Рет қаралды 109,401
বি:দ্ৰ: এয়া তৰ্ক প্ৰতিযোগিতা নহয়৷ তৰ্ক প্ৰতিযোগিতাৰ নিয়ম সমূহ সম্পূৰ্ণ সুকীয়া৷ এইটো বিষয়ত মোৰ শিক্ষাৰ্থী সকলৰ মনোভাৱ কেনেকুৱা সেইটো জনাবলৈ চেষ্টা কৰিছিলো৷ মই ভাবো এই কথা খিনিয়ে আপোনাৰ মনটো কিছু চিন্তাৰ উদ্ৰেক ঘটাব অথবা এই বিষয়ক তৰ্ক প্ৰতিযোগিতা এখন দিবলৈ যাওতে উক্ত কথাখিনিয়ে আপোনাক সহায় কৰিব৷
#debate
#Assamesedebate
#assamese
#assam
#srijan_shikshalay
#mrinmaybaishya