LIVE | Bangladesh Crisis | বাংলাদেশৰ উদ্ধতালি । ৪দিনত অসম দখল কৰাৰ হুংকাৰ ! N18G

  Рет қаралды 44,145

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 250
@BinodPathak-dv9zj
@BinodPathak-dv9zj 3 күн бұрын
এতিয়া ভাৰতৰ ক্ষেপনাষ্ট্ৰ সমুহ বাংলাদেশৰ ওপৰত ব্যৱহাৰ কৰি পৰিক্ষা কৰি চোৱাৰ সুযোগ আহি পৰিছে । ভাৰতীয় সেনাবাহিনীয়ে এই সুযোগ এৰি দিয়া উচিত নহয়।
@ProtimaDutta-g1e
@ProtimaDutta-g1e 3 күн бұрын
100 % এইটো সুবিধাতে বাংলাদেশক এশেকা দিয়া উচিত
@DiptiRabha-sm9mr
@DiptiRabha-sm9mr 2 күн бұрын
💯 right axeka diba lage banglag kella
@SriCCDas
@SriCCDas 3 күн бұрын
চাৰি দিনত অসমৰ পৰা বাংলাদেশীক খেদক CM চাৰে।
@BijoyHandique-md7yg
@BijoyHandique-md7yg 3 күн бұрын
Toi voba mote aku nhoi kin2 huwa hole Val asile kin2 nhoi
@MGNeducational6243
@MGNeducational6243 3 күн бұрын
পাৰিব কাৰণ দুই পাৰে সিহঁতৰ মানুহ আছে । ভোটৰ লুভত আমাৰ চৰকাৰে চিনি নাপাই
@jagadishnarzary8137
@jagadishnarzary8137 3 күн бұрын
Akdom 100% hosa kota
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 3 күн бұрын
এই বাতৰি চাই চাই অসমত ফেক আধাৰ লৈ লুকাই থকা মিঞা বোৰৰ মনৰ আনন্দত সিহঁতৰ এহাত মানলৈ বুকু ফুলি উঠিছে ( "বুক তা ফুলি গেছে গ" ) !
@bkp9774
@bkp9774 2 күн бұрын
অসমৰ আধা আগতেই লৈ থৈছে , চাৰি দিন নহয় চাৰি ঘণ্টাত লৈ লব । কিন্তু শ শ মিয়া মাৰি শেষ হব ।
@Immantu
@Immantu 2 күн бұрын
নামনি অসম লৈছেই বাংলাদেশৰ পৰা অহা মিঞাই মাত্ৰ বাংলাদেশৰ সীমাতোহে বনাব বাকী আছে অসমৰ বাংলাদেশী বোৰৰ এটিয়া মাত নাই এইটোৱেই প্ৰমাণ
@DiptiRabha-sm9mr
@DiptiRabha-sm9mr 2 күн бұрын
💯 right
@biswadeka6753
@biswadeka6753 2 күн бұрын
অসম খন দখল কৰিবই সিহঁতে কাৰণ ইয়াত সিহঁতৰ সংখ্যা বাঢ়ি গৈছে । তাৰ বাবে সাহস পাইছে ।
@biswajitmondal4494
@biswajitmondal4494 22 сағат бұрын
একদম সচা কথা কৈছে আপুনি।
@sanjaymalakar3581
@sanjaymalakar3581 3 күн бұрын
হপুন কেতিয়াও বাস্তৱ নহয় ।বাংলাদেখিয়ে আচলতে অসমীয়াক চিনি পুৱা নাই ।😅
@user-cx9ni2cr2x
@user-cx9ni2cr2x 3 күн бұрын
চাৰি দিনত অসমত থকা বাংলাদেখিক খেদক CM চাৰ.
@mrmajuli8736
@mrmajuli8736 3 күн бұрын
😀😀😀😀😀 বাংলাদেশৰ সাধু শুনি ভাল লাগে ।
@JagadishDas-o6o
@JagadishDas-o6o 3 күн бұрын
নামনি অসম দেখোন কংগ্ৰেছে বাংলাদেশক দিয়েই থৈছে।
@kriyangshu6400
@kriyangshu6400 3 күн бұрын
Apunalukor adab kaida bangladeshor logot mile haibsbe bangladeshi a demand koribo parise .
@munmuncreation123
@munmuncreation123 3 күн бұрын
এতিয়া দেখোন বিজেপি চৰকাৰ নেখেদে কিয়?
@nitusarmah6125
@nitusarmah6125 3 күн бұрын
হাঁহি উঠিছে বাংলাদেশৰ এইবোৰ শুনি ।
@jagadishnarzary8137
@jagadishnarzary8137 3 күн бұрын
4 dinot noholeu 20 bosoror pisot Assam kon banglaeh hbo
@shanki360
@shanki360 3 күн бұрын
​​@@jagadishnarzary8137xosa koixa , tenehole tumi kuwa ki koribo Lage atiya
@kantaramchiarykanta5723
@kantaramchiarykanta5723 2 күн бұрын
Thig koise 20 bosor pisot assam dhongkho hobo rajnitikor karone musolmanok roikhona bekhon kore aamar deshot
@nayangoswami9523
@nayangoswami9523 2 күн бұрын
Don't think it lightly.😮
@krishnagogoi1657
@krishnagogoi1657 Күн бұрын
তহতি সপোন দেখি থাক | জয় হিন্দ
@Xapon1054
@Xapon1054 3 күн бұрын
😂😂মোক দিয়ক দায়িত্ব দুই দিনত বাংলাদেশ উৰাই দিম ।। বাংলাদেশৰ সাধৰণ হিন্দু নাগৰিক সকলৰ একো ক্ষতি নোহোৱাকৈ
@RajeshNomosudra-kc6tp
@RajeshNomosudra-kc6tp 3 күн бұрын
5 minute Jay Shri Ram
@jaydevdeury5634
@jaydevdeury5634 2 күн бұрын
Right , Honourable CM sir of Assam please kindly answer about this issue
@RajuBora-fq6kn
@RajuBora-fq6kn 3 күн бұрын
ৰাচিয়া ২নম্বৰ দেশ। কিন্তূ এতিয়াও ইউক্ৰেইনক হৰুৱাব পৰা নাই ।
@NobaDutta
@NobaDutta 3 күн бұрын
মূৰ্খৰ স্বৰ্গত বাস কৰা সকলক উদ্বুদ্ধ কৰি ৰখাৰ মৌলবাদীৰ এয়া কৌশল, তাৰ বাদে আন একো নহয়।
@mukulphukan2258
@mukulphukan2258 3 күн бұрын
পূৱ-পাকিস্হানখন এসময়ত আহোমসকলৰ ছয়শ বছৰ ৰাজত্ব কালত অৱিচ্ছেদ্য অংগ হিচাপে ৰাখিব বা ৰাজ্য বিস্তাৰ কৰি লব পৰা শক্তি আছিল কিন্তু বৃটিছে ভাৰত শাসন কৰাত অসমখন শক্তিহীন হব লগা হল। শৰাইঘাটৰ ৰণত যিদৰে লাচিতে মুছলমান সেনাক আজিৰ বাংলাদেশৰ কৰতোয়ালৈকে পহু খেদা দিছিল ঠিক সেইদৰে আজিও বাংলা দেশখন অসমে দখল কৰি লব পৰা শক্তি আছে ।আহোমসকলৰ শক্তি আজিও অটুত হৈ আছে।
@JyotimoyBorah
@JyotimoyBorah 3 күн бұрын
Akl ahomeii nohoi Ahom ,chutia ,moran, motok, ujonir aii 4 ta jatik kela sinia pua Miya keiitaii
@DigontaGogoi-u1s
@DigontaGogoi-u1s 3 күн бұрын
ভূলটো কাৰ আমাৰ বুৰ্বক অসমীয়াৰ কেইটা হয়. কাৰণ আমাৰ অসমীয়া কেইটা যদি বুৰ্বক নোহোৱা হলে. কোনো বাংলাদেশীয়ে অসমত স্থান নাপালে হয়. আৰু বাংলাদেশে অসমক ধমকী দিয়া সাহস নাপালে হয়?
@targetmotivation3054
@targetmotivation3054 3 күн бұрын
akdom hosa ktha koise dada
@BipulkumarBhuyan
@BipulkumarBhuyan 3 күн бұрын
Thik.koisay
@plumberMaster-ke4di
@plumberMaster-ke4di 3 күн бұрын
Tur jatir manuhe bhoraise miyak Tar name tu hol Torun gogoi
@shanki360
@shanki360 3 күн бұрын
100% hoxa kotha , amr iyat 1.40 cr(40%) muslim hoi gol , kintu Kune navabe paxot ki hobo , amr axomiya 1 cr axu aru others 70 lakh , amr meghalaya, mizoram nagaland, Arunachal Pradesh, monipur nixina hobo lagixil , hihotok kuku r nixina rakhibo lagixil , burkha lungi tupi pindhile khuli dibo lagixil , mosjid t mic allow koribo nagixil , amr manuh nije thik nohoi , atiya time axe amr manuh xojag hobo lage
@satyajitkumargogoi358
@satyajitkumargogoi358 3 күн бұрын
পাৰিব সিঁহতৰ শক্তি আছে,আমাৰ প্ৰফুল্ল মহন্তই অসম ৰক্ষা কৰিব।
@pradipkumarhazarika4307
@pradipkumarhazarika4307 3 күн бұрын
শান্তিৰ নবেল 😂😂😂😂😂😂
@harishchoudhury9426
@harishchoudhury9426 Күн бұрын
😂😂😂
@madandey3082
@madandey3082 3 күн бұрын
জহৰা বাংলা দেশ লাজ নাই কাৰ লগত কি কয়
@BharatSingh-yk4hq
@BharatSingh-yk4hq 3 күн бұрын
বাংলাদেশৰ সৈনিক বিলাক পাখি গুছোৱা পাৰোঁ চৰাইৰ দৰে চেহেৰা ফু মাৰিলে বতাহত উৰি যাব চাব না
@trideepkrnath7462
@trideepkrnath7462 3 күн бұрын
Bangladesh k finish kori dibo lage
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 3 күн бұрын
ককাল কাৰো নাথাকিব ৷
@KaliramDas-bv3qu
@KaliramDas-bv3qu 2 күн бұрын
ভাৰতীয় মিডিয়া কিমান নং ত।
@anujroy6992
@anujroy6992 3 күн бұрын
ভাৰতে বিশেষ একো কৰিব নালাগে। উত্তৰ-পূবৰ সকলো উগ্ৰপন্থী গোটক বাংলাদেশৰ ভুমি দখল কৰি নিজৰ নিজৰ স্বাধীন দেশ গঠন কৰাৰ পৰামৰ্শ দিলেই হল। উত্তৰ পূৰ্বাঞ্চলৰ সকলো গাহৰি সন্মুখত ৰাখি আৰু শুক্ৰ বাৰে উগ্ৰপন্থী সকলে যুদ্ধ কৰিলে নিন্ম ক্ষয় ক্ষতিত বাংলাদেশক পৰাস্ত কৰিব পৰা যাব।
@bkp9774
@bkp9774 2 күн бұрын
আলফাৰ নেতা পৰেশ বৰুৱা ই মিয়াৰ ধৰ্ম লৈ ললে কাৰণে ইহঁতে বেছি সাহস পাইছে ।
@MridulDas-MDNE
@MridulDas-MDNE 3 күн бұрын
Dom ase niki Amer indian army a bisarile adinote Bangaladeshk dokohl koribo Dom ase 🇮🇳❤️
@biswadeepchoudhury6797
@biswadeepchoudhury6797 3 күн бұрын
অসমৰ লোকসকলে তৎক্ষণাৎ সাৰ পাই উঠিব লাগিব। বাংলাদেশে অসম আৰু উত্তৰ-পূৰ্ব ভাৰতৰ বাবে এটা গম্ভীৰ ভাবুকি সৃষ্টি কৰিছে। তদুপৰি, ইয়াত বাংলাদেশৰ প্ৰক্সি সমূহো আছে। সেয়া কাৰণে, এই অঞ্চলৰ লোকসকলে মাত দাঙি ৰাখিব লাগে আৰু অসম আৰু উত্তৰ-পূৰ্ব ভাৰতৰ সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰক বাংলাদেশৰ বিৰুদ্ধে তৎক্ষণাৎ ব্যৱস্থা ল’বলৈ দৃঢ়ভাৱে বুজাব লাগে।
@rabiulislam9042
@rabiulislam9042 Күн бұрын
ভাৰতত কা আছে। এইটো এটা ৰাজনৈতিক প্ৰতিফলন। বৰ ধূনীয়াকৈ প্লেন বনাইছে।
@biswajitmondal4494
@biswajitmondal4494 22 сағат бұрын
মূৰ্খ তই। বাংলাদেশত যা।
@Prasantapegu-c5z
@Prasantapegu-c5z 3 күн бұрын
হাঁহি বনলৈ মন যায়
@ujjalchaliha2793
@ujjalchaliha2793 Күн бұрын
উৰাই দিব লাগে অতি সোনকালে।
@harichandranath817
@harichandranath817 2 күн бұрын
আমি জানো যে দাত নোহোৱা সাপৰ ফোপনীয়ে সাৰ। সেয়ে বাংলাদেশৰ অবস্থা সেই টোৱে হৈছে।
@digantanath3121
@digantanath3121 2 күн бұрын
হাঁহি ৰ খোৰাক জনাইছে এনেকুৱা জক কৰিথাকিব লাগে হাঁহি থাকিলে মানুহৰ স্বাস্থ্য ভালে থাকে
@rajenborah6629
@rajenborah6629 Күн бұрын
মৰম টো বেছি কৰা বাবে এনে হৈছে 😅
@basantahira8645
@basantahira8645 3 күн бұрын
এইবোৰ পগলা মানুহৰ কথা। মিছাতে মাথা নষ্ট কৰি লাভ নাই
@bhabeshsarma3829
@bhabeshsarma3829 3 күн бұрын
Chin pak Bangladesh log aase
@juniorpatir6113
@juniorpatir6113 2 күн бұрын
হে হৰি কি শুনি পালো, এয়া কি বাতৰি দিছে বাৰু এনে মূল্যবান সময় বোৰ নস্ট কৰি। দেৎ কাম নাই চালা।
@JayantaDas-te6hq
@JayantaDas-te6hq 3 күн бұрын
পৰুৱাৰ পাখি গজিলে যি হয় বাংলাদেশৰ মন্তব্য কাৰিৰো সেয়ে অবস্হা ৷
@jayantakalita2374
@jayantakalita2374 3 күн бұрын
পছলা কাটন চিনি পায় নাই।।
@hemchandraholal7321
@hemchandraholal7321 2 күн бұрын
এই পৰিকল্পনা আজিৰ নহয় । অসমত বাংলাদেশী মূলৰ মানুহৰ সংখ্যা বঢ়াই অসমৰ demography সলনি কৰাৰ চেষ্টা কৰি আছে । AAMSU, AIUDF আজি তাৰে অংশ । ইতিমধ্যে অসমৰ ৫০/৬০ সমষ্টিত বঙালী মুছলমানে নিৰ্বাচনত নিৰ্ণায়ক ভুমিকা লয়, কোন দল জিকিব । গতিকে আসমীয়াবোৰ সজাগ হব লাগে ।
@kukububu5087
@kukububu5087 3 күн бұрын
যেতিয়ালৈকে কংগ্ৰেছৰ ৰাহুল ৰাজ থাকিব তেতিয়ালৈ এইবোৰ কাহিনী হৈয়ে থাকিব, পাগল হৈছে বাংলাদেশ পাগল হৈছে কংগ্ৰেছী supporter
@ranjansarmah4843
@ranjansarmah4843 3 күн бұрын
বাংলাদেশৰ পিঠি নাচিছে । ভাৰতীয় সৈন্য ই ডোল বজাব। আৰম্ভ কৰিলে ভাল পাওঁ বাংলাদেশ।
@Tapashkr.Biswas
@Tapashkr.Biswas 3 күн бұрын
Ami bangali ami oh dekh te chai Bangladesher sakti
@nurmahammadkhan2895
@nurmahammadkhan2895 3 күн бұрын
বাংলাদেশৰ এমান সাহস ।
@ManojMishra-nv6fh
@ManojMishra-nv6fh 3 күн бұрын
ये बांग्लादेशी मालूम नहीं यहां मां कामाख्या की शक्ति है
@tulshigogoi7019
@tulshigogoi7019 3 күн бұрын
Yes, so that immediately action to the Bangladesh.
@Mayurjyoti68
@Mayurjyoti68 2 күн бұрын
বাংলাদেশী প্ৰাক্তন সেনা বিষয়াই কোৱা কথাই বাংলাদেশী চৰকাৰৰ ভাষন হব নোৱাৰে ৷ পাগলৰ প্ৰলাপ কেৱল ৷ অৱশ্যে অসমত থকা বিশেষ একাংশই ভিতৰি সহযোগিতা কৰিব সেইটো খাটাং ৷ তেওঁৰলোকৰ আচৰণ কৰ্মকাণ্ডই পতিয়মান কৰাইছে ৷ সম্ভৱ নহয় সেইটোও সঁচা ৷
@KandarpaKumar-p4o
@KandarpaKumar-p4o 2 күн бұрын
কামে নাই য়েই আমাৰ প্ৰধান মন্ত্ৰীৰ সাধাৰণ দেশ এখনেও আমাক ভাবুকি দিয়ে উৰাই দিব লাগে বাংলাদেশক আৰু দখল কৰিব লাগে 😂
@Johnny-hs9bb
@Johnny-hs9bb 3 күн бұрын
4 vs 37 what a joke 😂😂
@lalmiah9734
@lalmiah9734 2 күн бұрын
মানসিক ভাৰসাম্য হেৰুৱা বাংলাদেশ পাগল হৈছে। 😂
@MintuDey-y1q
@MintuDey-y1q 3 күн бұрын
,বেইমান। বাংলাদেশ❤❤❤❤
@rajaelectricals4312
@rajaelectricals4312 3 күн бұрын
চীনৰ লগত বুজা পৰা কৰি লৈছে চাগে ॥
@targetmotivation3054
@targetmotivation3054 3 күн бұрын
chin r lgt kiba sukti krise kijn Bangladesh a heikrne anekoi koboloi Bangladesh a hahokh paise nhle kt india aru kt Bangladesh
@asmigomgaming7960
@asmigomgaming7960 3 күн бұрын
বাংলা দেশক মাৰিব লাগে
@bilahkonwar5865
@bilahkonwar5865 3 күн бұрын
জূইত পৰি মৰিবলৈ ছগাই নিজেই পৰি মাৰিবলৈ আহে গতিকে ভাৰততে এই সময়তে নিজৰ শক্তি পৰীক্ষা কৰিবলৈ লাগে জেন কুকুৰ তেন তাঙৰণ দিব লাগে
@tulshiroy6410
@tulshiroy6410 3 күн бұрын
পিপিলিকাৰ পাখি গজিছে 😂
@RamenSarmah
@RamenSarmah 3 күн бұрын
বালাদেশ কাৰ শক্তি ত বলিয়ান
@Ankitdas-r6
@Ankitdas-r6 3 күн бұрын
Bangladesh ar boperor dom nai
@TukheswarDeori-b1n
@TukheswarDeori-b1n 3 сағат бұрын
এই বিলাক বাংলাদেশৰ ফাল্টু নাগৰিকৰ ফাল্টু কথা।
@pallobborkakoty8932
@pallobborkakoty8932 3 күн бұрын
Ami bur ene asu ...ahh ...katibo redy axu
@sumamohantagoswami6909
@sumamohantagoswami6909 3 күн бұрын
গম পোৱা নাই,সাদ্দাম হোসেনেৰ অবস্থা যে হব,৭১ কথা কিয় মনত ৰাকিব মীৰজাফৰ কোন জাতিৰ মানুষ আছিল।
@SharifulIslam-f1f
@SharifulIslam-f1f 2 күн бұрын
I always suport my india
@dhananjayrabhavlog8250
@dhananjayrabhavlog8250 3 күн бұрын
Asasamor logotadamor logote lalibo deasamor logote na
@nibasnath2061
@nibasnath2061 3 күн бұрын
Hoi hoi hoi Bangladeshk mani lobo lagibo😂😹😅😅😅
@BijoyHandique-md7yg
@BijoyHandique-md7yg 3 күн бұрын
Where is 56 Inch man right now ????
@RanjitSaikia-i1g
@RanjitSaikia-i1g 3 күн бұрын
Point (1) bang,pak china point(2)Indian bjp
@harikonwar664
@harikonwar664 Күн бұрын
CM sir ehotar sahak barhise
@gutamchoudhary3650
@gutamchoudhary3650 3 күн бұрын
😊😊😊😊
@Ur_cristianos_fannboy
@Ur_cristianos_fannboy Күн бұрын
Ami 16 years or lora hoi lagile amio juddot namim
@burgmanstreetrider5289
@burgmanstreetrider5289 3 күн бұрын
O hoi neki moi aji he janilu eman dom ase buli kotit 😂😂😂
@moheshdas7258
@moheshdas7258 2 күн бұрын
DR unus k hopon dekhibolagibo
@sacreativeandcrazy953
@sacreativeandcrazy953 3 күн бұрын
😢 Bangladeshi😮
@jinusaikia2652
@jinusaikia2652 3 күн бұрын
Axom ahi saa rtn jaboo nuwaribo..😁😁😁
@jitenrongpi6034
@jitenrongpi6034 2 күн бұрын
Bangladeshe bhartok porast koribo paribo janu. Ketiau nuvare. 🎉🇮🇳India
@hdentertainment7776
@hdentertainment7776 3 күн бұрын
Pokori khabo mon goise sage Bangladesh r bcz thanda pirise no 😅
@GitiBordoloi
@GitiBordoloi 3 күн бұрын
Ami 4 dinot Bangladesh khotom kori dim..lol😁😝
@bodolandstar4165
@bodolandstar4165 2 күн бұрын
Sottru k xoru buli navabibo…
@dipakshill8911
@dipakshill8911 3 күн бұрын
জহরা বাংলাদেশ।
@YtTutuTech
@YtTutuTech 3 күн бұрын
বাংলাদেশৰ গাত মুতি দিম 😂😂😅
@hdentertainment7776
@hdentertainment7776 3 күн бұрын
Hahi uthise 😂😂😂
@Tapashkr.Biswas
@Tapashkr.Biswas 3 күн бұрын
Apunar mukhedi kotha oluanai val dore
@PRANJITBASUMATARY-o3g
@PRANJITBASUMATARY-o3g Күн бұрын
Dom ase jodi koribo de
@Amirswargiary-l1f
@Amirswargiary-l1f 3 күн бұрын
Bangla desh hindu rastra hona sahiye
@pranabgogoi6283
@pranabgogoi6283 2 күн бұрын
O .....bor bhoy loga kotha dekhun! Hai hai ki hobo etia ?
@tapanbikashbarman4795
@tapanbikashbarman4795 3 күн бұрын
Aha sudirvai sokol aha,Pira pari dim ah.Lengta hoi dourabo lagibo Asomor pora
@debajitborah5513
@debajitborah5513 7 сағат бұрын
eyer arot ASE pakishtan aru china.
@ratulpaul497
@ratulpaul497 3 күн бұрын
কেলা বুলি এ কলো 😅
@xxxxxdij
@xxxxxdij 8 сағат бұрын
Assam khan Bangladesiea dakhal kariei thoise aru kab nalage
@jyotiprasadray8055
@jyotiprasadray8055 3 күн бұрын
Bangladesh k Gali prile amr eyr keita manor Ko*i Fate😂😂Comments ki sabi tahar😂
@dipakshill8911
@dipakshill8911 3 күн бұрын
Poruar pakhi goji morebor karona.
@srimantarabha2447
@srimantarabha2447 3 күн бұрын
binash kale biporit buddhi
@Amirswargiary-l1f
@Amirswargiary-l1f 3 күн бұрын
Sop gahuri mangho khwaidevsob thik hoi jabo
@PrashantaGogoi-o1p
@PrashantaGogoi-o1p 2 күн бұрын
Ah ok sun kenakoi dokhal kore sau sun
@Manash1997
@Manash1997 3 күн бұрын
Hindu bangladeshi ona bjp ee ki koribo
@tridipborah1124
@tridipborah1124 3 күн бұрын
Mogoju hin,je khon dexe ugrobadi xonggothonor bhori seleki ase xei khon dexe uttorpub aru kolikota dokhol kori lobo taku 4 dinot ene dohronor bebek hin ollo godho jibonot prothom dekhilu
@rintuchetia2706
@rintuchetia2706 Сағат бұрын
বাংলা দেশে😂😂😂লাগিব
@dhananjayrabhavlog8250
@dhananjayrabhavlog8250 3 күн бұрын
Kon pagor kotha koi ase
@alienbrain1875
@alienbrain1875 3 күн бұрын
Perhaps they are becoming mad
@MonojSingha-i8g
@MonojSingha-i8g 3 күн бұрын
I m indian ami gor Boni dibo janu aru
@assamdigitalviews979
@assamdigitalviews979 Күн бұрын
Kam nai bangladeshr Hahi utha kotha koise bangladesh Akhn Xoru state
@MojammelHoque-cc8ow
@MojammelHoque-cc8ow Күн бұрын
বাংলা দেখে আমার নগদ তৃতীয় দুয়ারে কারণ আমার ভারতের 140 কোটি মানুষ পেশাব করে দিলে সে হতে ফাহি যাবো❤
@BuragohainUTTAM
@BuragohainUTTAM 3 күн бұрын
Ahisa abr 😅
@biswasenapati8833
@biswasenapati8833 3 күн бұрын
Kriye aasesun saridinlage neki?
@IndrajitDeka-y2x
@IndrajitDeka-y2x 2 күн бұрын
4 dint all bangladeshi safai india r pora😂
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 3,8 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 11 МЛН
How many people are in the changing room? #devil #lilith #funny #shorts
00:39
Beharbari outpost today episode || Beharbari outpost 11 December 2024
20:44
DESERT 🖇️KING
Рет қаралды 41 М.