ঘটি,নিজ দেশৰ বাতৰি প্ৰচাৰ কৰক। বাংলা দেশে ধমকি দিলে তাৰ পাছত কি হ'ল?
@PurnanandaDas-by5bi13 күн бұрын
চীনসাবধান
@mohansarania813017 күн бұрын
সকলো দেশে নিজৰ নিজৰ দেশৰ পৰিসীমা বৃদ্ধিৰ বাবে চেষ্টা চলায় থাকে। কিন্তু আমাৰ দেশ ভাৰতে নিজৰ পৰিসীমা বৃদ্ধিৰ বাবে কিয় প্ৰচেষ্টা হাতত নলয়। আমাৰ দেশ ভাৰতেও বাংলাদেশ আৰু পাকিস্তানক আক্ৰমন কৰি ভাৰতৰ পৰিসীমা বৃদ্ধি কৰিৱ লাগে। বিশ্বত শক্তি দেখুৱাব লাগে।
@bapandas287318 күн бұрын
চীনৰ লগত টাইৱান কোনো কালে নাথাকে ।.জিনপিংক ঘিন লাগিছে । আমাৰ দেশৰো সীমা এলেকাত আমনি কৰি আছে ।