lilen borgohain , an assamese businessman

  Рет қаралды 333,683

UPARJAN

UPARJAN

3 жыл бұрын

এসময়ত বাটৰ কাষত বিক্ৰী কৰিছিল ঢেঁকীয়া -কলমৌ ৷ এতিয়া বছৰি ব্যৱসায় কৰে ২২ কোটি টকাৰ ৷ জীৱন যুঁজত হাৰ নমনা ব্যৱসায়ী লীলেন বুঢ়াগোহাইৰ জীৱন সংগ্ৰামৰ কাহিনী..

Пікірлер: 438
@TayebaTanisha
@TayebaTanisha 3 жыл бұрын
শিক্ষাই যে সকলো নহয়, অভিজ্ঞতাও যে মানুহৰ সাফল্যৰ মেৰুদণ্ড হয়।
@sabharamgogoi727
@sabharamgogoi727 Жыл бұрын
@MoheswarPegu
@MoheswarPegu 24 күн бұрын
ট😢😊😊😊
@behoribasumatary9819
@behoribasumatary9819 23 күн бұрын
Papa Aaj😂​@@sabharamgogoi727😊
@prepareforexam5763
@prepareforexam5763 3 жыл бұрын
অসমীয়া মানুহৰ উন্নতি দেখি ভাল লাগিল।
@nabajyotikonwar8145
@nabajyotikonwar8145 3 жыл бұрын
Proud of you ককাইদেউ, আপুনি জীৱনত আৰু উন্নতি কৰক তাৰেই কামনা কৰিছোঁ, বহুত খোলা মানুহ যেন লাগিলে আপোনাক
@dipalisonowal2432
@dipalisonowal2432 3 жыл бұрын
আপুনি সঁচাকৈয়ে এজন সৎ আৰু সফল ব‍্যৱসায়ী ।বহুত ভাল লাগিল । সমাজৰ এজন আৰ্দশনীয় ব‍্যক্তি আপুনি দাদা । ভগৱানে আপোনাক কুশলে ৰাখক দাদা ।
@bimansaikia4305
@bimansaikia4305 3 жыл бұрын
আপোনাক কোটি কোটি বাৰ ধন্যবাদ।
@dhantimedhi2021
@dhantimedhi2021 3 жыл бұрын
বহুত বহুত ধন্যবাদ গোহাঁই ডাঙৰীয়া। আগুৱাই যাওক। অসমীয়াৰ উন্নতি দেখিলে ভাল লাগে। আমাৰ কিছুমানে মাৰোৱাৰী , বঙালী কিছুমান ব্যৱসায়ীক বাবু বাবু বুলি তেল মাৰে।বৰ খং ঊঠে। বাৰু যা হক । আপোনাৰ মাৰ ওপৰত খং উঠাটো স্বাভাৱিক কিন্তু কি পৰিস্থিতিত পৰি বা আপোনাক এৰি গৈছিল। এটিয়া যিহেতু আহে পাৰিলে ক্ষমা কৰি দিব। নিশ্চয় মাৰ পৰা আশীৰ্বাদেই পাব।
@dharjensaikia9367
@dharjensaikia9367 3 жыл бұрын
গোহাঁই ডাঙৰীয়া প্ৰকৃততে এজন অতি ভাল ব্যক্তি, সঁচাকৈয়ে তেওঁ হৎপথেৰে পৰিশ্ৰম কৰি আজি এই অৱস্থা পাইছেহি। গোহাঁই ডাঙৰীয়া আপুনি সঁচাকৈয়ে নমস্য ব্যক্তি। ভগৱানে আপোনাক মঙ্গল কৰক এইয়ে আমাৰ কামনা।
@lukudas1209
@lukudas1209 3 жыл бұрын
অসমীয়াৰ নাম সুন্দৰ কাম
@dipalikakoty8793
@dipalikakoty8793 3 жыл бұрын
ভাল লাগিল অসমত প্ৰথম দেখিলো এনেএজন সফল ব্যবসায়ী
@plabitagogoi6089
@plabitagogoi6089 3 жыл бұрын
Hosa kotha
@dimbeswarkalita4109
@dimbeswarkalita4109 3 жыл бұрын
কথাখিনি শুনি মন ভৰি গল। গোহাঁই আৰু আগলৈ আগবহি যাওক । ভগবানৰ আৰ্শীবাদ সদাই আপোনাৰ মূলধন হওঁক।
@chiranjibdutta565
@chiranjibdutta565 3 жыл бұрын
🙏🙏🙏 আপোনাৰ কৰ্মপতুতা আৰু সততা এই দুইটাই মূল চাবিকাঠি
@durlovjyotibhuyan9282
@durlovjyotibhuyan9282 3 жыл бұрын
বৰ ভাল লাগিল, গোহাঁই দেউৰ বৱসায় উন্নতি হওক তাৰ কামনাৰে, ধন্যবাদ।
@bijitsaikia1491
@bijitsaikia1491 3 жыл бұрын
দাদা জনক বহুত বহুত ধন্যবাদ জনাইছো।লগতে সু-স্বাস্থ্য কামনা কৰিলো। আপোনাৰ এই মহান কৰ্মৰাজী কাৰোবাৰ বাবে আদৰ্শ তথা প্ৰেৰণাৰ উৎস হৈ ৰওক।
@ilovemyindia5811
@ilovemyindia5811 3 жыл бұрын
ভাল লাগিল তেওঁৰ উন্নতি দেখি।আগলৈও তেওঁ এনেদৰে উন্নতি কৰি যাওঁক, নিবনুৱাবোৰক বাট দেখুৱাওক।
@minakshibezboruah3128
@minakshibezboruah3128 3 жыл бұрын
কেৱল সফল নহয়,তেখেত এজন সৎ ব্যৱসায়ী । তেখেত প্ৰশংসাৰ যোগ্য
@bhabanidas8891
@bhabanidas8891 2 жыл бұрын
8 j77uu
@dilipdas8112
@dilipdas8112 Жыл бұрын
ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক 🙏
@bikashbordoloifitnessmorig4562
@bikashbordoloifitnessmorig4562 3 жыл бұрын
দাদাক মানিছো মই বহুত কষ্ট কৰিছে আপোনি আৰু আপোনা কথা বোৰ বহুত ভাল লাগিল শুনি❤Love You From Assam Morigaon District
@ganapatisaharia8631
@ganapatisaharia8631 2 жыл бұрын
দাদা আপুনি সচাকৈয়ে অতি সৎ আৰু সফল ব্যক্তি। আপোনাৰ দীঘায়ু কামনা কৰিলো
@dipalidevichoudhuri5241
@dipalidevichoudhuri5241 3 жыл бұрын
বহুত ভাল ৷ এনে এগৰাকী সৎ অসমীয়া ব্যৱসায় কৰা আমাৰ মানুহ আৰু আগুবাই যাওঁক আপুনি ৷ আপোনাৰ অধিক উন্নতি জীৱনৰ কামনা কৰিলোঁ ৷
@rupjyotigogoi7510
@rupjyotigogoi7510 3 жыл бұрын
বাণিজ্যে বসতি লক্ষ্মী । আৰু আগবাঢ়ি যাওক তাৰে‌ কামনা কৰিলো।
@bandanadas2141
@bandanadas2141 3 жыл бұрын
Congratulations, God bless you
@chitrakumarhazarika9224
@chitrakumarhazarika9224 3 жыл бұрын
তেওঁৰ কৰ্মস্পৃহা আৰু কৌশল সঁচাকৈ আদৰ্শ। নমস্কাৰ তেওঁক।
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Dada bohut bhal lagise
@jyotshnarani799
@jyotshnarani799 3 жыл бұрын
আপোনাৰ সৎ কৰ্ম দেখি মই অভিভুত হৈ পৰিছো ৷ মোৰো মন যায় ৷
@jahangirmondal9630
@jahangirmondal9630 3 жыл бұрын
Wish him a brand ambassador among the assamese people. A lot of Congratulations to him .
@babulsingha7742
@babulsingha7742 3 жыл бұрын
Real Hero, who can able to success through his struggle
@monjulahon7712
@monjulahon7712 3 жыл бұрын
সৎ জনৰ লগতহে থাকে ভগৱান । লিলেন গোহাঁই দেৱক বহুত ধন্যবাদ
@novagamings9499
@novagamings9499 3 жыл бұрын
সঁচাকৈ ভগৱান স‌ৎ আৰু পৰিশ্ৰমী জনৰ লগতহে থাকে। আৰু আগবাঢ়ি যাওক দাদা 🙏
@dipjyotiborah8409
@dipjyotiborah8409 2 жыл бұрын
অনাগত দিনবোৰে আৰু কঢ়িয়াই আনক অনাবিল আনন্দৰ ব্যৱসায়িক জীৱন
@kalpanaborah3219
@kalpanaborah3219 3 жыл бұрын
সৎ আাৰু কষ্টসহিষ্ণু লোক হোৱা বাবেই হয়তু লক্ষ্মীদেৱী তেওঁৰ ওপৰত সুপ্ৰসন্ন হৈ আছে। গৌৰৱ কৰিছো তেখেত অসমীয়া হোৱাৰ বাবে।
@ankurjyotisaikia4732
@ankurjyotisaikia4732 11 ай бұрын
🥰🥰🥰❤❤
@Ai_chan_Idol
@Ai_chan_Idol 2 жыл бұрын
Just touch the video but i couldn,t skip it.The man is so humble pure hearted,really inspiring us.
@pranjalgogoi7745
@pranjalgogoi7745 3 жыл бұрын
বহুত ,বহুত ভাল লাগিল এই প্ৰগেম তো ছাই । এখেত আৰু আগুৱাই জাওক তাৰে কামনাৰে 🙏👍
@bulbulboruahbora2555
@bulbulboruahbora2555 3 жыл бұрын
টোপাল টোপাল পানীৰ পৰা সাগৰ সৃষ্টি হয় ✍️আপুনি প্ৰেৰণা দাদা💐💐💐💐
@alakeshthakuria9946
@alakeshthakuria9946 3 жыл бұрын
আৰু আগুৱাই যাওক দাদা, ভগবানে আৰু দয়া কৰক
@rupamjyoti7203
@rupamjyoti7203 3 жыл бұрын
Sir phone number to dibonake
@utpalschemistry5383
@utpalschemistry5383 3 жыл бұрын
Beautiful. He is a symbol of self confidence and compassion.
@satyajitbaruah4735
@satyajitbaruah4735 2 жыл бұрын
God bless you
@bumonvlogs3222
@bumonvlogs3222 3 жыл бұрын
কষ্টৰ ফল মিঠা বোলা কথাষাৰ সঁচাকৈ প্ৰমাণ কৰি দেখুৱালে।
@lakiramhazarika3861
@lakiramhazarika3861 3 жыл бұрын
Feel proud. As Assamese.
@md.maashukahmed4205
@md.maashukahmed4205 2 жыл бұрын
আৰু জীৱনত আগুৱাই যাওক তাৰেই কামনাৰেই...ভগৱানৰ আশিস সদায় থাকক আপোনাৰ ওপৰত...
@lakhyatalukdar2557
@lakhyatalukdar2557 3 жыл бұрын
Hosak bohut hahokh palu moi.. Dhoinnyobad apunak
@pranabbora2113
@pranabbora2113 3 жыл бұрын
best Assamese channel for best Assamese businessmans 👍
@adyutborpatragohain6839
@adyutborpatragohain6839 Жыл бұрын
অভিনন্দন গোহাঁইদেউ। এজন সৎ আৰু সফল ব্যৱসায়ী। আমাৰ সকলোৰে গৌৰৱ। বহুত বহুত ভাল লাগিল আপোনাক দেখা পাই।🇮🇳👌
@youtubeuser6761
@youtubeuser6761 3 жыл бұрын
খুউব ভাল লাগিছে ভাই,এনেকৈ অসমীয়া ল'ৰা বিলাক আগ বাঢ়ক এই কামনা ,🙏🙏
@chiring.7
@chiring.7 3 жыл бұрын
Bohut hahakh palu Llilen dango riyak dekhi dhanya baad Aru Aakhirbaad Thakile Tekhetoli.
@sanjitchao2377
@sanjitchao2377 3 жыл бұрын
Really feeling proud for you, in a field dominated by others you are a real source of inspiration for many of our youths who are in search of easy money and glory. 🙏
@rituparna5629
@rituparna5629 3 жыл бұрын
Amar Axomiya manuho je dangor dangor businessmen ase aji jani bohut val lagil aru anondito hoisu, moi lilen borgohain loi gourab koru🙏🙏🙏
@tapanbordoloi8661
@tapanbordoloi8661 3 жыл бұрын
বহুত ভাল লাগিল। সততাৰ আৰু ন্যায়ত থাকিলে ভগৱানে ও কৃপা কৰে।
@user-ht5yi4lk9r
@user-ht5yi4lk9r 3 жыл бұрын
গোহাঁইদেও আপোনাক ভগৱানে আৰু অধিক শক্তি দিয়ক👍
@dipabhuyan3684
@dipabhuyan3684 2 жыл бұрын
ভাল লাগিছে আপোনাৰ কাম দেখি আপোনাক মোৰ লগ পাই কথা পাতিবলৈ মন গৈছে বিৱশাই কাৰনে মোৰ ঘৰ দুলীযাজান ফুন কৰিম
@ripankarbarua779
@ripankarbarua779 3 жыл бұрын
আগুৱাই যোৱা দাদা ,ভাল মানুহৰ লগত সদায় ভগৱান থাকে ।
@ekbalahmed6211
@ekbalahmed6211 2 жыл бұрын
Many many thanks Dada. Asomiai kiba ata korile bohut bhal lage ontorot. Joi ai Axom.
@pranjalchangmai9035
@pranjalchangmai9035 3 жыл бұрын
ai jonei prakit manuh ,,,nijr prosestare nijar lgte anoku aguwai nibo parixe ,,,salute guhain salute ,,,,
@divishakayshap1842
@divishakayshap1842 Жыл бұрын
Bhal lagil Apunar Kotha Xuni. Agoloi Bohut aru unotti Houk . Bhagawane Axirbad Korak🙏🙏🙏
@DhakeswariMariani
@DhakeswariMariani 3 жыл бұрын
Very much inspirational video Alots of ❤️ from MARIANI ASSAM to You Bhagwan a val ru hustho rakhok apunak.
@jagatgogoi3281
@jagatgogoi3281 3 жыл бұрын
আপোনি প্ৰকৃত অসমীয়া সফল ব্যৱসায়ী, আপোনালৈ ধন্যবাদ ।
@dj-rocksfamily9165
@dj-rocksfamily9165 3 жыл бұрын
Bohut bhal lagil dai. Hokolu Asomia manuhr unoti houk.Hoklue deka lorai jate Lelen Gohain sir r dore kosto kore.
@mousumiborthakur3425
@mousumiborthakur3425 3 жыл бұрын
Bohut vl lagil bohut kotha hikib patilu apunar pora,,,,,aru eman vl vdo bonua jonk bohut thanks ..🙏🙏🙏
@subhitkalita7606
@subhitkalita7606 3 жыл бұрын
গৌৰৱ অনুভৱ কৰিছো । নৱ প্ৰজন্মৰ আপুনি প্ৰেৰণা ।
@binoykalita7597
@binoykalita7597 Жыл бұрын
ধন্যবাদ লিলেন আগবঢ়ি যা বহু ভাল লাগিল।
@mrbora2233
@mrbora2233 3 жыл бұрын
মইয়ো আপোনাৰ দৰে ব্যৱসায় কৰিব বিছাৰো।
@puspadhardowarah1932
@puspadhardowarah1932 21 күн бұрын
গোহাই ডাঙৰীয়ালৈ অশেষ অশেষ ধন্যবাদ।
@ratanmonisaikia9239
@ratanmonisaikia9239 3 жыл бұрын
The real hero,pride of Assam. Honesty,sincerity & perseverance is the key póint of his successive success .
@bijanborahofficial2779
@bijanborahofficial2779 2 жыл бұрын
অসমীয়া মানুহৰ এনে কৰ্ম বহুত বহুত ধন্যবাদ
@surensarmah541
@surensarmah541 2 жыл бұрын
ভগৱানে আপোনাক সদায় সহায় কৰক, আৰু আগবাঢ়ি যাওক তাৰেই কামনাৰে...।
@TheAlcatraz139
@TheAlcatraz139 3 жыл бұрын
Eijon he axomia r porichay..baaki sob bojorua..keep it up lilen da
@samudrajitgohain3138
@samudrajitgohain3138 2 жыл бұрын
Khub val lagil Gohain dangoriar bikhoye jani.May goddess Lakhsmi shower him with eternal wealth for his hard work and dedication. A very inspiring story indeed.
@dipuphukan3396
@dipuphukan3396 3 жыл бұрын
ভাল লাগিল জানি আপোনাৰ সাফল্যৰ আঁৰৰ কাহিনী৷ আশা কৰিছোঁ আৰু আগবাঢ়ি যাওক৷ যদি কেতিয়াবা Bio Disel বা এনেকুৱা Fuel Station/ LPG Gas অথবা, Bio Lubricantৰ ব্যৱসায় কৰিব বিচাৰে, inbox কৰিবচোন৷ বা আপোনাৰ যদি কোনোবা সুহৃদ আছে জনাব পাৰে৷
@bijukumarmali8786
@bijukumarmali8786 3 жыл бұрын
আপোনাক লৈ অসমীয়া হিচাপে গৌৰাম্বিত ৷
@mukuldeka1595
@mukuldeka1595 3 жыл бұрын
প্ৰেৰণাদায়ক। বহুত ভাল লাগিল।
@suvasish477
@suvasish477 3 жыл бұрын
once a time my brother was a auto Driver now he is a claass contractor he has three fortuuner bcs of hard working he is a good businessman.
@gautomk1
@gautomk1 3 жыл бұрын
Vast difference between contractor and this person dear.....this is real businessman..... Three fortuner 😄 .... typical asamese
@BharativerygoodBorah
@BharativerygoodBorah 3 жыл бұрын
Jot no korile rot no Pai. Aji aponar jibonto a pronam dada...
@sushmitabora2790
@sushmitabora2790 3 жыл бұрын
Salute you 👏 ...you are true inspiration for all
@nikhrk674
@nikhrk674 3 жыл бұрын
It's really awesome to know about an Assamese businessmen..
@mainakvlogs9087
@mainakvlogs9087 3 жыл бұрын
Really Motivational.... 🙏🙏
@DuttaBhaiYt
@DuttaBhaiYt 3 жыл бұрын
সঁচাই এনেকুৱা এজন মানুহৰ পৰা কাম কৰিবলৈ বহুত উৎসাহ পোৱা যায় ।
@miradas6385
@miradas6385 2 жыл бұрын
আপোনাৰ কৰ্মস্পৃহা দেখি ভাল লাগিল
@justawesome1373
@justawesome1373 3 жыл бұрын
🙏🙏🙏 অশেষ ধন্যবাদ ৷
@Mompipathori.123
@Mompipathori.123 3 жыл бұрын
বহু বহু শুভেচছা থাকিল |অসমীয়া মানুহে চাকৰি আৰু সহজ ধনৰ পিচতহে দৌৰে |
@jaminidas1266
@jaminidas1266 3 жыл бұрын
আপোনাৰ দৰে ব্যক্তি,প্ৰতিজন অসমীয়াৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস🙏🙏
@jamesrongphar6627
@jamesrongphar6627 3 жыл бұрын
Love from Karbi Anglong dada ❤️
@lakhyajyotideka6246
@lakhyajyotideka6246 2 жыл бұрын
এনে ধৰণৰ কথাবোৰ শুনিলে মনত কিবা এটা কৰিবলৈ সাহস পোৱা যায়।
@nayandeka7606
@nayandeka7606 3 жыл бұрын
Aasol assomiya deki monto val lagil pratijon assomiyay business koribo lage assomiya manohe je business koribo pare aayae praman
@kuldeepbaishya1372
@kuldeepbaishya1372 3 жыл бұрын
God bless him & his family...
@munindradas8302
@munindradas8302 3 жыл бұрын
Salute ,প্ৰেৰণাদায়ক ভিডিঅ,
@rupambora5056
@rupambora5056 3 жыл бұрын
Val lagile apunak, aru 10 Jon assomeyak apune anupranito korebo , best of luck
@anildeka5328
@anildeka5328 3 жыл бұрын
Bhal lagil,apuni aru agbari jauwk
@assamesespnchannel854
@assamesespnchannel854 3 жыл бұрын
Bor vl lagil apunr kothabur huni.. ❤️
@gaoliyabuarigeet7679
@gaoliyabuarigeet7679 3 жыл бұрын
So good, God bless you
@rahulsaikia6554
@rahulsaikia6554 3 жыл бұрын
Hundor dada , Great work 🙏🙏🙏
@purabidas2186
@purabidas2186 3 жыл бұрын
Bhal lagil... Proud of Sri Gohain... 👍👍
@yashonandan9618
@yashonandan9618 3 жыл бұрын
Proud of you ... Real Asomia giri..aru aag bahi jawk dada👌
@trumapun7578
@trumapun7578 2 жыл бұрын
বহুত বহুত ভাল লাগিল
@banidrawingacademyteok7554
@banidrawingacademyteok7554 3 жыл бұрын
Real Hero.
@Utpal-zd4ft
@Utpal-zd4ft 3 ай бұрын
Bhal lagil
@pranjittalukdar5373
@pranjittalukdar5373 2 жыл бұрын
Bhut vl lagil ktha bor.
@anupkumarphukan8708
@anupkumarphukan8708 3 жыл бұрын
Apunar ma atori juar babe apuni kothur bastobar sanmukhin hole, aru eeiye apunak aagbrahi juat arihona jugale ! Maye erijutu apunar babe abhisap nohoi arsibad buli bhabiba pari neki ! . Thanks for 0 to Hero
@sunjitsaikia25
@sunjitsaikia25 3 жыл бұрын
Muru tekhetoloi bohut vaal laagise karon teu r agor kotha bur dekhi huni aaru bohut kosto korise tekhete, aaru tekhetoloi bohut thanks disu tekhetor ei hard work kora r karone aaru vobisyatoloi aakha koru teu tenekoiye aguwaai jawk raijor ashirbaadot ....
@madhurjyaborah2946
@madhurjyaborah2946 3 жыл бұрын
দাদা আপোনাক লগ কৰিবলৈ মন গৈছে। বহুত জানিবলগীয়া আছে।
@PriyankurVlogs
@PriyankurVlogs 3 жыл бұрын
Very informative, love from Pune ❣️
@kamalblogs.....2285
@kamalblogs.....2285 3 жыл бұрын
Bhal lagil ejon asomiyai eman unnoti... aru howk.....
@lalitadas9990
@lalitadas9990 2 жыл бұрын
Danyabad dada...apunr aru vl hauk
@tbay6480
@tbay6480 3 жыл бұрын
Eyahe 📰 news 🤗
@abharanisonowal3099
@abharanisonowal3099 3 жыл бұрын
Bhut ভাল লাগিল।আগবহি যাওক
@ganeshaurang6595
@ganeshaurang6595 3 жыл бұрын
Apuni Hoday aguway jawk god bless you Sir
@user-qs9yp7du9y
@user-qs9yp7du9y 11 ай бұрын
Xundor apunr kthai mn sui gol
@easyshorts3782
@easyshorts3782 3 жыл бұрын
Bohot besi val lagil video tu sai.. Aru val houk apunar🙏
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 34 МЛН
Me: Don't cross there's cars coming
00:16
LOL
Рет қаралды 15 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 4 МЛН
你们会选择哪一辆呢#short #angel #clown
00:20
Super Beauty team
Рет қаралды 48 МЛН
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 34 МЛН