LIVE | Jorhat News | ইটাৰ নাটনি হ'ব নেকি উজনি অসমত ! যোৰহাটত ইটাভাটাৰ মালিকসকলৰ বিশেষ বৈঠক ।

  Рет қаралды 190,145

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 431
@sofikulislam7533
@sofikulislam7533 Ай бұрын
আন্দোলন কৰা বিলাকে, বিজনিজ, হাজিৰা,কোনো কাম নকৰে, ইহতে এইবিলাক সমস্যাৰ বেদনা কেনেকৈ বুজিব।ইহত ভাৱে কাম কৰাৰ ঠাই মাত্ৰ উজনি অসম।অসমৰ বাহিৰত তামিলনাডু,দিল্লী, কেৰেলা আনকি ভাৰতৰ বাহিৰত কোনো হিন্দু মুছলমান ৰ কথা নাই ।শান্তি ত থাকি কাম কৰিব পাৰে ।
@HussainAli-bf6xb
@HussainAli-bf6xb Ай бұрын
বিশ্ৰৃংল চিত্যাহত কত।সিহতক ইটা বনুৱা কামত লগা লম্ফ-জম্ফ বন্ধ হব
@AbudulaAli
@AbudulaAli Ай бұрын
হোছেইন আলীৰ কথাটো ভাল লাগিল।
@MdRk7723
@MdRk7723 Ай бұрын
আগতে কোৱা হৈছিল মিঞা খেদাও বুলি এতিয়া আকৌ বাংলাদেশী খেদাও বুলি কিয় কোৱা হ'ল।কাৰণ মিঞাই কাম নকৰিলে ইটা নহ'ব আৰু সেয়ে মিঞা শব্দটো বাদ পৰিল।মিঞা উজনিৰ গালি খাবলৈ নাযাব।মিঞা বহিঃ ৰাজ্যলৈ যাব,মিঞাই ইচ্ছা কৰিলে সকলো কাম পাৰিব।মিঞাই অসমীয়াৰ নিচিনা মদ খাই মাতাল হৈ নাথাকে।
@MarjanaBegum-zw4cu
@MarjanaBegum-zw4cu Ай бұрын
Etiya sromik koi ase
@LatifAli-b1t
@LatifAli-b1t Ай бұрын
Asomot thoka sab asomiya hoy burbok hot
@saniyakazi5911
@saniyakazi5911 27 күн бұрын
Very good
@SIDDHARTH19515
@SIDDHARTH19515 Ай бұрын
শৃংখলক হাজিৰা কৰিব দিয়া ইটা‌ভেটাত।।।।
@SAIFULISLAM-hc1iw
@SAIFULISLAM-hc1iw Ай бұрын
বিশৃঙ্খল অকলেই কাম কৰিব একো ক্ষতি নহয়।
@broitonic1695
@broitonic1695 Ай бұрын
বাদ দিয়া হে একো ক্ষতি নহয় বিশৃঙ্খল চলিহা আছেই।
@jahurabegum7430
@jahurabegum7430 Ай бұрын
লাচিতৰ তেজ গাত আছে নহয় , সব কামেই পাৰিবা , কাম কৰিবা আৰু ভাৱিবা " ম‌ই লাচিত " বেছ অটোমেটিক কামবোৰ হৈ যাব ।
@ZakirHussain-p6m
@ZakirHussain-p6m Ай бұрын
Hoy lasitor tesh asse kam hoija buli kuwar loge loge hoijabo miya bonuwa etare ghor nobonau lagila nakhai morim dom asse amar axomiyar morijam kintu miyak yat kam koribo nidiu
@EmdatBahar
@EmdatBahar Ай бұрын
Thik koise
@goodstudent3608
@goodstudent3608 Ай бұрын
মিয়া উজনিত যাব নালাগে , এজনো নাজাবা, তেওঁলোক অকলে পঙ্গু হব
@jitendrarabha4660
@jitendrarabha4660 Ай бұрын
ইটাৰ নাটনি নহয়,কিন্তু ইটাৰ দাম বাঢ়িব৷কাৰণ বহিৰাগত শ্ৰমিকে নূণ্যতম মজুৰিত কাম কৰিব পাৰে,আৰু সিহঁতে কঠোৰ পৰিশ্ৰম কৰি কাম নিখুঁটভাৱে আদায় দিব পাৰে৷ইয়াৰ বিপৰীতে স্থানীয় লোকসকলে নূণ্যতম মজুৰিত কাম কৰিব নোৱাৰে,স্থানীয় লোকসকলে বহিৰাগতৰ দৰে নিখুঁটভাৱে কামো আদায় দিব নোৱাৰিব,আৰু আমাৰবোৰে কামতকৈ ঘড়ীৰ কটালৈহে বেছিকৈ গুৰুত্ব দিব৷আমি কাম কৰিলে ঘড়ীৰ কটালৈ চাওঁ,ইয়াৰ বিপৰীতে বহিঃৰাজ্যৰ কৰ্মীসকলে বেলিটোলৈ চাই কাম কৰে৷
@bulbulaxom5200
@bulbulaxom5200 Ай бұрын
Right 👍
@rinimahoque6912
@rinimahoque6912 Ай бұрын
😂
@jenifahmed6860
@jenifahmed6860 Ай бұрын
Chanda tuli Chulai khowa Bor Ye Futuni he Koribo jane..Rabha ,Boko 👍
@rons-topic1067
@rons-topic1067 Ай бұрын
​@@jenifahmed6860 Geda burey besi chulai khaai gahori logot
@RafiqulIslam-zo7uh
@RafiqulIslam-zo7uh Ай бұрын
অসমৰ মুখ্য মন্ত্ৰী আৰু উজনিৰ দল সংগঠনে মিয়া লেবাৰৰ ভৰিত ধৰি ক্ষমা প্ৰাৰ্থনা কৰি কক এনেকুৱা কথা পুণৰ নকওঁ।
@ancient_coins1947
@ancient_coins1947 Ай бұрын
মোর মতে উজনীলৈ কোনো মিঞা কাম করি বলৈ যাব না লাগে এই টো মোর অনুরোধ।
@ashadulhoque260
@ashadulhoque260 Ай бұрын
Good bohut Bal lagil Nagaon morigao নতুন বাতা খুলিব লাগে দুখীয়া মানু্হ এ কৰ্ম কৰিব পাৰিব Uperassam t Miya jabo lage Nir jor অঞ্চলত এনে বঁটা খুলিবলৈ লাগে😂😂😂😂😂😂😂😂😂 মিয়া power 💪💪💪💪💪
@rajbharali9412
@rajbharali9412 Ай бұрын
Tahatar bal but besidin nathake
@abdulhamid5144
@abdulhamid5144 Ай бұрын
মই মোৰ মিঞা ভাই সকলক বিনম্ৰ অনুৰোধ জনাও যে উজনি অসমত কৰ্ম সংস্থাপন বিচাৰি যাব নালাগে।কাৰণ কিছুমান খিলঞ্জীয়া ব্যাক্তি সকলে মানা কৰিছে।গতিকে তেওঁলোকে নিজে কৰক।আমি বহি ৰাজ্যত যাম।
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw Ай бұрын
শৃংখল চলিহাক কলেই চোন শ্ৰমিক চাপলাই দিব চিন্তা কৰিব লগীয়া নাই।
@puronpayeng7151
@puronpayeng7151 Ай бұрын
আকৌ 😂😂😂😂😂😂😂😂😂😂😂
@krishnabarman9742
@krishnabarman9742 Ай бұрын
কিমান জন হিন্দু শ্ৰমিক লাগে মোক জনাব পাৰে মই শ্ৰমিক আনি দিম।
@ShafiqurRahman-k4z
@ShafiqurRahman-k4z Ай бұрын
বিশৃঙ্খল চলিহাই যিমান দিনলৈ মিঞাৰ ওচৰত পাণবটা আৰু গামোচা দি আঠু নলয়, তেতিয়ালৈকে নামনিৰ মিঞা শ্ৰমিক উজনিলৈ যাবই নালাগে।
@RahulIslam-oh6dc
@RahulIslam-oh6dc Ай бұрын
উজনিৰ ইটা বাটা বন্ধ হব লাগে কাৰণ মুছলমান ক বাংলাদেশী বুলি গালি পাৰি থাকে।
@AbudulaAli
@AbudulaAli Ай бұрын
একদম সচা কথা ।
@AbdulKhalek-vz5mj
@AbdulKhalek-vz5mj Ай бұрын
শৃঙ্খলক লগাই দিলে হয়।
@abhijitgogoi16
@abhijitgogoi16 Ай бұрын
অসমীয়া শ্ৰমিক বিচাৰিব নোৱাৰে নেকি,
@HaidarAli-sr2tf
@HaidarAli-sr2tf Ай бұрын
Eman jodi para tenehole agbari goi hihotor hamassa hamadan nokora kiyo
@MofizurHussain
@MofizurHussain Ай бұрын
Paribo kiyo nuwaribo aamar akhomiyai,karon adin koribo dudin koribo ter pass dina advance bisaribo ter pass dina manuh nai polale,😅😅😅😅😅😅
@abdulhamid5144
@abdulhamid5144 Ай бұрын
​@@MofizurHussainএই খিলঞ্জীয়া বুলি দম্ভালি মৰা খিলঞ্জীয়া বিলাকে এতিয়া বনালে হয়।কিয় মিঞা লাগে।মোৰ মতে এই চকু চৰহা খাৰখোৱা খিলঞ্জীয়া অসমীয়া বুলি দম্ভালী মৰা চীনৰ খেদা খোৱা কেইটাই বনালে হয়।
@ikbalahmedbarbhuiya5729
@ikbalahmedbarbhuiya5729 Ай бұрын
Bal di jodi betor Kam hol heten tene hole manu bilak bet Kati aniboloi paharo loi no gole heten.
@shahficulislam8097
@shahficulislam8097 Ай бұрын
Assamiya eman Rador Majot Eta bonabo nowary.. Dom asey judi 50 Ta eta bonay KZbin update dibo.. Comments likha aru Kam korar Majot Rati aru Din Tofat hoy..Mod khai Muslim hakolok gali paribo janey..Muslim Lakor nichina koneu parisharam karibo nowary.. Assamiya kebol Futukar Fan 🪭
@AsadurRahman-b1h
@AsadurRahman-b1h Ай бұрын
চ্ৰিংশল চলিহা ই কৰিব।
@nijuborah7997
@nijuborah7997 Ай бұрын
Chaliha e koribo
@educationalchennel2696
@educationalchennel2696 Ай бұрын
মিঞা সকল আপদ নহয়, সম্পদ ।মিঞা সকল অকল বনুৱা নহয়, তেও লোকৰ খেতি-বাতি ও আছে । দুই এজনে ঘৰত খেতিত কাম কৰে বাকীবোৰে তিনি চাৰি মাহ বাহিৰত কাম কৰি উপাৰ্জিত ধনেৰে মাটিবাৰী ঘৰ দূৱাৰ কৰে ।তেওঁলোক বাংলাদেশী নহয় ।কাৰোবাৰ যদি সন্দেহ আছে এবাৰ ধুবৰী লৈ আহক ।অহা যোৱা ,থকা মেলা,খোৱা-লোৱা সব ফ্ৰি দিয়া হ'ব ।
@assambnys
@assambnys Ай бұрын
নিলাজ মিয়াই যদি এইবাৰ উজনিত কাম কৰিবলৈ যায় তেন্তে সিহঁতক নামনিৰ পৰা বিদায় দিব লাগিব
@babulislam3260
@babulislam3260 Ай бұрын
উজনি অসমত মিয়া নগলে মিয়াৰ পেট খালি নাথাকে মিয়া এটা নহয় এটা কাম কৰি খাব
@Ruhul_Amin_Mondal
@Ruhul_Amin_Mondal Ай бұрын
নিশ্চয় হিন্দু মুছলিম কৰিলে অসমৰ উন্নতি নহয়।
@AsadurRahman-b1h
@AsadurRahman-b1h Ай бұрын
Right
@ancient_coins1947
@ancient_coins1947 Ай бұрын
এই বার উজনীলৈ যদি মিঞা নাযায় তেতিয়া আন্দোলন করা কেইটাক দি ইটাবনালৈ দিব। আরু আহা আঘোণর ধান লাচিত সেনা 30 সংঘটনক কটিবলৈ দিব ইহতে আরু চান্দা উঠাব না লাগে।
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl Ай бұрын
মুনাফা লুভি অযোগ্য বনিয়া স্থানিও বনুৱাক উপযুক্ত মুজুৰি দিলে নিচ্ছয় নাটনি নহব।সেইবুলি বাংলাদেশী বনুৱা লগালে নহব
@mrs.mamtazbegum1470
@mrs.mamtazbegum1470 Ай бұрын
Banuwa
@MofizurHussain
@MofizurHussain Ай бұрын
Adin nije ata ita vutar Malik hoi dekhai luwa,ter pasot anekuwa comment koriba,tumar ita vuta goi Sita vuta hobo.
@alaminmullah
@alaminmullah Ай бұрын
Class 5 t addmission lobi.😊😊😊😊
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm Ай бұрын
ফূটূকাৰ ফেন ।
@aflusurrahmankhan4970
@aflusurrahmankhan4970 Ай бұрын
তই ইটাভাটাত কাম কৰিব পাৰা। বেলেগক কিয় কব লাগে।
@NarjinaBegum-xi4nt
@NarjinaBegum-xi4nt Ай бұрын
চিন্তা নকৰিব মিয়া ৰ যদি লাজ থাকে উজনি অসম লৈ নজাবো
@jehirulhuda3147
@jehirulhuda3147 Ай бұрын
মাছ আমি আহিবলৈ নিদো কিন্তু ৰাজমাই আদি বজাৰকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা গৰু নিয়াত কিয় বাধা দিব নিবিচাৰো সেই কথা বুজি নাপাওঁ।
@ranadowari9260
@ranadowari9260 Ай бұрын
ভাতাৰ মালিকপক্ষৰ লগ নিদিব। মিয়া আনিবলৈ যো জা কৰিছে চাগে।
@jehirulhuda3147
@jehirulhuda3147 Ай бұрын
গৰু মিঞাই নিয়ে। গৰু নামনিলৈ নিয়াৰ কথা কলেই আপোনাৰ দৰে মানুহবোৰে বেয়া পাই । কথাটো আজিলৈকে বুজি নাপালো ​@@ranadowari9260
@jehirulhuda3147
@jehirulhuda3147 Ай бұрын
গৰু মিঞাই নিয়ে। গৰু মধ্য তথা নামনিলৈ নিব দিব নালাগে বুলি কলেই আপোনাৰ দৰে মানুহবোৰে বেয়া পায়। কথাটো আজিলৈকে বুজি নাপালো।
@rudragogoi1981
@rudragogoi1981 Ай бұрын
উজনিৰ শেষৰ গাঁওখনলৈকে স্থানীয় ইটাভাটাতকৈ কম দামত ইটা যোগান ধৰি আহিছে মৰিগাঁও, নগাঁৱৰ পৰা। আমাৰ স্থানীয় ভাটাত দাম বেছি।জাতিতকে ইটা ভাটা ডাঙৰ নহয়। উজনিৰ পৰা মিঞা যাব লাগিব এয়া চৰকাৰৰহে উচতনি বা বিজেপিৰ এজেণ্ডা। স্থানীয় লেবাৰ যোগাৰ কৰিব লাগিব। অৱশ্যে ইটা ভাটাৰ মালিক সকলৰ বেঙ্কত লোন আছে। সেইটোহে চিন্তা কৰি চৰকাৰ,সংগঠন আৰু ইটাভাটাৰ মালিক সকলৰ মাজত আলোচনা কৰি বিকল্প ব্যৱস্থা কৰিব লাগে। জাতি স্বাৱলম্বী হব‌ই লাগিব। বিকল্প নাই।মিঞাক খেদি বিহাৰী আনিব সেইটোও জাতিৰ কাৰণে বিপদজনক।কাম কৰিবলৈ আহি আত্মীয় উলাব আৰু ভাৰতীয় বুলি কৈ মাটি বাৰী কিনিব শেষত গৈ নিৰ্বাচন খেলিব আৰু খেলি আছে। অসমীয়াৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি অৱশেষত আমি তেওঁক গৈ মহোদয়,মহাশয় বুলি সম্বোধন কৰিবলগীয়া হয়গৈ।সেয়ে অনা অসমীয়াৰ বিৰুদ্ধে এই সংগ্ৰাম।ইটাভাটা,কাপোৰ লোহা,ৰেচন,পাৰ্টচৰ দোকান বা অন্যান্য দোকান ব্যৱসায়ৰ কথা চিন্তা কৰিলে নহ'ব।অসমীয়া আৰু আদিবাসীয়ে এই কাম কৰিব‌ই লাগিব। এয়াই জাতিৰ প্ৰকৃত যুদ্ধ।টকা খাই সংগঠনে অনুমতি দিলে তেনে সংগঠনৰ নেতৃত্বৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে।
@mohiburrahman2342
@mohiburrahman2342 Ай бұрын
আমি মিঞাক উজনি অসমলৈ যাব নিদিওঁ - বিধান সভাত মূখ্য মন্ত্ৰীয়ে চিঞৰি চিঞৰি কৈছিল।
@siddharthbania2952
@siddharthbania2952 Ай бұрын
সাংবাদিক আৰু সংবাদ মাধ্যম বোৰৰ পৰা জানিব পাৰিছো যে মিঞা নহলে অসমৰ কামবোৰ বন্ধ হব। মিঞাৰ দক্ষতা ইমানেই বেছি দেখোৱা হৈছে যে অসমীয়াবোৰ অকমন্য বা এলেহুবা আৰু তেনে কামবোৰ বাবে অযোগ্য। আজি যুগ যুগ ধৰি কৰি অহা কামবোৰ, হঠাতে ঠিকাদাৰবোৰ ইমান সমস্যাৰ সন্মূখীন হৈ আলোচনা কৰিব লগা হৈছে, কাৰণ মিঞা মজদুৰ নাই। সঁচাকৈ সন্দেহ কৰিব লগা স্হিতি উপনীত হৈছো।
@mainamaina2808
@mainamaina2808 Ай бұрын
মিক্রা অবিহনেই অসম অচল ,,,, অসমীয়াই কাম কৰিব নাজানে
@DreamInstaModel
@DreamInstaModel Ай бұрын
Axomiyai miyar ligot nuware
@hazratali4698
@hazratali4698 Ай бұрын
আমি অসমীয়াই‌ ইটা ভাটাত কাম কৰিম নহয়! কি নাটনি হ'ব?
@shahficulislam8097
@shahficulislam8097 Ай бұрын
😂😂😂😂😂😂
@Md.MahidulIslam-ru1rl
@Md.MahidulIslam-ru1rl Ай бұрын
Kar
@mssofadesign8160
@mssofadesign8160 Ай бұрын
এতিয়া আৰাম্ভ হে । সেই গৱৰ খোৱা শ্ৰ্ংখল চলিহা নামৰ দালালক ধৰি আনি তাক এইবোৰ কাম কৰিবলৈ দিয়ক ।
@Saddam-im1pl
@Saddam-im1pl Ай бұрын
মই নগাওঁৰ সকলো ইটা ভাটাৰ মালিকক অনুৰোধ জনাও যে আপোনালোকে উজনি অসমৰ কাৰণে ইটাৰ দাম বঢ়াই দিয়ক শিক্ষা ভালকে দি দিয়ক।।সিহঁতে শৃংখলৰ পৰা কিনি লব
@SoidulIslam-mv7do
@SoidulIslam-mv7do Ай бұрын
তহতৰ স্ববিমান আছে নহয় হাতে কামে লাগিজা
@abdulmonnaf8279
@abdulmonnaf8279 Ай бұрын
আমি শ্ৰমিক সোকলোক অনুৰোধ কৰিছো আপনালোকে নিজ নিজ জিলাত কাম কৰক , ইয়াৰ ফলত আমাৰ নামনি ভাটাৰ মালিক সকলে লাবামবিত হ'ব
@Md.MahidulIslam-ru1rl
@Md.MahidulIslam-ru1rl Ай бұрын
Right
@Hussainamir811
@Hussainamir811 Ай бұрын
৩০ সংগঠনৰ পৰা লেবাৰ উলিয়াই ইটা সমুহ বাহিৰ কৰক দাদা
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
মাছতো নগাঁও পৰা আহি আছে মেনেজ কৰিলে আপোনালোকে নগাঁও মাছৰ বেপাৰী লগত কথা পাতক কেনেকৈ মেনেজ কৰিলে
@MuskaanBegum-qz7ql
@MuskaanBegum-qz7ql Ай бұрын
Mur onurud amar miya vahi hokol nahibo . ksto nokora manuhe kosto j kiman buji napi. assam or bahirot kamot juok. jot honman ni tat nahibole mur onurud🙏🙏🙏🙏🙏🙏
@manuarabegum527
@manuarabegum527 Ай бұрын
বঢ়িয়া
@jamaluddin83066
@jamaluddin83066 Ай бұрын
সন্দেহজনক লোকসকলক দক্ষিণ ভাৰত লৈ যোৱাৰ বাবে আহ্বান থাকিল।
@dipankarkhargharia9952
@dipankarkhargharia9952 Ай бұрын
ৰাজহ বাদ দিযক লোন লৈ আছো আৰু ১০০০ কোটি লোন লম আপোলোক যে অসমীয়া সেইতোতে লেথা অনা অসমীয়া হব লাগিছিল
@mainamaina2808
@mainamaina2808 Ай бұрын
কিয় অসমীয়াই কাম কৰিব নাজানে নেকি ? বৰ তেতো ফালি চিঞৰ বাখৰ কৰি আছিলা ছোন এতিয়া কি হল ,,,, আমাৰ মানুহে কাম কৰি খাব নাজানে অকল free আৰু কমিছনত খাব বিছাৰে কিছুমানে ,,,, কথাবোৰ খুলা খুলিকৈ কব লাগে ,,নে কবলে লাজ লাগে ,,,,😅😅😅
@sportsguruji2412
@sportsguruji2412 Ай бұрын
Sinkhol chalihai eta bonabo
@hanseali1924
@hanseali1924 Ай бұрын
Right
@RantuchetiaChetia
@RantuchetiaChetia Ай бұрын
Toy bona
@AsadurRahman-b1h
@AsadurRahman-b1h Ай бұрын
Right
@ronjimoran8346
@ronjimoran8346 Ай бұрын
Singkhal Chaliha is the main culprit for this situation , there is no government in Assam now ,
@AbudulaAli
@AbudulaAli Ай бұрын
কিয় বিশৃংখল নেতা কিয় কেতাযও বিলাকেও দেখোন গোটেইখন পাৰেই। তাত আকৌ হাহাকাৰ কিয় ? গুৱাহাটীৰ পাচলিৰ বজাৰত লাগিল তো গতিকেই উজনিত শ্ৰমিক নাই।
@abdulmonnaf8279
@abdulmonnaf8279 Ай бұрын
৩০ টা সংগঠনৰ মানুহে কাম কৰিব?
@AbdulKareem-z1s
@AbdulKareem-z1s Ай бұрын
মিয়া নহলে অসমসন নচলেই এয়াই তাৰেই প্ৰমান এয়াই ধন্যবাদ মিয়া ভাই সকল
@jamaluddin83066
@jamaluddin83066 Ай бұрын
মামাই মানুহ যোগান ধৰিব
@pankajdutta9131
@pankajdutta9131 Ай бұрын
১. খিলঞ্জীয়া শ্ৰমিকক সংগঠিত কৰক আৰু বৃত্তিগত প্ৰশিক্ষণ দিয়ক। ২. ইয়াৰ লগতে বিভিন্ন বৃত্তিৰ লগত জড়িত খিলঞ্জীয়া লোকসকলক তেওঁলোকৰ বৃত্তি অনুসৰি সংগঠিত কৰক। ৩. সময়ে সময়ে সেইসকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ আৰু অন্যান্য সজাগতামূলক শিবিৰৰ আয়োজন কৰক।
@MofizurHussain
@MofizurHussain Ай бұрын
Bura halikai mat nidiyea,dhaan poke maane tuni moron.
@pankajdutta9131
@pankajdutta9131 Ай бұрын
@@MofizurHussain পৰৱৰ্তী পদক্ষেপৰ বাবে কোৱা হৈছে।
@pankajdutta9131
@pankajdutta9131 Ай бұрын
কেৱল খিলঞ্জীয়া হোৱাৰ বাবেই অলগৰ্ধ / অনুপযোগী সকলক অকাৰণত (unreasonable) সন্মান তথা গুৰুত্ব দিয়া বন্ধ কৰক। যোগ্যতাৰ ভিত্তিতহে মানুহৰ স্হান হোৱা উচিত।
@MizanurRahman-it5yw
@MizanurRahman-it5yw Ай бұрын
Level basi thoka manuhe kam nokore. Akarma loke. Chanda tuli khuwa habit hoi goise kam aru nohobo
@Nurulislam-ec8dd
@Nurulislam-ec8dd Ай бұрын
মিয়া নাজাই অজনি অসমত বিহারি আন
@sofikulislam7533
@sofikulislam7533 Ай бұрын
গাওত আমি হিন্দু মুছলমান ইজনে সিজনৰ ঘৰত আহা যোৱা খোৱা লোৱা ব্যৱসায় কৰি আছো, কিন্তু একাংশ ৰাজনীতিক নেতা, সংগঠনৰ নেতা বিলাকে সমস্যা ৰ সৃসটি কৰে।
@arrahman1299-u8c
@arrahman1299-u8c Ай бұрын
ঘেণ্টা ক্ষতি হ'ব!!
@JiyarulHoque-w2x
@JiyarulHoque-w2x Ай бұрын
জদী মিয়াৰ লাজ আছে উজনী অসমৰত কাম কৰিব নাজাই মিয়া কেইটাক বহুত লাজ কষ্ট দিছে
@khairuz4355
@khairuz4355 Ай бұрын
এয়াই হল হিন্দু মুছলিমৰ ৰাজনীতি কৰি অসমখনক ধ্বংসৰ দিশলৈ লৈ যোৱা BJP ৰ চৰকাৰৰ উন্নয়নৰ নমুনা।
@YeakoubAli-u8f
@YeakoubAli-u8f Ай бұрын
শৃঙ্খল আৰু চিতুক লৈ যাব লাগে
@d.nsports3218
@d.nsports3218 Ай бұрын
Shrinkhol sudurvai solihai bonabo
@saburuddin1174
@saburuddin1174 Ай бұрын
ইটা,বাটা, মালিক, সন্তা, ধন্যবাদ থাকিল ভাল কথা উত্থাপন কৰিছে, হিন্দু মুছলিম কৰি,ভাগ ভাগ অসম, পৰিবেশন বহুত লোকচান কৰিয়াছে,
@sandeepbanerjee7938
@sandeepbanerjee7938 Ай бұрын
Mojja...
@swapankumarsarma6840
@swapankumarsarma6840 Ай бұрын
অসমীয়া যুৱকে ইটা ভাটাত.
@KaustubhKumarGogoi
@KaustubhKumarGogoi Ай бұрын
Good,we the consumers of upper assam are getting bricks at the same rate till this day,although these bricks are carried from lower assam,but one should mind that assam govt may impose taxation at any moment which may increase the price of bricks,also tool Kar is already in force.
@DilipChakraborty-j6b
@DilipChakraborty-j6b Ай бұрын
30, টাকৈ জাতীয় সংগঠনক দায়িত্ব দিয়ক শ্ৰমিক অনাৰ কাৰণে , খালি ডাঙৰ ডাঙৰ লেকচাৰ মাৰিলে নহব
@chitrabhuyanbhaskar2789
@chitrabhuyanbhaskar2789 Ай бұрын
মধ্য অসমৰ পৰা লৈ যাব
@mostafask6440
@mostafask6440 Ай бұрын
Mojja
@anilhoro8702
@anilhoro8702 Ай бұрын
আমাৰ আদিবাসীক আৰু অসমৰ যুৱক যুৱতী সকলক লগত জড়িত কৰিব লাগিব
@niroddeka8957
@niroddeka8957 Ай бұрын
অসম খন শেষ কৰি দিয়াৰ মুলতে হ'ল এই চেনেল কেইটা। কংগ্ৰেছৰ পৰা পইছা লবি আৰু মিঞাৰ হকে নিউজ দিবি
@KuddusAbdul-m9y
@KuddusAbdul-m9y Ай бұрын
বালচিঙা কংগ্ৰেছ অক নধৰাকৈ কব নোৱাৰে নেকি। টয় বিজেপি নেকি
@RantuchetiaChetia
@RantuchetiaChetia Ай бұрын
newes kam nai
@AsadurRahman-b1h
@AsadurRahman-b1h Ай бұрын
অন্ধ ভক্ত তই।
@Rostarking1
@Rostarking1 Ай бұрын
ও বাবু লাশ পাইছো নাকি হে
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh Ай бұрын
ঐ নিৰোদ, তোৰ কটি ফাটি যাব।ইটাৰ ভাটাত কাম কৰিবলৈ আহিলে।
@abdurrezzaque3461
@abdurrezzaque3461 Ай бұрын
শৃংখল চলিহা আৰু তাৰ বংশধৰে ইটা ভাটাত কৰিব।
@AbadulHoque-q3e
@AbadulHoque-q3e Ай бұрын
Good job
@tarikhahmed3670
@tarikhahmed3670 Ай бұрын
এতিয়া কি অৰ্থনৈতিক অৱস্থাত প্ৰভাৱ পৰা নাই নে। আমাৰ muslim মানুহ বিলাকক অনুৰোধ জনালোঁ কোনেও নাযাব uper Assam ত 🙏🙏🙏🙏🙏
@AbdulKareem-z1s
@AbdulKareem-z1s Ай бұрын
ধন্যবাদ মিয়া বাই
@NabikulIslam-sk2bo
@NabikulIslam-sk2bo Ай бұрын
আমি 1 টা ইটা 50 টকা কৰিম 1000 ইটা দাম হৱ25000 টকা হ'ব উজনিৰ ইটা ভাটা বন্ধ হ'বলৈ গায় আছে।
@RANGIA-v4z
@RANGIA-v4z Ай бұрын
চিধা চিধিকৈ কৈ দিয়া মিঞা নহলে একো কাম নচলে।।
@silimaparbin555
@silimaparbin555 Ай бұрын
আমাৰ, মিয়া,অজনি,অঘমত,নাযায়
@manoshboruah85
@manoshboruah85 Ай бұрын
এতিয়া মানে বাংলা দেশৰ পৰা অবৈধ ভাবে মিয়া আনি থাকিব লাগে নে কি ? এই নিউজ snl tua কি বুজাব বিচাৰি থাকে যুৰ যবহ,? poujan হলে অসমৰ মানুহ কেঁচা ঘৰত থাকিব কোনো কথা নাই । ধালৈ
@Nurulislam-ec8dd
@Nurulislam-ec8dd Ай бұрын
বহতো ভাল কথা কৈছে আপনি আপনার নিচিনা মানুহ অসমত থাকিলে ২০৫০ লৈকে অসম খন উন্নত নহই
@Allin-kn5du
@Allin-kn5du Ай бұрын
Miya manei Bangladeshi nohoi
@jalilmir8501
@jalilmir8501 Ай бұрын
Brainless
@Rana-k8i
@Rana-k8i Ай бұрын
Miya mane Bangladeshi nohoi. Manuh r concept tu beya. Comunial concept.
@NabikulIslam-sk2bo
@NabikulIslam-sk2bo Ай бұрын
উজনি অসমত অৰ্থাৎ নীতি কমি জাব
@BubulDutta-y1t
@BubulDutta-y1t Ай бұрын
অসম আৰু অসমীয়া জাতিৰ স্থাৰ্থত ইটা প্ৰয়োজনিয়াতু ইমান ভাবিব লগীয়া বিষয় নহয়।ইটাভাটাৰ মালিক সকলৰ ব্ৱসায় জনসাধাৰণে ঠিকা লোৱা নাই।অসমৰ অসমীয়ায় দেশ আৰু খিলিজ্ঞীয়াৰ ভবিষ্যত ৰক্ষাৰ স্থাৰ্থত কাম কৰিবলৈ বাধ্য ।অসমৰ থলুৱা নিবনুৱা সকলক কাম কৰিবলৈ মালিকপক্ষই শিকায় লওক।গুণ নহলেও ধৰ্ম হব।ইটাভাটা বনুৱা অৰ্থাৎ বাংলাদেশী বনুৱাৰ নাটনি সম্পৰ্কে চিঞৰ বাখৰ কৰাৰ প্প্ৰয়োজন নাই ।বাধ্যত পৰিলে অসমীয়াইও কাম কৰিবলৈ বাধ্য হব ।পৰাপক্ষত মুষ্ঠিমেয় কেইজনমান ইটাভাটাৰ মালিকৰ কথাপাহৰি অকণমানন হলেওেশৰ কথা চিন্তা কৰক চৰকাৰে নিবনুৱাক প্ৰশিক্ষণ দিয়ায় এনে সমস্যা সমাধান কৰৰিব বুলি আশা কৰিলো।
@MusfiaKhanam
@MusfiaKhanam Ай бұрын
8
@mdfoizuddin1790
@mdfoizuddin1790 Ай бұрын
Good news, ata Eta r dam 50 Toka hbo lage
@AbdulKhalek-vz5mj
@AbdulKhalek-vz5mj Ай бұрын
চিন্তাৰ কাৰন নাই,বিহাৰী আছে নহয়।
@AMANGUPTA-wr1td
@AMANGUPTA-wr1td Ай бұрын
Maksudu
@anilkrsingh5574
@anilkrsingh5574 Ай бұрын
Bihari keloi aahibo mar khabloi
@binodsaikia1882
@binodsaikia1882 Ай бұрын
মিয়া শ্ৰমিক আনি লোৱা। উদেশ্য বুজি পোৱা গৈছে।
@moyezuddin8422
@moyezuddin8422 Ай бұрын
শৃংখল চলিহা ক কাম কৰিবলৈ দিয়া এতিয়া দল সংগঠন কি করি আছে
@jiten2408
@jiten2408 Ай бұрын
আন্দোলন কৰা কেইতাক কাম কৰিবলৈ লগাওক
@maynulhoque2927
@maynulhoque2927 Ай бұрын
মুখৰে বহুত কবপাৰি হাতৰে কৰিব নোৱাৰি কেতিয়াও দেশ উন্নতি নহয় |
@ShafiqurRahman-k4z
@ShafiqurRahman-k4z Ай бұрын
উজনিৰ মানুহে যেতিয়া অধিক দাম দি ইটা কিনিব লগীয়া হ'ব, তেতিয়া চান্দা বাহিনী ক ৰাইজে জুতা পিঠন দিয়া আৰম্ভ কৰিব।
@ShohidulIslam-gs7hy
@ShohidulIslam-gs7hy Ай бұрын
আচল সমস্যা প্ৰতি ভ্রূক্ষেপ নাই নকল সমস্যা চৃষ্টি কৰি আছে।
@archanaariya3688
@archanaariya3688 Ай бұрын
Sringhl lora tuk kaam koribo diok
@imdadullahahmed1355
@imdadullahahmed1355 Ай бұрын
শৃংখল চলিহা নামৰ নেওলাটোক ইটাৰ ভাটাত নমাই দিয়ক অকল গুণ্ডা টেক্স লাগে নেওলা কাম কৰি খা
@ishantechnicalmature
@ishantechnicalmature Ай бұрын
ৰবাতিক ব নু ৱাৰ জৰিয়তে কৰিব পাৰে,যিখিনি সাধাৰণতে আমাৰ অসমীয়া ব নু ৱাই সদ্যহতে কৰিব পৰা নাই।
@PrasantaHazarika-wi3cu
@PrasantaHazarika-wi3cu Ай бұрын
হেৰৌ, চিন্তা কৰিব নালাগে।‌ যিমান লাগে পাই যাব...
@SAIFULISLAM-ts8bq
@SAIFULISLAM-ts8bq Ай бұрын
Very good
@alauddin7089
@alauddin7089 Ай бұрын
بہت اچھا لگا ہے
@samsulalamhussain6793
@samsulalamhussain6793 Ай бұрын
ঠেলাৰ নাম বাবাজী।
@tradingwithahiya
@tradingwithahiya Ай бұрын
Old man are very wise and they know how to improve assam economic... I am requesting government plz don't discrimination the people
@anuwaruddinmiya2181
@anuwaruddinmiya2181 Ай бұрын
Ajmol sir Dhubri borpata goalpara kapur fektori khulok
@ManoranjanBrahma-og7qk
@ManoranjanBrahma-og7qk Ай бұрын
সমষ্যা সমাধনৰ বাবে আলোচনা কৰা ভাল, এনেকৈ ৰাজহুৱা ভাবে চছিয়েল মাধ্যমত সমষ্যবোৰ কলে কিছু মান লোকে সুবিধালোৱাত সুবিধা হব বা ইটাৰ বাবে অসমীয়া জাতি সদায় নত শিৰ কৰি থাকিব লাগিব নেকি????
@rajusaikia2328
@rajusaikia2328 Ай бұрын
উজনি অসমত নতানি নহয়
@NazmulHoque-l4l
@NazmulHoque-l4l Ай бұрын
Toy ja bhatat Kam kor goi😊
@AjarulAli-uz8lo
@AjarulAli-uz8lo Ай бұрын
Bjp জিন্দাবাদ
@MohendraSaikia-m4h
@MohendraSaikia-m4h Ай бұрын
Amar moromor leader hokol..labour supply diok.diboi lagibo aapunaluke kotha disil ..ami usso dorot bostu kinibo nuaru
@AminurIslam-gc6yq
@AminurIslam-gc6yq Ай бұрын
Mukhere kole nohob Korib lagib
@newclearacademy-98765
@newclearacademy-98765 Ай бұрын
এতিয়া চাওক অসমখনক কোনে গঢ়ি আছে.....
@difulmoran9882
@difulmoran9882 Ай бұрын
Eta vetat Okhomiya sromiku kam koribole parib, jodihe vetar gorakiye navabe miya/ muslimor dore okhomiya sromik kam koribole nuware, gotike amak okhomiya sromik nalage buli.
@nabirahmed4860
@nabirahmed4860 Ай бұрын
Where is mall khua saliha
@SirumoniKakoti
@SirumoniKakoti Ай бұрын
Bepare profite thakebo and Organaicaion Commission thakebo.General people upare madha mare pabo.jai ai assam.
@samsuzzaman6870
@samsuzzaman6870 Ай бұрын
Good step
A RAPTHLAK LUTUK TAP ZAWIH ZAWIH CHUNG'IN MIZO KAN NI LO A TI SIAH SIAH MAI.LE.
27:14
Vanlalpianga official channel
Рет қаралды 8 М.
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 14 МЛН
HELP!!!
00:46
Natan por Aí
Рет қаралды 48 МЛН
The IMPOSSIBLE Puzzle..
00:55
Stokes Twins
Рет қаралды 14 МЛН