Рет қаралды 190,236
NKTV PLUS
আলফা (স্বাঃ)ত যোগ দিবলৈ গৈ জালত পৰিল এজন যুৱক। কিয় আলফা (স্বাঃ)ত যোগ দিবলৈ মন মেলিছিল যুৱকজনে? আলফা (স্বাঃ)লৈ যাবৰ বাবে কাৰ সৈতে কিদৰে কৰিছিল যোগাযোগ? সকলো ক'লে NKTVৰ আগত।