LIVE | Guwahati Child Rescue Operation | হেৰাই গ'ল অবিনাশ | GMCHৰ মৰ্গত পৰিয়ালৰ কান্দোনৰ ৰোল | N18L

  Рет қаралды 378,753

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Guwahati Child Rescue Operation | হেৰাই গ'ল অবিনাশ | GMCHৰ মৰ্গত পৰিয়ালৰ কান্দোনৰ ৰোল | N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#guwahatichildrescqueoperation #cmhimantabiswasarma #himantabiswasarmaoperation n18_live
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 537
@sibaninath8483
@sibaninath8483 3 ай бұрын
হৃদয়বিদাৰক দৃশ্য। চকুৰপানী ধৰি ৰাখিব পৰা নাই। কিয় ইমান এটি নিস্পাপ শিশু ক লৈ গলা ভগৱান। কিয় ইমান নিস্থুৰ হলা তুমি?? অবিনাশ, তুমি যটেই আছা শান্তিত থাকা। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক🙏
@MrinmayChakravarty-jf4nr
@MrinmayChakravarty-jf4nr 3 ай бұрын
God has plans for everything
@birenkonwar9666
@birenkonwar9666 3 ай бұрын
অতি দুখ লগা ঘটনা। ভাষা নাই কবলৈ। অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাথনা জনালো।
@pranitadevideka1090
@pranitadevideka1090 3 ай бұрын
অতি দুখ লগা ঘটনা, তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ 🙏🏻
@bhadeswerchangmai9515
@bhadeswerchangmai9515 3 ай бұрын
চকুলো আমাৰো সমানে বাগৰিছে।অবিনাশৰ আত্মাই শান্তুি পাওক ।
@LovelyFlowerBouquet-om2vq
@LovelyFlowerBouquet-om2vq 3 ай бұрын
বৰ দুখৰ খবৰ , অতি সোনকালেই নলা এই সমস্যাৰ সমাধান কৰক চৰকাৰে,এই ঘটনাই সকলোৰে দেহ মন দুখ লগাই গ'ল ।🥹🥹😭😭
@anowara.begum23
@anowara.begum23 3 ай бұрын
সন্তান হেৰুৱা বেদনা মাতৃয়ে হে বুজিব পাৰে 😭😭😭😭🙏🏻🙏🏻🙏🏻
@PuspaBorah-p7n
@PuspaBorah-p7n 3 ай бұрын
কৃষ্ণ ভগৱান অতি হৃদয়বিদাৰক পৰিস্থিতি নাকান্দি থাকিব নোৱাৰিলো অন্তৰৰ পৰা চকুত চকুৰ পানী ৰখাব নোৱাৰিলো ৷ ভগৱান পৰিয়ালটিক সাহস আৰু ধৈৰ্য দিয়ক এইয়াই প্ৰাৰ্থনা৷
@rabindeka1185
@rabindeka1185 3 ай бұрын
বহুত দুখ লাগিল নিস্পাপ শিশু টোক ভগৱানে চকু মেলি নেচালে । পৰিয়াল তোলৈ সমবেদনা thakil ।
@_axomia_lora_2624
@_axomia_lora_2624 3 ай бұрын
যাৰ হেৰাই সেইজনে গম পায় হেৰুওৱাৰ যাতনা কিমান? এয়া ভগৱন্তৰ নিৰ্ণয়।এই পৃথিৱীত ভগৱন্তই মনুষ্যক যিমানটা উশাহ লবলৈ পঠায় সিমানটাই উশাহ লব তাতকৈ এটাও উশাহ বেছি লব নিদিয়ে। ভগৱন্তৰ সংবিধান কেতিয়াও সংশোধন কৰিব নোৱাৰে। মৃতকৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰক।
@Barikhaboraminishorts
@Barikhaboraminishorts 3 ай бұрын
সচা কথা আৰু চিৰন্তন সত্য মইও যোৱা বছৰ মোৰ প ১৩ বছৰিয়া পুত্ৰক হেৰুৱাইছো আৰু এই মৰ্গতেই মইও পুত্ৰক ওলিয়াই আনিছিলো কৃষ্ণ তেও বৈকূণ্ঠত থাকক🙏
@MonjulaDevi-du4te
@MonjulaDevi-du4te 3 ай бұрын
সান্তনা দিয়াৰ ভাষা নাই অবিনাশৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰাৰ লাগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এইদৰে কোনো এজনৰ মৃত্যু হ'লে আমি সকলোৱে কামনা কৰো যাতে এয়াই শেষ মৃত্যু হওক আৰু চৰকাৰ প্ৰশাসনক বাৰম্বাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনোৱা হয় যদিও, চৰকাৰ প্ৰশাসনে মানুহৰ জীৱনক লৈ কোনো উদ্বিগ্নতা নাই নিবিকাৰ নিলিপ্ত। আশা কৰো ইয়াৰ পিছত চৰকাৰ প্ৰশাসনৰ সুমতি উদয় হ'ব।
@tutumanibarman5384
@tutumanibarman5384 3 ай бұрын
বহুত দুখ লগা ঘটনা।এনে ঘটনা দ্বিতীয় বাৰ যাতে কাৰো লগত নকৰে ভগৱানে।চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭😭😭😭😭মাক জনিক ধৰিবলৈ কোনো এগৰাকী মহিলা নোলালনে । কিছুমান ঘটনা চাই এনে লাগে ভগবান নাই ভগবান বৰ নিষ্ঠুৰ 😢😢😢।
@prodipbora2752
@prodipbora2752 3 ай бұрын
অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো।
@AnjaliDevi-ce8sr
@AnjaliDevi-ce8sr 3 ай бұрын
অভিনাশৰ আত্মা ই শান্তি পাওক ভগবানৰ ওচৰত প্ৰাথনা কৰিছো। বেদনা দুখ কি ভোক্ত ভোগিৱেহে গম পায়।
@debajittalukdar1
@debajittalukdar1 3 ай бұрын
অতি হ্ৰদয় বিদাৰক কথা, অবিনাশৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনাৰে নেদেখা জনৰ প্ৰাথনা কৰিলোঁ আৰু GMD লৈ মোৰ কাতৰ অনুৰোধ যাতে ভৱিষ্যতে আপোনালোকৰ হেমাহিৰ কাৰনে আৰু এনেকুৱা দ্বিতীয় এটা অবিনাশ মৃত্যু মুখত পৰিব লগা নহয়৷
@ruhinigogoi827
@ruhinigogoi827 3 ай бұрын
পৰিয়ালটোৰ পৰা প্ৰশাসনে সাংবাদিক সকলা আতঁৰাই ৰাখক । আৰু নজ্বলাব !!
@anowara.begum23
@anowara.begum23 3 ай бұрын
হয় দেই
@rekhadutta5035
@rekhadutta5035 3 ай бұрын
​@@anowara.begum23%q😮😮😮😅😅😮😮😅😢😢😢😢😢😢😮
@bbsgaming5156
@bbsgaming5156 3 ай бұрын
হয় এওলোকে জ্বলি থকাতো হে যেন বিচাৰে
@rihanali1670
@rihanali1670 3 ай бұрын
🎉l
@chayanikakalita-qu4cc
@chayanikakalita-qu4cc 3 ай бұрын
Hoi dei
@bipulsaikia7415
@bipulsaikia7415 3 ай бұрын
গুৱাহাটীৰ মহানগৰীত থকা লোক সকলৰ আমাৰ গাঁওত বাস কৰা লোক সকলোতকৈ নিৰাপত্তা নাই কিয় কাৰ সেমাহীৰ কাৰনে এনেকুৱা ঘটনা হৈ থাকে ভাবিব নোৱাৰো।শেষত সেই কনমানিতিৰ আত্নাই চিৰশান্তী পালক তাৰে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু পৰিয়াল বগলৈ সমবেদনা জনালো কৃষ্ণ 🙏🙏🙏।
@OpiMunuGogoi
@OpiMunuGogoi 3 ай бұрын
অবিনাশৰ আত্মাই শান্তি পাওঁক প্ৰভু😢
@beautymohan7216
@beautymohan7216 3 ай бұрын
জীৱিত অৱস্থাত পাব বুলি ভাবি আছিলোঁ।ভগৱান ওচৰত প্ৰাথনা কৰিছিলোঁ।
@Flutist_Bornil_Hazarika
@Flutist_Bornil_Hazarika 3 ай бұрын
অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো 🙏🏻
@bharatibarkataki7592
@bharatibarkataki7592 3 ай бұрын
সহ্য কৰিব নোৱাৰা দুখ ৷ সাংবাদিকসকলৰ এতিয়াও পৰিয়ালক প্ৰশ্ন সুধি শেষ হোৱা নাই , কি আচৰিত !!
@MinaBarman-yq3dx
@MinaBarman-yq3dx 3 ай бұрын
যতে আছা শান্তিৰে থাকএয়াই ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ মা টাটাৰ সাহস দিয়ক
@vandyavlogs
@vandyavlogs 3 ай бұрын
এই ঘটনাৰ পৰা এটাই শিকিব লগীয়া কথা যে অতি মাত্ৰা বৰষুণত গুৱাহাটী বাসি গৃহ বন্দী হৈ থকাতো দৰকাৰ ।নহলে এনে ঘটনা সঘনাই হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । কাৰণ প্ৰশাসনে পৰ্যাপ্ত সুবিধা দিব নোৱাৰে জনসাধাৰণক। মুক্ত নলা নৰ্দমা আদি বোৰ এতিয়া মৰণ ফান্দ সমগ্ৰ গুৱাহাটীতে।
@RojoniProvaBoruah
@RojoniProvaBoruah 3 ай бұрын
খবৰটো শুনি বৰ দুখ লাগিল।শ্লেপবিলাক নলাত দিব লাগে। মানুহৰ জীৱন লোৱালৈ ৰৈ থাকিব নালাগে।😭😭😭😭😭😭😭
@parishmitachoudhury930
@parishmitachoudhury930 3 ай бұрын
Heitu Nola paharor pora Pani boi aha Nola tene nolat slap dibo nuwari jihetu paharor pora Pani tu boi ahi tat pore...
@simakalita1347
@simakalita1347 3 ай бұрын
Saklo maak bape ki xabodhan howatu Val atlist banpanir time' t ..
@snehalatabaro1603
@snehalatabaro1603 2 ай бұрын
অবিনাশৰআত্মা চিৰশান্তি লাভ কৰক এয়ে ভগবানৰ ওচৰত কামনা কৰিলো
@Shantana_Rajkhowa
@Shantana_Rajkhowa 3 ай бұрын
প্ৰশাসন তাৰ বাবে সম্পূৰ্ণ জগৰীয়া ,
@KayomAli-r6i
@KayomAli-r6i 3 ай бұрын
😭😭😭😭😭🙏🙏🙏🙏 বহুত আশা কৰিছিলো ল'ৰাটো জীৱীত অবস্থাত পাব বুলি বহুত প্ৰাৰ্থনা কৰিছিলো ভগৱানৰ ওচৰত ল'ৰা জন নাই বুলি এতিয়াও সহজ ভাবে মানি ল'ব পৰা নাই 🙏🙏🙏🙏😭😭😭😭
@robeendas3623
@robeendas3623 3 ай бұрын
Bohut Bohut dukhdayok Durghotona.😢😢sokur paani dhori rakhibo nuwarilu😢😢.He Bhogowan ane Durghotona karu logotei hobo nalage.Om santi,Om santi,Om santi.
@riturajkalita2767
@riturajkalita2767 3 ай бұрын
বৰ মৰ্মান্তিক খবৰ। অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক।
@brahmanandadutta7357
@brahmanandadutta7357 3 ай бұрын
এইয়াই অসমৰ প্ৰকৃত উন্নয়নৰ চবি, নলাৰ পানীত উটি এটি কনমানিৰ মৃত্যু।
@mamoniborah8809
@mamoniborah8809 3 ай бұрын
দুখলগা ঘটনা।অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক।
@bibhadas5050
@bibhadas5050 3 ай бұрын
কণমানি অবিনাশৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।ই অত্যন্ত দু:খ জনক ঘটনা,পুনৰ যাযে ঘটিবলৈ নাপায় চৰকাৰ আৰু জনসাধাৰণ সকলোৱে সজাগ হওক।
@BimalaGogoi-q8j
@BimalaGogoi-q8j 3 ай бұрын
ভাষা নাই ক'বলৈ, মৃতকৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ ঔম শান্তি।
@Ankur66984
@Ankur66984 3 ай бұрын
পৰিয়ালটোক শক্তি দিয়ক ঈশ্বৰে🙏
@tarundas7535
@tarundas7535 3 ай бұрын
হে প্ৰভু দুখ যেতিয়া দিছাই সহ্য কৰিবলৈও আমাক শক্তি দিয়া। এনে দুখ যাতে কাকো পুনৰ নিদিয়া প্ৰভু।
@uvievlogs6010
@uvievlogs6010 3 ай бұрын
Hey probhu abhinash baba tumi jote asa bhale thaka... Ako jonmo diye jen tumak bhogobane,... Om Shanti 🥹😭🙏 Radhe Radhe
@pabitrakalita3979
@pabitrakalita3979 3 ай бұрын
হে ভগৱান আপুনি ইমান নিষঠুৰ নহৱ প্ৰভু সৰু লৰাটো মাক দেউটাকৰ পৰা কাৰি লৈ গল ! আৰু কনো মাক দেউটাকৰ কলা শুধা নকৰিব প্ৰভু আপোনাৰ ওচৰত মিনতি কৰিলো প্ৰভু । ঔম শান্তি
@runuroy2560
@runuroy2560 3 ай бұрын
Bhut bya lagil.. Kandi lb lga hl o.বাবুৰ আত্মাই শান্তি লাভ কৰক🙏
@ruma_s
@ruma_s 3 ай бұрын
বর দুখ লাগিল আত্মাৰ সদগতিৰ কামনা কৰিলোঁ ওম শান্তি 🙏🙏🙏
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
জীবিত অবস্থাত নাপালেও মৃত অবস্থাত পোৱা গল। মৃতকৰ পৰিয়ালৰ"লগতে আমিও দুখৰ সমভাগী হৈছো।মৃত আত্মাৰ সদগতি কামনা কৰিলো।
@GautamSonowal-n8c
@GautamSonowal-n8c 3 ай бұрын
বহুত দুখৰ কথা। মোৰো দুখ লাগি চকু পানী ওলাই গৈছে। ইয়াৰ বাবে চৰকাৰ সম্পূৰ্ণ জগৰীয়া। চৰকাৰে নলাৰ ওপৰত পকা প্লেটবোৰ লগাই দিব লাগিছিল। তেতিয়া সুৰক্ষা হয়।
@JMRsmaya
@JMRsmaya 3 ай бұрын
কিমান মৰ্মাহত দৃশ্য চাই নিজকে বুজাব পৰা নাই ,ভাষা হেৰাই গৈছে। অবিনাশ তুমি যতেই থাকা তোমাৰ আত্মাই চিৰশান্তি পাওক🙏🙏🙏
@padmasaikia5624
@padmasaikia5624 3 ай бұрын
বৰ দুখ লাগিল দেই এনেকুৱা ঘটনা আৰু যাতে কাৰো নঘটে ভগবান। অবিনাশৰ আত্মাৰ সদগতি কামনা কৰিলো। ৰাতি দহ বজাত ঘটনাটো নোহোৱা হ'লে ল'ৰাটো বিচাৰিব পৰা হ'ল হেঁতেন।
@MinuKoch-oj5vd
@MinuKoch-oj5vd 3 ай бұрын
অবিনাশ ৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো 🙏🙏🙏
@pratimakurmi4965
@pratimakurmi4965 3 ай бұрын
বৰ দুখ লগা ঘটনা, অবিনাশৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো।
@tunmonidutta5249
@tunmonidutta5249 3 ай бұрын
অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক ভগবান ওচৰত প্ৰাৰ্থনা জনাইছো 🙏🙏🙏
@sunitadeka3189
@sunitadeka3189 3 ай бұрын
Om shanti !
@kumoliprovathengal4525
@kumoliprovathengal4525 3 ай бұрын
😢😢😢😢😢
@HariThapa-b8d
@HariThapa-b8d 3 ай бұрын
অতি দুখ লগা ঘটনা, এই ঘটনা যাতে আমাৰ অসমৰ অন্তিম ঘটনা হওঁক..😭😭😭
@BhaskarKalita-h4r
@BhaskarKalita-h4r 3 ай бұрын
নাৰেংগীৰ পৰা পানীখাইতী হৈ চন্দ্ৰপুৰ ৰাস্তা টো গাত আৰু গাত, এইয়া গুৱাহাটী মহানগৰীৰ
@RupaDevivlog
@RupaDevivlog 3 ай бұрын
বৰ দুখ লগা ঘটনা ভগৱানে মা দেউতা ক শক্তি দিওক 😢😢
@UpenKalita-dx2cr
@UpenKalita-dx2cr 3 ай бұрын
পিতৃ-মাতৃৰ তথা ককাকৰ লগত মৃত অভিণাশ লগ হোৱাৰ বাবে আমাৰ পৰিয়ালৰ বৰ আনন্দ অনুভৱ হৈছে।আমাৰ কামণা এইটোৱে আছিল। আগলৈ এনেকুৱা যাতে আৰু কাৰোবাৰ নহয় এইটোৱে কম।
@mriduladeka5815
@mriduladeka5815 3 ай бұрын
হে ভগৱান কোনো মাতৃক যেন এনেকুৱা আৰু দুখৰ নেদিয়ে।
@DipamaniDeka-p2u
@DipamaniDeka-p2u 3 ай бұрын
Om Shanti 🙏🙏🙏
@sanjibnath9681
@sanjibnath9681 3 ай бұрын
Om shanti 😭😭
@statusworld3267
@statusworld3267 3 ай бұрын
ইমান দুখ লগা ঘটনা, চাব পৰা নাই। ঈশ্বৰে কণমানি টিৰ আত্মাক চিৰ শান্তি দিয়ক। 🙏🙏🙏
@LakhiramMurah-i9f
@LakhiramMurah-i9f 3 ай бұрын
অতি দুখৰ বিষয় প্ৰভু ভগৱান সহপৰিয়ালক সহায় কৰাক😢😢😢😢।
@satyajitphukan9790
@satyajitphukan9790 3 ай бұрын
মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো
@JurimaKhatun
@JurimaKhatun 3 ай бұрын
Bohut. Dukh. Lagil Abinash. Atmai. Shanti Pagol😭😭😭😭😭😭
@joligoswami3870
@joligoswami3870 3 ай бұрын
Bht dukh lga ghotna ...sukur pani dhori rakhibo pra niii..maak deutakok bhagobane xakti diyok...omm shanti..🙏🙏🙏🙏
@SarajuDevi-ch7bx
@SarajuDevi-ch7bx 3 ай бұрын
ৰাজপৰিয়ালৰ সন্তানৰ লগত এনেকুৱা ঘটনা হলেহে বুজি উঠিব ।
@DumonKoushik-yb8yi
@DumonKoushik-yb8yi 3 ай бұрын
ভাষা নাই সমবেদনা জনাবলৈ ! কি মৰ্মান্তিক ঘটনা !!
@tilutammaborah6620
@tilutammaborah6620 3 ай бұрын
খবৰ তো সঁচাকৈ বৰ হৃদয় বিদাৰক 😢😢সাংবাদিক সকলে ভিদিঅ কৰে কৰক কিন্তু পৰিয়ালৰ মানু্হক বিভিন্ন প্ৰশ্ন আৰু কথা কেনেকৈ সুধি থাকিব পাৰে বাৰু 😢😢🙏🙏পৰিয়ালৰ লোক সকলক জীয়াই থাকিবলৈ সাহস আৰু শক্তিদিয়া ভগৱান 🙏🙏
@rebotisaikia661
@rebotisaikia661 3 ай бұрын
Om shanti.
@MadhabBordoloi-mf3kb
@MadhabBordoloi-mf3kb 3 ай бұрын
ইয়াত কৈ বেদনাদায়ক আৰু কি হব পাৰে, ভগৱানক। প্ৰাথনা জনাইছোঁ তাক যাতে সদগতি প্ৰদান কৰে কৃষ্ণ,
@mdhalaluddintapadar618
@mdhalaluddintapadar618 3 ай бұрын
Allah avinask ka atma santi rakhe. Aur unka pitri. Matri ko bi dil ko santi rakhe
@junuboruah-jl4ls
@junuboruah-jl4ls 3 ай бұрын
অবিনাশ ৰ আত্মাই শান্তি পাওক বহুত দুখৰ খবৰ
@ponchmikarmakar9256
@ponchmikarmakar9256 3 ай бұрын
, ভাষা নাই কব লগা বৰ দুখ লগা ঘটন 😭
@jyatiblogs8589
@jyatiblogs8589 2 ай бұрын
😢 কৃষ্ণ 🙏 বহুত দুখ লগা 😢
@MithunMandalvlog
@MithunMandalvlog 3 ай бұрын
OK shanti
@DipakGogoi-x4c
@DipakGogoi-x4c 3 ай бұрын
Abenash good bless you
@rakhaldutta9601
@rakhaldutta9601 3 ай бұрын
হে ভগবান নিষ্পাপ শিশুক কিয় লৈ গলা তেও কি পাপ কৰিছিল চীরদিন মা দেউতা স্বজন পৰিজন কাঁদিব লগা হল হে ভগবান কনমানিকৰ আত্মাক শান্তিতে ৰাখিব সেয়ে তোমার চৰনত প্রার্থনা কৰিছু | এই ভিডিও যোনে যোনে চাইছে মা দেওতাক কমেন্টে শান্তনা দিয়ক আৰু কনমানিকর আত্মার চীৰ শান্তি কামনা কৰিব গোটেই পৰিবাৰ ভালেই থাকক |
@dilipkumardas2065
@dilipkumardas2065 3 ай бұрын
অবিনাশৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক । ওঁম শান্তি! ওঁম শান্তি!!
@HRITIK_05
@HRITIK_05 3 ай бұрын
অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক ওম শান্তি 🙏
@monuranjan5311
@monuranjan5311 3 ай бұрын
বৰ দুখ লগা ঘৰ্তনা
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc 3 ай бұрын
বৰ দুখ লগা ঘটনা।অবিনাশৰ আত্মাই চিৰ শান্তি লাভ কৰক। কান্দি গলো।
@KayomAli-r6i
@KayomAli-r6i 3 ай бұрын
নলা বুলি ক'লে ভয় লাগে এতিয়া মোৰ মাহীৰ ছোৱালী এজনী নলাত পৰি গৈছিল ৯মাহৰ গৰ্ভ বতী অবস্থাত বহুত ডাঙৰ নলাত সোমাই গৈছিল ভগৱান সহায় আছিল ওচৰৰ পৰা দেখা মানুহে সহায় কৰিছিল লগে লগে নলাৰ পৰা উঠাই মেডিকেল লৈ যোৱা হয় 😢😢
@nirudevi9827
@nirudevi9827 3 ай бұрын
সেইবাবেই কয় মাৰে হৰি ৰাখে কোনে ,ৰাখে হৰি মাৰে কোনে । অবিনাশৰ আত্মাই শান্তি পাওক। এয়েই কামনা কৰিলো ।
@joybabusingha1999
@joybabusingha1999 3 ай бұрын
অবিনাশৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো৷
@barnalideka6511
@barnalideka6511 3 ай бұрын
😭😭😭😭😭🙏হে ভগবান 🙏
@mridusmitasaikia7123
@mridusmitasaikia7123 3 ай бұрын
হে ঈশ্বৰ সহিব পৰা নাই 😢
@BharatiDekaBharatiDeka-bl1ku
@BharatiDekaBharatiDeka-bl1ku 3 ай бұрын
বহুত দুখ লাগিছে ভিডিঅ'টো চাই
@porideka6957
@porideka6957 3 ай бұрын
Konmani tu jotei asa vale thkok.bht bya lgil news to sai.
@nayanmani1131
@nayanmani1131 3 ай бұрын
বৰ মৰ্মান্তিক ei ঘটনা ,
@pranitadas2910
@pranitadas2910 3 ай бұрын
বহুত কন্দিলো।
@vltmanashff
@vltmanashff 3 ай бұрын
Bhogvane maak aru dewtak shahox diyok .Abinashr atmai siroshanti lavkork🙏🙏
@pranitatalukdar8127
@pranitatalukdar8127 3 ай бұрын
হৃদয. বিদাৰক. ঘটনা😪😪😪😪😪😪😪
@anjanborthakur5891
@anjanborthakur5891 3 ай бұрын
গুৱাহাটী এতিয়া আৰু মানুহৰ বসবাসৰ উপযোগী হৈ থকা নাই।মানুহৰ দুখ দূৰ্দশাৰ অন্ত নাইকিয়া হৈছে।এইটোৱেই যেন শেষ ঘটনা হওঁক মানুহৰ অপমৃত্যুৰ।পৰিয়ালটোৱে যাতে এইদুখ সহ্য কৰিবলৈ সাহস পায় ভগৱানক প্ৰাৰ্থনা জনালো। GMC ,GMD য়ে মানুহৰ জীৱনকলৈ আৰু খেলা নকৰে।চৰকাৰৰ বৰমূৰীয়া সকলে নিৰীহৰ জীৱনৰ মূল্য দিবলৈ শিকক।অৱিনাশৰ আত্মাই শান্তি পাওঁক।
@bontiborah9060
@bontiborah9060 3 ай бұрын
অবিনাশ আত্মাইসদগতিপাইযেনভগৱানৰূওছৰতপাথনা
@anuprobhabordoloi8229
@anuprobhabordoloi8229 3 ай бұрын
ব হু ত দুখ লাগিছে,ভাষাৰে ব্জাব নোৱাৰো।এটি নি ষ্পাপ শি শু আমাৰ ম আজ ৰ প ৰা হে ৰাই গ'ল 😢😢 ম ই পৌ ৰ প্ৰ শাস ন ক মি ন তি ক ৰি ছো।যাতে আৰু ন লা ববো বো ৰ ৰ ঢা ক ন ৰ ব্য ৱ স্থা অতি শীঘ্ৰে ক ৰে😢😢
@KakaliDeka-oc1fg
@KakaliDeka-oc1fg 3 ай бұрын
চকুলো ৰখাব পৰা নাই😭😭😭😭 এগৰাকী মাতৃ হৈ অনুভৱ কৰিব পাৰিছো এই বেদনা
@MIYACHAANLAI
@MIYACHAANLAI 3 ай бұрын
খবৰ টো,শুনি,বহুত,দুখ,পাইছোঁ,অবিনাশ,চিৰ,শান্তি, ত,থাকক
@LakshmanKrRay
@LakshmanKrRay 3 ай бұрын
বৰ দুখ লাগিল ॥ ইয়াৰ বাবে দায়ী চৰকাৰ ? গুৱাহাটীত যিমান নলা আছে গোটেই বৰতে জালি দিয়ক চৰকাৰৰ টকাবোৰ কত যায় ?
@induprabhabordoloi6256
@induprabhabordoloi6256 3 ай бұрын
🙏 ওঁম শান্তি , শান্তি, শান্তি
@rubibora8597
@rubibora8597 3 ай бұрын
অতি হৃদয় বিধায়ক দৃশ্য সছাকৈ চাই থাকিব পৰা নাই অ
@niyorgamer8824
@niyorgamer8824 3 ай бұрын
Om Shanti.Abinashr aatmaai siroshanti Pai jen
@SailenSarma-i7q
@SailenSarma-i7q 3 ай бұрын
Hari Om shanti
@shayanikakalita4960
@shayanikakalita4960 3 ай бұрын
Om Shanti 🙏 😢
@binitachakraborty9824
@binitachakraborty9824 3 ай бұрын
তুমি যটেই থাকা শান্তি ত থাকা।তোমাৰ আত্মাই শান্তি পাব।
@binitamahanta7567
@binitamahanta7567 3 ай бұрын
Ki kom vakha ny kabaloi. Abinash atmay shanti powk tarei kamona korilo 🙏🙏🙏
@jyotishsarma7597
@jyotishsarma7597 3 ай бұрын
অবিনাশৰ আত্মাই চিৰশান্তি লাভ কৰক
@nikhilnath7840
@nikhilnath7840 3 ай бұрын
Vogobane anekua ghotona karu lgt nokoruk ru ovinasor aatmai shanti pauk 🙏🙏🙏😥
@jitakalita5034
@jitakalita5034 3 ай бұрын
Oh vogban kiyo iman nisthur bisar kiyo nokora🙏🙏
@arfinimran74644
@arfinimran74644 3 ай бұрын
🥺 Om Shanti 🥺
@Chitralekhagogoi1965
@Chitralekhagogoi1965 3 ай бұрын
অতিশয় কৰুণ ঘটনা ।অবিনাশৰ পৱিত্ৰ আত্মাই চিৰ শান্তি লাভ কৰক।
@nilimadas9435
@nilimadas9435 3 ай бұрын
বৰ দুখ লগা ঘটনা।
BBMTP ti dam turin Dawithiam ko lut dawn ta..!
23:25
Mapuia YT Official
Рет қаралды 4,9 М.
DELETE KOHHRAN HO LEH PU EDENA TE IN HNIAL CHHUN ZAWM NA.PT 2 CHU HEI LE PUI TAK A NI.
27:35
Vanlalpianga official channel
Рет қаралды 100 М.
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 3,8 МЛН
OYUNCAK MİKROFON İLE TRAFİK LAMBASINI DEĞİŞTİRDİ 😱
00:17
Melih Taşçı
Рет қаралды 13 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Spongebob ate Michael Jackson 😱 #meme #spongebob #gmod
00:14
Mr. LoLo
Рет қаралды 11 МЛН
7 OCTOBER 2024 LPS CHIBAI MIZORAM
17:13
LPS VISION
Рет қаралды 17 М.
🍉😋 #shorts
00:24
Денис Кукояка
Рет қаралды 3,8 МЛН