LIVE : অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত অকলে খেলিব কংগ্ৰেছে | Assam Politics | N18L

  Рет қаралды 101,447

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE : অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত অকলে খেলিব কংগ্ৰেছে | Assam Politics | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#congress #byelection
n18_live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 94
@gopalchetri4866
@gopalchetri4866 3 ай бұрын
মনে মিলা আন আন দলক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাল হয় যেন অনুভৱ হয়।
@jibonjyotidutta622
@jibonjyotidutta622 3 ай бұрын
অকলে খেলিলে নিৰ্বাচন জিকিবলৈ টান হব | গতিকে AJP = ৰাইজৰ দল = চিপিআই আদি দল বিলাক একত্রিত হৈ খেলিলে কংগ্রেছ দল জিকিব নহলে হৰাৰ সম্ভাৱনা আছে | ভাবি চিন্তি কাম বিলাক কৰিব |
@NilaSarmah-t2n
@NilaSarmah-t2n 3 ай бұрын
I support your commitment 💯
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
উপ নিৰ্বাচন অকলে খেল গলে ভাল নহব ,2026 ত অকলে খেলিব ।আৰু এটা কথা আজিকালি ৰাজনীতিত টকাৰ কথা আছে ।
@SHAWMITRANATH
@SHAWMITRANATH 3 ай бұрын
Right
@myway3433
@myway3433 3 ай бұрын
কংগ্ৰেছ এতিয়া ৰাইজৰ অন্তৰত কংগ্ৰেছ জিন্দা বাদ ।
@raktimborthakur2455
@raktimborthakur2455 3 ай бұрын
অকলে খেলাৰ মৰসাহ নকৰিব। ৰাইজে বিৰোধী ঐক্যকহে সমৰ্থন দিছে।
@SHAWMITRANATH
@SHAWMITRANATH 3 ай бұрын
Right
@mdeka1847
@mdeka1847 2 ай бұрын
বৰ্তমান সময়ত মিত্ৰতা অবিহনে জয়লাভৰ আশা ক্ষীণ যেন লাগে !
@ArabindaDas-w2k
@ArabindaDas-w2k 3 ай бұрын
বি ৰোধী ঐক্য বজাই নাৰাখিলে ভাল ফলাফল আশা কৰিব নোৱাৰি!
@indrajitprosad4917
@indrajitprosad4917 3 ай бұрын
অধিক উৎসাহিত নহ'ব। অহংকাৰেই পতনৰ কাৰন হ'ব পাৰে? গতিকে বৰ্তমান যি যোটবন্ধন সেইমতেই অৱৰ্ত্তীন হঁওক। লুৰিনজ্যোতি,অখিল গগৈক একাষৰিয়াকৈ থৈ নিৰ্ব্বাচনত অৱৰ্ত্তীন নহ'য় যেন। আমি শুভাঙ্খাখী হিচাবে মতামত দাঙি ধৰিছো।
@hndekari8011
@hndekari8011 3 ай бұрын
উপ-নিৰ্বাচনৰ । বিৰোধী ঐক্যমঞ্চক 2026-ৰ বিধান সভাৰ নিৰ্বাচনত একাষৰীয়া কৰাটো উচিত নহ'ব । উপ-নিৰ্বাচনত কংগ্ৰেছে নিজকে পৰীক্ষা কৰি চাওক বাৰু । অসমীয়া তেজাল জাতীয়ত্বক ভৰিৰে মোহাৰাৰ ধৃষ্টতা নকৰিলে কংগ্ৰেছৰ বাবেই ভাল যাতে বিজেপিযে চিপৰাঙ মাৰিবলৈ সুবিধা নাপায় ।।
@anilgoswami2238
@anilgoswami2238 2 ай бұрын
👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌
@kinaramdas5198
@kinaramdas5198 3 ай бұрын
প্ৰদেশ কংগ্ৰেৰ ৰাজ্যিক সভাপতি আপোনালৈ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাম যে আপুনি নিজকে কংগ্ৰেচৰ হিৰো বুলি নেভাবি মিট্ৰজোট লগত আলোচনা কৰি উপ নিৰ্বাচনৰ বাবে আগ বাঢ়িলে ভাল হ'ব নহলে নাওঁ মাজতে ডুবিব।আৰু এই বিষয়ে হাই কামান্দৰ লগতো আলোচনা কৰক।
@lohitsaikia908
@lohitsaikia908 3 ай бұрын
অকলে মইবৰ ভাৱ লোৱাটো ঠিক নহ'ব বুলি ভাৱো ।
@pradipdas4167
@pradipdas4167 3 ай бұрын
কংগ্ৰেছ জিন্দাবাদ
@premsuba1847
@premsuba1847 3 ай бұрын
উপ-নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলিলেও বিৰোধী ঐক্যক যাতে বিশ্বাসত লয় আৰু তেওঁলোকৰ সৈতে আলোচনাৰ জৰিয়তে সন্মানজনক বুজা-পৰাত উপনীত হয়!
@suramaBorgohai-yw1pb
@suramaBorgohai-yw1pb 2 ай бұрын
অকলে খেলিলে হাৰিব
@batenassam3808
@batenassam3808 3 ай бұрын
কংগ্ৰেছ অকলে নিৰ্বাচন খেলিলে,100% হাৰিব।
@podmachutia5583
@podmachutia5583 3 ай бұрын
গৰু সাৰন দিব কংগ্ৰেছ দুই গগৈ আঁতৰিলেই কংগ্ৰেছ শূন্য
@rsaikia6841
@rsaikia6841 3 ай бұрын
অকলে খেলিলে এখনো নাপাব ।
@suramaBorgohai-yw1pb
@suramaBorgohai-yw1pb 2 ай бұрын
শূন্য হব
@rlaskarkam3616
@rlaskarkam3616 3 ай бұрын
অকলে খেলা উচিত নহ'ব ।
@MuhiBoruah
@MuhiBoruah 3 ай бұрын
অকলে খেলিলে হাৰিব কিন্তু।
@brokenboruah3796
@brokenboruah3796 3 ай бұрын
অকলে খেলাতো ভাল নহব নেকি
@pareshneog6190
@pareshneog6190 2 ай бұрын
বেছি সোনকাল হৈছে যেন লাগিছে, অৱশ্যে এইয়া ছেমিফাইনেল হে !!!! আৰু এবাৰ ভালকৈ গুণা গঠা কৰিলে ভাল হব যেন বোধ হয়
@RojitaDas
@RojitaDas 3 ай бұрын
Akhil dak lagiboi..❤
@monujpalak560
@monujpalak560 3 ай бұрын
নৱ তালুকদাৰ, জিতেন্দ্ৰ সিং এই দুজন বৰ বিশ্বাসী নহয় যেন পাওঁ।
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 3 ай бұрын
Akhil Gogoik lagot narakhile hara 100% sure..... Moio ejon congressi
@hemantipatir1036
@hemantipatir1036 3 ай бұрын
Absolutely Right ❤
@FulapUddin
@FulapUddin 2 ай бұрын
কংগ্ৰছৰ ভুল ধাৰণা অকলে উপ নিৰ্বাচন খেলৰ সিদ্ধান্ত একে বাৰে ঠিক হোৱা নাই। যিহেতু মিত্ৰ যোটৰ অখিল গগৈ,লুৰিন জ্যোতি, মনোৰঞ্জন তালুকদাৰ আদি কৰি এইবিলাক দলক বাদদি উপ নিৰ্বাচন খেলৰ সিদ্ধান্ত একে বাৰে ভাল নহল।
@AbudulaAli
@AbudulaAli 3 ай бұрын
Must think on the matter.
@narendradas5609
@narendradas5609 3 ай бұрын
United hoi khela vall
@ranjitdoley2659
@ranjitdoley2659 3 ай бұрын
অকলে খেলি মহা ভুল কৰিবলৈ গৈ আছে। জনসাধাৰণ অকল কংগ্ৰেছৰ নহয়। অকলে খেলি গল দিয়াটো ইমান সম্ভৱ নহয়। বাকী দলেও যদি নিজা candidate প্ৰক্ষেপ কৰে তেতিয়া কাক দায়ী কৰিব।মিত্রতাক বিশ্বাস ঘাটক কৰা মানেই বিপদ অনিবাৰ্য। গতিকে মোৰ অনুৰোধ জানি বুজি বেয়া চিন্তা নকৰিব।
@anilgoswami2238
@anilgoswami2238 2 ай бұрын
সম্পূর্ণ সত্য কথা 👌👌👌👌👌👌👌👌👌
@AbbasAli-r6l
@AbbasAli-r6l 3 ай бұрын
Good... Congress zindabad.....
@HarmuzAli-u7e
@HarmuzAli-u7e 3 ай бұрын
সকলোৱে একগোট হৈ খেলক ।
@bipulborah2193
@bipulborah2193 3 ай бұрын
এইটো ভুল ধাৰণা।অকলে খেলিলে হাৰাতো খাতাঙ।
@NilutpalSarma
@NilutpalSarma 3 ай бұрын
Congress ❤✊
@bharatbaruah5702
@bharatbaruah5702 2 ай бұрын
সকলো দল লগ লাগি খেলিলে জিকিব পাৰিব ভূপেন বৰা ই মন দিয়ক নহলে হাৰিব
@brenarfieldsangma3513
@brenarfieldsangma3513 3 ай бұрын
Congres zindabad...🎉🎉🎉
@debojani1219
@debojani1219 3 ай бұрын
😮harib
@MdRashid-qb3fk
@MdRashid-qb3fk 3 ай бұрын
Lurinjyoti gogoi kunu homosty r pora MLA bonai bidanxobaloi loi jawk , ru ek a loge mili election khelok .. cng a okole nekhelibo ...
@tokimegu2398
@tokimegu2398 3 ай бұрын
Okoley khelile beyak haribo Congress, Mitrajutk logot loi khelibo lage
@nashersheikh1623
@nashersheikh1623 2 ай бұрын
It's a wrong decision of congress that if they not allow their allies to leave some seats in the Bielection then Congress will not win in all seats. I think Congress will think about about the matter and will take the right decision.
@imraankhandakar3048
@imraankhandakar3048 2 ай бұрын
দলত মুখ চাই নহয়, ক্ষেত্ৰ ভিত্তিক গ্ৰহনযোগ্যতা মূল বিচাৰ্য বিষয় হ'ব লাগে ।
@NivaManiDas-v4f
@NivaManiDas-v4f 3 ай бұрын
Good step luyatu vall
@MukulGogoi-cv4rs
@MukulGogoi-cv4rs 3 ай бұрын
Congrats 4manu hoi moka mila koi khelk zindabad Assam India
@LoyingLoyingbhaskar
@LoyingLoyingbhaskar 3 ай бұрын
Akil gogoik logt luwa val hob
@anilgoswami2238
@anilgoswami2238 2 ай бұрын
সকলো বিৰোধী একে লগ হৈ নিৰ্বাচন ত যুঁজ কৰক। নহ'লে কংগ্ৰেছ দলে গৰু হাৰণে হাবিব, খাটাং।
@madhabkalita2292
@madhabkalita2292 3 ай бұрын
দেশৰ উন্নতিত জ্বলন হোৱা কংগ্ৰেছ দলক কোনেও ভোট নিদিয়ে
@SabanaMarya
@SabanaMarya 3 ай бұрын
অকলে কেলাবো লাগে
@bitupandas8667
@bitupandas8667 3 ай бұрын
ফুকন বাইদেউ এই বিহালীত কিন্তু বহুতে নজনা কৈ ৰাজনীতি কৰিলে ।যিটো ভবা নাছিল বহুতে ।নিজে টিকট নোপোৱা বাবে ।
@RijumoniAli
@RijumoniAli 3 ай бұрын
Congress zindabad 🎉🎉🎉
@jahidurrahman9555
@jahidurrahman9555 3 ай бұрын
কংগ্ৰেছ এখনতো জিকিব নোৱাৰিব 00000 , ৫ টা সমস্টিৰ ৫ টাই BJP ক দিয়াৰ যোযা চলি আছে
@mohsinahasin8071
@mohsinahasin8071 2 ай бұрын
ক্ঙগ্ৰেছ দল অকলেই খেলা ভাল হ'ব
@tarunchandranath
@tarunchandranath 3 ай бұрын
Congশেষ।।হব।। ভূপেন বৰাইশেষ।।কৰিব।।😂
@imraankhandakar3048
@imraankhandakar3048 2 ай бұрын
ৰাইজৰ দল আৰু অজাপৰ লগত বুজাবুজি হ'ব পাৰে । চি পি আই‌ ?
@SadamAli-pe5op
@SadamAli-pe5op 2 ай бұрын
❤ Saddam
@lemonade2688
@lemonade2688 2 ай бұрын
2026 Bhupen Bora gam pabo.
@LalitChDas-fj4lt
@LalitChDas-fj4lt 3 ай бұрын
At this moment no other politicians spesified othe r than gaurav gogoi
@BipulBaruah-oc6ys
@BipulBaruah-oc6ys 3 ай бұрын
What sort of principle less unnecessary politician , why not respond public opinio
@HakimHaque-ut8nc
@HakimHaque-ut8nc 3 ай бұрын
Lorin jyoti gogoi ata debo laga
@hndekari8011
@hndekari8011 3 ай бұрын
উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ নেতা-কৰ্মীসকলক বেচ উত্সাহিত দেখা গৈছে । ।
@imdadali9519
@imdadali9519 2 ай бұрын
অতি মাএা ভুল সিধান্তু লৈছে।
@DARKBOY75000
@DARKBOY75000 Ай бұрын
Congressa iman bishahi hobo nalage.Iman easy nohoy bjpk horuatu
@rubulali6864
@rubulali6864 2 ай бұрын
Cong 0000
@rubulali6864
@rubulali6864 2 ай бұрын
Ahankare patan hobo
@GirijaBorgohain
@GirijaBorgohain Ай бұрын
Jutbonfgonr joriyote hole val hob
@susilsarmah4429
@susilsarmah4429 2 ай бұрын
F B Raijor Dolla kee kori aasa R
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 3 ай бұрын
Odhik ohongkari nohobo. Okole khelile gu haron dibo.
@kalitakamal1859
@kalitakamal1859 3 ай бұрын
Aru akale neki .... Self confidence aru over confidence r maja r rekhadal bar patal
@punjanbaruah9427
@punjanbaruah9427 3 ай бұрын
কংগ্ৰেছ ক্ষমতালৈ আহিলে চাকৰি বোৰ বিক্ৰীৰ বাবে এজেণ্ট গোটালে নে?
@anantamazumdar133
@anantamazumdar133 2 ай бұрын
Congress is going to lose in all of 5 seats if no alliance is made with AAP, CPM, CPI, AJP, RAIJOR DAL etc. Over-confidence shall damage da public support earned by Rahul's continuous endeavour. It is sure.
@DwiganBaro
@DwiganBaro 3 ай бұрын
Congress. Zindabad,
@sacindradeka8192
@sacindradeka8192 3 ай бұрын
ৰাষ্ট্ৰীয় দল দুয়োটা একেই।ৰাইজে পাহৰা উচিত নহ'ব।
@hemantipatir1036
@hemantipatir1036 3 ай бұрын
Nai napahoru diyok.. BJP'r ji he xasti di ase pahoribo nuaru kunu dine😂😅
@kamalpadun2969
@kamalpadun2969 3 ай бұрын
ভাল খবৰ পালোঁ
@khalidahmed1114
@khalidahmed1114 3 ай бұрын
Bjp pas korani
@Basantahajarika
@Basantahajarika 3 ай бұрын
Assamor pora congress aiudf hatao desh bachao
@BipulBaruah-oc6ys
@BipulBaruah-oc6ys 3 ай бұрын
Are you born only for vuluk valak election,
@ghanashyamborah1063
@ghanashyamborah1063 3 ай бұрын
If Congress will come to power, how many rate will be fixed for a Government Service/job and how many percentage will be fixed for a Government Contract ?
@JOHN_T123
@JOHN_T123 3 ай бұрын
Sob seatot congress ahibo
@PremeswarBorah
@PremeswarBorah 3 ай бұрын
Bangladeshato mp habo paribo gaurav gogoi
@boonsaikia8526
@boonsaikia8526 3 ай бұрын
Toi beail budhi hoi.
@tapansaikia5798
@tapansaikia5798 3 ай бұрын
Samaguri khan pabo Tatkoi akhonu besi Napai.
@hemantipatir1036
@hemantipatir1036 3 ай бұрын
O saikia 😂 tmr ghor bari nai buli belekoru ghor bari nai bhaba nki o 😂 Pura gutei kitate pabo.. Aitu bass bjp'r krone ata chaal he.. Sai thka United hoi khelibo agot bjp'r mon tu sabole he olop hype borhaise Cngress a .. 😂
@AZIZURRAHMAN-rq5np
@AZIZURRAHMAN-rq5np 3 ай бұрын
মনে মিলা আন আন দলক লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাল হয় যেন অনুভৱ হয়।
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,3 МЛН
Seja Gentil com os Pequenos Animais 😿
00:20
Los Wagners
Рет қаралды 24 МЛН
MY HEIGHT vs MrBEAST CREW 🙈📏
00:22
Celine Dept
Рет қаралды 17 МЛН
Я сделала самое маленькое в мире мороженое!
00:43
Кушать Хочу
Рет қаралды 4,3 МЛН