LIVE | CM Himanta Biswa Sarma | সঁচাকৈয়ে মুখ্যমন্ত্ৰীক গাদীৰ পৰা আঁতৰাবলৈ সক্ষম হ'ব নে বিৰোধী? N18L

  Рет қаралды 88,276

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | CM Himanta Biswa Sarma | সঁচাকৈয়ে মুখ্যমন্ত্ৰীক গাদীৰ পৰা আঁতৰাবলৈ সক্ষম হ'ব নে বিৰোধী? N18L
#cmhimantabiswasarma #rokibul #oppositionalliance #assambjp #pradyutbordoloi #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 312
@arjundas3446
@arjundas3446 3 ай бұрын
অসমত যদি বিজেপি নাথাকে তেতিয়া শিয়ালে😮 হুরা দিব। কিন্তু tarun Gogoi Sir ভাল মানুহ আছিল। অসমীয়াই এদিন কান্দিব লাগিব।
@GunakantaNath-w8i
@GunakantaNath-w8i 3 ай бұрын
যেনে কৰ্ম তেনে ফল সকলোকে বাবে ই সমান
@ManikBorgohain-eh4fo
@ManikBorgohain-eh4fo 3 ай бұрын
গৌৰৱ গগৈ ২০২৬ত,আমাৰ মুখ্যমন্ত্ৰী ❤❤
@faijuddinahmed8390
@faijuddinahmed8390 3 ай бұрын
ৰাইজে নোৱাৰা কাম একো নাই
@zakariaboxxdj3207
@zakariaboxxdj3207 3 ай бұрын
Yes
@bunubora8950
@bunubora8950 3 ай бұрын
নিশ্চয় ২০২৬ চনত চৰকাৰ সলনি হৱ ইয়াৰ মূল কাৰণ বৰ্ত্তমানৰ চি এমৰ অহংকাৰৰ লগতে ওপৰৰ মালৰ ওফাইদাং কথা।
@DhantiHazarika-f6i
@DhantiHazarika-f6i 3 ай бұрын
২০,৬২ লৈ বিজেপি থাকিব।
@sumanborah9605
@sumanborah9605 3 ай бұрын
Gadi নাইকীয়া হব হিমন্ত
@atulmattak5401
@atulmattak5401 3 ай бұрын
ৰাইজেই ৰজা।ৰাইজে কৰিব নোৱাৰা কাম একো নাই। অহংকাৰৰ অধপতন হবই। সৰ্বজনবিদিত।।।
@rinkushivam8759
@rinkushivam8759 3 ай бұрын
কঙগ্ৰেছে কেতিয়াও ২৬ ত জিকিৱ নোৱাৰে ৰাইজ ইমান বুৰ্বক নহয় যে আকৌ চাকৰি লবলৈ টকা ঘোচ দি দি চাকৰিৰ বজাৰ খুলিৱলৈ কংগ্ৰেছ ক সুবিধা দিৱ।
@ranjitgogoi3354
@ranjitgogoi3354 3 ай бұрын
Yes ,I want change.
@NobinBora-t6o
@NobinBora-t6o 3 ай бұрын
Yes
@binayroy6071
@binayroy6071 3 ай бұрын
We want to change the governament
@villagegirl916
@villagegirl916 3 ай бұрын
We saport
@robidhardahopia4940
@robidhardahopia4940 3 ай бұрын
Yes that,s possible.
@RunumeeBorah
@RunumeeBorah 3 ай бұрын
গৌৰব গগৈৰ মুখ্য মন্ত্রী হব লাগে।
@DhantiHazarika-f6i
@DhantiHazarika-f6i 3 ай бұрын
সি, মহিলা মাছ হে।
@lohitbordoloi9342
@lohitbordoloi9342 3 ай бұрын
বৰ্তমান কংগ্ৰেছত কেন্দ্ৰতে হওক বা ৰাজ্যতে হওক দুই এজনৰ বাহিৰে ভাল আৰু দক্ষ নেতা নাই।গাৰ জোৰেৰে জিকিম বুলি ভৱাটো ভুল।২০২৬ ৰ নিৰ্বা চনত ভালদৰে সংগঠিত হ'ব পাৰিলে আঞ্চলিক দলৰ সম্ভাৱনা ৮০ শতাংশ আছে।কাৰণ অসমৰ মানুহে আকৌ আঞ্চলিক শক্তি বিচাৰে।
@PabitraBaruah-xs2cm
@PabitraBaruah-xs2cm 3 ай бұрын
যেনে তেনে বিজেপিক‌ অসমৰ পৰা উৎখাত কৰিব‌ লাগিব ।
@assamecomedy2275
@assamecomedy2275 3 ай бұрын
দম নাই, বি জে পি আকৌ আহিব।
@montudutta7017
@montudutta7017 3 ай бұрын
কিনো ভাল হ'ল ? আগত তিনিখন আসন পাইছিল আৰু এতিয়াও তিনিখনেই পাইছে । BJP য়ে আগত তিনিখন আসন পাইছিল আৰু এতিয়া ১১ খন পাইছে 👍 লম্ফ-জম্ফ আপিলেই ন ? মনত ৰাখিবা যোৰহাটৰ ভোটাৰ সকলে গৌৰৱ গগৈক হে ভোট দিছে কংগ্রেছক নহয় 👍
@rajibgogoi4256
@rajibgogoi4256 3 ай бұрын
অতি সোনকালেই এই চৰকাৰ উৎখাত হ'ব লাগে নহ'লে নেতাৰ সম্পত্তিৰ বৃদ্ধি আৰু দেশৰ সম্পত্তি হ্ৰাস পাব ।
@ChahabPayeng-fx5bl
@ChahabPayeng-fx5bl 3 ай бұрын
Himanta c m jindabad
@RanjanMahanta-c2f
@RanjanMahanta-c2f 3 ай бұрын
সৰ্বানন্দ চৰকাৰে আমুৱা নাছিল,বিপৰিতে হিমনত বিশ্ব চৰকাৰে 3 বছৰতে তিতা কেহা লগালে ঔ😅😅
@munnyborgohain145
@munnyborgohain145 3 ай бұрын
Axam heuj haok
@FanidharDoloi
@FanidharDoloi 3 ай бұрын
পৰিবৰ্তন হোৱাটো বিচাৰো।
@pareshchboruah8633
@pareshchboruah8633 3 ай бұрын
পীযুয হাজৰিকা ডাঙৰীয়াই যোৰহাট লোকসভা সমষ্টিৰ গৌৰৱ গগৈ জিকিলে ৰাজনীতি আৰু মন্ত্ৰীত্ব ৰ পদ জীৱনৰ কাৰণে এৰিম বুলি কৈছিল। গৌৰৱ গগৈ ডাঙৰীয়া জিকিল পীযুয হাজৰিকা ডাঙৰীয়াই ৰাজনীতি আৰু মন্ত্ৰীত্ব পদ ত্যাগ কৰিলে নাই তাক মেডিয়া পৰা জানিব বিচাৰিছোঁ
@ikramulhussain4303
@ikramulhussain4303 3 ай бұрын
Politics means Drama & Corruption
@subodhtalukdar6926
@subodhtalukdar6926 3 ай бұрын
পুথি মাছে অলপ পানীতে জপিয়াই। কংগ্ৰেছ কেনেদল ছহিদ খৰ্গেশ্বৰ তালুকদাৰে আশীদহকতে শিকাই থৈছে।
@laksheswarpathak5497
@laksheswarpathak5497 3 ай бұрын
Bjp jindabad,Himanta Bishwa Sarmah , Jindabad,Joy Shree Ram
@AnantakumarDeka-ib8hu
@AnantakumarDeka-ib8hu 3 ай бұрын
মানুহক আক্ৰমণ কৰাটোই ৰাজনিতিকৰ ভাষন নহয়
@rajennath5788
@rajennath5788 3 ай бұрын
চৰকাৰ বদলি হবলাগে
@bubulyusuf1007
@bubulyusuf1007 3 ай бұрын
Should be changed
@jagannathborah2022
@jagannathborah2022 3 ай бұрын
Critical situation at present
@susilsonowal7687
@susilsonowal7687 3 ай бұрын
2026ত অন্য দলৰ চৰকাৰ আহক,কংগ্ৰেছ নাহক' মানৰ আক্ৰমণে , কংগ্ৰেছৰ শাসনে একে ।লাখ লাখ টকা ঘোচ খোৰ কংগ্ৰেছ ।26ত কংগ্ৰেছ চৰকাৰ হলে এজন বৃদ্ধৰ বৃদ্ধ পেঞ্চন ৰ দাম হব 50,000 ।কত মেধাবী ছাত্ৰ ছাত্ৰী মূৰ খোৱা কংগ্ৰেছ !
@laksheswarpathak5497
@laksheswarpathak5497 3 ай бұрын
Yes alright
@laksheswarpathak5497
@laksheswarpathak5497 3 ай бұрын
Dalal Raj aromvo holei jen
@montudutta7017
@montudutta7017 3 ай бұрын
সত্য কথা 🙏🙏🙏🙏🙏
@trikendranathsarma7547
@trikendranathsarma7547 3 ай бұрын
যিয়েই বেছিকৈ মুখ মেলিব, তাৰেই কোৱাৰি ফাটিব,এক কথাত ধোৱা তুলসীৰ পাত কোনো নহয়.....
@montudutta7017
@montudutta7017 3 ай бұрын
অতি সুন্দৰ Coment 🙏🙏🙏🙏
@KamalakantaRabha-os1ne
@KamalakantaRabha-os1ne 3 ай бұрын
,,আমাক ইয়াৰ তাৰ লগূৱ ৰাজ নালাগে আমাক উনূয়ন লাগে
@bishnubhatta5702
@bishnubhatta5702 3 ай бұрын
ভো টাৰক্ প্ৰলোভন দেখুৱাই সদাই ভোটাৰ ক ঠগা ব নোৱাৰে ধুৰন্ধ ৰ ৰাজনৈতিক নেতা বোৰে /নেত্ৰী বোৰে ।
@tangkeswarpegu3120
@tangkeswarpegu3120 3 ай бұрын
সহংসাৰে পথন
@prosenjitpegu5538
@prosenjitpegu5538 3 ай бұрын
Yes will change to govt.
@madhavchandraneog4959
@madhavchandraneog4959 3 ай бұрын
Excellent
@NivaManiDas-v4f
@NivaManiDas-v4f 3 ай бұрын
Good news👌
@ManjuPhukon-nc9cn
@ManjuPhukon-nc9cn 3 ай бұрын
চৰকাৰ সলনি হোৱাটো বিচাৰোঁ ।কিন্তু নতুন চৰকাৰে অসম বাসীৰ আশা আকাংক্ষা পূৰণ কৰিব লাগিব, তেতিয়াহে অসমবাসীয়ে আশীৰ্বাদ আৰু মৰম দি যাব ।আপোনালোকৰ ভবিষ্যত পৰিকল্পনা বাস্তবায়িত হওঁক তাকেই কামনা কৰিছো ।
@LukeswarpatarPL-or8dg
@LukeswarpatarPL-or8dg 3 ай бұрын
সত্য
@DebojitkrboraBora
@DebojitkrboraBora 3 ай бұрын
।।2026ত চৰকাৰ কংগ্ৰেছৰ হোৱাতো বাঞ্চনীয়।।
@montudutta7017
@montudutta7017 3 ай бұрын
বাকি আঞ্চলিক দল কেইটাই ঘোঁৰাৰ ঘাহঁ কাতিব ?
@DhantiHazarika-f6i
@DhantiHazarika-f6i 3 ай бұрын
শিয়াল ৰ চৰকাৰ হলে, সিংহ ৰ ভয়ত গাতত সোমাব চোন।
@jjtimespend1349
@jjtimespend1349 3 ай бұрын
Good
@jogennath9685
@jogennath9685 3 ай бұрын
Wish to change Assam govtment.
@ablinkandulana-cy8xf
@ablinkandulana-cy8xf 3 ай бұрын
Very good
@JahangirSk-hc2wl
@JahangirSk-hc2wl 3 ай бұрын
❤❤
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm 3 ай бұрын
Smrity rekha Party juneinohuk birudhir critisais nokori nijor dutybur hototare korijabo lage.❤❤❤❤❤❤
@dulalsarma4875
@dulalsarma4875 3 ай бұрын
উত্তৰ বোৰ পালে Extpoll লত সমীক্ষা উলিয়াবলৈ ভাল হ'ব নেকি ডাঙৰীয়া?
@santanurajkonwar4093
@santanurajkonwar4093 3 ай бұрын
২৬ ৰ পূর্বে হব' নে নহয় নিশ্চয়কৈ নকওঁ। ২৬ৰ নিৰ্বাচনত যে হব' সেইটো খাটাং।
@DebojitkrboraBora
@DebojitkrboraBora 3 ай бұрын
।।বিৰুদ্ধি সৱল হ'লে জনগণৰ মঙল।।
@pronabadhyapak6613
@pronabadhyapak6613 3 ай бұрын
ৰকিবুলে আক্ৰমণত চাঙ পাতিছে।গড় নিধনৰ কথা মনত আছেনে।
@Tofani923
@Tofani923 3 ай бұрын
ৰকিবুল হল পৰনিৰ্ভৰশীল সাংসদ ।
@digenborha4987
@digenborha4987 3 ай бұрын
Nothing is impossible.
@digenborha4987
@digenborha4987 3 ай бұрын
পৰিবৰ্তন লাগে
@rebosaikia9493
@rebosaikia9493 3 ай бұрын
ছৰকাৰ বদলী হোৱাতু আশা কৰো
@PratulKalita-yh4fw
@PratulKalita-yh4fw 3 ай бұрын
2026 himant bisha sarma thakib
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my 3 ай бұрын
Etiyai change hobo lage. Eijone akhomkhon hekh korile
@pradipdas4167
@pradipdas4167 3 ай бұрын
2026ত অসমত কংগ্ৰেছ চৰকাৰ অহাটো খাতাং, এই বাৰৰ ভোটৰ উত্থানে তাকে সূচায়
@MonjitSaikia-k9p
@MonjitSaikia-k9p 3 ай бұрын
Na congress na bjp
@somirbhaitipstrick6602
@somirbhaitipstrick6602 3 ай бұрын
Gur haron dile congress only 3 seat paise assam ot
@montudutta7017
@montudutta7017 3 ай бұрын
হয় নেকি ? পিছে হিচাপ কৰিবা চোন অসমৰ ১২৬ টা বিধানসভাৰ সমষ্টিৰ কেইটা কংগ্রেছে পাইছে । ৩ খন আসন পাওঁতেই যিমান লম্ফ-জম্ফ কৰিছা বিজেপি য়ে ১১ পাইও সিমান লম্ফ-জম্ফ কৰা নাই👍👍
@nazrullaskar6336
@nazrullaskar6336 3 ай бұрын
Poribortan chai ❤
@HARISHDAS-c5u
@HARISHDAS-c5u 3 ай бұрын
West Bengal Bangladeshiir vote..........
@kripalsaikia924
@kripalsaikia924 3 ай бұрын
Waoooooooo
@nayanjyotiboruah-xu6tn
@nayanjyotiboruah-xu6tn 3 ай бұрын
Eikhon sorkar hotabo lage
@haribhaktabordoloi3891
@haribhaktabordoloi3891 3 ай бұрын
চৰকাৰ সলনি হোৱাটো বিচাৰোঁ ।
@bishunubaishya4025
@bishunubaishya4025 3 ай бұрын
Ok. Is
@MohendraBora-m4g
@MohendraBora-m4g 3 ай бұрын
I. ,am support gorobgogoi
@GayatriRajkonwari
@GayatriRajkonwari 3 ай бұрын
sob sorkar aekei , longka palei rabon hoi jaii
@monusmitakalita398
@monusmitakalita398 3 ай бұрын
Hoi
@HarenChutia-gc1tp
@HarenChutia-gc1tp 3 ай бұрын
চৰকাৰ বদলি হব লাগে
@abhibahi7566
@abhibahi7566 3 ай бұрын
Old is Gold
@jitenborah285
@jitenborah285 3 ай бұрын
Congress zindabad
@GajunBayan-gv7zd
@GajunBayan-gv7zd 3 ай бұрын
Ami 100 parshan assamar gorab k saport karu
@brajengogoi-bq9pj
@brajengogoi-bq9pj 3 ай бұрын
26 indian Congress winner
@hemkantasaikia2938
@hemkantasaikia2938 3 ай бұрын
Goverment may be change
@simadas80
@simadas80 3 ай бұрын
Ok
@sashibhatta5198
@sashibhatta5198 3 ай бұрын
2026 ত হবলগীয়া নিৰ্বাচনৰ ফলাফল ওলোৱা দিনটোলৈ মুখ্যমন্ত্ৰী সলনি হোৱাৰ কোনো লক্ষণ দেখা নাই ৷ অৱশ্যে বিশেষ কাৰণত নিজেই হাহিমুখে মাজতে কোনোবা এটা দিনত পদত্যাগ কৰাটো বেলেগ কথা ৷ মাজৰ এইকেইটা দিনত দলত বাদ-বিসম্বাদ উদ্ভৱ হলেও বুজা-বুজিৰ মাধ্যমেৰে সেইবোৰ দূৰ হব ৷ শগুণৰ অভিশাপত কিন্তু কেতিয়াও গৰু নমৰে ৷
@montudutta7017
@montudutta7017 3 ай бұрын
Right👍👍👍👍👍
@ajijulali2988
@ajijulali2988 3 ай бұрын
Yas veri good rakibul Hussain thank u
@DipakPatir-eg5vq
@DipakPatir-eg5vq 3 ай бұрын
Moi himanta.sirke.cm howato bisaro 2026t
@durgeswarphukan8498
@durgeswarphukan8498 3 ай бұрын
গৌৰৱগগৈ জয় হব
@abhibahi7566
@abhibahi7566 3 ай бұрын
Absulately right
@DiptiBorah-s6n
@DiptiBorah-s6n 3 ай бұрын
Samarthan koru
@birenkurmi8464
@birenkurmi8464 3 ай бұрын
BJP nai Kia hobo
@chashideka3426
@chashideka3426 3 ай бұрын
পৰিবৰ্তন হোৱাটো বিচাৰোঁ আমি
@manashphukan6345
@manashphukan6345 3 ай бұрын
বদৰুদ্দিনৰ সাক্ষাৎকা শুনিব মন গৈছে। কি বাবে দলটো নিস্ক্ৰিয় হল।
@PratulKalita-yh4fw
@PratulKalita-yh4fw 3 ай бұрын
Jay sri ram
@HariprasadHazarika-wo6ob
@HariprasadHazarika-wo6ob 3 ай бұрын
Sorkarbodoli hole ogorkeitajate roykha hoi
@nagenkalita3136
@nagenkalita3136 3 ай бұрын
অহঙ্কাৰে পটনৰ লক্ষণ
@BinoySenapati
@BinoySenapati 3 ай бұрын
Sarala paribatN hab gae.
@soneswarrajbongshi2332
@soneswarrajbongshi2332 3 ай бұрын
গণতন্ত্ৰ এটিয়াও জীয়াই আছে তাৰ প্ৰমাণ কৰিলে জনগণে
@RunumeeBorah
@RunumeeBorah 3 ай бұрын
যি হওক ভাল হওক
@DibadharBorah
@DibadharBorah 3 ай бұрын
কৰো।
@SadanandaBhuyan-bq1zv
@SadanandaBhuyan-bq1zv 3 ай бұрын
Realy it's semi congress back foot final match
@ManowaraBegum-g1y
@ManowaraBegum-g1y 3 ай бұрын
এইখন চৰকাৰ সলনি হ'ব লাগে নহলে ৰাইজৰ সান্তি নহিব।
@birendranathsaikia2350
@birendranathsaikia2350 3 ай бұрын
If Congress come in to the power of India , Assam will be divided into another three parts, Can Gogoi and Hussain stand against this policy in future.
@sapnaphukan1608
@sapnaphukan1608 3 ай бұрын
❤চৰকাৰ সলনি হৱ লাগে
@husnabegum9710
@husnabegum9710 3 ай бұрын
Himantak Naikia Korok
@chandannath9078
@chandannath9078 3 ай бұрын
Mama bhal lage.garibor ghor kaita kot gol mama.gor dibone mama.akol road bonale nohobo
@probudhborah4821
@probudhborah4821 3 ай бұрын
Congress Zindabad 😢
@pradipkumardas5297
@pradipkumardas5297 3 ай бұрын
26 -t nowaribohe bandhu.2031-t hoyto paribo.
@JyotiMili-u5u
@JyotiMili-u5u 3 ай бұрын
Rokibul Hussain or kothatu hosa
@thanunalbaria1288
@thanunalbaria1288 3 ай бұрын
নবনধা খেৰৰ ন শ বুৰুলী..........
@NabaktTayung-eh6zr
@NabaktTayung-eh6zr 3 ай бұрын
ঢৰকাৰ 2026 চনত নতুন গঠন হবদ 100%
@alonerahul4351
@alonerahul4351 3 ай бұрын
2026 t NPS Karmachari factor haba ,vote for 0ps
@kabitakonwar8
@kabitakonwar8 3 ай бұрын
উজনি অসমৰ মানুহে সময়ৰ অপেক্ষা কৰে
@rajpormutdoley1302
@rajpormutdoley1302 3 ай бұрын
Gourab gogoi jikibo
@probirpaul725
@probirpaul725 3 ай бұрын
নহব
@SupiyanakhatunLaily
@SupiyanakhatunLaily 3 ай бұрын
বেলেগ ৰ কথা কব নোৱাৰি মাইনোৰীটি যেনেকৈ আদৰিব জানে ঠিক তেনেকৈ বিদায় ও দিব পাৰে বদৰুদদিন আজমল ডাঙৰীয়া ক ২৪তকৈওবেলেগকৈ আদৰিছিল
БЕЛКА СЬЕЛА КОТЕНКА?#cat
00:13
Лайки Like
Рет қаралды 1,8 МЛН
Остановили аттракцион из-за дочки!
00:42
Victoria Portfolio
Рет қаралды 3,6 МЛН
How A Poor Boy Built Oberoi Hotels
17:18
Shivanshu Agrawal
Рет қаралды 2,4 МЛН
NADIR ALI PODCAST FEATURING DR ZAKIR NAIK !!
1:41:28
Nadir Ali
Рет қаралды 5 МЛН