@@AkhtarHussain-gt1ze একোজন শিক্ষকক কিন্ত্ত বাঘ যেন দেখে ,
@rupalideka5595Ай бұрын
Rasteket korib lagey
@lahorbhagawati4357Ай бұрын
atia xahanar xamoi ni..ati jail t varua xamoi...but ati victim card kalib under 18 boli..
@munmihazarika779Ай бұрын
সচাঁকৈ বৰ সমস্যা হৈ পৰিছে। শিক্ষকে যি সময়ত ছাত্র ছাত্রী সকলত শাসনত ৰাখিছিল সেই সময়ত ছাত্র ছাত্রীৰ মাজত এনে সংঘাত খুব কম আছিল। কিন্তু বৰ্তমান সময়ত চৰকাৰে ছাত্র ছাএী ওপৰত শাসন বন্ধ কৰিলে। ফলত উৎপাত বাঢ়ি আহিছে।
@birensharma7074Ай бұрын
ভাষা নাই,বৰ লজ্জিত,শিক্ষক সকলকো তদন্তৰ আয়ত্বত আনিব লাগে
@AnantaSonowal-w6xАй бұрын
মোৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনালো যে সকলো শিক্ষা অনুষ্ঠানত ৰাজ যোগ আৰু আধ্যাত্মিক জ্ঞান প্ৰশিক্ষণ দিয়া টো বাধ্যতা কৰক। অন্যথা আৰু ভঅংকৰ হব পাৰে। ধন্যবাদ 🙏
@GayatriChutiaDeoriАй бұрын
হয়। সঁচা কথা কৈছে। আধ্যাত্মিক জ্ঞান দিব লাগে ছাত্ৰ ছাত্ৰী বিলাকক , বিপথে নাজাবলৈ।
@khargeswarnath2624Ай бұрын
শিক্ষকখিনিৰ চৰম দায়িত্ব হীনতাৰ কাৰণে এনে হ'ল , 😭😭😭
@khargeswarnath2624Ай бұрын
গোটেই শিক্ষক খিনিক বৰ্খাস্ত কৰিব লাগে
@ApurbaApurba352Ай бұрын
Right...
@UshaDevi-x6oАй бұрын
Yes.
@salamciputihАй бұрын
Y? Every institute become political.No one is spared.
Teacher ook koi lab nai aji kali joda murko bilak o 1 st division pai nijor name tu o bal ka likibo nuara aku1sy division pai.mur mota aibur amar mamar SOP karona hoi asa kio nu class10 or result bal no hola teacher bilak ok bodoli koron kori divo ja amar mama y.hai karona teacher bilaka class10 or Na new Mcq question dia gutai kaita teacher bilak a koi dia 90%sor kari school ot.hai karona joda murko bilak o 1st division pass Aru.Amar dinot2003/pora2013 luka kiman student a Division/star mark paisa result chek Kora.aji kali70% sorkari school ot subject wise sir bilaka student bilakok mcq 45 aru extra nokol mari bo diya.😮😮 aru ji bilak student dina rati kosto kori reading kora tar result 50%60% Aru ji bilak joda murko student tar result aru bal. Tar karona ami teacher aru amar mamak Dusi buli babu. Mano nio murko montri sir class10 or final exam ot gutai exam hol ot CCTV logai diyar babosta korok.aru nokal mara student kaitak daki la suspemt korok. Tatia gom pabo teacher aru students a.100% 100% Sir.kio nu himanto sir apuni koi chila ja ata school50% student pass no hola teacher bodoli koron aya apunar bul .teacher bila kok pura strik ly duty koribo diyok.aru CCTV pura logai diok .tatia gom pabo teaching.
@gyansagar.113Ай бұрын
এনে ছাএ বোৰক শাস্তি প্ৰদান কৰিব লাগে।
@tusharhere3038Ай бұрын
আটাইতকৈ কঠোৰ শাস্তি দিয়ক যাতে থাকে বা মানুহ মাৰিবলৈ ভয় কৰে।
@lakikonwar9101Ай бұрын
আজিকালি শিক্ষক আৰু শিক্ষয়িত্ৰী য়ে বেছি ভাগ ছাত্ৰ আৰু ছাত্ৰীসকলে ৰোমত কাজিয়া লাগিলে যদি কাজিয়া লাগিলে বুলি কও তেতিয়া গালি দিয়াৰ সলনি ওথি নাহি মোবাইল চাইহে থাকে সেই কাৰণে এইবোৰ হ'বলৈ পাইছে কথাতো শুনিবলৈ পায় দুখ লাগিছে 😢😢
@GopalSaikia-e8yАй бұрын
Xosa kotha
@lakikonwar9101Ай бұрын
Tq❤
@manjulahazarika2216Ай бұрын
স্কুলখন বন্ধ কৰি দিব লাগে য'ত অনুশাসন বোলা কোনো শিক্ষা নাই।
@junaligogoijg4229Ай бұрын
ছাত্র কেইজনক উচিত শাস্তি দিবই লাগিব।
@dutta6224Ай бұрын
বাইদেউ ১৮ বছৰ তলৰ লৰা ছোৱালীক একো শাস্তি দিব নোৱাৰে
@Maitland-x7xАй бұрын
Te mora lora jon a Justice nopoakoi thakibo?@@dutta6224
@parbinsultana7672Ай бұрын
আজিকালি শিক্ষক সকলেও ছাত্ৰ ছাত্ৰী সকলক শাসন কৰিব ভয় কৰে 😢
@GayatriChutiaDeoriАй бұрын
ভয় কৰিলে নহ'ব।
@lahorbhagawati4357Ай бұрын
Voi nohoi darmaha kaita loi din zauk rati zauk kori taka
প্ৰধান শিক্ষকৰ ভাষাৰ পৰা বুজা যায় যে বেমাৰৰ কাৰণে ল'ৰা জনে ঢুকাল শিক্ষক সকলৰ যে গাফিলতি আছে লুকাৱ বিচাৰিছে নহয় জানো
@tayyeburrahman7362Ай бұрын
স্কুলৰ Head ক আৰু বাকী দায়িত্বত থকা শিক্ষকৰ ওপৰত 307 IPC ত গোচৰ ৰুজু হয় | পিতৃয়ে শিশুপুত্রৰ কথা মতে শিক্ষকক এটা গুৰুত্বৰ কথা নজনোৱাকৈ থকা এটা দায়িত্বহীন কাম
@LakhamiKarmakarАй бұрын
দুখিক,, শান্তি,দিয়ক
@AbulHashim-t3jАй бұрын
শিক্ষক সকলৰ গাফিলতিৰ কাৰনে এই ঘটনা হবলৈ পালে । অপৰাধীৰ উচিত বিচাৰ হব লাগে।
অপৰাধী ছাত্র কেইজনৰ অভিভাবক সকলেই পকৃততে লাজ পাবলাগে কাৰণ তেওঁলোকৰ পৰা কি সংস্কার পাইছে যিহওক স্কুল কতৃপক্ষ দায়ূ বুসিব ৱোৱাৰি কাৰণ বহু ত কামৰ বাবে প্রধান গকাকূী বকামত থাকে
পবিত্ৰ শিক্ষানুষ্ঠানত এনেকুৱা অমানবিয় ঘটনা ঘটিবলৈ ধৰিলে। 😢😢 তেতিয়া হলে মদাহী,জুৱাৰী থকা ঠাইত মানুহ যাব পাৰিবনে বাৰু ? এই ঘটনাত অভিভাৱক আৰু শিক্ষক সমানেই দায়ী ।মৃত ছাত্ৰ জনৰ আত্মাৰ সদগতিৰ কামনা কৰিলো 🙏😭।
@muhibarali8537Ай бұрын
শিক্ষকৰ 100%দোযী punishment হ'ব লাগে
@songswith32xsadder18Ай бұрын
যি কেইজন লৰাই এই কাম কৰিলে উচিত শাস্তি পাব লাগে।
@munmi3604Ай бұрын
এই নৰপশু কেইটাৰ মাক দেউতাকৰ ওপৰটো বিৱস্থা ল'ব লাগে। সেই কেইটাক ৰেহাই দিব নালাগে।
@girinkalita7134Ай бұрын
সকলো সজাক হব লাগিব 🔱🙏🔱 হৰ হৰ মহাদেৱ 😢😢😢
@Joonmonipatar-p5dАй бұрын
মাষ্টৰ মাষ্টৰনি কি কৰি আছিল
@technogamerindranuj9247Ай бұрын
Moiu enekuwa bully r xonmukhin hoisilu School t pohi thakute gutai mur school lyf tu tenekoi e par hol etiyau vabile lge enekuwa jukuwa jukue bur ata limitot bhl lge but atar murkh r pora xunile gutai class e xaitue naam lobo dhore thn xai lora jonor mental state t bht aghat kore so teacher bureu aibur ktha olop seriously lobo lge, jodi lole hoi aji ai ghotona nohol hoi 😔