কি আচৰিত, ইৰাণে আক্ৰমণ কৰিব পাৰে, কিন্তু ইজৰাইলে আক্ৰমণ কৰিলে দুখ লাগে।
@beyondofyourthinking3646Ай бұрын
হিপোক্ৰেচি
@thefaruquepnk1Ай бұрын
আমেৰিকা সহায় নকৰিলে ইজৰাইল নাইকীয়া হব
@nabanath100Ай бұрын
কাৰ হাতত কিমান অস্ত্ৰ আছে সেইটো ডাঙৰ কথা নহয়, কাৰ প্ৰতিৰোধ ক্ষমতা বেছি সেইটোহে ডাঙৰ কথা। মোৰ মতে এই ক্ষমতা ইজৰাইলৰ বেছি। গতিকে ইজৰাইলক ক্ষমতা হীন বুলি মূৰ্খই হে ভাবিব পাৰে।
@saifulsikdar9761Ай бұрын
আপোনাৰ কথা ইমান ইছপষ্ট নহয় আৰু হাতদুখন বেছিকৈ চলে😂
@NazrulHaque-w1fАй бұрын
Aeber izrayel haribo
@Nishanbora-t8yАй бұрын
Mia nki
@KishorbaruahgАй бұрын
Full support Israel 🇮🇱🇮🇱🇮🇱🇮🇱🇮🇱🇮🇱❤🚩🚩🚩🚩🚩🚩🚩🚩🇮🇱🇮🇱🕉️ Jai shree Ram