LIVE: ভৰিত শিকলি, হাতকেৰেয়া লগাই শতাধিক US নিবাসী ভাৰতীয়ক বহিষ্কাৰ Indians Deported From US | N18G

  Рет қаралды 44,572

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE: ভৰিত শিকলি, হাতকেৰেয়া লগাই শতাধিক US নিবাসী ভাৰতীয়ক বহিষ্কাৰ Indians Deported From US | N18G
#live #usdeportation
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 228
@Mridul_Hazarika.
@Mridul_Hazarika. 21 сағат бұрын
সুন্দৰ পদক্ষেপ। ভাৰতে কৰিবলৈ ভয়‌ কৰা‌‌ কাম আমেৰিকাই কৰি‌‌ দেখুৱাই দিলে।
@kanaklalsutradhar6998
@kanaklalsutradhar6998 15 сағат бұрын
Bode dil wale: eaoloke bidekhi borok he aamar iyat loi ahib. Oboidh Bangladeshi borok khediboloi Dom nai nahoy !
@tulashisarma3829
@tulashisarma3829 21 сағат бұрын
বিশ্ব গুৰু হৈ নিমাতে বহি আছে।
@lakhinathtaid
@lakhinathtaid 15 сағат бұрын
Kam naikiya mudi 😅😅😅
@sahar-394
@sahar-394 14 сағат бұрын
ইয়াত মাতা নামাতা কি কাৰণ আছে, অবৈধ ভাৱে গৈছিল বৈধ ভাৱে প্ৰেৰণ কৰিছে। 👏🏻👏🏻👏🏻
@SabitaSaikia-rn6fn
@SabitaSaikia-rn6fn 21 сағат бұрын
আমেৰিকাৰ পৰা ভাৰতে কিবা শিকক,অন্যথা ভাৰতীয়কো এদিন হাত কেৰেয়া লগাই বাংলাদেশী য়ে ভাৰতৰ পৰাই বাহিৰ কৰি দিব।এদিনৰ সুখৰ বাবে চিৰদিনলৈ দুখ চপাই লোৱা হব,সেইটো ভোট বেংক বাদ দিয়ক।
@bkp9774
@bkp9774 21 сағат бұрын
বাংলাদেশী এ হাত কেৰেয়া নলগাই, চিধাই নালিয়া কটা দা লৈ খেদিব।
@kanaklalsutradhar6998
@kanaklalsutradhar6998 15 сағат бұрын
Aakou abaar.....Sarkar????
@AnuBagume
@AnuBagume 13 сағат бұрын
😂😂😂😂😂😂
@BubuKonwar-o2d
@BubuKonwar-o2d 22 сағат бұрын
ৰহিংজ্ঞা,বাংলাদেশীবোৰো এইদৰে খেদিব লাগে ভাৰতৰ পৰা ।
@JosephMalik-z3m
@JosephMalik-z3m 22 сағат бұрын
Atea Iran .Dubai . katar.nd Sadi arob pora aye bo
@BubuKonwar-o2d
@BubuKonwar-o2d 21 сағат бұрын
@@JosephMalik-z3m যিমান অবৈধ ভাৱে আনৰ দেশত প্ৰৱেশ কৰে সবকে তেনেকুৱাই এক্সন লব লাগে।
@bhaskarborah8767
@bhaskarborah8767 20 сағат бұрын
Bangladeshi kotha nokoli je
@AbdulHannan-l2s3o
@AbdulHannan-l2s3o 19 сағат бұрын
Tar mane Americai bhartiya hokolor logot thikei korose na?
@AbdulHannan-l2s3o
@AbdulHannan-l2s3o 17 сағат бұрын
@@bhaskarborah8767 agote prosnor uttor Tu de.
@satyajitkumargogoi358
@satyajitkumargogoi358 21 сағат бұрын
ট্ৰাম্পক salute জনাইছো,আমাৰ দেশৰ বিদেশী খেদাৰ আন্দোলনত ৮৫৫ জন ভূমীপুত্ৰক গুলীয়াই মাৰিলে,লাখ-লাখ যূৱক-যূৱতীৰ শিক্ষা জীৱন ধ্বংশ কৰিলে,CAB আনি বিদেশীৰে অসম শুৱনী কৰিবলৈ বিছাৰিছে আমাৰ হিজৰা বোৰে। পকা চুলি -দাড়ি থাকিলেই ৰবীন্দ্ৰনাথ ঠাকুৰ হৱ নোৱাৰে অথবা বিশ্বগুৰু ।
@joligoswami3870
@joligoswami3870 15 сағат бұрын
Right ktha koise apuni
@carshorts7621
@carshorts7621 13 сағат бұрын
ঠিক কৈছে আপুনি।
@rabiulislam9042
@rabiulislam9042 21 сағат бұрын
তথাপিও লাজ পোৱা নাই ভাৰতৰ মুখা পিন্ধা চৰকাৰে। কৰ্ম সংস্থাপন দিব নোৱাৰা কাৰণে ভাৰতৰ অতি মেধাবী সকলে আমেৰিকালৈ যায়। তেওঁলোকে ভাৰতীয়ক জাবৰ বুলি গণ্য কৰে।
@क्षत्रियभृगु
@क्षत्रियभृगु 15 сағат бұрын
আমাৰ চৰকাৰে বাংলাদেশী rohingiya বিলাকক এনেকৈ জাবৰৰ দৰে পঠাব লাগে।😊
@monjitlahon7671
@monjitlahon7671 15 сағат бұрын
ভাৰতৰ পৰাও যিমান বাংলাদেশী, আৰু ৰহিঙীয়া আছে সৱকে খেদি পঠাব লাগে।
@Assamboy-ou6yh
@Assamboy-ou6yh 14 сағат бұрын
বাকি থকা ভাৰতীয় বৈজ্ঞানীক সকলেও ভাৰতলৈ গুচি আহিৱ লাগে তেতীয়া আমেৰিকাই ও গম পাৱ।
@Krishna12959
@Krishna12959 12 сағат бұрын
তোমালোকক ও খেদিব লাগে আৰু
@junjyotigogoi5074
@junjyotigogoi5074 21 сағат бұрын
ভাৰতৰ লাজ লাগিছে নে নাই ? এটাও বাংলাদেশী খেদিব নোৱাৰা , ভাৰতক উচিত শিক্ষা ।
@underliton5572
@underliton5572 22 сағат бұрын
এতিয়া অন্ধভক্তবোৰ কত গ'ল পুজা কৰে ট্টমপৰ কাৰণে ৰাষ্ট্ৰপতি হোৱাৰ কাৰণে
@khargeswarnath2624
@khargeswarnath2624 14 сағат бұрын
সুন্দৰ পদক্ষেপ, ভাৰতেও কৰিব লাগে
@xzaxe
@xzaxe 14 сағат бұрын
বিশ্ব গুৰু বান্দৰ বিলাক কত গ'ল?
@ManojHazarika-l8h
@ManojHazarika-l8h 16 сағат бұрын
ভাৰতৰ পৰা কেতিয়া খেদিব 16 মে আহাৰ নাই চাগে
@r.t.gassam45
@r.t.gassam45 20 сағат бұрын
আমাৰ চৰকাৰে আতিথ্যৰে খোৱাই -বোৱাই ৰাখে !
@debakumar5124
@debakumar5124 20 сағат бұрын
সুন্দৰ অপমান, ভাৰতত চৰকাৰ আছেনে?
@KhushiBiswas-t6x
@KhushiBiswas-t6x 14 сағат бұрын
বিশ্ব গুৰু জন কত গ'ল আমেৰিকা যুক্তৰাষ্ট্ৰক পূজা কৰা সেই অনদো ভক্ত সকলে কি কব?
@KarunaSonowal-cp4by
@KarunaSonowal-cp4by 16 сағат бұрын
,আমাৰ‌ কেইটাই ভুটৰ আৰু টকা ৰ খকত বিদেশী নেষেদে .
@rajanibarman5539
@rajanibarman5539 21 сағат бұрын
Good discussion
@pranabborah209
@pranabborah209 14 сағат бұрын
এইয়াই বিশ্ব গুৰুৰ মুক অভিনয়।
@PinkuHussain-q5i
@PinkuHussain-q5i 13 сағат бұрын
অকল যে মিঞায় অনুপ্ৰৱেশ নকৰে তাৰে প্ৰমান।যি কৰিছে অতি সুন্দৰ পদক্ষেপ।
@keshabrabha6442
@keshabrabha6442 14 сағат бұрын
আমেৰিকাৰ পৰা ভাৰত চৰকাৰে শিকি লব লাগে বিদেশী কেনেকৈ বিতাৰিত কৰিব লাগে
@mohannath6515
@mohannath6515 21 сағат бұрын
আমেৰিকাৰ পৰা পথাই দিয়া সকল ভাৰতীয় হয় নহয় ? ভাৰত চৰকাৰে নথিপত্ৰ আছে নে নাই তন্নকৈ পৰিক্ষা কৰিব লাগে
@gauravjyotiarts8697
@gauravjyotiarts8697 20 сағат бұрын
Exactly.eitu khub bhal kotha koise
@nazrulchowdhury3659
@nazrulchowdhury3659 20 сағат бұрын
I think they are from barma
@AllRounderVideo-jg6v
@AllRounderVideo-jg6v 19 сағат бұрын
Right kotha koise
@binodgogoi8247
@binodgogoi8247 16 сағат бұрын
Right
@hemalatachetia3765
@hemalatachetia3765 11 сағат бұрын
বৰ ভাল কাম কৰিছে ।।।আমাৰ অসমৰ,,,ভাৰতৰ,,ৰজা,,মহাৰজা ,,মন্ত্ৰী,,বিধায়ক সকলে হে বিদেশীক আশ্ৰয় দিয়ে ,,বহিৰাগত সকলক সোণৰ কাঁহীত ভাত খাবলৈ দিয়ে ।আৰু খেদিব অন্য দেশৰ পৰা ,,,,বাংলাদেশীক বৰপীৰাত বহিবলৈ দি অসমৰ অসমীয়াক অত্যাচাৰ কৰিব। ।
@ApurboBorah-sg5gh
@ApurboBorah-sg5gh 20 сағат бұрын
বিশ্ব গুৰুৱে কত ?😅😅😅
@jitulkalita4455
@jitulkalita4455 19 сағат бұрын
বহুত ভাল কাম কৰিছে ভাৰত চৰকাৰে শিকিব লাগে ভাৰতকে ধৰি অসমত কিমান বাংলাদেশী সোমাই আছে আজি লৈ একো কৰা নাই ,মুখ্য মন্ৰী, প্ৰধান মন্ৰীক, আমেৰিকা চৰকাৰে ভাল কাম কৰিছে , আমাৰ চৰকাৰে কি কৰি আছে অসম খন ফোপোলা কৰিলে ,
@abhijitnarzary6514
@abhijitnarzary6514 15 сағат бұрын
Very Good...
@LatifudinAhmed
@LatifudinAhmed 21 сағат бұрын
কত গল মোদি ভক্ত বোৰ 😂😂😂
@ArunKumar-kl2jw
@ArunKumar-kl2jw 21 сағат бұрын
বোধকৰোঁ এইকেইজন ভবিষ্যতে কেতিয়াও আমেৰিকালৈ নাযায়।
@ProbalKhataniar
@ProbalKhataniar 22 сағат бұрын
😂😂এয়ে আমেৰিকাৰ দম।
@mollahabdulhamid
@mollahabdulhamid 18 сағат бұрын
আৱ কা বাৰ ট্ৰাম্প চৰকাৰ বুলি কোনে শ্লোগান দিছিল? লাজ নালাগে নে?
@IH_Gyan_Axom
@IH_Gyan_Axom 20 сағат бұрын
জয় বিশ্বগুৰু
@lakhinathtaid
@lakhinathtaid 14 сағат бұрын
Leura
@bipulborah2193
@bipulborah2193 17 сағат бұрын
ভাৰতে কিয় আমেৰিকাৰ দৰে কৰিব নোৱাৰে?
@MGNeducational6243
@MGNeducational6243 15 сағат бұрын
সুন্দৰ পদক্ষেপ
@udaysarma9513
@udaysarma9513 14 сағат бұрын
Good step taken against illegal occupants.
@dilipchauhan5219
@dilipchauhan5219 14 сағат бұрын
ভাৰতীয়ৰ এই অৱস্থা আমেৰিকাৰ দ্ধাৰা তেন্তে ৰোহিংগিয়া বিলাকক ভাৰতৰ পৰি খেদিবলৈ ভাৰত চৰকাৰে কাক ভয় কৰিছে আমেৰিকাকো শিকাই দিব লাগে।
@anushkaneog691
@anushkaneog691 14 сағат бұрын
ঠিক কৰিছে আমেৰিকাই। ভাৰতেহে বাংলাদেশী ৰহিংগীয়া আদিক বুকুত আকোৱালী লয়।
@arundeori8142
@arundeori8142 21 сағат бұрын
আৰু মজা 💯,,,,, আজি ন পেক দিম,,, ভাৰতৰ বিভিন্ন ঠাইত ঘূৰি পকি থকা বিদেশীক কেতিয়া গাভিনী কৰিবলৈ সক্ষম হ'ব,,, লক্ষণ
@ashutdutta2698
@ashutdutta2698 20 сағат бұрын
অবৈধ নাগৰিকক বহিস্কাৰ কৰিছে ভাল কাম কৰিছে । তেওঁ লোক অপৰাধীয়ে হয় ।
@RatnaChangmai
@RatnaChangmai 15 сағат бұрын
ভাৰতে বাংলাদেশী সকলক কেতিয়া বহিস্কাৰ কৰিব বা ???
@carshorts7621
@carshorts7621 13 сағат бұрын
কত খেদিব ?ওলোটাই CAA আনিছেহে নাগৰিকত্ব দিবলৈ।
@jalaluddinahmed9888
@jalaluddinahmed9888 18 сағат бұрын
আমাৰ বিশ্বগুৰুৱে বা এতিয়া কি কয়।
@debasish624
@debasish624 15 сағат бұрын
Val Kam korise
@mainamaina2808
@mainamaina2808 20 сағат бұрын
ঠিক,,,কৰিছে
@samindranathmedhi6785
@samindranathmedhi6785 21 сағат бұрын
ভাৰত্ চৰকাৰে শিকা উঢিত
@mohansarania8130
@mohansarania8130 17 сағат бұрын
আমেৰিকাই উচিত পদক্ষেপ লৈছে, বিদেশী যি দেশৰে নহওক কিয় , বিদেশী সদায় বিদেশীয়ে হয়। ভাৰতেও ইয়াৰপৰা বিদেশী খেদাৰ নীতি শিকি লোৱা ইচিত।বিদেশীক ৰঙা দলিচা পাৰি দিয়াতকৈ আমেৰিকাৰ পদ্ধতিৰে খেদি পথিওৱাটো উচিত উপায়।
@gungunentertainment2004
@gungunentertainment2004 17 сағат бұрын
অহাকালি ভাৰতে বাংলাদেশীক এনেকুৱা কৰিলে কিছুমানৰ গা পুৰিব😂
@bharatiborah-t5l
@bharatiborah-t5l 18 сағат бұрын
আমাৰ ৰাজনীক সকলে অকনো লাজ পোৱা নাইনে এতিয়া এই সকল যৰেই নহ ওক কিয় ভাৰতে ৰক্ষণাবেক্ষণ দিব আৰু ভাৰতৰ ভোট বেঙ্ক শক্তিশালী হব পাৰিলে অসমলৈও আনেহে লাগে।
@nisengfoodlover
@nisengfoodlover 21 сағат бұрын
Very good...yatke aru ki koribo phoolr mala pindhabo lagisil nki
@kamalboruah5431
@kamalboruah5431 21 сағат бұрын
ভাৰতে কিয় পৰা নাই এনেকৈ বাংলাদেশী বোৰক পথীয়াব ভাৰতৰ সাহক আছেনে এনে কৰিবলৈ
@aruncharoh6722
@aruncharoh6722 2 сағат бұрын
Very good ideai
@SantonuCharah
@SantonuCharah 20 сағат бұрын
টকাৰ লোভত দেশ এৰিলে এনেকৈয়ে হয়।
@BaburamMunda-b1k
@BaburamMunda-b1k 21 сағат бұрын
তেওঁ লোকৰ সম্পতি...বাজেয়াপ্ত কৰা হল নেকি ?
@nayanknyk6659
@nayanknyk6659 22 сағат бұрын
একেটা কথা বাৰে বাৰে কিয় কৈছে?
@RamanSaikya
@RamanSaikya 21 сағат бұрын
এয়া বন্ধুত্বৰ নিদৰ্শন,😁
@RajuPegu-c5u
@RajuPegu-c5u 20 сағат бұрын
আমাৰ ইয়াত কেতিয়া কৰা হব??
@pranabborah209
@pranabborah209 14 сағат бұрын
আমেৰিকাই পাৰিলে ভাৰতে নোৱাৰে কিয়??
@Kapilmedhi-w1e
@Kapilmedhi-w1e 15 сағат бұрын
মোদীজী এতিয়াও বিশ্বগুৰু হৈ আছেনে ?
@bimansaikia4305
@bimansaikia4305 18 сағат бұрын
আমাৰ ভাৰতটো অন্য দেশৰ বিদেশী মানুহ থাকিলে বিতাৰণ কৰিব লাগে। ভাৰতৰ জনসংখ্যাতকে আমেৰিকাত জনসংখ্যা বহুত কম তথাপিও এই কাম কৰিছে । খালী আমেৰিকাৰ নিচিনা মানৱতা হিণ কাম কৰিব নাপায়। কাৰণ তেখেত সকল দাগী অপৰাধী নহয়।
@GangaKuli
@GangaKuli 14 сағат бұрын
Good news thanks us
@RavinderSingh-t6m
@RavinderSingh-t6m 16 сағат бұрын
মানৱতাৰ গিয়ান দিওঁতে দিওঁতে আজিলৈকে বাংলা দেশী বিলাক খেদিব পৰা নাই
@RupamBorah-k1g
@RupamBorah-k1g 21 сағат бұрын
Val kam korese, ❤
@kdtravelingvlog2426
@kdtravelingvlog2426 22 сағат бұрын
Bhale korile. Anedore Bangladeshi bilak pathabo lage..
@WAHIDURATHKHELIA
@WAHIDURATHKHELIA 22 сағат бұрын
Modis friend Donald Trumps Gift😂
@northeastindia279
@northeastindia279 21 сағат бұрын
বহিষ্কাৰ কৰাত বেয়া পোৱা নাই ।। কিন্তু বন্ধুয়ে বন্ধুৰ কথা অলপ ভাবিব লাগিছিল।।
@oks00182
@oks00182 20 сағат бұрын
Bad de furmulahe dise bharotok.
@jayanta4070
@jayanta4070 19 сағат бұрын
good👍👍👍
@SriCCDas
@SriCCDas 21 сағат бұрын
Very good thinking
@hemantahaloi3090
@hemantahaloi3090 21 сағат бұрын
7:00 BHARATAR hay ne
@BipulKhound
@BipulKhound 16 сағат бұрын
টিকা চেলেকিবৰ বাকি আছে আৰু ট্ৰাম্পক ?
@maithi12357
@maithi12357 15 сағат бұрын
How much difference between Indian politics and USA Politics?
@abhijitbaruah9903
@abhijitbaruah9903 20 сағат бұрын
👍👍👍👍👍👍
@kanakrabha3239
@kanakrabha3239 20 сағат бұрын
ঠিকে কৰিছে আমাৰ ইয়াত কেতিয়া কৰিব।
@rahil8680
@rahil8680 22 сағат бұрын
ভাৰতে কিয় নিজৰ বিমান নপথালে আমৰ কাৰণে অপৰাধী নোহাই কাম কৰিব গোচিলে
@hiteshdeka5444
@hiteshdeka5444 17 сағат бұрын
ভাল কৰিছে নহলে আমেৰিকা খনো জলাব
@BakulDas-m6e
@BakulDas-m6e 10 сағат бұрын
Good news
@DwinaluV
@DwinaluV 3 сағат бұрын
❤❤❤❤❤🎉🎉🎉🎉👍
@hiteswarboro6011
@hiteswarboro6011 20 сағат бұрын
200℅ good descition ***
@njyotinjyoti7541
@njyotinjyoti7541 16 сағат бұрын
এইয়া উন্নত দেশ কৰি দেখুৱাই যিকোনো কাম,
@gunkumarpatgiri58
@gunkumarpatgiri58 21 сағат бұрын
আমেৰিকাৰ পৰা ভাৰতত নাই নেকি?
@utpalkalita8636
@utpalkalita8636 20 сағат бұрын
Chennait ase
@harakantadeka7715
@harakantadeka7715 20 сағат бұрын
ভাৰতত,আমেৰিকাৰ,কিমান,বিদেশী,আছে,পৰীক্ষা,কৰি,আমেৰিকাৰ,নিচিনাকৈ,অতি সোনকালে,কাৰ্য,কৰিব,লাগে,আমাৰ,presedentতে
@HangshadharDaimari
@HangshadharDaimari 21 сағат бұрын
What is the befitting reply from India
@SageetaRabha
@SageetaRabha 21 сағат бұрын
চৰম অমানৱীয় । ট্ৰাম্প মুৰ্দাবাদ । ট্ৰাম্পৰ ওচৰত মোদী এটা সামান্য নিগনি ।
@Santanupallaviworld
@Santanupallaviworld 21 сағат бұрын
Assam pora bangladeshi khedibo lage Ane k.
@Bibhugogoi
@Bibhugogoi 21 сағат бұрын
Very good.
@minudas7981
@minudas7981 21 сағат бұрын
Thanks for your response. But this issue is not considered BANGLADESHI
@MrBhubon
@MrBhubon 14 сағат бұрын
Ji hoise bhalei hoise
@amritborah4329
@amritborah4329 16 сағат бұрын
Good job by American administration
@samsulhaque4571
@samsulhaque4571 15 сағат бұрын
এয়া অত্যাচাৰী শাসন আমেৰিকাৰ
@pallabbora9646
@pallabbora9646 21 сағат бұрын
ভাৰতে শিক্ষা লʼবনে
@prasantarai3921
@prasantarai3921 16 сағат бұрын
Bharatar vat Tita jee .
@ManjuBorah-p8i
@ManjuBorah-p8i 21 сағат бұрын
সকলো ভাৰতীয় হয় নে নহয়?
@bhagabansarma8679
@bhagabansarma8679 20 сағат бұрын
Why did they illegally enter America?
@ShajahanAli-t3v
@ShajahanAli-t3v 17 сағат бұрын
Indian sarkare ki kori ase pm sir e americak pressure diblage
@azizulhoque3872
@azizulhoque3872 16 сағат бұрын
Super power
@NabinRabha-f4q
@NabinRabha-f4q 19 сағат бұрын
Supper power.
@AG-td2ip
@AG-td2ip 20 сағат бұрын
Amarican policing anekuwai ..bohut strict⚫⚫
@HabiburRahman-s2y
@HabiburRahman-s2y 22 сағат бұрын
Amar biswaguru Mudi k gift dise bondhu Trumps
@RantuDas-o1d
@RantuDas-o1d 21 сағат бұрын
সুন্দৰ
@ranjitmoran9696
@ranjitmoran9696 21 сағат бұрын
ভাৰতীয় শাসক বিলাকে এইটো খবৰ পৰা দেশ প্ৰেমৰ শিক্ষা লোৱা উচিত।
@MahanandaKonch
@MahanandaKonch 16 сағат бұрын
Amar sorkar hui thakute jabo aru
@MasterofInvestorandTrader
@MasterofInvestorandTrader 16 сағат бұрын
Modi is silent because he is a fake😂😂
@abdussattar2871
@abdussattar2871 17 сағат бұрын
Americaৰ উদভন্ডালী দমনৰ বাবে ভাৰতে কি ব্যৱস্থা লয় সেয়ে হে লক্ষ্যনীয়।
@patrickwilliamson9842
@patrickwilliamson9842 14 сағат бұрын
😂😂😂😂😂😂😂😂😂 don't compare IND with USA
@NaimGazi-o7w
@NaimGazi-o7w 21 сағат бұрын
Mojja😂
@abdurrouf2996
@abdurrouf2996 17 сағат бұрын
Mera Bharat mahan.
@susilsarmah4429
@susilsarmah4429 15 сағат бұрын
PM requires to request Trump is his best friend
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН