Aponalukole Bihu ur huvessa thakil.....joi aai axom🎉🎉🎉🎉🎉🎉
@monjumohan8706
@monjumohan8706 5 ай бұрын
Joi.. Asam.... Thanks.. ❤❤❤❤
@karunamahanta8674
@karunamahanta8674 5 ай бұрын
আন্তৰিক অভিনন্দন। জয় আই অসম।
@TilokDeka-u6i
@TilokDeka-u6i 4 ай бұрын
God bless you ULFA ৰ সকলো বন্ধু বৰ্গ সকলো কে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ll
@PradeepKumar-dn5qd
@PradeepKumar-dn5qd 5 ай бұрын
Nice song thanks thanks,,,,,,,
@RabindeoriBoss
@RabindeoriBoss 5 ай бұрын
বৰ ভাল লাগিছে আলফাৰ বিহুৰ দলটো কিন্তু বেয়াও লাগিছে পৰিয়ালৰ পৰা আতঁৰি থকাৰ কাৰণে জয় আই অসম
@pfallmedia3952
@pfallmedia3952 5 ай бұрын
Assam history ji jone najane kheijon axomiya nhoi... Happy bohag bihu
@AnishaKonwar
@AnishaKonwar 5 ай бұрын
Bohut bohut val lagile de bihur hubhesa thakil ❤
@hemkantaborah7434
@hemkantaborah7434 5 ай бұрын
May God keep all of you in sound health and fulfil your aim.
@jitendoley7478
@jitendoley7478 5 ай бұрын
Wow Eman Dhuniya ❤️❤️❤️
@linxiao8006
@linxiao8006 5 ай бұрын
Bhut val lagil agoloi Aru akha thakil
@__lil.cupit.__
@__lil.cupit.__ 5 ай бұрын
Apunalukor hokoluloike Bihu Antorik huvesha thakil.Joi Aai axom ❤🙏🏻
@minatihazarika8663
@minatihazarika8663 5 ай бұрын
বহুত ভাল লাগিল ।
@silenceofnature6013
@silenceofnature6013 5 ай бұрын
Joi Ai Axom, Good bless all. Goo help U🎉❤
@priyadarshanpratishrutivlo5485
@priyadarshanpratishrutivlo5485 5 ай бұрын
আলফা স্বাধীনৰ সকলো সদস্যলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।জয় আই অসম ।
@Mragankavlog
@Mragankavlog 5 ай бұрын
Best of luck.happy bihu.
@user-yd2ti1ll8h
@user-yd2ti1ll8h 5 ай бұрын
Bhut val lagil.
@user-wo2fe7fz5l
@user-wo2fe7fz5l 5 ай бұрын
Bout moja lagile nasun saei
@SumeetGogoi
@SumeetGogoi 5 ай бұрын
Apunaluke j eman dhunia koi bihu krl vhl lgel mojaaa❤❤❤
@RHazarika-p7h
@RHazarika-p7h 5 ай бұрын
বহুত ভাল লাগিল, সকলোলৈকে বিহুৰ শুভেচ্ছা ‌জনালো। সকলো কুশলে থাকক
@tiktokmusic116
@tiktokmusic116 5 ай бұрын
Joy ai axom .bohag bihu xuvesa thkil .❤
@bijugogoi7521
@bijugogoi7521 5 ай бұрын
Apunalukole Bihu uur Huvessa thakil . Jai aai Akhom
SCHOOLBOY. Мама флексит 🫣👩🏻
00:41
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 7 МЛН
Men Vs Women Survive The Wilderness For $500,000
31:48
MrBeast
Рет қаралды 94 МЛН
"গাড্ডাৰী ৰাজনৈতিক নেতা"
15:03
Spondan স্পন্দন
Рет қаралды 2,8 МЛН
Rongali Celebration in ULFA-I Camp- 2024
15:37
ঐক্য বিপ্লৱ মুক্তি
Рет қаралды 69 М.